Mur Bukur Pitai | Mayurpankhi Chetia | Manjyotsna Mahanta | Hopun Saikia | Assamese song 2022

Sdílet
Vložit
  • čas přidán 19. 09. 2022
  • 'মোৰ বুকুৰ পিতাই' এতিয়া আপোনালোকৰ!❤ দেউতাৰ ওপজা দিনত দেউতালৈ উপহাৰ হিচাপে তথা পৃথিৱীৰ প্ৰতিজন দেউতা,প্ৰতিগৰাকী জী আৰু গান ভাল পোৱা সমূহ শ্ৰোতালৈ 'মোৰ বুকুৰ পিতাই' আগবঢ়ালোঁ। শুনিব, শুনাব আৰু কেনে পালে আমাক জনাবলৈ নাপাহৰিব।
    গীতটি আজিৰ পৰা প্ৰায় ২০ বছৰ পুৰণি। শ্ৰদ্ধাৰ শিল্পী মনজ্যোৎস্না মহন্ত মেমৰ শাহুআই ঁননীদেৱী গোস্বামী এনাইদেউৱে লিখা আৰু মনজ্যোৎস্না মহন্ত মেমে সুৰ কৰা এই আদৰৰ গীতটোক আপোনালোকৰ আগত পৰিবেশন কৰিবলৈ সুযোগ দিয়াৰ বাবে মনজ্যোৎস্না মহন্ত মেমৰ ওচৰত আমি চিৰকৃতজ্ঞ। ❤
    Song : Mur Bukur Pitai
    Singer : Mayurpankhi Chetia
    Composer : Manjyotsna mahanta
    Lyrics : Nani devi Goswami
    Music : Hopun Saikia
    Bass : Abhinav Bora
    Mixed & Mastered by : Koustav Saikia
    Chorus : Dhanashree Roy,Kakoli
    Uruli : Hoimonti Saikia
    Music Arranged , Produced & Programmed by : Hopun Saikia
    Recorded by : Ikramuddin Lochoor @A2 Studio ,Mumbai
    Hirok @ Studio Blue Raga,Guwahati
    Poster art - Hem ch (Zantu)
    Font Design : Samujjal Saikia
    Animation : Diganta Rowmuria
    Special Thanks : Rahul dey das , Arkadeep Karmakar , Himanshu Chutia Saikia ,Daulat
    Lyrics-
    মোৰ বুকুৰ পিতাই ঐ
    তই হেনো ওলাইছ মোক বিয়া দিবলৈ
    সৰুৰ পৰা তুলি-তালি কৰিলি ডাঙৰ
    আদৌ বুলি মাত মোক কিমান চেনেহৰ
    চোলা আন চাপ দিয়া ফুটুকা ফুটুকী
    জেলেপতে ভৰাই আন ৰঙা চেনীগুটি
    চুচি মালতীৰে টেমা গোন্ধ তেলৰ চিচা
    খেজেনা দিবলে গ'লে আন জিলাৰ পৰা
    পাৰিবিনে চিঙিবলে জৰী মৰমৰ
    মোলৈ হেনো চাইছ তই মেলেটেৰী দৰা
    গাঁৱৰে ছোৱালী গাঁৱতে চাবি দৰা
    কুৰুৱাজনীয়ে কান্দে শিমলুতে পৰি
    নেদেখিলে পিতাই তোক থাকিম কেনেকৰি
    Wynk link: wynk.in/music/album/mur-bukur...
    Gaana Link: gaana.com/song/mur-bukur-pitai
    JioSaavn Link: www.jiosaavn.com/album/mur-bu...
    Resso Link: m.resso.com/ZSRQhAtF2/
    Spotify Link: open.spotify.com/album/3pNDi4...
    Amazon Music Link: music.amazon.in/albums/B0BFZW...
    Boomplay Link: www.boomplay.com/albums/55226...
    Apple/iTunes Link: / mur-bukur-pitai-single
    #assamesesong #assamesesong2022 #newassamesesong #murbukurpitai
  • Hudba

Komentáře • 1,5K

  • @hopunsaikia
    @hopunsaikia Před rokem +253

    Thank you so much everyone for showing so much love to the song .. keep listening #murbukurpitai

    • @OptionBuyerAbhi
      @OptionBuyerAbhi Před rokem +13

      Hopun, appreciate your hardwork. Keep going bro.

