উজনিত মিঞা খেদা আন্দোলন, প্ৰশান্ত ৰাজগুৰুৰ লগত ‘মেজমেল’

Sdílet
Vložit
  • čas přidán 13. 09. 2024
  • উজনিত মিঞা খেদা আন্দোলন, প্ৰশান্ত ৰাজগুৰুৰ লগত ‘মেজমেল’
    Watch the full clip to know more about this story.
    #pragnews #mezmel #prasantarajguru #upperassam #muslim
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

Komentáře • 336

  • @indrajitgogoi4742
    @indrajitgogoi4742 Před 15 dny +138

    অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে একত্ৰিত হৈ উজনি অসমক 'মিঞালেণ্ড'সৃষ্টি হোৱাৰ পৰা ৰক্ষা কৰক।জয় আই অসম।।

  • @ChandanDeka-i2d
    @ChandanDeka-i2d Před 15 dny +22

    অৰুণাচল আৰু নাগালেণ্ড ৰ দৰে অসমক লাগে 🙏🙏

  • @nikulahkar6838
    @nikulahkar6838 Před 15 dny +19

    ভাস্কৰ ডেকা ডাঙৰীয়া ৰ কথা ত একমত। মইনাই কথা কম কয় কাম বেছি কৰে। বৰ্তমান অসমীয়া সকল আৰাম প্ৰিয় হৈছে ।সেয়ে পথাৰবোৰ মীঞাক দি নিজে কোম্পানী ত কাম কৰিব গৈছে।

    • @newsongvideo2735
      @newsongvideo2735 Před 14 dny

      অসমৰ লোক সকল কম মুখি হেছে

  • @7gc970
    @7gc970 Před 15 dny +27

    মিঞাৰ মোছলীম অসুৰ বোৰক অসমত থাকিব দিলে অসমৰ দিনক দিনে অবস্থা
    বেয়াৰ হৈ যাব । মিঞাৰ খেদি অসমৰ খিলঞ্জীয়াৰ ৰাইজে শান্তিৰে থাকিব পাৰিব ।

    • @DreamInstaModel
      @DreamInstaModel Před 15 dny

      Toi Axom eri gusi ja, eman bhoi khai thakibo nalage

    • @superperformancevideos8179
      @superperformancevideos8179 Před 15 dny

      @@7gc970 aponaluke iman population hoi kine miya k sai iman kio voi kore
      মিয়াই tu voi nkore aponalkor iman মানুহ চাই

    • @saifulhussain3190
      @saifulhussain3190 Před 15 dny +1

      তই ও কেলা বাংগালী মিয়া তোমালোকেও প্ৰস্তুত হৈ থাকা।তহঁতে বেছি অসমীয়াগিৰি নেদেখাবি কেলা

    • @protimadutta2890
      @protimadutta2890 Před 15 dny

      মিঞা সাধাৰণ জনতাই খেদিব নোৱাৰে---কেন্দ্ৰীয় চৰকাৰে খেদিব লাগিব---সাধাৰণ জনতাই আবুল-তাবুল বকি লাভ নাই ।

    • @Priyangshu_nath___6
      @Priyangshu_nath___6 Před 13 dny

      ​@@saifulhussain3190oi kukur axomot thaki Miyagiri nslabi kla fali dim set

  • @Dhamendraassam326
    @Dhamendraassam326 Před 15 dny +5

    য'ত যি কৰে কৰক, কিন্তু আমাৰ ঠাইত মিঞা শূন্য। উজনিত মিঞা থাকিব নোৱাৰে।ৰাইজে যি কৰিব সেয়াই শুদ্ধ। কোনোবা সাংবাদিক, নেতাৰ কথা মতে আমি নচলো।

  • @putulnath1715
    @putulnath1715 Před 15 dny +15

    অসমৰ পৰা আঁতৰি গৈ বাহিৰত থকা লৰা সকলক যদি চৰকাৰে সুবিধা দিলে হয় বাহিৰলৈ নগল হয়।আৰু এতিয়া অসমত যি আগ্ৰাসনৰ কথা আহিছে নাহিল হয়,অসমীয়া লৰাই বাহিৰত গৈ কিমান কিমান টকা পঠাইছে আমি শুনিছোঁ আৰু দেখিছোঁ,এইটো কথা অভিভাৱক কেইজনে চিন্তা কৰে।কিছুমানে পঠায় ,যি সকলে ঘৰলৈ আহিলে একো কৰিব নোৱাৰিম বা ঘৰ নচলিব বুলি ভাবে।আৰু যি লৰাৰ ঘৰত মাটি বাঢ়ি আছে ঘূৰি আহি বৰঙণি যোগাওক।যাৰ মাটি নাই তেওঁলোকেও আনৰ মাটি লৈ কামৰ আৰম্ভণি কৰিব পাৰে।

