Koina || Official video|| Preety Kangkana || Deepjyoti mahanta|| Papori Gogoi|| Neel Akash

Sdílet
Vložit
  • čas přidán 22. 02. 2022
  • Audio Credits
    Vocal- Neel Akash & Papori Gogoi
    Lyrics/Composition- Sameer Sekhar
    Music/Mix/Mastered- Palash Gogoi
    flute - Anjan Medhi
    Audio Production- Prag Music Media
    ♪♪ Stream and Download ♪♪
    ----------------------------------------------------------------
    JioSaavn: www.jiosaavn.com/song/koina/Q...
    Resso: m.resso.com/ZSe3YKJYs/
    Wynk: wynk.in/u/HfwY7mcfL
    Gaana: gaana.com/song/koina-1
    Spotify: spoti.fi/3shxu1o
    Amazon Music: amzn.to/3pdMWcG
    Apple Music: apple.co/3veNbbo
    Poster designed by - Partha jit Hira
    Video Credits
    Story/Screenplay/Direction- Deepjyoti Mahanta
    Starring- Preety kongana, Deepjyoti Mahanta
    Supporting Cast- Chinmoy Kataki,Surya Krishna, Hina kashyap,Papori Gogoi,Abhijit Sharma,Jahnabi Bora
    Cinematography/Editing-Tiraap Simanta Medhi
    Dialogues- Mridusmita Devi, Deepjyoti Mahanta
    DI- Dhanjit Das
    DI assistant- Amit Biswas
    MUA- Chimi Bhuyan, Patiyashi Bordoloi,Rashmirekha Bora
    AD- Lachit Nath,Riyan Dipen Nath
    Stills- Hiru Borgohain, Mrinmoy Das
    Mehendi Artist- Sabir
    Deepjyoti's wardrobe- Devjit
    Special Thanks
    Parash Moni Bora
    Bidisha Devi
    Simanta Sekhar
    Palash Gogoi
    Trion Mahanta
    Amlan Jyoti Rajkhowa
    Nilotpal Chaliha
    Dipankar Talukdar
    Romen Gogoi(Shoutout NE India)
    Hrishikesh Dutta & Family
    Prabal Deka
    Jubin
    Babu Das
    Jan Kashyap
    @copyright reserve by Papori Gogoi, don't upload illegally
  • Hudba

Komentáře • 4K

  • @Dhoudigitalmedia22
    @Dhoudigitalmedia22 Před 2 lety +2552

    ভয়,শংকা আছে যদিও বুকুত অযুত সাহস আৰু গভীৰ দায়িত্ব লৈ আমাৰ সকলোৰে এটা মৰমৰ সপোন লৈ আগবাঢ়িছো। সপোনটো পূৰ হোৱাত কিমানখিনি সফল হ'ম নাজানো কিন্তু আত্মবিশ্বাসেৰে পাৰ্যমানে চেষ্টা কৰিছোঁ। ভুল ভ্ৰান্তি নিশ্চয় থাকি গৈছে,আঙুলিয়াই দি আমাক আশীৰ্বাদ কৰে যেন!

    • @assamesegirlmainusvlog9558
      @assamesegirlmainusvlog9558 Před 2 lety +33

      Bohut bohut dhuniya hoise Dada😘

    • @rockstar-bb1hw
      @rockstar-bb1hw Před 2 lety +19

      Bhut dhuniya hoise Raja da👍

    • @nitumanideka8499
      @nitumanideka8499 Před 2 lety +12

      Khasake bahut basi Val hoise dada

    • @hemantacreation0272
      @hemantacreation0272 Před 2 lety +11

      ভাল‌‌ হৈছে দাদা ❤️

    • @ashisbhuyan1259
      @ashisbhuyan1259 Před 2 lety +5

      Uffffffff 🥺 literally Raja story.... first sb thik asil vl lgi asil sai asilu bt lastot seriously sui goisey 🥺💕🥰🥰❤️🔥bt I jst loving ❤️🔥

  • @purnimadas78
    @purnimadas78 Před 2 lety +957

    যিসকল লোকে নিজৰ ধুনীয়া চকুৰে কমেন্ট পঢ়ি আছা☺☺ সেই সকল লোকৰ মা দেউতা সদায় সুখী হৈ থাকক ♥️♥️♥️

