বহুত বহুত ধন্যবাদ। মানুহ এনেকুৱা হ'ব লাগে। আপোনাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
ইমদাদ দা সচাই বহুত ভাল মানুহ আৰু তেওঁ বহুতো দুখীয়া অসহায় মানুহক সহায় কৰি আহিছে আৰু তেওঁ সহায় কৰি ভাল পায়। আৰু জিতুদালৈ জন্ম দিনৰ বহুত বহুত শুভ কামনা।
বাৰ্তালাপ আৰু আগুৱাই যাওক🙏
ইমান সুন্দৰ আকাশৰ দৰে বিশাল মনৰ ব্যক্তি , ভাষা বিচাৰি নাপাওঁ হিয়া উজাৰি ধন্যবাদ দিবলৈ । ভগৱানে বহুত মৰম কৰক তাৰে প্ৰাৰ্থনা কৰিলোঁ ।
ইমদাদ প্ৰকৃত পক্ষত এজন জ্ঞানী ল'ৰা ।লগতে হোটেলৰ স্বত্বাধিকাৰলৈও ধন্যবাদ জনালো ।এইবোৰ আত্মাক খোৱালেহে প্ৰকৃত তৃপ্তি পোৱা যায়
এনেধৰণৰ বাৰ্তলাপৰ কাৰণেই বাৰ্তালাপ সদায় চাও ........ধন্যবাদ আপোনাক 🙏❣️💜
বহুত ভাল লাগিল! ইমডাদ আমাৰ ওচৰৰ ল'ৰা !টীয়কীয়ান হিচাপে ইমডাদক লৈ গৌৰব অনুভৱ কৰিছোঁ!মই বাৰ্তালাপ অনুস্থান সদাই চাওঁ ! আজি জন্মদিনটোৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ! বাৰ্তালাপ অনুস্থানটিত আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ!
সচাকৈ ভাল লাগিল ।মন চুই গল ।
সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সকলৰ চকু খুলি দিব পৰা এটা ব্যক্তিত্ব…🙏
বহুত ভাল লাগিল
মানৱ ধ’মই আচল ধ’ম’ ৷
মানুহে মানুহৰ বাবে ধন্যবাদ চক্ৰপানী
চকুলো ওলাই আহিল। Salute to Imdad's happy soul.
ইমদাদ ডাঙৰীয়া ধন্যবাদ। এনেকৈ কৰী যাই থাকক
সকলোৱে খুব মহান কাম কৰিছে salute দিছো🙏🙏🙏
বৰ সুন্দৰ নিদৰ্শন ভাল লাগিল
সুন্দৰ অনুস্থান...সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা...
বহুত বহুত ভাল লাগিল 🙏🙏
বৰ ভাল লাগিল 🙏🙏🙏
Many many congratulations to Imdad and Jitumoni her good achievement. Go ahead way to yours journey. All the best wishes to all.
Imdad. U r great. Heads off to you 🙏🙏🙏
Bohut bhal lagil
আপুনি সঁচাকৈ বৰ মহান লোক।
Bhut val lagise OK thanks
😱😱😱Ki Asorit lagil dei....xosake Bohut val lagil
বহুত ভাল লাগিল ,সুন্দৰ পদক্ষেপ
কথাখিনি শুনি চাই বহুত ভাল লাগিছে 🥰🥰 I am very happy 😊😊❤️💕
প্রকিত মানুহ ইমদাড দাদা ❤
ভাল লাগিল
Khube bhal video. Manbota mahan.
বহুত বহুত ধন্যবাদ।
Bohut val lagil bartalap very very thankyou.
উফ হিয়া শাত পৰি যায় ❤️
Many many thanks to all.
ধন্যবাদ দিবলৈ ভাষাই বিচাৰি পোৱা নাই 🙏🙏🙏🙏🙏🙏🙏
Congratulations Imdad
Dada bohut bhal lagise.
শুভ বাৰ্তা
🙏💞opoja dinor xubhesya jonalo
Bohut vhal lagil .
