ঘোচ খোৱাৰ মানসিকতা সলনি কৰক। কোনোবাই টকা খালে মই বাঘৰ দৰে জঁপিয়াই পৰিম
Vložit
- čas přidán 12. 02. 2022
- ঘোচ খোৱাৰ মানসিকতা সলনি কৰক। কোনোবাই টকা খালে মই বাঘৰ দৰে জঁপিয়াই পৰিম। মুখ্যমন্ত্ৰীৰ এই স্পষ্ট বাৰ্তা
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
অসমৰ মুখ্যমন্ত্ৰী মহাশয় সদায় স্পট।
বঢ়িয়া।
সশ্ৰদ্ধ প্ৰণাম মহাশয়।
Pp
মুখ্যমন্ত্ৰী মহাশয় ,,বহুত বহুত ধন্যবাদ জনালোঁ।।আমাক এটা হেল্প লাইনৰ নম্বৰ দিব ।।
অসমৰ সকলো চৰকাৰী চাকৰি কাৰ্য্যালয়ত চলি থকা দুৰ্নীতিবোৰৰ খবৰ জনাব পৰাকৈ ।।
শ্ৰদ্ধাৰ ৰাইজ সকলোৰে সহায় সহযোগেৰেহে সফল হ'ব পাৰি।
সকলোকে আহ্বান জনালোঁ।
মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ।
আমাৰ গাওঁত ধনী বিলাকেহে চৰকাৰী ঘৰ পাই, দুখীয়া পৰিয়ালক একো নিদিয়ে, সেইবোৰত অলপ চকু দিলে ভাল পাম 🖤
Right
Right
সচা কথা
পালিনেতা বোৰৰ নেগুৰ ধৰা বোৰে পায়
W
বহুত ভাল পদক্ষেপ।
ভাল পাম আৰু ভাল পালে ভোট দি জিকামো ।কাম কৰা চৰকাৰ লাগে ।
চকুপানী ওলাল মহাশয়।
সকলো ৰাইজে এনে এজন মুখ্যমন্ত্ৰীৰে অসমখন সুন্দৰ কৰোঁ আঁহক।
মাননীয় মূখ্য মন্ত্রী মহোদয়ক ধন্যবাদ। অসম চৰকাৰে লোৱা পদক্ষেপ বহুত ভাল হৈছে, জয় আই অসম।
F
Gt
জাইকা,লুইচবাৰজাৰ,শাৰদা, কাৰ্বি আংলং জিলাৰ 1000কোটি,ওডালগুৰীৰ জলসিঞ্চনৰ 7,12কোটিৰ ক্ষেত্ৰত টো বাঘৰ দৰে ধৰিলে আৰু ভাল হ'ব
Right koisy..aapuni
মুখ্য মন্ত্ৰী ডাঙৰীয়া যি পদশে লৈছে ভাল লাগিলে
1lakh sakori kot baba
মূখ্য মন্ত্রীয়ে এইটো কাম কৰিলে মই নিশ্চিত ১০ বছৰৰ কাৰণে ৰিজাৰ্ভ। cm sirok salute
সোনকালেই দিয়ক, আমাৰ বহুত অভিযোগ আছে।🙏🙏🙏 Secretly দিম❤️❤️❤️ । চৰকাৰী কামো টকা লয় কৰা অব্যাহত ্্্জনাম ক'ত,,,,,
পৰিৱৰ্তন হওঁতে হওঁতে আৰু চৰকাৰ এ পৰিৱৰ্তন হৈ যাব
১ লাখ নিযুক্তিৰ 60 হাজাৰ কেতিয়া বাচনি পৰ্বত সোমাল মহোদয় কি কলে আপুনি
নিজৰ দেশৰ উন্নতি মই ও বিচাৰো দেশৰ ভাল হোৱাতো মই ও বিচাৰো but নিবনুৱাক ঠগি এনে দৰে ঠগিব নাপাই 60 হাজাৰ কেতিয়া বাচনি প্ৰক্ৰিয়াত সোমাল
বিজ্ঞাপন কত
কেৱল tet আৰু police ৰ বাদে কত দিলে বিজ্ঞাপন
Helath ত ও পঞ্জীয়ন প্ৰক্ৰিয়া চলিহে আছে
60 হাজাৰ কত সোমাল ,??
righ8
আমাৰ অসম খনক এবাৰ ভাল দৰে চাওক পিছপৰা গাঁৱত এতিয়াও অনাময় আৰু পানী নাই। কথা কলেই নহ'ব field visit কৰক চব ওলাই পৰিব।যদি আমাক কয় আমি গাওবোৰ দেখুৱাই দিব পাৰিম।
Excellent step mama...
