প্ৰশ্ন উত্তৰ শিতান লতাশিল বিহু সম্ৰাজ্ঞী-২০২২ বৰ্ষ || Questions answer at Latasil Bihu Samragi 2022

Sdílet
Vložit
  • čas přidán 18. 04. 2022
  • Hudba

Komentáře • 422

  • @ajaymoran8692
    @ajaymoran8692 Před měsícem +2

    মাৰ মূৰটো খাইছিল আইতা লগত তুমি।তুমি বহুত মূৰ্খ হয়।বিহু নাচিব আহিচা মাৰ মূৰটো কথা কৈছা

  • @upk9818
    @upk9818 Před 2 lety +102

    অনুপম বিটোপন চেনেলটিৰ এই সুন্দৰ প্ৰচেষ্টা সঁচাকৈ সলাগনীয় । বিহু আমাৰ আয়ুস ৰেখা আৰু বিহুৰ তাত্ত্বিক জ্ঞান খিনি সকলোৰে প্ৰয়োজনীয় । প্ৰশ্ন - উত্তৰৰ শিতানটি পৃথক কৈ আমাৰ কাৰণে সুলভ কৰাৰ ভাবে অশেষ ধন্যবাদ ।

  • @dipsikhachetia111
    @dipsikhachetia111 Před 2 lety +21

    এই শিতানটিৰ পৰা আমি বহু উপকৃত হৈছো । আমাৰ পাছৰ প্ৰজন্ম উপকৃত হ'ব ।

  • @dwimuraja773
    @dwimuraja773 Před 2 lety +48

    "তাঁতৰে শালতে মোৰ সোণ দেহা ঐ...
    গামোচা বৈ আছিলোঁ
    এশ এটি ফুলৰে কাঠি......"
    নাচনীগৰাকীয়ে গোৱা নামফাকিত উল্লেখিত "ফুল কাঠি"ও তাঁতশালৰ এটি অংগ হয়।

  • @MChetia_Assam
    @MChetia_Assam Před 2 lety +87

    ৰাজশ্ৰী ৰ উত্তৰবোৰ সকলোতকৈ বেচি লাগিলচে। Congratulations 💐

  • @anturaj-nath
    @anturaj-nath Před 2 lety +45

    আটাইবোৰ প্ৰশ্ন একেধৰণৰ হোৱা উচিত। ইয়াত দুই ধৰণৰ প্ৰশ্ন আছে, কিছুমানৰ উত্তৰ নাজানিলে একোৱেই ক'ব নোৱাৰে আৰু কিছুমানৰ উত্তৰ নিজৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে, যেনে বিহু সম্ৰাজ্ঞীৰ ওপৰত থকা প্ৰশ্নটো।

  • @dipakgogoi5417
    @dipakgogoi5417 Před 2 lety +28

    বিচাৰক মণ্ডলীৰ জ্ঞানৰ পৰিসীমা সীমিত যেন লাগিছে । নিজে যি জানে সেইয়াহে শুদ্ধ, আনে উত্তৰ দিলেও তাত ভুল-শুদ্ধ বিশ্লেষণ কৰাৰ প্ৰয়াস কৰা দেখা নগল । লতাশিল বিহুমঞ্চৰ দৰে অসমৰ অন্যতম শ্ৰেষ্ঠ বিহুমঞ্চত বিহু-বিচাৰক কৰিবলৈ যোগ্যতা থকাটো বাঞ্চনীয় । প্ৰশ্নোত্তৰ কালছোৱাত বিচাৰক সকলকো জনা গল ।

  • @ankitakalita6232
    @ankitakalita6232 Před 2 lety +53

    ৰাজশ্ৰীৰ উত্তৰবোৰ ভাল লাগিল।

  • @mukibulhussain2622
    @mukibulhussain2622 Před 2 lety +18

    বিচাৰক. সকলক. বহুত. ধন্যবাদ. কাৰণ. তেখেত. সকলৰ. বহুত. পতিভা আছে ধন্যবাদ

  • @jayantajitu307
    @jayantajitu307 Před 2 lety +14

    মজ্জা লাগিছে ভিডিঅ'টো, বহুত বেছি শুভকামনা জনালোঁ। আৰু আগুৱাই যাওক, আমাৰ support সদায় পাই থাকিব 👍