  • @kakalivlog6998
    @kakalivlog6998 Před 2 lety +246

    কিছুমানৰ সপোন পূৰ্ণ হৈ আৰু কিছুমানৰ পূৰণ হৈ ও ৰৈ যায় 🥺 সঁচা মৰম সকলোৰে কপালত নাথাকে কিন্তু পোৱা জন সঁচাই বহুত ভাগ্যবান কিন্তু যিজন এ পাই ও হেৰুৱাই তেওঁৰ সমান দূৰভগীয়া কোনো নাই সেয়ে ভগবানৰ ওচৰত মিনতি সকলোৱে যেন নিজৰ মনৰ মানুহ জনক পাই 🥺

  • @manshibarman8405
    @manshibarman8405 Před rokem +116

    গানটোৰ শেষত মই শব্দহীন হৈ ৰলো🥺♥️
    এনেকুৱা যাতে কাৰো নহয় তাৰে কামনাৰে 😌

  • @palashbhuyan1503
    @palashbhuyan1503 Před rokem +44

    কলিজা কঁপাই যোৱা গীতটো❤
    নীল দা আৰু পাপৰীয়ে গোৱা আটাইতকৈ প্ৰিয় গীতটো মোৰ❤

  • @chayanikachoudhury755
    @chayanikachoudhury755 Před 2 lety +554

    খুব সুন্দৰ হৈছে। শেষৰ খিনিত চকুপানী ৰখাব নোৱাৰিলোঁ। বাস্তৱত কাৰো লগত এনেকুৱা নহওঁক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা 🙏

    • @agzoficial4132
      @agzoficial4132 Před 2 lety +3

      Hosake

    • @bjintu42
      @bjintu42 Před 2 lety +2

      Obviously... 😞😞😞

    • @chimakalita5438
      @chimakalita5438 Před 2 lety +1

      GrulyjkkJJkKau0aoagjwpwpw😊😘🏛🏚🕍💍👡📿🎩📿

    • @chimakalita5438
      @chimakalita5438 Před 2 lety

      Hyruutjptjlhtujwtpafhlzj gkai☺😉😘😙😍🙂😙🤗😙🤗😙😋🤩🤔🤩😋😊😎😉😍😘🤨🙂☺😙😎😍😎😙😍😉😘

    • @kaushikgogoifamily182
      @kaushikgogoifamily182 Před 2 lety +1

      A meal

  • @AnuragXaikia
    @AnuragXaikia Před 2 lety +118

    How beautiful the story, acting , cinematography and obviously the song❤️ Dhuniya... Ending 😔

  • @lakhimibaruah2812
    @lakhimibaruah2812 Před 2 lety +10

    বহুত সুন্দৰ হৈছে হৃদয় স্পৰ্শ কৰি গল বহুত দুখ লগা শেষৰ খিনি 💖💖

  • @manashprotimbora6674
    @manashprotimbora6674 Před 8 měsíci +40

    Actually যাক সঁচাকৈয়ে ভাল পোৱা যায় তেওঁক কেতিয়াও কাষত পোৱা নাযায় ❤️‍🩹🥺

  • @hridaymonisutradhar8902
    @hridaymonisutradhar8902 Před 2 lety +390

    ইমানদিনে সদায় দিনত ২০বাৰতকৈত বেছিকৈ শুনিছিলো । আজি প্ৰথম বাৰ ভিদিওটো চালো। কান্দি দিলো অ' । বাস্তৱত কাৰো লগত এনেকুৱা নহওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো 😔

  • @lovealltimeandenjoy2767
    @lovealltimeandenjoy2767 Před 2 lety +24

    এনেকুৱা কাহিনী বনাই কিয় দুখ দি দিয়ে ৰে ।... মিলন সমপূৰ্ণ কৰি শেষ কৰিব অ .. দুখ লাগে .. বাস্তব যেন অনুভৱ হৈ পৰে !.. কাহিনী বাৰু .. ❤️❤️❤️ heart touching ...

