ৰেঙনি টিভিৰ এখন জনপ্ৰিয় ধাৰাবাহিক ‘গুণগুণ কথা মৰমৰ’দেওবৰীয়া আলাপৰ আজিৰ অতিথি অধিৰথ আৰু গুণগুণ
Vložit
- čas přidán 20. 04. 2024
- ৰেঙনি টিভিৰ এখন জনপ্ৰিয় ধাৰাবাহিক ‘গুণগুণ কথা মৰমৰ’
দেওবৰীয়া আলাপৰ আজিৰ অতিথি অধিৰথ আৰু গুণগুণ | Watch the full clip to know more about this story.
#pragnews #gungunkothamoromor #deoboriaalap #renganitv #lovestory #assamesciriel #priyankasaikia #deepjyotimahanta #assamesactress #mandiraborkotoki #entertainment #podcast #interview
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com
গুন গুনৰ মাক পদ্মা চৰিত্ৰ টি লগতে পাচলি বিক্ৰী কৰা বা কেই গৰাকীৰ বনদিংটো বহুত বেছি ভাল লাগিছে। প্ৰত্যেকেই কিন্তু পূনাংগ অভিনয় কৰিছে।❤ গুন গুন আৰু অধিৰথ ভাল ব্যক্তিত্ব গৰাকী হোৱা বাবে সঁচা কৈ অভিনয়টোও সুন্দৰকৈ সুন্দৰ তাৰ প্ৰকাশ কৰিব পাৰিছে ।
😊😊😊😊😊😊😊😊
😊
বৰ সুন্দৰ কাহিনী, প্ৰতিটো চৰিত্ৰ শলগ লব লগীয়া। পাছলি বেপাৰী বাইদেউ কেইগৰাকীকো বৰ ভাল লাগে।
সুন্দৰ ।প্ৰত্যেক জনৰে অভিনয় প্ৰশংসনীয়। কাহিনী লিখাজনো প্ৰশংসনীয়ৰ পাত্ৰ....
বহুত ধুনীয়া চিৰীএল গুণ গুণ
বহু ত ভাল লাগে গু ণগূণ বাক
Rhotwtiykipheahk😂😂😂😂yoldavklgldkldqhl😂😂😂😂
Shundar aalap. Bhal lagil. Dhanyabad. Chaparmukh Nagaon.
সুন্দৰ সুন্দৰ গুণ গুণ আৰু অধিৰথৰ সোণ কালে বিযা খন পাতিব লাগে😊
দোয়োকে ভাল লাগিল আৰু ভগৱানে তোমালোক মিলন কৰক আমি আশিৱাত কৰিছো
গুন গুনৰ খং উঠিলে চাবলৈ ভাল লাগে,,,, গুমুথা মাৰি বহি থাকে।❤❤❤
বহুত সুন্দৰ কাহিনী , এনেকুৱা কাহিনী সদায় চাবলৈ পালে ভাল পাওঁ।
গুণ গুণনেই সচাকৈয়ে অধিৰথক ভাল পাই য়েন লাগে,
Moinak bouhut val lage
গোন গোন আৰু অধিৰথ আগলেও লগ হোৱাতো বিচাৰো
১০০% ভাল চিৰিয়েল । ভগদত্তকো আমি সাক্ষাতকাৰ বিচাৰো ।প্ৰতিজনৰ অভিনয় নিখুঁত । কাহিনীটো বৰ সুন্দৰ । ভাল বাৰ্তা আহিছে সমাজলৈ চিৰিয়েলখনৰ পৰা ।
Bohut vall lagil ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
গুণ গুণ আৰু অধিৰথ ৰ প্ৰেম লগতে পাচলি বেপাৰী বা কেইজনী বৰ ভাল লাগিছে । মইনা আৰু কুন্দৰীক হতেও বহুত ভাল কৰিছে ।বৰ ভাল লগিছে শেষ হলে বেয়া লাগিব । আগুৱাই যাওঁক সকলোৱে ,❤❤
বহুত ভাল লাগিছে, সুন্দৰ,গুন গুন মৰমৰ ভাল লাগে
গুন গুন। আৰু অধীৰথ। দুয়ো জনকে। আমাৰ মনৰ কথা কৈছো আপোনালোকে। আগলৈ এনেকৈ। জীৱন। যাপন কৰিব। আমি। কাৰ্বি আংলং ৰ পৰা। কৈছো।
মোৰ আটাইতকৈ প্ৰিয় ধাৰাবাহিক "গুণ গুণ"।।❤️🥀
Nice and good speech and very beautiful setial Gun gun...........moromor.
