অম্বিকাগিৰী ৰায়চৌধুৰী গীত(Songs of Ambikagiri Raichoudhury)

Sdílet
Vložit
  • čas přidán 27. 11. 2019
  • আজি বন্দো কি ছন্দেৰে
    কণ্ঠ:অৰ্চনা ভট্টাচাৰ্য,ইন্দ্ৰানী বৰা,অন্তৰা দাস,ডলী বৈশ্য,কংকনা ভাগৱতী ,ময়ুৰ বৰা,ভাস্কৰজ্যোতি দেৱ শৰ্মা,ৰূপম ভূঞা
    সংগীত:বিষ্ণু শৰ্মা

Komentáře • 53

  • @kaushikdeka8597
    @kaushikdeka8597 Před 3 lety +34

    খুব দুখ লাগে।নেকিব ভৃগু হঁতৰ গানবোৰত 5million,10million views থাকে।কিন্তু এইবোৰ গান শুনিবলৈ অসমীয়াৰ সময় নাই।

    • @assamsing3797
      @assamsing3797 Před 3 lety +4

      Hoi...thik koise aapuni

    • @bhesojbaruah6265
      @bhesojbaruah6265 Před 3 lety +4

      কিন্তু এই গীতসমূহ বুজি পাবলৈ গভীৰ জীৱনবোধ অবিহনে অসমৰ্থ....... সেয়েহে views নাই!! ঘাইশিপাদাল নেথাকে যদি দাল-পাত ফুল-ফল কেনেকৈ আহিব ...... !!

    • @simantadas3676
      @simantadas3676 Před 3 lety +2

      হয়

    • @brahmkshatriyakayastha1829
      @brahmkshatriyakayastha1829 Před 3 lety +2

      @@bhesojbaruah6265 absolutely right

    • @realfactsassam8400
      @realfactsassam8400 Před 3 lety +2

      Monor kotha2 kole mur

  • @lakhijan2366
    @lakhijan2366 Před 2 měsíci +2

    Great
    Beautiful ❤

  • @user-od1ce9bc4z
    @user-od1ce9bc4z Před dnem +1

    🙏🙏

  • @mahimaranjan3420
    @mahimaranjan3420 Před 12 dny

    সংগীত বৰ দূৰ্বল !

  • @upenholdar4406
    @upenholdar4406 Před měsícem +1

    ❤❤❤❤❤❤

  • @RupjyotiDutta-hz9qt
    @RupjyotiDutta-hz9qt Před 12 dny

    সুন্দৰ ❤👍👏🙏🙏

  • @juotishman6230
    @juotishman6230 Před 10 měsíci +1

    🎉🎉

  • @kasimuddinahmed8961
    @kasimuddinahmed8961 Před 7 měsíci +3

    অসাধাৰণ সংগীত

  • @ajoyendranathtrivedi5875
    @ajoyendranathtrivedi5875 Před 2 měsíci +1

    असम केसरी की कलम धन्य है

  • @ramdhenu1663
    @ramdhenu1663 Před 3 lety +10

    সপ্তমমান ত থাকোঁতেই অসমীয়া কিতাপ ত পঢ়িছিলোঁ। আজি গীত টি পাই বহুত ভাল লাগিছে 🥰🥰🤗🤗 বহুত বহুতধন্যবাদ 🙏🙏

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +1

    অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ এই চিৰসেউজ গীতটো শুনি অতিশয় আনন্দিত হলোঁ।সৰু থাকোঁতেই দেখিছিলোঁ,এই সমবেত সংগীতটিৰে সাংস্কৃতিক অনুষ্ঠান সমূহ শুভাৰম্ভ কৰিছিল।এইবোৰ গীত অসমীয়া সংগীত জগতৰ একো একোটা আপুৰুগীয়া সম্পদ।এনে গীতবোৰ আপোনালোকৰ জৰিয়তে সংগ্ৰহ আৰু সংৰক্ষণ হৈছে, অতিকৈ সুখৰ কথা।

  • @novagamings9499
    @novagamings9499 Před rokem +1

    সঁচাই এটি চিৰযুগমীয়া গীত। শুনি আপ্লুত হলো।

  • @deepshikabose5059
    @deepshikabose5059 Před 4 lety +7

    আজি বন্দো কি ছন্দেৰে
    সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
    পঙ্কিল পৰাধীন কুঞ্চিত চিত মন
    নাই ফুল চন্দন ধূপ ..←২
    আজি বন্দো কি ছন্দেৰে
    সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
    নৰনাৰায়ণ ৰূপ
    দূৰ দাপৰত শুনিছোঁ পাণ্ডৱে জয় কৰি সপ্ত ধৰিত্ৰী ←২
    যজ্ঞ ৰাজসূয় কৰিলে সমাপন সম্ৰাট হৈ একছত্ৰী
    দেশ দেশ জুৰি লাখ লাখ ভূপতি
    গালে আহি মূৰ্ত গায়ত্ৰী
    আজি দাসত্ব বন্ধন ৰোধিত কন্ঠত
    নুফূটে ৰাগিনী অনুৰূপ ←২
    আজি বন্দো কি ছন্দেৰে
    সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
    নৰনাৰায়ণ ৰূপ
    কুৰি শতিকাত নাই যজ্ঞ ৰাজসূয়
    নাই ৰজা নৰপতি বৰ্গ
    কলুষিত কলি বুলি
    পাঞ্চজন্যধাৰী
    নাহে লব ভকতিৰ অৰ্ঘ
    সেই নাৰায়ন আজি জাগে নৰৰূপে
    মোহাৰি বাধা উপসৰ্গ
    আজি প্ৰজাসূয়েৰে হ'ব যজ্ঞ উদযাপন
    আলোডি, নিখিল ভূৱ
    আজি বন্দো কি ছন্দেৰে
    সমাগত বিৰাট নৰনাৰায়ণ ৰূপ
    নৰনাৰায়ণ ৰূপ ||

