'ৰেন মৌ'ত আইচেংফাৰ স'তে সুমধুৰ কণ্ঠৰ গায়ক লক্ষী চন্দ্র

Sdílet
Vložit
  • čas přidán 5. 04. 2024
  • Welcome to Jaatra, your ultimate destination for entertainment and inspiration! We are thrilled to introduce you to a brand new chapter called "Ren-Mou." At Ren-Mou, we embark on a captivating journey as we invite renowned film celebrities, celebrated individuals from various fields, and budding talents.
    The term "Ren-Mou" holds a special meaning. Derived from the enchanting language of Tai-Ahom, it signifies "New Home." As we delve into this exciting series, Aichengfa Boruah, the charming host of our house, presents a captivating solo show that is sure to keep you hooked. We also feature incredible celebrity interviews that offer a glimpse into their lives and experiences.
    Thank you so much for visiting our channel. If you haven't done so already, don't forget to hit that subscribe button to stay up-to-date with all the amazing content. Also press the bell icon to stay updated with our latest uploads.
    Credits -
    Host and Concept - Aichengfa Boruah
    Direction & Audio Production - Xulfi
    Video Edit - Dipankar Saharia
    Camera - Nihar Ranjan Gogoi, Jintu Kumar, Shyamal Gogoi
    Make-Up - Binita Das
    all rights reserved © Jaatra

Komentáře • 219

  • @aichengfaboruah
    @aichengfaboruah  Před 4 měsíci +30

    নমস্কাৰ, আপোনাসৱক জনাবলৈ পাই দুঃখিত যে, এই খণ্ডটিৰ আৰম্ভণিতেই আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী লক্ষী চন্দ্রই মহান শিল্পী শ্ৰদ্ধাৰ মহম্মদ ৰফি দেৱে গোৱা জনপ্ৰিয় অসমীয়া গীত 'কোনে জানে তোমাৰ সপোন' শীৰ্ষক গীতটি গাইছিল, কিন্তু CZcams ত Upload কৰাৰ পিছত CZcams ৰ Copyright Issue ৰ বাবে গীতটিৰ কিছু অংশ অনিচ্ছাসত্বেওTrim কৰিব লগা হ'ল...! তাৰবাবে আমি অতিকৈ দুঃখিত! আশা কৰোঁ আমাৰ সম্পূর্ণ ভিডিঅ'টি চাই ভালপাব আৰু লগতে আপোনালোকৰ মতামতবোৰ জনাব... মৰম দিব বুলি আশাৰে বাট চাই ৰ'লো🙏♥️

  • @rupomchetia9459
    @rupomchetia9459 Před 2 měsíci +9

    ❤ আমাৰ মাহমৰাৰ গৌৰৱ ❤ Lakhi chandan da 🔥

  • @debahandique8522
    @debahandique8522 Před 3 měsíci +7

    কিছুমান প্ৰতিভাৰ কথা মনত থাকি যায়, লক্ষ্মীচন্দ্ৰ মোৰ বাবে তেনেকুৱা । ২০০৫/৬ মানৰ কথা মই সৰু , মই আৰু মোৰ ভাইটিয়ে তেতিয়া তবলা শিকিছিলোঁ আৰু তবলা ,গান এইবিলাকৰ practical exam লগতে হৈছিল মাহমৰাৰ ভৰালী পুখুৰী নামৰ ঠাইত। মোৰ practicalor turn অহা নাছিল মইও সৰু আছিলোঁ কোনে কি গান গাইছে শুনি আছিলোঁ, তেতিয়া এটি সৰু লৰাই ইমান ধুনীয়াকৈ গান গাইছিল মোৰ তাৰ চেহেৰাটো আৰু নামটো মনত থাকি গ'ল আৰু পাছত সোণাৰি কলেজত সি গান গাইছিল আৰু মই তবলা,ঢোল, ডুলক এইবোৰ বজাই তাৰ গানত সংগত কৰিছিলোঁ। কলেজত ১ বছৰ পঢ়াৰ পাছত মই ভাৰতীয় বায়ু সেনাত নিযুক্তি পালোঁ আৰু সি নিজৰ লক্ষ্যত উপনীত হবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। এতিয়া সি এজন প্ৰতিষ্ঠিত সংগীত শিল্পী, মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল তালৈ আৰু আইছেংফা বাৰ অনুষ্ঠানটিলৈ। Love from Kashmir

