Andharoloi hat meli dilo Lyrics : Hiren bhattacharya Singer : pulak banerjee

Sdílet
Vložit
  • čas přidán 27. 06. 2019
  • Andharoloi hat meli dilo
    Lyrics : Hiren bhattacharya
    Singer : pulak banerjee
    Tune /Music director : Dilip Kumar Das
  • Hudba

Komentáře • 17

  • @manjushyam5994
    @manjushyam5994 Před 18 dny

    গীতৰ কথা, সুৰ আৰু গায়কীৰ কি যে এক অপূৰ্ব মিলন। অতি হৃদয়স্পৰ্শী গীত, খুবেই ভাল লাগিল শুনি 👌👌👏👏

  • @beautyburagohain7071
    @beautyburagohain7071 Před 24 dny

    গীতিকাৰ,সুৰকাৰ আৰু গায়কৰ অপূৰ্ব সমন্বয়ৰ এইয়া উত্তম সৃষ্টি।

  • @user-ns3ry5cw6m
    @user-ns3ry5cw6m Před 6 měsíci +1

    বুজাব নোৱাৰা এক অনুভৱ 💗🍁

  • @lakhijan2366
    @lakhijan2366 Před 27 dny

    Beautiful So ❤

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +1

    গীতৰ কথা, সুৰ আৰু কণ্ঠৰ অপূৰ্ব সমন্বয়ে গীতটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে। বেদনাগধুৰ কথাখিনিয়ে হৃদয় স্পৰ্শ কৰিলে।

  • @gitikadevi836
    @gitikadevi836 Před 4 měsíci

    Heart touching song

  • @sikhagoswami2900
    @sikhagoswami2900 Před 2 lety +1

    গীতৰ কথা,সুৰ আৰু কণ্ঠ অনন্য । শুনি থাকিলে নিঃশব্দে ,নিৰলে চকুলো নিগৰে...

  • @gunakantabasumatary3202
    @gunakantabasumatary3202 Před 2 lety +1

    অপূৰ্ব, কথা /সুৰ আৰু কন্ঠ চকুযোৰ মুদি কেৱল শুনি থাকিব লাগে। আগলৈও এনেকুৱা সুন্দৰ সুন্দৰ গীত দি থাকিবা।।।

  • @sabitagogoi99
    @sabitagogoi99 Před 4 lety +4

    পুলক দা আপোনাৰ গান বহুত ভাল পাও

  • @latumonisaikia6852
    @latumonisaikia6852 Před 9 měsíci +1

    অন্তৰ চুই যোৱা গান ।

  • @boishaliboruah7713
    @boishaliboruah7713 Před 2 lety +1

    হৃদয় চুই গ'ল

  • @nn_345
    @nn_345 Před 4 lety +1

    বহুত ধুনীয়া 💌

  • @user-xl8zt9qx7q
    @user-xl8zt9qx7q Před 10 měsíci +1

    অন্তৰত দোলা দিয়া গীত।

  • @royalwarrior2079
    @royalwarrior2079 Před 2 lety +1

    মন ভৰি যোৱা গান ৷

  • @virajbro4801
    @virajbro4801 Před 2 lety +1

    👍

  • @shubhroneeldas7b319
    @shubhroneeldas7b319 Před 2 lety +1

    may I get the lyrics of this beautiful song by Hiren Bhattacharya

  • @arupbaruah699
    @arupbaruah699 Před 2 lety +1

    গীতৰ কথা,সুৰ আৰু কন্ঠ অতি সুন্দৰ।