  • @dhununitya3748
    @dhununitya3748 Před rokem +7

    Love from Lakhimpur Assam 🇮🇳
    আপোনালোকৰ সকলোলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ ❤️

  • @munindradas6586
    @munindradas6586 Před 2 lety +12

    বহুত ভাল লাগিল দে প্রশ্ন উতৰ বোৰ শুনি 🙏🙏🙏

  • @plkurmivlogs2721
    @plkurmivlogs2721 Před 2 lety +2

    Aaji Bohu kotha hokolu. Thank you.Thsnk you so much

  • @ajaymoran8692
    @ajaymoran8692 Před měsícem +1

    বৰ্ষা বাই আপুনি বেছি মুখ বজাই থাকা অনবত

  • @nivakalita5697
    @nivakalita5697 Před 2 lety +38

    I feel Rajashree deserved the title. She was very confident while giving the answers.

    • @aakashbora7197
      @aakashbora7197 Před 2 lety +7

      Really I also think yaar,she would have been the samragi...

    • @axomkk8656
      @axomkk8656 Před rokem +1

      Rajashree mekhela khont alop number katil Jen anuvob hoi..... Karon Hali japi mekhela t thakile alop number kom koi deya dikhisu

    • @rashmirekhadutta8964
      @rashmirekhadutta8964 Před rokem +1

      আচলতে বিহু সম্ৰাটে হলেই নহব। কৃষিভিত্তিক বিহু ত যদি সৰু সৰু কথা বোৰেই তেনেহলে অসমীয়াৰ গতি কি হব।

    • @rashmirekhadutta8964
      @rashmirekhadutta8964 Před rokem

      কৃষিভিত্তিক বিহুটিৰ ওপৰত সৰু সৰু কথাই না জানে তেতিয়া হলে কি হব। অকল নাচিলেই নহব নহয়। বিহুৰ লগত সংগতি থকা সকলো কথাই জানিব লাগিব। গভীৰভাৱে অধ্যয়ন কৰিব লাগিব। তেতিয়াহে অসমৰ সংস্কৃতি ৰক্ষা হব।

  • @MOIASSAMORLORA-ic6dk
    @MOIASSAMORLORA-ic6dk Před 3 měsíci +3

    বিচাৰক হলেই নহব আনৰ শুদ্ধ আৰু ভূল টো দেখিব লাগিব শেষৰ গৰাকীয়ে এটা নাম গাইছিল । এইটো সম্পূৰ্ণ শুদ্ধ । তাত শাল বুলি কলে ফুলৰ কাঠি ব্যৱহাৰ হবই । গতিকে বিচাৰক মণ্ডলীৰ নাম ফাকীয়ে শুদ্ধ হলেই নহব ভাল দৰে চাব লাগিব সকলোৰে উত্তৰ । ধন্যবাদ🎉🎉🎉🎉

  • @indiastalentassam7854
    @indiastalentassam7854 Před 2 lety +6

    Bohut val lagil sai😍

  • @achyutmoran7602
    @achyutmoran7602 Před 2 lety +63

    অনুষ্ঠানটো বহুত ভাল লাগিল । কিন্তু মাননীয় বিচাৰক সকলৰো কিছু শোধৰনীৰ প্ৰয়োজন আছে ।

    • @meghabts1385
      @meghabts1385 Před 2 lety +3

      আপুনি শুদ্ধ কৈছে।

    • @pdn3732
      @pdn3732 Před 2 lety +1

      Thik

    • @purnimabarman3892
      @purnimabarman3892 Před 2 lety +1

      @@meghabts1385 ss

    • @purabidutta6254
      @purabidutta6254 Před 2 lety +1

      Truee attitude tu besi but bahut horu khatha ye najane like বসন্ত ৰোগ r khatha tu