  • @RomanTamuli-zc6nf
    @RomanTamuli-zc6nf Před 3 měsíci +8

    আইচেংফা বা'আপোনি সচাঁকৈ আমি ভালপোৱা ব্যক্তি সকলক আনি সকলোৰে আগত চিনাকি কৰি দিয়াৰ বাবে চৰাইদেউ সোণাৰীৰ পৰা ধন্যবাদ যনালো!মই আপোনাৰ অনুষ্ঠানৰ এজন নিয়মীয়া দৰ্শক।ভাল লাগে আগোৱাই যাওঁক আপোনাৰ 'যাত্ৰা'ৰ এই অনুষ্ঠান!আৰু আপোনি মোৰ প্ৰিয় কথন শৈলি ভাল লাগে আপোনাৰ!I love you হিয়া ভৰা মৰম যনালো!

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Před 2 měsíci +3

    লক্ষী তোমাৰ অনুষ্ঠানটি চাই ভাল পালো।লগতে আইছেংফাৰ সাক্ষাৎ ভাল হৈছে। মাৰ্জিত হৈছে।

  • @jayantaborgohain7642
    @jayantaborgohain7642 Před 4 měsíci +15

    লক্ষীচন্দ্ৰ আমাৰ গাঁৱৰ তথা মোৰ মৰমৰ ভাইটি । আপোনালোকৰ যাত্ৰাৰ জৰিয়তে লক্ষীক দিয়া মৰমৰ বাবে অশেষ ধন্যবাদ ।

    • @bagadhartaid2389
      @bagadhartaid2389 Před 2 měsíci

      আপোনাৰ ঘৰ পিছে কত হৈ? জনালে সুখি অনুভব হব মোৰ please?

  • @yugaljyotiborah1867
    @yugaljyotiborah1867 Před 4 měsíci +7

    লক্ষীৰ গায়কী খুব সুন্দৰ৷ আইচেংফাৰ ধুনীয়া ছোৱালীজনীৰ মাজত থকা ধুনীয়া মনটো, ধুনীয়া কথনশৈলী, বিষয়বস্তুৰ অগতানুগতি উপস্থাপন আৰু গভীৰ জ্ঞানে আমাক ’যাত্ৰা’ৰ প্ৰতি অনুৰাগ বঢ়াই তুলিছে৷নিজেও উপভোগ কৰোঁ, আনকো উপভোগ কৰিবলৈ উদগণি যোগাওঁ৷ সফলতাৰে আৰু আগবাঢ়ি যাওঁক!

  • @manishadeka6600
    @manishadeka6600 Před 3 měsíci +4

    লক্ষী চন্দ্ৰৰ গান শুনো।বৰ আবেদন আছে তেখেতৰ কণ্ঠত।এটা কথা কও বা,লক্ষী চন্দ্ৰই "সঁ‌চাকৈ" গায় থাকোতে আপোনাৰ ফালেই ৰ লাগি চাই থাকিলো😍।ইমান ধুনীয়াকৈ হাঁ‌হিটি মাৰি নাচি নাচি গায় আছে আপুনি❤❤❤ভাল লাগিছে গোটেই episode টো।

  • @user-rm3fz9xm7c
    @user-rm3fz9xm7c Před 4 měsíci +9

    আশীৰ্বাদ আছে লক্ষী চন্দ্ৰলৈ পুৰনি গীতবোৰ জিপাল কৰি ৰাখা ৷তোমাৰ প্ৰতিভা ম্লান হবলৈ নিদিবা আগুৱাই যোৱা ৷ তোমালোকৰ মাহমৰালৈ মোৰ ভতিজী বিয়া হৈছে ১বছৰ হোৱা নাই ৷ তোমাৰ কথা কয়ে থাকে ৷ মই লকদাউনৰ পৰাই চিনি পাও ভিদিঅ বোৰ চাওঁ তোমাৰ ৷ডিব্ৰুগড়ৰ পৰা কৈছো দেই ৷❤❤

  • @rajmoran8235
    @rajmoran8235 Před 4 měsíci +16

    Fast comment❤❤
    Lakhi Chandra dar tuke jumi jumi Sau moina......... song tu kune kune hunisa like kora

  • @user-du9xi7wd4v
    @user-du9xi7wd4v Před 3 měsíci +2

    Ba., tumar" Jatra " Sai khub val lage. Lakhi amar ghar'r usorore. Derikoi holeu episode2 Sai bohut.... Val lagil.

