বৈষ্ণৱ পণ্ডিত প্ৰয়াত সোণাৰাম চুতীয়া ককাৰ এটি হৃদয়স্পৰ্শী ভাষণ//সোণাৰাম চুতীয়া// Sunaram Chutia

Sdílet
Vložit
  • čas přidán 6. 09. 2024

Komentáře • 305

  • @sabitakalita6981
    @sabitakalita6981 Před 2 lety +5

    কৃষ্ণ । প্রয়াত পৰম সন্মানীয় সোনাৰাম চুতীয়া বাপ জনাৰ লগত মোৰ দেখা সাক্ষাত নহল। নামটোহে শুনি আছিলো । বাপজনাৰ বক্তব্য শুনি বহুত ভাল লাগিল । বহুত বহুত সেৱা জনালোঁ ।কৃষ্ণ 🙏🏻

    • @user-dn6we3xo2y
      @user-dn6we3xo2y Před měsícem

      Krishna krishna,🙏 Sunaram chutia prabhujonak amaru log puwa nohol dekha puwa nasilu tothapiu koka aru pehi hotr mukht huna paisilu prabhujona gunanugorima kotha aru aji dekha palu krishna 🙏🙏🙏

  • @user-sp7ec1fb4s
    @user-sp7ec1fb4s Před 4 měsíci +3

    মাধৱ ... কৃষ্ণ... কৃষ্ণ...

  • @tapansaikia6551
    @tapansaikia6551 Před 2 lety +5

    প্ৰয়াত বৈষ্ণৱ পণ্ডিত বাপ. জনাৰ মন প্ৰাণ শাত পৰা ভাশন শুনি ধন্য হলো কৃষ্ণ বাপ

  • @binakumarigogoiborah8407

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻বাপজনাৰ মহান ভাষণে সমস্ত জনগণক মুগ্ধ কৰিব পাৰিছিল 🙏🏻🙏🏻🙏🏻 কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻

  • @pradipgogoi3182
    @pradipgogoi3182 Před rokem +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপ জনালে সেৱাহে জনাইছো।

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 Před 3 lety +35

    কৃষ্ণ, প্ৰয়াত সন্মানীয় চুতীয়া প্ৰভুজনাৰ অমূল্য ভাষন ভাগ শুনিবলৈ পায় আনন্দিত হলো, মৰণোত্তৰভাৱে তেখেতলৈ স্ৰদ্ধা জনালোঁ, কৃষ্ণ 🙏

  • @runumiboruah9879
    @runumiboruah9879 Před 3 lety +25

    মৰণোত্তৰ ভাবে কোটি কোটি প্ৰণাম জয় গুৰু শংকৰ,কৃষ্ণ কৃষ্ণ কৃষ্ণ

    • @joygurusankar2224
      @joygurusankar2224  Před 3 lety +2

      কৃষ্ণ মাধৱ

    • @BtthFactsFun4u
      @BtthFactsFun4u Před 11 měsíci

      ​@@joygurusankar2224bap এই অনুষ্ঠানটি কৰ আছিলে জনাব sun অলপ মান কৃষ্ণ 🙏

  • @pranjoldutta7038
    @pranjoldutta7038 Před 2 lety +4

    ঁ ককাৰ এই সুন্দৰ ভাষণ শুনিবলৈ পাই বৰ সন্তোষ পালোঁ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿ককা তুমি যতেই আছা শান্তি আৰু বৈকুণ্ঠত থাকা 🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @netraprasadsaikia3193
    @netraprasadsaikia3193 Před 3 lety +14

    ক়্ষ্ণ ক়্ষ্ণ সেৱাভাগি আগবঢ়ালোঁ ! সুন্দৰ উপস্থাপন বৰ ভাল লাগিল ! 🙏🙏🙏

  • @nayandutta8288
    @nayandutta8288 Před 3 lety +2

    পৰম পূজ্য জনাক মৰনোত্তৰ ভাৱে দেখি আৰু তেখেতৰ মূল্যবান কথা খিনি শ্রৱণ কৰি পৰম আনন্দ লভিলো জয় গুৰু শঙ্কৰ

  • @umeshchandradutta9187
    @umeshchandradutta9187 Před 3 lety +12

    Heartwrenching speeches delivered by late Sunaram Chutia will be remembered for all times to come.I have paid my humble regards to him.

