দুই যুৱতীৰ আচৰিত প্ৰতিভা চাওঁক সকলোৱেই❤️

Sdílet
Vložit
  • čas přidán 26. 05. 2024
  • দুই যুৱতীৰ আচৰিত প্ৰতিভা চাওঁক সকলোৱেই❤️#time8news #news18assamnortheast

Komentáře • 261

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 2 měsíci +43

    শান্তিছায়া এগৰাকী বহু মুখী প্ৰতিভা সম্পন্ন যুৱতী। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকক সকলো। তোমালোক আমাৰ কাৰণে একো পৰাকী গৌৰৱী অসমীয়া হৈ জগত সভালৈ যাত্ৰা আৰম্ভ কৰা তাকেই আন্তৰিক শুভ কামনাৰে। ভগৱানে দলটোৰ সকলোৰে সু-স্বাস্থ্য আৰু কুশল কৰক। ধন্যবাদ।❤❤❤

  • @runuchetia1658
    @runuchetia1658 Před 2 měsíci +4

    অতিকে প্ৰশংসনীয় অনুস্থান ❤️❤️অতিকে মন্তমূগ্ধ হৈ গ'লো!!অসমীয়া জাতীৰ হিয়া-মুকুতা❤️মনৰ হেপাহেৰে আগুৱাই যোৱা আইজনীহঁত!!কোনো কাৰণতে যাতে থমকি ৰৈ নোযোৱা তাৰে কামনা আৰু আৰ্শীবাদ জনাইছো ।তোমালোক আসমী আইৰ সমল❤️❤️

  • @binasaikia-xc9dr
    @binasaikia-xc9dr Před měsícem +2

    ধুনীয়া। হৈছে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 2 měsíci +7

    অতি প্ৰশঙ্শনীয় পদক্ষেপ। আগুৱাই যোৱা সকলো। অসমৰ বাৰে বনৰীয়া কৃষ্টি সঙ্কৃতি পৰিশীলিত পৰিবেশনেৰে ৰক্ষা কৰাৰ দায়িত্ব আৰু কৰ্তব্য আমাৰ সকলোৰে। ইয়াত পুৰস মহিলা বা ল'ৰা ছোৱালী বুলি কথা নাই। বিহুৰ মৌলিকতা আৰু পৰম্পৰা খিনি সুন্দৰ ভাৱে ৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে। এইসকল ছোৱালী সৎ সাহস হৈ আগুৱাই যাওক। অন্তত ৰাতিৰ বিহুৰ সাঙ্কৃতিক অনুষ্ঠানত এটুপি টেটুলৈকে গিলি লৈ বোকা নৃত্য কৰা পুৰুষ/ ল'ৰা বোৰতকৈ অন্তত বহুত ভাল কাম কৰিছে। অসমৰ কৃষ্টিৰ পথাৰত সৃষ্টিৰ অজ্ঞলি সিঁচি আগুৱাই যোৱা। ভগৱানে সকলোকে কুশলে ৰাখক। ধন্যবাদ।❤❤❤❤❤

  • @dipankadas3870
    @dipankadas3870 Před 2 měsíci +5

    Bohut val lagil

  • @ramadas5839
    @ramadas5839 Před 2 měsíci +1

    Nice very very nice.go ahead like this God bless you all.

  • @subhashsut2215
    @subhashsut2215 Před 2 měsíci +9

    Best ধুনীয়া বহুত ধুনীয়া। শুভেচ্ছা থাকিল ।

  • @krishnagogoi1657
    @krishnagogoi1657 Před měsícem +2

    অভিনন্দন জনালোঁ | তোমালোকৰ বিহু দল টিৰ প্রতি গৰাকীলৈ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ | নামৰুপৰ পৰা মৰম যাচিলো |

  • @tarungogoi8841
    @tarungogoi8841 Před 2 měsíci +2

    সুৰুয মুখী যুৱতী দলটিলৈ হিয়া ভৰা শুভেচ্ছা যাছিলোঁ ।তোমালোক আগবাঢ়ি যোৱা ।আমাৰ আৰ্শীবাদ সদায় আছে ।লগতে অনুপম দাদালৈ ও শ্ৰদ্ধা আগবঢ়াইছোঁ ।

  • @bibharaninath8242
    @bibharaninath8242 Před 2 měsíci +3

    Bhut bhut Dhanybad thakil tomalokly aru Val kribly Asirbad dilo

  • @tapanbaruah1006
    @tapanbaruah1006 Před 2 měsíci +6

    Ajikali lora aru suwali buli kunu kotha nai.pratibha thakile sokolue koribo pare.Bohut dhunia hoise.