Best CM in India...
Proud of you Sir...
Bahut val lagil sir kathakhini xuni.
Our CM Sir is doing the appreciation work to demolish the corruption of the state.
অসমৰ যিকোনো ঠাইৰ জলমিছন আচনিৰ কি অৱস্থা হৈ আছে আগতে চাই লওক মহাশয় মুখেৰে ডাঙৰ ডাঙৰ কথা কৈ থাকিলে কি হ’ব ৷
পানী নোলোৱাকৈ ভাঙিয়ে থাকিল
নাটকৰ নিচিনা কথা কৈ থাকে ।
অসমৰ মুখ্য মন্ত্ৰী আজি আমাৰ গাওঁত চকাৰৰ একোটা ঘৰ পোৱা নাই ।
আৰু Arunadoi আঁচনিৰ একো কাম হোৱা নাই ।
এইয়াই হল । main পৰিচয় সংবাদমাইল আগত বহুত ডাঙৰ কথা কৈ কাম কোনো মূলৈ নাই
Cm r akonu vul nai.tolor burok dhora
Great Sir!! salute 🥰
বহুত সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।
কিছু মান বিষয়ায় কেবল পইচা চিনি পায়
টকাৰ ওপৰত লোভ, মানুহ ৰ মানসিক তা হেৰাই গল।
ভাল পদক্ষেপ ছাৰ।
Sasakoi a bhal lagil kotha Keita kairjokari hole aaru bhal lagibo thanks
Prothom vol hoise very very good
যিয়ে পাইছে ঘৰৰ সকলোৰে নামত পাইছে আৰু যিয়ে পোৱা নাই তেওঁৰ একো য়ে নাই 😢 অল ব চাব লাগে মামা 🙏
Sir bhut val hoise apunar kambur
Bohut val decision
যেতিয়া লৈকে পুৰনা কৰ্ম চাৰি শেষ নহয় তেতিয়ালৈকে সহজ নহয় ৰাইজৰ পাবলগীয়া সুবিধা খেলিমেলি কৰিয়ে থাকিব
thank you Sharma Sir🙏🙏🙏apunar eikhini kotha tu khunibole bohut dinor pora opekha Kori asilu 1000 time thank you❤🙏🙏🙏
Ma kosom...mojja...👍👍👍
God bless you our respected CM 🙏
সুন্দৰ। সঠিক ৰূপায়ণ হওক।
Absolutely beautiful and amazing
Desison.
Thanks himanta biswasarma
Mama tumi jui🔥
Best disision,,,,, thank you PM sir,,
Always love you Mama ❣️
ৰাইজৰ বাবে কাম কৰি অলপ ধন্য হৈ --।
Thakai koysa CM sir👍
Apuni okole poriboton ketiyaw koribo nuware sir , sorkari department wise r kormosariu (90%) nika bhavmurtir hobo lagibo .apuni nijor falor pora sesta korise thikay kintu ghus luwa protha atiyaw soli aase aaru hombhov aagoloyu soli thakibo.ditiyo kotha , juwa hoptahot moi panchayat office loi bixex kamot puwa 9.00 ta man bojat goisilu , kintu office khulile 1.30 p.m t .derikoi ohar karon hudhat egalman ojuhat dekhuwai bixoi tur pora falori kati dile .atiya apuniyay kowk enekuwa aaru kiman obohela Axom khonot hoi aase ! apuni gomoke napabo , kewol dukhiya raije gom pai .gotike usit byobostha lowk nohole poriborton huwar aaxa ekebare nai .sorkari kormosari r (90%)asol roop tu dukhiya raije he dekhise, apuni dekhai nai .
So Beautiful Decision
CM sir SO SO GOOD NEXT15 yrs you will Must be come
মামা অসম আৰক্ষী এ বাইক চুৰ ধৰা পিছতো বাইক উলিয়াই দিব নোৱাৰে ।আজি দুমাহ হল মোৰ বাইক চুৰ হোৱা কিন্তু চুৰ ধৰিলে গোলাঘাট আৰক্ষীয়ে বাইক খন হে হেনো recovery কৰিব নোৱাৰে মামা ।আপুনি কিবা এটা কৰি দিব নেকি বৰ কষ্ট কৰি বাইক খন লৈছিলোঁ 🙏🙏🙏🙏😭
Ai kam buror babei CM , Himonta sir , hokolurei favourite hoiche. CM sir long live.