  • @parishmitagogoi4273
    @parishmitagogoi4273 Před 4 měsíci +4

    Lokhi Dak mati anar babe bak bohut bohut dhoinobad....aaguyai juya dada adin hofol hobai.....❤❤

  • @user-pt3vb3ul8n
    @user-pt3vb3ul8n Před 4 měsíci +3

    লক্ষী চন্দ্ৰ ৰ কণ্ঠত সুকীয়া এটা মাদকতা আছে। অনুষ্ঠান টো উপভোগ কৰি কোনোবা পৃথিৱীৰ মাজত বিলীন হৈ গৈছিলো।❤❤❤ Amazing unbelievable, Bless you . বিশেষকৈ মোৰ প্ৰিয় শিল্পী জয়ন্ত হাজৰিকা দেৱৰ মায়াময় আৰু লক্ষী চন্দ্ৰ ৰ এই অনুষ্ঠানৰ শেষৰ গীতটি,, আ: কি মধুৰ। আকৌ ❤❤❤❤

  • @bagadhartaid2389
    @bagadhartaid2389 Před 2 měsíci +1

    Lakhi chandra দাদা ৰ অনুষ্ঠান আমাৰ লখিমপুৰ, ঘিলামৰা ত চালোঁ, বহুত ভাল আছিল,❤❤❤❤love from lakhimpur ghunasuti

  • @ranjugogoi4117
    @ranjugogoi4117 Před 4 měsíci +3

    Bohut bhal lagil ,lokhi aguai jua

  • @ChandanDas-qv7is
    @ChandanDas-qv7is Před 2 měsíci +1

    This episode is next level ❤lakhi da gaan🔥

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Před 4 měsíci +4

    খুব ভাল লাগিল অনুষ্ঠানটি ,লক্ষী দাৰ গীত বিলাক খুবেই প্রিয় ❤

  • @kanakbarman7531
    @kanakbarman7531 Před 3 měsíci +1

    Mur val loga ati singer lakhi daa😊❤ apunar gan xuni bohut val lagee.. apunar ganee mon suii jaii😊😊

  • @raktimjyotiborah1487
    @raktimjyotiborah1487 Před 4 měsíci +2

    আইছেংফা বা আপোনাৰ অনুষ্ঠানবোৰ চাই সঁচাই বৰ ভাল লাগে দেই বিশেষকৈ আপোনাৰ কথাকোৱাৰ ধৰণ টো ইমান মৰম লগা এই অনুষ্ঠানটো যেন আপুনি আগলৈও এনেদৰেই ৰাখে দেই তাকে কামনা কৰিছোঁ।

  • @niharikadeka1077
    @niharikadeka1077 Před 4 měsíci +3

    Eman je vl lage mat ru gan bur lakhi dar..olopu vem nai eman je hohoj horol vl lage..gourob koru charaideu jilar buliu❤

  • @dipankarchutia6655
    @dipankarchutia6655 Před 3 měsíci +1

    খুব প্ৰিয় গায়ক লক্ষী চন্দ্ৰ ককাই কিন্ত গিটাৰ খন নোলোৱাকৈ যোজনা টো গোৱা হ'লে বেছি ভাল লাগিলে হেঁ‌তেন । সেইদিনা মৌচম দা ক দেখিলো গিটাৰ নেলাগে বুলি হে ক'লে । খুব ভাল লাগিল মৌচম দা ক । গায়ক হ'লে মৌচম দা হঁ‌তৰ নিচিনা হ'ব লাগে । "অতিকৈ চেনেহৰ" যোজনা টোত যেতিয়া গিটাৰ খন বজাই দিলে মই পাগল হৈ গ'লো ।

  • @chandranath6182
    @chandranath6182 Před 3 měsíci +1

    Lokhik bhut dinor pora sine paw kintu atia khi bhut vl gai khasake bhut vl lagil aji apisode tu emn dhuniya gaise mon vl lagi gol love you baa nd lokhi

  • @mridupabongogoi6432
    @mridupabongogoi6432 Před 3 měsíci +2

    আপোনাৰ অনুষ্ঠান বহুত ভাল লাগে।কথনশৈলীৰ ইমান ধুনীয়া।

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Před 3 měsíci +1

    ভাল লাগিল ভিডিঅ'টো চাই। ল'ৰা জনৰ কথাবোৰ গীত বোৰৰ দৰে শান্ত সমাহিত যেন লাগিল। খুব ভাল লাগিল আৰু আগুৱাই যাওক, শুভেচ্ছা জনালোঁ। আইচেংফাৰ কথা কোৱাৰ সুৰ টো খুব ভাল লাগে ❤❤❤❤

