First Recorded song of Dr. Bhupen Hazarika in 1936.
Vložit
- čas přidán 29. 08. 2019
- First Recorded song of Dr.Bhupen Hazarika in 1936.
Singer : Bharat Ratna Dr. Bhupen Hazarika.
Lyrics & Tune : Kalaguru Bishnu Prasad Ravha.
Recording Year : 1936.
Song Collected By : Mr. Dhurba jyoti Deka.
Thank you for watching this video .
#bhupenhazarikasong #jadavborah
সুন্দৰ -- অতি সুন্দৰ বিৰল --
সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ সুধাকণ্ঠলৈ
সঁচাকৈয়ে শুনি বৰ আপ্লুত হ'লো।
সুধা কন্ঠৰ প্ৰথম বাণীবদ্ধ কৰা গীতটি শুনি আপ্লুত হলোঁ ❤
Thank you
ইমান সুন্দৰ গীত টি শুনি আপ্লুত হলো, লগতে ধ্ৰুবকো ধন্যবাদ দিলো
ক'ত পাম আৰু এই মধুৰ কন্ঠৰ গৰাকী জনক! তেখেত য'তেই আছে শান্তিৰে থাকক🙏🎉.......🎉🙏
Anekua ata durlabh gaan xunibapai apluta hoiso.great collection. 👍
So sweet voice and beautiful song, May God bless Bhupen Da, Thank you
যিমানেই গায়ক, গীতিকাৰ নোলাওক, ভূপেন দা শত সহস্র তৰাৰ মাজত চন্দ্রটো হৈ জিলিকি থাকিব।
আন্তৰিক ধন্যবাদ
আপুৰুগীয়া গীত,, ধ্ৰুৱজ্যোতি ডেকালৈ আমাৰ ধন্যবাদ থাকিল 💞
Geet tu 10 bsr agte dada ajonor tat khunisilu, bor Val lagil, koisil bhupen hazarikar 10 bsr boyost Gua prathom geet
সুন্দৰ গীতটি সুন্দৰ কণ্ঠত শুনি আপ্লুত হʼলোঁ।
সৰুৰ পৰাই এনে কণ্ঠ ! প্রথম শুনিলোঁ বহুত ভাল লাগিল |
ধন্যবাদ
Legend our king Dr. Bhupen Hazarika 🙏
Yes
Really, my mom
Really, my Friend
দেহা মন সাঠ পৰি যোৱা সোধাকন্থ ড: ভূপেন হাজৰিকাদেবৰ সৰু কালৰ কন্থস্বৰ শুনি বৰ ভাল লাগিলে
সচাঁকৈয়ে, ইমান যে বলিষ্ঠ কন্ঠ সেই অকমানতেই, গানৰ সুৰৰ ভাজঁ বোৰ নিখুঁত। আপোনমনে গাইছে, বৰ মধুৰ, শত সহস্র প্ৰনাম 🙏🌺🌺🌺
আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো
bohut bhal lgil.poribekhor nikhut n .hudha konth devoloi hosrodha prona😅
সঁচাকৈ বৰ সুন্দৰ কণ্ঠ।
Thanks Deka Deb for your noble works you give us a great chance to hear the first recorded song of our all time great Dr bhupen hazarika
Thank you so much
Bohut vl lagil gantu huni Thank you
বহুত ভাল লাগিল ।
এই গীতটি ধ্ৰুৱজ্যোতি ডেকাৰ চেনেলত বহুত দিনৰ আগতেই শুনিছো আৰু মাজে মাজে ও শুনি থাকো । ধ্ৰুৱজ্যোতি ডেকাৰ হাতত সুধাকণ্ঠৰ বহুতো আপুৰুগীয়া গীত আছে যিখিনি সুধাকণ্ঠই প্ৰচাৰৰ উদ্দেশ্যে দি থৈ গৈছে লেখা সহ ।
আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।
Bor bhal lagil
What a beautiful song. Heard for the first time. Dhupenda is in our heart forever. Thanks for sharing
বৰ ভাল লাগিল ।
সুধাকণ্ঠৰ প্ৰথম গীতটি শুনি বৰ ভাল লাগিল । কি সুন্দৰ স্পষ্ট কণ্ঠ..
আপোনালৈ আন্তৰিক ধন্যবাদ।
Bohut val lagil gan tu khuni...thank you dhurba da
A piece of history. Namaskar.
আমাৰ প্ৰাণৰো প্ৰাণৰ,অসমীয়াৰ হিয়াৰ আমঠু,বহুমুখী প্ৰতিভাধৰ,মৰমৰ ভূপেনদাৰ আজি ওপজা দিনৰ পবিত্ৰ ক্ষণত কাহানিও নুশুনা এই বিৰল গীতটো শুনি মন চুই গ'ল,বুকুখন গধুৰ হৈ গ'ল। সুধাকণ্ঠৰ বিৰল তথা অমৰ গীতসমূহৰ সংগ্ৰহৰ নিৰলস প্ৰচেষ্টাত ব্ৰতী হৈ থকা ধ্ৰুবজ্যোতি ডেকাৰ এই ভূমিকা সঁচাই বিৰল আৰু শলাগ ল'ব লগীয়া।তেখেতৰ এই সৎ প্ৰচেষ্টা অব্যাহত থাকক আৰু আমাক ভূপেন দাৰ আপুৰুগীয়া গীতসমূহ উপহাৰ দি যাওক।।---ধূৰ্জ্জটি নাথ শৰ্ম্মা,তৰাজান,যোৰহাট।।
আপোনালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।
অতি সুন্দৰ
" যি মূলা বাঢ়ে তাৰ দুপাতটে চিন " 🙏
Pranam kalaguru and Bhupen Hazarika🙏🙏🙏🙏
বহুত ভাল লাগিছে গানটো শুনিবলৈ পাই।
Hosakoi amar bhupen hazarika amar
সঁচাকৈ অতুলনীয়। গীতিকাৰ আৰু গায়ক দুয়োজনেই অসমীয়া জাতিৰ বুকুৰ আমঠু।
আন্তৰিক ধন্যবাদ
Bhupen Da pronam jonalo 🙏🙏🙏
Very good
bahut sundar gan. dhanyabad dada gan tor babe.
