Video není dostupné.
Omlouváme se.

সাংবাদিকৰ ৰূপত অসমৰ সাংসদ

Sdílet
Vložit
  • čas přidán 1. 07. 2024
  • সাংবাদিকৰ ৰূপত অসমৰ সাংসদ
    হাতত কেমেৰা লৈ ৰাজপথত গৌৰৱ
    অসমীয়াত নহয়, হিন্দীতে ধাৰাভাষ্য গৌৰৱৰ
    অসমীয়াই ভূগিছে, এতিয়া দিল্লীয়ে বুজক

Komentáře • 258

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 Před měsícem +98

    খুৱ সুন্দৰ পদক্ষেপ লৈছে।অসম অসমীয়া আৰু অসমীয়াৰ হৈ অসমীয়াই মাতিব লাগিব

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr Před měsícem +93

    এই জনেই প্ৰকৃততে সাংসদ। গৌৰৱ গগৈ সচাঁ কৈ ৰাইজৰ বাবে এজন চিন্তা কৰা ব্যক্তি এওঁৰ পৰা অন্য সাংসদ সকলে শিকিব লগীয়া বহুত প্ৰয়োজন আছে ।

  • @harajyotigogoi7495
    @harajyotigogoi7495 Před měsícem +31

    আমি অসমীয়াই সচাঁই গৌৰৱ অনুভৱ কৰো, সকলো সাংসদে যেন এনেকুৱাই পদক্ষেপ গ্ৰহণ কৰে বিনম্ৰ অনুৰোধ জনাইছো 🙏

  • @bipulborah2193
    @bipulborah2193 Před měsícem +47

    অসমৰ জনগনে প্ৰতিনিধি নিৰ্বাচন কৰোঁতে ভাবি চিন্তি আগ বাঢ়িব লাগে। তেতিয়াহে অসম আগুৱাই যাব।

  • @user-iz5et9bw1l
    @user-iz5et9bw1l Před měsícem +208

    অসমৰ প্ৰতিজন সাংসদ আমি গৌৰৱৰ দৰে বিছাৰো। অসমৰ ৰাইজে প্ৰতিনিধি নিৰ্বাচন কৰাত সতৰ্ক হ'ব লাগে।

    • @kulajitsarma3925
      @kulajitsarma3925 Před měsícem +10

      Barpeta. R. Jone . Xui.. Aaru.. Nak.. Khusuri. Aase😝😝😝

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Před měsícem +4

      অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ কমি গল। কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি।
      এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
      ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
      আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
      অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।

    • @guninmili6714
      @guninmili6714 Před měsícem +2

      BJP ক আৰু কিমান বছৰ জিকালে সেইবোৰ সমাধান হব।

    • @DurgeshwarDeka
      @DurgeshwarDeka Před měsícem

      Kheybuli bjp ke vote dim aru. Bohut hol aru bjp nalage. Bostu khabo nuara hoisu damor babe​@@thepoliticalawareness1021

    • @user-kj9cb8zz5q
      @user-kj9cb8zz5q Před měsícem

      The political awareness burbok Tue aei bhor banpani homoyat Hindu Muslim gai ase. Oxomor manuh banpanit kok bokai ase dekha nai.

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Před měsícem +84

    🙏চাব্বাছ যোৰহটিয়া জনতাৰ আৰ্শীস আপোনাৰ ওপৰত সদায়ে থাকিব।

    • @user-qg9dt9zb1c
      @user-qg9dt9zb1c Před měsícem

      কেৱল যোৰহাতবাসীৰে নহয় সমগ্ৰ আসমীয়াৰ আৰ্শীবাদ গৌৰৱৰ শিৰত আছে ।

  • @utpalsarma636
    @utpalsarma636 Před měsícem +15

    অতি সুন্দৰ, এনেকুৱা সাংসদ হে লাগে। গোটেই অসমত এনেকুৱা সাংসদ আৰু কেইজনমান হলে হে অসমৰ উন্নতি হব।❤