  • @sasadharrajbangshi4147
    @sasadharrajbangshi4147 Před rokem +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏🙏 প্ৰভু‌ ভগবনত্ন আপোনাৰ চৰন পঙ্কজ প্ৰনাম জনালো অ হৰি অ ৰাম কৃষ্ণ

  • @Anupama065
    @Anupama065 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ প্ৰভু জনাক শ্ৰদ্ধাৰে ভক্তি ভৰা সেৱা জনাইছোঁ 🙏

  • @user-dn6we3xo2y
    @user-dn6we3xo2y Před měsícem +1

    Krishna krishna 🙏🙏 sata koutri pranam sradhar Prabhujona sarant

  • @junumonisaikia2500
    @junumonisaikia2500 Před 2 lety +1

    কৃষ্ণ !মহাপ্ৰভূচুতীয়া ককাৰ ভাষণ শুনি পৰম আপ্লুত হ'লো ।মৰণোত্তৰ ভাৱে প্ৰভুজনাৰ শ্ৰী চৰণলৈ সেৱা নিবে দিলো ।জয় গুৰু শঙ্কৰ ।

  • @banamalikakati356kviews2
    @banamalikakati356kviews2 Před 2 lety +1

    কৃষ্ণ ।সোনাৰাম চুতীয়া বাপৰ ভাষণভাগ শুনি ধন্য হলো ।

  • @khargeswarkalita3502
    @khargeswarkalita3502 Před 3 lety +2

    কৃষ্ণ বাপ কোটি কৌটি প্ৰণাম নিবেদন কৰিলোঁ। কৃষ্ণ।

  • @9.2ksubscriber67
    @9.2ksubscriber67 Před 3 lety +1

    Bap jonor akhari vakhnor kotha khub agrohe vabi asilu aji ai hujug kon palu bohut bohut dhoinyobad apunaloi sunaram kokar soront hewa jonalu.krisno🙏🙏🙏

  • @debaphukan489
    @debaphukan489 Před rokem +1

    কৃষ্ণ কৃষ্ণ জয়গুৰু শঙ্কৰ বাপজনলৈ সেৱানিবেদিলো🙏🙏🙏🙏

  • @nirugogoi4576
    @nirugogoi4576 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ প্ৰভু ৰ লীলা বহুত ভাল লাগিল

  • @tarunloying7732
    @tarunloying7732 Před rokem +1

    কৃষ্ণ কৃষ্ণ প্ৰয়াত প্ৰভূজনাৰ গুৰু গম্ভীৰ ভাষণে আমাৰ বাবে বহুত আৰ্শীবাদ।

  • @anjankumardeka3457
    @anjankumardeka3457 Před 2 lety +3

    ককা তুমি সদায় নতুনত্ব...জয় গুৰু

  • @robisonpegu9619
    @robisonpegu9619 Před 2 lety +2

    বাপ শুনি বশুত বশুত ভাল লাগিল ধন্য ধন্য ।

  • @dhrubajyotidas4523
    @dhrubajyotidas4523 Před 3 lety +4

    Krishna o hori o ram .bap apunar srisaranat 100 kouiti pranam bap

  • @bhupendas3078
    @bhupendas3078 Před 3 lety +7

    Great work,praise The Almighty God

  • @blulifeproduct1676
    @blulifeproduct1676 Před 3 lety +2

    শুনি বহুত ভাল লাগিল । কৃষ্ণ ।

  • @brojenkhargharia15
    @brojenkhargharia15 Před 20 dny +1

    Ha ata purus bapjonaloe pronam joi guru sonkor

  • @bhaity89
    @bhaity89 Před 3 měsíci +1

    কৃষ্ণ কৃষ্ণ

  • @kalichandika1676
    @kalichandika1676 Před 2 lety +2

    ধন্য হ'লো। কৃষ্ণ।

  • @bharatphukan5533
    @bharatphukan5533 Před 2 lety +3

    শব্দহীন সেৱা আগবঢ়ালো 🙏🙏🙏

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před rokem +1

    আন্তৰিক শ্ৰদ্ধা নিবেদিলো, কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @majulidekalora1397
    @majulidekalora1397 Před 9 měsíci +1

