অসমীয়া ভক্তি মূলক গীত//টোকাৰী গীত // বৈকুণ্ঠৰ পৰা গুৰুজনাই //

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • #Boikunthar_Pora
    BOIKUNTHAR PORA
    অসমীয়া ভক্তি মূলক গীত
    পুৱাৰ হৰিনাম
    টোকাৰী গীত
    বৈকুণ্ঠৰ পৰা গুৰুজনাই
    Bass - : Prasanta Pegu.
    হৰিনামৰ প্ৰেমৰস
    অমৃত নিধিক বান্ধি...
    গুপ্ত কৰি থৈলা দেৱগণে !
    দয়ালু শংকৰে পাই
    তুলিমোদ দিলা ভাঙ্গি ..
    এ সুখে পাই কৰে সৰ্বজনে।
    বৈকুণ্ঠৰে পৰা
    গুৰুজনাই
    অমৃতলৈ আনিলে
    গাগৰি ভৰাই,
    কল্পতৰু বৃক্ষজুপি
    দিলেহি সজাই
    ভকতৰ মাজতে
    জেউতি চৰাই।
    যিটো মহামতি
    গুৰুজনে,
    হৰিভক্তি পন্থ উপদেশ দিয়া দুখময়
    সংসাৰ পাৰ কৰে l
    হেনয় পৰম
    গুৰু ঋণ ,
    পুঁজি গণ পতি
    জানা নিষ্ঠ ,
    অনন্ত উপায় নাহি
    অঞ্জলিত পৰেl
    এ ৰাম ৰাম ৰাম
    এ দ্বাপৰ যুগত দৈৱকী নন্দন
    অ কলিত কুসুম্বৰ ঘৰে
    অ কৃষ্ণয়ে শংকৰ স্বৰূপ ধৰিয়া জগতক উদ্ধাৰ কৰে l
    ঘোষাৰ মধ্যে মাধৱদেৱে
    কৰে অঙ্গীকাৰ
    শংকৰ বিনে পৰম গুৰু
    নাহিকে আমাৰ
    গুৰু নাহিকে আমাৰ।
    জয় জয় বটদ্ৰৱা বৈকুণ্ঠ দুটয় সেহি স্থানে নিজৰ গুৰু ভৈলন্ত উদয় গুৰু ভৈলন্ত উদয়।
    অ হৰি ৰাম হৰি
    অ হৰি ৰাম নাৰায়ণ।
    উত্তৰে আকাশী গঙ্গা
    ভক্তি সৰোবৰ ,
    মধ্য ৰাত্ৰি নমাইলন্ত
    শ্ৰীমন্ত শংকৰ
    গুৰু শ্ৰীমন্ত শংকৰ।
    #assamesevoktisongs
    #hari_naam
    #harinaam
    #ajit_kr_konch
    #voktimulokgit
    #kinumayatumar
    #assamesevoktisongs
    #zubeen
    #hari_naam
    #hori_naam
    #harinam
    #assamese_harinaam
    #harinaam
    #hari_nam
    #horinam_songs
    Bhakti mulak geet lyrics
    Bhakti mulak geet mp3 download
    Zubeen Garg Bhakti mulak Geet
    Assamese Bhakti song mp3 download
    Bhakti mulak song
    Bhakti mulak geet Assamese

