কেমেৰাৰ সন্মুখত ম’বাইলৰ কথোপকথন ভাইৰেল হোৱা আৰক্ষীৰ গাড়ীচালক অনিল ভূঞা Exclusive

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • কেমেৰাৰ সন্মুখত ম’বাইলৰ কথোপকথন ভাইৰেল হোৱা আৰক্ষীৰ গাড়ীচালক অনিল ভূঞা Exclusive
    #pratidintime #junmonirabha

Komentáře • 720

  • @jugalkishor4219
    @jugalkishor4219 Před rokem +74

    অনিল ভুঞাই এতিয়া ভয়তে উল্টাপুল্টা কৈ আছে,
    বোকাখাটৰ প্ৰণব দাস আৰু এইজন গাৰীচালকক সম্পূৰ্ণ নিৰাপত্তা দিব লাগে৷
    এওলোক দুজনে প্ৰকৃত সত্য কৈছে৷
    Gp sing ৰ মধুৰ সম্পৰ্ক থকা বুলি কৈছিল নগাঁৱৰ sp লীনা দলেৰ লগত
    গতিকে তদন্ত মিছা হব
    cid অসম আৰক্ষীৰ হয় গতিকে তদন্ত cbi ক দিব লাগে

    • @Happychenal12345
      @Happychenal12345 Před 6 měsíci

      C..B. I. Serkaror durnam nakore.
      C.B.I mane bjp serkar. Eito eta serkari hotya

  • @jahirulislam4311
    @jahirulislam4311 Před rokem +91

    জোনমনিৰ ৰহস্য জনক দুৰ্ঘটনাটো CID দ্বাৰা নহয় CBI দ্বাৰা তদন্ত হব লাগে।

  • @neelkanthdas7085
    @neelkanthdas7085 Před rokem +64

    Media নহলে দুৰ্ঘটনা হোৱা বুলি ফাইল বন্ধ কৰি দিলে হৈ। CBI তদন্ত হব লাগে।

  • @bidyutdekavlogs7695
    @bidyutdekavlogs7695 Před rokem +79

    ভয়ে‌‌ ভয়ে কৈ আছে । এখেতেও চব জানে কিন্তু কব বিচৰা নাই। ই চব জানে ভালদৰে সুধা-পোছা কৰক।

  • @paharideori4288
    @paharideori4288 Před rokem +83

    তেওঁ আচলতে ভয় খাইছে এতিয়া...

  • @NirmolRay1996
    @NirmolRay1996 Před rokem +161

    এক বৃহৎ ৰহস্য আছে।ইয়াত100%পুলিচ অফিচাৰ জৰিত আছে।।।যদিহে নিকা স্বচ্ছ তদন্ত হয় তেন্তে উৰহীৰ ওৰ নিশ্চয় ওলাই পৰিব।।।।😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡😡আমি ইয়াৰ উচিত তদন্ত বিচাৰো।।যদিহে উচিত বিচাৰ নহয়,অসম পুলিচক ভয়াতুৰ,কাপুৰুষ লগতে অসম চৰকাৰক নিষ্ঠুৰ বু্লি ভাৱিম।।।

  • @nabinborgohain-vq2zt
    @nabinborgohain-vq2zt Před rokem +32

    অনিল ভূঞাক গেপ্তাৰ কৰিলেই পুলিচৰ ভিতৰত কি হৈছিল ওলাই যাব । কাৰন তেওঁ এতিয়া ভয়ত মিছা মাতিছে ।

  • @jugalkishor4219
    @jugalkishor4219 Před rokem +31

    আচলতে সংবাদ মাধ্যমে মানুহজনৰ মুখখন দেখাব নালাগিছিল
    মানুহ জনৰ জীৱনলৈ ভাবুকি আহিল চাগে যিহেতু gp sing ৰ নাম লৈছে

