ডিমৌ আঠাবাৰী হিলৈদাৰী গাঁও বৰ নামঘৰ|| বিশেষ কেইটিমান প্ৰশ্নৰ ...

Sdílet
Vložit
  • čas přidán 12. 09. 2024
  • #pranjitgogoi #ভাগৱতপাঠ #pranjalprotimborah
    #assamesculture
    #ভাগৱত_ব্যাখ্যা_অনুষ্ঠান
    #ভাগৱত_পাঠ_ও_ব্যাখ্যা
    #ভাগবতকথা
    #ভাগৱত_ব্যাখ্যা
    #ভাইরাল_ভিডিও
    ‪@জ্যোতিময়Jyotimoy‬

Komentáře • 299

  • @pabitrakonwar6563
    @pabitrakonwar6563 Před 12 dny +14

    নিজৰ মাক দেউতাক মৰাৰ পিছতো যদি অলপ মনত পেলাব নাপাই বুলি কয় হেইজনৰ নিচিনা পাপি নাই,, গতিকে মই কও আপোনাৰ নিচিনা পাপী নাই

  • @mridulchoudhury2504
    @mridulchoudhury2504 Před 15 dny +31

    অন্য ধৰ্মৰ মানুহক হিংসা কৰাটো আন ধৰ্মক সন্মান কৰিব নাজানা অন্য ধৰ্মৰ মানুহক ঠাট্টা মস্কোৰা কৰাটো ভকত বৈষ্ণৱ হ'ব নোৱাৰে নিজৰ ধৰ্মক ভাল পাই অন্য ধৰ্মক সন্মান কৰিব পৰাটোহে আচল কথা আৰু দেৱ দেৱীৰ পূজা অৰ্চনা কৰা মানুহবোৰে ও ভগৱানকে প্ৰাৰ্থনা কৰে লক্ষ্য সকলোৰে এটা কিন্তু সেই লক্ষ্যত উপনীত হবলৈ যোৱা ৰাস্তা প্ৰত্যেকৰে বেলেগ বেলেগ

    • @deepborah4211
      @deepborah4211 Před 14 dny +4

      লক্ষ্যত উপনীত হ'বলৈ ৰাস্তা বেলেগ বেলেগ হ'ব পাৰে। সকলোকে সন্মানেৰে কৈছো যে গগৈ বাপজনাই মহাভাগৱতৰ পদৰ পৰা উদ্ধৃতি দিহে কৈ আছে। তেওঁ তেওঁৰখিনি কৈছে বা শুনা সকলেও তেওঁৰ পৰা জানিব বিচাৰিছে। যদি ভুল হৈছে তেতিয়া বিজ্ঞজনে মহাভাগৱতৰ পদক নসাৎ কৰি আমাক বুজাই দিব লাগে , কোনটো প্ৰকৃত পথ? ব্যক্তিজনক সমালোচনা কৰিলে আমাৰ দৰে মূঢ়বোৰ উপকৃত নহ'ব। কিবা অপৰাধ হ'লে ক্ষমা কৰিব🙏।

    • @rupamsaikia4383
      @rupamsaikia4383 Před 12 dny +1

      তেওঁ ভাগৱত থকা খিনি কৈছে গৰু নেকি toi এটা,toi প্ৰথম ঘোষা খিনি অৰ্থ জানি লওঁ পাগল নেকি toi এটা কলিত কেৱল হৰি নাম তাৰ বাদে বেলেগ নাই একো

    • @BHADRA-BHUyAN.
      @BHADRA-BHUyAN. Před 4 dny

      Vall lagi kotha khini❤

    • @hemantaborgohain4493
      @hemantaborgohain4493 Před 2 dny

      @@mridulchoudhury2504 কাম বন এৰি হৰি নাম গাই ফুৰিলে খাবলৈ নাপায় । ঘৰত আনে কৰি থোৱা খোৱাটো বেয়া । পৰীক্ষিতে ভাগৱত শুনিও মৃত্যুৰ পৰা নাবাচিল ।

