মূখ্যমন্ত্ৰী মহোদয়! বিধায়কৰ ভাবুকিলৈ কেৰেপ নকৰি নিজৰ দায়িত্ব পালন কৰা OC পুৰস্কাৰৰ যোগ্য নে?

Sdílet
Vložit
  • čas přidán 12. 09. 2024
  • মূখ্যমন্ত্ৰী মহোদয়! বিধায়কৰ ভাবুকিলৈ কেৰেপ নকৰি নিজৰ দায়িত্ব পালন কৰা OC পুৰস্কাৰৰ যোগ্য নে? আৰক্ষীক আইনৰ গণ্ডীৰ ভিতৰত থাকি স্বাধীনভাৱে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আপুনিয়ে জানো পৰামৰ্শ দিয়া নাছিল জানো? নাৰায়ণপুৰ থানাৰ OC পুষ্পকমল বৰুৱাইয়ো তাকে কৰি দেখুৱালে।
    #PushpaKamalBoruah #AmiyaKumarBhuyan #HimantaBiswaSarma #AssamPolice
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews

Komentáře • 238