  • @user-ff7jv9it9z
    @user-ff7jv9it9z Před 2 měsíci +1

    খুব ভাল লাগিল ।আমিও বহুত নজনা কথা শিকিলোঁ ❤️

  • @ratulhaloi156
    @ratulhaloi156 Před rokem +4

    ধোল বোনাই আৰু কঠাল গছত
    কপৌ ফুল ৰুলে বেছি দিন জিয়াই থাকে
    বহাগ বিহুৰ শুভেচ্ছা থাকিল🙏🙏🙏

  • @chayaslittleworld2039
    @chayaslittleworld2039 Před 2 lety +11

    চুলিৰ সমস্যা সকলোৰে থাকে sir এতিয়া কথা হল কোনোবাই হাতত সানে কোনোবাই চুলিত নিজৰ সমস্যা অনুসৰি

  • @Kaushik632
    @Kaushik632 Před 2 lety +7

    খুব ভাল লাগিল।
    প্ৰশ্নৰ শিতান তো। আমিও বহুত নজনা কথা শিকিলোঁ।❤️✨
    ধন্যবাদ।🙏

  • @jitensaikia736
    @jitensaikia736 Před rokem +4

    এই ভিৰজৌটো ছাবলৈ বৰ ভাল ।

  • @priyankasaikia5302
    @priyankasaikia5302 Před 2 lety +9

    মই এইটো অনুষ্ঠান ৰ বাবেই ৰৈ আছিলোঁ ❤️❤️

  • @rumibaishya302
    @rumibaishya302 Před 2 lety +131

    বিহু সম্ভ্ৰাজ্ঞী হোৱা শতাব্দীয়ে দিয়া উত্তৰবোৰ শুনি আৰু বাকীবোৰৰ লগত তুলনা কৰিলে ৰাজশ্ৰীয়ে বেছি ভালদৰে উত্তৰ দিয়া যেন বোধ হ'ল।

  • @kuladeepdas4193
    @kuladeepdas4193 Před 2 lety +29

    লতাশিল বিহু সমিতিলৈ মোৰ প্ৰশ্ন বিহুতো জানো সম্ৰাজ্ঞী থাকে?
    নে বৰবিহুৱতী? আপোনালোকে ভালকৈ চিন্তা কৰিবচোন।

    • @luckymongogoiluckymongogoi7229
      @luckymongogoiluckymongogoi7229 Před 3 měsíci

      Akmot... bohut aibur nmbur jene.. bihu kuwori. Borbihuwoti, bihu homrangri ,akhom kuwori, ai nam bur Kune uliyaisil baru muru jnibo mn goise.. prokit bohut aibur nm thake jnu purbote jnu aibur nm asil..????

  • @pradipgogoi3182
    @pradipgogoi3182 Před 2 lety +18

    বিচাৰকৰ প্ৰশ্নকেইটা শুনি বহুতো ভাল লাগিল।

  • @shilpachangmai6993
    @shilpachangmai6993 Před 2 lety +23

    Uttor r falor pora sai kintu rajashree nath bihu samragi r babe besi he jugyo asile ❤️

    • @khagensaikia9667
      @khagensaikia9667 Před 2 lety +3

      Oo

    • @digantadasvlog5128
      @digantadasvlog5128 Před 2 lety +1

      Rajashree aru satabdeer naas saba ..tat Kune dhuniya nasise.. satabdee kolitar nass uuffff cai a thakibo mon jai

    • @shilpachangmai6993
      @shilpachangmai6993 Před 2 lety

      @@digantadasvlog5128 mohakhoi moi mur biyoktigoto mot tu he desu ru apni hoi tu gyato j bihu samragi compitition tut bihu nasor logote questions u hudha hoi okl j nasilei egoraki bihu samragi hbo tenekua kunu kotha nai jodi teu hundorkoi uttor debo nuware . Jehatu teuk hudha hoisile dheki r kotha kobole teu bhal dore nuwarile aru 2 nd questions tu fokora jujuna mne ki hudha hoisile kintu teu heitu u dhunia koi kobo nuwarele heitu hokolue dekhise tar pist borokha Rani baideu r kripat easy questions tur uttor de pisole bihu samragi hol ge . Kintu hei protijugi kigorakir major okl nasei nhi rajashree nath r uttor khini hokolut koi huwola asile . Ru okl Satabdi kalita e nhi bihu samragi compitition t participate kora proti goraki nasoni e dhunia nasile nas hokolue dhunia nohole teuluk lotahill r monsot uthible jugyo nhole hoi .