  • @user-yx1xg4ob4x
    @user-yx1xg4ob4x Před 15 dny +5

    উজনিৰ খিলঞ্জীয়া সকলৰ ভেটি মাটি হেৰুৱৰ ভয় হৈছে!মিঞাই তাত খোপনি পুতিব পৰা নাই, কিন্তু ভয় হৈছে ভাৰতীয় বনিয়া সকলে মূল্যবান ভূমি সমুহ (ৰাজ পথৰ দুয়ো কাষৰ)ক্ৰয় কৰি শ্ৰেণী পৰিবৰ্তনৰ জৰিয়তে অন্য কাৰ্যত ব্যৱহাৰ কৰাক লৈ।বসুন্ধৰাৰ জৰিয়তে আচলতে এই বণিয়া সকলকহে বেছি সুবিধা কৰি দিয়া হ'ল নেকি?

  • @asaduddinowaisi_gharwapsi

    88% পৰা 55% পালেহি, এতিয়াও মানুহে বুজি পোৱাই নাই😢
    ধৰ্মৰ নামত দেশ বিভাজন হৈছিল, আৰু একেই মত বাংলাদেশৰ বাংলাদেশীয়ে ৰাখেনে।

  • @KaustubhKumarGogoi
    @KaustubhKumarGogoi Před 14 dny +2

    Right, govt is trying to make religious polarisation of the sivasagar incident which was firstly against not to drive out miyas but it was a conflict with few marwari miscreants who tortured a khilanjia girl, for this incident the marwari Samaja apologised in public,unluckily the dhing
    34:6je🎉 35:03

  • @RatulChetia-p2v
    @RatulChetia-p2v Před 15 dny +4

    Nirman কায্য akhomiya সকলো পিচ পৰি থাকা নাই আজি construction কামত bahut akhmiya মানুহ কামৰ বাবে বহি থাকিব লগা হয়

  • @ThaneswarBorah-z8y
    @ThaneswarBorah-z8y Před 13 dny +3

    শিৱসাগৰ ৰ লৈ বহুবাৰ গৈছো তেতিয়াৰ পৰাই মিঞা দেখা পোৱা নাছিলো এতিয়া মিঞা খেদা কায সুচী লোৱা হৈছে বেয়া হোৱা নাই।আগৰ পৰাই নাই যেতিয়া কিয় থাকিব লৈ দিব।

  • @rajibpegu5313
    @rajibpegu5313 Před 15 dny +5

    এৰৈ ককাই দেহৈ কংগ্ৰেছে ভুল কৰিলে কাৰনে কংগ্ৰেছ হাৰিলে কিন্তু বিজেপি ১০ বছৰ পাৰ হব হল বিজেপি অসমীয়াৰ কিৰনে কি কৰিছে

  • @NirmolRay1996
    @NirmolRay1996 Před 15 dny +21

    মই নামনি অসমৰ বৰপেটা জিলাৰ।।।।অসমৰ উজনিত মীঞা খেদা আন্দোলন হৈছে মোৰ মতে ভাল হৈছে।মই বা মোৰ দৰে লোকেও উজনিক চাপৰ্ট কৰে।কিন্ত নামনিত উজনিতকৈ সম্পূৰ্ণ বিপৰীত ছবি।।।নামনি অসমত নিৰ্ভয়ে অসমীয়াই মীঞা খেদা আন্দোলন কৰিব নোৱাৰে।কাৰণ নামনিত বহু বেছি মীঞাৰ সংখ্যা বেছি।।।গতিকে নামনিৰ দৰে যাতে উজনিকো পৰিৱৰ্তন নকৰে আপোনালোকক( উজনিবাসীক) অনুগ্ৰহ কৰিছো।অসমীয়া জাতিয়ে যি ৰাজনৈতিক দলৰ ওচৰত সুৰক্ষিত বুলি অনুভৱ কৰে সেই দলকে ভোট দিব।উজনিত এতিয়া অসুৰক্ষিত নহয় কিন্ত ভৱিষ্যৎলৈ বাদ ছোৱা তেন্তে অসুৰক্ষিত হবলৈ।।কংগ্ৰেছৰ জনৰ মতে এতিয়া উজনি সুৰক্ষিত আছে কাৰণে মীঞা খেদিব নালাগে।মীয়া বেছি হলেহে খেদিব ওলাব তাৰমানে?

