Uncle (Daai)। Award Winning Short Film। Monuj Borkotoky । Ranjita Boruah। Drama

Sdílet
Vložit
  • čas přidán 9. 04. 2021
  • 'Daai' (Uncle) is a story of a 55 years old artist, who performs Bhaona(Folk Assamese Play), modern plays in his locality. He lives with his sister-in-law and niece. Everyone in the village is very fond of him and reaches out for help. It's a story about his selflessness, desires, acceptance, and his artistic self.
    Subscribe to our channels for a new #shortfilm every day - goo.gl/lPLIY
    Click Here to Watch New Releases - bit.ly/newreleasesfilms
    Visit www.pocketfilms.in to know more about us and our activities including films, contests, updates, etc.
    Cast & Crew:
    Director: Monuj Borkotoky
    Producer: Bhupen Gogoi, Subanti Borkotoky
    Cinematographer/Dop: Chida Bora
    Editor: Prodip Paul
    Music: Bibhuti Gogoi
    Screenplay: Monuj Borkotoky
    Sound Design: Manas Protim Goswami
    Sound Mix: Hengul Medhi
    Marketing: Abhijit Laskar
    Casting: Monuj Borkotoky
    Di Colorist: Sujit Borah
    Actors:
    Daai: Devi Borkotoky
    Pokhi: Ranjita Boruah
    Podumi: Bina Patangia
    For Latest Updates Follow Us on Social Platforms
    Follow Us on ►►►►►►►
    FB - / pocketfilmsin
    Twitter - / pocketfilmsin
    #pocketfilms Network Channels ►►►►►►►
    Little Kids Channel - bit.ly/Littlekidschannel
    Are you a filmmaker? Want to showcase your film/documentary and also generate income? Contact us at - info@pocketfilms.in
  • Krátké a kreslené filmy

Komentáře • 1,6K

  • @ankitascorner2231
    @ankitascorner2231 Před 3 lety +11

    দাইৰ দৰে মানুহ থাকিলে সমাজ এখন সমাজ হৈ থাকে! কলা সংস্কৃতিবোৰ ধৰি ৰাখিবলে প্ৰতিখন সমাজত একোজন "দাই"ৰ প্ৰয়োজন। ইমান সুন্দৰ এখন চুটি ছবি উপহাৰ দিয়া বাবে আমি চিৰকৃতজ্ঞ!

  • @savageharpal
    @savageharpal Před 3 lety +198

    Awestruck

  • @paramnanda9052
    @paramnanda9052 Před 3 lety +117

    Daai is a fabulous person,,every person like him was a real man of our society.

    • @geetartha3906
      @geetartha3906 Před 3 lety

      Tothapiu j kaame kaaje nalage, laage mathu homajot rong hanibole... Hukhu diye, dukhu diye kotha khare... Kintu hotyo

  • @upasanakalita7747
    @upasanakalita7747 Před 3 lety +6

    অসমীয়া গাঁৱলীয়া জনসমাজৰ সহজ-সৰল মনটো সুন্দৰ ৰূপত পৰিস্ফূত হৈছে। আজিৰ এই যান্ত্ৰিকতাৰ পৃথিৱীখনত "দাই"ৰ দৰে মানুহৰ মহানুভৱতাই মানৱীয়তাক সময়ৰ চাকনৈয়াত বিলীন হৈ যাবলৈ দিয়া নাই। চলচ্চিত্ৰখনৰ মাজেৰে পুৰনি সেই অমৰ কবিতাবোৰ পুনৰ জীপাল হৈ উঠিছে।

  • @nilafagun5243
    @nilafagun5243 Před 3 lety +159

    "তই সমাজৰ কাৰণে কিমান কৰিলি...সমাজে তোৰ কাৰণে কি কৰিলে".....এটা এটা মুহূৰ্ত মোৰ চিনাকি.....মই চিনিব পাৰিছোঁ এই ছবিখন....সুন্দৰ প্ৰচেষ্টা💙🌸🎭

    • @achyutdas6578
      @achyutdas6578 Před 3 lety +1

      Toy samajor karone ......... Ki korile... Ai kothare sage amar sinaki DAi kaijonok aji vagoruwa kori tulise. Protijone bor apon..

