ৰাম নাম (লোকগীত ) । কণ্ঠ শিল্পী: প্ৰভাত হাজৰিকা।

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • J.B.Studio production
    RAAM NAAM KI MODHUR (LOKAGEET)
    SINGER: PRABHAT HAZARIKA
    MUSIC : SIMANTA BARMAN.

Komentáře • 12

  • @putumaibora9829
    @putumaibora9829 Před 3 měsíci +7

    গুৰু মোৰ অ ৰাম ৰাম কি মধুৰ হৰি নাম সুমধুৰ কৃষ্ণ নামে অমৃত প্ৰাণ অ মোৰ হৰি অ কৃষ্ণ নামে হৰিৰ গুনো কডমৰ চলে কৃষ্ণ ই বাঁহী বজাই ৰাধা ৰাধা বুলি শুৰ ৰাধায়ে বুজি পাই শুৰ অ মোৰ প্ৰাণ হৰি অ বিন্দ্ৰা বন ছাড়িয়া ৰাধাক লৈ মথুৰা নগৰী যায় ৰাধা চাম মুৰুলী লৈ যনুনাৰ বালিতে অ মোৰ প্ৰাণ ঠাকুৰ পৰি পৰি গ'ল খোজ প্ৰিয়া চিৰ শ্মৃতি ৰে জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম ৰাধে ৰাধে কৃষ্ণ গোবিন্দ হৰি ২০ ২৪ বৰ্ষ এশাৰী প্ৰভু শ্ৰী চৰণত হৰিৰ কীৰ্তন ক্ষমা প্ৰাৰ্থনা জয় ঠাকুৰ

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 Před 3 měsíci +2

    সুন্দৰ সুন্দৰ ❤❤

  • @bijaynath8931
    @bijaynath8931 Před 3 měsíci +2

    সুন্দৰ👍👍👍❤️

  • @simontoyhoingkordeb8374
    @simontoyhoingkordeb8374 Před 4 měsíci +2

    কৃষ্ণ ধুনীয়া

  • @upendrabaruah9877
    @upendrabaruah9877 Před 3 měsíci +1

    Very nice

  • @randeepgaming1053
    @randeepgaming1053 Před měsícem +1

    ৰামেশ্বৰ' পাঠক'দেবৰ' লোকগীত অলপ শুনিব প্ৰভু

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci +3

    নমস্কাৰ, পুৱা তে আপোনাৰ এই বৰ গীত টো শুনি লে মই অতিকৈ আনন্দ পাও সেয়ে আপুনি গাই যাওক,,, জয় হওক আপোনাৰ,, ভগৱানে আপোনাক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক এই মানসেৰে ই,,,

  • @kanramdas5432
    @kanramdas5432 Před 3 měsíci +1

    Wao.Great.

  • @randeepgaming1053
    @randeepgaming1053 Před měsícem

    ৰামেষশ্ব

  • @phukanrajbangshi426
    @phukanrajbangshi426 Před 3 měsíci +3

    Month bhal

  • @SunmoniDas-no9qz
    @SunmoniDas-no9qz Před 2 měsíci

    ❤😂😂😢

  • @bhubandas6426
    @bhubandas6426 Před 3 měsíci +2

    Good for us