  • @Nirumoni4336
    @Nirumoni4336 Před rokem +1

    SI জোনমনিৰ ৰাভাৰ ৰহস্যজনক হত্যা নেয় তদন্তো হবলাগে আমি ৰাইজে আষা বাদি
    অসম পুলিচ CID এ তদন্তো কৰি আছেউ যদি নেয় তদন্তো হব বুলি কুনো বৰষা নাইত্ত,,,CBIক কি'বৰষা কৰিব সকলোৱে একেখন নাওৰ যাত্ৰী নাওখনৰ মুখ্যনায়ক মাঝি জনে অপৰাধিৰ হৈতে জৰিতো'হৈ আছে যদি নাও খন ছটি দিক্ষহ'লৈ তদন্তো কৰিবলৈ লৈ'নেযায়। গতিকে আমি অসমৰ সকলো জনগোষ্ঠীৰ জনৌ গণে হজাক হব লাগিব। 😊
    জয় আই অসম

  • @Niku_Mix_Vlogs
    @Niku_Mix_Vlogs Před rokem +49

    তিনিপাক ঘূৰি থকা কথাটো কি আছিল

  • @ureshbora8416
    @ureshbora8416 Před rokem +27

    ভয় নকৰিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। সত্যৰ সদায় জয়।

  • @sacindradeka8192
    @sacindradeka8192 Před rokem +17

    হেৰা মামা! আৰু ভয় কিৰি লাভ নাই।আচল কথা কৈ অমৰ হৈ ৰওক।ভাগিনে সকলো ভাইৰেল কৰিলেই।

  • @ashimkrdeka4764
    @ashimkrdeka4764 Před rokem +26

    সিদিনা আচলতে কি কি হৈছিল জোনমনিৰ লগত এই মানুহজনে বহুতো কথা জানে চাগে আৰু সেয়া Call ৰেকৰ্ডিংত আছে, কিন্তু এতিয়া মানুজনে যে পাল্টি মাৰি দিব সেয়া খাটাং৷ কাৰন এই ঘটনাত পুলিচৰ ৰৌ-বৰালি জড়িত আছে ৷

  • @papudsekh
    @papudsekh Před rokem +217

    মানুহ জনে আচল কথা খিনি কবলৈ ভয় কৰিছে স্পষ্ট হৈ গৈছে তেওঁৰ কথাতে , তেওঁ বহু খিনি সত্য কথা জানে

    • @nagabaro3660
      @nagabaro3660 Před rokem +4

      Correct✅☑

    • @dhunusaikia5650
      @dhunusaikia5650 Před rokem +3

      Xosa

    • @rons-topic1067
      @rons-topic1067 Před rokem +5

      Xosa.. minister high officials sob joritto asey. Manuh jon horu manuh huwar karoney bhoi khaisey aru kotha holaisey etiya

    • @thestranger5880
      @thestranger5880 Před rokem +3

      Fact is ai oldie driver jone sakori juar voyot nd nijor life.r safety.r voyot kotha palti marixe olop..#bhagawat hopot khuai kobo dile aru clear hobo..jihetu aitu age.t piton khua or 3rd degree lua power nai aeur body.t..xo need to think bout this..nd everyone should raise your voices that we strongly want #cbiforjunmoni #justiceforjunmoni #fucknagaonpolice #fucklakhimpurpolice

    • @originaldwonloder2954
      @originaldwonloder2954 Před rokem +1

      Yes

  • @lakshmibasumatary8834
    @lakshmibasumatary8834 Před rokem +27

    Ei reporter buror karone xosa kotha janileo kunu nokoi.Nijor zibonoru kotha thake.mukh khn kiyo dexai baru??

  • @nityamorang2665
    @nityamorang2665 Před rokem +18

    কথাবিলাক সম্পূন সলনি হৈছৈ,,ভয় কৰিছে ছাগে,,,

  • @tarulatamixedvlog8263

    Misa matise uncle. Apuni junmoni Rabha r atmak Santi pabo apuni xosa kole

  • @Jvyaaa
    @Jvyaaa Před rokem +1

    কথাত এই বুঢ়াও জৰিত আছে যেন লাগিছে ....