𝘛𝘩𝘢𝘯𝘬 𝘺𝘰𝘶
Tq apunar babe aji nojonar kotha akhar janib parilu .git ti huniw val lagil.❤️
Thank you so much
Xarur parai xuriya, balistha konthar adhikari asil, xeye ajiu amar majot xajiv hoi ase aru thakiba. Thanks
Thanks
Pranam bhupenHazarika🙏🙏🙏immortatsong bhupenda❤❤❤❤❤
Thank you so much
Salute to great Bhupen da
Thank you so much
I'm hearing this song for the first time....tq u brother for sharing this.... ❤️
Bohut val.lagil.hunibo pai.eibur adio hirat koiu amulyo hoi..❤
ধন্যবাদ জ্ঞাপন কৰিলো
Dr sir is our legend .
ভাল লাগিল গীতটো শুনি
ধন্যবাদ
I am hearing this song for frist time tq bro🤜🤜
Thank you
সুধা কন্ঠৰ দহবছৰীয়া কন্ঠৰ অপূৰ্ব সোৱাদ লৈ আপ্লুত হলোঁ ❤❤
আন্তৰিক ধন্যবাদ
Bohut bohut thnx
এই গীতটো শুনিছো আপোনাতকৈ আগতেই। বোধহয় শুনা নাই বুলি কাকো নকব।
আপুনি জম্ম হোৱাৰ আগতেই শুনিছোঁ এইবোৰ গীত । সুন্দৰ গীত। ধন্যবাদ
ধন্যবাদ...
Verry good your thinking point. Thanks
Thank you
Drubajyoti deka deboloi shoto shoto pronam.
🙏
Vhal lagil moi nije search kori xunisu
Thank you
Val lagil
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।
Dhanyabad apunak....❤
Thank you
wowwww......!!!!! This is a masterpiece!!!!
Thank you so much
ভাৰত ৰত্ন আপোনাক প্ৰনাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
🙏🙏
👍👍👍👍👍👌👌👌👌👌🙏🙏🙏🙏
🙏🙏❤❤🕊🕊👍😍
Thank you
Pbgurung
Thanks Dhrubajyoti Deka. তোমাৰ প্ৰচেষ্টাৰ শলাগ লৈছোঁ ,
আন্তৰিক ধন্যবাদ
Borhiya
ধন্যবাদ
Thank you jadab dada...
Thank you so much
song waswritten byBishnu prasad Rabha❤
❤❤❤
bhal lagil
Thank you
Beautiful
Thank you
Welcome
Dhonyo tumi Bhupen da
🙏
Bhupen do 🙏🙏🙏
প্ৰণাম
Very praisable Dhruba Deka due to collection of meastors 1st song.
Thank you so much
❤️❤️❤️❤️
প্ৰথম বাৰৰ বাবে শুনিলোঁ,,অতুলনীয়
Nice endeavor Thanks .
Thank you so much.
Ufff eman morom loga mat tu asile pronam sangit pujari🙏
🙏
Very👍 nice👍
Thank you
ধন্য হলো।অশেষ ধন্যবাদ ।
আপোনালৈয়ো আন্তৰিক ধন্যবাদ ।
🙏💜🕊🕊🕊
🙏
Ah ! what an attractive & sweet song ! Beyond of compare .
Thank you so much
আজিৰ নতুন প্ৰজন্ম ই ভূপেন দাক চিৰ যুগমীয়া কৰি ৰাখে যেন।
ধন্যবাদ
মজা লাগিল ধন্যবাদ
Thank you
Oti monurom, pran pale geetia,
Thank you
Teo amar majatei thakib xadai pranam
আন্তৰিক ধন্যবাদ...
🙏💜🕊️
Sunder🙏🙏❤❤👌👌
Thanks
Nice
Thank you so much
Nice song 😍😍😍
Thank you
Always remember
Thank you
The sun shows the day.
🙏🙏🙏
Thank you
বিৰল সঙ্গীত
Bhabilei kiba page.prativa ai dorei. Bikosit hoi.
ধন্যবাদ জ্ঞাপন কৰিলো ।
💖
Hello sir B.Hazarika debor kukhumbor puttro srisankor future geetti bikhoye jonabosoon.
Ok
🙏
Already heard
Thank you
Ki ja apurba
On
গীতৰ কথাখিনি দিবচোন পাৰিলে৷
❤️❤️❤️
❤️❤️❤️
Thank you
ashekh dhonyabad