তাই ধেমাজি জিলাৰ ফালে গায় নদী আছে কৈছে সেইটো আকৌ কী কথা।। আপোনালোকে আগত শুনা নাই সেইটো তাই ভুল কত।। তাইক নদী নাম লৈ গান গাব কৈছে আৰু তাই গাইছে।।। শুদ্ধ উত্তৰ
Aama Bihu Bohut Dhuniya if MiliJuli :Noiloi HAalile Nodali Bholuka Pothroloi Halile Kako Bookure Kamiharh Hol Dali Dali Kaloi Chinta Kori Thako AiChrnimai Bhat Randhiba Dubar Chah Koriba Charibar
Moi apunar keibata u comments pohisu.... But eta kotha teuluke najane buli apuni teulukok homalusona koribo nalage nhoi..... Hikai diyok comments section tu r val k use korok .... Inei nosto korise comment section tu.... Aru jodi karubak encourage koribo nuware tente discourage u koribo nlge..... Aru eta kotha hoitu tai nojona kotha apuni nojona k u thkibo u pare ... Thank you 😊
Suwalijoniye GAI nodik loi gaise taat ako bisarokor iman kotha kio ??? Nodi ekhonot naam loi galei hol ..bisaroke bisora nodi khonor naam loi ye j gabo lagibo kotha ase neki
Aamar Akhomor bisharok hokolor ajonoro gothonmulok kotha koya moi dekha nai.kebol bhulor oporot bhul hay dhori thakey.majulir jito gai nodir kotha koley heitoo kot bhul dekha pale moi najanoo.
Bitu dar karne bht ktha e xikiba parisu...akhamor first eaito e CZcams channel jar karane bihu r bohu ktha e jniba prisu.. thanks you bitu da
শ্ৰদ্ধাৰ বিচাৰক মহোদয়, নাচনীসকলৰ লগতে আমিও জানিব বিচাৰোঁ যে ম'হৰ পোৱালিৰ দাঁত কেইটা থাকে।যিহেতুকে বিহুনামত গোৱা হয়,"ছদঁতীয়া গেঁঞা ম'হ ঢকিয়াই মাৰিলোঁ তাৰ শিঙে সাজিলোঁ পেঁপা"।যদি গেঁঞা ম'হ মানে পোৱালি ম'হেই হয়,তেন্তে এই গেঁঞা ম'হৰ বিহুৰ ক্ষেত্ৰত থকা অৱদানৰ বিষয়ে কিয় বুজায় দিয়া ন'হল?
10 number nasoni jonir voice tu val lagil 🥳
*Munukon sister 😍Pahari sister*
বিহুত কোনো ধৰা বন্ধা ৰাগ- তাল নাই,😂 বিহু পূৰ্ৱতে সাজিয়ে গাইছিল মহাশয়🙏, বাকী অনুপম,বিতুপন দা, ধন্যবাদ 🥰
Akominya karj.
বিচাৰক সকলে জোখতকৈ বেছি জনা দেখোৱা কথাটো ভাল লগা নায় । গাড়ীৰ হৰ্ণটোক পেপা বুলি কোৱা কথাটো কিবা হজম নোহোৱা যেন লাগিছে আৰু গায় নদীৰ ওপৰত গোৱা যোজনাটো বিচাৰক মহোদয়ে আগতে শুনা নায় বাবেই ভোল বুলি কোৱা কথাটোৱে তেখেতে নিজকে সব্যসাচি বুলি ভবিছে যেন লাগিছে ।
🔥🔥jegat disa
😅
L ft ft 18:27
TT@@nihal_pratim_bora7895
মজা লাগিছে দাদা
Moja ❤❤
কৰ্মসুত্ৰে মই গাইনদীৰ দলঙৰ উপৰেদি মাহত বহুবাৰ অহাযোৱা কৰোঁ।ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন লেখত লবলগীয়া উপনদী।বিদ্যালয়ৰ পাঠ্যপুথিতো উল্লেখ আছে। প্ৰশ্ন যি ধৰণে কৰিছে ,ছোৱালীজনীয়ে কিন্তু ঠিকেই গাইছে।বিচাৰক জনৰ কথাবাৰ্তাত কিন্তু অসমৰ নৈ উপনৈসমুহৰ ক্ষেত্ৰত জ্ঞান সীমিত যেন লাগিছে। কোনোবা ডাঙৰ লেখকে গাইনদীৰ নাম উল্লেখ নকৰিলে বুলি বিহুনামত ঠাই পাব নালাগে নেকি? (বৰ্তমানৰ 'অতীত'টো অতীতত 'বৰ্তমান 'আছিল আৰু এতিয়াৰ 'বৰ্তমান'টো এদিন অতীত হব।)
Right
ৃৃ
সাদৰে সমৰ্থন কৰিছোঁ আপোনাৰ কথাষাৰ গাইনদী খনৰ লগত সংগতি ৰাখি গাইছে ভাল গাইছে, বিহুত লিখিত আৰু অলিখিত কথা নাই
Gagt disa ...