  • @modi5025
    @modi5025 Před 10 měsíci +1

    Mi
    Nisha bhai sahab

  • @rumibegum611
    @rumibegum611 Před rokem +1

    এতিয়া মানুহ জনে মিছা কথা কয় আছে কথাতে গম পায়

  • @niharsingh4371
    @niharsingh4371 Před 2 měsíci +1

    ভূঞা দাদা আপোনাৰ মৰিবলৈ বেছি দিন নাই সচা কথা খিনিকৈ দিযক আপুনি কিয় মিছা কৈ আছে

  • @dichuchshiksankendra8436
    @dichuchshiksankendra8436 Před rokem +11

    সকলোৱে লুকুৱাবলৈ চেষ্টা কৰিছে । অসমত সাহসী লোক হেৰাই গৈছে ।

  • @puspendrakalitapuspendraka2771

    তঁহতে News কৰাৰ নামত মানুহজনক মাৰিবি 😡

  • @Rana-hg8hg
    @Rana-hg8hg Před 2 měsíci

    🎉

  • @atulbhumij4108
    @atulbhumij4108 Před rokem +10

    এইখন অসমত যদি আৰক্ষীয়ে নিৰাপদ নহয় অন্য জনতা কেনেকৈ নিৰাপদ হব।

  • @arifhussain1936
    @arifhussain1936 Před rokem +2

    এখেতক ভালদৰে জেৰা কৰিলে প্ৰকৃত সত্যটো উদ্ঘাটন কৰাটো সহজ হৈ পৰিব,,,এখেতে ভয়ত এতিয়া এনে মন্তব্য আগবঢ়ায়ছে,,,!!!

  • @skbhai3733
    @skbhai3733 Před rokem +23

    নিজ ভালে জগত ভাল বুঢ়া জনৰ মতে so বুঢ়াক গ্ৰেপ্তাৰ কৰি CBI উচিত তদন্ত লওঁক

  • @keyaduttafilms1812
    @keyaduttafilms1812 Před rokem +84

    মানুহ জনৰ নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ কথা আছে। কি সৰু লৰা ছোৱালী ৰ নিচিনা পেনপেনাই একেটা কথা সুধি আছে? সেই কাৰণে মানুহে সৎ সাহস কৰিব নোৱাৰে।

  • @jitudas5096
    @jitudas5096 Před rokem +5

    মানুহজনে ভয় কৰিছে বহোতো কথা জানে ইয়াত ওপৰৰ মাল কেইটামান ভালকৈ জড়িত হৈ আছে উচিত তদন্তু কৰিব লাগে 🙏🙏🙏

  • @pabinsarma2989
    @pabinsarma2989 Před rokem

    TQ soms

  • @deepjyoti6954
    @deepjyoti6954 Před rokem +1

    অসমৰ সংবাদিকৰ যে দম নাই নিজৰ দায়িত্ব নাজানে এইয়াই পমান, call recording তু direct দিব নালাগিছিল তাক তেওঁ নিজেই news কৰিব লাগিছিল

  • @manikchandradas7057
    @manikchandradas7057 Před rokem +14

    কথাৰ মিল নাই দেখোন আগতে কোৱাখিনিৰ লগত।

  • @tralukyagogoi3975
    @tralukyagogoi3975 Před rokem +2

    কোনোবাই এওক কথাবোৰ কোৱাত বাধা দিছে ।

  • @fightervlog7455
    @fightervlog7455 Před rokem +5

    মানুজনে ১০০% খত্যো কথা খিনি জানে কিন্তু কোৱা নাই, ভয় খাইছে

  • @juribarman3793
    @juribarman3793 Před rokem +1

    জীৱন আৰু চাকৰি শংকা ত ভাষ্যই সলনি কৰি দিলে , প্ৰতিদিন টাইম এ এনেকে দেখুওৱাৰ কোনো প্ৰয়োজন নাছিল, ভয়তে মনৰ কথা বুলি হে কলে, Phone recording টো ultimately কোনো অস্তিত্ব নাথাকিল