    • @protimadutta2890
      @protimadutta2890 Před 15 dny +5

      অকল মিঞাৰ নাম ললেই নহব----আমি বাংলাদেশী খেদিম ।

    • @IndianSecularBABA
      @IndianSecularBABA Před 15 dny

      ​@@protimadutta2890yes I was thinking the same

    • @NirmolRay1996
      @NirmolRay1996 Před 13 dny

      ​@@protimadutta2890যিহেতু মীয়াৰ ওপৰতহে মূল বিষয় আলোচনা হৈছে সেইকাৰণে কৈছো।।।আৰু এটা কথা হিন্দু বাংলাদেশীতকৈ মীয়া বাংলাদেশী বেছি ভয়ানক।।।তথাপি কও যে অসমত বাংলাদেশী খেদিলেহে অসমীয়া সুৰক্ষা হব।

    • @AnamikaBaruah-ls3mu
      @AnamikaBaruah-ls3mu Před 8 dny

      Atiyai jodi hojag nohoy... Ujoni assam ake abostha hob.

    • @protimadutta2890
      @protimadutta2890 Před 8 dny

      2014 পৰা BJP ৰ ডাবল ইঞ্জিন চৰকাৰে মিঞা আমাৰ মতে বাংলাদেশী খেদি শেষ কৰিলে---মামা মুখ্যমন্ত্ৰী হোৱাৰ পৰা বেছিকে খেদিছে । জয় আই অসম ।

  • @sunilbarkataki1657
    @sunilbarkataki1657 Před 15 dny +6

    সহযোগী দল বোৰে কিয় মিছন বসুন্ধৰাৰ জৰিয়তে BTR ত মিয়াক patta দিবলৈ তৎপৰ হোৱা দেখা গৈছে?

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s Před 15 dny +7

    BJP ৰ মুখপাত্ৰজনে আচল কথা ৰ পৰা ফালৰি কাটে ।আক্ৰমণ কৰি কথা কয় ।ভাল লগা নাই ।

  • @BimanSaikia-eh6gc
    @BimanSaikia-eh6gc Před 15 dny +2

    অসম বুলিলে উজনিকে নুবুজায় নামনি শেষ হোৱাৰ পাছত। অকল উজনিৱে অসম ৰাখিব পাৰিব নেকি

  • @arjundas3446
    @arjundas3446 Před 15 dny +2

    এই এটা বিষয়। আঠু কঢ়া নাই তামোল পাণ দি সেৱা হে জনাইছে এইটো এটা অসমীয়ৰ নিয়ম। মুৰখ কিছুমানে আঠুকঢ়া বুলি কয়।

  • @user-ie6dx5zb5i
    @user-ie6dx5zb5i Před 15 dny +1

    আমি ৰাজনৈতিক গোন্ধ পাইছো । ধৰ্মীয় দৃষ্টিভংগীৰে কথাবিলাক চাব নালাগে । এই বিলাক বেয়া কথা । আমাৰ মানুহে কৰ্ম কৰিব লাগিব । তেতিয়াহে অসম অসমীয়াৰ অস্তৃত্ব থাকিব । ।

  • @mita-hi9su
    @mita-hi9su Před 14 dny +1

    Lower Assam protection lage. Lower Assam should be made tribal territorial area. Bodoland, kamatapur, rabha hasong etc.

  • @PadmaLalung-iq7ik
    @PadmaLalung-iq7ik Před 6 dny

    বহিৰাগতক অসমত অবৈধ প্ৰবেশৰ বাধা িদয়া আইন সোনকালেই কায’কৰী কৰক৷

  • @bhanuprovaboruah8810
    @bhanuprovaboruah8810 Před 13 dny

    Thanks for mejmel।

  • @archanabhowal3597
    @archanabhowal3597 Před 13 dny

    জয় আই অসম

  • @saburuddin1174
    @saburuddin1174 Před 12 dny

    প্ৰশান্ত,ৰাজগুৰুদেব, ধন্যবাদ ভাল লাগিল, ভাল, প্ৰকাশ কৰিছে

  • @jyotiprasadBURAGOHAIN
    @jyotiprasadBURAGOHAIN Před 13 dny +1

    দদাইদেউ সকল নিৰ্মাণ কাম কৰিবলৈ বিশেষ সম্প্ৰদায়ৰ লোকে গৈ আমাৰ ভনী বাইদেউ সকলক চকু দিব অকলে পালে অপৰাধ মূলক কামত লিপ্ত হয় তেনে স্থলত উজনিত কেনেকৈ সুৰক্ষিত । ঘৰ খেতি কৰিলে আগ্ৰাসন নহয়। যতে থাকে যি কাম কৰে তেঁওলোকৰ মানসিকতা আগ্ৰাসন ।

  • @ezazulislam427
    @ezazulislam427 Před 14 dny

    নিৰপেক্ষ সাংবাদিক ❤

  • @bhabendoley6151
    @bhabendoley6151 Před 15 dny +4

    এজন এম এল এ ,অ গ প, কি ডাল চাই আছা নিজৰ যুটীয়া চৰকাৰ আছে,।সীমা ছিল কৰিব দিয়া নাই কিয়।মিচলিয়া বিজেপি ১০ বছৰত কি গতি কৰিলে।কংগ্ৰেছ বেয়া সেই বাবে বিজেপি।ওলোটা দুই নম্বৰ বেছি।