  • @bakulboruah2026
    @bakulboruah2026 Před měsícem +95

    Gaurav Gogoi next CM of Assam

    • @reyonchakravarty9462
      @reyonchakravarty9462 Před měsícem +2

      😂😂😂😂😂😂😂 ghoti tu cm hobo paribo
      Bhal dore rasta eta bonabo nuware
      Contractor keta kelai Kam nokora ke polai jai karon tu jonabo lage😅

    • @behappy1903
      @behappy1903 Před měsícem

      তৰ কথাত কিবা লোজিক আছে নে, , মূৰৰ পৰা গু বোৰ উলিয়া​@@reyonchakravarty9462

    • @Nanu-ow5mc
      @Nanu-ow5mc Před měsícem

      😜😜😜😜😜😜😜😜😜😜

    • @razzbhai280
      @razzbhai280 Před měsícem

      😂😂😂😂😂😂😂

  • @rinkigogoi7455
    @rinkigogoi7455 Před měsícem +26

    প্ৰতিজন সাংসদ,মন্ত্ৰী,বিধায়ক যদি এনেকুৱা হল হেঁতেন ,আমাৰ সোনাৰ অসম খনৰ এনে অৱস্থা নহল হেঁতেন।

  • @rakashdas9087
    @rakashdas9087 Před měsícem +49

    সচা অসমিয়া ৰাইজৰ নেতা বাকী সাংসদকেইটাই কি কৰি আছে

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 Před měsícem +8

    সুন্দৰ এজন শক্তিশালী সংসদ 😊👍

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Před měsícem +24

    এইচোৱা পথ নিৰ্মাণত অসমৰ বি জে পি চৰকাৰে কিয় আওকণীয়া মনোভাৱ লৈ আহিছে তাৰ উত্তৰ দিয়ক অসম চৰকাৰে।

  • @dipakbaruah8987
    @dipakbaruah8987 Před měsícem +12

    গৌৰৱ গগৈই অলপ বেলেগ, মামা নহয়, ৰাইজে অলপ ভাৱি চাবলগীয়া কথা, মই ৰাইজকহে কৈছু অন্ধভক্তক কোৱা নাই ।

  • @jitsvlogs4373
    @jitsvlogs4373 Před měsícem +26

    Excellent job 👍

  • @user-uv7oo5lf4c
    @user-uv7oo5lf4c Před měsícem +17

    Love you sir ❤

  • @lojidevi8506
    @lojidevi8506 Před měsícem +22

    Good

  • @raktimbaruah3960
    @raktimbaruah3960 Před měsícem +14

    গৌৰৱ গগৈ MP হোৱাৰ পাছত নিজৰ কামত লাগি গৈছে।

  • @RGdoley
    @RGdoley Před měsícem +11

    জয় আই অসম

  • @ekalavya1233
    @ekalavya1233 Před měsícem +1

    যোৰহাট বাসিয়ে এজন বীৰ পঠিয়াইছে দিল্লীলৈ❤

  • @classof20246
    @classof20246 Před měsícem +1

    নিউজ চেনেলটোৰ লাজ লগা নাই। প্ৰকৃত কাম সাংসদ জনে কৰিছে।👍

  • @mrinalamin4771
    @mrinalamin4771 Před měsícem +17

    👍👍

  • @SatymevaJayate007
    @SatymevaJayate007 Před měsícem +17

    👍👌👏👏🙏

  • @kushalkalita7921
    @kushalkalita7921 Před měsícem +4

    মূৰত অলপ মাল থকা প্ৰতিনিধি যোৰহাট বাশি ৰাইজে নিৰ্বাচন কৰিছে এওঁ হিমনত r নেগোৰত olami thaka কেইটাত ke Bahu দক্ষ

    • @Nanu-ow5mc
      @Nanu-ow5mc Před měsícem

      Leura. 😂😂😂😂😂😂😂

  • @educationentertainment9297
    @educationentertainment9297 Před měsícem

    গৌৰৱ গগৈক সদায় উপযুক্ত সাংসদ হিচাপে সমৰ্থন কৰোঁ কিন্তু গৌৰৱ গগৈয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি কৰিব বিচাৰে যেন হে ভাৱ হয় ।অসমৰ সমস্যাবোৰৰ কথা সংসদত বহুত কম উত্থাপন কৰে ।

    • @chowborgohain6295
      @chowborgohain6295 Před měsícem

      Tekhetor interview sabosun. Tekhete sposto koi Axom t thokar kotha koise. Rastriyo prajyaor rajnititu nichoi tekhetor byoktittor babe dopdoponi ase.

