স্মাৰ্ট মিটাৰ, মাচুল বৃদ্ধিক লৈ ৰাজ্য কঁপালে আছুৱে

Sdílet
Vložit
  • čas přidán 10. 09. 2024
  • স্মাৰ্ট মিটাৰ, মাচুল বৃদ্ধিক লৈ ৰাজ্য কঁপালে আছুৱে। প্ৰতিবাদৰ মাজতে কেইবাটাও স্থানত আৰক্ষীৰে সংঘাত আছু কৰ্মীৰ। স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে ভাঙি দিয়াৰ হুংকাৰ আছু কৰ্মীৰ
    #nbnews #nbnewsdigital #Aasu #electricity #ElectricityPrices #electricitybill
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Komentáře • 756

  • @Rekhasvlog1515
    @Rekhasvlog1515 Před 25 dny +181

    ApDcL স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে। এই আন্দোলন চলিয়েই থাকিব লাগে। জয় আই অসম 🙏 সদৌ অসম ছাত্ৰসন্থা জিন্দাবাদ জিন্দাবাদ 🙏🙏🙏

  • @SADHANRanjanHajong-lj9zf
    @SADHANRanjanHajong-lj9zf Před 25 dny +91

    লাগি থাকক ।যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নকৰে অসমৰ প্রতিটো জিলাই জিলাই তীব্ৰ আন্দোলনৰ সময় আহি পৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত লোৱা এই পদক্ষেপক অশেষ অশেষ ধন্যবাদ জনালোঁ।

  • @SriCCDas
    @SriCCDas Před 25 dny +162

    বিজুলী বিভাগৰ মুৰব্বীক চাকৰিৰ পৰা বহিষ্কাৰ কৰা আৰু মিটাৰ সলনি কৰি পুৰণি মিটাৰটো পুণৰ লগাব লাগিব।

  • @RantanDutta
    @RantanDutta Před 25 dny +116

    আছুক ধন্যবাদ

  • @sabitadas8159
    @sabitadas8159 Před 25 dny +105

    সদৌ অসম ছাত্ৰসন্থা জিন্দাবাদ ।

  • @underliton5572
    @underliton5572 Před 25 dny +148

    সকলো জিলাতে আন্দোলন আৰাম্ভ কৰক যাতে Smart metter বাতিল কৰে যেন

  • @phanidharrabha8057
    @phanidharrabha8057 Před 25 dny +203

    সকলোৱে খুলি নি সেই স্মাৰ্ট মিটাৰ সমূহীয়াকৈ জ্বলাই দিয়া উচিত

  • @silentrock4487
    @silentrock4487 Před 25 dny +67

    ভাল হৈছে।আছুৰ লগতে অসমৰ সকলো জনগণক আহ্বান ওলাই আহক সকলোৱে

  • @kishoridas6447
    @kishoridas6447 Před 25 dny +78

    আছুক ধন্যবাদ। জলন্ত সমস্যা সমাধানৰ কামত লাগি থাকক। কেইদিনমান লাগি পিছত মনে মনে বহি নাথাকিব। আছুক পুনৰ ধন্যবাদ।

  • @lkgogoisworld7191
    @lkgogoisworld7191 Před 25 dny +187

    এইবাৰ আছুৱে এটা ভাল কাম কৰিছে ।

  • @AB-kb9qe
    @AB-kb9qe Před 25 dny +52

    আছুক বহুত বহুত বহুত ধন্যবাদ।

  • @dhormendradoley7382
    @dhormendradoley7382 Před 25 dny +57

    স্মাৰ্ট মিটাৰ বন্ধ কৰক

  • @bsrunner9423
    @bsrunner9423 Před 25 dny +37

    চৰকাৰে জনতাক তেজ খাই ছে। আছু জিন্দাবাদ। ভাল পদক্ষেপ লৈছে।

  • @user-bb2bq9wh7f
    @user-bb2bq9wh7f Před 25 dny +72

    এই পুলিচ সোপা কোম্পানীৰ গোলাম নেকি ।সিহঁতৰ ঘৰত ফ্ৰি দিয়ে নেকি ।

    • @ritamoniborah941
      @ritamoniborah941 Před 25 dny +2

      পুলিচ কৰ্মী সকলেনো কি কৰিব,ওপৰৰ পৰা যি অৰ্ডাৰ আহে তাকে টো follow কৰিব লাগিবই,,

  • @ritamoniborah941
    @ritamoniborah941 Před 25 dny +47

    সঁচাকৈ ,এই স্মাৰ্ট মিটাৰ ৰে আমাকো জ্বলা কলা খুৱাইছে , light ফেন চলাব লৈকে ভয় লগা হৈ গৈছে ,বন্ধ কৰিব লাগে👍