  • @tamjidahmed5119
    @tamjidahmed5119 Před 11 dny

    প্ৰশান্ত ৰাজগুৰুই আচল ফেক্টটো ধৰিব পাৰিছে।

  • @MonuranjanPhukan-c2e
    @MonuranjanPhukan-c2e Před 15 dny

    ধন্যবাদ প্ৰশান্ত ৰাজগুৰুদেৱ ।

  • @obipait3266
    @obipait3266 Před 12 dny

    C.M Himanta Biswa Sharma is greate future thinker of Assam.
    His advise should be honoured and keep respect by every Citizens of Assam.
    In his advise no any Politic concealed which should be adopted is for the good of Assam . Otherwise people of Assam will repent in future is mandatory.🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤

  • @MonowarAli-bl8tm
    @MonowarAli-bl8tm Před 14 dny

    Rajguru.sir Apuni Valkotha.koise

  • @SamsulHuda-lz6ie
    @SamsulHuda-lz6ie Před 15 dny +8

    মধ্য অসমতো হিন্দু মুসলিম মিলপ্রতিরে বসবাস করি আছে দুই এটা হিন্দু মুসলিম বেয়া চরিত্রর মানুহ বাদে কিন্তু এওলোকর রিজাল্ট বেয়া কারন আমি সংঘাত নিবিচারো বিদেশী খেদক but ধর্মর ভিত্তিত নহয় that's all

    • @anilgoswami2238
      @anilgoswami2238 Před 15 dny

      ✌✌✌✌✌✌✌✌✌

    • @protimadutta2890
      @protimadutta2890 Před 15 dny +1

      অকল মিঞাক খেদে কিয়---বাংলাদেশীক খেদক

  • @abdulkadermondal4229
    @abdulkadermondal4229 Před 10 dny

    আপুনি মুখ্য মন্ত্ৰীৰ সহধৰ্মিনী বন্দা ইন্টাৰনেছনেল স্কুল স্থাপন কৰি ইংৰাজী মাধ্যমত শিক্ষা প্ৰদান কৰাত আপত্তি নাই কিন্তু শিলচৰত অনা অসমীয়া স্কুলত স্থাপন কৰাত আপত্তি।

  • @AbbasAli-p6r
    @AbbasAli-p6r Před 15 dny +4

    সকলো কাম বন্ধ
    এতিয়া ২০২৬চনৰ হিচাপ নিকাছ আৰাম্ভ হৈছে।
    মুখ্যমন্ত্ৰী নিৰ্দেশত টকা আৰু বতল ব্যৱহাৰে মিঞা খেদাৰ আন্দোলন চলাইছে।

  • @northeast7617
    @northeast7617 Před 15 dny +3

    Inner line permit ILP dibo lage Axomot oti hunkale.. Bhumi hurokha Aine dibo lage Axomot khilonjiya bhumiputro karone.. Nagaland Arunachal Mizoram Manipur meghalaya pare jodi Axom e kiyo nuware??

  • @ArupNath-i8f
    @ArupNath-i8f Před 13 dny

    Jago Assam

  • @taradoi7957
    @taradoi7957 Před 15 dny +10

    মিঞা খেদা আন্দোলন৷ সঠিক হৈছে বুলি মই নেভাৱো ।অসমীয়া আৱেগিক বুলি বিশ্বত বদনাম আছে ।এটা কথা ঠিক যে কোনেও কাকো খদিব নোৱাৰে ।অসমীয়া লোক সকল যদি সংখ্যালঘু হৈছে তাৰ বাবে দায়ী আমি নিজে লগতে বেচি পৰিমাণে চৰকাৰ দায়ী । প্ৰশ্ন হল এই মিঞা মানুহ বোৰ অসমত কেনেকৈ সোমাল ? চৰকাৰে সীমাসমূহ আজিলৈকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা নাই
    আমি নিজেই এলেহুৱা কোনো কাম নকৰো ।আমি কাম কৰিব লাগিব ব্যৱসায় কৰিব লাগিব ।তেতিয়াটো মিঞা ৰ প্ৰয়োজন নহব । শেষত মোৰ অনুভৱ হয় গোটেই বিষয়টোত ৰাজনীতিৰ গোন্ধ পাইছো ।

  • @montalukdar40
    @montalukdar40 Před 15 dny +2

    Namoni Assam ot o.....Raije. Ak. Log. Hobo laga....nahala. Kintu kidenman. Pesot kintu. Ako. Rasta nathakibo. Amar. Hatot....atiai. Ki paristite hoisa. Aru kandi kandi. Mar khai geai thaki o loga. Hoisa bahut. Thait ..😢😢😢😢😢

  • @kidsplay4890
    @kidsplay4890 Před 14 dny +1

    Jodi mama i nagaland r nisina koribo pare ,jinda thoka loike cm hoi thakibo

  • @Jaduram-o7p
    @Jaduram-o7p Před 15 dny +1

    Ajmal- miya+ustm +6no dafa+dhong rep =good politics for politician. It is 100%true.