  • @polydoloi2545
    @polydoloi2545 Před 2 lety +30

    জেতুকা চৰ্মৰোগ নহয় বুলি জানো কিন্তু বসন্ত ৰোগ নিৰাময় হয় বুলি আজিহে শুনিলো । বিচাৰক সকলৰ উত্তৰ কিমান শুদ্ধ হৈছে চিন্তনীয়।

  • @jagatbasumatary2070
    @jagatbasumatary2070 Před 2 lety +4

    Bahut bariya programe.aj kal ke log apne ap ko bahut jankari samaj ta hain. Dekha kisi ne bhi sahi jawab nahi de paya.

  • @champagogoi7435
    @champagogoi7435 Před 2 lety +15

    শ্ৰেষ্ঠ হোৱা গৰাকী লৈ মোৰ ফালৰ পৰা মৰম যাচিলো দেই। খিতাপ জয়ৰ নকৰা সকলে আৰু অলপ চেষ্টা কৰিবা 🙏🏽 বুলি আশা ৰাখিলোঁ

  • @crazygamer4661
    @crazygamer4661 Před rokem +1

    বকুল বৰা ধানৰ চিৰা খুনদিছিলো চেনাই লৈ সামৰি থলো 🆗🆗🆗🍟🍟🍟🍟🍟🍟🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @juanki_official
    @juanki_official Před 2 lety +5

    Shivsagr nasoni juiii🔥🔥🔥🥰 love form shivsagr 🥰

  • @rashmigogoi8851
    @rashmigogoi8851 Před 2 lety +5

    Love from dhemaji

  • @krishnakakaty2624
    @krishnakakaty2624 Před 2 lety +3

    বহুত ভাল লাগিল

  • @ilabora7943
    @ilabora7943 Před rokem +7

    ঢেঁকী ৰ শলা দাল দুটা কতৰাৰ ওপৰত ৰখাই থোৱা হয় । কতৰা ৰ নাম কবলৈ বিছাৰকেও কবলৈ পাহৰিলে ।

  • @pankajgogoi6628
    @pankajgogoi6628 Před 2 lety +31

    বিচাৰকে কৰা প্ৰশ্ন কেইবা ভাল লাগিল

    • @tutumonibaruah1945
      @tutumonibaruah1945 Před 2 lety +4

      বিচাৰকৰ প্ৰশ্ন সমূহৰ পৰা বহু কথা শিকিব পাৰিলো । এটা প্ৰশ্ন যেন বিচাৰকৰো অলপ উপস্হাপন কৰোতে ক'ৰবাত কিবা এটা বুজাত অসুবিধা হৈছে, যেনে
      ( বিহুৰ দিনা ডাঙৰক সেৱা জনাওতে আগবঢ়োৱা গুটিটো কি ? )
      তামোল-পাণ যোৰক গুটিটো বুলি কোৱাতো ......
      মোৰ ব্যক্তিগত মন্তব্য হে ....

    • @pankajgogoi6628
      @pankajgogoi6628 Před 2 lety

      @@tutumonibaruah1945 সেইটো হয় বাৰু বৰুৱানি

  • @nabamollikakakati6967
    @nabamollikakakati6967 Před 2 lety +45

    শতাব্দী তকৈ ৰাজশ্ৰী ৰ উত্তৰ বোৰ বেছি শুদ্ধ হৈছে।। শতাব্দী ৰ প্ৰথম প্ৰশ্ন টো আধা হে শুদ্ধ হ'ল।।

    • @upk9818
      @upk9818 Před 2 lety +5

      Kintu Rajshree Nath r Nas t akhorar proyojon ase ...