    • @mridusmitabaruah607
      @mridusmitabaruah607 Před 6 měsíci +5

      ​@@OptionBuyerAbhimo

    • @mridusmitahazarikabhuyan1975
      @mridusmitahazarikabhuyan1975 Před 6 měsíci

      ​@@OptionBuyerAbhi😊

    • @RimaDas-fk7fw
      @RimaDas-fk7fw Před 6 měsíci +1

      😢🎉😮😮😮🎉😢😮🎉🎉😢🎉😮🎉😢🎉😢😮🎉😢😮😢🎉😮🎉😢😮🎉😢🎉🎉😮😢😢😮🎉😢😮😢😢🎉😮🎉🎉😢🎉🎉🎉😮🎉😮😮😢😢😮🎉🎉😮🎉🎉

    • @nilotpaldeka9347
      @nilotpaldeka9347 Před 5 měsíci

      Bht dhuniya song..lora hoi o buku kopi goixe mr❤

  • @devadiganta9632
    @devadiganta9632 Před měsícem +10

    এই গীতত অসমীয়া সমাজ জীৱনৰ আবেগ অনুভুতি আৰু সৰলতা পবিত্ৰতা সুন্দৰ ভাবে প্ৰতিফলিত হোৱাৰ লগতে সুন্দৰ কণ্ঠই হৃদয় স্পৰ্শ কৰিলে।

  • @indranisarmah7563
    @indranisarmah7563 Před 7 měsíci +9

    "মোৰ বুকুৰ পিতাই অ'
    তই হেনো ওলাইছ মোক বিয়া দিবলৈ"
    Ufff....যিমান বাৰ শুনিছো শাৰী দুটা প্ৰতি বাৰে বুকু খন বিষায়।ভাবিলেই ভয় লাগে চোন সেই দিনতোৰ কথা

  • @user-wl5jp8hh6z
    @user-wl5jp8hh6z Před 3 měsíci +8

    ময়ূৰ, তোমাৰ কণ্ঠৰ পৰা নিগৰি ওলোৱা গীতটিয়ে বহুতকে কন্দোৱাইছে আৰু কন্দোৱাব ।তাৰে প্ৰমাণ আমাৰ ইয়াত বিয়া এখনত দেখা পালো । গাওঁ সমাজলৈ উপহাৰ দিলা ।বহুত ধন্যবাদ ও আৰ্শীবাদ নিবেদিলো ।

  • @debajitrock
    @debajitrock Před 7 měsíci +17

    সুন্দৰ,,,💔যদিও মই লৰা,, তথাপিও বুকু বিষাই যায় ,এনেকুৱা গান শুনিলে,,,💔গানেৰে ছোৱালীৰ জীৱন এটা সুন্দৰ ভাৱে উপস্থাপন কৰাৰ বাবে, আপোনাক ধন্যবাদ💔💔💔

    • @priyankabarman5096
      @priyankabarman5096 Před 7 měsíci

      ছোৱালীৰ মণ বুজা লৰা ও আছে মানে

  • @UtpalHazarka
    @UtpalHazarka Před 2 měsíci +17

    2024ত কোনে কোনে খুনিচা লাইক কৰা😊

  • @DayWithParismita
    @DayWithParismita Před 7 měsíci +10

    এইবোৰ হে‌ গান❤❤❤😢
    আজি কালি গান বোৰত কি কি যে শব্দ

  • @user-kk3hb9bg9p
    @user-kk3hb9bg9p Před měsícem +8

    Ufff. ki gaan❤❤. Mur 5 bosoriya swali ajoni ase taiu buji pai. Gan tu logale tai bor dukh kore😊

  • @panktineog1141
    @panktineog1141 Před 8 měsíci +9

    দেতা 😧😧 মোৰ গোটেই আয়ুস লাগি যাওক তোমাৰ। মোৰ জীৱনৰ সকলোতকৈ বেছি প্রিয় মানুহজন তুমি

  • @PahiPhukan-zl9zs
    @PahiPhukan-zl9zs Před měsícem +5

    কি যে মধুৰ কন্ঠৰ তাতে আকৌ ইমান ধুনীয়া সংগীত,❤ প্ৰতি জনী ছোৱালীৰ জীৱনৰ লগত তুলনা কৰিবৰ পৰা এটি অতি হেঁপাহ ৰ আৰু মৰমৰ দেউতাৰ লগত কটোৱা মধুৰ মূহুতৰ বোৰৰ কথা প্ৰকাশ পাইছে ❤❤❤

  • @jitudas1622
    @jitudas1622 Před 15 dny +3

    এটি সুন্দৰ গীত আৰু কন্ঠ মনতো ভাল লাগিছে ❤

  • @trishnadeka1509
    @trishnadeka1509 Před 3 měsíci +9

    বেলেগৰ কি নাজানো। কিন্তু প্ৰত্যেকগৰাকী নাৰীৰে এই গীতটি শুনিলে ভাবিলে বুকুখন কিবা বিষাই যায় ❤