    জয় একশৰন ভাগৱতী সমাজ অসম মাজুলী ঢেকীয়াজুলী ❤

  • @anjanarupadas6601
    @anjanarupadas6601 Před 3 lety +1

    কৃষ্ণ,বৈকুণ্ঠ গামী আত্মালৈ শত -সহ স্ৰ প্ৰণাম।জীবৰ মূখ্য কৰ্ম,জীব তাৰণৰ উপায় আৰু মোক্ষম লাভ ৰ উপায় দিছে।তেখেতৰ আহ্বান,প্ৰয়াস ক শ্ৰদ্ধা জনাইছো।সকলোকে আদৰ্শ অনুকৰণ ৰ বাবে প্ৰাৰ্থনা জনালো।🙏কৃষ্ণ।

  • @niradadas3379
    @niradadas3379 Před rokem +1

    শুনিবলৈ পাই নিজকে ধন্য মানিছোঁ ।

  • @amritkalita7315
    @amritkalita7315 Před 2 měsíci +1

    কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ।

  • @satyajitchoudhury4112
    @satyajitchoudhury4112 Před 3 lety +4

    জয় গুৰু শংকৰ ।কৃষ্ণ 🙏🙏

  • @dhirajmusical4055
    @dhirajmusical4055 Před 2 lety +1

    তেখেতৰ কথা মা-দেউতাৰ মুখৰ শুনিয়ে থাকো আজি দেখি বহুত ভাল লাগিল মনটো।

  • @snakul2196
    @snakul2196 Před 2 lety +1

    কৃষ্ণ 🙏 তেখেতৰ বিদেহী আত্মাৰ চিৰ মুক্তি লাভ হওক 🙏

  • @nirubora3660
    @nirubora3660 Před 2 lety +2

    ককাৰ আদ্ৰশ মূলক ভাষন শুনি আপ্লুত হলো। তেখেত যতে আছে ততে শান্তীত থাকক।

  • @ganeshbaruah8925
    @ganeshbaruah8925 Před 3 lety +1

    বাপজনাৰ অমুল্য ভাষন ভাগ শুনি আপ্লুত হলো। জনিবৰ ইচ্ছা থাকিল এই অমুল্য ভাষন ভাগ কেতিয়াৰ আৰু তেওঁৰ কেতিয়া বৈকুণ্ঠ প্ৰয়ান হৈছে।

    • @joygurusankar2224
      @joygurusankar2224  Před 3 lety +3

      সোণাৰাম চুতীয়া (৮ জুন, ১৯১৫, মৃত্যু: ৩০ জানুৱাৰী, ২০১৩) একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল। তেখেতে ন-বাৰকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ (পূৰ্বৰ শ্ৰীশ্ৰী সংঘৰ) পদাধিকাৰৰ দায়িত্ব বহন কৰি তেখেতে এই সংগঠনক উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় সংগঠনৰূপে উন্নীত কৰি তুলিছিল।তেখেতে অসম চৰকাৰৰ পৰা ২০০০ চনত কেবিনেট মৰ্যদাসহ শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল। তেখেতে বাৰখন গ্ৰন্থ ৰচনা কৰাৰ উপৰিও চাৰিকুৰিৰো অধিক প্ৰবন্ধ লিখিছিল। বৈষ্ণৱ দৰ্শনত অগাধ পাণ্ডিত্যৰ বাবেই শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই তেখেতক বৈষ্ণৱ পণ্ডিত উপাধিৰে বিভূষিত কৰিছে।
      বঁটা আৰু পুৰস্কাৰ
      ২২ আগষ্ট ১৯৭২ চন : ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে তাম্ৰপত্ৰেৰে সন্মানিত হৈছিল।
      ৯ আগষ্ট ১৯৯৩ চন : অসম চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে সম্বৰ্ধিত হৈছিল।
      ২০ ফেব্ৰুৱাৰী ১৯৯৪ চন : শ্ৰীশঙ্কৰ সংঘৰ দ্বাৰা, সংঘৰ সৰ্ব্বোচ্চ সন্মান শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছিল।
      ২০০০ চন : অসম চৰকাৰৰ দ্বাৰা শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা প্ৰদান কৰা হৈছিল।
      ২০০৫ চন : যোৰহাটস্থ একলব্য আৰু উত্তৰ-পূব গৱেষণা মঞ্চৰ দ্বাৰা 'দলিত দৰদী' অভিধা প্ৰদান৷
      ২০১২ চন : যোৰহাট জিলা সাহিত্য শাখাৰ দ্বাৰা 'যোৰহাট ৰত্ন' উপাধি প্ৰদান৷
      ইয়াৰ উপৰিও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা মান-পত্ৰ আৰু সম্বৰ্দ্ধনা আদি লাভ কৰে৷