  • @indrajitborah2174
    @indrajitborah2174 Před 3 lety +43

    ক্ষন্তেক সময়তে ইমান আবেগিক কৰি দিলে ! সমাজ ৰক্ষক আৰু সমাজ শুধৰক এনে " দাই " মোৰ প্ৰিয় চৰিত্র 👍👍👍👍👍👌

  • @kabyasrimahanta384
    @kabyasrimahanta384 Před 3 lety +16

    প্ৰত্যেক অসমীয়া সমাজৰ গাঁও এখনত "দাই"ৰ দৰে ব্যক্তি আছে। এজন প্ৰকৃত সংস্কৃতি ৰক্ষাৰ লগতে সমাজ ৰক্ষক❤
    বৰ শান্তি পালে অন্তৰখনে চুটি ছবি খন চাই ।
    আশা কৰিলো আগলৈ চাবলৈ পাম।
    Keep it up guys❤

  • @chandansarma688
    @chandansarma688 Před 3 lety +8

    ছবিখনৰ এটা এটা শব্দ‌ই হৃদয় চুই যোৱা । নিভাঁজ গাঁৱলীয়া মূহুৰ্ত বোৰেৰে, ভূপেনদাৰ গীতৰ সঠিক উপস্থাপনেৰে সঁচাকৈ এখন মননশীল চুটি ছবি । 'দাই'ৰ চৰিত্ৰটিৰ অভিনয় অতি সাৱলীল হৈছে।

  • @Lovemusic0133
    @Lovemusic0133 Před 3 lety +73

    গাঁৱলীয়া জীৱনটোৰ প্ৰতিফলিত ৰূপ দাই'ৰ দৰে অনেক নিভাঁজ গাঁৱলীয়া লোক🌼সকলোবোৰ দিশৰ পৰা উন্নত মানদণ্ডৰ এখন মননশীল চুটি ছবি❤️

  • @nayanjyotisaharia7420
    @nayanjyotisaharia7420 Před 3 lety +18

    Best...Assamese Short Film...I have Ever Watched....গাওঁৰ সেইখিনি মানুহৰ প্ৰকৃত ছবিখন দেখাই দিছে যি কেইজনে গাওঁ সভা মেল-মিটিং ভাওনা নামঘৰ এইবোৰতে নিজৰ জীৱনতো উৎসৰ্গা কৰি দিছে কিন্তু তেওঁলোকৰ প্ৰয়োজনত কোনেও আহি তেওঁৰ ওচৰত থিয় হোৱা নাই । এইটো একেবাৰে Real ঘটনা আমাৰ গাওঁতে তেনে মানুহ বহুত আছে ।।

  • @pranabjyotii
    @pranabjyotii Před 3 lety +17

    They are the people who don't think about themself,they live for society ❤️ their love for the work is unmatchable . Loveed the character " Daai".

  • @nabajyotiborah2358
    @nabajyotiborah2358 Před 3 lety +9

    সমাজ সমাজ হৈ থাকে এই দাইৰ দৰে বাস্তৱ চৰিত্ৰবোৰৰ বাবে । বিষয়বস্তু চিত্ৰনাট্য আকৰ্ষণীয় আৰু মন চুই যোৱা । দাইৰ দৰে মানুহবোৰ , সঁচা মনৰ শিল্পীবোৰ ভালে থাকক ।

  • @jantikalita9159
    @jantikalita9159 Před 3 lety +10

    প্ৰতিটো শব্দ ... প্ৰতিটো চৰিত্ৰ ইমান ধুনীয়াকৈ পৰিচয় কৰা হৈছে যে গোটেই চিত্ৰ খন এই মন চুই গল্। সঁচাকৈ এ অসমীয়া সংস্কৃতি বহুত ধুনীয়া ।
    জয় আই অসম । ❤️

  • @arnabsaikia8131
    @arnabsaikia8131 Před 3 lety +25

    "আলি টো কাটি দে চোন " the upper Assam accent ❣️❣️❣️

  • @noobiechannel7204
    @noobiechannel7204 Před 3 lety +5

    We need people like Daai,, in todays world its hard to find someone this innocency.🥰this is assamese true innocemt face...

  • @minakshiburagohain1960
    @minakshiburagohain1960 Před 3 lety +11

    অসমীয়া গ্ৰাম্য সমাজৰ এখন সুন্দৰ প্ৰতিচ্ছবি "দাই" ৰ মাজেৰে দেখা গৈছে!! সকলোৰে অভিনয়ও নিভাজ.. Lots of love to "daai" ❤❤

  • @debajitborthakur4736
    @debajitborthakur4736 Před 3 lety +10

    অপূৰ্ব ।
    অসমীয়াৰ চহা জীৱন যাপনৰ সম্পূৰ্ণ এক অতি সুন্দৰ বিশ্লেষণ দাঙি ধৰিছে।
    সঁচাই কি নাই, সকলোৱে চোন সামৰি পেলাইছে এই ১৯ মিনিটৰ ভিডিঅ'টিতে💜

  • @thetuber4439
    @thetuber4439 Před 3 lety +5

    Mr. Devi Borkotoky. A gem . Priceless. How realistic of a pastoral life is depicted. দেউতা লৈ মনত পৰি গল।

