BHAGI JABO DEHA GHAR || ANKUR JYOTI ||DEHBISAR SONG || DIHANAM Official Video Song 2024
Vložit
- čas přidán 13. 09. 2024
- "ভাগিযাব দেহা ঘৰ" Official Video 2024
Dihanam//Bhagi Jabo Dehaghar//Ankur Jyoti// New Assamese Dihanam // Horinam 2024
কণ্ঠ : অংকুৰ জ্যোতি
কথা: - প্ৰভাত বৰা ( মুনিন বৰা দেৱৰ বৈকুণ্ঠৰ কল্পতৰু ভাগৱতৰ কিছু আলম লৈ )
সুৰ :- প্ৰভাত , অংকুৰ জ্যোতি
সহযোগী কণ্ঠ :- প্ৰভাত বৰা , অৰিন্দম কৌশিক বৰা
সংগীত: - পার্থ কুকিল
বাণীবন্ধন :- Reed & Rhythm
শব্দ সংমিশ্ৰণ:- পার্থ কুকিল
বাঁহী:- চিন্ময় বৰুৱা , দেৱশীষ ভূঞা
খোল , নেগেৰা , তাল :- দধী দাস
টোকাৰী :- পার্থ কুকিল
DOP :- প্লাৱন খাৰঘৰীয়া
Video Director: চক্ৰপাণি বৰুৱা
প্ৰভাত বৰা
Video Editor :- চক্ৰপাণি বৰুৱা
Shooting Management :-
প্ৰিয়াংশু বৰুৱা
Makeup : ঋতুপৰ্ণ বৰুৱা
Still photographerb: প্ৰিয়ম তামুলী
চৰিত ৰূপায়ন - ৰবিন শইকীয়া ,বৃষ্টি বাঢ়ৈ,মৈত্ৰেয়ি বৰদলৈ,নিলোৎপল শইকীয়া,ৰুবুল বৰুৱা,নিবিড় দত্ত, ধৰিত্ৰী বৰা ।।
✍️ভাগি যাব দেহাঘৰ বিষয়ৰ বতাহত
মাটিৰ লগত মিলি যাব এই দেহা শ্মশানত
মানভাই অ'...
কেলৈ কৰিছ' গৰ্ব এই ভাৰস্তত ?
এ ৰাম মিছাই ললি নৰকায়
বিফলে জনম যায়
নকৰিলি হৰিসেৱা
জীৱন কালত
অ'.... মানভায়
নকৰিলি হৰিসেৱা
জীৱন কালত
মনুষ্য জনম লভি পশুতুল্য কৰ্ম কৰি
মনুষ্য জনম লভি পশুতুল্য কৰ্ম কৰি
মনভায় অ'.....
বিষয়ত পসি দিনে ৰাত্ৰি
এ ৰাম সংসাৰ সাগৰে পৰি
ভাৰ্য্যা পুত্ৰ সংগ কৰি
বিষয়ত গৈলি অধোগটি
মনভায় অ'.....
বিষয়ত গৈলি অধোগটি
পাপ কৰ্ম আচৰিলি
পাপতেসে মজি ৰৈলি
পাপ কৰ্ম আচৰিলি
পাপতেসে মজি ৰৈলি
মনভায় অ'.....
নভজীয়া হৰিৰ চৰণ
এ ৰাম অন্ধকাৰে পৰি ৰৈলি
জ্ঞান চক্ষু নেমেলিলি
অন্ধকাৰে পৰি ৰৈলি
জ্ঞান চক্ষু নেমেলিলি
কৰিলি তই অগম্য গমন
অ মনভায় .....
