Latasil Bihu 2024 ভূপেন হাজৰিকা গীতত ৰাইজৰ বিপুল সঁহাৰি | বহাগ মাথোঁ ঋতু নহয় কণ্ঠ শুনি কি কব আপুনি

Sdílet
Vložit
  • čas přidán 22. 04. 2024
  • Latasil Bihu 2024 ভূপেন হাজৰিকা গীতত ৰাইজৰ বিপুল সঁহাৰি | বহাগ মাথোঁ ঋতু নহয় কণ্ঠ শুনি কি কব আপুনি
    #sk_jubahomaj
  • Zábava

Komentáře • 227

  • @aruphazarika4717
    @aruphazarika4717 Před 3 měsíci +29

    এখেতসকল আচলতে অসমীয়াৰ গৌৰৱ । লতাশিল বিহুতলীক বহুত বহুত ধন্যবাদ জনাইছোঁ 🙏 লগতে আগলৈকো এনে প্ৰচেষ্টা অব্যাহত ৰাখে যেন

    • @parthapratimkalita983
      @parthapratimkalita983 Před 3 měsíci +1

      এখেত হ'ল পশ্চিম বংগৰ। অসমীয়া ৰ বাবে লাজৰ কথা শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ গীত সমূহক প্ৰাপ্ত মৰ্যাদা দিব পৰা নাই । 😢

    • @anujkrbishaya2194
      @anujkrbishaya2194 Před 3 měsíci +1

      🙏 অশেষ ধন্যবাদ

    • @satyabandas1007
      @satyabandas1007 Před 3 měsíci

      ধন্যবাদ আপোনাক আৰু শত শত প্ৰণাম।

  • @ratulnath5783
    @ratulnath5783 Před 3 měsíci +32

    ভাল লাগিছে আজি বংগৰ শিল্পীয়ে ভূপেনদাৰ কালজয়ী গীত পৰিৱেশনেৰে ভূপেনদাক পুনৰুজ্জীৱীত কৰিছে,💐💐💐 তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম 🙏🙏🙏
    দুখ লাগিছে ভূপেনদাৰ জন্ম ভূমি অসমৰ শিল্পীয়ে বিহু মঞ্চত ভূপেনদাক স্মৰণ নকৰে।
    ধিক অসমীয়া মানুহ নহয় 😢😢😢

  • @amiyakumarboro1536
    @amiyakumarboro1536 Před 3 měsíci +56

    মিথুন ধৰ দেৱৰ নিচিনা শিল্পীক অনুস্থানলৈ আমন্ত্ৰণ কৰা আয়োজক কমিটিক শলাগ জনাইছোঁ।

    • @prabinmallabaruah8845
      @prabinmallabaruah8845 Před 3 měsíci +4

      মই যোৱা বছৰ বিহুৰ আগতে বিহু কমিটি সমূহক অনুৰোধ কৰিছিলোঁ যে তেওঁলোকে মিঠুন ধৰক আমন্ত্ৰণ জনাই দৰ্শক শ্ৰোতাক আমোদ দিয়াৰ লগতে ডঃ হাজৰিকাৰ গীতৰ সাধক এজনকো উৎসাহিত কৰক। লতাশিল বিহুৰ কাৰ্য্যকৰ্তা সকলকো আমি ধন্যবাদ জনাইছো ।

    • @anujkrbishaya2194
      @anujkrbishaya2194 Před 3 měsíci

      🙏 মই শ্ৰী অনুজ কুমাৰ বিষয়া সাংস্কৃতিক সম্পাদক গুৱাহাটী বিহু সন্মিলনীৰ হৈ সকলোকে মোৰ প্ৰণাম জনালোঁ। আৰু মোৰ পিতৃ প্ৰয়াত ক্ষীৰদা কান্ত বিষয়া‌ দেৱৰ মঞ্চ বিহুৰ যি মহান উদ্দেশ্য আৰু প্ৰচেষ্টাক অব্যাহত ৰাখিবলৈ সদায়ে চেষ্টা কৰিম আৰু আশা কৰিম অসমৰ সকলোৱে মিলি একেলগে এই দৰে কৰিলে আমাৰ বিহুটি বিহু হৈ থাকিব। ধন্যবাদ 🙏