তোমালোক দুয়োজনৰ বিচ্ছেদৰ সময়ৰ অভিনয় চাই কান্দি গলো। বৰ ধুনীয়া অভিনয়।
গুণগুণ আৰু অধিৰথৰ প্ৰেম সফল হওঁক। গুণগুণ কথা মৰমৰ ছিৰিয়েল খনৰ প্ৰতিটো চৰিত্ৰই সৰ্বাংগ সুন্দৰ হৈছে।গুণগুণৰ মাকৰ লগত পাচলি বিকা বান্ধৱী কেইগৰাকীৰ ও অতি সুন্দৰ হৈছে। লগতেই পুন্দৰীকৰ অভিনয় খুব ভাল লাগিছে। তেওঁৰ অধিৰথৰ প্ৰতি থকা বন্ধুত্বৰ প্ৰতি থকা মৰম আৰু দায়িত্ব বোধ খুব ভাল লাগিছে। আৰু অধিৰথৰ ভনীৰ চৰিত্ৰ খুব সুন্দৰ হৈছে।
Love you menamkolii gungun❤❤
Mojja❤❤❤
এই ধাৰাবাহিকখন চাই মোৰ বৰ ভাল লাগে
গুন গুন। অধীৰথক। নেৰিবা দেই এৰা। এৰি হ'লে বেয়া লাগিব
Gun gunr dgarabahik khn mur bohut val lage❤❤❤❤
Adhirath tumi bhal
ভাল লাগিল
ভাই ভনী হলে অধীৰথ ম.ইনাৰ দৰে হ'ব লাগে।চিৰিএলখন বহুতভাল লাগিছে।অভিনেতা অভিনেত্ৰী সকলো লৈকে ধন্যবাদ থাকিল।
My favourite serial ❤
সুন্দৰ অভিনয়
সঁচাকৈয়ে গুন গুন অধইৰথক বৰ ভাল লাগে
🫅🫅🫅🫅🏻🫅🏻🫅🏻🎂🎂🎂🎂🚬🚬🚬🚬🎂🚬🚬🎇🎆🎇🎇🎆🎇🎆🎆🎆🎆🎆🕶️🕶️😚🎇🎇💩💩💩💩❤️🩹
Hosakoi gun gun Sai bohut val lage❤❤❤❤
শান্ত শিষ্ট মহাদুষ্ট অধিৰথ
সঁচাই বৰ ভাল লাগিছে
Baa❤❤ love you
Gun gun .❤❤❤🎉i love you❤🎉🎉
Gungun.aru
Adhirath.bahut.morom.laga
Very nice ❤❤❤
বৰভাল লাগে চিৰিয়েল খন
Gun gun aru Adhiroth r hahi to bor val lage
Sai val lagea
সদায় ২খন চিৰিয়েলৰ কাৰণে ৰৈ থাকো। এখন হ'ল গুণ গুণ কথা মৰমৰ আৰু এখন মৰমৰ ঠিকনা। দয়োখন চিৰিয়েল খুব ভাল পাওঁ।
Vall lagise serialkhon Sai.
Bahut Val lagil
অধিৰথৰ কথ কোৱা ষ্টাইলটো খুউৱ ভাল লাগে ❤️❤️❤️
Bhale thakiba ❤❤❤❤
সচাঁকৈ অধিৰথ আৰু গুনগুন সচাঁ প্ৰেমিক নেকি বাৰু 🤏🤔🤔🤔
Bhut bhut val lagise sai
বৰ ভাল পাওঁ ছিৰিয়েলখন
Gungun saw ru Assamese serial ❤my favourite
Gun gun ba val lage
গুন গুন কথা মৰমৰ চিৰিয়েল মোৰ বৰ ভাল লাগে।সদায় চাও।
সঁচাকৈ। বৰ। ভাল। লাগিচে।
Thanks
সকলোৰে চৰিত্ৰ ভাল লাগে।
সুন্দৰ হৈছে 👍👍
Thank s a lot gungun
সাঁচ কথা দুই জনৰ মিলন হব বুলি আশা কৰিলো
অনুৰাগৰ একো নোহোৱাত বেয়া লাগিল অচলতে এটা ভাল জুলাপ পাবই লাগিছিল !!
প্ৰিয়ংকা তোমাক বহুত ভাল পাও
👌👌👌
ছিৰিয়েল খন চাই বহুত ভাল পাওঁ
গুনগুনৰ কাহিনী সমাজৰ সঁচা কাহিনীৰ লগত মিল আছে ।বহুত ভাল লাগে চাই।
Very nice 😮😮😮😮😮❤❤❤❤❤❤❤
Tumalukok josai val lage❤❤❤❤
Gungunk bht vl lage tair voistu mur bht vl lage my dear sister Gungun,,agoloi aguai jauk tair
Gungun ba ❤❤❤ moina ba ❤❤❤ Val lage sai😊❤😊
Very nice 💛
Nice❤❤❤❤❤❤❤❤❤❤❤
🎉❤
Nice
❤❤
অধিৰথ ❤❤❤
অধিৰথৰ মাক খকুলি জনীলৈহে বৰ খং উঠে।
Gun gun kotha moromor seriel khon boht val lagise bohut kotha hikiba parisu aru nohut hubheysa jasisu
❤❤❤❤❤❤
গুন গুনক ভাল লাগে বহুত
Moi dipjyoti dar suli khini bor val pau 😂 xosake dada tu eman cute ❤ 🥰 xokolue jate gungun kotha moromor sai thake de 🙏🙏
Very nice cireail👍👍👍👍
Mja
❤
Val
❤❤❤
Moro val lage bhut gungun cai
বহুত ধুনীয়া চিৰীএল গুণ গুণ 😮
My favourite serial
Val hoi see. Bohut din solibo.
বৰ বাৰু লাগে চিৰিয়েল খন চাই
Bhal lagise sirialghon ❤❤❤❤❤
Very very nice 👍
❤❤❤❤
Nice video 👍☺️
Hosakoi duyutakei bohut bhal lage❤❤❤
Proitekjone dhuniya acting korise ❤
🦋😢
Moja gun gun ❤
❤❤❤❤❤❤❤❤❤❤❤❤❤
Adhi rath gungun bor val lage sabole❤
⚘️🌿Moi USA r Michigan r pora sabor babe roi thaku..