  • @RohitR12474
    @RohitR12474 Před 4 měsíci +2

    ভাল লাগিল। অতিথি আমাৰ একেবাৰে কাষৰে। দেখা পাই ভাল লাগিল। আইছেংফা বা লৈ অফুৰন্ত মৰম আৰু শুভ কামনা।🎉

  • @pallobphukon3603
    @pallobphukon3603 Před 4 měsíci +2

    লক্ষীচন্দ্ৰ তোমাৰ গান শুনি বহুত ভাল পাওঁ । তোমাৰ পুৰণি বিহুবোৰ শুনিলে শুনিয়ে থাকিব মন যায় আৰু নতুন নতুন বিহু শুনিবলৈ ইচ্ছা আছে।

  • @saratgogoi1703
    @saratgogoi1703 Před 4 měsíci +3

    Mjaaaah Lakhi bondhuu ..baa ❤❤❤ Amar Lakhi bondhuk hubidhakon diya krone

  • @GBNAssam
    @GBNAssam Před 4 měsíci +3

    My favourite 🤗🤗💛

  • @biturajsinger2421
    @biturajsinger2421 Před 4 měsíci +2

    অনুষ্ঠান টো বহুত ভাল লাগিল। লগতে আপোনাৰ anchoring বহুত ভাল লাগে।

  • @nibirtanaymusical5865
    @nibirtanaymusical5865 Před 4 měsíci +2

    মই office ৰ পৰা ঘৰলৈ গৈ থকা সময়চোৱাতে গোটেই অনুষ্ঠানটি চালো।কাৰণ লক্ষী চন্দ্ৰ মোৰ খুবেই প্ৰিয় আৰু প্ৰতিটো গীতেই মোৰ মন জয় কৰিছে।লক্ষী চন্দ্ৰ এজন গায়ক হোৱা বাবে বহুত বহুত ধন্যবাদ।ভগৱানে লক্ষীক সদায়েই ভালে ৰাখক।কবলৈ বহুতেই আছেই কৈ শেষ কৰিব নোৱাৰি। বা মই আপোনাৰ প্ৰতিটো অনুষ্ঠানেই চাও।ভাল পাও আপোনাৰ অনুষ্ঠান চাই।

  • @wizsonowal1048
    @wizsonowal1048 Před 4 měsíci +2

    Ren mo khub ata dhuniya onusthan ♥️lakhi da big frnd khub vl paw thketor gaan huni

  • @user-dp7nm8ip2q
    @user-dp7nm8ip2q Před 3 měsíci +3

    আচুৰ্য দা next episode

  • @Dhiraj_Ray
    @Dhiraj_Ray Před 3 měsíci +2

    আপোনাৰ Podcast চাই বহুত ভাল লাগে বা ❤❤❤

  • @niharikastory1481
    @niharikastory1481 Před 4 měsíci +2

    আগুৱাই যোৱা লক্ষী । কলেজীয়া দিন কেইটা মনত পৰি গৈছে।

  • @purabikalita4864
    @purabikalita4864 Před 3 měsíci +1

    Dadar gaan xuni mor bahut val lage aru agowai jowa akha thakil ❤ ami jate tomar falor pora dhuniya dhuniya gaan xunib pam boli akha thakil ❤

  • @Story_creators.
    @Story_creators. Před 3 měsíci +3

    Lakhi da love from charaideo sonari ❤❤❤

  • @krishnagharphalia9086
    @krishnagharphalia9086 Před 3 měsíci +1

    Lov from Dhemaji.....