  • @prasantasaikia8758
    @prasantasaikia8758 Před měsícem +13

    অসমৰ গৌৰৱ

    • @Nanu-ow5mc
      @Nanu-ow5mc Před měsícem

      Leura😂😂😂😂😂😂😂😂😂

    • @prasantasaikia8758
      @prasantasaikia8758 Před měsícem +2

      @@Nanu-ow5mc বৰপেটাৰ সাংসদ জনে সংসদত টোপনি মাৰিবলৈহে অসমৰ জনগণে নিৰ্বাচন কৰি পঠাইছে ন

  • @hirenlahan
    @hirenlahan Před měsícem +8

    Very good

  • @ApurbaGogoi-ie2jp
    @ApurbaGogoi-ie2jp Před měsícem +13

    100th %

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Před měsícem +1

    Next cm❤

  • @sanjoydutta7643
    @sanjoydutta7643 Před měsícem +18

    খৰালিত কাম কৰিব নোৱাৰে বাৰিষা আহিছে কামৰ আৰম্ভণি কৰে 😂

  • @nikhilthakur8625
    @nikhilthakur8625 Před měsícem +7

    Jorhat to dibrugarh loik rasta2 bohut basi baya hoi asu

  • @JoyPrakashBorah
    @JoyPrakashBorah Před měsícem

    VERY VERY GOOD ATTITUDE, WE ARE PROUD OF MP GAURAV GOGOI.🎉🎉🎉🎉🎉🎉❤❤❤❤❤.

  • @bishaldas3964
    @bishaldas3964 Před měsícem +5

    Assamar babe gaurab ♥️♥️

  • @lrdvlogs2190
    @lrdvlogs2190 Před měsícem +3

    Very good step 🙏

  • @samirondutta3742
    @samirondutta3742 Před měsícem +3

    Next cm

  • @mithubharali
    @mithubharali Před měsícem

    Apunar uport bohu biswkh ase sir.. Ami hodai apunar lgot asu

  • @bikujyotisaikia-pq4md
    @bikujyotisaikia-pq4md Před měsícem +1

    Good job keep it up ❤

  • @user-gq2yh8kt4x
    @user-gq2yh8kt4x Před měsícem

    গৌৰৱ গগৈ জিন্দাবাদ ❤

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 Před měsícem +1

    বঢ়িয়া , এয়া BJP ৰ পৰিবৰ্তন আৰু উন্নতি ।

  • @jitudeka2863
    @jitudeka2863 Před měsícem +4

    Keep it up , gaurav Gogoi jindabad

  • @padumibaruah2798
    @padumibaruah2798 Před měsícem

    Bohut val ksm. Korile. Gourob. Gogoi. Dangoria

  • @apurbaghosh9597
    @apurbaghosh9597 Před měsícem

    We are proud to have Gaurav Gogoi as MP of Jorhat..

  • @ManabjyotiDas-lk3qo
    @ManabjyotiDas-lk3qo Před měsícem

    সত্যৰ আধাৰত নিউজ ধন্যবাদ

  • @ruhitdihingia8210
    @ruhitdihingia8210 Před měsícem

    0:13 Devasted , Deteriorated four Lean construction in Jorhat H P C & Dibrugarh HPC jurisdiction, is being taken in a distinguished and a different manners to be represented in an appropriate time, appropriate places for the interest of public by Mr. Gourav Gogoi,MP, has been appreciated. This is his good steps.

  • @anowara.begum23
    @anowara.begum23 Před měsícem

    ধন্যবাদ আমাৰ অসমৰ গৌৰৱ গৌৰব গগৈ🙏🏻🙏🏻🙏🏻

  • @prafullaborah8724
    @prafullaborah8724 Před měsícem

    Real,proud of assam.god help you
    .