  • @user-fh3wb5oi7x
    @user-fh3wb5oi7x Před 2 měsíci +6

    Bout.bohut.val.lagil

  • @Venom-ir9iq
    @Venom-ir9iq Před 2 měsíci +2

    Bohut bohut val lagil .dolteloi morom aru akhirbad thakil.

  • @rekhagogoi322
    @rekhagogoi322 Před 2 měsíci +6

    Bahut bahut dhanyabad bhanti keijaniloi aru agbarhi juwa ,bihur lagate bakibilakatu agbarhi juwa tumalukaloi mur huvesya thakil 👍👍👍🎉🎉🎉

  • @pranabbharali8521
    @pranabbharali8521 Před 2 měsíci +7

    ভাল লাগিল। আৰু আগুৱাই যোৱা।

  • @rejiabegum2355
    @rejiabegum2355 Před 2 měsíci +21

    এওঁলোক আমাৰ আদৰ্শ । সুন্দৰ পদক্ষেপ , আগলৈ আগবাঢ়ি যোৱা আশীৰ্বাদ দিছো ।

  • @SubhankarkalitaKalita
    @SubhankarkalitaKalita Před 2 měsíci +8

    Love from golaghat,singorajan gaon .... ❤️🫶 Agbahi juwa 🔥

  • @bipulkalita8915
    @bipulkalita8915 Před 2 měsíci +15

    বহুত ভাল লাগিছে ।এওঁলোকৰ দৰে আৰু দল ওলাই আহক তাকেই কামনা কৰিলোঁ বিপুল কলিতা

  • @sabitritalukdar3696
    @sabitritalukdar3696 Před 2 měsíci +4

    বহুত ভাল লাগিল !

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by Před 2 měsíci +2

    সুন্দৰ অতি সুন্দৰ পদক্ষেপ আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ বেবেজীয়া গাঁৱৰ পৰাই আৰ্শীবাদ ও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো লগতে ভবিষ্যতৰ উজ্জ্বল কামনা কৰিছোঁ আৰু লগতে মৰম স্নেহ আগবঢ়ালোঁ ধন্যবাদ।

    • @techtipssupported8958
      @techtipssupported8958  Před 2 měsíci +1

      ধন্যবাদ দাদা,মইও গোলাঘাট মেৰাপানীৰ পৰা দাদা🙏❤️❤️❤️🙏

  • @pikugogoivlogs88
    @pikugogoivlogs88 Před 2 měsíci +4

    Bohut val lagil 👌

  • @polakhigogoi4558
    @polakhigogoi4558 Před 2 měsíci +1

    Ati hundor vonti hokol,bhabisyate aru aguwai juwa,hokolu dikhe pargot hokolu goraki..

  • @ShashiprovaShasiprova
    @ShashiprovaShasiprova Před 2 měsíci +3

    Go ahead.God bless you.

  • @user-ys6iu6vr1g
    @user-ys6iu6vr1g Před 2 měsíci +1

    বহুত বহুত ভাল লাগিছে

  • @diptimahanta5900
    @diptimahanta5900 Před 2 měsíci +3

    Doltiloi subhesha thakil❤❤

  • @mayasaikia291
    @mayasaikia291 Před měsícem +1

    বহুত ভাল লাগিছে। তোমালোক মহান হোৱা

  • @lambodarnath7923
    @lambodarnath7923 Před 24 dny +1

    বহুত ভাল লাগিল❤

  • @diptisaikia1823
    @diptisaikia1823 Před 2 měsíci +1

    বহুত ভাল লাগিলে। আটাইকেইগৰাকীলৈকে হিয়াভৰা আশীৰ্বাদ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @user-zg3lw1sc7v
    @user-zg3lw1sc7v Před měsícem +1

    Bohut bhal lagil, aguai jua

  • @ritunborah858
    @ritunborah858 Před 2 měsíci +1

    Bahut dhuniya hoise...