  • @dharanidhardeka9437
    @dharanidhardeka9437 Před 15 dny +1

    Rajniti kara manuh bilake miyak support karise votar akhat jene lurin akhil aru gaurab

  • @j..k..l8723
    @j..k..l8723 Před 15 dny

    Thank you dutta.your argument is correct goahead.long live bjp.

  • @user-kn6us7hf1i
    @user-kn6us7hf1i Před 15 dny +1

    R apunar bai voni logat ghatana ghutile bujibi

  • @RubulBora-t7o
    @RubulBora-t7o Před 15 dny +10

    Mea khedibo khujese mamai khedok. Haibuli 26 t mama parti k vote dele raijor bepod bahibo.

  • @user-im7tb9tq5d
    @user-im7tb9tq5d Před 15 dny

    ভাষ্কৰ বৰুৱাৰ শেহতীয়া কথাখিনি কেইদিনমানৰ আগতে মই দিয়া আপডেটৰ প্ৰতিফলন হৈছে। বৰুৱাৰ মন্তব্য মনপুত: হৈছে

  • @princhipriya4119
    @princhipriya4119 Před 15 dny +2

    বিজেপি দলৰ সদস্য সকলে প্ৰতিটো কথাই জাতীয় কংগ্ৰেছ দলে কৰা নকৰা বুলি কয় কিয় ? জাতীয় কংগ্ৰেছৰ নাম নললে গা নৰয় নে কি ?,,,,,,

    • @protimadutta2890
      @protimadutta2890 Před 15 dny

      আমাৰ মুখ্যমন্ত্ৰীজন কংগ্ৰেছৰ নাম্বাৰ One আছিল---এতিয়া ন BJP

  • @latifali9650
    @latifali9650 Před 15 dny +1

    Luera Mia r ujani t aku jega nai...........Axomiya Hindu manuh besi ujanit prai 80 % percent...teuluke mati nibikile hol just...
    Ujani saved...

  • @user-ng5xh6si6v
    @user-ng5xh6si6v Před 15 dny +1

    1951 pisat aha miyak assamat thakib diya nahab.... NRC hathik rup dib lage..

  • @PinkiSah-fo9zu
    @PinkiSah-fo9zu Před 15 dny +1

    Upper assam kobja koribo nidio aaru lower Assam pura khedim

  • @Manranjankoch
    @Manranjankoch Před 15 dny

    Right ponakon sir ...namoni obostha ses ho ho

  • @birendrahazarika7327
    @birendrahazarika7327 Před 15 dny +1

    ১) মিছা নেখেদিব । কাৰণ বৃত্তিধাৰি ৰাজনীতিৰ ভাত মৰিব ।😂😂
    ২) উজনিৰ চৰকাৰী,গ্ৰেজিং লেণ্ড আমাৰ।
    ৩) ১৯৭১ চনৰ পাছত অহা " বিদেশী" ,সি যি ধৰ্ম ভাষাৰেই নহক।৪) খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব বৈ ।

  • @PranabPhukan-o5o
    @PranabPhukan-o5o Před 15 dny +2

    নমনি‌ অসমৰ সংখ্যা লঘূ খাতি অসমীয়া লোকসকলৰ কি হʼব ?

  • @smhazarika5640
    @smhazarika5640 Před 15 dny +1

    6 no dofa
    Mulya bridhir nirudhey jonomot gorhok

  • @GhanashyamGogoi
    @GhanashyamGogoi Před 13 dny

    Where is the agricultural infrastructure in Assam ? What type of discussion is this !

  • @rupamgogoi7588
    @rupamgogoi7588 Před 6 dny

    সুভাষ দত্ত ককাই, উজনিলে মিঞাক কাম কৰা বলে উজনিৰ ঠিকাদাৰ আৰু ইটা ভাটাৰ মালিক সকলে আনিছে। মিঞাই নিজে অহা নাই উজনি লৈ। মই প্ৰমাণ দিম আপোনাৰ বিজেপি দলৰ বহু নেতা কৰ্মীৰ নিৰ্মাণ কামত আৰু ইটা ভাটাত এতিয়াও মিঞা ভৰি আছে

  • @mintusaikia8875
    @mintusaikia8875 Před 13 dny

    অসম খন কংগ্ৰেছে খায় থৈ গৈছে। পিছৰ প্ৰজন্মৰ বাবে বৰ ভায়াবহ হব। অসমৰ বদন হতক চিনক ৰাইজ।

  • @ghaguaboy
    @ghaguaboy Před 15 dny +2

    Mia usrt axomia thakile mia bure sur kre garu sagoli barir bas2 tar past axomiak thakibo nuara kri tule

  • @user-jv4qh8xs2m
    @user-jv4qh8xs2m Před 14 dny

    Prasanta rajguru youhave given the right solution

  • @deepshikhamalakar7803
    @deepshikhamalakar7803 Před 15 dny

    ৰাজগুৰু দা আপোনাৰ খবৰ ভালনে?নে মনটো বেয়া.