    • @mukheswarkonwar9754
      @mukheswarkonwar9754 Před 3 lety

      @@joygurusankar2224 কৃষ্ণ,পৰম স্ৰদ্ধাৰ বৈষ্ণৱ গুৰু জনাৰ বিষয়ে বিষদভাৱে জনোৱাৰ বাবে অনুস্থানৰ উদ্যোক্তা সকললৈ সশ্ৰদ্ধ ওলগ যাচিলো, কৃষ্ণ 🙏

    • @rubulgogoi3100
      @rubulgogoi3100 Před 2 lety

      Dhanyabad shata koti pranam

  • @manjulabora8219
    @manjulabora8219 Před 2 lety +2

    জয় গুৰু শঙ্কৰ 🙏🙏 মৰণোত্তৰ ভাৱে গুৰু জনালৈ প্ৰনাম 🙏🙏

  • @niradadas3379
    @niradadas3379 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বৈকুণ্ঠৰ 4:51
    পৰা আশীৰ্বাদ কৰক প্ৰভু

  • @nipendas4865
    @nipendas4865 Před 3 lety +5

    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ❤️❤️❤️

  • @khargeswarnath2624
    @khargeswarnath2624 Před 2 lety +7

    হে মহান , আপোনাৰ সু স্বাস্থ্য কামনা কৰিছো আৰু সেৱা জনাইছোঁ 🙏🙏🙏🙏🙏🙏 প্ৰণাম 🙏🏼

  • @banitadutta2018
    @banitadutta2018 Před 2 lety +2

    Krishna Krishna pitai🙏🙏 god bless you 🙏🙏🙏

  • @lovewithpdas4815
    @lovewithpdas4815 Před 2 lety +2

    অমূল্য ৰত্নৰ পৰলোকপ্ৰাপ্তি শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ বাবে অতিশয় অভাৱনীয় । তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদিছো ।

  • @hitreswarphukan9895
    @hitreswarphukan9895 Před 3 lety +4

    অতি সুন্দৰ । "ঔঁম শান্তি

  • @Statusking-ur9gd
    @Statusking-ur9gd Před rokem +1

    He abotari mahan purush apunak hatokuti pronam joi guru hankor krishno krishno 🙏🙏🙏❤️

  • @rajendehingia4450
    @rajendehingia4450 Před 2 lety +1

    ককাদেউতাৰ ভাষন শুনি নিজকে ধন্য মানিলো। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @lakhyagayan734
    @lakhyagayan734 Před rokem +1

    কৃষ্ণ কৃষ্ণ প্ৰভু যতে আছে কুশলে থাকক

  • @nritamahanta3004
    @nritamahanta3004 Před 2 lety +2

    আপোনাক আমি নাপালো কিন্তু আপোনাৰ লেখা আমাৰ হাতত বিদ্যমান।ধন্যবাদ বাপ ঈশ্বৰ।

  • @aairumidutta3711
    @aairumidutta3711 Před rokem +1

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলো কৃষ্ণ

  • @budheswargogoi300
    @budheswargogoi300 Před 2 lety +2

    কৃষ্ণ।

  • @akanshasaikia8956
    @akanshasaikia8956 Před 3 lety +6

    কৃষ্ণ🙏

  • @dipokgogoi202
    @dipokgogoi202 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ তেৰাৰ আত্মাই চিৰশান্তি লাভ কৰক