    • @anujkrbishaya2194
      @anujkrbishaya2194 Před 3 měsíci

      🙏 অশেষ ধন্যবাদ

    • @JanokiDevi
      @JanokiDevi Před 3 měsíci

      Bahut vl

    • @prasantagoswami1477
      @prasantagoswami1477 Před 2 měsíci

      ৰথো দেখলাম আৰ কলাও বেছ্‌লাম। নাচতে না জানলে উঠান বেকা। তাৰ মাইকেই অসুবিধা দিৎচ্ছে।

  • @arindamlahon
    @arindamlahon Před 3 měsíci +19

    মিথুন ধৰ। ভূপেন হাজৰিকাৰ আমৰণ অনুৰাগী। তেওঁ পশ্চিমবংগৰ।

  • @amiyakumarboro1536
    @amiyakumarboro1536 Před 3 měsíci +34

    শ্ৰদ্ধাৰ ড. ভূপেন হাজৰিকা দেৱক ইমান গভীৰ আন্তৰিকতাৰে অনুসৰণ কৰা শিল্পীজনক বহুত বহুত নমস্কাৰ আৰু সেৱা জনাইছোঁ।

  • @chiranjibdutta565
    @chiranjibdutta565 Před 3 měsíci +44

    Ajir dinot Axmor kaijon singer e bhupen hazarika deb r gaan poribexon korise bihu monsot...Mithun dhor debloi bihur ulag jonai xuvesha jasilu🙏

  • @thunugogoi4801
    @thunugogoi4801 Před 3 měsíci +11

    ভূপেনদাৰ গীতৰ সুৰৰ লগত ইমান মিল!বহুত ভাল লাগিল গীত কেইটা শুনি ।

  • @india1157
    @india1157 Před 3 měsíci +7

    ভুপেন দাৰ. পুনৰ জন্ম হোৱা যেন লাগিল 😱😱 I can't believe it ,, How it's possible to be same voice and singing , attitude , body language. and Personality ??? WE ARE. BLESSED to get back him 🙏🙏🙏

  • @kovitas2173
    @kovitas2173 Před 3 měsíci +13

    ভূপেন দা যেন আকৌ আমাৰ মাজত আহিছে খুব সুন্দৰ কণ্ঠ 🙏

  • @pushpadevi-ey9vw
    @pushpadevi-ey9vw Před 3 měsíci +3

    সচাকৈ অতুলনীয় । এইজন শিল্পীক সকলোৱে স্বীকৃতি দিয়া উচিত ।

  • @manjuribhattacharyya2879
    @manjuribhattacharyya2879 Před 3 měsíci +8

    সঁচাই,তেখেতক নেদেখিলে ভূপেন দাই গান গাই থকা যেন লাগে।ভূপেন দা নাই,কিন্তু তেখেতৰ কণ্ঠ আমাৰ মাজত আছে।মিথুন ধৰ ৰ সু স্বাস্থ্য আৰু দীৰ্ঘজীৱন কামনা কৰিলোঁ 🙏

  • @anupkrdas6798
    @anupkrdas6798 Před 3 měsíci +16

    সুন্দৰ । সুধাকণ্ঠক বিচাৰি পোৱা গৈছে ।

  • @phulendranathroy6105
    @phulendranathroy6105 Před 3 měsíci +19

    চাই নাথাকিলে ভূপেন হাজৰিকাই গীত গাই থকা যেন লাগে।

  • @probinsaikia2641
    @probinsaikia2641 Před 2 měsíci +3

    ভূপেনদাক জীয়াই ৰখাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ।

  • @dilipchandrabora6161
    @dilipchandrabora6161 Před 3 měsíci +8

    ভাল লাগিল, ভূপেন দাৰ কণ্ঠৰ লগত বহুত মিলে।

  • @ArunKonch-ur4zh
    @ArunKonch-ur4zh Před 3 měsíci +23

    সুধাকণ্ঠ দেৱৰ কালজয়ী গীত বোৰ শুনি হেপাহ নপলায় । সুন্দৰ কণ্ঠ ।

    • @Hsk888
      @Hsk888 Před 3 měsíci

      😮

    • @jmgassam1622
      @jmgassam1622 Před 3 měsíci +2

      নাম তেওঁৰ মিথুন ধৰ।কলিকতাত ঘৰ।ইমান ধুনীয়া অসমীয়া কয়।ধন্যবাদ।

  • @jmgassam1622
    @jmgassam1622 Před 3 měsíci +4

    🎉সাইলাখ ভূপেনদাৰ নিচিনা অশেষ ধন্যবাদ।কলিকতাত ঘৰ তেওঁৰ।ইমান ধুনীয়া অসমীয়া কয়।মই আগতো এখেতৰ গান শুনিছোঁ।নাম মিথুন ধৰ।