  • @user-bc2dl6xo9f
    @user-bc2dl6xo9f Před 14 dny +10

    এই বিলাক কৈ কৈ আমাৰ সমাজত, ককায়েক, ভায়েক,বৎস পৰিয়ালৰ মাজত বিভাজন কৰাৰ বাদে আন একো নাই।

  • @deepjyotihatimuria5311
    @deepjyotihatimuria5311 Před 19 dny +12

    🙏মনত জাগি উঠা প্ৰশ্ন এটি উপস্থাপন কৰিছো 🙏 আপুনি company এটাত কৰ্মৰত , তাৰ মালিকৰ লগত আপোনাৰ খুওব ভাল সেইবুলিয়েই যদি আপুনি মেনেজাৰ সকলক যদি পাত্তাই নিদিয়ে বা কৰবাত লগ পালেও মাত এষাৰ যদি নলগাই তেতিয়া আপোনাৰ চাকৰিটো থাকিবনে ? 🙏🙏 কিবা ভুল হলে ক্ষমা কৰিব ।🙏🙏কৃষ্ণ🙏🙏

  • @amiyakrdeka5255
    @amiyakrdeka5255 Před 16 dny +4

    কৃষ্ণ এক দেৱ দুখ হাৰি
    কাল মায়া আদিৰো অধিকাৰি ৷
    কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই নাই আৰ ৷
    সৃষ্টি স্হিতি অন্ত কাৰি দেৱ
    তান্ত বিনে আন নাই কেৱ ৷
    জানিবা বিষ্ণুহে সমস্ত জগতে সাৰ ৷ কৃষ্ণ কৃষ্ণ ৷🙏🙏

  • @sanjibbora1789
    @sanjibbora1789 Před 19 dny +19

    যি প্ৰশ্ন কৰিছে সেই প্ৰশ্নৰ উত্তৰ দিব ক্ষমতা নেথাকিলে ভাগৱত বাখ্যা কৰিবলৈ আগবাঢ়ি যাব নেলাগে।

    • @dulalphukon7938
      @dulalphukon7938 Před 17 dny +1

      সঁচা কথা ।

    • @Prabhatgogoi692
      @Prabhatgogoi692 Před 16 dny

      Right

    • @mukundadutta7487
      @mukundadutta7487 Před 16 dny

      A, Bap, bap ki koi hea😢😢

    • @asomiaasom6008
      @asomiaasom6008 Před 10 dny

      সঁচা কথা ।নাজানিলে পণ্ডিতালী দেখাই ভাগৱত ব্যাখ্যা কৰিব নালাগে ।এইটোৰ ভক্তি ধৰ্মৰ প্ৰধান বৈশিষ্ট আদৰ্শ মহত্ব হৈছে আন গুৰু দেৱ নাম ভকতক আৰু দেৱ দেৱীক পূজাক নিন্দা ঘৃণা তুচ্ছতাচ্ছিল্য কটুসমালোচনা কৰা ।

  • @PapulChetiaPapulChetia
    @PapulChetiaPapulChetia Před 17 dny +7

    ঔঁ নমঃ শিৱায়

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Před 19 dny +14

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদন কৰিছো কৃষ্ণ
    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ কৃষ্ণ

  • @user-sg5mx3dm6e
    @user-sg5mx3dm6e Před 3 dny

    কৃষ্ণ প্ৰভু কৃষ্ণ

  • @RinaGogoi-z9p
    @RinaGogoi-z9p Před dnem

    Krishna Krishna bap isware janalu

  • @boniabijit3132
    @boniabijit3132 Před 11 dny +4

    কি অনৰথক কথা কৈছে আৰু কোন আন দেৱ দেৱীৰ কথা কৈছে সকলো দেৱ দেৱী ভগৱানৰ পৰম ভকত আৰু পাৰিষদ হয় যদি ভগৱানৰ পৰম ভকত বা পাৰিষদ জনৰ নাম লোৱা হয় তেওঁৰ আশ্ৰয় লোৱা হয় তেনেহলে কাৰ আশ্ৰয় লʼব আপোনাৰ নিচিনা অনৰথক ব্যাখা কৰা জনৰ

