পানী কিছু কমিলেও কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা আঁতৰা নাই বান পৰিস্থিতিৰ জটিলতা

Sdílet
Vložit
  • čas přidán 9. 07. 2024
  • পানী কিছু কমিলেও কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ পৰা আঁতৰা নাই বান পৰিস্থিতিৰ জটিলতা। এতিয়ালৈ ৰাষ্ট্রীয় উদ্যানখনত বানত নিহত বন্যজন্তুৰ সংখ্যাই অতিক্রম কৰিছে ১৫০ৰ ঘৰ। ৬২টা বন শিবিৰ এতিয়াও পানীৰ তলত। বানে বিধ্বস্ত কৰা এনে পৰিস্থিতিৰ মাজতো কিন্তু এতিয়ালৈ কাজিৰঙাৰ বান পৰিস্থিতি চাবলৈ উপস্থিত নহ’ল ৰাজ্যৰ বনমন্ত্রীগৰাকী। ইয়াকে লৈ প্রতিক্রিয়াৰো সৃষ্টি হৈছে।
    #pratidintime #kaziranganationalpark #assam

Komentáře •