  • @bhabeshbarman5565
    @bhabeshbarman5565 Před 10 měsíci +10

    সংগীত ৰ ওপৰত একো নাজানে খালি চাবলৈ জানো,,, ধুনীয়া হৈছে দে।🎉🎉🎉🎉

  • @simpydhunu3737
    @simpydhunu3737 Před 2 lety +19

    ক'বলৈ ভাষা নাই সছাকৈ হৃদয় স্পৰ্শ কৰি যোৱা এটা গান যদিও নিহিত হৈ আছে এটা গভীৰ কাহিনী যিয়ে হৃদয় স্পৰ্শ কৰি যায় ❤️❤️❤️❤️❤️❤️❤️

  • @alltypesjadav3060
    @alltypesjadav3060 Před 2 lety +55

    ছোৱালী এজনীক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত ঘৰ খনৰ মাক দেউতাকে হে কিমান দুখ প্ৰকাশ কৰে। সচাকৈ ছোৱালী জীৱনটো বহুত কঠিন।

  • @papulibharali6058
    @papulibharali6058 Před 2 lety +17

    হয়তো শব্দৰে প্ৰকাশ কৰিব নোৱাৰো কি অনুভৱ কৰিছো গান টো শুনি,চাই।কিন্তু কান্দি গ'লো শেষকণত।ইমান সুখৰ মাজতো দুখবোৰে কেনেকৈ আৱৰি ধৰে অ' নোৱাৰি বুকু বিষায় যায় বা।হ'লেও ভালপোৱা মিলন সকলো ভগৱানৰ ওপৰত।বহুত সুন্দৰ গীত এটা আমাক দিলা আৰু আগলৈও দি যোৱা।অশেষ শুভাসা।

  • @user-rt1mq6iy8i
    @user-rt1mq6iy8i Před 9 měsíci +12

    যিমান চালেও আমনি নালাগে ❤ইমান ধুনীয়া লাগে যে এই গানটো ❤❤❤❤❤

  • @SM-qe1wc
    @SM-qe1wc Před rokem +17

    যেতিয়াই গানটি শুনো, ভিডিওটো চাও বহুত বেছিকৈ মিছ কৰোঁ তেওঁক , হাহাকাৰ কৰে হৃদযখনে তেওঁক বিচাৰি...., মোৰ দৰে যেন কোনেও অকালতে নিজৰ আপোন জনক হেৰুৱাব লগা নহয় তাকেই কামনা কৰোঁ।

  • @palkisarmah6170
    @palkisarmah6170 Před 2 lety +148

    বহুত হৃদয়স্পৰ্শ অ। চকুৰ পানী ওলাই গৈছে। মৰম ভালপোৱা সঁচাকৈয়ে এক স্বৰ্গীয় অনুভূতি যি ভগবানৰ সকলো সৃষ্টি তে প্ৰতিফলন হয়।❤️❤️গানটোৰ প্ৰতিটো শব্দয়ে হৃদয় স্পৰ্শক।

  • @princesaikia4114
    @princesaikia4114 Před 2 lety +20

    কবলৈ ভাষা নাই । বহুত ভাল হৈছে । বহুত দেৰিকৈ video টো চালোঁ । সঁচা ভালপোৱাৰ এক সুন্দৰ প্ৰদৰ্শন । কিন্তু শেষৰ খিনিয়ে কণ্ডৱাই দিলে । ইস্বৰৰ আগত এটাই প্ৰাৰথনা সঁচা ভালপোৱা জনৰ লগত যাতে কেতিয়াও এনেকুৱা নকৰে । আৰু এটা কথা video টোত নকৈ নোৱাৰি । বন্ধু দুজনৰ বন্ধুত্বৰ এক সুন্দৰ নিদৰ্শন । এনে বন্ধু এজনৰ সকলোকে প্ৰয়োজন । আৰু সকলোৰে অভিনয় হৃয়স্পৰ্শী । 😍❤️❤️

  • @nilakanta2555
    @nilakanta2555 Před 2 lety +36

    Such a heart touching and beautiful song. After listening this song missing someone so badly. Love from Manipur❤❤❤

  • @nishanahmed8620
    @nishanahmed8620 Před 2 lety +7

    Laje laje tumale samm ❤❤❤...
    Emotion🌹🌹

  • @aerodynamicstatus5344
    @aerodynamicstatus5344 Před 2 lety +55

    পাপৰি বা গানটো জিমান ভাল লাগি চিল
    Video tu
    বহুত বেছি ভাল লাগিল কিন্তু ending
    বিয়া খন নহল দুখ অলপ লাগিল🥺
    পাপৰি বা 🥰🖤__