    • @asomiaasom6008
      @asomiaasom6008 Před 10 dny

      প্ৰাণজিত গগৈ অসমৰ ধৰ্ম সমাজৰ কলংক ।প্ৰাণজিত গগৈ হৈছে আন গুৰু দেৱ নাম ভকতৰ আৰু দেৱ দেৱীৰ ঘোৰ শত্ৰু ।

  • @NabinKachari
    @NabinKachari Před 19 dny +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম ৰাম ৰাম ৰাম। শতকোটি প্রনাম জনালো। ❤❤🌷🌷🌷🌷

  • @pabitrakonwar6563
    @pabitrakonwar6563 Před 12 dny +3

    ভগৱানে আপুনাক বহুত জ্ঞান দিলে কিন্তু আপুনি আমাৰ কেবলিয় সংহতি ক বহুত অপমান কৰিছে গতীকে আমিও যিহেতু ভগবান বুলি কাৰোবাক পুঁজি আছো হেইজনেই আপোনাৰ হকলো শেষ কৰি দিব চাই থাকক।

    • @asomiaasom6008
      @asomiaasom6008 Před 10 dny

      অহংকাৰেই পতনৰ মুল ।দক্ষৰ দৰে প্ৰাণজিত গগৈৰ পতন নিশ্চিত ।এই নৰাধমটোৱে কৃষ্ণ শংকৰ মাধৱৰ নামত কৌটি কৌটি লোকক দুখ দিছে তাৰ পাপত প্ৰাণজিত ৮৪ লাখ নৰকত ভুঞ্জিব তাক কৃষ্ণ শংকৰ মাধৱেও ৰক্ষা নকৰে ।

  • @deboborah5858
    @deboborah5858 Před 10 dny +6

    কৃষ্ণই যদি শ্ৰেষ্ঠ তেনে হ'লে সমূদ্ৰ মন্থনত ওলোৱা হলাহল বিষ মহাদেৱে হে নিৱাৰণ কৰিছিল ।

    • @vibration7071
      @vibration7071 Před 6 dny

      Shri krishna k shestha kuwar karon hol teu avataror jugere homosto jogotot gyaan r puhor bilaisil ru jihetu teu bhogoban hadharan manuh Tu nasil... Teur bani okk hastra ru amar majotei biyopi thoka nai homosto dev devi eu teu bani hunisil... Tenehole ji gyan diye teuk ami guru buli kou... Ru teneke hol homosto jogotore guru.... Etiya enekuwa manuh ase jiye kothabur buji napai ru compare kore ru bhabe ki kijani amuk bhogoban jon amukot koi shestha.... Areee already jabei jane ejon Shritikarta, ajon Palon korta aru ejon Binakhkarta.... Jonar pasotu etiya apuni kouk eyar majot ki compare koribo pare?

    • @bishalbordoloi4074
      @bishalbordoloi4074 Před 20 hodinami

      Om namah

  • @hariprasadgowala5282
    @hariprasadgowala5282 Před 23 hodinami

    কৃষ্ণ কৃষ্ণ

  • @simantadutta2030
    @simantadutta2030 Před 20 dny +5

    কৃষ্ণ কৃষ্ণ বাপ পোৱাৰ সেৱা নীবেদিছো কৃষ্ণ 🙏

  • @pradipkrswargiary1544
    @pradipkrswargiary1544 Před 19 dny +6

    Bhai Krishna ye koisil phol paboloi aakha nokoribi phol diyar essoror uporot.manuye akha korileyo pab hoi .tente pholor aaka Kori lab nai.manuye nirbhar koribo Lage matro korma uporot.mukti aakha Kori aanok ba nije Korma Kora aapuni moha papi nekhi mukti bisariboloi.?kuneba nijoke moha papi bhabe neki?mukti bisari essor bhokti koribo Na bhal kormabisari?