  • @Xxhxjxjx
    @Xxhxjxjx Před měsícem

    Exellent job Gaurav ji

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před měsícem

    Next Cm in Assam 2026 Mr Gaurav Gogoi .

  • @TimePass-qo7ch
    @TimePass-qo7ch Před měsícem +5

    Jai shree ram🙏🙏🙏🙏🙏🙏

  • @ubdengineers1660
    @ubdengineers1660 Před měsícem

    Very good..Gaurav Gogoi Zindabad

  • @SandhyaMandal-pi8ql
    @SandhyaMandal-pi8ql Před měsícem

    Nktv good news channel

  • @jkedit243
    @jkedit243 Před měsícem

    Gourav gogoi zindabad

  • @mukutborah4081
    @mukutborah4081 Před měsícem +1

    Good news.

  • @tilakphukan7728
    @tilakphukan7728 Před měsícem

    Our pride our Gaurav Ji 💕💕

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev Před měsícem

    Well & Good Sir Gaurav Gogoi

  • @Parth-bn2vj
    @Parth-bn2vj Před měsícem

    We need this kind of voices 🙌

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr Před měsícem

    Next cm of Assam Gaurav Gogoi....❤❤❤

  • @BinaGohain-un2ot
    @BinaGohain-un2ot Před měsícem +9

    Gourav gogoi hokolue gourav

  • @user-ee4tv7mx8p
    @user-ee4tv7mx8p Před měsícem

    Excellent performance 🎉❤

  • @user-tw6ci7vd6v
    @user-tw6ci7vd6v Před měsícem

    উন্নয়নৰ ঋনাত্মক বাস্তৱ, অবনৰ্নীয় যন্ত্ৰনাদায়ক ছবি ।

  • @AbinashDas-wf2rl
    @AbinashDas-wf2rl Před měsícem

    Real mp of assam.next cm hba lge

  • @user-vi1ck2yv1n
    @user-vi1ck2yv1n Před měsícem

    অতি সুন্দৰ পদক্ষেপ ❤❤❤❤❤❤

  • @user-pz1vy1jz6g
    @user-pz1vy1jz6g Před měsícem

    Very nice step .🙏🙏

  • @himangshusaikia18
    @himangshusaikia18 Před měsícem

    Love you Sir keep it up ❤

  • @jslp9dj
    @jslp9dj Před měsícem +1

    Proud of him🙏

  • @Sports47prg
    @Sports47prg Před měsícem

    Great leader of Assam

  • @DipankarCare-en4lt
    @DipankarCare-en4lt Před měsícem +1

    Hobo tetiya hole 👍
    Next time aponar sorkar hobo aru tetiya ami sundor four lane paam 😊!

  • @techassam3121
    @techassam3121 Před měsícem +1

    News live akol vokto kitai sai... comment dekhilei gom pua jai.....amoni lagesa. 26 hunkale ahilei hoi....evm thakile akou mama....

  • @DollyHukai
    @DollyHukai Před měsícem

    Gourav gogoi is the best political lidar ❤

  • @manashaxomia4202
    @manashaxomia4202 Před měsícem +2

    Ata ktha gourav gogoie val ktha koise kintu ...ata val rasta bonabole rastatu 6 montht mojaa kri dibo nuare aitu anakua nhy eta dile plasta korile..eman heavy load gari jabo ata national highways so bonua rastao bohi goise bare khandise val koribole..aka dinai ya ata yearote rasta tu jano bonai dibo paribo jodi diyeo bonai tatiyao letha lagibo kambur bya hbo..manuhburak hukh lage akol..nijor ghar akhan bonaoteo purana ghr vangi helrukoi baranda di thakibo loga hoi..ata duta year pasothe new gharkhant humabo pari

  • @kalyanbori9115
    @kalyanbori9115 Před měsícem

    Great sir .