  • @monikabaruah5576
    @monikabaruah5576 Před 2 měsíci +3

    সুৰুজমুখী বিহুৱা দললৈ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু আগুৱাই যোৱাৰ আশীৰ্বাদ থাকিল

  • @Junmonii
    @Junmonii Před 2 měsíci +5

    ভাল লাগিল

  • @user-xo2dm2lh2y
    @user-xo2dm2lh2y Před 2 měsíci +2

    Mojja mojja❤❤❤❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před měsícem +1

    সুন্দৰ, পৰিৱেশন চাইও ভাল লাগিল, ভৱিষ্যতে ও এনে পৰিৱেশন চাবলৈ আশা কৰিলোঁ খুবেই কৈ,,

  • @panchamirabhadas23
    @panchamirabhadas23 Před 2 měsíci +4

    Bht val lagil,

  • @DigantaHazarika-ud8dd
    @DigantaHazarika-ud8dd Před 2 měsíci +1

    Hoi hosokoi bor val lagise, aru adhik ujjol bhobishote kamona korilu, dhonyobad

  • @user-fb5zj3it2b
    @user-fb5zj3it2b Před 2 měsíci +10

    ইমান প্ৰতিভা আছে ,দেখি শুনি বহুত বহুত মন ভৰি গল।সকলোলৈকে শুভেচ্ছা থাকিল।

  • @chandanbordoloi4452
    @chandanbordoloi4452 Před 2 měsíci +5

    বহুতো ধুনীয়া লাগিছে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 2 měsíci +1

    অতি সুন্দৰ প্ৰদৰ্শন আৰু সকলো লৈকে বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।

  • @sunilgohain1378
    @sunilgohain1378 Před 2 měsíci +4

    Very very nice

  • @PankajDas-xw5hw
    @PankajDas-xw5hw Před měsícem +1

    বহুত ভাল লাগিছে আগবাঢ়ি জোৱা

  • @AnnoyedAstronomicalModel-we1qf
    @AnnoyedAstronomicalModel-we1qf Před 2 měsíci +1

    Bohut,bohut bhal lagil eeswore Mongol korok jatir Kristi rokhya korok

  • @ghanashyamgogoi4712
    @ghanashyamgogoi4712 Před 2 měsíci +1

    Hsai eiuluk amar dekhot vobishot be proud to be our Assamese girl 👍 ru aguwai jwa tumaluk tumalukor vobishot ase 🤞

  • @user-ft3qn5df6f
    @user-ft3qn5df6f Před 2 měsíci +1

    বহুত ধুনীয়া ভন্টী বুকুত সাহস বান্ধী আগুৱাই যৱা।

  • @gitabaruah8112
    @gitabaruah8112 Před 2 měsíci +1

    বহুত বহুত ধন্যবাদ

  • @Dchetia77
    @Dchetia77 Před 2 měsíci

    বহুত ভাল লাগিল দলটি লৈ অভিনন্দন জনালো ৷ দ'লৰ সকলো সদস্যাৰ সুস্বাস্থ্য কামনা কৰিলো
    । আৰু অগুবাই যোৱা ৷

  • @user-op2xi4cr3l
    @user-op2xi4cr3l Před 2 měsíci +3

    Bohut dhuniya❤❤🎉

  • @digantanath148
    @digantanath148 Před 2 měsíci +1

    সুন্দৰ লাগিল ❤

  • @junugogoi4458
    @junugogoi4458 Před 2 měsíci +3

    বৰ সুন্দৰ চাই থাকিবৰ মন যায়

  • @user-ko7kr3bo3t
    @user-ko7kr3bo3t Před 2 měsíci +1

    Bhout hundor hoise welcome to Bihu dance party

  • @alpanakonwar3499
    @alpanakonwar3499 Před 2 měsíci +1

    বহুত বহুত ভাল লাগিল।প্ৰতিগৰাকী শিল্পীলৈ মোৰ অকৃত্ৰিম মৰম ও শুভাৰ্শীষ যাঁচিলোঁ।আশা কৰোঁ পঢ়া-শুনাৰ লগতে তোমালোকৰ প্ৰতিভাসমূহ প্ৰকাশ কৰি যাবা।কুশলে থাকা আটাইয়ে।

  • @monalishasaikia8292
    @monalishasaikia8292 Před 2 měsíci +4

    Girl's power 💪😘😘😘😘😘😘😘😘😘😘😘😘😘

  • @rupalipegu6409
    @rupalipegu6409 Před 2 měsíci +1

    বহুত বহুত ভাল লাগিল 👌 শুভ কামনা জনাইছোঁ ❤

  • @bhaktisagargroup
    @bhaktisagargroup Před 2 měsíci +1

    Bht vl lgse...agowai jowa..