  • @khanjanaduwarah6759
    @khanjanaduwarah6759 Před 5 měsíci +16

    ছবিখনৰ চিত্ৰকাৰ আমাৰ ভাইতি.....শদিয়াৰ জান্টু

  • @kamaljyotidas2448
    @kamaljyotidas2448 Před 7 měsíci +9

    Ki je kom eman dhuniya lagise gaan Tu deutar kotha koboloi bhaxa nai teu Tu mur kolijar tukura❤❤

  • @kamaldas963
    @kamaldas963 Před 5 měsíci +9

    Baki bad bhte Mojja lgise ❤❤❤❤ gan to vl lga bure like kra sun

  • @pallabipolhazarika6047
    @pallabipolhazarika6047 Před 2 měsíci +4

    দেউতা❤❤❤❤❤❤ভগৱানে চিৰদিন ভালে ৰাখক ❤❤

  • @user-pe3tz6zi8c
    @user-pe3tz6zi8c Před 5 měsíci +8

    মৰমৰ ছোৱালী জনীক বিয়া দিবলৈ ওলোৱা সময় খিনি এজনৰ পিতৃৰ বাবে বৰ কষ্টকৰ অ ।
    প্ৰতিজন বুকুৰ পিতাই ভালে কুশলে থাকক ❤️🙏🥺

  • @axomiyasuwalijusmi9137
    @axomiyasuwalijusmi9137 Před rokem +5

    মন্তৰ চুই গৈছে🥺 প্ৰত্যেক গৰাকী ছোৱালীয়ে ভাল পাব শুনি ❣️

  • @sowravchangmai7657
    @sowravchangmai7657 Před 3 měsíci +10

    Moi lora hoiu gaan2 huni bahut sokupani ulai jai.bahut mon kumol kori diye gaantue..hosa dai ghr ari juwa suwalibur ghrkhonor dukh

  • @user-qs1sj4di5h
    @user-qs1sj4di5h Před 2 měsíci +4

    বৰ সুন্দৰ হৈছে গীতটো , বুকু ভৰি গ'ল ❤️❤️😘😘 বহুত বাৰ শুনিলোঁ একেৰাহে...

  • @DkVlogswithDipankar
    @DkVlogswithDipankar Před 3 měsíci +6

    ইমান সুন্দৰ কণ্ঠৰে সৈতে গানটো বহুত ধুনীয়া কৈ উপস্থাপন কৰিছে বহুত বহুত ধুনীয়া লাগিল বাইদেউ।

  • @mrinmaykalita9403
    @mrinmaykalita9403 Před 7 měsíci +7

    কমেন্ত পঢ়ি এনে লাগিছে মই বিয়া নাপাটো নেকি।। নহৈ মানে সঁচা কে বহুত মন টো বেয়া ।। ছিংগাৰ তোৰ মাত ইমান মিঠা ❤❤

  • @user-ih3xh1zl2y
    @user-ih3xh1zl2y Před 7 měsíci +7

    গানটো শুনি সদায়ে এসোঁতা কান্দোঁ যেন মোৰ বিয়াহে ...বিয়া বুলি ক’লে কান্দিব লগাকৈ সৰু হৈ থকা নাই বাৰু ৷ আনৰ হিচাপত বিয়াৰ বয়স উকলিবৰে হ’ল ৷ তথাপিও কিয় জানো বিয়াৰ কথা ওলালে বা বিয়ানাম শুনিলেই কান্দোন ওলাই ভয়তে নে দুখতে নাজানো ৷

  • @assamvromonaxom
    @assamvromonaxom Před 3 měsíci +5

    ইমান সুন্দৰ হৈছে ,কবলৈ ভাষা নাই

  • @mousumikalita2973
    @mousumikalita2973 Před 6 měsíci +5

    গানটো যেতিয়াই শুনো বুকুখন বিষাই যায়, দেতালে মনত পৰি , বিয়া হোৱাৰ 3 বছৰ হল আৰু দেতা 7 মাহৰ আগত ধুকাল😢😢

  • @Abongohain
    @Abongohain Před 7 měsíci +6

    সহজ-সৰল গাঁৱলীয়া ছবি প্ৰকাশিত গীত ,যি গীতে অসমীয়া ছোৱালীক সুন্দৰকৈ উপস্থাপন কৰিছে ....সঁচাই ভাল গীত❤