  • @user-im6qx5rd8p
    @user-im6qx5rd8p Před 3 měsíci +7

    বৰ সুন্দৰ। গাণৰ মাজত ভূপেন দাক পোৱা যেন লাগিল

  • @user-sk8fz3mk3d
    @user-sk8fz3mk3d Před 3 měsíci +4

    শুভেচ্ছা থাকিল 🎉

  • @Rokcybhai-v7i
    @Rokcybhai-v7i Před 3 měsíci +13

    ভূপেন হাজৰিকা সদায় আমাৰ প্ৰানত জীয়াই থাকিব।

  • @promodborah3768
    @promodborah3768 Před 3 měsíci +2

    ভুপেন দা জীয়াই আছে য়েন অসমীয়া সমাজত এনে লাগিল ধন্যবাদ থাকিল আপোনাক ভগৱানে কুশলে ৰাখে য়েন ধন্যবাদ ❤❤❤❤

  • @goswamidhan9826
    @goswamidhan9826 Před 3 měsíci +9

    Kune koy Bhupen Da dhukal buli.......
    Bhupen Da........ is an.....
    Eternal....
    Universal...,
    Perpetual..... Soul....

  • @sanahigogoi381
    @sanahigogoi381 Před 3 měsíci +2

    সুন্দৰ কণ্ঠ ভগৱানে কুশলে ৰাখক ভূপেনদাৰ কণ্ঠ দৰে একেই

  • @ranjitmahanta1565
    @ranjitmahanta1565 Před 3 měsíci +6

    ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীতবোৰ বিহু মঞ্চত সুন্দৰকৈ পৰিৱেশন কৰি মিথুন ধৰৰ দৰে সুন্দৰ ৰুচিসম্পন্ন শিল্পীয়ে বিহুতলীত এক সুস্হ বাতাবৰণৰ সৃষ্টি কৰিছে ৷ কিন্তু দুখৰ কথা এইয়াই যে ৰাজ্যখনত থকা অধিকাংশ গায়ক গায়িকাই ভূপেন হাজৰিকাক যেন পাহৰি পেলাইছে ৷ ভূপেন হাজৰিকাৰ মাথোঁ এটা গানো মঞ্চত পৰিৱেশন কৰি বিশ্ববিখ্যাত শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰা পৰিলক্ষিত নহয় ৷ নিজকে কিবা অকৃতজ্ঞ জাতি যেন নেলাগেনে? বিহুতলীত আজি সুস্থ ৰুচিসম্পন্ন গীতৰ অভাৱ ৷ সৰহ সংখ্যক গীতৰ কথা অৰ্থহীন, কিছুমান হাইউৰুমিৰ বাহিৰে আন একো নাই ৷

  • @srimantamali64
    @srimantamali64 Před 3 měsíci +8

    সুন্দৰ দাদা, ভূপেন দাক আকৌ পাইছোঁ।

  • @Mimu.2021
    @Mimu.2021 Před 3 měsíci +5

    ❤❤❤❤❤❤❤❤❤ speechless. Waooooooo

  • @rimihazarikaarandhara4922
    @rimihazarikaarandhara4922 Před 3 měsíci +1

    সুন্দৰ,, আৰম্ভণি তে যদিও অলপ ভূল হৈছে,, বৰ্তমান বিহু মঞ্চত এই সুবিধাকন দিয়াৰ বাবে আয়োজক সকলক বহুত ধন্যবাদ,, আজিৰ দৰ্শকে পোনচাতেই বিহু বুলি চিঞৰাৰ বীপৰীতে এক উৎকৃষ্ট নিদৰ্শন,, বহুত ভাল লাগিল,,

  • @manujkr.brush.7445
    @manujkr.brush.7445 Před 2 měsíci +1

    Moi specialy thanks to Lataxhil bihu commitiloi.God bless to Lataxhil.

