অসমৰ গৌৰৱ | Axomor Gaurav

Sdílet
Vložit
  • čas přidán 25. 03. 2024
  • A song that represents aspirations. Of the youth, of women, of the marginalized, of the farmers, of Assam.
    Axomor Gaurav!
    X: GauravGogoiAsm
    Instagram: gauravgogoiasm
    Facebook: gauravgogoiasm/

Komentáře • 1,1K

  • @Biswa-jit-0222
    @Biswa-jit-0222 Před 2 měsíci +215

    যোৰহাটত গৌৰৱ দাই হব, সংসদ, নে কি কয় ৰাইজ, কংগেছ বুলি নহয়, এজন ভাল মানুহ হিচাপে জয় হব❤

    • @sahidulali6100
      @sahidulali6100 Před 2 měsíci +1

      Hosa kotha koise dada

    • @dulumonigogoi2318
      @dulumonigogoi2318 Před 2 měsíci

      czcams.com/video/5ZHTFkZ88hU/video.htmlsi=8LNTsZ043kfpupzb

    • @dulumonigogoi2318
      @dulumonigogoi2318 Před 2 měsíci

      czcams.com/video/5ZHTFkZ88hU/video.htmlsi=8LNTsZ043kfpupzb

    • @Lukumoni_mini_vlogs
      @Lukumoni_mini_vlogs Před měsícem +2

      Xosai val manuh hoi teu xei karone sobe jikabo 🙏🙏 moi nagaon hoi teuk moi bohut val pau teu nisina kotha kunu ye kobo nuware

    • @biswas1814
      @biswas1814 Před měsícem

      Tarun gogoi ajon vl manuh asil ...
      Heibuli gourav gogoi u j ajon vl manuh hbo tar ki mane ase

  • @manikchandradas7057
    @manikchandradas7057 Před měsícem +19

    হাজাৰ শিয়ালৰ মাজত এটা সিংহই যথেষ্ট, গৌৰৱ গগৈ জিন্দাবাদ। 💪

  • @intuneog
    @intuneog Před měsícem +91

    গৌৰৱ গগৈ দাক আপোনালোকৰ বহুমূলীয়া ভোট দি জয় যুক্ত কৰে যেন সকলোৰে।

  • @leaderff1047
    @leaderff1047 Před 2 měsíci +162

    যোৰহাটৰ প্ৰত্যেক জন সচেতন নাগৰিকৰ প্ৰথম পছন্দ গৌৰৱ গগৈ। আমাৰ গৌৰৱ; অসমৰ গৌৰৱ❤️❤️

    • @dulumonigogoi2318
      @dulumonigogoi2318 Před 2 měsíci

      czcams.com/video/5ZHTFkZ88hU/video.htmlsi=8LNTsZ043kfpupzb

  • @chayanikagogoi7726
    @chayanikagogoi7726 Před 2 měsíci +219

    জয়ী হ'ব গৌৰৱ জয়ী হ'ব শিৱসাগৰ বাসী , যোৰহাট বাসীৰ, জিলিকিব অসম এইবাৰ পৰিৱৰ্তন নহয় ৰূপান্তৰ হ'ব জনসাধাৰণে আবেগেৰে নহয় বিবেকৰে দিব ভোট সোণালী দিন উদযাপন কৰিব ৰাইজে সমগ্ৰ অসমবাসীয়ে কৰযোৰে প্ৰথনা কৰিছোঁ সঁচাই ভাল হ'ব ❤

    • @sanjudas8854
      @sanjudas8854 Před 2 měsíci +9

      Jorhat , sibsagar nohoi gutey okhomot joy hok moi kamrup or pora teur supporter hisabe asu

    • @chayanikagogoi7726
      @chayanikagogoi7726 Před 2 měsíci

      @@sanjudas8854 nisoy🙏🏼🤍

    • @dulumonigogoi2318
      @dulumonigogoi2318 Před 2 měsíci

      czcams.com/video/5ZHTFkZ88hU/video.htmlsi=8LNTsZ043kfpupzb

    • @dulumonigogoi2318
      @dulumonigogoi2318 Před 2 měsíci

      czcams.com/video/5ZHTFkZ88hU/video.htmlsi=8LNTsZ043kfpupzb

    • @ritashree
      @ritashree Před měsícem +6

      মোৰ সৌভাগ্য যে মই তেওঁক ভোট দিৱ পাম ❤️জয় গৌৰৱ গগৈ ❤️

  • @rebasaikia7452
    @rebasaikia7452 Před 2 měsíci +244

    বাকিবোৰ নকওঁ,তিনি গগৈ জিন্দাবাদ

    • @dimpidas4373
      @dimpidas4373 Před 2 měsíci +16

      3 Gogoi jindabad

    • @user-do3tm9qq1s
      @user-do3tm9qq1s Před 2 měsíci +14

      3 Gogoi zindabad

    • @worldisbeautiful7801
      @worldisbeautiful7801 Před 2 měsíci +6

      Gogoi 🔥

    • @Leo-hh5ev
      @Leo-hh5ev Před 2 měsíci +1

      Sabodhan, miyar utpat jate Nabare, sorkari Madrasa jate akou salu nohoy, Bal- bibah jate akou arambho nohoy, bohubibah jate aru akou legalized nohoy😂