  • @meme115
    @meme115 Před 3 lety +18

    সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ "মদাৰৰে ফুল হেনো" গীততিৰ অৰ্থৰ গভীৰতাৰ প্ৰকাশ 🥰

  • @Phukansdiary
    @Phukansdiary Před 3 lety +4

    নিজৰ গাওঁখনৰ ছবি চকুৰ সন্মুখত ভাঁহি উঠিছে। প্ৰত্যেক খন গাওঁতে এনে এজন মানুহক দেখা পোৱা যায়। সচাঁকৈ বৰ সুন্দৰকৈ সজাই তুলিছে "দাই" চৰিত্ৰ টোক। প্ৰতিটো চৰিত্ৰই চুই গ'ল। ❤

  • @himadridevi2719
    @himadridevi2719 Před 3 lety +4

    দায় ৰ অভিনয় অতুলনীয়। বহুত ভাল লাগিল। তেওঁৰ সহনশীলতা, সৰলতা আৰু ভতিজিৰ প্ৰতি মৰম সচঁাই ভাল লাগিল

  • @jollywoodofficial6754
    @jollywoodofficial6754 Před 3 lety +8

    কি নু কম কবলে মোৰ ভাষা নাই ছবিখন ইমান সুন্দৰকৈ দেখুওৱা হৈছে ❤️❤️❤️❤️love u all আশা কৰোঁ আৰু পাছলৈ এনেকুৱা ছবি দেখিবলৈ পাম❤️😊

  • @trikenkasyap2835
    @trikenkasyap2835 Před měsícem +1

    এক বাস্তৱসন্মত হৃদয়স্পৰ্শী চুটিগল্প,,, সচাকৈ এটি বেলেগ অনুভৱ,, 🙏🏻🙏🏻

  • @cuties3542
    @cuties3542 Před 3 lety +9

    ছবিখন সকলো দিশৰ পৰা পৰিপূৰ্ণ। দাইৰ দৰে বহু নামনজনা শিল্পী আমাৰ গাঁওবোৰতে আছে। এওঁলোকৰ প্ৰয়োজনীয়তা সমাজত সদায় থাকিব। ধন্যবাদ ইমান এখন ধুনীয়া ছবি উপহাৰ দিয়া বাবে। বিশেষকৈ গাৱত ডাঙৰ দীঘল হোৱা সকলে বেছিকৈ হৃদয়ংগম কৰিব পাৰিব।

  • @kalpajyotisaikia2659
    @kalpajyotisaikia2659 Před 3 lety +25

    Outstanding....🔥
    দাই.....এজন শিল্পী, কেঁচা মাটিৰে গঢ়া এজন প্ৰকৃত মানুহ।
    এনেকুৱা এটা চেনেলত নিজৰ ভাষাৰ চিনেমা এখন চোৱাৰ কথাই সুকীয়া, তাতে ইমান সুন্দৰ অভিনয়। সচাই গৰ্বিত।

  • @mridulchetia4793
    @mridulchetia4793 Před 3 lety +7

    আপোনালোকৰ এই পদক্ষেপ সচাকৈ সলাগনিয়। ইমান যে সুন্দৰকৈ উপস্থাপন কৰিছে চৰিত্ৰ কেইটি। বৰ ভাল লাগিল, আপোনাক আৰু আগোৱাই যাৱক তাৰেই কামনা কৰিলোঁ❤️

  • @dhanjitmedhi7101
    @dhanjitmedhi7101 Před 3 lety +2

    এনেকুৱা এজন ব্যক্তি প্ৰত্যেক গাওঁতে থাকে প্ৰায়.. যিয়ে নিজৰ কাৰণে নহয় সমাজৰ কাৰণে থাকে... কিন্তু সমাজে একো নিদিয়ে তেওঁলোকক উভতাই..! ভাল লাগিল চাই

  • @aupamabhuyan2105
    @aupamabhuyan2105 Před 3 lety +2

    মনোজ বৰকটকীৰ দাই এখন উৎকৃষ্ট মানৰ চুটি ছবি । দাই মানে আমাৰ দেৱী দা এজন প্ৰথম শ্ৰেণীৰ অভিনেতা । বাকী সকলোৰে অভিনয় অতি সুন্দৰ । আমি আৰু আশা কৰোঁ । দেৱী দালৈ নমস্কাৰ ; মনোজলৈ ধন্যবাদ আৰু বহুত মৰম ।

  • @dhrupaddeka4239
    @dhrupaddeka4239 Před 3 lety +20

    'দাইটি', এক সুমধুৰ অসমীয়া শব্দ। অতি সুন্দৰ আৰু সাৱলীল অভিনয়, এখন উপভোগ্য আৰু নিভাঁজ অসমীয়া চুটি ছবি 🙏🏻

  • @Parthaamusic
    @Parthaamusic Před 3 lety +5

    ইমান সৰু সৰু কথা বোৰ লৈ ইমান ধুনীয়া উপস্থাপন সঁচাই খুব ভাল লগিল , খুব সুন্দৰ চিন্তা ধাৰা বহুত ভাল লাগিল ৫ বাৰ মান চালোঁ,প্ৰত্যেক বাৰেই চকু কেইটা চলচলীয়া হৈ উঠে, বহুত বৰম হুভকামনা ♥️

  • @jonalisaikia6489
    @jonalisaikia6489 Před 3 lety +3

    Daai is one of the best short films India ever produced. A remarkable work that need to appreciate🙏.