  • @reemagogoi7865
    @reemagogoi7865 Před rokem +1

    তেওঁ সলনি হৈ গ'ল

  • @_Anonymous_007_
    @_Anonymous_007_ Před rokem +78

    এইটো সত্য যে এই গাড়ী চালকজনে তেওঁৰ ভাষ্য সলনি কৰিছে কিন্তু এওঁক দোষ দি কোনো লাভ নাই কাৰণ সকলোৰে নিজৰ জীৱনৰ প্ৰতি ভয় আছে আৰু তেঁৱেই একমাত্ৰ পুলিচ যিজনে ইমান পুলিচৰ ভিতৰত জোনমণিৰ ন্যায় বিছাৰি সত্যখিনি প্ৰকাশ কৰিছিল । কিন্তু এতিয়া প্ৰতিদিন টাইমে তেওঁৰ পৰিচয় প্ৰকাশ কৰি তেওঁৰ চাকৰি আৰু জীৱন দুয়োটালৈ শংকা কঢ়িয়াই আনিলে । এইখিনি কৰাৰ কোনো প্ৰয়োজন নাছিল কাৰণ এতিয়া তেওঁ সেই অডিঅ ক্লিপৰ কথাখিনি মিছা বা মনৰ কথা বুলিয়ে ক'ব আৰু পুলিছেওঁ ইয়াৰ সুযোগ লৈ সেইখিনি মিছা কথা বুলি দোষীক সাৰি যাব দিব 🙂 সাংবাদিকসকলে জনা উচিত খবৰ দিওঁতাৰ নাম গোপনে ৰখাটো তেওঁলোকৰ দায়িত্ব ।

    • @rons-topic1067
      @rons-topic1067 Před rokem +7

      Hangbadik bilaku poisa lubhiya .. kukur type hoi.. hongbadhik buru mili asey. Manuh jonor identity Lukai rokha tu hosaye daityo hoi.. but heitu bhool kaam korisey hangbadik bur . Ei manuh jonor kiba holey hangbadik aru opolice daai baaki kunu daai nohobo

    • @thestranger5880
      @thestranger5880 Před rokem +1

      Fact is ai oldie driver jone sakori juar voyot nd nijor life.r safety.r voyot kotha palti marixe olop..#bhagawat hopot khuai kobo dile aru clear hobo..jihetu aitu age.t piton khua or 3rd degree lua power nai aeur body.t..xo need to think bout this..nd everyone should raise your voices that we strongly want #cbiforjunmoni #justiceforjunmoni #fucknagaonpolice #fucklakhimpurpolice

    • @_Anonymous_007_
      @_Anonymous_007_ Před rokem +2

      @@thestranger5880 Ki faltu mane .. Onlineot Aneke Justice bisoratkoi Xahoh ase jodi DGP , CMr agot protest kri dekhuaok na .. Police hoiu tew hsakhiniye koisil kin2 ai news channelbure besi kri dile 😐

    • @thestranger5880
      @thestranger5880 Před rokem

      @@_Anonymous_007_ I'm goin',.are yo'?

    • @_Anonymous_007_
      @_Anonymous_007_ Před rokem +2

      @@thestranger5880 No .. Bcz i also want to live peacefully like this oldman .. u can go 🙏

  • @kukulievlogs7638
    @kukulievlogs7638 Před rokem +6

    ভাল চিন্তা কৰক সচা কথা ক'ব। এই বয়সত নহ'লে কিন্তু ভগৱান আপোনাৰ আত্মাক শান্তি নিদিব। প্ৰথমমে ইমান ভাল চিন্তা কৰি কথা বোৰ কলে এতিয়া কিয় মিছা মাতিছ,,,

  • @durlavborah1510
    @durlavborah1510 Před rokem +1

    এওঁ এতিয়া আবোল তাবোল বকিছে।এওঁক CID য়ে ভালকৈ সোধা পোছা কৰিলে সকলো ওলাই যাব।

  • @user-ch1sv3wh8u
    @user-ch1sv3wh8u Před rokem

    He all so her😊

  • @rupalibaishya3626
    @rupalibaishya3626 Před rokem +1

    ভয় কৰিব নালাগে অ খুৰা সঁচা টো কৈ দিয়ক

  • @okikayastha7068
    @okikayastha7068 Před rokem +1

    Aged মানুহবোৰ বৰ সাংঘাটিক । ইমান aged কিয় সচা কথা কব নোৱাৰে। জেৰা কৰিলে ওলাব যেন লাগে দেই

  • @CS-jy9ix
    @CS-jy9ix Před rokem +14

    Burha tur upatat pressure ahi gaise, senior police officer involved ase 100% proved hai gal.