O78p
তাই ধেমাজি জিলাৰ ফালে গায় নদী আছে কৈছে সেইটো আকৌ কী কথা।। আপোনালোকে আগত শুনা নাই সেইটো তাই ভুল কত।। তাইক নদী নাম লৈ গান গাব কৈছে আৰু তাই গাইছে।।। শুদ্ধ উত্তৰ
হৰ্ণ হৰ্ণে ই কোনো পেঁপা হব নোৱাৰে ইয়াত কোনো পেঁপা চেও বজাব নোৱাৰে.....🙏🙏
Sai amoni lagise pai
Juagoi jua
বিহু নাম আগতে কোনে ৰচি ছিল??
দক্ষিণ পাৰ নদী নাম
দিখৌ এ ৰা হুতি এৰিব পাৰো মই,
ধনশিৰি ক এৰিব পাৰো,
বিহুৰে তলিলৈ নাহি মই নোৱাৰোঁ ঐ
নাখাইও থাকিব পাৰোঁ।
গাইনদীৰ নাম বিচাৰকে শুনাই নাই নি
Val Lagil saii
প্ৰশ্ন সোধাৰ নামত এওলোকে নাচনীক নাৰ্ভাচহে কৰা দেখা গ'ল | বিচাৰক দুগৰাকীমানৰ যে বিহুনাম কেইফাকিমান মুখস্থ আছে বুজিলোঁ বাৰু | নাচনীসকল অধ্যয়নশীল হোৱা |
Aama Bihu Bohut Dhuniya if MiliJuli :Noiloi HAalile Nodali Bholuka Pothroloi Halile Kako Bookure Kamiharh Hol Dali Dali Kaloi Chinta Kori Thako AiChrnimai Bhat Randhiba Dubar Chah Koriba Charibar
এই নদীৰ নাম সুধাজনৰ চৰ্চাৰ পৰিসৰ কম....স্পষ্ট কথা..প্ৰতিযোগীয়ে ওলোটাই ধৰিব লাগে।....ক্ষেত্ৰ অধ্যয়ণ বুলিও কিবা এটি থাকে...তেওঁ আগতে যি গাইছিল....সেইটোহে শুদ্ধ নে কি?...আমি পাব লাগে বিদ্যা।🙂
Hundor
Val lagil sai
অনুষ্ঠান খুব ধুনীয়া হৈছে। তোমালোক আটায়ে বাবে শুভেচ্ছা থাকিল।
পুৰণি দিনৰ চহা নিৰক্ষৰ লোকৰ বুকুভৰা আৱেগবোৰ সহজ সৰল ভাষাৰে ছন্দোবদ্ধ ৰূপত প্ৰকাশ পাইছিল। যাক আমি বৰ্তমান লোকসাহিত্য বুলি কওঁ ।লোক সাহিত্যৰ এক প্ৰধান শাখা লোকগীতৰে অন্তৰ্গত বিহু নামবোৰো অনাক্ষৰী লোকৰে সৃষ্টি... ইয়াক লিখিত ৰূপত পোৱা নগৈছিল, মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছিল ।সেয়ে আমি এতিয়াও বিহগীত সাজিও গাব পাৰোঁ... যদিহে অৰ্থপূৰ্ণ হয়
গতিকে মই ভাবো যদি বৰ্ণনা কৰা কথাবোৰ শুদ্ধ হ'লে সাজি গালেও আপত্তি নাই ।
হয়।ময়ো একমত।
সুন্দৰ 👌👌
Anupam Bitupan daa r CZcams channel tu sale asom r tholuwa sanskriti r information r karone ekdom pakka channel 👍👍👍👍👍
ভাল লাগিল। বহুত কথা শিকিব পাৰিলো
বিচাৰক সকলক দেখুৱাৰ বাবে
ধন্যবাদ💙❤
অনুপম বিতুপন 👍👍
1 poo ea
Balr kela khodise
P
@@utvassam5332 for m
@@utvassam5332 i
Atiahe hoise
Vl hoise
Alp besi hoise😊
মুনুকন বা🥰🥰🥰
Moja 🥰🥰🥰🥰🥰🥰
Sacand view
সুন্দৰ পদক্ষেপ, আপোনালোকৰ চেনেল লৈ অশেষ ধন্যবাদ। আগুৱাই যাওঁক🤝
Judge should always maintain the time... Aru tak ghori lage.. Judge or namot kolong ko.
Akabarai fatwa jurj
Hosakoi val loga .