    • @dibo-2023
      @dibo-2023 Před 2 měsíci

      3 gagaiar logote mira baidew jindabad

  • @anupamhazarika7902
    @anupamhazarika7902 Před 2 měsíci +123

    Future CM OF ASSAM

  • @khairulkinggamer9945
    @khairulkinggamer9945 Před 2 měsíci +138

    একালত অসমৰ মুখ্যমন্ত্ৰী হ'ব জয় আই অসম ১০০%

    • @pranjalsaikia1020
      @pranjalsaikia1020 Před 2 měsíci +1

      😂😂😂😂😂😂

    • @dhritirajkashyapsunu4211
      @dhritirajkashyapsunu4211 Před 2 měsíci

      😂😂bhl ko da kin 2 miya r vot loi mp hoi khi😂😂😂😂

    • @LovelyFarmhouse-dy5zx
      @LovelyFarmhouse-dy5zx Před 2 měsíci

      ​@@dhritirajkashyapsunu4211 jodi alop parliament r kotha jana tente aibur nkoba BJP moi nije support koru kintu gaurav gogoi r dore kontho parliament t lage axomor problem but t mat dibole karon bakibure he2 nuare .... Val Tu cal koba nhole neutral thaka... Blg r chate t ahi spam koribo nalage

    • @Warriror4789
      @Warriror4789 Před 2 měsíci

      😂😂

    • @unmilon2401
      @unmilon2401 Před měsícem +1

      Gaurav gogoi jindabad❤

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef Před 2 měsíci +168

    প্ৰকৃত গণতন্ত্ৰ ৰক্ষক গৌৰৱ গগৈ জয়েই গণতন্ত্ৰৰ জয়। আমাৰ আশা, সুখ, শান্তি ৰক্ষা আৰু মূৰ দাঙি জীয়াই থাকিব পৰা ব্যৱস্থাই গণতন্ত্ৰ। বৰ্তমান শাসন ব্যৱস্থা ক'ৰ্পৰেট গোষ্ঠীৰ কবলত পৰি চৰকাৰী সম্পদ লোণ্ঠনৰ যজ্ঞ চলিছে।
    বৃহৎ পুঁজিপতি হাতলৈ দেশৰ সম্পদ গুচি গৈছে ।
    ৰাইজে নিজৰ বহু মূল্যবান ভোট হাতৰ চিনত দি গণতন্ত্ৰক ৰক্ষা কৰাৰ বিনম্ৰতাই প্ৰাৰ্থনা জনাইছোঁ 🙏🙏🙏🙏।

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u Před 2 měsíci +181

    গৌৰৱ গগৈ অসম ভাৰতৰ লগতে বিশ্বতে উজ্জ্বলি উঠক ❤❤❤❤

    • @JuriTalukdar-mh1ml
      @JuriTalukdar-mh1ml Před 2 měsíci +4

      ❤❤❤👍👍👍

    • @RupkantaPathori
      @RupkantaPathori Před 2 měsíci +3

      কি হব অসমৰ কিছুমান মানুহে কেইটকা মান টকা পালেই বিবেক বিক্ৰি কৰে ।

    • @dulumonigogoi2318
      @dulumonigogoi2318 Před 2 měsíci

      czcams.com/video/5ZHTFkZ88hU/video.htmlsi=8LNTsZ043kfpupzb

  • @KpBhai1url
    @KpBhai1url Před měsícem +38

    মই যোৰহাট জিলাৰ নহ'লেও ম‌ই গৌৰৱ গগৈ দা‌ঙৰীয়া লগত সদায় থাকিম । কংগ্ৰেছ দলৰ বুলি নহয়। গৌৰৱ গগৈ জিন্দাবাদ জয় আই অসম 🎉

  • @assamesenaturalbeautyandhe2854
    @assamesenaturalbeautyandhe2854 Před měsícem +26

    সকলো শিৱসাগৰ, যোৰহাট ৰ হৈ যোৰহাট সমষ্টিৰ ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াক ভোট দিয়ে যেন 🙏অসমৰ এগৰাকী দক্ষ সাংসদ অসমৰ হৈ মাত মতা নেতা অসমৰ গৌৰৱ❤