  • @tanayadutta7405
    @tanayadutta7405 Před 3 měsíci +3

    His voiceee😍

  • @samujjalgogoi2538
    @samujjalgogoi2538 Před 3 měsíci +2

    একে একে দুই
    লক্ষীদা তুমি 🔥🔥🔥

  • @user-gn4wg7xl9i
    @user-gn4wg7xl9i Před 4 měsíci +3

    Next episode tanmoy da❤❤❤❤ please

  • @himadreeborah3916
    @himadreeborah3916 Před 12 dny

    Voice tu khub dhuniyakoi feel kribo pari tumr❤
    Aaguwai jua 😊

  • @himakshigogoi3729
    @himakshigogoi3729 Před 4 měsíci +2

    Uff ki dhunia lakhi da atupi 2tupi❤

  • @susmitadoimari8832
    @susmitadoimari8832 Před 2 měsíci

    Bht vl loga singer jon❤️ aru voice hunil a j montu blg kiba lagi Jai bht lgy

  • @kanakbarman7531
    @kanakbarman7531 Před 3 měsíci +2

    Dada apunar gan khuni val lage😊😊😊😊

  • @ankitakonwar_36
    @ankitakonwar_36 Před 3 měsíci +2

    Love from mahmora❤

  • @lolitdimpolofficial5870
    @lolitdimpolofficial5870 Před 3 měsíci +2

    Big fan bro👍

  • @akashnayanmusical251
    @akashnayanmusical251 Před 4 měsíci +3

    Favourite lakhi da ❤🎉

  • @rituscreation5477
    @rituscreation5477 Před 4 měsíci +2

    Proud of you.....lakhi....aguwai juwa....

  • @Jonak624
    @Jonak624 Před 4 měsíci +2

    পুৰণিক সন্মান জনোৱা নৱ প্ৰজন্মৰ এজন প্ৰতিভাৱান গায়ক লক্ষীচন্দ্ৰ।

  • @rashmirekhasonowal7783
    @rashmirekhasonowal7783 Před 2 měsíci +1

    Amr Lakhi chandra dada ❤

  • @Mayur663
    @Mayur663 Před 4 měsíci +2

    Love from dubai

  • @rajeshbailung
    @rajeshbailung Před 3 měsíci +2

    Love from sadiya.

  • @user-bs2qr1rt4d
    @user-bs2qr1rt4d Před 4 měsíci +2

    Dhuniya 😍👍❤

  • @karinataid8708
    @karinataid8708 Před 3 měsíci +1

    বহুত বেছি ভাল লাগিল।❤

  • @dixitgogoi4976
    @dixitgogoi4976 Před 3 měsíci +1

    Awesome 👌...

  • @assamese243
    @assamese243 Před 4 měsíci +2

    love uhhh lakhi da💝

  • @RiturajSonowal-vs1ii
    @RiturajSonowal-vs1ii Před 4 měsíci +1

    Aisengfa ba ki kom apunak kobola bhkha ny lokhidak ja apuni matila Mur ja all time favourite lokhida❤❤❤ bhut bohut morom aru khitbad korisu apunk apunar ai anusthantu agbarhi jauk

