Gungun Kotha Moromor ধাৰাবাহিকৰ পদ্মা আচলতে কোন..?? ঘৰ ক'ত হয় লগতে বহুতো নজনা কথা, চাওঁক শেষলৈ
Vložit
- čas přidán 4. 02. 2024
- RengoniTV ত সম্প্ৰচাৰিত "গুণগুণ কথা মৰমৰ" ধাৰাবাহিকৰ পদ্মা অৰ্থাৎ অভিনেত্ৰী প্ৰণামী বৰাৰ সৈতে এখন্তেক।।
বহুতো নজনা কথা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আশাকৰোঁ আপোনালোক নিশ্চয় ভাল পাব।
Follow me on Instagram-
Mayur Manash
Follow me on Facebook-
CZcamsr Mayur Manash
My Gmail-
mayurmanash8@gmail.com
Thank you 🙏🏻😊
#gungunkothamoromor #serial #assamese - Zábava
ভাল হৈছে gungun কথা মৰমৰ xkoluloike অভিনন্দন জনালো
পদ্মা চৰিত্ৰটো অতি সুন্দৰ, হৃদয়স্পৰ্শী হৈছে । গুনগুন কথা মৰমৰ ধাৰাবাহিক খন প্ৰথম খন্দৰ পৰাই চাই আহিছো , বৰ ভাল লাগে চাবলৈ । সমাজৰ এখন জীয়া ছবি ইয়াত সুন্দৰ ভাৱে দাঙি ধৰা হৈছে । ময়ূৰ, তোমাৰ অভিনয়ো একেবাৰে নিখুঁত হৈছে । ভাল লাগিল ভিডিঅ'টো চাই । ❤❤
😊
সঁচাকৈয়ে পদ্মা চৰিত্ৰটিয়ে অন্তৰ চুই গৈছে । আপোনাৰো ভাল লাগিছে।
Mayur da apunru acting khub vl lge 😍❤️
একেবাৰে প্রথমৰ পৰাই গুন গুন চাই আছো, বহুত ভাল লাগিছে❤❤
ধুনীয়া হৈছে দাদা আগবাঢ়ি যোৱা ❤❤
বহুত ভাল লাগিল আমাৰ গোৱালপাৰা শনি যিহেতু নিজৰ জিলা আৰু বৰ্তমান লৈ চাই আছোঁ গুন'গুন ধাৰাবাহিক'খন বৰ সুন্দৰ অভিনয় পদ্মা চৰিত্ৰ আৰু আগুৱাই জাওক 🙏👌👍
I regular enjoy the serial gun gun kotha moromor . The serial is very nice, all are
Best.
Gun gunor maa sarittra Sai birat vl lagise apunak pronami ba God bless you
সুন্দৰ অভিনয়, কাহিনীটো খুব ভাল লাগিছে, আমি প্ৰথমৰ পৰাই চাই আছোঁ
একেবাৰে প্ৰথমৰ পৰাই গুণ গুণ চাই আছোঁ, খুউব ভাল লাগিছে ❤️... বহুতো শুভেচ্ছা থাকিল দুয়ো জনলৈকে 😍✨
Gun gun Sai val lagile aru tumar ❤❤❤❤❤ and full femeli all the best ❤❤
Apunar acting bohut dhunia hoise baideo....Aru dada apuni bohut dhunia korise acting
Thnx mayur da padma sister k sinaki kori diya babe
Xokolure avinoi Bohut Val hoise ❤dada apuniu dhuniya korise ❤🎉
আপোনাৰ অভিনয় ভাল লাগিছে চাই গুণগুণ ত
Namor first akhor to milai loisa ekdom Padma,Pranami,Perona vl lage tumar ovinoy aguai jua axa thakil aru vl vl kam kori jaba😊😊😊
বহুত বহুত ভাল লাগিল
আপ্লুত হলো আপোনাৰ অভিনয় চাই.....বহুত ধন্যবাদ.....।
Mojja❤
বহুত ভাল লাগে গুন গুন ধাৰাবাহিক খন চাই
But bhal lage dada apunar video cay
মোৰ প্রিয় চিৰিয়েল খন ❤ কাহিনীটোৰ লগতে সকলোৱে অভিনয় বহুত ভাল হৈছে।
গুন গুন কথা মৰমৰ বৰ হৃদয় চুই যোৱা জীয়া ছবি ভাল লাগিছে
গুন গুন চাই বহুত ভাল লাগিচে, আপোনাৰ অভিনয় চাই বহুত ভাল লাগিচে,বহুত দুখ লাগে চকুৰ পানি ওলায় ,ময়ুৰ তোমাৰ অভিনয় ধুনীয়া, অদিৰথৰ ভনীয়েকৰ পৰিচয় দিবাচোন এদিন ময়ুৰ,
bht vl lgil interview tu Sai ..Padma carecter tu tau bht dhuniyakoi krise ..vl lge bht serialkhon Sai ..