  • @kamrupiangaming819
    @kamrupiangaming819 Před 3 lety +2

    সাধাৰণতে নাচাওঁ চুটি ছবি। পিছে এইখনে হৃদয়স্পৰ্শ কৰিলে। OUTSTANDING 👌👌👌

  • @chimpikonwar1394
    @chimpikonwar1394 Před 3 lety +9

    এনেকুৱা ছবিবোৰেই অসমীয়া ভাষা, কৃষ্টি সংস্কৃতি জীয়াই ৰাখিব | খুবেই সুন্দৰ উপস্থাপন

  • @babitaborthakur7125
    @babitaborthakur7125 Před 3 lety +9

    অতি সুন্দৰ, ভাল লাগিল ,এতিয়াও সদৰ্থক মানৱ দৰদী লোকেই সমাজ খন শৃংখলিত কৰি ৰাখিছে,কাহিনী,অভিনয়,সংগীত,সজ্জা সকলো কৰ্ম -কৰ্তালৈ আমাৰ শুভ কামনা জনালোঁ 💐💐💐

  • @moitreedas6496
    @moitreedas6496 Před 3 lety +2

    আমাৰ সমাজত এনে লোক বহুত আছে।এক অনন্য প্ৰতিভূ।দাই চৰিত্ৰটোত সুবহু ৰূপত সকলো ফুটি উঠিছে।

  • @user-gv3og4xq3f
    @user-gv3og4xq3f Před 3 lety +2

    ধুনীয়া বহুত ধুনীয়া...দাই এটা অন্তৰ চুই যোৱা শব্দ❤

  • @monujsaikia3737
    @monujsaikia3737 Před 3 lety +25

    It's not only a pocket film... বহুত লোকক সাধাৰণ জীৱন জীয়াই থাকিবলৈ শিকাই গৈছে। Fantastic 👍👍👍

  • @manjushahi3333
    @manjushahi3333 Před 3 lety +24

    The simplified visual language makes #Daai (Uncle) a powerful international cinema. The content and It's presentation makes you spellbound . One can relate to it easily . Doesn't matter you understand the language or not. Don't miss this film guys.

  • @radhemalik6349
    @radhemalik6349 Před 3 lety +26

    দাই সঁচা অৰ্থত এজন প্ৰকৃত শিল্পী। তেওঁ অভিনয়ে মোৰ স্বৰ্গীয় "ককা"ক‌ মনত পেলাই দিলে। আৰু বুজি পালোঁ ভূপেন মামাৰ সঁচা অৰ্থত সেই কালজয়ী গীতটি 💓

  • @lakshmidas7231
    @lakshmidas7231 Před 3 lety +2

    বহুত ভাল লাগিল। সমাজৰ বাবে নিজকে উচৰ্গা কৰা লোকসকল তেনেকৈয়ে সুখী। কিন্তু কোনোৱাখিনিত যেন বৰ অকলশৰীয়া

  • @dipamonidas6759
    @dipamonidas6759 Před 3 lety +4

    বহুত ভাল লাগিল চাই। দাই দৰে মানুহ সমাজত থকাতো অতি দৰকাৰ ।

  • @assamesepoem2038
    @assamesepoem2038 Před 3 lety +61

    ' দাইটিৰ' দৰে হাজাৰ চৰিত্ৰ গাওঁবোৰত লুকাই আছে সুন্দৰ উপস্থাপন লগতে সমাজৰ পৰম্পৰাগত অদৰকাৰী ৰীতি নীতিবোৰ নাইকিয়া হওঁ‌ক সোনকালে। শিল্পীবোৰ শিল্পী হিচাপে সমাজত স্থান পাওঁ‌ক ,নিকা হওঁ‌ক সমাজ গঢ়ি উঠক নতুন ইতিহাস । ভাল লাগিল।