    • @digantadasvlog5128
      @digantadasvlog5128 Před 2 lety +3

      Right satabdee kolitar nass saba ki nass sale cai thakibo mon jai

    • @aarzu8524
      @aarzu8524 Před 2 lety +2

      Rajosree-r question tu beleg type or asil.... comparatively easy asil

  • @babuff8373
    @babuff8373 Před 2 lety +8

    Eman esay question di ase but nasoni kejoni okol nasibo he jane

  • @poyubhoragogoi7258
    @poyubhoragogoi7258 Před 2 lety +45

    বসন্ত ৰোগটো চৰ্মৰোগতেই পৰে দেখোন। চুলিত জবা ফুল, ঔ টেঙা, জেতুকা আগৰে পৰা লগায়। ৰাজশ্ৰীৰ উত্তৰটো শুদ্ধই আছিল।

  • @priyashreekhound1873
    @priyashreekhound1873 Před 2 lety +3

    Hosa rajoshree best lgisl

  • @debaphukan489
    @debaphukan489 Před 2 lety +6

    বিচাৰ ক, জনলৈ, ধন্যবাদ

  • @munmihazarika779
    @munmihazarika779 Před 2 lety +8

    অনুষ্ঠান ভাল লাগিছে। তুমি অসমীয়া ছোৱালী। ধানৰ নাম জানিবলৈ চেষ্টা কৰিবা। কাৰণ ধান আমাৰ অসমীয়া মানুহৰ বাবে মুল বস্তু। ঢেকি পুৰণা বস্তু। তোমালোকে হয়তো ঢেকি দেখা নাই , সেই বাবে তোমাক দোষিব নোৱাৰি। ভাল লাগিছে দেই।

  • @utpalapatar6340
    @utpalapatar6340 Před 2 lety +4

    প্ৰশ্ন বোৰ বহত সহজ আৰু ভাল লাগিছে

  • @challenge200subscriberwith3

    Axomiya Unique channel
    Anupam Bitupan❣️

  • @uddiptamudi1009
    @uddiptamudi1009 Před rokem +3

    ভাল লাগিল ❣️

  • @jitumonibora2874
    @jitumonibora2874 Před 2 lety +24

    বিহু হ'ল কৃষিৰ লগত জড়িত উৎসৱ।গতিকে অসমৰ সন্তানে ধানৰ নাম নজনাটো বৰ বেয়া লগা বিষয়।আচলতে এওঁলোকক দোষ দিব নোৱাৰি।বৰ্তমান যুগত অভিভাৱক সকলে সন্তানক কৃষিৰ পৰিবেশটোৰ পৰা একেবাৰেই আঁতৰাই ৰাখে আধুনিকতাৰ পৰিচয় দি।এয়া তাৰ এটা উদাহৰণহে মাথো।

    • @shyamalidevi2590
      @shyamalidevi2590 Před 2 lety

      Maak dewatak jodi krishi karya r logot jorit nahoi tente kenekoi hikabo baidew🤣😂😃

    • @junmonidutta1231
      @junmonidutta1231 Před 2 lety

      অসমীয়া হৈ বিহু নাচিবৰ জানিছে।কিন্তু অসমীয়া পৰম্পৰা খতিৰ ৫ বিধ ধানৰ নাম নাজানে ।আৰু সেৱা কৰিবলৈ ব্যৱহাৰ হোৱা তামুল পান যোৰ কথা নাযানে।সচাকে দুখ লগা কথা।

  • @dipalinarzary4571
    @dipalinarzary4571 Před 3 měsíci +1

    ফুল মৰহে মলঙি নাযায়নেকিি চাউলহে মলঙে

  • @nipulhazarika1775
    @nipulhazarika1775 Před 2 lety +3

    সপ্তাদি ভাল লাগিল উত্তৰবোৰ

  • @testycooking6465
    @testycooking6465 Před 2 lety +2

    val lgil..❤❤

  • @bitulkonwar1099
    @bitulkonwar1099 Před 2 lety +5

    বৰষা বা বেছি নকৰিব, আপোনাক ভাল লাগে কাৰণে কৈছোঁ বেয়া নাপাব।

  • @sandansutradhar5448
    @sandansutradhar5448 Před 2 měsíci

    🇮🇳 bhal lagise dhuniya monso

  • @monuronjonburagohain9830
    @monuronjonburagohain9830 Před 2 lety +4

    Hosakoi rajoshree bar prasna uttor bohut val hoise

  • @__neel_utpol__5017
    @__neel_utpol__5017 Před 2 lety +5

    Sivasagar rocks....