Bohut vl lagesa dada agorloiu enkoi agurai jua ❤❤
গুণ গুণ কথা মৰমৰ ত অভিনয় বৰ ভাল লগা হৈছে
Bhut Val lagese gungun Sai
Apunar senel too aji he palu nohole akol seriyalot he huni thaku ❤ val lagil video too sai 🎉 love from Lakhimpur Assam 🤗
পদ্মা চৰিত্রটি সঁচাই বৰ সুন্দৰ ভাৱে ফুটাই তুলিছে।
সচাকৈ গুণ গুণ কথা মৰমৰ ধাৰাবাহিক খনে মোৰ অন্তৰ চুই গৈছে,প্ৰতিজন শিল্পীয়ে সাৱলীল ৰূপত অভিনয় উপস্থাপন কৰিছে ; 'কই কিছিছে কম নহী "।
Bhut vl lage sai gungun kotha moromor serial khn sai ❤️❤️
Bohut val lagile interview tu sai dada❤
Priyanka baa aru deepjyoti dada r u interview loba sun
Bohut val lagel kotha bur Jani. ❤
Nice and gun gun is a very very nice T.V. serial.
গুণ গুণ কথা মৰমৰ চাই বহুত ভাল লাগ।❤❤❤যাৰ যাৰ ভাল লাগে like কৰা.,.
Gun gun khon sai bhut vl lage aru apunar o accting sai vl lage
Hosakoi bohut.vl.ovinoi.ba.apunr.hokolu.a❤
Gungun makr ovinoi Kin2 bhut val lage .....aji Kin2 beleg dhuniya dekhisu tewk
ভাল লাগিছে পদ্মমাচৰিত্তটো
bhut a val lgil, love from Mirza
Gun gun xodaie sao.my favourite serial heikhn..mayur da apunar videobur sao val lage sai..love from jorhat❤
খুৱ smart হয় তেওঁ কথাবোৰ যেন মুখস্থহে কৰি আহিছে।
Adi rather kamtu koidiok mayur daa cemra men ❤ vl lagibo sai❤
Bhut val lagise gun gun sai😊
Bohut vl lage sai
Val lagil sai❤❤❤❤❤❤❤❤
Bahut Val lagise gungun katha sai
Bhal lagil
Love From Barpeta Dada ❤️
Bahut Val lage from Barihat
Vl lagise
val lagil sai ❤❤❤❤❤
Vhal lagil sai😊
Bohut vl lage gungun sai❤
Vl Lage sai story tu ❤
বহুত ভাল লাগে চাই
ময়ুৰক বহুত ভাল লাগিছে গুনগুনত
Bhut vhal lagise gun gun sai
Nicc ❤
Val lagile sai❤❤❤❤❤
Nice❤❤❤❤
Gun gun mur favorite. 😢😢😢
Mjaa
Gun gun Sai bohut bhal lage
বহুত ভাল লাগিচে পনামি বা আমি সদায়ে চাও অধিৰথলে বেয়া লাগে
So nice
Serial khon valei lage but vogodotto r babe val nalage
Bohut val lAgesa gungun sai .
Gungun moi val powa❤❤❤❤ you ❤❤
❤❤❤
Vhl lagise
গোৱালপাৰাৰ কিমানজনে চাইছে বাৰু
Very nice
Sai val paisu
Bhut val lage gungun sai❤❤❤❤❤
❤❤❤❤❤❤
আপুনি সুন্দৰ অভিনয় কৰে ৷ভাল লাগে ৷
Nice ❤❤
😅Bhut vl lage gun gun sai...hodai saw
Gungun moi Val powa ❤❤❤❤❤❤❤❤❤you
👍👍👍
❤❤
😊😊🎉
2nd comments manash da
প্ৰনামী সুন্দৰ অভিনয়
Nice
❤❤❤❤❤❤❤
First comment ata like
Thank you 😊
@@MayurMixAssamese wc
Serial korible mur u mon Jai bhut 😢
মোৰ বহু ভাল লাগে দেই ❤❤😮😮
Assamese actress Munmi kalita baa r interview labason please 🙏🥺
I love Goalpara
Gungu val lagese sai
Ata vogodotto r uporoto bonaba video teuro acting val hoise
moyur da 2mar acting vl lgise beleg sireal t ke eaikhn beleg hoise
Podma charitratu bor vl lagise
Ba k moi vl dore jano
Moi o barihato r hoi
Dada tumi please assamese serial t kenedore kam koribo pari kene dore seilkt hobo parim tar uport video bona ba please 🙏 😢