  • @RuponAdvice123
    @RuponAdvice123 Před rokem +2

    সচা কথা কবলে কিয় ইমান ভয় কৰিছে। যদি কথা বোৰ জানে কৈ দিয়ক ইহত একোডাল কৰিব নোৱাৰে

  • @footballlover23248
    @footballlover23248 Před rokem +1

    ই ভয় খায়ছে।চাকৰি যাব বুলি।

  • @priyagaming8309
    @priyagaming8309 Před rokem +1

    এইজনে মিছা কথা কৈছে, ফোনকলৰ বৰ্ননা আৰু এতিয়াৰ কথাৰ মিল নাই। এই জনক এৰেষ্ট কৰি পিটন দিলেই বমি কৰি দিব। এওঁ সকলো জানে।

  • @pushparabha1521
    @pushparabha1521 Před rokem

    Anil bara All Right Koise Taie Niyai pawok buly midiyat Diba

  • @puspadas8761
    @puspadas8761 Před rokem

    Hoi hoi, junmonik police bure hotya krise.

  • @arupPhangcho-sr9xz
    @arupPhangcho-sr9xz Před rokem

    Bhogobane roikha karile hol prubhu

  • @fightervlog7455
    @fightervlog7455 Před rokem +1

    জানীয় নজনা ভাও ধৰি চে, ভই কৰিব লগা কি আছে কই দিয়ক পুৰুষ যদি

  • @LegendIshan
    @LegendIshan Před 5 měsíci

    😮

  • @mainiburagohain8275
    @mainiburagohain8275 Před rokem +12

    Nagaon town t lagi thoka CC Tv camara bur check koribo lge. Tawr gari khon kun kun fale goisile aibur sabo lge.Karon ata jibon hakh hoi gol. Atiya aru hosa Kotha bur lukuwai aku lav nai.

  • @jamunagogoi8190
    @jamunagogoi8190 Před 6 měsíci +1

    Eituk ram piton dile ulabo

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Před rokem

    এই বুঢ়াই গোকাত মিছা কথা কৈছে। ইয়াক ভালকৈ টৰচাৰ কৰিলে সকলো ওলাই পৰিব। ই অসইভ সম্পন্ন ভূক্তভোগী। ইয়ো এজন হইতাকাৰী।

  • @LegendIshan
    @LegendIshan Před 6 měsíci

    বিজেপি চৰকাৰে জোনমনি ৰাভা এজনী ৰাভা জনগোষ্ঠীয় পৰিয়ালৰ ছোৱালী হোৱাৰ হেতুকে সঠিক ন্যায় দিব নোৱাৰিলে,

  • @mr.random462
    @mr.random462 Před rokem

    মানুহ জনে এতিয়া ছাগে অলপ‌ মিছা কৈছে কাৰণ ‌কথাবোৰ অলপ ‌খেলি মেলি হৈছে

  • @preetirekhaborah460
    @preetirekhaborah460 Před rokem +1

    তেখেতে ভয়খাই কথা সলাইছে।

  • @dipaligogoi990
    @dipaligogoi990 Před rokem +1

    মানুহ জনে কথা লোকাইচে

  • @bakulgogoi327
    @bakulgogoi327 Před rokem +1

    মানূহজনে ভয়তে সুৰ সলনি কৰিছে ।

  • @kulsumakhanam6415
    @kulsumakhanam6415 Před rokem +5

    ই বেটাই বহুত কথা জানে
    ইয়াক CID য়ে জেৰা কৰিব লাগে🙏

  • @tapandutta9939
    @tapandutta9939 Před rokem +8

    বহুত ৰহস্য আছে " CBI বিছাৰ হোৱাটো ভাল হ'ব

  • @amulyaroy1600
    @amulyaroy1600 Před rokem

    Miss koise

  • @nirmalirajkumari7584
    @nirmalirajkumari7584 Před rokem +8

    ককা সকলো কথা কৈ দিয়ক । নহলে আপুনি মিছলিয়া হব ।

  • @ronikumar-4850
    @ronikumar-4850 Před rokem

    Khurai thike vabse,akdom right katha koyse,,,

  • @purnanandagogoi7264
    @purnanandagogoi7264 Před rokem +8

    এনেকৈ তোমাৰ মনৰ ভাব খিনি প্ৰ কাশ কৰি যোৱা আৰু ৰাইজে শুনিযাওক আৰু তবলা বজাই যাওক। বলিয়া কৰবাৰ