  • @Jinkismita45
    @Jinkismita45 Před 2 lety +67

    Neel Akash is one in a generation. What a voice ❤️

  • @binonlymphuid2765
    @binonlymphuid2765 Před rokem +28

    Very smooth voice and innocent romance melt my heart❤i repeat100 time.his voice yet charming and that lyrics😘.love from meghalaya😘❤

  • @TapanraazMusic
    @TapanraazMusic Před rokem +3

    বৰ ধুনীয়া Story Create কৰিছে ,খুবেই ভাল লাগিল,

  • @mridulvlogs9263
    @mridulvlogs9263 Před 2 lety +22

    সচাকৈ অতি সুন্দৰ হৈছে😘প্ৰতিটো শব্দ মনত চুই গৈছে গানটো শুনি চকুৰ পানী ৰখাব নোৱাৰিলোঁ 😭😭😭

  • @anamikadeka9468
    @anamikadeka9468 Před 2 lety +22

    সুন্দৰ গীত, সুন্দৰ সুৰ, গীতটিৰ শেষৰ খনি চাই চকুপানী ওলাই গল.... কোনো swalir জীৱনত এনেকুৱা নহওঁক.... সুন্দৰ হৈছে আৰু আগুৱাই যাওক আপোনাকে 🙏

  • @bharatihazarika7106
    @bharatihazarika7106 Před 2 lety +3

    খুব ভাল লাগিল শুনি। এটা সুন্দৰ হৃদয়স্পৰ্শী গীতৰ ভিডিঅ' চাই খুব ভাল পালোঁ।

  • @pujakalita9008
    @pujakalita9008 Před rokem +1

    গানটো শুনি শুনি হেঁপাহ পলুৱা নাই। ইমান সুন্দৰ হৈছে কি কম ভাষা নাই। আগলৈ আৰু গান কৰি যাওক শুভেচ্ছা জনালোঁ। সুন্দৰ কন্ঠ , সুন্দৰ অভিনয় আৰু সুন্দৰ হওক আগলৈ

  • @jyoti_81
    @jyoti_81 Před 2 lety +33

    লগৰকেইজনীয়ে কৈছিল videoটো বহুত ভাল লাগে,চাবা বুলি || আজি চালো ১০বাৰ মান.. সঁচাকৈ ইমান বেছি ভাল লাগিল..
    কান্দি দিলো অ...........
    বাস্তৱত কাৰো লগতে এনেকুৱা নহওক ||🙏🙏

    • @digitalerningtrick2073
      @digitalerningtrick2073 Před 6 dny

      মইও বাৰে বাৰে চাওঁ আমনি নালাগে

  • @jyotirmoykalita956
    @jyotirmoykalita956 Před 2 lety +71

    ইমান ধুনীয়া গীত টোত , শেষৰ খিনি কিয় এনেকুৱা কৰিব লগা হল। সুখে সুখে বিয়া খন হৈ গ'লে ভিডিয় টো যেন বেছি প্ৰাণ প্ৰায় উঠিল।🌸🥺❤️

  • @dhonmonideori2158
    @dhonmonideori2158 Před 2 lety +1

    Superb.... All video song burote tumi act kora hole bohut val lagil hoi kangkana ba love you so much baa❤❤❤

  • @sushmitadev9471
    @sushmitadev9471 Před 2 lety +12

    Very much heart touching scene at last..
    My god ... Automatically my tears came out and i don't even know after ending this video I saw that yes I m crying...
    Good luck papori baa and our entire team for this wonderful work... Keep going

  • @swadhinchutia___4771
    @swadhinchutia___4771 Před 2 lety +29

    পাপৰি বা,আপোনাৰ মাততো শুনি থাকিলে শুনি থাকিবৰ মন যায় ,এই গানটো মোৰ অতি প্ৰিয় হয়❣️❣️❣️❣️❣️ Love From Dhemaji (Assam)

  • @politicalscience6219
    @politicalscience6219 Před 2 lety +23

    কৈছোঁ নহয় - একদম বুকুৰ ইপাৰ সিপাৰ হৈ গৈছে..... গানৰ কথা, সুৰ আৰু ইয়াৰ পৰিবেশন একদম অবৰ্ণনীয়...সঁচাই বহুত ভাল লাগিল ☺️❤️এই গানটোত কইনাৰ দৰে সাজি কাঁচি reels বনাব মন গৈছে😁☺️