  • @deepjyotiborah6374
    @deepjyotiborah6374 Před 7 měsíci +7

    বুকুত লাগি গৈছে,তিনিজনি বাইদেউক বিয়া দিছো ,বহুত কষ্টকৰ দিনকেইটা ।

  • @Gaming.sortss
    @Gaming.sortss Před 5 měsíci +3

    গান টো শুনি শৈশৱ লৈ মনত পৰি গ'ল। সৰু তে আমাক দেউতাই বিহুত পিন্ধিবলৈ ফ্ৰক আনি দিছিল।দেউতাই যি ক্ৰিম আনি দিয়ে সেইটোৱেই মুখত সানিছিলো। বহুত ভাল পাওঁ দেউতাক।

  • @hemkantaborah2503
    @hemkantaborah2503 Před 7 měsíci +35

    Nijor maa deutar homan kuneu morom dibo nuware😢

    • @dhunjayashree4252
      @dhunjayashree4252 Před 7 měsíci

      Nuware

    • @rumimahanta6153
      @rumimahanta6153 Před 4 měsíci +2

      Xosa kotha 😢

    • @user-dq2jj1dc7p
      @user-dq2jj1dc7p Před 3 měsíci +1

      Right

    • @Barsha._55
      @Barsha._55 Před 2 měsíci

      Xosa😢

    • @RashmiDevi-sx5fx
      @RashmiDevi-sx5fx Před měsícem

      Maa deuta dare kunu hba nware....maa deuta hate alp km krile kast ple aru nkribi kune kriba disil kay but biya past jimn par kar bhut kast pleo ki krisa dintu aikita karute taik sa kay...

  • @abhijitsaikia4827
    @abhijitsaikia4827 Před 6 měsíci +4

    গীতটো শুনি বৰ ভাল লাগিল। দেউতাকৰ যি নিভাজ মৰমৰ গীতটো ফুটি উঠিছে।অন্তৰ চুই গৈছে।ভাষা নাই ❤❤❤

  • @drkalyanirajkumari1513
    @drkalyanirajkumari1513 Před rokem +4

    ময়ূৰপংখী!!! ভাষা নাই, ধন্যবাদ দিবলৈ। Insta, reel ৰ কৃত্ৰিমতাভৰা একঘেয়ামী পেনেপেননিবোৰৰ ধামখুমীয়াৰ মাজত কি যে এটা অকৃত্ৰিম পুৰণি পুৰণি গোন্ধ থকা গান! তোমাক লৈ আকৌ এবাৰ গৌৰৱ কৰিছো, সদায়ৰ দৰেই! সকলো অসমীয়া Women musician ৰ মাজত এনেকৈয়েই একক আৰু ব্যতিক্ৰম হৈ ৰোৱা। 🌿💚💚💚

    • @MayurpankhiChetia
      @MayurpankhiChetia  Před rokem +1

      কি বুলি ধন্যবাদ দিওঁ তোমাক কল্যাণী বা। ❤🙏
      চেষ্টা কৰিম সদায় ভাল ভাল গীত উপহাৰ দিবলৈ।
      বহুত মৰম পঠিয়াইছোঁ তোমালৈ 🥺❤

  • @nanditabarman6334
    @nanditabarman6334 Před 6 měsíci +5

    বুকুখনত এটা অবুজ বিষ উঠে গানটো শুনিলে 😢 দেউতা-মাৰ মুখখন চকু আগত ভাহি আহে, চকু গম নোপোৱাকৈ সেমেকি উঠে 🙂 চাকৰিসূত্ৰে এতিয়াও ঘৰৰ পৰা আঁতৰত কিন্তু বিয়া হৈ আন এখন ঘৰত যোৱা কথাচোন ভাবিবই নোৱাৰোঁ 😢

  • @anjumanisarma4793
    @anjumanisarma4793 Před 2 měsíci +6

    মন চুই গৈছে সচাকে বুকু বিষাই যায়

  • @deepshikhasaikiagogoi3571
    @deepshikhasaikiagogoi3571 Před 6 měsíci +5

    চকু পানী ধৰি ৰাখিব নোৱাৰিলো দেউতালৈ মনত পৰি গ'ল, 😢❤

  • @Susmitabora432
    @Susmitabora432 Před 4 měsíci +5

    Aiii gan tu xuna r pist prottek jni suwali r sakupani ulbo🥺❤
    Xosai Bhut dhunia gan tu ❤

  • @ruplekhagohain4469
    @ruplekhagohain4469 Před 7 měsíci +4

    বৰ ধুনীয়া গীত। চকুপানী ওলাই গ'ল। চহা সমাজৰ শব্দ উচ্চাৰণে আৰু সুন্দৰ কৰিছে। আদৌ , জেলেপতে,মেলেটেৰী,খেজেনা ....বৰ ভাল লাগিল।