Dhuniya dada
জিন্দাবাদ ইমদাদ । সচাই আপ্লুত । স্বৰ্গ কিয় লাগে ? চক্ৰ আছ পাণিত যাৰ,বেয়াবোৰ নিলগাই ভালখিনিক কৰে সাৰ ।মৌমাখিৰ দৰে ভালবোৰৰ পিছত দৌৰি থাকোতে নজনাকৈয়ে জীৱনটো এখন ডাঙৰ মৌচাক হৈ পৰিব ,যাৰ মৌ অকল সন্তানেই নহয় সমগ্র উত্তৰ প্ৰজন্মই পাণ কৰিব ।চ্যেলুট ।
চক্ৰপাণি দাদা আপোনাৰ বাৰ্তালাপ মই সদায় চাওঁ কিন্তু কʼমেন কৰা নহয়। কিন্তু আজি যিটো জন্মদিন পালন কৰা দেখিবলৈ পালো সচাঁই মনটো ভাল লাগি গʼল । এনেদৰে যদি সকলো য়ে ভাবিলে ধনী -দুখীয়া, জাতি -ধৰ্ম কথা মানুহৰ মনত এনেধৰণৰ ভাৱ নাহিল হয়। এনেধৰণৰ বাৰ্তালাপ সদায় চাবলৈ পাওঁ তাৰে কামনা কৰিলো।😘😘😘❤️❤️কʼমেন লিখোঁতে কিবা ভূল হ'ব পাৰে,তাৰ বাবে ক্ষমা বিছাৰিলো।
Good news for us.They are real Hero of our society.
Dhanyabad bhai aru kobole nijoke laj lagise aami ki kori aasu buli bhabi
❤ Very good idealojy 🎉 !
Best of luck tumalukoloi
God bless you
ভাল মানুহ ভাল কাম👍👍👍
🙏❤❤
👌👌👌
Very nice
🙏🙏🙏
❤❤❤❤❤
🙏🙏
Bohut. Val. Lagil. Dada..
Good program.
Mojjja
Bahut vaal lagil...Eshwar nije nahe anekai ahe
🙏🙏🙏🙏🙏🙏
Good job happy birthday 🙏🙏🙏
সচাকৈ বহুত ভাল লাগিল । জন্মদিনৰ শুভেচ্ছা জনালো ।
Bohut bhal kam korise... Bhal lagise hridoyban
bohut val lagil ase show to sai
Bahut vl lagil🙏
Val lagil sokrapani da...
Nice👍
Great full work
Chakro da nd Imdad da salute to both of u
Bor bhal lagise
Bhut vl lgl ..xokoluye dukhya mnhk bhtdy matok aru Ekhas xuwak
Bhogobanok un eta rup 🙏🙏🙏👍👌
Ram rahim god blas you.
Moja dada
Xosake val lgil
great
ইয়াৰ লগত জড়িত সকলোৱে সমাজৰ গৌৰৱ, আদৰ্শ ।
All of you
Love from naharkatia ❤️❤️❤️❤️
Aiyahe original Muslim....
Grt
Nice 🙏🙏🙏
❤️❤️❤️
Maja
Moja Dada 🙏🙏🙏🙏
moja 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
Nice
Reall hero
Asam manuhe hindhu mushlim buli kajiya lagi thake heihokole ai mohan lukor pora kiba hika usit
Suvesa janalu
Bhagabana tumak aru bhal karak haijan manuh nahai bhagaban
Manuhey Manuhor Babe....
apunar monto bahut besi pabittra hoi imdat da sakra pani da apunaro monto pabittra
Val manuh xodai val
Ki ju
Bug selute
bor vl lgil mon sui gol
Val lagil hindu Muslim ako ni..
Manuh manuhe
Imdat dar no..lage..muk..log koribo bisarisu
Bal lagil
Praise the lord 🙏 এনেকুৱা মানৱতাৰ মানুহ থকাৰ বাবে আজি সমাজখন চলি আছে।