ভূমিত পৰীয়া অৰ্জুনে কান্দৈ।। কামৰূপী লোকগীত।। Priyanka kalita
Vložit
- čas přidán 9. 09. 2024
- ভূমিত পৰীয়া অৰ্জুনে কান্দৈ।। কামৰূপী লোকগীত।। practice time ।।
ভূমিত পৰীয়া অৰ্জুনে কান্দৈ
হা প্ৰাণনাথ হৰি ।
তুমি অবিহনে ক্ষণেক নিজিও
কেসনে যায়বো মৰিও।।
ঋষি পত্নী গণ নৰনাৰায়ণ ও
আখি পাইলা চাৰিজন ।
কিবা অপৰাধ কৰি আছোঁ আমি
বাপ গুৰু জনাৰ্দন ও ।।
ঋষি পত্নী গণ নৰনাৰায়ণ ও
সবে ভৈলা এক ঠাই।
অৰ্জুনক বেৰিয়া কান্দিবে লাগিলা
কৃষ্ণৰ গুণ গাই ও।।
এহি সময়ত দাৰুকে আসিয়া ও
কৃষ্ণত পুছিলা কথা।
সেহি সময়ত দেখিবে নাপালোঁ
দান বান্ধৱৰ অৱস্থা ও।।
#youtube #singwithpriyanka #song #music #assam #assamesesong #floksong #flok #flok #kamrupilokogeet #lokogeet #কামৰূপীলোকগীত #oldsong #ভক্তিমূলকগীত #হৰিনাম #shortvideo #viralvideo #viralshorts #reels #reelsvideo #reelassam #reelsinstagram #classicalmusic #music #vocals #dotora #voice #cannoncamera #lyrics
খুৱ সুন্দৰ হৈছে।
ধুনীয়া কৈ গাইছে পাই
Val lagsi suni.😊
Bohiya lagil bohiya
Bhut Val lagise❤
Dhuniya lagsi
অতি সুন্দৰ কণ্ঠ ও পৰিবেশন । উজ্জ্বল ভৱিষ্যত কামনাৰে---
BAHUT SUNDAR KONTHA ,Bhal hoise.Thank u
Awesome, nice voice, God bless you👍
Oti xundor.
সুন্দৰ
কন্ঠ ভাল বাদ্যযন্ত্ৰ দৰকাৰ
ইমান ধুনীয়াকৈ গাইছা,
মন প্ৰাণ সৰি নিছা অ,
তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো
ধন্যবাদ ।
Sweet voice
Jay Krishna Guru Dhuniya hoise
Fine voice
❤❤❤
Nice songs
Moja
❤
কৃষ্ণ । সুন্দৰ কণ্ঠ । আগবাঢ়ি যোৱা । আশীৰ্বাদ ও শুভেচ্ছা থাকিল ।। কৃষ্ণ।।
Sundar
Iloveyoutobeautiful💕❤️💖🌹👍🏼
Nice
কণ্ঠটি সচাঁই অতুলনীয় সুন্দৰ ।
লোক গীত বহুত ভাল লাগে তোমাৰ কন্ঠ অতি সুন্দৰ আগ বাঢ়ি যোৱা❤❤🎉🎉🎉
Very nice. Once again .Priyanka .
Atulanio tumar. Prayakh Krishna
ধুনিয়া.হয়চে
আপোনাৰ.থিকনাতু.দিব
Dotora tu belegar dara bojai tumi free hoi git tu gai dile aru Sundar hol hoi moi vabo.,.baki Val hoise.,❤
❤❤❤
সুন্দৰ ,
ভাল লাগিল।