  • @mahib024
    @mahib024 Před 4 měsíci +3

    Aji prothom hunilu gaan tu. Akeloge 10 bar man hunilu. Nijor suali jonir kotha vabile bukukhan siring koi mare...😢😢
    Gaan r kotha, hur, aru voice really amazing...❣🙌

  • @bitupanbhuyan7684
    @bitupanbhuyan7684 Před rokem +3

    কি কম ময়ূৰপংখী হৃদয় স্পৰ্শ কৰি যোৱা এটি গীত তোমাৰ কণ্ঠত শুনি আপ্লুত হ'লো | লগতে ল'ৰালিৰ কিবা এটা ভাল লগা সময়ো সোঁৱৰাই দিলে | তুমি আগুৱাই যোৱা অলেখ অযুত মৰম আৰু শুভকামনা থাকিল | 💕

  • @rimpeeborah4004
    @rimpeeborah4004 Před rokem +3

    I am speechless Mayurpankhi💞. বিয়া মোৰ আৰু ঘৰখন এৰি থৈ যোৱাটো মোৰ বাবে কিমান যে কষ্টকৰ!! অলেখ শুভকামনা আৰু মৰম

    • @MayurpankhiChetia
      @MayurpankhiChetia  Před rokem

      Thank you so much❤
      যুগ্মজীৱনৰ শুভেচ্ছা আৰু মৰম জনালোঁ।

  • @mausumidutta4669
    @mausumidutta4669 Před 7 měsíci +5

    কন্ঠ,সুৰ,কথা ...হৃদয় চুই যোৱা❤

  • @bikashsarmabarua4563
    @bikashsarmabarua4563 Před 7 měsíci +3

    অতি সুন্দৰ ।
    কণ্বমুনিয়ে শকুন্তলাক পতিগৃহলৈ বিদায় দিছে --- আজি শকুন্তলা যাবগৈ । শোকত অন্তৰ উৎকন্ঠাৰে ভৰি পৰিছে । কন্ঠৰ স্বৰ ৰুদ্ধ হৈ পৰিছে , চিন্তাজ্বৰ উৎপন্ন হৈছে । তেওঁ‌ৰ দৰে এজন বনবাসী সন্ন্যাসীৰেই স্নেহবসতঃ এনে পীড়াদায়ক অৱস্থা । কন্যাবিদায়ৰ দুঃখে গৃহস্থীজনক কিমান পীড়িত কৰিব পাৰে !!!
    কৰুণা , মমতা , বিচ্ছেদ ।
    এই মুহূৰ্তটো বৰ কৰুণ ।

  • @user-wl7xn7cc2l
    @user-wl7xn7cc2l Před 12 dny +2

    Gan2 bhut vl lagil aru manat ata voio lagil eman maram t daongr kra deautak ari kenekoi jm buli

  • @BandanaBoruah-yd9lx
    @BandanaBoruah-yd9lx Před dnem +1

    😢 bohut val lagile huni ❤

  • @rascalbgmi3677
    @rascalbgmi3677 Před 2 měsíci +3

    ল’ৰা হৈও emotional হৈ golu😊

  • @Manashidazz
    @Manashidazz Před 7 měsíci +6

    কান্দি পেলালো অ' কি যে আবেগ 😢😭

  • @educationknowledgefromassa7900
    @educationknowledgefromassa7900 Před 7 měsíci +12

    আজি ১৪ ডিচেম্বৰ ২০২৩ তাৰিখত কিমানে শুনিছে ? Like thise coment

  • @pranjitzubeenian1780
    @pranjitzubeenian1780 Před 12 dny +2

    ভন্টীলে মনত পৰি গৈছে বহুত জোৰকৈ😢

  • @jyotimix9912
    @jyotimix9912 Před 2 měsíci +8

    মই বাপেক, ছোৱালী জনীও সৰু অকনমানি, তাই শুই থাকোঁতে চাই চাই গানটো হেডফোন ত মনে মনে শুনি থাকো, কি কি যে ভাৱ আহে😓😓😓😓

  • @urmilagayan9478
    @urmilagayan9478 Před 2 měsíci +4

    মন চুই যোৱা গান ❤

  • @kartikdas4926
    @kartikdas4926 Před 8 dny +2

    ভাল লাগিল গান টো 😊❤🎉🎉🎉

  • @sanjusvlogs
    @sanjusvlogs Před 6 měsíci +2

    সহজ সৰল দেউতাক আৰু তেওঁৰ মৰমৰ ছোৱালীজনীৰ এখন সুন্দৰ ছবি গীতটিত প্ৰকাশ পাইছে। সুন্দৰ