  • @rupalikakati1824
    @rupalikakati1824 Před rokem +2

    Rajarshi shundor hoise

  • @reetzdaxx5050
    @reetzdaxx5050 Před 2 měsíci +1

    জহা,বৰা,আহুধান, বাঁও ধান,শালিধান, কোমল ধান

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 Před 2 lety +8

    বহুত নজনা কথা জানিব পাৰিছোঁ ৷ অনুপম দা বহুত ধন্যবাদ ৷

  • @jintudeka5665
    @jintudeka5665 Před 2 lety +5

    Bohut val lagil....

  • @prabhatdas9110
    @prabhatdas9110 Před rokem +1

    I am bengal but I like bihu
    WB Nadia

  • @ashoksaikia8174
    @ashoksaikia8174 Před 2 lety +2

    Rajashree bse ustadiii....

  • @guanglidiy7166
    @guanglidiy7166 Před 2 lety +7

    অকল শিল নহয় আজাৰ গছৰ মুড়া ঢেকীৰ খুৱলীৰ বাবে ভাল হয় ।

  • @dimpidas6064
    @dimpidas6064 Před 2 lety +5

    Uttar bor rajshree nath r besi val hoisil.naso val hoisil...baki bisarakar katha.

  • @dipgyan1231
    @dipgyan1231 Před 2 lety +7

    Hundor anupom da❤️

  • @arabinduray3280
    @arabinduray3280 Před 2 lety +2

    প্ৰতিক্ষা নহ'য়, অপেক্ষাহে কৰি আছো

  • @sabinayesmin7946
    @sabinayesmin7946 Před 2 lety +2

    Bor bhal lagile

  • @kalpanaborah2184
    @kalpanaborah2184 Před 2 lety +4

    Mojaaaaa ❤️❤️❤️

  • @jituborgohaibaba9151
    @jituborgohaibaba9151 Před 2 měsíci +1

    Love you protrikha

  • @mayurmanashmusicuniverse1565

    কৃষ্ণহে বুলিছো আও দেই...ঢকোৱা আৰু গুটি বুলি কোৱাৰ পিছতো নাজানিলে নে?এই সাধাৰণ কথাবোৰ নাজানিলে নিজকে প্ৰশ্ন হয় ,সঁচাই এওঁলোক অসমীয়া নে?

  • @yehdil7791
    @yehdil7791 Před 2 lety +2

    Rajashree val uttor dise. val lagil...baki hokoleu sestha korise👌

  • @dilipdas9924
    @dilipdas9924 Před 2 lety +3

    মজা

  • @Nanditapriyam
    @Nanditapriyam Před 2 lety +3

    ভিদিওটো চাই ভাল লাগিল

  • @back-bancher-gaming5606
    @back-bancher-gaming5606 Před 2 měsíci +1

    Bahu dhan amiu aiber kheati kribo lagibo dai 4:32

  • @sanjibsarmah2340
    @sanjibsarmah2340 Před 2 lety +1

    বহোত ভাল লাগিল তেনেকৈ আগুৱাই যাব৷ 👌

  • @rajeshsenapati3316
    @rajeshsenapati3316 Před 2 měsíci

    আমাৰ বিচাৰক জন বৰ ৰাফ

  • @mrmanashamchi1934
    @mrmanashamchi1934 Před 2 lety +2

    Baideu 🙏Amar gaon suwali bilake bohut jane😜

  • @ranjupaul2890
    @ranjupaul2890 Před 2 lety +1

    Hundor bohut kotha janibo parilu

  • @guanglidiy7166
    @guanglidiy7166 Před 2 lety +6

    কপৌ ফুল আম বা এজাৰ গছত বেছি ধুনীয়া হয় ।

  • @gitumoniblockroad3404
    @gitumoniblockroad3404 Před rokem +2

    Moja lagisa good moning
    ....