  • @runuchetia1658
    @runuchetia1658 Před 17 dny +2

    কৃষ্ণ কৃষ্ণ প্ৰভু জনা🙏🙏🙏🙏অতি সুন্দৰ উপস্থাপন🙏🙏অতিকে মুগ্ধ হলোঁ🙏🙏🙏🙏

  • @umanandamili6624
    @umanandamili6624 Před 5 dny

    কৃষ্ণ কৃষ কৃষ্ণ বাপ

  • @deveswarkakoti7360
    @deveswarkakoti7360 Před 3 dny

    Hori owm

  • @MrIndia-c4x
    @MrIndia-c4x Před 17 dny +9

    নমঃ পাৰ্বতী পতায়ে হৰ হৰ মহাদেৱ ❤🙏

    • @kanchanchetia732
      @kanchanchetia732 Před 15 dny +2

      Krishna is supreme

    • @netrahandique7724
      @netrahandique7724 Před 5 dny

      ​@@kanchanchetia732😂😂😂😂😂

    • @rkff3660
      @rkff3660 Před 2 dny

      Krishna jodi superman hoi krishnai kak aradhona kore jonabosun

    • @rkff3660
      @rkff3660 Před 2 dny

      @@kanchanchetia732 Bel gos kenekoi sristi hoisil jonabosun ponditji

    • @kanchanchetia732
      @kanchanchetia732 Před 2 dny

      @@rkff3660 apuni a jonai diok sun

  • @abhigyanborahanuhazarika167

    Krishana🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dulumoniborah-hu9zk
    @dulumoniborah-hu9zk Před 19 dny +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই মাতৃ সকলৰ চৰন পকজত সেৱা নিবেদিলো 🙏🙏🙏🙏🙏

  • @kumudinisaikia1979
    @kumudinisaikia1979 Před 19 dny +4

    কৃষ্ণ 🙏🏼🙏🏼🙏🏼 ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ 🙏🏼

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 Před 19 dny +7

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম জনালো 🙏🙏🙏🙏 কৃষ্ণ

  • @PulenDeka-nq4ri
    @PulenDeka-nq4ri Před 17 dny +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @keshabbora7742
    @keshabbora7742 Před 20 dny +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @NumalKhangia
    @NumalKhangia Před 15 dny +8

    যিয়েই ভাগৱতীয়া তেৱেঁই সমালোচক,,,, বাকী একো নাই

    • @rabinchandrabhuyan4246
      @rabinchandrabhuyan4246 Před 12 dny

      হয় নেকি ? আপুনি তাকেহে বুজিলে নে ?

  • @apurbasarmah69
    @apurbasarmah69 Před 18 dny +5

    Panjit bap jonai anok hahi khub val pai.

  • @PorikhitGogoi-lk4tg
    @PorikhitGogoi-lk4tg Před 3 dny +1

    Ami hokoluai Sanatan dharmo manuh ❤❤❤

  • @hopunmorisika8180
    @hopunmorisika8180 Před 5 dny

    সুন্দৰ

  • @munindra344
    @munindra344 Před 19 dny +8

    তেনেহলে যিসকলে ভাগৱতত শৰণ লৈ , নামঘৰত কৃষ্ণৰ লগত অগ্নিদেৱতা / বায়ুদেৱতা / বৰুণদেৱতাক একেলগে সেৱা কৰি আছা তহতেই লম্পট , ভণ্ড , পাপিষ্ঠ , পাষণ্ড , অধাচাৰী , অনাচাৰী , দুৰাচাৰী , অধম , অসুৰ , জাতিদ্ৰোহী , ধৰ্মদ্ৰোহী , গুৰুদ্ৰোহী নহয়নে ?