  • @balendas4259
    @balendas4259 Před 6 měsíci +1

    প্ৰকৃত অসমীয়া হৃদয় কপোৱা গীত

  • @brahmkshatriyakayastha1829

    Asom kesori loi mor sato kauti pranam..... 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @bhesojbaruah6265
    @bhesojbaruah6265 Před 3 lety +6

    অসমকেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ এই গীতটি প্ৰায়েই শুনি থাকো !!তেখেতৰ গীতসমূহৰ এলবাম এখন ওলাইছে, মোৰ, সংগ্ৰহত সেই এলবাম আছে !! এই গীতটি পোনপ্ৰথমবাৰ গোৱা হৈছিল১৯২৬ চনত ভাৰত জাতীয় কংগ্ৰেছ মহাসভাৰ পাণ্ডু অধিৱেশনত উদ্বোধনী গীত ( Opening Song ) কৰি ......!! এই গীতটি ড° বাণীকান্ত কাকতিদেৱে ইংৰাজী লৈ ভাঙনি কৰিছিল আৰু গোটেই ভাৰততে প্ৰচাৰিত হৈ উচ্চ প্ৰসংশা পাইছিল - Songs of the Cell নামৰ পুথিত পোৱা যায় !!
    ★ আমি সদায় ছপামাধ্যমৰ লগতেই থাকো মানে কিতাপ এখন পঢ়ি ভালপোৱা ...... সেয়েহে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই কিতাপ পঢ়িবলৈ সবিনয় অনুৰোধ জনালো ।
    " পথাৰ আমাৰ বজাৰ আমাৰ "
    -অম্বিকাগিৰি ৰায়চৌধুৰী

    • @nilachaleducationalwelfare8730
      @nilachaleducationalwelfare8730  Před 3 lety +1

      আপোনাৰ মন্তব্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ৷গীতটিৰ আঁৰৰ কথাংশ উল্লেখ কৰা বাবে ধন্যবাদ৷

    • @brahmkshatriyakayastha1829
      @brahmkshatriyakayastha1829 Před 3 lety +2

      Ekabara kitapai amar bondhu.... Good thinking

    • @brahmkshatriyakayastha1829
      @brahmkshatriyakayastha1829 Před 3 lety +1

      Amar Assam kesari Ambikagiri Roychoudhury xokolot Koi mahan... Aji teur xonman gotai Bharat bhorshotai.... Teur jixokilai songsporkho paisil tar Dr. Banikanta kakati bhagyavan... Bharatar rastrapoti, PM, vice president xokoloa teuk naman krise.... Xosai amr Assam kesari mahan

    • @uttamkumarroy2583
      @uttamkumarroy2583 Před 2 lety

      আপোনাৰ বক্তব্যৰ পৰা নজনা কথাখিনি জানিব পাৰি অতিশয় উপকৃত হলোঁ বৰুৱা ডাঙৰীয়া।

  • @khushi_borah_
    @khushi_borah_ Před 3 lety +3

    সুন্দৰ

  • @sauravsarma9796
    @sauravsarma9796 Před 3 lety +2

    খুব ভাল লগা গীত

  • @runimaborah3453
    @runimaborah3453 Před 3 lety +1

    বহুত সুন্দৰ ।

  • @simantadas3676
    @simantadas3676 Před 3 lety +2

    গাৰ কপনি উঠি যায়।

  • @kanikabarman4406
    @kanikabarman4406 Před 2 lety +1

    bohut bohut vl lgil xuni🙏🙏🙏

  • @janmonibhuyan9723
    @janmonibhuyan9723 Před 2 lety +1

    Bohut val lagil

  • @niyor_1108
    @niyor_1108 Před 3 lety +1

    খুব সুন্দৰ গীত

  • @sonalimahanta1447
    @sonalimahanta1447 Před 2 lety +1

    Gantu bohut val lagise

  • @jinumonigohain6454
    @jinumonigohain6454 Před 3 lety +2

    বহুত ভাল লাগিলে.....

  • @kabitasaikia3029
    @kabitasaikia3029 Před 3 lety +1

    Bohout Vall lagise

  • @gitiphukan8166
    @gitiphukan8166 Před rokem +2

    Wow

  • @mastermrinal3012
    @mastermrinal3012 Před 2 lety +1

    Love from DIET, TSK

  • @mridulbarman4781
    @mridulbarman4781 Před 3 lety +1

    Val lagil

  • @cbhag
    @cbhag Před 10 měsíci +1

    A very nice performance

  • @user-ny1rq1im6k
    @user-ny1rq1im6k Před 10 měsíci +1

    200 var honilo gitti

  • @rupjyotidashazarika6456
    @rupjyotidashazarika6456 Před 2 lety +1

    Nice

  • @jitiranideka6294
    @jitiranideka6294 Před 3 lety +1

    Gantu sunile gaboloi mon jai aru moi gan gai vhal pao

  • @kabinsahariah6149
    @kabinsahariah6149 Před 2 lety +1

    চিৰ সেউজীয়া গীত। 🙏

    • @nilachaleducationalwelfare8730
      @nilachaleducationalwelfare8730  Před 2 lety

      ধন্যবাদ জনালোঁ

    • @ashokdas7041
      @ashokdas7041 Před 2 lety

      অপূর্ব গীত টো শোনাৰ সুযোগ কৰি দিয়াৰ বাবে ধন্যবাদ জনালো।

  • @RRS-rd7bd
    @RRS-rd7bd Před 4 lety +1

    সুন্দৰ

  • @pranjalkishoresharmah4942

    সুন্দৰ