  • @pranitadutta3204
    @pranitadutta3204 Před rokem +1

    এইটোৱে মিছা কৈছে। এই বয়সত কিয় মিছা মাতিছে। পাপ লুকাই নাথাকে।

  • @bitupanraj8455
    @bitupanraj8455 Před rokem

    Jastis junmoni Rabha

  • @Assamese108
    @Assamese108 Před rokem

    মনৰ ভাব

  • @mondeepbora4754
    @mondeepbora4754 Před rokem +1

    Teur identity disclose koribo nalagisil...

  • @bhugeswarigogoi4785
    @bhugeswarigogoi4785 Před 11 měsíci

    এই জনে সম্পূৰ্ণ কথা বিলাক জানে ভালদৰে বিচাৰ কৰক

  • @boruahakash8237
    @boruahakash8237 Před rokem

    CBI

  • @dipenbasumotarib4693
    @dipenbasumotarib4693 Před rokem

    Anil bhuya bahu kotha jane lukai rakhise voiat

  • @simplelifewithasimplegirl7852

    তেওঁ জানে কিন্তু এতিয়া কবলৈ টান পাইছে

  • @B2kffAssam-ib3nj
    @B2kffAssam-ib3nj Před rokem +1

    ভয় নকৰিবা সঁচা কথা কোৱা

  • @kaustavgayan1677
    @kaustavgayan1677 Před rokem +58

    মামাৰ কথাবোৰ সলনি হৈ গল,ভাগিন মৰিলেও মৰক এতিয়া,মামাই নিজৰ চাকৰিটো আৰু নিজৰ জীৱনটো বছালে কিন্তু, বাঁহ মামা বাঁহ,আপুনি কিন্তু🔥🔥 🔥

    • @dieselgamer100
      @dieselgamer100 Před rokem +2

      Toi kene ke gom pale

    • @dipuofficial8037
      @dipuofficial8037 Před rokem

      Election ahi ase

    • @bidyutdeka6088
      @bidyutdeka6088 Před rokem +2

      ভাগিন:দেশত কৈ মোমাই ডাঙৰ নহয়
      মামা:চাকৰি আৰু নিজৰ জীৱনত কৈ ভাগিন ডাঙৰ নহয়

  • @MrH11K
    @MrH11K Před rokem +1

    এওক ধৰিলে চব ওলাই যাব।

  • @dipalihazarika2345
    @dipalihazarika2345 Před rokem +3

    এয়া ৰক্ষক নে ভক্ষক, অসমৰ ৰাইজে কি দেখিছে আৰু শুনিছে, এই ছবিখনৰ আছিল সত্য বুজিব লৈ আৰু বাকী নাই , জোনমনীৰ আত্মাই শান্তি পাওক

  • @user-py9ng2pi3x
    @user-py9ng2pi3x Před rokem +7

    ককা আপোনি ভয়ই খাইছে । হচাকবলে🎉🎉❤

  • @godzzzzone7297
    @godzzzzone7297 Před rokem +9

    Everyone gonna take the u turn now....power of Assam police😂😂😂

  • @maletofemalecrossdressing

    Demand CBI investigation

  • @lankeswarboro7501
    @lankeswarboro7501 Před rokem

    , এইটো নিজা ভিতৰত চৰা বহুতো খেলিমেলী আছে।চিবিআই দি উচিত বিচাৰ হব কৰা ভাল হ'ব ।

  • @dhirajrabha1491
    @dhirajrabha1491 Před rokem

    এই বুঢ়াটোক অলপ ভাল কৈ সুধিলে কথাবোৰ ওলাব

  • @JAJABORIPATHIK
    @JAJABORIPATHIK Před rokem +8

    News channel bure bonori buror mukh khn blur Kori diye..kintu jar mukh khn blur koribo lage, teur blur nkore