  • @parijatkalita2654
    @parijatkalita2654 Před 3 lety +1

    Krishna 🙏 bohut val lagil huni horute koka k log paisu adhibekhanot , bohut val lagile video2t ako koka k dekhi krishna joy guru sankar 🙏🙏🙏

  • @jahnabichutia6380
    @jahnabichutia6380 Před 2 lety +2

    জীবন সাৰ্থক হ'ল

  • @MonuramChutia-jr1jw
    @MonuramChutia-jr1jw Před 3 lety +1

    He. Prabhu. Dhonya.apuni.dhanya.mohan.apuni.apunar.soranot.pranam.prabhu.

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Před rokem +1

    Krishna krishna baap shwa gonalu joy guru Shankar

  • @uttambhuyan6413
    @uttambhuyan6413 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @krishnatamang7248
    @krishnatamang7248 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ বাপ স শ্রদ্ধ প্রণাম জনালোঁ 🙏🙏কৃষ্ণ।
    🙏জয় গুৰু শঙ্কৰ 🙏

  • @nibirentertainment8672
    @nibirentertainment8672 Před 3 lety +3

    Krishno probhu ...🙏🙏🙏🙏🙏

  • @PankajKalita700
    @PankajKalita700 Před rokem +1

    Krishna Bap

  • @nareswarbarman9048
    @nareswarbarman9048 Před 2 lety +1

    Ati sundar. 🙏🙏🙏🙏

  • @rumiborah7914
    @rumiborah7914 Před 3 lety +4

    জয় গুৰু শঙ্কৰ।🙏🙏🙏🙏

  • @priyajyotirajkhowa.8222
    @priyajyotirajkhowa.8222 Před 3 lety +2

    শুনি ভাল লাগিলে কৃষ্ণ

  • @mahendradas3820
    @mahendradas3820 Před 2 lety +1

    কৃষ্ণ, "জয় গুৰু শংকৰ"।

  • @bhaskarmahanta6933
    @bhaskarmahanta6933 Před 2 lety +14

    আজিৰ পৰা প্ৰায়৩০বছৰ মান হল প্ৰভুজনা গুৱাহাটি লৈ আহোতে আমাৰ তিনি ভাই ককাইক গৃহ লৈ আহি শৰন ভজন কৰাইছিল।তেতিয়াই উমান পাইছিলো প্ৰভুজনাৰ অগাধ গ্যানৰ।গুৰু দুজনাৰ পৰম ভক্ত।বাবেই ৯০ বছৰটো ভাষন দিব পাৰিছিল।জয় গুৰু শঙ্কৰ।বাপ জনা যতে আছে সুখ শান্তিত থাকক।কৃষ্ণ ।

  • @bananidas7832
    @bananidas7832 Před 9 měsíci +1

    Krishna bap

  • @tarundas3132
    @tarundas3132 Před 3 lety +2

    God bless you koka........

  • @sewaliborah4728
    @sewaliborah4728 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষয়❤❤❤❤❤

  • @keshabkalita6159
    @keshabkalita6159 Před 2 lety +1

    Pranaam boisnob baap guru jona apuni xantit thakok

  • @padmeswerkachari5945
    @padmeswerkachari5945 Před 3 lety +2

    Krishno.guru.jon

  • @bhoratdoley1486
    @bhoratdoley1486 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ অমৃত বাণী ৷

  • @ridipmaina3827
    @ridipmaina3827 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ, সেৱা জনালো