  • @anamikaneog2564
    @anamikaneog2564 Před 5 měsíci +8

    বুকুৰ কোনোবাখিনিত খুন্দিয়াই থৈ যায় গানটোৰ প্ৰতিটো শব্দই 🥺হয়তো মোৰ লগতে প্ৰতিজনী বিবাহিত নাৰীৰে দুফালে দুধাৰি চকুলো নিগৰিছে গানটো শুনি😢

  • @brijeshshandilya2182
    @brijeshshandilya2182 Před 4 měsíci +3

    One of the most emotional song. A perfect song dedicated to our DEUTAS'.
    My tears fall down when I listen to this song.

  • @Joy_123-f
    @Joy_123-f Před 2 měsíci +4

    খুবেই সুন্দৰ গান ।বুকু বিষাই গৈছে

  • @user-rx4nr1ef1m
    @user-rx4nr1ef1m Před 2 měsíci +4

    দেউতা❤❤❤❤

  • @user-ci4sk4gt4s
    @user-ci4sk4gt4s Před 5 měsíci +6

    দেউতা নাই যে যিমানেই শুনো সিমানেই চকুলো নিগৰে😢😢😢😢😢😢😢

  • @bhanitathakuria9110
    @bhanitathakuria9110 Před 5 měsíci +27

    Muk biya diboloi mur bukur Pitai jonei naaai😢😢😢😢😢😢

    • @anupamsblog9993
      @anupamsblog9993 Před 5 měsíci

      😢😢😢

    • @ranjanboruah2968
      @ranjanboruah2968 Před 5 měsíci

      Same

    • @pujamali1520
      @pujamali1520 Před 5 měsíci +1

      Aku ni ba...kaxot ha ni...tmr mnr majot tu xdai a ase noh

    • @Anima_DRDZ
      @Anima_DRDZ Před 5 měsíci

      Same.. moru bukur pitai jon naiii 😥😢 bhut mont pri thake deuta loii 😥😭😭 I miss you deuta😢😢😢🥺🥺

    • @parashmonideka3018
      @parashmonideka3018 Před 3 měsíci +1

      Dukh koribo nlge

  • @ritukonwar9587
    @ritukonwar9587 Před 2 měsíci +3

    বুকুৰ পিততে তুমি অমৰ হোৱা ❤😢 বহুত ভাল লাগিল শুনি।।।

  • @dimbeswargogoi9576
    @dimbeswargogoi9576 Před měsícem +2

    বৰ ভাল লাগিল দেই । এনেকৈ, ইমান প্ৰাণস্পৰ্শী ৰূপত গীত গোৱা মানুহবোৰ নথকা হ'লে কি যে হ'লহেঁতেন আমাৰ !!

  • @ripunjayripunjay1433
    @ripunjayripunjay1433 Před 5 měsíci +4

    Moi agi hunisu ..eman dhunia gan bhut val lgel .. beast of the best

  • @bidulmatak850
    @bidulmatak850 Před 4 měsíci +3

    বহুত ভাল লাগিল গীত তো শুনি, বাস্তৱ এটা কাহিনী , ঘৰৰ পৰা ভন্টি বাইদেউ বিয়া হৈ গলে পিছত বহুত অকলশৰীয়া অনুভৱ হয়,

  • @ritudas9927
    @ritudas9927 Před 5 měsíci +9

    Mor maa nai mor bohut beya lge beleg lora suwali bure maa buli mata xunile buku khn bixai jai mor😢😢😢😢😢😢😢

  • @tajulwahid5326
    @tajulwahid5326 Před 7 měsíci +4

    বৰ ধুনীয়া গান দেই। লৰা হৈও ছোৱালী ছোৱালী feel আনি দিলা।

  • @mmonishagogoi9698
    @mmonishagogoi9698 Před rokem +3

    One of my favorite ❤️❤️aji loike kimn br xunisu hisap ni bohut bse vl lge xuni ❤️ line Keita a ontor sui jai💕..