  • @umeshkardong6116
    @umeshkardong6116 Před 25 dny +38

    কেৱল আছু নহয় ,অসমৰ সকলো সংগঠনে আন্দোলন কৰা উচিত। মিটাৰ টো smart নহয় ,লুণ্ঠনত হে smart .

  • @manojpegu4065
    @manojpegu4065 Před 25 dny +35

    আছুলৈ ৰাইজৰ সম্পূৰ্ণ সমৰ্থন আছে.... স্মাৰ্ট মিটাৰ বন্ধ কৰিব‌ই লাগিব চৰকাৰে , নহ'লে পৰিনাম ভয়ংকৰ হ'ব ✊👊

  • @putulchgayan
    @putulchgayan Před 25 dny +39

    সমগ্ৰ অসমৰ জনতাই প্ৰৱল প্ৰতিবাদ কৰিবলৈ ওলাই আহক ৰাইজ । লগতে অসমৰ সকলো সংগঠনে এই অন্যায়ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ওলাই আহক । জয় আই অসম ।

  • @HabiburRahman-zm7qb
    @HabiburRahman-zm7qb Před 25 dny +13

    আচুক ধন্যবাদ।

  • @user-pl1zq1zo1q
    @user-pl1zq1zo1q Před 25 dny +60

    দেৰিকৈ হ'লেও সাৰ পালে আছু।

  • @MontuSonowal-u7v
    @MontuSonowal-u7v Před 25 dny +35

    সুন্দৰ সিদ্ধান্ত

  • @sarbanandagogoi6549
    @sarbanandagogoi6549 Před 25 dny +73

    আছু এই প্ৰতিবাদে যাতে স্মাটমিটাৰ সমস্যাটো সামাধান হয় তাৰে আশা কৰিলোঁ।

  • @pratimago3245
    @pratimago3245 Před 25 dny +56

    ভাল কাম কৰিছে আছুৱে

  • @ranenray1093
    @ranenray1093 Před 25 dny +14

    APDCL স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে সকলো কাঞ্চুমাৰ এ স্মাৰ্ট মিটাৰ খুলী অফিচ অত যমা দে আহিব লাগে ও লাগতীয়াল এনে বিল উঠা প্ৰমাণ ও আছে যেতিয়া লৈকে এই স্মাৰ্ট মিটাৰ বন্ধ নকৰে এই আন্দোলন চলি থাকিব লাগে । জয় আই অসম ❤ সৌদ অসম ছাত্ৰ সন্থা জিন্দাবাদ ।

  • @papuchutia4102
    @papuchutia4102 Před 25 dny +30

    আছুক ধন্যবাদ।

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb Před 25 dny +21

    দূখীয়া সকলৰ তেজ শুহি শুহি খাব এই চৰকাৰ খনে । বস্তুৰ দামৰ কাৰনে আমাৰ দৰে দুখীয়া নিচলা মানুহ জীয়াই থকা বহুত ডাঙৰ কথা হৈছে।

  • @DhanJit-wc3fn
    @DhanJit-wc3fn Před 25 dny +21

    স্মাৰ্ট মিটাৰ বন্ধ নকৰালৈকে এই আন্দোলন চলাই নিব লগে ।

  • @pranabbarman9255
    @pranabbarman9255 Před 25 dny +17

    স্মাৰ্ট মিটাৰ চৰকাৰে অতি শীঘ্ৰে বন্ধ কৰক......স্মাৰ্ট মিটাৰৰ জৰিয়তে স্মাৰ্ট লুণ্ঠন কাৰ্যহে হৈ আছে

