PARBATATE FULILE RANGANUKOI FULEKOLI (JYOTI SANGEET)
Vložit
- čas přidán 15. 08. 2022
- পর্বততে ফুলিলে ৰঙানোকৈ ফুলেকলি
PARBATATE FULILE RANGANUKOI FULEKOLI
(জ্যোতি সঙ্গীত)
(JYOTI SANGEET)
কথা / সুৰ : ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা
LYRIC / TUNE : RUPKNOWAR JYOTIPRASAD AGARWALA
কণ্ঠশিল্পী : জুবিন গার্গ
SINGER : ZUBEEN GARG
সঙ্গীত ব্যৱস্থাপনা : পার্থ প্রতিম চৌধুৰী
MUSIC ARRANGER : PARTHA PROTIM CHOUDHURY
পৰিচালনা : ৰঞ্জন কুমাৰ ভট্টাচার্য্য
DIRECTOR : RANJAN KUMAR BHATTACHARYYA - Hudba
পৰ্বততে ফুলিলে ৰঙানোকৈ ফুলে কলি
ৰেণুৰে বোলালি তই কুমলীয়া হাত,
অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি-গাঁথি
লেখি লেখি সেউজীয়া পাত ৷
বনে মইনা সেউজীয়া,
গছে মইনা সেউজীয়া,
পাতে মইনা সেউজীয়া পাত,
মইনা চৰাইটিয়ে অ'
গছৰ ডালে-পাতে পৰি
মাতিছে তোলৈকে মিঠা মিঠা মাত৷
আমনে-জিমনেকৈ
থাকনো তই কিয় ঐ
গালতেনো দিয় কিয় হাত?
হাঁহ অ’ মোৰ মইনা
হাঁহ অ’ মোৰ মইনা
হাঁহ অ’ মোৰ মইনা
হাঁহ অ’ হাঁহ৷
ভালেনো পাওঁ চাবলৈ,
ৰঙা ওঁঠৰ হাঁহিৰ সতে
জিকিমিকি দুয়ো পাৰি দাঁত৷৷
অ’ ভৈয়ামৰ সোণামুৱা কিনো কৰ গুণি গাথি
লেখি লেখি সেউজীয়া পাত...
কথা আৰু সুৰ: জ্যোতিপ্ৰসাদ আগৰৱালা
ধন্যবাদ আপোনালৈ
Thank you❤
ধন্যবাদ আপোনালৈ
সুন্দৰ হৈছে ❤
🌹
Joi zubeen da❤❤❤♥️♥️♥️
agote nuxuna geet ..bor bhal lagil.
Dhunia gan aji he sunilo
Zubeen da ei mat mur prio
Oh my God what a song zubeen da 🔥
l
l
Old voice of Zubeen Da..🥳🥰
Very nice zubeen da.❤❤❤❤
Best Song
❤❤❤❤❤❤
সুন্দৰ
💎
Lyrics লিখা বোৰ পাৰিলে দিব। গান টো গোৱাত আৰু লিখাত সুবিধা হয়। ভাল হৈছে। 💐👌👍
👍
Very nice 👌
Gaantu a larali kaloloi manot pelai dise.Bharati.
nice song
Please kunubai jonaok original version kuntu
🌹