  • @rakeshbaruah5729
    @rakeshbaruah5729 Před 3 lety +2

    বহু গুনেই অপৰৰ ছবি এইখন, সমাজক আগ বাঢ়ি নোযোৱা পৰম্পৰা এৰি সমাজক আগুৱাই নিবা পৰাটো হে মূল লক্ষ্য হ'ব লাগে, ছবি খনৰ কাহিনীভাগ অতি সুন্দৰ কৈ প্ৰৰ্দশন কৰিছে,, সচাকৈ ছবি খনে সকলোকে বিশেষ ভাৱে মনোনিবেশ কৰিছে, আৰু সকলোকে আবেগিক কৰি তুলিছে, 🤩🤩

  • @bobygogoi9413
    @bobygogoi9413 Před 3 lety +3

    অতি সুন্দৰ ভাৱে ফুটাই তুলিলে এখন গাঁৱৰ ছবি।দাই বৰ আপোন শব্দ।ভাল লাগিল চাই👌👌👍👍

  • @adityadas1583
    @adityadas1583 Před 3 lety +14

    বুকু দাথি হাজাৰ বাৰ কম আমি যে অসমৰ অসমীয়া_❤️অতীতৰ গান,ভাওনা আদিৰ কথাৰ সানিধ্যত সঁচাকৈ মন টো একেবাৰে আবেগিক হৈ গল।🔥
    🙏জয় আই অসম🙏

  • @sushmitakalita4246
    @sushmitakalita4246 Před 3 lety +3

    বঢ়িয়া হৈছে দেই ❤️ হৃদয় স্প্রশ কৰা কাহিনী 🙂❣️

  • @adityaparasar3414
    @adityaparasar3414 Před 3 lety +2

    সুন্দৰ জীৱন সুন্দৰ মন । সমাজত এনেকুৱা দাই হাজাৰ জন হওক । ♥️

  • @bitupon8194
    @bitupon8194 Před 3 lety +3

    ভাষা নাই, সুন্দৰ অভিনয়, চুটি চিনেমাখন চাই সঁচাই আপ্লুত হলো।আমি bangalore ত থাকোঁ,চিনেমাখন চাই নিজক অসমীয়া বুলি গৌৰাম্বিত যেন অনুভৱ কৰিলোঁ।ইমান সুন্দৰকৈ উপস্থাপন কৰিছে, দাই চৰিত্ৰটো বহুত বেছি ভাল লাগিল, তাৰোপৰি অভিনয় বুলি কবলৈ ভাষা নাই, বহুত বেছি ভাল হৈছে, এনেকৈ আগলৈ আৰু ভাল ভাল চিনেমা আমাক যাতে উপহাৰ দি যায় তাৰ আশাৰে বাট চাই ৰলো ধন্যবাদ সকলোকে🙏🙏🙏

  • @SuperMonuj
    @SuperMonuj Před 3 lety +142

    Thank you so much from our দাই (Uncle) Team to you all for appreciation and immense love towards our film. please do share the link and help us to reach a wider audience ❤🙏

    • @reemeebarman1764
      @reemeebarman1764 Před 3 lety +4

      We have seen so many Dai , yet you brought him to life like no one else.

    • @anjumanitalukdar6247
      @anjumanitalukdar6247 Před 3 lety +2

      such a beautiful movie....congratulations to whole team..

    • @MixNagaBro
      @MixNagaBro Před 3 lety +2

      Last part Relly like it... Love from Nagaland North east India 👍

    • @TheAkashPatra
      @TheAkashPatra Před 3 lety +3

      Huge congratulations to Whole team,
      much deserved love and attention💚
      (Devi)Daai has always been Daai for us..
      You both(Father-Son) should be very proud for this achievement 🙌

    • @mukundanath6486
      @mukundanath6486 Před 3 lety +1

      মোৰ মূকাভিনয় কৰি কৰি এই অৱস্থাই

  • @dirtonmyshoes
    @dirtonmyshoes Před 3 lety +5

    The fact that none of the poetry or songs were subtitled but the last song! Gem.
    Looking for similar kind of movies. Any suggestions ?

  • @drbonitaborah6752
    @drbonitaborah6752 Před 3 lety +3

    The standard is like Satyajit Ray's muvie !!wont say much...this is third time m watching this..and cud not stop tears in the end..i am so proud of the makers !!i send to many non assamese friends they like it too!!

  • @VildPG3232
    @VildPG3232 Před 3 lety +3

    সচাকৈ বহুত ভাল লাগিল 🙏❤️❤️

  • @arpidas4028
    @arpidas4028 Před 3 lety +38

    I forgot that this short film is uploaded in an Indian Short film CZcams channel. This is really a proud moment for us. It's not just a story, it's the real scenario of village society...a very big congratulations to the whole team. Go ahead

    • @MixNagaBro
      @MixNagaBro Před 3 lety +1

      The beauty of nature n the beauty of Assamese people..really amazing ... We visit Ur state again ..from NE Nagaland kohima 👍

    • @drmanikchandraroy2057
      @drmanikchandraroy2057 Před 2 lety

      Congratulations to whole team and director. Proud of you.