  • @HariCharanKalita-fu8kt
    @HariCharanKalita-fu8kt Před 2 měsíci +2

    বৰ সুন্দৰ। মতৰ বহু মিল আছে। সকলোবোৰ দিশত সুক্ষ্ম ভাবে আৰু শুদ্ধকৈ অনুধাৱন কৰিব পাৰিলে আহি থকা নতুন প্ৰজন্মৰ বাবে হাজৰিকাদেৱৰ গীতৰ অনুধাৱনত প্ৰেৰণা যোগাব বুলি আশা কৰিব পাৰি ।

  • @nayankumarpawe2671
    @nayankumarpawe2671 Před 3 měsíci +5

    দ্বিতীয় সুধাকন্ঠ বুলি কলোঁ।

  • @manujkr.brush.7445
    @manujkr.brush.7445 Před 2 měsíci +1

    Val lagil Mithun Dhar, Bangali hoiu bhupen dak jiyai rakhiba bisirise, Jubeen papon corporate singer hoi lage. Bahut bahut thanks bangali vai ami bangla buji as well as all sentiment of human being.

  • @user-zc2vt7xz1v
    @user-zc2vt7xz1v Před 3 měsíci +3

    অতি সুন্দৰ কণ্ঠ ও পৰিবেশন ।

  • @samirpaul3381
    @samirpaul3381 Před 3 měsíci +1

    Oshadharon 👍

  • @aparajitatamuli7273
    @aparajitatamuli7273 Před 3 měsíci +8

    ভাল লাগিল

  • @jyotiprasadnath7132
    @jyotiprasadnath7132 Před 3 měsíci +6

    চেষ্টা অব্যাহত ৰাখিছে ধন্যবাদ,
    উচ্চাৰণত অলপ গুৰুত্ব দিয়াৰ অনুৰোধ জনালোঁ।

  • @dhanideka5587
    @dhanideka5587 Před 3 měsíci +4

    Bohut val lagile bhupen dar dore lagise

  • @anjanabezbaruah9617
    @anjanabezbaruah9617 Před 3 měsíci +3

    বহুত ভাল লাগিল 🙏🙏

  • @jatindeka6784
    @jatindeka6784 Před 3 měsíci +4

    প্ৰণাম জনাইছো🙏 জয় আই অসম 🙏আয়োজক সমিতিক ধন্যবাদ জনাইছোঁ ।

  • @binitaupadhyaya2343
    @binitaupadhyaya2343 Před 3 měsíci +2

    মিথুন ধৰ দেৱক আন্তৰিক ধন্যবাদ অসমৰ বিহুৰ মঞ্চত ভূপেন দাৰ গীত পৰিৱেশন কৰি ভূপেন দাক আমাৰ মাজত যেন পুনৰাই লৈ আহিছে

  • @munumunu6223
    @munumunu6223 Před 3 měsíci +3

    সুন্দৰ🙏🙏🙏🙏🙏

  • @minubaruah1852
    @minubaruah1852 Před 3 měsíci +4

    এইহে গান

  • @dibakarbarkakaty8158
    @dibakarbarkakaty8158 Před 2 měsíci

    Apunak bahut val lagil hubahu Bhupen hazarika kantha aguwy jaouk

  • @dhanjitkalita757
    @dhanjitkalita757 Před 3 měsíci +3

    Bohut bohut bhal lagil

  • @AkashneelBiki
    @AkashneelBiki Před 3 měsíci

    Mithun da aapunaloi bohut bohut dhanyawad..... bohut bhal lagil...👍

  • @RajibBaruah-db9mf
    @RajibBaruah-db9mf Před 2 měsíci +1

    Mithun devoloi khotokhahasra Pronam,Jai Aai Axom

  • @rathinsaikia5372
    @rathinsaikia5372 Před 2 měsíci +1

    আহ্বায়ক সমিতিক ধন্যবাদ জনালোঁ

  • @mohankalitambrs8642
    @mohankalitambrs8642 Před 3 měsíci +2

    Gun suni Mur enekuwa lagil jen Bhupen Hazarika Dev ajiu jiyai ase. Sosai bor apurba kantha.
    Namaskar.

  • @shyamolikabora2924
    @shyamolikabora2924 Před 3 měsíci +4

    Verry good

  • @manujkr.brush.7445
    @manujkr.brush.7445 Před 2 měsíci +1

    Lataxhile nirmal dharak mati bahut dangar mati bahut dangar Kam korile, aeia continue thakak. Bahut val lagil. Xhubhessa thakil.