  • @MRunofficial806
    @MRunofficial806 Před 15 dny +1

    BJP zindabad

  • @kumudbaruah2001
    @kumudbaruah2001 Před 14 dny

    ৰাইজ নোহোৱা ৰাইজৰ দলে এনে দৰে কিমান দিন টক শ্ৱ বিলাকতে নিজৰ অস্তিত্ব বজায় ৰাখিব।

  • @user-oy5my5mc4n
    @user-oy5my5mc4n Před 15 dny +1

    Congress raijordol bangladeshi pokhyat thake

  • @kamalkalita3293
    @kamalkalita3293 Před 15 dny +6

    All of you including Mr Rajguru please come to Samaria,Goroimari,Sontoli,Kalatoli,Nagarbera.....of Kamrup district, very nearer from Guwahati about 70 kms...you would able to realize how Bangladeshi miya capture Hindu villages in last 50 years

  • @user-im7tb9tq5d
    @user-im7tb9tq5d Před 15 dny +1

    বাঁওপন্থী ৰাজগুৰুৱে খুচৰি খুচৰি আচল কথাটো পালে।স্বভাৱ সলনি নহ'ল! মুঠতে গৌৰৱক মুখ্যমন্ত্ৰী পতাৰ কৌশল

    • @zimmiiiiii6000
      @zimmiiiiii6000 Před 15 dny

      Gaurav cm hole apunar beya ke koti puribo khura😅

  • @dianuddinahmed5046
    @dianuddinahmed5046 Před 15 dny

    Axom Andulon in 1979 started as deportation of Bahiragot, when it got full support then it became Bangladesi kheda andulon. Then Assam Accord came, but clause 6 of Assam Accord still not implemented. BJP again brings CAA to issue citizenship to Hindu Bangladesis. Then why CAA ?

  • @nazimahmed1610
    @nazimahmed1610 Před 4 dny

    Issue divert by dirty politicians. Smart Miter, Junali murder, CAA, hindu Muslim all are divert.

  • @user-xs2eb6mg2h
    @user-xs2eb6mg2h Před 14 dny +1

    Why land sales to Marowari sampradaya at uper Assam?

  • @hemantamahanta5578
    @hemantamahanta5578 Před 8 dny

    কংগ্ৰেছ চৰকাৰৰ দিনতেই ভাৰত স্বাধীন হৈছিল । সেইটো সত্য. ।

  • @ManikAhmedbarlaskar
    @ManikAhmedbarlaskar Před 14 dny

    70,/' Bangli and 30,/' Assamies in Assam

  • @nuruddinahmed5315
    @nuruddinahmed5315 Před 12 dny

    কাম কৰাৰ জেগাৰ কোনো অভাৱ নাই, সদিচ্চা থাকিব লাগিব।

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 Před 10 dny

    বাংলাদেশীৰ বিৰোধী,এয়া জাতীয় সুৰক্ষা ৰ আন্দোলন, অকল মিঞাসকল বুলি নকব হিন্দু বাংলা দেখিও যাব লাগে ,এইবাৰ ঠলগিৰী সঙ্গা চিনাক্তকৰণ হ'ব ই লাগিব,

  • @abdullaahmad5911
    @abdullaahmad5911 Před 13 dny

    I call upon all the political parties and philanthropic organizations of the state of Assam and India to come down the streets with us and march to save Assam from the hands of Mr. Jinnah/Himanta Biswa Sharma, to save the Indian Constitution, which is the Constitution of India. Taking oath today working against the constitution of Assam to divide/fragment the state of Assam Hindu Muslims/drive Mia from Uzan Assam/drive away Muslims these communal hatred quarrels are spreading inside and outside the Assam Legislative Assembly in every department of schools, colleges and universities in every place. Himanta Biswa Shama, calling on every anti political party philanthropic organization to save our Assam and Indian Constitution, come forward and take to the streets with us, if anyone is doing anti-constitution, Baba Sahib Dr. Bhimrao Ramji Ambedkar gave this right to us, so lovers of Assam, lovers of the country, lovers of the Indian constitution, come forward to march. We all want the resignation of Chief Minister Himanta Biswa Sharma, and we demand his arrest because of his actions against the country and against the Indian constitution. Near the Supreme Court.

  • @RohitKhanikar
    @RohitKhanikar Před 11 dny +1

    Bjp jindabad.