  • @muninbarman7828
    @muninbarman7828 Před 3 lety +1

    কৃষ্ণ বাপজনাক সেৱা জনালো৷

  • @trailokyasirmaths.8618
    @trailokyasirmaths.8618 Před 3 lety +6

    Krishna Krishna.joi guru Sankar

  • @basundharikakati2310
    @basundharikakati2310 Před 3 lety +1

    কৃষ্ণ কৃষ্ণ , জয় গুৰু শঙ্কৰ ।

  • @dimbeswarigogoi6683
    @dimbeswarigogoi6683 Před 3 lety +6

    Mohan gurujoner soronot hewa jonaisu ,krishna

  • @tileswarpegu7640
    @tileswarpegu7640 Před 2 lety +2

    Great

  • @rubulbora1146
    @rubulbora1146 Před 3 lety +2

    অতিশয় মনুৰম ভাষণ ।

  • @hirokworld4250
    @hirokworld4250 Před 3 lety +1

    Krishno Krishno pranam apunak 🤩🙏🙏🙏

  • @manujkalitamanujkalita6525

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏

  • @prostutigogoi5202
    @prostutigogoi5202 Před 3 lety +1

    বৈকুণ্ঠী প্ৰভু জনালৈ মনত পৰি থাকে ৷সৰুতে মা হতৰ লগত অধিবেশনলৈ যাওঁতে তেখেতৰ হৃদয়স্পৰ্শী ভাষন শুনিছিলো ৷ আজি আকৌ তেখেতৰ ভাষন শুনি সুৱৰিছোঁ কৃতাৰ্থ হৈছো ৷কৃষ্ণ কৃষ্ণ !

  • @gayatritamuly2780
    @gayatritamuly2780 Před 2 lety +1

    Krishna prabhu vogoban apuni boikunthot thakok sewa lobo

  • @shrawanengti8883
    @shrawanengti8883 Před 2 lety +2

    আন্তৰিক শ্ৰদ্ধা ও প্ৰণাম জনালোঁ 🙏🙏🙏

  • @bhupenchandradas5752
    @bhupenchandradas5752 Před 2 lety +1

    Thanks for kaka good pray to God

  • @dimbeswaripatardeka2793
    @dimbeswaripatardeka2793 Před 2 lety +1

    🙏 Oum santi Oum santi Krishna 🙏

  • @debaphukan489
    @debaphukan489 Před 2 lety +1

    জয়গুৰু শঙ্কৰ কৃষ্ণ কৃষ্ণ

  • @jaganathsonowal6148
    @jaganathsonowal6148 Před 3 lety +1

    🙏🙏🙏🙏সেৱা নিবেদিলো কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @babitaborah51
    @babitaborah51 Před 3 lety +2

    কৃষ্ণ কৃষ্ণ সহস্ৰ প্ৰণাম ।

  • @marybora1795
    @marybora1795 Před 3 lety +2

    🙏🙏🙏xewa he jonalu ❤️❤️👍l🙏🏾

  • @junalimech7243
    @junalimech7243 Před 3 lety +1

    Kirshna kirshna bapjanaa kirshna. Kirshna (kirshna baphamasta aayemaatiri hamasta kirshna kirshna 🙏🙏🙏🙏🙏🙏

  • @saratchandraroyprodhani985

    অমিয় সুধা স্পর্শ নিগৰা ...।
    জয়গুৰু....

  • @dharanidhardeka141
    @dharanidhardeka141 Před 2 lety +2

    All the best

  • @chandramaborah3577
    @chandramaborah3577 Před 3 lety +1

    Pranam Gurujonoloi, Akha koru Gaon burot Hari nam prochar korile khub Val Pam. Aghor achil obhekhot upai napai Ari dele. Apunaloke Bhakta burok Ari nidib akol horiyakoi.
    Ghore ghore Bhagawatam porhiboloi
    Bhagawat print korok.
    Krishna Danwat Pranam 🙏🙏🙏
    From Delhi.

  • @rupjyutisaikia3124
    @rupjyutisaikia3124 Před 3 lety

    Krishna. Jai guru Shankara. Proyat
    Bap jonar vashan huneb pai bht Sontush lovelu takhator attmai shanti pauk krishna

  • @bedadipupadhyaya9799
    @bedadipupadhyaya9799 Před 2 lety +1

    অতি উত্তম ।

  • @prasannadaimary7872
    @prasannadaimary7872 Před 2 lety +1

    🙏🙏🙏

  • @sibangisishtha1640
    @sibangisishtha1640 Před 2 lety +2

    Jai jai jai jai shree krishna 🙏🙏🙏🙏🙏