  • @monalishakutumkutum2296
    @monalishakutumkutum2296 Před 3 měsíci +7

    ভূপেন হাজৰিকাৰ দৰেই ভাল লাগিল

  • @user-gw7sv1xf3f
    @user-gw7sv1xf3f Před 3 měsíci +1

    সুন্দৰ

  • @vidyut682
    @vidyut682 Před 3 měsíci +2

    Mithun Da is superb

  • @user-wk2lr7fl3d
    @user-wk2lr7fl3d Před 3 měsíci +6

    বহুত বহুত সুন্দৰ লাগিল

  • @guningogoi3071
    @guningogoi3071 Před 3 měsíci +2

    Bohut Vaal Lagil,Hubohu Bhupen Hazarika r Kontha.

  • @banajituzir5197
    @banajituzir5197 Před 3 měsíci +4

    Long live Mithun Dhar Deb❤

  • @gauripurdiary
    @gauripurdiary Před 3 měsíci +3

    Val lagil Jen bhupendaa

  • @Rajansm123
    @Rajansm123 Před 3 měsíci +3

    Hundor bhupen da.manisu

  • @prasanta6409
    @prasanta6409 Před 3 měsíci +1

    বহুত ভাল লাগিল, অশেষ ধন্যবাদ।

  • @pintudas3197
    @pintudas3197 Před 3 měsíci +1

    Mithun da we are proud of you ❤❤❤

  • @sanjoygogoi802
    @sanjoygogoi802 Před 2 měsíci +2

    এনে লাগিছে ২০০৯ চনত উলুবাৰীৰ IWT মুখ্য কাৰ্যালয়ত আপুনি কিশোৰ কুমাৰ, মহম্মদ ৰফী আদিৰ গানৰ প্ৰ'গ্ৰাম কৰিছিল।

  • @user-gi3go6qq7m
    @user-gi3go6qq7m Před 3 měsíci +2

    No defarence dr hazrika sir and respected lipi garakir majat.i salute to him

  • @rabindrabaishya2393
    @rabindrabaishya2393 Před měsícem

    Bahut sundar shurar dhani

  • @pritamsarma1672
    @pritamsarma1672 Před 3 měsíci +9

    Mat tu akebare amar Bhupen Hazarika r dore....

    • @jmgassam1622
      @jmgassam1622 Před 3 měsíci

      মিথুন ধৰ তেখেতৰ নাম

  • @pradipkrnath100
    @pradipkrnath100 Před 3 měsíci

    Bahut sunder 🙏👏👏👌💯

  • @hiraboruah3208
    @hiraboruah3208 Před 3 měsíci +1

    অতি সুন্দৰ হৈছে।

  • @rajibsharma6751
    @rajibsharma6751 Před 3 měsíci +1

    Excellent...❤❤❤... as if Dr. Bhupen Hazarika is signing.... Wonderful...Mr. Dhar....

  • @monbora60
    @monbora60 Před 3 měsíci +2

    Bhut val lagil.

  • @user-vw8qq2cu6d
    @user-vw8qq2cu6d Před 3 měsíci

    Right... Enekuwa manuh matibo lage Bhupen da keijon silpiye mont pelai

  • @riderover7
    @riderover7 Před 2 měsíci

    অতি সুন্দৰ । বুকুৰ মাজত ভূপেন দাক অনুভৱ কৰিছো আপোনাৰ গান শুনি । ধন্যবাদ ।

  • @santanusaikia6343
    @santanusaikia6343 Před 3 měsíci +2

    গা-মন শিয়ঁৰি গৈছে। চকুমুদি শুনিলে ভূপেনদাকে দেখা পোৱা যেন লাগিছে ।

  • @pabitrabaishya9435
    @pabitrabaishya9435 Před 3 měsíci +1

    সচাকৈয় সমন্নয়ৰ প্ৰতীক

  • @user-ht5eu8ol4j
    @user-ht5eu8ol4j Před 3 měsíci +3

    আপোনাক বহুত বহুত ধন্যবাদ দেই 🎉🎉🎉❤❤❤❤

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 Před 3 měsíci +4

    ভাল লাগিল দেই।শুভেচ্ছা থাকিল।

  • @RitaMonisaikia-ol5pq
    @RitaMonisaikia-ol5pq Před 2 měsíci +1

    ভূপেন হাজৰীকা দেৱৰ দৰে লাগিছে ।

  • @putulgayan648
    @putulgayan648 Před 3 měsíci +2

    মিথুন দাকে আমি সহশ্ৰ প্ৰণাম জানাই ।🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @balendas4511
    @balendas4511 Před 3 měsíci +3

    ভূপেন হাজৰিকাৰ গীতৰ দৰেই ভাল লাগিছে ❤❤❤

  • @manujkr.brush.7445
    @manujkr.brush.7445 Před 2 měsíci

    Nirmal Dhare apurba gale.Thanks him a lot.