    • @user-mt5kx4mq3e
      @user-mt5kx4mq3e Před 18 dny +1

      মূৰ্খৰ সৰ্গত বাস কৰি আছে আপুনি । অল্প শিক্ষা ভয়ংকৰ আগতে গ্যান অৰ্জন কৰি লওক

    • @hemantaborgohain4493
      @hemantaborgohain4493 Před 2 dny

      @@user-mt5kx4mq3e কামচোৰ মানুহে আজি ভাগৱত কালি ভাগৱত কৰি ফুৰে । ঘৰত আহি বৰমতা । গৰুকেইটা বা কোনে বান্ধিলে, খৰিকেইডাল বা কোনে গোটাই থলে । হাতত পলিথিন(বুটমাহ) এটা লৈ ঘৰত দি ভাতৰ দমদমনি । ভিকহুৰ লক্ষণ এইবোৰ ।

  • @japanidas6859
    @japanidas6859 Před 19 dny +2

    কৃষ্ণ অচ্যুত কেশব বিষ্ণু হৰি সত্য জনাৰ্দ্দন হংস নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধৱ হৰিৰাম ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ হৰিৰাম ।

  • @user-jk9wf7zd2z
    @user-jk9wf7zd2z Před 6 dny

    যি সকলে ভাগৱত ভাগ মানে তেওঁলোকে ভাগৱতৰ মতে মানি চলক আৰু যি সকলে ভাগৱত নামানে তেওঁলোকে দেৱ‌ দেৱী পূজা কৰক , মাথো দুখন নাৱত দুভৰি থব নালাগে।‌

  • @hemantaborgohain4493
    @hemantaborgohain4493 Před 4 dny +2

    এইবোৰ ঘৰত এলাহত কাম নকৰি গালি খাই আতৰি মূখৰ কথাৰ বেপাৰ কৰি খোৱা লোক বুলি ভাবো । এনে লোকৰ ঘৰতহে বেছি অশান্তি হয় ।

  • @pramodbaruah7713
    @pramodbaruah7713 Před 5 dny

    ধুই

  • @krishnakakaty2624
    @krishnakakaty2624 Před 7 dny +2

    Purbor pora. Soli. Oha dhormo he. Xudho dei. Goruwe agotew. Gaho. Khaisil. Aru. Atiyaw. Soli. Ase. Aru. Tamwl. Gosot. Narikol. Loga. Dekhisene. ? Krishna Krishna provu. Beya. Napai. Jen

  • @TongkeswarPatar-pu3li
    @TongkeswarPatar-pu3li Před 14 dny +3

    মানে কি ভগৱান বিলাক দেখিব নোৱৰা নোৱাৰি নেকি. ইজনক পূজিলে আনজনে দেখিব নোৱাৰে. তেতিয়া হলে মানুহৰ মাজত কি মিলা প্ৰীতি থাকিব

    • @hemantaborgohain4493
      @hemantaborgohain4493 Před 2 dny

      @@TongkeswarPatar-pu3li সেয়ে এইবোৰ চৰ্চা কৰি সমাজখন ধ্বংস কৰিলে ।

  • @pallabikagohain5720
    @pallabikagohain5720 Před 19 dny +2

    কৃষ্ণ বাপ জনা এক কৃষ্ণ নামে শৰণ লৈ কৃষ্ণ নামে কৰোঁ প্ৰণাম কৃষ্ণ কৃষ্ণ

  • @KarnaBasumatary-ge1bc

    Hori krishna❤

  • @junumech7558
    @junumech7558 Před 19 dny +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ

  • @rekhagogoi322
    @rekhagogoi322 Před 19 dny +2

    Krishna Krishna bap hewavagi nibedan karilu 🙏🙏.

  • @JanakSonowal
    @JanakSonowal Před 12 dny +1

    ওম নমঃ শিবায়

  • @OlemanVines
    @OlemanVines Před 14 dny +5

    দাপৰ যুগত কৃষ্ণই পান্দৱক দুৰ্গা পূজা কিয় কৰিব দিছিল , জনাব ছোন , আৰু পাৰে যদি এবাৰ বহিব মোৰ লগত অলপ ধৰ্মৰ বিষয়ে আলোচনা কৰিম ,বিশ্বাস কৰক আপোনাৰ মুত নোলোৱা লৈ কে নেৰো

    • @akhildeka9431
      @akhildeka9431 Před 5 dny

      দাপৰ যোগ নিকি,, কলি যুগত নাম ধৰ্মই শ্ৰেস্ঠ

    • @OlemanVines
      @OlemanVines Před 5 dny

      @@akhildeka9431 দাপৰ যুগ নহয় নেকি ?