  • @angurislam3355
    @angurislam3355 Před 15 dny

    কিমান জ্ঞান আপোনালোকৰ ৰাজনীতি কৰা মানুহৰ কথা বাদ দিয়ক সাধাৰণ মানুহবোৰ কিয় খাটি খোৱা মানুহ বিলাকৰ against,,, দুখীয়া কাম কৰি খোৱা মানুহ বিলাক কি নো ক্ষতি কৰিব,,, আচৰিত লগে no

  • @subhashsut2215
    @subhashsut2215 Před 15 dny +12

    বিজেপি থকালৈকে দেশত অশান্তিৰ থাকিবয়েই ।

    • @Angshomos
      @Angshomos Před 15 dny

      Miyar samsa kukuror putek

  • @gunakantabaruah6243
    @gunakantabaruah6243 Před 15 dny

    যিমানেই নকওক সকলো দুখ ৬৪বছৰৰ অধিক সময় সৰহ সঙক্ষক মুখ্য মন্ত্ৰী হৈয়ো বৈধ অবৈধ ঠলুৱা পৱজনকাৰী চিনাক্ত নকৰিলে। গতিকে সকলো ৰাজপাট দখল কৰাত লাগিল। বিদেশী তল পৰিল। এতিয়া সন্দেহ জনক নাগৰিক । আগ্ৰাসন।দায়ী সেই চৰকাৰ ।যি নকৰিলে। অথচ বিজেপিৰ আগমনত এই কাম আৰম্ভ হ'ল।ইয়াক সকলোৱে মানি ল'ব লাগিব।

  • @user-wf2ti5df4t
    @user-wf2ti5df4t Před 15 dny +2

    ৰাতিপুৱাৰ পৰা নিশালৈ কেৱল হিন্দু আৰু মুচলমান কোৱা বাদ দিয়ক কিয়নো অসমত বহু কৰিবলগীয়া আছে ৷ কংগ্ৰেছৰ দিনতো উন্নয়ন হৈছে এ জি পি ৰ দিনতো উন্নয়ন হৈছে আৰু বি জে পি ৰ দিনতো উন্নয়ন হৈছে ৷ কাৰণ সকলোৰে ঐক্যবদ্ধ চেষ্টাত আজিৰ এই অসম ৷

  • @rafizahyder2870
    @rafizahyder2870 Před 15 dny

    Akhomia kheti koribo janu kheti dekhi polai he babe hard labour kore sakori bisari bohi thake

  • @UtshabTalukdar
    @UtshabTalukdar Před 11 dny

    আমি ভাই ভাই লোৱাৰ অসমত উজনিৰ কথা আমি নাজনো

  • @lalitpegu7518
    @lalitpegu7518 Před 15 dny +2

    উজনিৰ মেৰাপানি অঞ্চলত মিয়াৰ ৰাজত্ব।

  • @MithuNath-qz6yt
    @MithuNath-qz6yt Před 15 dny

    Ata state ot hokolu jati lagiboi kintu Dine humari ase kenekoi.humabo dia jon nu Kun.Raij ne Sorkar. Abar humabo dile pasot hulostul hoboi.

  • @Chinmoy2003
    @Chinmoy2003 Před 15 dny

    Nagaon protection lage

  • @FirozNobi-pf8hs
    @FirozNobi-pf8hs Před 11 dny

    তোমালোকে সিন্দু নহৈ মানুহ হবলৈ শিকাটো একান্তই আৱশ্যক। নহলে দেশখন রসাতলে যাব।

  • @UTTAMBora12
    @UTTAMBora12 Před 10 dny

    বিজেপি চৰকাৰে গোলাঘাটত কিষকক একো সুবিধা দিয়া নাই

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před 7 dny

    এইবোৰ ৰাজনীতি হয়!ৰাজনীতিৰ নেতাই কিছুমানক হাথিয়াৰ হিচাবে ব্যবহাৰ কৰিছে। সেইণসকলে হয়তো বুজি পোৱা"নাই।আমি ছাত্ৰ সন্থাৰ আন্দোলনৰ দিনৰ পৰা দেখি আহিছো।দুটা কাৰ্যকাল অসমৰ গাদীত বহি অগপই কি ঘোৰাঘাচ কাটিলে?তেতিয়া বাংলাদেশীৰ সন্দৰ্ভত কিয় একোণমাত নামাতিলে?অসম খনক কিয় উজনি নামনি হিচাবে কিয়"ভাগকৰা"হৈছে? উজনিত মিঞা থাকিব নোৱাৰিব;নামনিত পাৰিব এইটো কেনে কথা?