Komentáře • 54

  • @RinaGogoi-xq3dl
    @RinaGogoi-xq3dl Před 26 dny +1

    Duniya hoyse

  • @user-ph1pj1zt2d
    @user-ph1pj1zt2d Před 5 měsíci +2

    এ মজা লাগিলে শুনি । বঢ়িয়া ।

  • @bidyadhardas5707
    @bidyadhardas5707 Před 9 dny

    Joi গুৰু শংকৰ দেৱ কৃষ্ণ কৃষ্ণ কৃষ্ণকৃষ্ণ

  • @lakhijan2366
    @lakhijan2366 Před 11 dny

    Krishna Porbhu
    Pronam❤❤❤

  • @bhupenKonch
    @bhupenKonch Před měsícem +1

    hundar❤❤❤❤❤

  • @brajenmech577
    @brajenmech577 Před 7 měsíci +2

    অতি সুন্দ ৰ

  • @anuragsankarofficeal6045
    @anuragsankarofficeal6045 Před 10 měsíci +1

    Hundor

  • @user-qm4go5dn9b
    @user-qm4go5dn9b Před 9 měsíci +1

    🙏🙏🙏

  • @bhupenkonch3794
    @bhupenkonch3794 Před 10 měsíci +1

    Bahut Val lagil..❤
    ❤❤

  • @dhangogoi358
    @dhangogoi358 Před 10 měsíci +1

    সুন্দৰ 🙏

  • @punanandagohain1767
    @punanandagohain1767 Před 10 měsíci +1

    Bohut hundar🙏

  • @dipusaikia8228
    @dipusaikia8228 Před 10 měsíci +2

    টোকাৰী গীত টি শুনি ভাল লাগিল ।❤

  • @santanusaikia6343
    @santanusaikia6343 Před 10 měsíci +4

    অতি শ্ৰুতিমধূৰ হৈছে। আমাৰ জাতীয় জীৱনৰ স্বকীয়তাখিনি অক্ষুন্ন ৰখাৰ ওপৰিও গুৰুজনাৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি আগবঢ়োৱা এই টোকাৰী গীতটি সঁচাকৈয়ে আধ্যাত্ম ভাৱেৰে পৰিপূৰ্ণ এটি সুন্দৰ টোকাৰীগীত হিছাপে প্ৰকাশ ঘটা বুলি ক'ব পৰা যায়। ভৱিষ্যতে কণ্ঠটিত আৰু কিছু তীব্ৰতা বঢ়াই গালে আৰু বহুত সুন্দৰ গীতৰ সৃষ্টি হ'ব বুলি আশা কৰিব পাৰি। মুঠৰ ওপৰত শুনি বহুত ভাল লাগিল ।

  • @user-op6st6ml3q
    @user-op6st6ml3q Před 10 měsíci +1

    Mojja❤

  • @renuchutia9004
    @renuchutia9004 Před 10 měsíci +1

    কৃষ্ণ বৰ সুন্দৰ হৈছে আৰু আগুৱাই যোৱা

  • @parthpratim3264
    @parthpratim3264 Před 10 měsíci +1

    Nyc

  • @PrakhannaGogoi
    @PrakhannaGogoi Před 10 měsíci +2

    Very nice ❤❤

  • @deepinyourheart5128
    @deepinyourheart5128 Před 10 měsíci +2

    কৃষ্ণ ৷ অপাৰ সদগুণসম্পন্ন টোকাৰী গীত ৷

  • @user-ng2gn4fs1d
    @user-ng2gn4fs1d Před 10 měsíci +1

    Oti hundar nam gaise... Aru di thakibo..❤❤❤

  • @mkproduction4414
    @mkproduction4414 Před 10 měsíci +1

    Dhuunia hoise bhindew 🙏🙏🙏👍

  • @nibeditagogoi4162
    @nibeditagogoi4162 Před 10 měsíci +1

    Nice❤

    • @Ajitkonch
      @Ajitkonch  Před 10 měsíci

      ধন্যবাদ ।

  • @lakhijan2366
    @lakhijan2366 Před 10 měsíci +1

    Krishna
    Pronam

  • @PrasantaGogoi-dc8zp
    @PrasantaGogoi-dc8zp Před 10 měsíci +1

    Hundr

  • @tapiammingki6998
    @tapiammingki6998 Před 10 měsíci +1

    👌🏻👌🏻👌🏻

  • @taraligogoi4648
    @taraligogoi4648 Před 10 měsíci +1

    👌

  • @bhupen6134
    @bhupen6134 Před 10 měsíci +5

    bohut hundar hoise aru anekuwa geet upahar di jabo buli akha rakhilu🙏🙏

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 10 měsíci +3

      সম্ভাষণ জানিব,, পুৱা তে এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনত অতিকৈ সুখ অনুভৱ কৰো,, আপুনি গাই যাওক চোন আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰৈছে, সচাই ইমান ভাল লাগিল,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 10 měsíci +2

      গাই যাওক,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 10 měsíci +2

      অতি সুন্দৰ হৈছে সেয়ে গাই যওক

    • @Ajitkonch
      @Ajitkonch  Před 10 měsíci

      Dhanyabad🙏🙏🙏🙏@@mukutlukhurakhon1411

    • @Ajitkonch
      @Ajitkonch  Před 10 měsíci

      Dhanyabad

  • @nabagohain6242
    @nabagohain6242 Před 10 měsíci +1

    ❤🙏

  • @missdipalee
    @missdipalee Před 10 měsíci +2

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @muninhazarika2972
    @muninhazarika2972 Před 10 měsíci +1

    Hundar