  • @bikidas59
    @bikidas59 Před 4 měsíci +2

    Big fan ❤

  • @prashantaburagohain2266
    @prashantaburagohain2266 Před 4 měsíci +1

    বাই গৰাকীক খুব ভাল লাগে আৰু লক্ষ্মী ভাইটি ক এদিন বহুতে চিনি পাব ❤❤

  • @JadavLikson
    @JadavLikson Před 2 dny

    Thank you dada amr title tu lua babe❤

  • @TroilukyaNath
    @TroilukyaNath Před 4 měsíci +2

    Neel da❤❤

  • @plabanportrait759
    @plabanportrait759 Před 4 měsíci +3

    Lakhi da aguwai juwa

  • @simantagogoiart6715
    @simantagogoiart6715 Před 4 měsíci +1

    Bohut bhal lgil❤

  • @bhaskarmicha2135
    @bhaskarmicha2135 Před 4 měsíci +2

    Emn xundar❤

  • @JintuBorah-eu8cy
    @JintuBorah-eu8cy Před 4 měsíci +1

    বহুত ভাল লাগিল

  • @dipashreeboruah3125
    @dipashreeboruah3125 Před 4 měsíci +2

    Roi asilu ❤❤❤ vl lgil Sai..❤

  • @zugomili
    @zugomili Před 4 měsíci +1

    আইছেংফা তোমাক কিন্তুু বহুত ধূনীয়া লাগিছে ❤️

  • @bobita9713
    @bobita9713 Před 4 měsíci +2

    Etupi dutupi uffff❤️❤️❤️❤️❤️

  • @user-il2eo7lf3x
    @user-il2eo7lf3x Před 4 měsíci +1

    নৱপ্ৰজন্মৰ এজন খুৱেই ভাল লগা শিল্পী❤️

  • @jitikadas9400
    @jitikadas9400 Před 4 měsíci +1

    Bohut bhal lagil de

  • @koustovvbaruah6506
    @koustovvbaruah6506 Před 3 měsíci +3

    Invite ACHURJYA BORPATRO ❤

  • @pinkiphukon5267
    @pinkiphukon5267 Před 4 měsíci +1

    Khub val lagil

  • @itsmithu4949
    @itsmithu4949 Před 2 měsíci +1

    Yee Ba apunar premot a porigolu pai

  • @Das_Academy_
    @Das_Academy_ Před 4 měsíci +2

    Mojja❤❤❤

  • @souravgogoi322
    @souravgogoi322 Před 3 měsíci +2

    Lakhi da ❤

  • @Neel_Nilim_Music
    @Neel_Nilim_Music Před 4 měsíci +2

    Mojja lakhi da❤🙌
    Ba aibar Neel dak lge😢

  • @chaocheng5076
    @chaocheng5076 Před 4 měsíci +2

    Moi charaideo DST'r hoi bohut gourab koru karon amar charaideo pora bohut kijon ব্যক্তি apunar interview't ahise🤗❤️💫

  • @lilaofficialmusicyoutube90
    @lilaofficialmusicyoutube90 Před 4 měsíci +2

    Moja ❤

  • @debabratsaikia9466
    @debabratsaikia9466 Před 4 měsíci +5

    Big Fan Sir ❤

  • @user-et5hg4sm6l
    @user-et5hg4sm6l Před 4 měsíci +1

    Tumar mat tu bohut dhunia...by the way the episode is rock.

  • @KalpaJyotiShyam-jk7vg
    @KalpaJyotiShyam-jk7vg Před 3 měsíci +2

    তিতাবৰৰ সুযোগ্য সন্তান বিশ্ৰুত শইকীয়া মাতিব❤।

  • @user-or1rk5dk4h
    @user-or1rk5dk4h Před 4 měsíci +1

    Aio baa❤ lakhi Chandra voice hunile huni thkbo mn ji imn gohin

  • @BIPULGOGOI
    @BIPULGOGOI Před 4 měsíci +2

    Congratulations🎉🎉🎉❤❤

  • @MukutNath-tu5dc
    @MukutNath-tu5dc Před 4 měsíci +1

    Uff kolija tu❤

  • @pinkumonigogoi465
    @pinkumonigogoi465 Před 3 měsíci +2

    দাদা জন Bishrampur high school পঢ়া ধুনীয়া গান গাই৷school যি কোনো অনুষ্ঠান গীত পৰিৱেশন কৰে৷

  • @bhodrapegu7027
    @bhodrapegu7027 Před 4 měsíci +1

    My favourite lakhi daa❤😊

  • @dibakar022
    @dibakar022 Před 2 měsíci +1

    নীল দা'ক লাগে 🙏🙏🙏

  • @tilokborgohain2041
    @tilokborgohain2041 Před 4 měsíci +2

    খুব সুন্দৰ ❤❤

  • @jibongogoi6940
    @jibongogoi6940 Před měsícem

    সুন্দৰ l

  • @user-vy8zm7zf9q
    @user-vy8zm7zf9q Před 3 měsíci +1

    Very very nice

  • @amordaw3728
    @amordaw3728 Před 4 měsíci +16

    Next episode.. Neel akash..❤

  • @jooyoun7855
    @jooyoun7855 Před 4 měsíci +1

    Borhiya...aaguwai juwa,edin jun tu paba

  • @jhararika8377
    @jhararika8377 Před 4 měsíci +3

    Moja💓💓💓

  • @mridulagogoi8277
    @mridulagogoi8277 Před 4 měsíci +1

    Love from chabua

  • @rupammohan2791
    @rupammohan2791 Před 4 měsíci +3

    Mojaa lakhi

  • @MoranorDeka
    @MoranorDeka Před 4 měsíci +2

    Moja ❤❣️

  • @pallabboraofficial6337
    @pallabboraofficial6337 Před 4 měsíci +1

    Bor xundor anusthan baa... Apunar kotha bur bor xundor

  • @user-ld1mg3ci6x
    @user-ld1mg3ci6x Před 4 měsíci +2

    Moja❤❤

  • @priyankabaruah1481
    @priyankabaruah1481 Před 4 měsíci +1

    বহুত ভাল লাগে লক্ষী দাদাক ❤❤❤

  • @prabitachutia448
    @prabitachutia448 Před 4 měsíci +1

    আজি কিন্তু আইছেংফা ভন্তীক বেলেগ লাগিছে দেই ! ভন্তী বুলিহে কলো , আগলৈ