  • @lakhipriyadihingia7275
    @lakhipriyadihingia7275 Před 3 lety +15

    অতি সাধাৰণ ভাৱে উপস্থাপন কৰা এটি এটি দৃশ্য ই মন চুই গ'ল। প্ৰকৃতাৰ্থত এখন ভাল ছবি ।❤️❤️

  • @jugalkishorbordoloi8691
    @jugalkishorbordoloi8691 Před 3 lety +1

    অতি সুন্দৰ ,,,হয় সমাজত বহু তেনেকুৱা মানুহ আছে তেওঁ লোকক অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ 🙏🙏🙏🙏

  • @AxomKamalofficial
    @AxomKamalofficial Před 3 lety +2

    ইমান ধুনীয়া হৈছে । সকলোৱে share কৰিব❤️।

  • @luckyahmed2972
    @luckyahmed2972 Před 3 lety +6

    অতি সুন্দৰ ভাবে ফুটাই তুলিছে এখন গাৱৰ ছবি, লগতে সুন্দৰ অভিনয়, বৰ ভাল লাগিল, শুভেচ্ছা থাকিল।

  • @dollypathak7948
    @dollypathak7948 Před 3 lety +4

    In 20 mins alone, passed down a strong message, loud and clear ❤️❤️

  • @daviborkotoky5106
    @daviborkotoky5106 Před 2 lety +3

    One year have completed. Thank you all for puring so much love to my character as well as the film. Much love and light to you all.
    Yours truely
    Devi Borkotoky

  • @deebangshububu7845
    @deebangshububu7845 Před 3 lety +2

    অতুলনীয় 😌অনুভৱৰ সাগৰত বৈ গৈছোঁ 💓ধন্য মই সকলোকে মোৰ ফালৰ পৰা salute

  • @tridipranjansaikia711
    @tridipranjansaikia711 Před 3 lety +5

    নিখুত অভিনয় অতুলনীয় উপস্থাপন । এয়াইযে আমাৰ নিভাঁজ থলুৱা সৰলমনা দাই।❣️❣️❣️❣️
    বহুত বহুত মৰম থাকিল যোৰহাটৰ পৰা 💌💌💌💌💌

  • @KnowledgeGainer23
    @KnowledgeGainer23 Před 3 lety +10

    ইমান ধুনীয়া ছবি মই আজিলৈকে চোৱা নাই...গাঁৱৰ এখনৰ সুন্দৰ ছবি প্ৰতিফলিত হৈছে😍

  • @agniban5102
    @agniban5102 Před 3 lety +2

    সৰ্বশ্ৰেষ্ঠ মানৱৰ জীৱনৰ আঘাত প্ৰতিটো ঘাটে ঘাটে। জীৱন মানেই এই সংগ্ৰাম

  • @dipaliboruahbhuyan6237
    @dipaliboruahbhuyan6237 Před 3 lety +1

    কব নোৱাৰা ভাষাৰে ধুনীয়া.. আমাৰ গাওঁৰ সহজ সৰল ছবি, ভাল লাগিল।🙏❤️❤️

  • @jeetbaruah2964
    @jeetbaruah2964 Před 3 lety +5

    আগৰ সেই গাওঁ এতিয়া আৰু গাওঁ হৈ থকা নাই , যান্ত্ৰিকতাই গ্ৰাস কৰি পেলোৱা একোখন গাওঁ বৰ্তমান । সুন্দৰ পদক্ষেপ পৰিচালক মহাশয় ধন্যবাদ ছবিখনৰ বাবে ।

  • @kushalkalita4405
    @kushalkalita4405 Před 3 lety +8

    আজিৰ এই কৃত্ৰিম অত্যাধুনিক সামাজিক মাধ্যমৰ মাজতে কিবা এটা নিভাঁজ মাটিৰ গোন্ধ থকা বস্তু অনুভৱ কৰিলোঁ। ধন্যবাদ। প্ৰত্যেক সমাজতে এনেকুৱা এজন দুজন দাই আছে আৰু তেওঁলোকে আজিও কাৰো কথাত গুৰুত্ব নিদি সমাজৰ বাবে নিজৰ কাম কৰি গৈছে ♥️

  • @simantadas3676
    @simantadas3676 Před 3 lety +2

    এয়াই আমাৰ অসমীয়া সংস্কৃতি। হৃদয় ছুই গ'ল।

  • @laimwnpixel8336
    @laimwnpixel8336 Před 3 lety +2

    মনোজ দা বহুত বহুত ভাল হৈছে । দাই বহুত ধুনীয়া কৰিছে । সকলোৰে কাম ভাল হৈছে ।
    মই ( সূৰুয ডেকা )

  • @navabora9489
    @navabora9489 Před 3 lety +3

    সচাকৈ এনেকুৱা বহু অখ্যাত লোকৰ বাবে আমাৰ জীৱন জীপাল হৈ আছে অথছ আধুনিক সমাজে তেওঁলোকক লেখত লব নোখোজে!