  • @axomsanjayvlogs7813
    @axomsanjayvlogs7813 Před rokem +4

    Oh God! গীতটি শুনিছোঁ যদিওঁ সম্পূৰ্ণ শুনা নাছিলোঁ। আজি সম্পূৰ্ণ শুনিলোঁ আৰু চকু পানীও টুকিলোঁ 😭

  • @devtaidofficial4664
    @devtaidofficial4664 Před 2 lety +1

    Sahcmein proud our Assamese industry ❤️❤️❤️🙏🙏 supper bohut aage chala Gaya hai industry ❤️❤️🎉🙏👍

  • @user-pn6xz2fl2e
    @user-pn6xz2fl2e Před 2 lety +11

    সঁচাকৈ এটি মননশীল আৰু আমোদজনক দৃশ্য উপভোগ কৰিলো গানটোৰ জৰিয়তে! বহুতেই ভাল লাগিল!

  • @simadas3629
    @simadas3629 Před 2 lety +4

    বহুদিনৰ পৰা গানটো শুনি আছিলোঁ কিন্তু আজি গানটো চালু বহুত ভাল লাগিল ❤️❤️ প্ৰীতি বা 😘😘 ❤️❤️❤️❤️

  • @big0262
    @big0262 Před 2 lety +3

    Supporting actor jonor acting tu ultimate hoise. Beharbarir pora tekhetor acting khub bhal pau sai. Krishnok sinti🙏

  • @digantadoley9657
    @digantadoley9657 Před 2 lety +18

    বহুত ধৈৰ্য ধৰিলো কিন্তু নোৱাৰিলোঁ আৰু অৱশেষত কান্দিয়েই পেলালোঁ 🥺♥️

  • @raktimboruah2348
    @raktimboruah2348 Před 2 lety +15

    সুন্দৰ অভিনয় সকলোৰে । বেহাৰবাৰি হৰ ক বহুত দিন পাছত দেখি ভাল লাগিল। বেহাৰবাৰিত আকৌ দেখিম বুলি আশা ৰাখিলোঁ ।

  • @kamaldeka8755
    @kamaldeka8755 Před 10 měsíci +5

    Xekhor khini sai moi xobdohin hoi rolu kankana baa anekua jen karu lgt nhy takei kamona korilu ❤😢xokolure mongol houk 🙏🏻🙏🏻🙏🏻👌🏻🥰😘😍vl lagil vedioe tu sai 🥺

  • @Srie_satvik
    @Srie_satvik Před 9 měsíci +3

    M typing this with tears in my eyes never focus this song b4 today at 12am m writing this from 10 pm i was listening it i don’t what can i do but it takes to my ex memories never thought that bhal puwa iman ke kosto dibo pare morom hepa lobo leu imanje kosto hobo lagibo buli jani silu kintu enekoi heram buli bhaba nasilu 💔💔💔

  • @angelinacreations
    @angelinacreations Před 2 lety +15

    টিৰাপ,দীপজ্যোতি,প্ৰীতি আৰু টীমৰ প্ৰচেষ্টা,প্ৰয়াস সাৰ্থক হোৱা বুলি কব পাৰি। ভাল হৈছে।গান টি ও সুমধুৰ।শুভ কামনা থাকিল💐

  • @3dlakhya
    @3dlakhya Před 2 lety +15

    গানটো relese দিয়াৰ পৰা দিনত এবাৰ নুশুনাকৈ থাকিব নোৱাৰি । কিবা বিশেষ অনুভৱ আছে প্ৰতিটো শব্দতেই । আৰু অভিনয় সুন্দৰ ....10 মিলিয়ন soon .. হবই 😊😍💕

  • @Rupam30
    @Rupam30 Před rokem +2

    Ai song mur kolijat lagi goise 😔😔
    Xosa koi koi su gan tu mur bohut bhal lagise ❤❤

  • @shivasinghddmofficial6312

    Hosai eman Dhuniya hoise video tu last t nijai Soku Pani ahi goise sai video tu sai Rokhabo nuwari❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @dimpi4081
    @dimpi4081 Před 2 lety +6

    Deepjyoti daa bhut Dhunia direction krisa ❤️ bhut vl lgil 🥰

  • @misspiggyface4951
    @misspiggyface4951 Před 2 lety +14

    বহু অপেক্ষাৰ অন্তত.. শেষৰলৈকে কান্দি পেলালো । বহুত সুন্দৰ উপস্থাপন ❤️

  • @Ripunjoy17
    @Ripunjoy17 Před 2 lety +1

    Wow bulihe kolu...My fav assamese song...