  • @user-vg3pf7fj8w
    @user-vg3pf7fj8w Před 3 měsíci +1

    2nd Bhupen Da thankyou .

  • @manujkr.brush.7445
    @manujkr.brush.7445 Před 2 měsíci

    Ati xhasa.Ami teok invite koriba lage.

  • @niyoresmiofficialmusic8161
    @niyoresmiofficialmusic8161 Před 3 měsíci

    Bhupen khura Jen atiyau jiyai ase Ane lagil❤

  • @buddheswarmazumder8187
    @buddheswarmazumder8187 Před 3 měsíci +3

    Bhupenda is alive inside Mithun Dhar dangoriya. My pranam to both the noble souls.

  • @abanidas6895
    @abanidas6895 Před 3 měsíci +1

    সুন্দৰ।

  • @monojdutta2724
    @monojdutta2724 Před 3 měsíci +1

    Nice singing

  • @krishnakantabordoloi7185
    @krishnakantabordoloi7185 Před 3 měsíci +2

    Mithun da dyboloi antarik khubhysa jasilu Lagaty rangali bihur khubhysa janalu

  • @hiranyadas6125
    @hiranyadas6125 Před 3 měsíci +1

    Khub Val kantha

  • @krishnak.tboruah5536
    @krishnak.tboruah5536 Před 3 měsíci +1

    Same as Bhupen Hazarika sir
    Melodious tone
    Nice

  • @pintudas3197
    @pintudas3197 Před 3 měsíci

    Mr Mithun dhar Long live

  • @user-mp3qz3fz8q
    @user-mp3qz3fz8q Před 3 měsíci

    Bhupen Da Jen jidit aase. anubhab hai.brother.god be with you.live long.

  • @bhaskarmahanta6933
    @bhaskarmahanta6933 Před 3 měsíci +5

    আমাৰ তথাকথিত শিল্পী বোৰে কিছু শিক্ষা লওক।

  • @bobyborthakur5431
    @bobyborthakur5431 Před 3 měsíci

    Khub bhl lagise...tekhetoloi sashradha pronam

  • @paranbora5290
    @paranbora5290 Před 3 měsíci +2

    Dangoria val gayse shaylakh bhupen hajorika.aaguaay jaok shuvessa thakil.

  • @pintudas3197
    @pintudas3197 Před 3 měsíci

    Mithun da apuni protitu bohagote akhomoloi ahi bihumonchot bhupen dar geet poribekhon Kori bhupen dar smriti homogro prithibit smritibahi Kori rakhibo buli akhombakhir hoi apunaloi binomro dabi jonalu logote binomro anurudh korisu.

  • @adilhussain5468
    @adilhussain5468 Před 3 měsíci +1

    Uff❤

  • @kajalsarkar6701
    @kajalsarkar6701 Před 3 měsíci +1

    Just waoooo

  • @SpaceIsAwesome0358
    @SpaceIsAwesome0358 Před 3 měsíci +1

    Shaku pani ulai goise suni 🙏

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb Před 3 měsíci +1

    🎉 nice. Thanks from andhrapradesh, neillore district.

  • @harihazarika2861
    @harihazarika2861 Před 3 měsíci +2

    Very good ❤

  • @user-yj2sx9hq1b
    @user-yj2sx9hq1b Před 3 měsíci +2

    Namskar God bless 🙏you

  • @amitavashome6266
    @amitavashome6266 Před 3 měsíci

    Thanks to organizing committee and thanks to the singer. ......A unique & great effort to keep alive the voice and melodies of the legend Bhupenda.

  • @narayangogoi2220
    @narayangogoi2220 Před 3 měsíci +5

    আপোনাৰ গীতটো সোনি ভাল লাগিল