  • @bikashbora9998
    @bikashbora9998 Před rokem

    বুঢ়া গললল

  • @anantaswargiary5754
    @anantaswargiary5754 Před rokem +4

    এওঁ কথাখিনি সম্পূৰ্ণভাৱে ভাবে জানে। কিন্তু তেওঁৰ পিছৰ কথা চিন্তা কৰিব কব বিচৰা নাই।

    • @loharikachari-aitakhuli2810
      @loharikachari-aitakhuli2810 Před rokem

      আচলতে তেখেতৰ মুখত তেখেতৰ লগত থকা আৰখিয়েই টকাৰে সোপা দিলে
      নিচ্চই।

  • @user-ek4bf1zc2t
    @user-ek4bf1zc2t Před rokem

    এবাৰ এটা এবাৰ আন এটা কোৱাবোৰক থাৰ্দডিগ্ৰী এপ্লাই কৰিব লাগে।

  • @footballlover23248
    @footballlover23248 Před rokem +2

    দাদা, আপোনাৰ অৱসৰ ৰ সময় হ'ল আপুনি সচা কথা কৈ দিয়ক।

  • @dhritimankalita8992
    @dhritimankalita8992 Před rokem +1

    Ram ram kio misa matile o mahnu jone

  • @user-hu5yk7yq9f
    @user-hu5yk7yq9f Před rokem

    ৰেকডিং টো কাৰ আছিল আপোনাৰে আছিল

  • @NorthEastLocation
    @NorthEastLocation Před rokem

    ই ও আছে লগত

  • @lsd4889
    @lsd4889 Před rokem +6

    Manuh jnk news r agat anib loga nasil.... News reporter sudurbhai ht sei khini kandagyan ni ne..mnh jnk kio imn pressure kri asa thte..Sb kothai teo newsr agt kb noware nhoi mokkel ht..

  • @jintuborah1519
    @jintuborah1519 Před rokem +2

    য'ত আৰক্ষী নিৰাপত্তা নাই তাত ৰাইজৰ ক'ত নিৰাপত্তা থাকিব

  • @dhritimankalita8992
    @dhritimankalita8992 Před rokem +1

    Ako monr khatha kuwa ni koka apuni xasa khath a koisel,kin2 misa2 kio matile take ,anekuwa koribo napai,ki km aru xasa khatha kobo nukhujile kene koi nu উলিয়াব

  • @mantubordoloi5242
    @mantubordoloi5242 Před rokem

    Kaka voi kaise kb karne

  • @niranjanray8249
    @niranjanray8249 Před 11 měsíci

    কিবা লুকাই ৰাখিছে যেন লাগে। অলপ মান water therepy দিলে পানীৰ দৰে সল- সলিয়াকৈ কব পাৰে। আগতে mobile conversation শুনাইছিল যেন পাও। সকলো জনা বুলি কৈছিল নেকি!!

  • @nikitahazarika2648
    @nikitahazarika2648 Před rokem

    ফোনত কোৱাৰ দৰে কথাবোৰ মিলা নাই ?

  • @Samarjyoti440
    @Samarjyoti440 Před rokem +3

    এওঁ সকলো জানে চাকৰি যোৱাৰ ভয়ত কোৱা নাই।

  • @Gunakantaboruah-up5vc

    এইজনে সকলো কথা জানে। তেওঁক ভালকৈ জেৰা কৰিলে সকলো কথা উলাই পৰিব।

  • @priyankurdutta8266
    @priyankurdutta8266 Před rokem

    Audio clip tut nedekha manuh jonor mukh video clip tut dekhuwai kiyo dise? Manuh jonor bipod hobo pare no!! Investigation jetia mone mone korisei tetia holle eeman open koi kiyo koribo lage. Manuh jonor mukh khon nedekhai yu hudhibo parile heten.