  • @SumitSingh-rl1dk
    @SumitSingh-rl1dk Před 2 lety +1

    Mind blowing rly hurt touching song nd video hosa.. Kolija sui jai

  • @aninditagondhia1452
    @aninditagondhia1452 Před 2 lety +8

    গানটো ইমানেই ধুনীয়া যে অপেক্ষা কৰি আছিলো ভিডিঅ'টোলৈ শেষত আজি আহি গ'ল। ভাল লাগিল বহুত ধুনীয়া হৈছে👌💓

  • @phukonbohni43
    @phukonbohni43 Před 2 lety +218

    বহু দিনৰ অন্তত তোমাৰ গীতটি আজি চাই খুবেই ভাল লাগিল ❤বা❤
    মৰম ভালপোৱাৰ এক বুজাব নোৱাৰা শিহঁৰন ৰ এই গীতটি হৃদয় চুই গৈছে
    🥰সদাই আগুৱাই যোৱা😘

  • @bimankumar8240
    @bimankumar8240 Před 2 lety +2

    Imn dhuniya song

  • @janardanbarman7688
    @janardanbarman7688 Před 2 lety +1

    So lovely song Nd video 😍😍😘😘....bohut dhuniya protomote bohut vl lagisil but lastr khini bohut dukh lgil...😔......but preety bak koina hoja te bohut vl lagise.....so so so lovely video 😍😘😘😘

  • @kalyanchangmaicreation4205
    @kalyanchangmaicreation4205 Před 2 lety +10

    বহুত ধুনীয়া হৈছে পাপৰি বা❤ লগতে মোৰ মৰমৰ দাদা সমীৰ শেখৰ দাদা ইমান ধুনীয়াকৈ লিখিছে ❤আৰু দীপজ্যোতি দাদা ভিডিও টো পৰিচালনা কৰিছে লগতে প্ৰিতিকংকনাৰ বাৰ অভিনয় কৰিছে বহুত ধুনীয়া হৈছে আৰু গান টো মোৰ সদায় প্রিয় দিনটো ৫০ বাৰ শুনো বহুত ভাল লাগে গান টো থকা সকলো কলা কৌশলী বহুত বহুত ধন্যবাদ লগতে সমীৰ শেখৰ দাদা লৈ ইমান ধুনীয়া গান এটা উপহাৰ দিয়া বাবে পাপৰি বা সমীৰ দাদা মোৰ সদায় প্রিয় ❤❤❤❤

  • @satyapratimsonowal8625
    @satyapratimsonowal8625 Před 2 lety +1

    বহুত বেছি ধুনীয়া❤️ কথাখিনি খুব বেছি ভাল লগিছে💕💕❣️

  • @jupitara8969
    @jupitara8969 Před rokem +3

    এনেকুৱা কাৰোৰে জীৱনত নহওঁক ভগৱান 🥺🙏

  • @amshibikash3670
    @amshibikash3670 Před 2 lety +8

    সঁচাকৈ পাপৰি বা বহুতে ধুনীয়া হৈছে।।।।।। আৰু আপোনাৰ মাত টি সচাঁই বহুত সুৰীয়া।।।।।❤️❤️❤️❤️❤️

  • @tanishgogoi1399
    @tanishgogoi1399 Před 2 lety +7

    উফ বহুত বেছি ভাল হৈছে এটা ভিডিঅ song অত এখন চিনেমা নিচিনা কাহিনী চুই গৈছে । কান্দি কৈছো বহুত বেছি মৰম full team তোৰ loi ❤❤

  • @laxmiborah8439
    @laxmiborah8439 Před rokem +10

    Dear Viewers never leave the one who truly loves you once they left they ll never come back things will left only in Memory lane. God bless every relationship 💖

    • @mukeshdas920
      @mukeshdas920 Před rokem +1

      gaan to mathu xuniboloi hey jetiya notun log pai tetiya khodai Purna jonok pahori jai .... etiyau Miss kru taik kintu etiya Tai blg ejonr lgt ....

