Video není dostupné.
Omlouváme se.

আজিও বিচাৰি পোৱা নগ'ল শ্বহীদ মুকুন্দ কাকতিৰ নশ্বৰ দেহ !

Sdílet
Vložit
  • čas přidán 30. 11. 2022
  • আজিও বিচাৰি পোৱা নগ'ল শ্বহীদ মুকুন্দ কাকতিৰ নশ্বৰ দেহ !
    কেনে আছে শ্বহীদ গৰাকীৰ ঘৰখন ?
    খোনা হোৱাৰ বাবেই হাঁহিৰ পাত্ৰ হৈছিল দেশপ্ৰেমিক মুকুন্দ কাকতি...
    #baartalaap #chakrapaniparashar #gohpur #mukandakakoti #assam #martyrs

Komentáře • 27

  • @bkp9774
    @bkp9774 Před 4 měsíci +9

    আজি হে গম পালো যে শ্বহীদ সকলে পেঞ্চন নেপায় বুলি। দুখ লাগিল।
    অথচ নেপাব লগা কিছুমানে পাইছিল। কাৰণ বয়স হিচাব কৰিলে নাবালক আছিল কিছুমানৰ।

  • @krishnagogoi1657
    @krishnagogoi1657 Před 4 měsíci +6

    চৰকাৰে গুৰুত্ব দিয়ক | জয় হিন্দ |

  • @balendas4511
    @balendas4511 Před 4 měsíci +5

    বৰ ভাল লাগিছে।মুকুনদ কাকতিৰ শৱদেহ বিছাৰি নোপোৱাটো বৰ পৰিতাপৰ কথা।

  • @balendas4511
    @balendas4511 Před 4 měsíci +9

    শ্বহীদৰ আত্ম বলিদান বাবে ভাৰত স্বাধীন হৈছে। চৰকাৰে গুৰুত্ব দিয়ক।

  • @nikhilphukan8279
    @nikhilphukan8279 Před 4 měsíci +5

    শহীদ মুকুন্দ কাকতিৰ বিষয়ে জানি আননিিত হ"লো ।

  • @jugendersaikia4176
    @jugendersaikia4176 Před rokem +6

    গুনিৰ গুণ সা সন্মান দিব নিবিচাৰে অসম চৰকাৰে ইয়াতকৈ আৰু দুখৰ বিষয় নাই।কিমান চৰকাৰ আহিল কিমান চৰকাৰ গল চব একেই পথৰ যাত্ৰী।

  • @balendas4511
    @balendas4511 Před 4 měsíci +3

    তেখেতৰ আত্ম বলিদানৰ বাবে আমি স্বাধীনতা লাভ কৰিছোঁ।তেখেতক চৰকাৰে সন্মান দিয়াটো
    বিচাৰোঁ। 8:32

  • @arunmissong432
    @arunmissong432 Před 4 měsíci +3

    বৰ্তমান আজি তাৰিখলৈকে ১০৫

  • @ZUBBENZUBBEN3017
    @ZUBBENZUBBEN3017 Před rokem +3

    Bor vll lagil Moi dumuni chowki r pora sai asu

  • @pareshdas6601
    @pareshdas6601 Před 4 měsíci +2

    Sundar

  • @user-iz5et9bw1l
    @user-iz5et9bw1l Před 4 měsíci +1

    চৰকাৰে শ্বহীদৰ কথা কত ভাবিৱ মাটি সম্প্ৰতি টকা গাদী কথা হে ভাবিব ।

  • @assamn8850
    @assamn8850 Před rokem +3

    ❤️❤️

  • @user-mv1ox8fz4o
    @user-mv1ox8fz4o Před 4 měsíci

    🙏🙏🙏

  • @probitradutta178
    @probitradutta178 Před 3 měsíci

  • @drisankuroy2255
    @drisankuroy2255 Před 3 měsíci

    Ai familybilake ketiyabai paba lagisil.

  • @ajitkakati5961
    @ajitkakati5961 Před rokem

    NALBARI tow Ghar asa naki

  • @harikantagogoi2607
    @harikantagogoi2607 Před rokem +1

    Heibabei to moi gaali paru ....ji kaam kariba lage heiboor nakare sarkare.....aal- baal natak ki saba

  • @dwipendutta5233
    @dwipendutta5233 Před rokem +6

    আমি শুনামতে মুকুন্দ কাকতিৰ ঘৰ হেনো নলবাৰীত ! কথাটো জনাবচোন ?

    • @bijitdutta891
      @bijitdutta891 Před rokem +1

      Assam t

    • @bandeepsarma2393
      @bandeepsarma2393 Před 3 měsíci +1

      তেওঁৰ জন্ম নলবাৰীৰ সোনকানিত আৰু শ্বহীদ হয় বিশ্বনাথৰ গহপুৰত

    • @kamal4780
      @kamal4780 Před 3 měsíci

      Hoi kotha to Socha. SONKANI Gaon r hoi

  • @ajitkakati5961
    @ajitkakati5961 Před rokem

    Bharbhage NALBARIE sonkani buli ha hunisilo

    • @AnitaDevi-yk6kp
      @AnitaDevi-yk6kp Před 3 měsíci

      আজিলৈকে আমিও নলবাৰীৰ বুলি হে জানো।আচল কথাটো কি বুজি নাপালোঁ।

  • @jaansaikia9308
    @jaansaikia9308 Před rokem +3

    Aji he gom palu kotha to....Bea lagil xuni Nam to xobei loi kin2 Assam govte Alop kiba korile val Asil..jiheto Bohut Dangor Dangor kam kori thake...