এগৰাকী মাতৃৰ গৰ্ভত চাৰিটাকৈ সন্তানৰ জন্ম
Vložit
- čas přidán 3. 08. 2022
- ধুবুৰীৰ কলেজ ৰোডৰ এগৰাকী মাতৃৰ গৰ্ভত চাৰিটাকৈ সন্তানৰ জন্ম ।
ধুবুৰীৰ ১৪নং ওৱাৰ্ডৰ বাসিন্দা সুবৰ্না সৰকাৰ স্বামী নীতিশ সৰকাৰ।
ঈশ্বৰৰ কৃপাত যোৱা ২৮ এপ্ৰিল ২০২১ ইং তাৰিখে সুবৰ্না সৰকাৰৰ চাৰিটাকৈ কেচুৱা সন্তানৰ জন্ম
দিবলৈ সক্ষম হয়। ইয়াৰে দুজন ল'ৰা আৰু দুজনী ছোৱালী।কেচুৱা বিলাকৰ মাতৃৰ মতে তাইৰ আৰ্থিক অৱস্থা খুবেই বেয়া।তাইৰ স্বামীৰ তেনেকুৱা আয়ৰ
সুবিধা নাই। এই চাৰিটা কেচুৱা সন্তানৰ খোৱা বোৱাত বহুতো টকা পইচাৰ দৰকাৰ হয়। গতিকে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনায় যে চৰকাৰৰ ফালৰপৰা যদি কিবা কৰি দিয়ে এই চাৰিটা কেচুৱাৰ সুবিধাৰ বাবে তেন্তে উপকৃত হম বুলি মত প্ৰকাশ কৰে।তাইৰ মতে যদি কোনো সদাশয় মহোদয়ে এই চাৰিটা কেচুৱাৰ বাবে আৰ্থিক ভাৱে সহায় কৰিব বিচাৰে তেন্তে 6000832050 এই মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে
গৌৰীপুৰৰ পৰা মফিজুৰ ৰহমান তালুকদাৰ ৰিপোৰ্ট ।
বহুত মৰম লগা হয় ।যিমানেই দুখ নহঁক কিয় নিজে জন্ম দি আনৰ ওচৰত কেতিয়া ও এজনী মাকে দিব নোৱাৰে। ভগবান আছে এনেকৈ এই ডাওৰ হৈ যাব ভগৱানে ভালে ৰাখক লৰা ছোৱালী কেইজনক আৰু মাক দেউতাকক 🙏🏼
বৰ মৰম লগা লৰা ছোৱালী কেতা লগতে মাক জনিও মৰম লগা। ৰাইজে সহায় কৰিব লাগে।
আল্লাহ তাল্লাই বহুত মৰম লগা কেচুৱা চাৰিজনীক ভালেই ৰাখক তাৰেই কামনা থাকিল।
ভালে ভালে থাকক চাৰিজন লৰা ছোৱালী য়ে।
Bebikita dhuniya
May God bless these cute four babies.
মৰম লগা
আটাইকেইটা শিশু মৰমলগা ❤❤❤❤ ভগৱানে শিশুকেইটাৰ লগতে মাককো কুশলে ৰাখক
Ata lora baa soyali mok dibo naki
@@dipalipathak7447মোৰ নহয় মই কেনেকৈ দিম লোকৰ লৰা-ছোৱালী
Vogabana valla rakha Jan. Beautiful baby.,🙏🙏🙏🙏
হে ভগৱান তুমাৰ যে কি লীলা তুমি হে জানা
God bless you
মৰম লাগিল
Misa kotha
God bless you 🙏🙏🙏🙏🙏
Vogobane vale rakhok dei 🙏🙏🙏🙏
bah bha sarita vogbane vale rahk de 🥰😍😍🥰😍cute baby keta
Bababa baideo vgwane kripa krise..
❤❤
Bhogoban ase apuni sinta no koribo, dangor hole apunar nam rakhibo, ,dc , sp hobo
God bless them
Baby nothoka manuhok diyok apunaluk e bht bht upokar hbo...akhirbad ooo pabo aru....
Eman morom lga
God bless
God bless you baby.
God bless you babes
God bless you all
So cute baby ❤️❤️❤️
এটা শিশু মোক দিক মই বোৰ দুভগীযা মোৰ সন্তান নাই বহুত বিচাৰি আছো পোৱা নাই
Sinta nokoriba bhagwana aapunaku hunkal apunar kulat santan dibo....hai mata di
😭😭😭ভগৱানে আপোনাৰ মনৰ আশাটো পুৰা কৰক মনৰ পৰা আশীৰবাদ দিছো🙏🙏🙏🙏🙏
Bigdoybaby❤🎉❤ 3:08
🔥🔥🔥🔥মামা এটিয়া কী হ'ব
Bhagwane bhale Rakhok xakoluke
এজনী ছোৱালী মোক দিবনেকি
Ejoni sowali dibo ne
Muk boy baby eta dibo neki
Missa neki
Vagobaner vale rakhok
Muk diok baby ata
Suwali Ajoni muk di diyok
মৰম লগা ভগৱানে ভলে ৰখক
Pabhu kipa koriba baby keita uporot
Vogobane vale rakhok sariotake
Lora ata muk Di diyak.
Halp her
Mok.at.deyasun
মৰম লগা
God bless you