  • @rajentirkey1843
    @rajentirkey1843 Před 25 dny +14

    ASSU জিন্দাবাদ

  • @Pratibha9269
    @Pratibha9269 Před 25 dny +23

    আধাতে সামৰণি নামাৰিব? সফল কৰক। ৰাইজক সকাহ দিয়ক।

  • @azadkalam8904
    @azadkalam8904 Před 25 dny +27

    এইবাৰ আন্দোলন সফল হ'ব লাগিব নহ'লে আমাক সকলোকে শুহি শুহি খাব

  • @khanindrarabha4259
    @khanindrarabha4259 Před 25 dny +16

    বিদ্যুৎ বিভাগৰ কাৰণে লাইট জ্বলা ব লৈ ভয় লগা হৈছে।

  • @kaushikgoswami1416
    @kaushikgoswami1416 Před 25 dny +28

    সুন্দৰ পদক্ষেপ

  • @Tapanbaruah-dq3to
    @Tapanbaruah-dq3to Před 25 dny +13

    আন্দোলন অধিক তীব্ৰতৰ কৰক লগত আছো। সেই মিটাৰ কেইটা হিমন্ত মামাৰ ঘৰত মালা লগাই দিব লাগে।

  • @NabinKachari
    @NabinKachari Před 25 dny +12

    আছুক সমথন জনাইছো । সঁচাকৈ বহুত মূল্য বৃদ্ধি কৰিছে
    ।❤❤

  • @user-ub8kt8lz8i
    @user-ub8kt8lz8i Před 25 dny +24

    ষ্মাৰ্ত মিটাৰ বন্ধ হ'ব লাগে

  • @SaifuddinAhmed-l7u
    @SaifuddinAhmed-l7u Před 25 dny +18

    স্মাৰ্ট মিটাৰ বন্ধ হব লাগে

  • @tirthanathbordoloi6170
    @tirthanathbordoloi6170 Před 25 dny +12

    বহুত ভাল পদক্ষেপ লৈছে ।

  • @girindasarmah8003
    @girindasarmah8003 Před 25 dny +15

    বহুত সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে।

  • @MomiBoruah-wj7ck
    @MomiBoruah-wj7ck Před 25 dny +8

    Aasu thanks

  • @MofidurRohman-u5n
    @MofidurRohman-u5n Před 25 dny +28

    ভাল খবৰ।

  • @paragdutta9155
    @paragdutta9155 Před 25 dny +5

    আছু আৰু বীৰ লাচিত সেনাক ধন্যবাদ । আমি সকলো ৰাইজ আপোনালোকৰ লগত আছো ।

  • @dwipenbaruah1865
    @dwipenbaruah1865 Před 25 dny +21

    আছুৱে অতি সুন্দৰ কাম কৰিছে

  • @SaidurRahman-dt4qd
    @SaidurRahman-dt4qd Před 25 dny +22

    বাংলাদেশৰ ছাত্ৰ জনতাৰ আন্দোলনৰ দৰে আন্দোলনৰ ব্যৱস্থা কৰিব লাগে।

  • @rekibbhuyan7968
    @rekibbhuyan7968 Před 25 dny +17

    স্মাৰ্ট মিটাৰ আমাক নালাগে।স্মাৰ্ট মিটাৰ বন্ধ হব লাগে।

  • @sewalimahanta9359
    @sewalimahanta9359 Před 25 dny +6

    আপোনা সবলৈ ধন্যবাদ

  • @parameswarnath-ps1fb
    @parameswarnath-ps1fb Před 25 dny +12

    ধন্যবাদ জনালো আছু কৰ্মী সকল। আগবাঢ়ি যাওক।

  • @monowarhosen-ul1hy
    @monowarhosen-ul1hy Před 25 dny +23

    Good.aasu

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf Před 25 dny +8

    সজগ হোৱা ঐ আছু নহ'লে দিনক দিনে এইখন চৰকাৰে আমাক খালে

  • @hamantakrbarman9277
    @hamantakrbarman9277 Před 25 dny +12

    সদৌ অসম ছাত্ৰ সন্থা ধন্যবাদ

  • @assamvlogs6941
    @assamvlogs6941 Před 25 dny +13

    প্ৰতিটো জিলাৰে সংগঠন ওলাই আহক 😢😢😢

  • @prasannagogoi9335
    @prasannagogoi9335 Před 25 dny +12

    Smart miter যোৱা মাহত মোৰ ঘৰটো লগালে কিন্তু যোৱা কেইমাহ তকৈ বিল যথেষ্ট বেছি আহিছে৷