  • @peaa666
    @peaa666 Před 2 lety +9

    Barsha rani is sometimes so irritating😐 sometimes

  • @mk-yz5lx
    @mk-yz5lx Před 2 lety +3

    Sivsagar 🤗🔥♥

  • @pompidas7080
    @pompidas7080 Před rokem +2

    Nice video too 🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤🎉🎉😅😅😅

  • @dikuentertainment7768
    @dikuentertainment7768 Před 2 lety +2

    তামোল গছৰ গুটী প্ৰথমবাৰৰ বাবে শিকিলোঁ #dkdipakkumar

  • @bokulthengal7808
    @bokulthengal7808 Před 4 měsíci +1

    ভাল লগিছে প্ৰশ্ন মনচ পতাৰ কাৰনে❤❤❤❤❤❤😊

  • @papuandbhiyanvlog3490
    @papuandbhiyanvlog3490 Před rokem +3

    Nice..

  • @sunaligogoi8551
    @sunaligogoi8551 Před 2 lety +2

    বহুত নজনা কথা জানিব পাৰি খুবেই ভাল লাগীছে ।বাহু ধান নতুন কৈ আবিস্কাৰ হৈছে জেন পাওঁ , ঢেকিৰ খুবুলি হিলেৰে তৈয়াৰ কৰা বুলি প্ৰথম জানিলো , আৰু গহৰাদালতে কপৌফুল বিখ্যাত বুলি শুনি আহিছোঁ ,কঠাল গছতহে বিখ্যাত বুলি জানিবপাই সুখি হলো ।

  • @bubulilwanttoseekonwar9327

    Just keijnk dekhuale aru val lagile hoi

  • @Kanhak356
    @Kanhak356 Před 2 lety +39

    ধেৎতেৰি অকৰা নাচনী জনী তামোল বুলি জানিবই লাগিছিল😊☺
    আই অ তামোল পানে ৰাখিব অসমীয়াৰ মান

  • @aimonibaruah40
    @aimonibaruah40 Před 2 lety +4

    বিহুৰ লগত জড়িত ধানৰ নাম নাজানা, বকুল বৰা ধান।

  • @rajendrasingh4947
    @rajendrasingh4947 Před 2 lety +7

    বিচাৰক‌ ধন্যবাদ থকিল

  • @nilimagoswami9192
    @nilimagoswami9192 Před rokem +1

    জেতুকাপাত সৌন্দৰ্য বৰ্ধনৰ কাৰণে ব্যৱহাৰ কৰে আৰু চৰ্মৰোগৰ কাৰণেও উপকাৰী

  • @tktairai3761
    @tktairai3761 Před 2 lety +5

    Hundor

  • @someswariborah8239
    @someswariborah8239 Před 2 lety +6

    বাহু ধান ক'ত পায় অ'২য় গৰাকী নাচনী?

  • @bhubanchburagohain5398
    @bhubanchburagohain5398 Před 2 měsíci +1

    কঠাল গছত কপৌফুল দেখাই নাই, চাব লাগিব।

  • @pratimscreated2907
    @pratimscreated2907 Před 2 lety +5

    Sundor

  • @nanghunpha
    @nanghunpha Před 2 lety

    বহুত ভাল লাগিছে ।নজনা কথা শিকিব পৰিছে ।

  • @mihirbaruah3453
    @mihirbaruah3453 Před 2 měsíci +2

    কঠাল গছৰ প্ৰশ্নটো বিহুৰ লগত প্ৰাসংগিক যেন নালাগিল। তাত শালৰ যতৰৰ জৰী ডাল মজবুত কৰিবলৈ কঠালৰ এঠা ব্যৱহাৰ কৰা হয়। কপৌফুল সদায় তামোলৰ গছতহে গজোৱা দেখা যায়।

  • @mrinmoyeedowarah1106
    @mrinmoyeedowarah1106 Před 2 lety +3

    Frst view

  • @rupaneog5513
    @rupaneog5513 Před 3 měsíci +2

    . ভাল লাগিল।

  • @allvideosavailablehere6717
    @allvideosavailablehere6717 Před 2 měsíci +1

    Aijun,22muthi,ronga aijun,20 muthi, joha,Bora,

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Před rokem +1

    আহুধান এটা ভাগহে ।বকুল বৰা ।