কৰিলি তই অগম্য গমন
ঈশ্বৰ কৃষ্ণৰ চৰণ' পংকজ'
যিজনে কৰিলে সাৰ
এ.. সংসাৰ তাৰিলা কুল উদ্ধাৰিলা
প্ৰণামো তাক বাৰম্বাৰ
ৰাম ৰাম
যায় অ' যায় এই দেহা বিফলে যায়
নিষ্ঠুৰ নিয়তীয়ে মতে হাত বাউলি
ৰাখোঁতা কোনোৱেই নাই
অ' মনভায়
এই দেহা বিফলে যায়
জ্ঞাতি কুটুম্বই মিলি চাৰি কান্ধ কৰি
শ্মশান ঘাটে লৈয়া যায়
ভৰ্য্যাই কান্দিব ধৰি পুত্ৰই কান্দিব পৰি
এই দেহা পাবলৈ নাই অ নাই
এই দেহা বিফলে যায়
যায় অ' যায় এই দেহা বিফলে যায়
নিষ্ঠুৰ নিয়তীয়ে মতে হাত বাউলি
ৰাখোঁতা কোনোৱেই নাই
অ' মনভায়
এই দেহা বিফলে যায়
অ'........ ৰাম জয় হৰি কি এ জয়
জয় হৰি গোপাল গোবিন্দ ৰাম
কৃতজ্ঞতা:- মা দেউতা , দুলাল শইকীয়া , পার্থ কুকিল শইকীয়া , মাইনা পাৰকাচনিষ্ট বৰদলৈ ,ঋতুপৰ্ন বৰুৱা, মুকুট মলীয়া , মাধৱ বৰুৱা , প্ৰকাশ বৰা, অমূল্য বৰা , ইন্দ্ৰ বৰা,বিকাশ বৰা,হীৰক জ্যোতি ভূঞা ,ৰাজু তামুলী,ৰিকু তামুলী, প্ৰিয়ম তামুলী , নিলোৎপল শইকীয়া, ৰবিন শইকীয়া, অৰিন্দম কৌশিক বৰা, প্ৰীয়াংশু বৰুৱা, অসীম কুমাৰ হাজৰিকা, চক্ৰপাণি বৰুৱা, বিতু বৰা , অংশুমান বৰা, ৰাজদ্বীপ খাৰঘৰীয়া, ৰুবুল বৰুৱা , নিবিড় দত্ত,বৰুৱা,বৃষ্টি বাঢ়ৈ,মৈত্ৰেয়ী বৰদলৈ,ধৰিত্ৰী বৰা, বৰ্ণালী বৰা,ডিম্পী বৰা,বীনা বৰা,ৰীনা বৰা,অনুস্মীতা বৰা, লিলি বৰা , অন' বৰা,ৰাজীৱ ভুঞা, লুকুমণি বৰা , মামণি বৰুৱা , অঞ্জনা বৰা , শ্ৰীমন্ত বৰা, প্ৰিয়নুজ তামুলী তথা সমূহ সুভাকাংখী ৰাইজৰ ওচৰত কৃতজ্ঞ হৈ ৰলু🙏🙏
#vagiJaboDehaGhar
#bhagijabodehaghar
#viralvideo
#kamalagogoi
#video
#voktimulok
#assam
#dehbisargeet
#kamalagogoi
#ankurjyoti
#assamesesong
#assamesesong2024
#dihanam
#jibonNamorBontiGosi
#horinaam2024
#assamesehorinam
#dihanam
#viralvoktigeet
#dihanamvideo
#hari_naam
#assameseharinam
#horinaam2024
#horinam
⚠️ Copyright Notice: This video may not be downloaded or distributed in any way without permission from Ankur Jyoti Official.
Contact us if you have such a need.
বহুত ভাল হৈছে❤❤
Bohut dhunia...aru aguwai jua
শুনি ভাল লাগিল অংকুৰ।সকলোলৈকৈ শুভেচ্ছা থাকিল আৰু আগুৱাই যোৱাৰ।👍🏻👍🏻
Bhut vl hoise Ankur......
ধুনীয়া গৈছে আৰু আগুৱাই যা।।ভাল লাগিছে।।
Bohut hundor krisno krisno❤❤❤
সুন্দৰ হৈছে। কৃষ্ণ🙏
Hosai bohut dhunia hoise..
Dhuniya hoise ❤️❤️
Bahot bahot val lagise❤ ❤❤
ধুনিয়া হৈইছে
সুন্দৰ🙏
ভাল লাগিল । কথা সুৰ কণ্ঠ ভাল হৈছে । আগুৱাই যোৱা অংকুৰ
ভাল হৈছে। সুন্দৰ...
Dhuniya hoise বন্ধু,,আগুৱাই যোৱা👍❤️
অশেষ ধন্যবাদ🙏❤️
Vl hoise Ankur
ইমান সুন্দৰ অৰ্থ থকা গীত পৰিৱেশন কৰিছে , মোৰ ফালৰপৰা বহুত বহুত শুভেচ্ছা থাকিল , আৰু আগলৈ গীত পৰিৱেশন কৰিবলৈ ভগৱান ওচৰত সৰল প্ৰাথনা কৰিলো
অশেষ ধন্যবাদ❤️🙏
❤
Hundor hoise krishna❤
শুনি ভাল লাগিল ।আগলৈও এনে গীত team তোৰ পৰা আশা থাকিল ।👍👍👍👍
সঁচা কৈয়ে বহুত ভাল লাগিছে। ধন্যবাদ।❤
Val lagil
Oti hundar ❤🙏
Vl hoise..huvokamona thakil hokolu loi
সুন্দৰ হৈছে🙏
Dhuniya ❤
Video tur hokoluwe Hosai Dhuniya Hoise 👌😍🙏 Hokolure proti bohut bohut Huvo kaamona Jonalu ❤
Xundor Ankur daa aguwai jua... ❤
Dhunia hoise
অতি সুন্দৰ ভাইটি
🙏🙏🙏
সুন্দৰ হৈছে❤
Apunor geet val lage mor.Dhunia hoise
👍👍
Moja hoi sa brother❤❤❤😊😊
সুন্দৰ হৈছে আগলৈ আৰু আশা কৰিলো
ভাল লাগিল শুনি।
Bhut Val lagela dai ❤
বঢ়িয়া ভতিজা ৷ ❤
Sundor hoice 👍 Ankur ru aguwai juwa 👍
Krishna Ram Narayan 🙏🏻🙏🏻🙏🏻❤️
Mojaa
সুন্দৰ হৈ চে
Dhunia hoyse
Bohut bohut val lagil o huni
Val hoise Ankur Da
❤❤
সুন্দৰ কণ্ঠ।
Mojjja
Krishna Krishna 🙏🙏❤❤
🙏🙏🙏🙏🙏❤️
Video dakhi moi aabak holo 😮.... Aitu Next level hoisea...