  • @nikunjasarma2549
    @nikunjasarma2549 Před 2 měsíci +3

    Val. Lagil. Thanks🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 2 měsíci

    শান্তিপ্ৰিয়া এগৰাকী সুদক্ষ, সাহসী আৰু শক্তিশালী আৰু যথেষ্ঠ বহুমুখী প্ৰতিভাসম্পন্ন যুৱতী। আগুৱাই যোৱা সদায়। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। তাকেই আন্তৰিক শুভ কামনাৰে। শান্তিপ্ৰিয়াৰ লগতে বিহুদলটোৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। সকলো সুখী হৈ থাকক। তাকেই ভগৱানৰ ওচৰত কামনা কৰিলো।❤❤❤❤❤❤

  • @bijitneog7370
    @bijitneog7370 Před 2 měsíci +2

    Moi Foji Kolkota para si asu Bahut Bahut Hundar Hoisa Haklurei Prativa. Aru Akharakhisu Hurujmukhi Bihu Dalatia Akhambakhiloi Aru Hunadar Prativa Agbahai anak. Aru Hari nam o Jata hunibaloi Aru dakhibaloi pao Akha Thakil. Dolti loi Mur Antaarik Huvasya Janalu...

  • @akshoybora6266
    @akshoybora6266 Před 2 měsíci +1

    d'Whr
    বহুত ভাল লাগিল

  • @TamuliTamuli-iz7cv
    @TamuliTamuli-iz7cv Před 21 dnem +1

    ❤❤Bohot bohot bohot val lagil

  • @senswasvlog2795
    @senswasvlog2795 Před 2 měsíci +1

    Bhut Val lagil ❤❤❤❤

  • @kandarpadas8365
    @kandarpadas8365 Před měsícem

    Bahut bahut val lagise ai _!!I I wish your great success in hole country. God bless you of all

  • @bipulbitu1680
    @bipulbitu1680 Před 2 měsíci +1

    Bohut val lagil ❤❤❤❤❤❤

  • @banalatadas1824
    @banalatadas1824 Před 2 měsíci

    বহুত ভাল অতি সুন্দৰ এই শান্তিপ্ৰিয়া জনী কি কম ইমান ধুনীয়া কন্ঠ তোমালো আটাই কেই জনী লৈ মোৰ মৰম আৰু শুভেচ্ছা জনালো ইশছৰে তোমালোকক সুস্থ সবল শক্তিশালী কৰি ৰখাক তেওৰ ওচৰত প্ৰাথনা জনাইছো

  • @amritkotoky9383
    @amritkotoky9383 Před 2 měsíci +2

    বহুত ভাল লাগিছে তোমালোক আগবাঢ়ি যোৱা

  • @RunuBoruah-js2rc
    @RunuBoruah-js2rc Před 2 měsíci +3

    Very good wao

  • @ranjanborah8190
    @ranjanborah8190 Před 2 měsíci +8

    তোমালোকৰ অনাগত দিনত আৰূ কৃপা কৰক ভগবানে... অতি সুন্দৰ

  • @MainaKhonikor
    @MainaKhonikor Před 17 dny +1

    Hoxa kotha ji khini kotha koixa bhl lagexa moja very nice

  • @nirmalidevi7389
    @nirmalidevi7389 Před 2 měsíci +2

    বহু ধুনীয়া কাম কৰিছে ।পিছলে নাছাবা

  • @kamalsaikia9196
    @kamalsaikia9196 Před měsícem +1

    ভাল লাগিছে আৰু আগুৱাই যোৱা

  • @PranjalKakati-kr1jd
    @PranjalKakati-kr1jd Před 2 měsíci +1

    Very nice .aru aagurai juwa

  • @ghanashyamsaikia3292
    @ghanashyamsaikia3292 Před 2 měsíci +1

    সুন্দৰ ভৱিষ্যত আছে

  • @sonowalkachari6218
    @sonowalkachari6218 Před 2 měsíci +1

    Bht bht vl lagil di very nice

  • @rashmikallita5169
    @rashmikallita5169 Před 2 měsíci +1

    সুন্দৰ কণ্ঠ ❤️

  • @ratulsaikia7540
    @ratulsaikia7540 Před 2 měsíci +1

    Hundor video 🎉🎉🎉🎉

  • @pinkuborah7018
    @pinkuborah7018 Před 2 měsíci +1

    Good vall koi sa kotha khini vall lagil

  • @nironburagohain
    @nironburagohain Před 2 měsíci +2

    Very good party n may God bless the whole members to make more well progress.