  • @PranabKutum-gk5rw
    @PranabKutum-gk5rw Před 22 dny +3

    Bohut val song❤

  • @bishalbordoloi4074
    @bishalbordoloi4074 Před 5 měsíci +2

    ইমান সুন্দৰ গীত। এজনী ছোৱালীৰ জীৱনৰ কাহিনী ❤

  • @Hemantadas12
    @Hemantadas12 Před 9 dny +1

    ইমান ভাল লাগিছে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @DasKumud-gm4qj
    @DasKumud-gm4qj Před 3 měsíci +3

    Khosa koi deuta loi mont pri gol miss u deuta... Gan to bor dhunia lgise😍😍😍

  • @SD.9883
    @SD.9883 Před 7 měsíci +7

    Sob suwalie gantu feel koribo parise... 🥺

  • @madhurigogoi6145
    @madhurigogoi6145 Před 7 měsíci +4

    Deuta aji prithibit nohobo parey kintu monot hodai porey.. ghr pora bidaai lua aji 5 bosor ei hol.. kintu deutar moi ulai oha homoyor mukh khn monot pellale bor abebik hoi poru.. Miss u papa.. jotei asa bhalei thaka.. tumar huna❤

  • @statusguru2146
    @statusguru2146 Před 2 měsíci +2

    সুন্দৰ এক অৰ্থপূৰ্ণ দুখ লগা গান💐🥹👍

  • @amikhakaptak6885
    @amikhakaptak6885 Před 7 měsíci +3

    ❤really bahut miss krisu papak 😢 aji hamar majt nai papa holeu miss kru😢 tq so much❤ mayur baa song🥰 bhut vl lagile aru ane lagese j papa ase j lght tq so much🙏😂❤

  • @Dikshita929.
    @Dikshita929. Před 6 měsíci +3

    Ai gaanto moi prai a hunu emn vl lage 1000 bar hunileu amoni nlge❤❤❤❤ deutaloi borkoi monot pore oo🥺🥺

  • @labapegu4635
    @labapegu4635 Před 2 měsíci +2

    খুৱ সূন্দৰ গান আজিহে ভালদৰে শুনিছো very nice singer

  • @jayshreevlogs4501
    @jayshreevlogs4501 Před 7 měsíci +8

    এই গান টোৰ কথা খিনি এজনি ছোৱালীযে ভালকৈ অনুভৱ কৰিব পাৰে । গানটোৱে কন্দুৱাই দিলে

  • @banditasaikia3093
    @banditasaikia3093 Před 7 měsíci +3

    পিতাই 🥺❤🌍

  • @dollybarman3687
    @dollybarman3687 Před 8 měsíci +516

    Vabilei buku khn bikhai jai... Atia jenekoi mon tnke a thku ji mon take koru ji khai beya pau heiya ghrt nobonai a khai vl pua bostu h maa bonai diye. Hbo pare ketiaba hoitu bisora bostu tu nai pua kintu ketiaba nibisara keu deutai ani diye.. kintu adin akhn blk ghrt juar kotha vbilei buku khn jen hesa mari dhore 😑😑😑

  • @villain07vlogs22
    @villain07vlogs22 Před 5 měsíci +5

    One year pisot viral hoi ulaise ❤🎉 murr bhonti biya hoi gol but tai caller tune dii thoise aa gaan tu 😊😊😊 so moi uu bisari ahi palu

  • @RukminiDas-gq7fv
    @RukminiDas-gq7fv Před 7 měsíci +3

    Bohut dhuniya gan❤ khuniye thakib mon goi ase😊

  • @user-ld6ig5xb5f
    @user-ld6ig5xb5f Před 3 měsíci +4

    Emn xondor get❤ val lgil xoni😢

  • @ritusmitadeka757
    @ritusmitadeka757 Před 9 měsíci +3

    নিজৰ বিয়াৰ দিনটোলৈ মনত পেলাই দিলা।❤❤❤ গানটোৰ প্ৰথম লাইন কেইটা উফ। চকুপানী 😢😢😢।

  • @biswajyotibora6477
    @biswajyotibora6477 Před 4 měsíci +2

    Bhonti biya t bidai diya homoi t pai thoisu,kiman kostokor ,sukupani rokhabo nuwari...😢😢 Hundar gan❤

  • @hemantakonwarhk8120
    @hemantakonwarhk8120 Před 5 měsíci +4

    গান টো শুনি বুকু খন বিষাই গল,,,,,,,, বাইদেউ লৈ মনত পৰি গল 🥹🥹🥹

  • @pitaiborgohain3203
    @pitaiborgohain3203 Před 2 měsíci +3

    বহু...........ত.... ধুনীয়া ধুনীয়া হৈছে

  • @tribenisandilya9010
    @tribenisandilya9010 Před 7 měsíci +3

    Bor dukh lg ai gantu hunile😢😢monot pore papa le...mon gole u ghopok k jbo nuaru ghrle aitu feeling okl ajne swli r bahire kune u buje npi🥺🥺🥺