Best decision
Excellent step sir ,🙏
Moja good information cm sire
Good sir
আমাৰ মঙ্গলদৈ ছাৰকোল অফিছত অলপ চকু দিয়ক ।
Mama tmi jui 🔥🙌🙌🙌🙌
Yes....Good prodokhap..... CM sir...
Very good step sir...
Buhut val decisions loise sire
Aitu val lagil kotha tu
Zindabad sir long life cm sir
ধুনীয়া ছাৰ
বহুত বহুত ধন্যবাদ CM ছাৰ সুন্দৰ পদক্ষেপ কিন্তু ছাৰ টিংখং সমষ্টিৰ নখাট পঞ্চায়তৰ অন্তৰ্গত নতুন লাছন মিছিং গাঁৱৰ ৰাস্তা বেয়া হোৱাৰ কাৰণে ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈ পৰিছে
খুব ধুনীয়া পদক্ষেপ গ্রহণ কৰিছে
আমি চৰকাৰী কামত গলে চৰকাৰী কাম কৰা মানুহবোৰে বহু পইচা লয়
😄😄😄 শুনি ভাল লাগিল sir
Mama Rock
Sir apuni he amr Assam khon nika ba safa krib parib amr 100% akha ase blg minister re nuware
Mjaa mama❤
বহুত বহুত ধন্যবাদ মামা।
Joy aai axom aneke vale thakok
Good step loise apuni.. jonohadharonor help line nmbr ata dile nischoi axom khon poriborton hbo
Real Nayak of Assam state
Sir good strep
Sir _nagon bengena atit sakori Kora manuh jonor wife r namot ghor pise but kenekoi ghor pise _sir apuni olp action lok_plz sir
Very Good Steps Honorable CM Sir Thanks
Hlp. No. Joldi🌷🌷🌷🌷
সুন্দৰ
Dhanyvad himanta mama Aitbaar moja
ভাল লাগিলে। কিন্তু বিভিন্ন কমিটিৰ লাখ লাখ টকাৰ চান্দা বিষয়া কৰ পৰা দিব। এইটো অলপ চালে ভাল হব।
Congratulations CM sir you are great so weproud of you .
Sir, BTR t hoise luthon raaj... Ghus nohole kaam nidiye ai rodh apunihe paribo sir i believe u
Mama apuni 100% right decision loise
Mamaaaa good step 👌👌👌
Good decition cm sir
বহুত বহুত ধন্যবাদ।
Mama apuni bohut bhal podokhep loise🌷🌷🌷
Right Mama enekehe changing hob
Cm sir zindabad.good step.
Great CM great initiative. We already should have bribe complaint helpline number Like we have for central government.
Good job ,pabi moja
Great job Sir🙏🙏🙏
havey thank you c m sir
Right decisions
Bold decision by c m sir. Thanks
Mukhymantri dangoriya Bharat station locha Bhale Lage se nice😢
Apuni kole gaon Panchayat alekat ghor nirman korile permission nalage GP pora NOC lobo gole toka lage aru TDA permission lobo gole 20k to 30k loi govt fees n under the tables what about this
Good job cm sir
কথা মতে কাম হলে টু কথাই নাছিল আমাক কামৰ মানুহ লাগে দল বল জাতি জনজাতিৰ লগত ন' কি কথা আছে কাৰোবাক নহয় কাৰোবাক ভোটটো দিবই লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া পিছে জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ নিৱনুৱা যুৱক যুৱতীৰ বাবেও অকণমান চিন্তা কৰক এয়া মোৰ তৰফৰ পৰা আপোনালৈ সৰল গোহাৰি 🙏
Good decision sir
Right
মুখ্যমন্ত্ৰী মহাশয় ,, এক লাখ চাকৰি নিযুক্তি প্ৰক্ৰিয়া কেতিয়া হ'ব বাৰু জনাব চোন ।
মোৰ এটা চাকৰি প্ৰয়োজন হৈছে ।।😭😭😭
Great sir
Tezpur r School Inspector office tu ebar check korok. Bohut retired teacher e etialoike GPF etc poisa pua nai.