মাতটো ভাল হোৱা নাই🙁😔🙁 কোনো বাই মৰিয়ালেহে তেনেকৈ মাত ওলাই।
Moi apunar keibata u comments pohisu.... But eta kotha teuluke najane buli apuni teulukok homalusona koribo nalage nhoi..... Hikai diyok comments section tu r val k use korok .... Inei nosto korise comment section tu.... Aru jodi karubak encourage koribo nuware tente discourage u koribo nlge..... Aru eta kotha hoitu tai nojona kotha apuni nojona k u thkibo u pare ... Thank you 😊
উত্তৰ পাৰৰ নদী এখনেৰে গাব দিছে, গাই নদী গাইছে। ঠিকেই আছে, ফকটিয়া বিচাৰকে "এইটো নদীৰ কথা কিয় নকলা ?" "সেইটো নদীৰ কথা কিয় নকলা ?" কাম নাই আৰু।
Nice reply judge bilak bihur namot kolonko
গাই নদী বুলি গোৱাৰ পিছত , ভুল বুলি ও কোৱা নাই বিচাৰকে । সীমিত জ্ঞান ৰখাতকৈ মই ভাবো অজ্ঞাত হোৱাই ভাল , বিচাৰকে বিহুৱতী গৰাকীক জ্ঞানৰ পৰিসৰটো হে বঢ়াবলৈ কৈছে । আপুনি বিচাৰক জনক( ফকটিয়া )বুলি সম্বোধন কৰি নিজৰ পৰিচয় সুন্দৰকৈ দাঙি ধৰিলে । (A little knowledge is very dangerous ) এই ইংৰাজী ফকৰা যোজনা টি হয়টো ৰাইজে এই comment টোৰ জৰিয়তে সহজে বুজি উঠিব ।
Nodi buli koise gaise tat ako ulta pulta boki ase bisarok bule hei bur fotuwa sob
হব আৰু😊😊😊😊😊 এইকিজনীয়ে ফালিব গমপালো আৰু😊😊😊😊😊
বৰ নদী ব্ৰহ্মপুত্ৰৰ উপ নদী
উত্তৰ পাৰৰ উপনৈ ৷ নদী আমাৰ এখন ৷
প্ৰকৃতাৰ্থত সচাঁই হয়।
3rd view ers
Fast view
🤘🤘🤘
A juadge should know what is Bihu
Pahari a jujona vul gai palaiu sanmari pai gol wah😂😂😂😂😂
Hui aahil sage kunuba etar logot
বিচাৰক দুজন আলপো ভাল নালাগিল , কোনে বিচাৰক বনালে ইহঁতক
Bisarkr bisar lekhtlblgiya
গাইনদীৰ উপৰেদি অহা যোৱা কৰি কৰি ভাগৰ লাগিল! বিচাৰক মহোদয় ধেমাজিৰ ফালে এপাক মাৰিব
June jane hi he hudhorabo pare, so khub bhaal lagise. 👏👏👏👏
A juadge should know what are the historical name of river of Assam
😅😅
❤️❤️❤️❤️❤️
Huniboloi huola hobo lagibo
Dorika desange Pani bahi gole dekhow arahuti hol
Kobo paribo lage lai lofa dhekia adi Kobo paribo lage
বিচাৰকসকলৰ মন্তব্যক লৈ সুখী নহয়.....ইমান গাই বাই কি ৰিজাল্ট দিলে দেখি আৰু😂😂😂
Dhemaji side e buli kole Arunachal buli koi buli aajihe janilu ...lol
Axom bihuoti loi nami oha jujona tu vul tothapiu axom bihuoti kenekoi pale First puroskar..?
পুৰণি দিনৰ নদীৰ নাম পাহৰিলে চাগে, আগতে শুনা নাম গালেহে শুদ্ধ হয় নি??
Bihur prosnobur xuni,Bihu gusi bih jenhe loga xoise.kunu madokota nai
Tohoti guwa bure gan aro ami guwa bur ki ..
Judgement hoise ne APSC mains r exam hoise dhoriboi pora nai...
Thik koisa
Takeei ko 😆
পাহাৰীৰ যদি যোজনাটো ভুলেই হৈছিল তেনেহ'লে তাই অসম বিহুৱতী পালে কেনেকৈ।ক'ব লাগে
Nice
তাই গাইনদীখনহে দেখিছে তাতে গাইগৰু এজনী সিহঁতৰ উটি গৈছিলে ছাগে ধন্যবাদ🙂🙂🙂🙂🙂
নাই হোৱা
Hoja jujona mna 🙄 jujona houk gan houk kunubai nohoi kunubai 2 haja ai hai2 ki vul ni.
Ata okol vul dhorate ase..vl nlge enekua korile..
Jur kaijan baci karesa
Pub gwahati honmilon nohoijanu
Suwalijoniye GAI nodik loi gaise taat ako bisarokor iman kotha kio ??? Nodi ekhonot naam loi galei hol ..bisaroke bisora nodi khonor naam loi ye j gabo lagibo kotha ase neki
বিচাৰকে নাচনীৰ হাহিহে কাহিলে
Question answer Diya pxt u vul dhoribole era nai...