  • @satyajitbarman2138
    @satyajitbarman2138 Před 2 měsíci +2

    গানটো অতি সুন্দৰ ভাৱে পৰিবেশন কৰিছে গায়িকা জনিয়ে ,বহুত মিঠা মাত দেই

  • @priyakhibaruah667
    @priyakhibaruah667 Před 5 měsíci +2

    গীতটি আগতে শুনা শুনা লাগিছে যদিও এই সংস্কৰণটো হৃদয়ত চুই গৈছে। খুব সুন্দৰ 👏❤️

  • @Moupriyakalita385
    @Moupriyakalita385 Před 6 měsíci +5

    প্ৰথম গানটো যেতিয়া শুনিছিলো Short video এটাত বহুত কান্দিছিলো 🥺 মোৰ বাৰু দেউতা নাই মোক বিয়া দি উলিয়াই দিবলৈ, কিন্তু দেউতাৰ ঠাই মোৰ একমাত্ৰ দাদাই লৈছে, কেনেকৈ মই তাক মাক এৰি বেলেগ এখন ঘৰলৈ যামগৈ🥺🥺 ভাবিলে বুকু খন বিষ উঠে, নিজৰ আপোন ঘৰ খন এৰি বেলেগ এখন ঘৰলৈ উলিয়াই দিব😔😔 ছোৱালী জীৱন টো সঁচাকৈ ইমান কষ্টকৰ🥺 গানটো শুনি দেউতালৈ মনত পৰি গল😔
    মইও যামগৈ আপোন ঘৰ খন এৰি আৰু মাত্ৰ মাজত কেইটা মান দিন😔😔 বেলেগ এখন ঘৰলৈ উলিয়াই দিব কিমান কষ্ট ন ছোৱালী সকলৰ 🥺🥺

  • @lunakalita9437
    @lunakalita9437 Před 5 měsíci +16

    Moi ajiloike gaantu xuna nasilo...aji xuni bhut besi a beya lagil... karon mok biya diboloi deuta a nai Mur 😢

  • @user-ww7vz9ey6h
    @user-ww7vz9ey6h Před 2 měsíci +2

    My tears come easily when I hear this song 😢I love this song 😍 I love my father❤ Assamese beautiful and emotional song❤

  • @manabendradasmusical2631
    @manabendradasmusical2631 Před 5 měsíci +2

    অন্তৰ চুই গৈছে❤❤আবেগিক হৈ গৈছো😊সচাকৈয়ে

  • @chandanpatar9415
    @chandanpatar9415 Před 6 měsíci +3

    Aji hunilu gantu, hosai dhunia mattu, mitha ❤❤

  • @kingmotor6424
    @kingmotor6424 Před 2 měsíci +3

    Eman dhuniya huni bor val lagil😊😊😊

  • @user-dm3th3fl3w
    @user-dm3th3fl3w Před 5 měsíci +5

    কালিলৈ 26 ফেব্ৰুৱাৰী মোৰ বিয়া হোৱা 3 বছৰ হব,,,গান টো শুনি বহুত কথা মনত পেলাই দিলে,,, এৰি অহা ঘৰ খনলৈ,,, এৰি অহা দিনবোৰ লৈ বৰকৈ মনত পৰিছে অ 😢😢😢 যিবোৰ দিন কেতিয়াও ঘূৰাই নাপাওঁ 😭😭😭 কিয় যে বিয়া হৈছিলোঁ 😢😢

  • @nashekiduniya1007
    @nashekiduniya1007 Před 2 měsíci +3

    Bahut dhuniya voice love you ❤😢

  • @lakhimidas22
    @lakhimidas22 Před 4 měsíci +3

    গানটো শুনিলেই গাৰ নোম শিহৰি যায়🥺❤️

  • @digantachangmai2286
    @digantachangmai2286 Před 3 měsíci +4

    বহূত ভাল লাগিল।

  • @bharatineog8972
    @bharatineog8972 Před rokem

    গীতটো হৃদয় চুই যায়। কিমান বাৰ শুনিছোঁ হিচাপ নাই।পিতৃৰ মৰম পোৱা সকলোৰ এক সুন্দৰ অনুভৱ দিয়ে আৰু থাকিও নথকা সকলক পিতৃ মৰমৰ অভাৱ কণ আৰু গভীৰ কৰি দিয়ে এই গীতটিয়ে।

  • @paponssong1535
    @paponssong1535 Před 5 měsíci +3

    সঁচাকৈ মন ছুই গৈছে।চকুত পানী আহি গল।মইও এজন দেউতা।নাজানো কি হব😢😢

  • @user-be3ot1xe6r
    @user-be3ot1xe6r Před 7 měsíci +3

    Uff eman bhal lgise oo ..buku khan khunda Mari dharise 😢