  • @narenhazarika2975
    @narenhazarika2975 Před 2 měsíci +1

    Bahut Bhal Lagisa Aru Aguy Jua

  • @urbashidevi6614
    @urbashidevi6614 Před 2 měsíci +1

    আৰু উন্নতি হ ওক, আশীৰ্বাদ কৰিছোঁ

  • @muninoza4944
    @muninoza4944 Před 2 měsíci +1

    তোমালোকলৈ হিয়া ভৰা শুভেচ্ছা আগবঢ়ালোঁ দেই, আৰু আগবাঢ়ি যোৱা। ভগৱান সহায় হওক তোমালোকৰ।

  • @96noborpatragaurisagar82
    @96noborpatragaurisagar82 Před 2 měsíci +1

    Bhout Val lagil good

  • @champakbarman3946
    @champakbarman3946 Před měsícem +1

    এনেকুৱা বিহু দল সমূহ আমাৰ বাবে গৌৰাৱান্বিত ।

  • @PankajBora-ep4rf
    @PankajBora-ep4rf Před 2 měsíci +1

    Bahut bhal lagi aaku log par apaharan dhanya ad bhavya jivan u all hoyk

  • @pradipgogoi3182
    @pradipgogoi3182 Před 2 měsíci

    অতি সুন্দৰ, সকলোলৈকে শুভেচ্ছা জনালোঁ। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব্।

  • @manitahbildar5162
    @manitahbildar5162 Před 2 měsíci +1

    Oti xundor bohut vl lagise aaijonihot aru aguai joa ashirwad korisu❤❤❤❤❤❤❤

  • @dayarambharali7710
    @dayarambharali7710 Před 2 měsíci

    সূৰুযমুখী দলটো সঁচাই মনভুতহৈছে। আগলৈও অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰিবলৈ সমৰ্থ হৈছে বুলি জনা গৈছে। ধন্যবাদ দেশৰ ভিতৰতে আটাইতকৈ শক্তিশালী আৰু হেঁপাহৰ ৰঙালী বিহুৰ ওলগ জনালোঁ।

  • @triptihazarika9185
    @triptihazarika9185 Před 2 měsíci

    বহুত মৰম লাগি আগবাঢ়ি যায় যেন ভগৱানে কুশলেৰাখক

  • @sankarchandranath9340
    @sankarchandranath9340 Před 2 měsíci +3

    Nice 333.

  • @promiladevi5406
    @promiladevi5406 Před měsícem +1

    Bahu val idia, thankyou

  • @user-zy5pd1wv7m
    @user-zy5pd1wv7m Před 2 měsíci +1

    Best.bihuwadal.of.assamthanks for all.

  • @susilkalita8039
    @susilkalita8039 Před 2 měsíci +2

    🌹🥀🌹💞💝🧡💞💝🧡💞💝🧡Thanks santi priya ❤Toma Lokar Bihu dol tik bahut bahut bhal lagisa Daaaaaaa❤Exeecelent congralatution Thanks 🌹🥀🌟💞💝🧡💞💝🧡🌹🌺💝🧡💞🌹💞💝🌹💞

  • @rijuboruah9677
    @rijuboruah9677 Před 2 měsíci +1

    Val lagil 💕💕💕💕💕

  • @bharatikonwar7735
    @bharatikonwar7735 Před 2 měsíci +3

    সুন্দৰ

  • @DipamoniBorah-dh8bc
    @DipamoniBorah-dh8bc Před 2 měsíci +1

    Dhuniya house. ❤❤❤

  • @kaminineog9026
    @kaminineog9026 Před 2 měsíci +2

    তোমালোকলৈ মোৰ ফালৰ পৰাও বহুত বহুত ধন্যবাদ থাকিল

  • @user-ug5es9mt7d
    @user-ug5es9mt7d Před měsícem +1

    Bohut. Xundor. Lagile. Bihu. Sai

  • @NibhaTamuli
    @NibhaTamuli Před 2 měsíci +1

    Moja😊 tumalukor ujjal vobishot kamona korisu

  • @user-gt8lz4uw7v
    @user-gt8lz4uw7v Před 2 měsíci +3

    সুন্দৰ ।

  • @JibanSarania-se7dt
    @JibanSarania-se7dt Před 2 měsíci +1

    Video to Sai Val lagil

  • @x__6591
    @x__6591 Před 2 měsíci

    কবলৈ গলে বহুখিনি কথা মনলৈ আহে। মাথো এয়াই কম তোমালোক আৰু আগুৱাই যোৱা । বহুত ভাল লাগিল । ❤

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w Před 2 měsíci +8

    মজ্জা ।কণ্ঠও সুন্দৰ ।তোমালোকৰ উজ্বল ভবিষ্যৎ কামনা কৰিলো !