  • @gunamaidevi4570
    @gunamaidevi4570 Před 20 dny +2

    Krishna 🙏 Bap sotkowti pranam janalu Krishna 🙏

  • @DipanjaliHazarika-ch7ie
    @DipanjaliHazarika-ch7ie Před 18 dny +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 Před 20 dny +6

    কৃষ্ণ কৃষ্ণ বাপ পুৱাৰ ভক্তি ভৰা সেৱা নিবেদিছো সমস্তৰে চৰণকমলত কৃষ্ণ

  • @prasantachangmai7610
    @prasantachangmai7610 Před 6 dny

    সুন্দৰ ব্যাখ্যা আগবঢ়াইছে। কৃষ্ণ 🙏

  • @arschannel828
    @arschannel828 Před 15 dny +6

    অই পাগল শঙ্কৰদেৱে ও এটা বৰগীতত মহাদেৱ শিৱৰ কাকুতি বিচাৰিছে গতিকে গোপালে কি গতি কৈলে এই বৰগীটো এবাৰ ছাবিছোন ।

    • @MallikasaikiaDas-kb3tc
      @MallikasaikiaDas-kb3tc Před 15 dny +1

      Krishna.Gupale.ki.gati.kaile.bargit.vagatGuru.janai.sadasiba.buli.Mangalmai.Eswar.Krshnar.kathahe.kaise.dai.

    • @asomiaasom6008
      @asomiaasom6008 Před 10 dny

      ​@@MallikasaikiaDas-kb3tcঅই গৰু তই নামানিলেও নাই সকল শাস্ত্ৰই শিৱ শংকৰ মহাদেৱকে সদাশিৱ বুলি কৈছে তই এদি মানুহ বুলি ভাবা শাস্ত্ৰ সমুহ চোৱা ।

  • @PapariTalukdarKalita
    @PapariTalukdarKalita Před 19 dny +1

    Krishna bap. Om nomo bhagabota. Krishna

  • @NabajyotiGogoi-u9p
    @NabajyotiGogoi-u9p Před 20 dny +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা কৃষ্ণ 🙏🙏🙏

  • @mainabharali4033
    @mainabharali4033 Před 15 dny +3

    এই জনাই মাহেকীয়াত থাকোতে ভগবানক নাপালে নেকি এতিয়া পাইছে ন

  • @utpalsaikia9523
    @utpalsaikia9523 Před 10 dny +1

    Rakh puja r uporat apuni alop montoiba agborhabo sun. Hunibo bisaru.

  • @Ravieditzyt
    @Ravieditzyt Před 4 dny

  • @JituHazarika-o3i
    @JituHazarika-o3i Před 19 dny +2

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @SuronjonPator
    @SuronjonPator Před 23 hodinami

    কৃষ্ণ😬😚😬☺️

  • @jayantasarma2438
    @jayantasarma2438 Před 7 dny

    Bap vagowat vag jatiya pohiboloi loi,upuni prothome Saraswati matrik dheyan kori loi dakun,,,..Bak dhone Bina pani

  • @sabitrigogoi9800
    @sabitrigogoi9800 Před 13 dny +2

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ কৃপা কৰক প্ৰভু 🙏🙏🙏🙏 অতি সুন্দৰ অ সঁচাই ভাল লাগিল দিয়ক সুন্দৰ নিদৰ্শন প্ৰকাশ।

  • @lota340
    @lota340 Před 18 dny

    কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏 শাস্ত্ৰ সন্মত সুন্দৰ সমিধান বাপ।ভাল লাগিল।❤