  • @axomiyaswalipalki9780
    @axomiyaswalipalki9780 Před 2 lety +2

    পৃথিবীৰ কোনো কইনাৰ লগতেই এনে নহওক... 🥲🥺

  • @axomiyasuwalijyotika3321
    @axomiyasuwalijyotika3321 Před 2 lety +41

    বহুত ধুনীয়া হৈছে শুভেচ্ছা থাকিল পাপৰি বা❤️

  • @nasrinbeguam4502
    @nasrinbeguam4502 Před 2 lety +10

    গানটোৰ বিষয়ে কবলৈ মোৰ ওচৰত শব্দ নোহোৱাৰ দৰে হৈ পৰিছে ।গানটো বহুত বহুত ধুনীয়া হৈছে ❤আশা ৰাখিছো যাতে আপোনাৰ বেলেগ গান অতি সোনকালেই সুনিবলে পাম । i❤u ba❤❤❤❤❤❤❤❤

  • @SumitRoy-cc6hd
    @SumitRoy-cc6hd Před 10 měsíci +7

    I'm from West Bengal , I don't understand your language properly but still I love this song also the video ❤

  • @mriduljb6521
    @mriduljb6521 Před rokem +3

    Lot of hear but today me watch fast time just wow. Love❤ is heaven. I not fall in love yet I don't know feel love but my crush when see me feel something feel extra. Love from Bongai Gaon (Popra Gaon)

  • @assamesecartoonchannel929

    Uff . video a saba ne gaan a khuniba . mind-blowing song❤️❤️.papori ba you r great singer 🔥

  • @dimpivlog123
    @dimpivlog123 Před 2 lety +106

    22 ফেব্ৰুৱাৰী পৰা অপেক্ষা কৰি আজি চাব পাই বহুত সুখী মোৰ বহুত প্ৰিয় গান এইটো❤️ বহুতো ধুনীয়া লাগিলে চাই😘😘 কিন্তু শেষৰ খিনি চাই চকু পানী ওলাই গল 😭

  • @rinkusingharinkusingha49
    @rinkusingharinkusingha49 Před 2 lety +1

    Hosake khub dhunuya song val hunile huni thakibo mon jay .😘😘😘😍😍😍👌👌👌💞💞 aru Preetey kagkana my favorit acteris

  • @manomohantalukdar2315
    @manomohantalukdar2315 Před 9 měsíci +1

    Xosai gan to bohut dhuneya ❤❤❤

  • @madhurjyaboruah9936
    @madhurjyaboruah9936 Před 2 lety +9

    গানটো আৰু ভিদিও টো একেবাৰে শলাগ ল'ৱ লগীয়া কৈ সুন্দৰ হৈছে। একেবাৰে মন চুই গ'ল। অনাগত দিনত আৰু ভাল ভাল গান আমাক দি থাকিব বুলি আশা ৰাখিলোঁ। লগতে আপোনালোকৰ সকলো লৈ বহুত বহুত শুভেচ্ছা জাচিলো।।❤️

  • @souravjyotiborahvlog
    @souravjyotiborahvlog Před 2 lety +8

    🥺🥺🥺🥺 bhute besi dhunia …. Ending ufff 🥺🥲 great work team .. 🎉 congrats

  • @bidyutikahere
    @bidyutikahere Před 2 lety +7

    Karu logot enekuwa nhouk... Last r khini tenekuwa nokorileu val lagil hoi video Tu🥺
    Anyways gan Tu khub xundor.. Congratulations to the whole team🥰

  • @kajaldas3411
    @kajaldas3411 Před 2 lety +1

    Bohut val lagise❤️❤️❤️❤️

  • @bhuyanmixture619
    @bhuyanmixture619 Před 2 lety +6

    সঁচাকৈ বহুত ধুনীয়া লাগে গানটো।। পাপৰি বা thank you...