  • @assamvlogs6941
    @assamvlogs6941 Před 25 dny +9

    প্ৰতি মাহে বিল দি থকাৰ পাছতো 15,000/- টকা বিল আহিছে ধনশিৰি মহকুমা ত

  • @sassas6961
    @sassas6961 Před 25 dny +4

    Excellent step carryon

  • @Darknight20729
    @Darknight20729 Před 25 dny +16

    প্রতিবাদ কৰিলে হিমন্তই কিয় বাধা দিয়ে

  • @RohitMardiOfficial
    @RohitMardiOfficial Před 25 dny +7

    AASU Jinda bad 🙏

  • @ranjitgogoi1031
    @ranjitgogoi1031 Před 25 dny +13

    এইবাৰ আছুৱে ভাল কাম কৰিছে।❤

  • @JunmoniGogoiBora
    @JunmoniGogoiBora Před 25 dny +8

    স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে ,

  • @sbsadhan4071
    @sbsadhan4071 Před 25 dny +13

    সাধাৰণ মানোহক মাতক আমি যাম অন্যায় বিৰুদ্ধে

  • @juhanpadunofficial5453
    @juhanpadunofficial5453 Před 25 dny +12

    Good aasu

  • @ranjitborah6917
    @ranjitborah6917 Před 25 dny +10

    আছুক ধন্যবাদ দকাইত মিয়াৰ বন্ধ কৰক

  • @labaram566
    @labaram566 Před 25 dny +4

    সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ । ছাত্ৰ সন্থাৰ এই আন্দোলন সৰ্বান্তকৰণে আমি সমৰ্থন কৰিছোঁ ।এই আন্দোলন সফল হওক । কাৰণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিবিলাক কথা উত্থাপিত কৰা হৈছে, একেবাৰে সত্য আৰু শুদ্ধ । অশেষ ধন্যবাদ ।

  • @user-ww5uj2cf1q
    @user-ww5uj2cf1q Před 25 dny +5

    Very good job Aasu Zindabad

  • @user-pl1zq1zo1q
    @user-pl1zq1zo1q Před 25 dny +16

    অধক্ষ্য জিষ্ণু বৰুৱাক জবাব দিবলৈ কওঁক।

  • @prakhitaborguhain
    @prakhitaborguhain Před 25 dny +9

    Right ✅️

  • @bimangogoi7813
    @bimangogoi7813 Před 25 dny +10

    চৰকাৰক esmart মিটাৰ বাতিল কৰিবলৈ বাধ্য কৰাই দিয়ক আন্দোলনৰ জৰিয়তে

  • @AnilBorah-n6y
    @AnilBorah-n6y Před 25 dny +15

    ৰাইজে ঘৰত এই ফকতিয়া মিতাৰ লগাব নিদিব।
    মই তো নিদিও ,আৰু .

  • @uditsingh6837
    @uditsingh6837 Před 25 dny +3

    Atsu bohut vall kam koresa , dhanyabad.

  • @RehanAhmed-re9lo
    @RehanAhmed-re9lo Před 25 dny +9

    Veri good news

  • @BijaySharma100
    @BijaySharma100 Před 25 dny +9

    বহুত ভাল কৰিছে সকলোয়ে সমৰ্থন কৰক

  • @AsaduzZaman-lt9yi
    @AsaduzZaman-lt9yi Před 25 dny +12

    AASU ZINDABAD.

  • @user-hr1qq9hl3u
    @user-hr1qq9hl3u Před 25 dny +6

    Smart ডকাইতি বন্ধ হ'ব লাগে ।

  • @LakhyajitGogoi-i7u
    @LakhyajitGogoi-i7u Před 25 dny +13

    আছুৱে ভাল‌‌ কাম কৰিছে ❤️

  • @nirmalkumarchetia1845
    @nirmalkumarchetia1845 Před 25 dny +12

    আছু-জিন্দাবাদ, 💪

  • @rulirahman1288
    @rulirahman1288 Před 25 dny +3

    Aashu যে বহুত সুন্দৰ পদক্ষেপ লৈছে প্ৰত্যেক জিলাই জিলাই জনগণ ওলাই আহিব লগে ।

  • @AnjulataPegu-fm4bo
    @AnjulataPegu-fm4bo Před 25 dny +4

    কেনেকৈ চলিম ইফালে মূল বৃদ্ধি ।তাৰ পিছত ষ্টমাৰ্ট মিটাৰ।

  • @KhagenLagachuvlongs
    @KhagenLagachuvlongs Před 25 dny +6

    Good Job That is Students power 💪💪💪💪 Stop Smart Miter .