  • @swapnagogoi8702
    @swapnagogoi8702 Před 20 dny +3

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ

  • @Prabhatgogoi692
    @Prabhatgogoi692 Před 16 dny +3

    আমি নিজৰ পৰম্পৰা মানিম , আপোনাৰ কথা মানিমনি

  • @padmakalita6061
    @padmakalita6061 Před 13 dny +1

    Krishna Krishna pranam jonalu bap

  • @numalborah9365
    @numalborah9365 Před 16 dny

    কৃষ্ণ কৃষ্ণ প্ৰভূ। আপোনাৰ চৰনত সেৱা হে জনাইছো

  • @bijukhanikar
    @bijukhanikar Před 18 dny +1

    কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ

  • @rajashreedas3648
    @rajashreedas3648 Před 19 dny +1

    Krishna Krishna Krishna ❤provu

  • @MallikasaikiaDas-kb3tc
    @MallikasaikiaDas-kb3tc Před 15 dny +1

    Krishna.bapjanar.Ahit.sintakara.sakalak.Esware.kariu.kripa.jena.usit.hai.

  • @padmakalita6061
    @padmakalita6061 Před 13 dny +1

    Krishna Krishna Krishna pranam jonalu kouti kouti bar

  • @indrajitbaruah1676
    @indrajitbaruah1676 Před 12 dny

    বাপ গগৈ দেৱলৈ প্ৰণিপাত জনাইছোঁ , 🙏

  • @babitahazarika6300
    @babitahazarika6300 Před 7 dny

    Krishna 🙏 Krishna Baap, apunak shot kouti pranam baap Jona🙏

  • @pallabikagohain5720
    @pallabikagohain5720 Před 19 dny +43

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🙏🙏🙏🙏

    • @user-ye4mi5fu4e
      @user-ye4mi5fu4e Před 19 dny +10

      Gdbnddeduddrdydu😊😊😊😊❤❤❤❤❤❤❤❤

    • @pallabikagohain5720
      @pallabikagohain5720 Před 19 dny +2

      @@user-ye4mi5fu4e কৃষ্ণ কৃষ্ণ

    • @chandraprabhabaruah8094
      @chandraprabhabaruah8094 Před 17 dny +2

      🙏🙏🙏🙏

    • @pallabikagohain5720
      @pallabikagohain5720 Před 16 dny

      @@chandraprabhabaruah8094 কৃষ্ণ কৃষ্ণ আই সেৱা জনালোঁ কৃষ্ণ

    • @paragbharali4572
      @paragbharali4572 Před 12 dny

      বাপজনৰ পৰা জানিব বিচাৰিছো মনুষ্য জনম লোৱাৰ উদ্দেশ্য কি বাৰু?

  • @user-gs2ok3du8f
    @user-gs2ok3du8f Před 18 dny +1

    আন ধৰ্মক কটাখা কৰিব ভাগৱত খনে শিকাই নেকি ? কৃষ্ণ কৃষ্ণ

  • @user-qh6ez9le3p
    @user-qh6ez9le3p Před 16 dny +1

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @binabora5025
    @binabora5025 Před 19 dny

    Krishna Krishna xundor path anusthan xewa jonaisu🙏🙏

  • @PurnimaGogoi-w4g
    @PurnimaGogoi-w4g Před 19 dny +2

    Sivadol wasn't built by rudra singha sir, it was ambika the wife of siva singha

  • @pitambarBoro-gh4qu
    @pitambarBoro-gh4qu Před 19 dny

    Krishno krishno srodhar bap jona bor val lage huni hastro kotha aru koi hekhu koribo nuware aru hunile huni thakibor mon jai