  • @kamalsarmah1831
    @kamalsarmah1831 Před 2 lety +13

    শুভেচ্ছা থাকিল বা তোমালৈ। মৰম লগা আৰু ধুনীয়া গানৰ ভিডিঅ টো। my favourite song ❤️❤️❤️

  • @nayu401
    @nayu401 Před rokem +4

    Papari baa voice best voice😌😘

  • @nitugogoi8445
    @nitugogoi8445 Před 2 lety +1

    Oti hundor bohut val lagil

  • @habibarrahman1528
    @habibarrahman1528 Před 2 lety +7

    Bohut dhuniya hoise ... super song

  • @wineesaikia6809
    @wineesaikia6809 Před 2 lety +23

    মোৰ মৰমৰ বা জনী❤ ইমান যে ধুনীয়া হৈছে.. Lots of love to the entire team

  • @bijulirabha-hj9bq
    @bijulirabha-hj9bq Před rokem +2

    Bohut dhuniya hoise dei gaan vedio hokolo vhal lagise 👌👍❤❤

  • @dalideka9996
    @dalideka9996 Před 2 lety +1

    Bhut bhut vl lagise baa video and song....🥰❤️

  • @triptibaruah7902
    @triptibaruah7902 Před 2 lety +7

    গানটোৰ প্ৰতিটো লাইন প্ৰতিটো শব্দই হৃদয় চুই গ'ল 🥰

  • @madhusmitadas867
    @madhusmitadas867 Před 2 lety +6

    হৃদয় চুই যোৱা এটি vedio সচাকৈ বহুত ভাল লাগিল ,

  • @tulikabarman8285
    @tulikabarman8285 Před 7 dny

    শুনি শুনি আমনি নলগা গান এটি,ইমান সুন্দৰ গান❤❤❤

  • @priyagogoi1696
    @priyagogoi1696 Před 2 lety +54

    ভালপোৱা বোৰ হয়তো এনেকুৱা হৈ ৰয় যায় আধৰুৱা ভাৱে 🥺😌 যত নেকি সকলোৱে মানি লয় তেতিয়াই নেকি নিয়তিৰ হাতত হাৰ মানিব লগা হয় 💔🥺 বহু হেপাহ বহু আশা এনেদৰে থাকি ৰয় 😊🥺❤

  • @JaanBhaskar
    @JaanBhaskar Před 2 lety +43

    Owo bohut dhunia hoise baa

  • @hemantapatar3992
    @hemantapatar3992 Před 2 lety +1

    বহুত দিনৰ মূৰত ভাল গান এটি পাইছোঁ।
    ধুনীয়া

  • @gitikahazarika6858
    @gitikahazarika6858 Před 2 lety +1

    So emotional 🥺🥺🥺😢😢😢 btw moja lagil video tu ❣️❣️❣️ love this song my fav😍😍😍

  • @udiptapranmusical
    @udiptapranmusical Před 2 lety +9

    Heiiii Deep দা🥺 কিয় মানে
    সঁচাকৈ বহুত মৰমলগা ভিডিও
    গানটো বাৰু মিঠা পাপৰি বা নীল আকাশ দা😇😇
    বৰ ভাল লাগিল
    পিছে সচাঁ ক'বলৈ গ'লে শেষত হে চকুপানী ওলাল🥺🥺💕💕💕💫💫

  • @abhijeetdas3197
    @abhijeetdas3197 Před 2 lety +45

    The dialogs!! God... Literally my tears came out 🌸💟
    This song should reach millions of view's 💟

  • @menakateron6426
    @menakateron6426 Před 2 lety +2

    Gaantu xunilei kiba ata filing ahi jai❤️😍😍😍😥

  • @tuleswarkuli2170
    @tuleswarkuli2170 Před rokem +1

    Wow Kya baat hai 👍👌🔥♥️👏

  • @srishtistudiomoranhat4455
    @srishtistudiomoranhat4455 Před 2 lety +12

    সৃষ্টি মজিয়াৰ পৰা বহু বহু মৰম আৰু শুভেচ্ছা থাকিল ❤️

  • @pabitraboro8504
    @pabitraboro8504 Před 2 lety +6

    বহু অপেক্ষা কৰাৰ পিছত এই গীতটোৰ ভিডিওটো চাবলৈ পালোঁ

  • @plavitasarma3539
    @plavitasarma3539 Před 2 lety +1

    বহুত বেছি ধুনীয়া হৈছে ❤️

  • @DiragRabha
    @DiragRabha Před 11 měsíci +2

    Verry nice song

  • @DhruvThakuriaMusic
    @DhruvThakuriaMusic Před 2 lety +5

    Bhal hoise concept Deepjyoti ♥️

  • @lakhyasdiary5762
    @lakhyasdiary5762 Před 2 lety +8

    😭শেষৰফালে হৃদয় চুই গ’ল❤️