Gun Gun |Assamese song |Hiren Bhattacharya | Pulak Banerjee | Rupam Talukdar

Sdílet
Vložit
  • čas přidán 7. 09. 2024
  • কণ্ঠশিল্পী : পুলক বেনাৰ্জী
    গীতিকাৰ (কবি) : হীৰেন ভট্টাচাৰ্য
    সুৰকাৰ : জয়ন্ত দাস (Jonty)
    সংগীত ব্যৱস্থাপনা : ৰূপম তালুকদাৰ
    Recorded at SABDARUPA, in 2005

Komentáře • 11

  • @nilanjonamahanta
    @nilanjonamahanta Před měsícem

    গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    মোৰ গাঁৱৰ সিখনি নদী
    যাৰ সুৱদী সোঁতত
    মোৰ গাঁৱৰ সিখনি নদী
    যাৰ সুৱদী সোঁতত
    পলৰীয়া মন মোৰ বন্দী
    পলৰীয়া মন মোৰ বন্দী
    গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    অ'.. গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    কেতিয়াবা দৈনন্দিন জীৱনত
    তুচ্ছতাৰ মাজতো অনুভৱ কৰোঁ
    কেতিয়াবা দৈনন্দিন জীৱনত
    তুচ্ছতাৰ মাজতো অনুভৱ কৰোঁ
    শীৰ্ণ সেই নদী
    সপোন বিস্তৃতি
    অন্ধ আকাশ ভৰি উঠা
    স্মৃতিৰ জোনাকী
    অন্ধ আকাশ ভৰি উঠা
    স্মৃতিৰ জোনাকী
    গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    অ'.. গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    মোৰ গাঁৱৰ সিখনি লাৱণী নদী
    ঢৌৱে ঢৌৱে ঢৌ তুলি
    বৈ আছে মোৰ বহু দূৰেদি
    মোৰ গাঁৱৰ সিখনি লাৱণী নদী
    ঢৌৱে ঢৌৱে ঢৌ তুলি
    বৈ আছে মোৰ বহু দূৰেদি
    গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    অ'.. গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    মোৰ গাঁৱৰ সিখনি নদী
    যাৰ সুৱদী সোঁতত
    মোৰ গাঁৱৰ সিখনি নদী
    যাৰ সুৱদী সোঁতত
    পলৰীয়া মন মোৰ বন্দী
    পলৰীয়া মন মোৰ বন্দী
    গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    অ'.. গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি
    অ'.. গুণ গুণ গুণ গুণ যেন
    এজাক মৌমাখি

  • @akhilmahanta2524
    @akhilmahanta2524 Před rokem +2

    অপূৰ্ব সুৰ কথা unique !

  • @aasthacreations6402
    @aasthacreations6402 Před 3 lety +1

    সুন্দৰ গীত।

  • @santonuborpatra8557
    @santonuborpatra8557 Před 7 měsíci +1

    কি ধুনীয়া

  • @sujatabaruah6499
    @sujatabaruah6499 Před 3 lety

    Xundor geet

  • @pranjaltamulimusical3617
    @pranjaltamulimusical3617 Před 2 lety +3

    Love from Dhemaji Gogamukh

  • @kopouprahladclassic5572
    @kopouprahladclassic5572 Před 11 měsíci

    প্ৰথম শুনিলোঁ।
    ধন্যবাদ

  • @kishorkumarbaruah1644
    @kishorkumarbaruah1644 Před 3 lety +1

    শাস্ত্ৰীয় ৰাগপ্ৰধান এটি ভাল লগা গীত।

  • @madhusmitaswarnakar6692
    @madhusmitaswarnakar6692 Před 7 měsíci

    অনবদ্য সৃষ্টি🙏👌

  • @sharmiladas2146
    @sharmiladas2146 Před 2 měsíci

    অনুপম

  • @amrinajeriana
    @amrinajeriana Před 3 lety

    খুব ধুনীয়া গীত।