  • @mintumonidaskonwar2609
    @mintumonidaskonwar2609 Před měsícem

    Very very good ❤

  • @smritirekhabora8279
    @smritirekhabora8279 Před měsícem

    বহুত ভাল কৰিছে

  • @minahazarika7578
    @minahazarika7578 Před měsícem

    অসমিয়া হৈ গৌৰৱ আনিব সুদক্ষ সন্তান নাই গা নলৰে সাকিয়ৰ

  • @smrjt9102
    @smrjt9102 Před měsícem

    Much needed bohut besi beya rasta

  • @user-ss6wz8ec7s
    @user-ss6wz8ec7s Před měsícem

    উত্তম সাংসদ।

  • @user-xc1tt5ln2s
    @user-xc1tt5ln2s Před měsícem

    Good stape gogoi da 👍👍👍👍👍

  • @birensharmah2655
    @birensharmah2655 Před měsícem

    মণিপুৰৰ বিজেপি সাংসদেও 'কা' ৰ বিৰুদ্ধে সংসদত ভাষণ দিয়ে। অসমৰ কেইজনে মাত দিয়ক।

  • @ruhinigogoi827
    @ruhinigogoi827 Před měsícem +4

    you are great

  • @Rhino-Boy-06
    @Rhino-Boy-06 Před měsícem

    খৰালি হ'লে শুই থাকে বাৰিষা হে সাৰ পাই।। স্কুলীয়া ছাত্র ছাত্রী কথা কিয় চিন্তা নকৰে চৰকাৰ খনে😡😡।। অকল চাউল আৰু বস্তু ৰ দাম বঢালে সকলো শেষ হৈ যায় নি।।

  • @momirajkhowa281
    @momirajkhowa281 Před měsícem

    Great,

  • @chinmoyb11
    @chinmoyb11 Před měsícem +3

    Gujarat t koribo...AXOM k maahi maakor sokure sautei jabo Delhi r!

  • @Sutmaroni-vu8vt
    @Sutmaroni-vu8vt Před měsícem +2

    বৰপেটা ৰ জনে আকৌ সংসদ ত হোবলে হে যায় 😂 আৰু বোলে অসম চুলি কাতি বলে আহিব হেনো

  • @Shyamst0033
    @Shyamst0033 Před měsícem

    Gaurav Gogoi Next Pm/Hm 😊😊

  • @kuheswarpayeng5813
    @kuheswarpayeng5813 Před měsícem

    Good step sir

  • @duliajanbi2ponaxxam571
    @duliajanbi2ponaxxam571 Před měsícem

    Mozza dixe

  • @deadlydrax2711
    @deadlydrax2711 Před měsícem

    Gourav Gogoi can change the problem of Assam .

  • @DuskyTraveller
    @DuskyTraveller Před měsícem

    Respect double❤

  • @Ru-Chao
    @Ru-Chao Před měsícem

    Very gud sir

  • @AxomLoveJaiIAxom
    @AxomLoveJaiIAxom Před měsícem

    Axomr king hoi .. Jorhat Raij bhal ata candidate bisarise

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před měsícem

    Gaurav Gogoi zindabad

  • @indranidas7027
    @indranidas7027 Před měsícem

    God bless you

  • @utpalbaurah1627
    @utpalbaurah1627 Před měsícem

    Excellent

  • @umeshchetiya1340
    @umeshchetiya1340 Před měsícem

    Gaurav gogoi jindabad

  • @user-wn5wg1md3u
    @user-wn5wg1md3u Před měsícem

    God nice 👍

  • @AmitPaul-fb4yk
    @AmitPaul-fb4yk Před měsícem

    Good going sir

  • @arizitaarushchakraborty988
    @arizitaarushchakraborty988 Před měsícem

    Great 💯 great

  • @user-ss6wz8ec7s
    @user-ss6wz8ec7s Před měsícem

    উত্তম সাংসদ

  • @padumibaruah2798
    @padumibaruah2798 Před měsícem

    Good. Step

  • @jadabsenapati-sr1oy
    @jadabsenapati-sr1oy Před měsícem

    Good sir

  • @hemangaboruah6073
    @hemangaboruah6073 Před měsícem

    Good good ❤❤. ✋️✋️