  • @Prasbora
    @Prasbora Před 3 lety +6

    সচাকৈ অন্তৰ চুই গ'ল ❤️

  • @sumadriborah256
    @sumadriborah256 Před 2 lety +2

    ছবিখনৰ শেষ ত ইমান ধুনীয়া খোল আৰু বাঁহী বজাইছে , অতি মনোৰম 👌🙏

  • @pranjalkeot6093
    @pranjalkeot6093 Před 3 lety +2

    Wooow.... Superb... সকলোটিলৈকে শতকোতি প্ৰণাম ৷ বহুত বহুত বহুত ধুনীয়া কাম ৷৷৷

  • @deebee2804
    @deebee2804 Před 3 lety +3

    এটা অতি সহজ সৰল কাহিনী
    তথাপিও মনটো চুই গল
    সুন্দৰ উপস্থাপন ।

  • @Nboynayanofficial
    @Nboynayanofficial Před 3 lety +9

    অতুলনীয় অৱদান আগবঢ়াইছে ছবি খনে নতুন প্ৰজন্মৰ বাবে । দাই ❣️

  • @rakeshkonwar1046
    @rakeshkonwar1046 Před 3 lety +2

    really, it is a beautiful script & & touched common man life . Assameese artist aee so talented..i m rlly averwhelmed by seeing their performance....

  • @dharmendradeka1520
    @dharmendradeka1520 Před 3 lety +2

    আপ্লুত হ'লো | বহু উন্নতমানৰ কাহিনী, চিত্রায়ণ | অভিনয় বহু সুন্দৰ | এনে কাহিনী আৰু পাম বুলি আশা কৰিলোঁ |

  • @JackSpartan-it2he
    @JackSpartan-it2he Před 3 lety +3

    What a great movie.Yes it deserves best award.I wish good luck to the whole team.Nice presentation

  • @momindas119
    @momindas119 Před 3 lety +7

    কেচাঁ মাটিৰ নিভাঁজ ছৱি....❤
    মনটোৱেই ভাল লাগি গ'ল 😊

  • @debajitsaikia6826
    @debajitsaikia6826 Před 3 lety +1

    বৰ ভাল লাগিল। অন্তৰ চুই যোৱা এক সৃষ্টি। সকলো সদস্যকে বহু বহু শুভেচ্ছা জনালো। আগলৈ আৰু চাবলৈ পাম বুলি আশা কৰিলো। ধন্যবাদ

  • @TheAkashPatra
    @TheAkashPatra Před 3 lety +2

    15:30 Goosebumps,
    Amar Area r ataitkoi furtit thoka byokti ...
    Moromot hokolue e Devi dai buli matu...
    Ki gun gaw film khonor , eku vaxa nai, big congratulations to Monuj daa and team..

  • @asikurali2006
    @asikurali2006 Před 3 lety +17

    এখন প্ৰকৃত ছবি। অন্তৰ চুই গ'ল। 💚❤️

  • @jayantabaishya86
    @jayantabaishya86 Před 3 lety +6

    Uff নিভাঁজ মাটিৰ গোন্ধ থকা এখন চুটি ছবি।👌😊

  • @kon149
    @kon149 Před 3 lety +2

    অতি সুন্দৰ ছবি ।নিভাজ গাঁৱলীয়া প্ৰতিচ্ছবি ফুটি উঠিছে।

  • @pallavigogoi2014
    @pallavigogoi2014 Před 3 lety +2

    Imman j Vaal lagil. Sobi khonor somuh poriyaloloi dhonyobad. Bohudinor murot nivaj axomiya ekhon sobi salu. Nikhut avinay, nikhut sanglap, nikhut bishoy....sokolu dishor porai ekhon sarbango sundor sobi.

  • @nikhitagogoi9587
    @nikhitagogoi9587 Před 3 lety +19

    I have not seen such a beautiful short film in my entire life. 💙
    Lots of love to the whole team. In every area there is one "dai" who sacrifice everything only for the welfare of the society without any personal motive. But sadness is they don't get their respect which they can desire.
    Salute for that people. Thank you the team for giving us such a beautiful short film.🤗😘😍 Lots of love "dai" and the team.