Judgement keijon nijoke over Smart dekhab goise Jean lagise------nijor kimn Gyan ase bihu uport????Judgement kejonor?????
Ok
তাই খুটুৰা শাকহে খায়ছাগে
Prosno hitane xosakoie bihuoti xokolor mukhor xaxi karhi nile dei 😀
Bisarok kitai besi jona dekhuyase
Aituu khele mele
Komend nokoru aru hahi uthise
Bota bitoroni video dibo
Kunuba ejon judge kiyo eman irritating hoi ase.. Sound tu bohai diyana amuk tu kori diyana tamuk tu kori diyana
Gai noi raije sini nupuwa tu dukhor kotha...
নহব এইগৰাকীৰো ঠৰঙা লাগিলে তামোলৰ ঢকোৱাতে চেনাই সোমাই থাকে তাই আক মৰমটো হে চিনি পায়।
এই জনীয়েও অসমীয়া ভাষা নাজানে কৈছে অলপ সময় ৰ আগতে (নৈলৈ হালিলে ন দালি ভলুকা পথাৰলৈ হালিলে কাক) কবলাগে কা+ক+অ ;;কৰ পিচত অটো উচছাৰণ কৰিব লাগিব আৰু শেষত কালৈ চিন্তা কৰি থাকৰ পিছত ছোৱালীজনীয়ে অ উচছাৰণ কৰা নাই অসমীয়া। ভাষা নাজানে মবাইল চাবহে জানে হব আৰু😊😊😊😊😊😊
Toi iman jano jodi judge ho goi ja ...
Judge keigorakir naam kouksun , egoraki toh Madhurima Mam sini paisu
Khumnath Bora tohoti guwa gan bur gan ami guwa bur khaji guwa gan ....moi jadi gan ATA khaji gai khei² gan nhy Mane ....
গেঞা ম'হ নহয় হ'ব লাগে গেৰা (গৰ ওপৰত চন্দ্ৰ বিন্দু লাগে,চিন টো লিখিব পৰা নাই) ম'হ (genra)। প্ৰাই ৫ বছৰ মান বয়সলৈকে মতা ম'হ পোৱালিক Genra ম'হ বুলি কোৱা হয়।
Genra ম'হৰ শিঙৰ পৰা বনোৱা পেঁপাৰ মাত শুৱলা হয় । নাচনী গৰাকীয়ে ঠিকেই উত্তৰ দিছিল। কিন্তু বিচাৰক ডাঙৰীয়াই ম'হৰ পোৱালিটোক গেঞা ??? ম'হ বোলে বুলি কোৱাতো শুদ্ধ হোৱা নাই।
বিহুত বজোৱা ৫বিধ বাদ্যৰ নাম সুধিলে উত্তৰটো হ'ব-- ঢোল, পেঁপা,টকা, গগনা আৰু বাঁহী। বিহু ঢোল , পাতি ঢোল,জয়ঢোল , ম'হৰ শিঙৰ পেঁপা,মেঠুনশিঙৰ পেঁপা, বাঁহৰ পেঁপা ইত্যাদি কোৱাৰ কোনো প্ৰয়োজন নিশ্চয় নাই।
Oversmart judgement 🤣🤣🤣
dhunia dhunia nasoni dekha pai gaa uthi e jai ru Judge sahab r 😀😘
🤣🤣kopou aaa binale
Anusthantu sai val lagil but bisarok keijone olop besi confused Kore nasonik, besi kori dele vl nalage....
নিজেই সাজি সাজি গাইছে 😂😂😂😂বিচাৰক rip 😂🙏
Jurja kaijana eman baci karesa amar nasani confus
Besi Kori atu
Aamar Akhomor bisharok hokolor ajonoro gothonmulok kotha koya moi dekha nai.kebol bhulor oporot bhul hay dhori thakey.majulir jito gai nodir kotha koley heitoo kot bhul dekha pale moi najanoo.
Gari horn tuk pepa buli kouwatuk bihut logot relation ase neki ..murtuyei gorom hoi goise kothabur huni
Sob ustat
Ai kitai anei khodisei
Hompurno vul
Tita kerela, koldil, bilahi,lai , lofa
শাক কেইবিধ শুদ্ধ হৈছে আপোনাৰ
লাই, লফা, তিতা কেৰেলা,বিলাহী , কল্ডিল
❣️❣️❣️👌👌👌👌👌👌
Besi kore bisaroke ...fotua oversmart keita ...hutuli jodi badyo nhoi then bojabo dibo nalage bihut ..useless bisar ..Barsha buragohain best ....
Kak nohoi kako thak nohoi thako