  • @RantanDutta
    @RantanDutta Před 25 dny +19

    স্মট মিটাৰ বন্দ হব লাগে

  • @rajentirkey1843
    @rajentirkey1843 Před 25 dny +3

    এইটো smart লুট এই বিভাগৰ

  • @Abinashmedhi916
    @Abinashmedhi916 Před 25 dny +4

    Thanks to assu

  • @monuranjanborah5266
    @monuranjanborah5266 Před 25 dny +5

    মই টো কেতিয়াবাই ভাঙিলো smart mater এতিয়া slour plat লগালো bill এতিয়া আলোগোতি

  • @rockjitgogoi3641
    @rockjitgogoi3641 Před 25 dny +5

    Val kam korise👍👍

  • @ranasaikia5686
    @ranasaikia5686 Před 25 dny +2

    Thanks assu.

  • @digantaarandhara2709
    @digantaarandhara2709 Před 25 dny +2

    AAsuk bahut bahut dhonyabad.Organisation tor pora ami Raije Jastic bisarisu

  • @anupdas739
    @anupdas739 Před 25 dny +3

    বাংলাদেশৰ দৰে নোহোৱাৰ আগতে স্মাৰ্ট মিটাৰ বন্ধ কৰি দিলে হল ।ৰাইজে নখ জুকাৰিলে নৈ বয়

  • @dsaikia8980
    @dsaikia8980 Před 25 dny +4

    সঁচাকৈ আমাৰ নিচিনা মানুহবোৰ চলিবলৈ বহুত কঠিন হৈ পৰিছে ।

  • @narrottamsaikia758
    @narrottamsaikia758 Před 25 dny +5

    Joy ai axom

  • @user-wh4vw4sp9k
    @user-wh4vw4sp9k Před 25 dny +1

    অতি সুন্দৰ পদক্ষেপ সকলো ওলাই আহক। জয় আই অসম ।

  • @inglishvlogs1015
    @inglishvlogs1015 Před 25 dny +7

    AASU has done good work.

  • @DeepjyotiPhukon-cn1ip
    @DeepjyotiPhukon-cn1ip Před 25 dny +8

    Very good

  • @mitaliborah8448
    @mitaliborah8448 Před 25 dny +2

    ভাল কথা দুখিয়া তেজ খুৱা সমাতমিটাৰ বন্ধ কৰক কিন্তু হাৰমানি নিদিব

  • @MinamalaHazarika
    @MinamalaHazarika Před 25 dny +2

    আহক আছুৰ লগত ওলাই সকলো সচেতন ৰাইজ

  • @moramiborah4724
    @moramiborah4724 Před 25 dny +4

    ভাল পদক্ষেপ লৈছে ।

  • @Rana-hg8hg
    @Rana-hg8hg Před 25 dny +3

    বাংলাদেশৰ ভেকচিন ব্যবহাৰ কৰিবলৈ সময় আহি পৰিছে, জনসাধাৰণ সজাগ হওক

  • @manirulhussan1571
    @manirulhussan1571 Před 25 dny +3

    বহুত ভাল পায় চো

  • @gautamnicevidioborkataki6087

    সদৌ অসম ছাত্ৰ সন্থাৰ এই পদক্ষেপক ধন্যবাদ জনালো ।

  • @ForidulIslam-jp1nv
    @ForidulIslam-jp1nv Před 25 dny +3

    Aasu jindabad

  • @bijoydeka9134
    @bijoydeka9134 Před 25 dny +11

    Bhangi dibo lage

  • @diptidutta1058
    @diptidutta1058 Před 25 dny +2

    ছাত্ৰ সন্থাই প্ৰশংসনীয় পদক্ষেপ লৈছে।

  • @ThengalAssam
    @ThengalAssam Před 25 dny +3

    আনদোলন অসম সকলুৱে চলাৱ লাগে জয় আই অসম