  • @flydragonfly1839
    @flydragonfly1839 Před 3 lety +3

    বহুত ভাল লাগিল 😇☺😊 ..... ধুনীয়া👌🙏

  • @goldenassam6752
    @goldenassam6752 Před 3 lety +2

    বহুত ভাল হৈছে ছবিখন, প্ৰতিজন মানুহে সুন্দৰ অভিনয় কৰিছে, একেবাৰে নিখুঁত হৈছে ছবিখন, গাঁৱৰ প্ৰতিটো ছবি একেবাৰে উলাই পৰিছে।

  • @chaoabhijitchetiapator4827

    দাইৰ চৰিত্ৰৰ আঁৰত কেইবাজনো চিনাকী মুখ দেখা পালো । বহু প্ৰতিভাৰে সমৃদ্ধ হৈয়ো সমাজৰ পৰা কোনো সহায় বা স্বীকৃতি নাপায় । অথচ গাঁৱৰ সকলো অনুষ্ঠানতে দেহে-কেহে খাটি দিয়ে । তেওঁলোক এক দুখৰ জীৱন যাপন কৰি অবিবাহিত হৈয়ে ইহলীলা সম্বৰন কৰে । সচাই খূব সুন্দৰ ভাৱে উপস্থাপন কৰিছে । সকলোৰে অভিনয় প্ৰশংসনীয় । আগলৈও আপোনালোকৰ পৰা এনে সুন্দৰ নাট পাম বুলি আশা থাকিল ।

  • @hirakjyotibarman8938
    @hirakjyotibarman8938 Před 3 lety +3

    সঁচাকৈ বহুতেই ভাল লাগিল🌼
    অসমীয়া গাঁৱলীয়া এনেকুৱা দাই ৰ জীৱন বোৰক জীয়াই তোলা এখন উন্নত মানদণ্ডৰ ছবি.. বৰ ভাল লাগিল🌼♥️

  • @dhrubaxaikia
    @dhrubaxaikia Před 3 lety +13

    A truly international standard short film, I request all the film lovers to share the link to spread the film. And I request to the maker Monuj Borkotoky and distributer Pocket Films to take this film to make it available on OTTs also (like hotstar) so that a wide range of audience can watch this beautiful film.

  • @diycreative1565
    @diycreative1565 Před 3 lety +2

    সচাই অতুলনীয়...🤗💙💙💙💚💚💚❤️❤️❤️

  • @hirokjyotinath6139
    @hirokjyotinath6139 Před 3 lety +2

    বছৰ ৰ পিছত চালোঁ অসমীয়া চুটি ছবি।
    বিশেষ নাজানো কিন্তু মন চুই গল ।
    শিল্প জয় হওক।

  • @showreinroychaudhuri5911
    @showreinroychaudhuri5911 Před 3 lety +3

    Brilliant! I am so freaking short of words! Just awestruck!!!! Kudos to each and every team member!

  • @surjudoycreation3500
    @surjudoycreation3500 Před 3 lety +17

    সচাঁ অৰ্থত এখন প্ৰকৃত অন্তৰ চুই যোৱা চুটি ছবি। গাঁওলীয়া প্ৰকৃত ছবি অংকিত কৰা হৈছে। ভাল লাগিল চাই । সকলোৰে সুদিন কামনা কৰিলো। 🙏

  • @goldenassam6752
    @goldenassam6752 Před 3 lety +2

    সকলো অভিনেতা, আৰু পৰিচালনা সমিতিক, ছবিখনৰ সকলো সদস্যলৈ অভিনন্দন জনালোঁ।

  • @bitulbkofficial9665
    @bitulbkofficial9665 Před 3 lety +1

    সচাকৈ ইমান সুন্দৰ লাগিল কিনো কম কবলৈ কোনো ভাষা নাই আৰু ইমান সুন্দৰকৈ অভিনয় কৰি গৈছে বৰ বেলেগ এটা উপভোগ পালো চাই

  • @jaakhor3817
    @jaakhor3817 Před 3 lety +3

    ভাল লাগিল বহুত,,,,,,যূনে বনাইছে সেইযনক অসেশ ধন্যবাদ,,,,,

  • @ruchiradutta6629
    @ruchiradutta6629 Před 3 lety +9

    সুন্দৰ ছবি। বৰ ভাল লাগিল। ইয়াৰ লগত জৰিত সকলোটিলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালো।

  • @nb-mq8wz
    @nb-mq8wz Před 3 lety +2

    বৰ ভাল লাগিল ৷ অসমীয়া সমাজ জীৱনৰ বাস্তৱ কাহিনীবোৰে সদায় আকৰ্ষিত কৰে ৷ আগলৈকো এনেকুৱা কাহিনী দেখিবলৈ পাম বুলি আশা ৰাখিলো।

  • @reetupriyasaikia4890
    @reetupriyasaikia4890 Před 3 lety +2

    খুব সুন্দৰ হৈছে...কাহিনীৰ উপস্থাপন .ও.
    অভিনয় কৰা যেন লগাই নায়। খুব সুন্দৰ....