  • @narayandeka6985
    @narayandeka6985 Před 12 dny +1

    কিন্ত্ব প্ৰথম পূজ্য গনেশ ।

  • @DigantaGogoi-dx2pt
    @DigantaGogoi-dx2pt Před 15 dny

    কৃষ্ণ কৃষ্ণ সুন্দৰ কৈ বুজি পোৱা হৈছে,

  • @khirodbhuyan5967
    @khirodbhuyan5967 Před 19 dny +2

    Krishna 🙏

  • @kankanrabha2308
    @kankanrabha2308 Před 16 dny +1

    কৃষ্ণ কৃষ্ণ

  • @mainanath257
    @mainanath257 Před 9 dny

    Krishna,bap

  • @SantushChetia-sc1us
    @SantushChetia-sc1us Před 17 dny

    Jai shree krishna radhee radhee jai ho Provu jai ho

  • @entonideka5891
    @entonideka5891 Před 20 dny +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @HareshDowarah
    @HareshDowarah Před 18 dny

    Krishna, krishna, krishna, Prabhu jonar saron kamalot hewa nibedisu.

  • @ABoy-vk3lm
    @ABoy-vk3lm Před 17 dny

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম প্ৰভু

  • @sanjibsaikia-op5uv
    @sanjibsaikia-op5uv Před 5 dny

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏

  • @krishnakakaty2624
    @krishnakakaty2624 Před 16 dny +2

    Koli. Jugot. Xokoluye I. Guru. Xisso. Nai. Krishna. Krishna. Xogkor. Guru. Ajon. Asil. Atiya. Bohut. Hol. Atiya. Poha. Bilak bamanoi xaxto. Jeni. Teni. Jabo. Pare.

  • @ranukalita1790
    @ranukalita1790 Před 19 dny +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম 🙏🙏🙏🙏

  • @MadhabSaikia-kh4up
    @MadhabSaikia-kh4up Před 19 dny +1

    Krishna krishna krishna

  • @rajibsharma8163
    @rajibsharma8163 Před 9 dny

    হৰ হৰ মহাদেৱ 🙏🙏🙏🙏🙏🙏🙏🙏

  • @lipikarajkonwar5654
    @lipikarajkonwar5654 Před 19 dny +1

    কৃষ্ণ কৃষ্ণ 🙏

  • @simakachari5620
    @simakachari5620 Před 17 dny

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏

  • @dibyajyotiphukon5983
    @dibyajyotiphukon5983 Před 15 dny

    কৃষ্ণ প্ৰভু সেৱা তোমালৈ🙏🙏🙏🙏🙏

  • @DipanjoliGogoi-fo3ff
    @DipanjoliGogoi-fo3ff Před 21 hodinou

    তোমাৰ কথা মিচা

  • @binakumarigogoiborah8407

    কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻 কৃষ্ণ 🙏🏻

  • @JaganathLalung-tx6xe
    @JaganathLalung-tx6xe Před 18 dny

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @kamaljyotimedhi
    @kamaljyotimedhi Před 9 dny

    Krishna is supreme pure consciousness,the parabrahma, paraatma swarup Ishwar..If any one worship other demigods for material benefits he can't attain salvation (mukti)... There is no harm or sin in worshipping demigods as per Bhagwat Gita.. But one to attain Moksha,supreme bliss ,super joy,beyond material happiness, he should try to dissolve his atman in krishna consciousness.. Krishna is the only "mukti Data".. 🙏🙏🙏

  • @gitanjalidutta6746
    @gitanjalidutta6746 Před 19 dny

    কৃষ্ণ কৃষ্ণ বাপজনা সুন্দৰ ব্যাখ্যা🙏🙏🙏

  • @pranabjyotisarmah896

    আপুনি বাপ মূৰ্তি পূজা কৰেনে,,,উত্তৰটো দিলে ভাল পাম । যদি কৰে আকাৰ মূৰ্তিৰ পূজা কৰেনে নিৰাকাৰ মূৰ্তিৰ পূজা কৰে ।

  • @rajanigogoi4365
    @rajanigogoi4365 Před 18 dny +2

    আপুনি ৰামায়ণ আৰু মহাভাৰতৰ ভাওনা চাইনে নেচাই

  • @PalabiDuwarah
    @PalabiDuwarah Před 19 dny +1

    Krishna Krishna provo 🙏🙏 🙏🪔