  • @ruhitdihingia8210
    @ruhitdihingia8210 Před 15 dny

    হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ APDCL এ আজি কিছুদিনৰ পৰা ডিমৌত, মিলননগৰত , অতিৰিক্ত গৰমত ফেনৰ গতিবেগ নিম্নগামী হৈছে ভল্টটেজ নোহোৱা বাবে। AC চলোৱাটো দুৰৰে কথা। মানুহে গৰমত দুৰ্ভোগ ভোগিছে। প্ৰকৃততে কিয় এনে হৈছে?

  • @rajuboro5853
    @rajuboro5853 Před 15 dny

    Encounter koribo lage

  • @majamilali1318
    @majamilali1318 Před 14 dny

    Tamilnadu যাব কেৰেলা ৰাজ্যত যাব মিয়া

  • @MithuNath-qz6yt
    @MithuNath-qz6yt Před 15 dny

    Ami Raije janibo bisaru je asomot Mia border par kenekoi kore .Arunachalat nuhumai kiyo. Dine dine badhi se aru hulastul hoise.

  • @tankswargohain6701
    @tankswargohain6701 Před 15 dny +4

    ধমীয় মেৰুকৰণৰ চেষ্টাৰে গাদী সুৰক্ষিত কৰি ৰখাৰ চেষ্টা। জাতীয় সংঠনবোৰে জাতিৰ সুৰক্ষাৰ কাম কৰক, মুখ্যমন্ত্ৰীয়ে নিজ দল আৰু নিজৰ স্বাৰ্থতহে এই ৰাজনীতি কৰিছে।

    • @zuinj6
      @zuinj6 Před 15 dny

      O xeikarone Nagaon , darang , Dhubri eaibur xex

    • @diyanhazarikaofficial8711
      @diyanhazarikaofficial8711 Před 14 dny

      এবাৰ বৰপেটা,ধুবুৰী,মঙলদৈ ৰ ফালে আহিবা ডাঙৰীয়া তোমাৰ এই বুদ্ধিজীৱী টাইপ চিন্তা বাহিৰ হৈ যাব পোকৰেদি। কত আছা হে বাস্তব অনুভব কৰিবা বেছিদিন নাই

  • @deepjyotigogoi5576
    @deepjyotigogoi5576 Před 15 dny

    Hangbadik jonok bohut val lagil

  • @ForidulIslam-zy9fd
    @ForidulIslam-zy9fd Před 15 dny

    Borhia kotha koise 😊😊🎉🎉🎉

  • @RatulChetia-p2v
    @RatulChetia-p2v Před 15 dny

    Hakalut কৈ ডাঙৰ কথা যি hokol মিয়া contractors আছে akhomiya hokolat কামত ৰাখিব নিবিচাৰে

  • @DoleyTulan
    @DoleyTulan Před 15 dny +1

    Ujjoni axom t miya takibo nalage....

  • @AsifKhan-fk6jc
    @AsifKhan-fk6jc Před 15 dny

    Ami.kheti.korile.Lebel.kone.dibo.Lokel.dadagi.kone.koribo

  • @none6846
    @none6846 Před 13 dny

    Eta bhatta,zamato,Swiggy,mas, sobji,automobile garag,driving profession adit gutey thait illegal bangladeshi aru rohingiyar koobbja hoise.

  • @AsifKhan-fk6jc
    @AsifKhan-fk6jc Před 15 dny

    Moi.ajon.goriwa.amar.ewat.kuno.manuhr.majot.bivet.nai.apunaloke.anekoi.ani.ase.apunalokr.poriyal.bor.thik.krok.pisot.anok.upodekh.dibo

  • @murakibali9598
    @murakibali9598 Před 15 dny

    Wining of Gourab is d rout couse .So cold miyas r invited to upper by d contractors for infustructures development.Aggrr stion of Corporates on Mama's blessings.A ctually to suppress mamis property,Flood.Unemployment. CA,Smart metre, Citizenship to Bangladeshi etc

  • @nripenborgohain201
    @nripenborgohain201 Před 13 dny

    যি কেইখনত মিঞা দ্বাৰা পৰিচালিত হয় বুলি বিশ্বাস কৰা হৈছে ই আমাৰ ভবিষ্যতৰ কল্যাণৰ বাবেই NRC প্ৰয়োগ কৰিলেহে উত্তৰ পাম । কথাটো হ'ল ৰাজনৈতিক মে'ৰ পাকত পৰিছে।

  • @asimsk6630
    @asimsk6630 Před 15 dny +9

    Jabse bjp aye tab se hindu muslim

    • @anilgoswami2238
      @anilgoswami2238 Před 15 dny

      👌👌👌👌👌👌👌👌👌

    • @Smrity1997
      @Smrity1997 Před 15 dny

      কংগ্ৰেছে অকল মুছলিম মুছলিম কৰিছিল বিজেপি যে যদি হিন্দু মুছলিম কৰিছে মানে সৱক লৈ চলিছে।

  • @Rahulkisupp2
    @Rahulkisupp2 Před 14 dny

    Smart miter andulon kot gol