Mojja 👍 👍 👍 👍
Anakoi pai thakibo lagibo dei
❤
সুন্দৰ কন্ঠ
Very good... ❤
Hundor🥰🔥
Val lagise ankur da guai juwa
Vl hoise🙏❤️
Val lagise
কৃষ্ণ কৃষ্ণ
Bahut bahut hi sundar
🙏🙏🙏🙏🙏
Best of luck Ankur xuni thakiboloi mon Jai vat nukhuwakoi thakiba parim hrinam xuni 🙏🙏🙏
Xundar
Hundor hoisa 👌💗
Bohut dhunia hoise...
বহুত ধুনীয়া হৈছে ❤
Krishno...hundor...hoise....🙏🙏🙏🙏🔥🔥🔥
Jibon namor bonti gosi apunare nohoi janu... Bohut mojaa dada
হয় হয় ।। আমাৰেই❤️🙏
দিহা নাম টো শুনি ভাল লাগিল।অঙকুৰ তুমি আগবাঢ়ি যোৱা।
❤❤❤ Merapani ❤❤❤
সুন্দৰ হৈছে অংকুৰ বহুত বহুত মৰম আৰু শুভ কামনা
অতি সুন্দৰ, বহুত ভাল হৈছে
দাৰি কেইডাল আগতেই কাটি লব লাগিছিল, বাকী গীতটো বহুত সুন্দৰ হৈছে , আগলৈ এনেকুৱা video চাবলৈ পাম বুলি আশা থাকিল ❤🎉
Very nice.Keep it up
Krishna Krishna
Val hoise dei
Nibir dak bhut dinr murt dekhisu val lagil dekhi❤❤❤
Val lagil❤
Thank you 🙏❤️
বৰ ভাল লাগিছে পাই,গীতৰ কথা,কণ্ঠ আৰু অভিনয় সুন্দৰ হৈছে।সকলো অংশগ্ৰহণকাৰী লৈ অভিনন্দন জনালোঁ।
Dhuniya hoise Ankur da
Dhunia hoise. Val lagil huni
Bhal lagise ankur.... Keep it up
Sundor hoisa
Krishna krishna krishna 🪔🙏🙏🙏
চিনাকী ঠাই, চিনাকী মানুহ, সুন্দৰ কণ্ঠ, সুন্দৰ কথা! অনুপম, অনিন্দ্য সুন্দৰ হৈছে৷ আগবাঢ়া৷ আৰু আশা কৰিলোঁ৷
Sundor
ভাল লাগিছে❤️ আৰু আগুৱাই যোৱা তাৰে কামনাৰে ...🙏🌸
Hundor ❤
Mojaa
Bohut dhuniya hoise keep it up ankur val lagil.
Krishna 🙏
প্ৰভাতদাৰ কথা, অংকুৰৰ কণ্ঠ❤ আমাৰ যুৱশক্তিৰ এয়া এক সামগ্ৰিক প্ৰয়াস। সকলোৱে আকোঁৱালি লয় যেন।
--- অসীম
Hokolue morom ru arsibad dibo..apunalukor morom ru arsibade amak ru aguyai juat sohai koribo ..❤❤❤
Bhut bhut vall lagil krishna krishna❤️🙏🙏🙏🙏🙏🙏
❤️❤️❤️👌👌👌
ধুনীয়া হৈছে,গীতৰ কণ্ঠ অভিনয় সকলোবোৰ অতি সুন্দৰ হৈছে❤ ॥
ইমান শুৱলা মাত শুনি থাকিব মন সোনটো আগবাঢ়ি যোৱা আশীর্বাদ থাকিল নেদেখা জনৰ ওচৰত।
Bhut bhut Val hoise ...ankur ru gutei teamr loi congratulations
ধুনিয়া কণ্ঠ ❤😍 এনেদৰে আৰু আগুৱাই যোৱা তুমি
সুন্দৰ হৈছে
ককা আপুনাৰ দীঘ আইও কামনা কৰি আপুনাৰ সংগী বীন্দলৈ শেৱা নিবে দিলু
অশেষ ধন্যবাদ জনালোঁ🙏🙏