  • @madhurjyabora5507
    @madhurjyabora5507 Před 2 měsíci +129

    যিমানেই যি হওক যোৰহাট লোক সভা সমষ্টি ত গৌৰৱ গগৈ ।

    • @dhritirajkashyapsunu4211
      @dhritirajkashyapsunu4211 Před 2 měsíci +4

      Gu hara dibo nam sur geda i vot dibo tak blg a nede😂😂😂

    • @arifahmed1634
      @arifahmed1634 Před 2 měsíci

      ​kela buleye kolu tuk

    • @madhurjyabora5507
      @madhurjyabora5507 Před 2 měsíci

      @@dhritirajkashyapsunu4211 dekha jabooo

    • @Catsviralz
      @Catsviralz Před 2 měsíci

      Tur nisina himanta, modir gu kuha ketai nidileu Gaurav jikibo​@@dhritirajkashyapsunu4211

    • @msm747
      @msm747 Před 2 měsíci

      BJP r somsa bure tenekuwai mat matib jane...vdrota nai​@@dhritirajkashyapsunu4211

  • @shimantakanchanmusical4271
    @shimantakanchanmusical4271 Před 2 měsíci +9

    আমাৰ সকলোৰে অতিকৈ মৰমৰ হিয়াৰ আমঠু জনেই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ। এজন সহজ সৰল শিক্ষিত সঁচা মনৰ গৰাকীয়েই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। কংগ্ৰেছৰ জয় ৰাইজৰ জয়।আমি ভোট দিম কাক কংগ্ৰেছক গৌৰৱ গগৈ ডাঙৰীয়াক।❤❤

  • @user-tn3yu4ue2g
    @user-tn3yu4ue2g Před 2 měsíci +121

    গৌৰৱ গগৈ আমাৰ সকলোবে হৃদয়ত থাকি বা ৷ তোমাক ঈশ্বৰে সহায কৰক। আশীবাদ কৰিছো কৃষ্ কৃষ্ণ কৃষ্ কৃষ্ণ ৷

  • @bgcreationofficial4459
    @bgcreationofficial4459 Před měsícem +8

    অসমৰ উজ্জ্বল নক্ষত্ৰ গৌৰব গগৈ।
    আপোনাৰ জয় মানেই অসমৰ জয়।
    মনে প্ৰাণে আপোনি জয় হোৱাটো কামনা কৰিছোঁ। জয় আই অসম।

  • @dimpidas4373
    @dimpidas4373 Před 2 měsíci +81

    এতিয়াৰ দৰে সদায় সাহসী হলে আপুনি এদিন জয়ী হবয়ে।
    ৩ গগৈ জিন্দাবাদ🙏🙏🙏

  • @thedevogramstory7483
    @thedevogramstory7483 Před 2 měsíci +336

    Vote for gorav and lurin.... As a BJP supporter I support these two leader for future of assam.... Basically for upper assam because we have one leader from BJP sarbananda but tau akw voice nai... Tau cm seat to bosaba nuarila.... Polala Assam pora

  • @debasishbhuyan3217
    @debasishbhuyan3217 Před 2 měsíci +48

    এটা সময়‌‌ আহিব যিদিনা "গৌৰৱ গগৈ" অসমৰ মুখ্যমন্ত্ৰী হ'ব সেইদিনা আৰু ভাল লাগিব.. Best wishes to you Sir.

  • @travellogue1184
    @travellogue1184 Před 2 měsíci +60

    ভগৱানে আপোনাক জয়যুক্ত কৰক, কৃষ্ণ 🙏

  • @papugogoi1824
    @papugogoi1824 Před měsícem +14

    গৌৰৱ দা তোমাক লৈ গোটেই অসমবাসীয়ে সপোন দেখিছে, আৰু তোমাক সকলোৱে আশিবাদ কৰিছে। মই যোৰহাট সমষ্টিৰ নহ'লেও মই আপোনাৰ লগত আছোঁ। মোৰ যিমান চিনাকি আছে আৰু ঘৰৰ মানুহ আছে সকলোকে অনুৰোধ কৰিছোঁ,যে তোমাৰ লগত থাকিবলৈ। গৌৰৱ গগৈ জিন্দাবাদ। কিন্তু মই কোনো পাৰ্টিৰ নহয়।

    • @2.0940
      @2.0940 Před měsícem

      Same moiu I am from majuli 💐

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr Před 2 měsíci +67

    আগুৱাই যাওঁক ভগবানৰ ওচৰত এয়ে প্ৰাৰ্থনা।

  • @bakulboruah2026
    @bakulboruah2026 Před 2 měsíci +33

    আমাৰ গৌৰৱ, অসমৰ গৌৰৱ।
    গৌৰৱ গগৈ আহিছে, আহিছে আহিবই।
    গৌৰৱ গগৈ জিকিছে, জিকিছে জিকিবই।
    জয় আই অসম।।

  • @padumisaikia7733
    @padumisaikia7733 Před 2 měsíci +48

    আমাৰ গৌৰৱ, পৃ থিৱীৰ গৌৰৱ হ ওঁক এইয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা

  • @pgoswami5378
    @pgoswami5378 Před 2 měsíci +48

    অসমৰ হৈ বলিষ্ঠ কণ্ঠেৰে মাত মাতিবলৈ যোৰহাট লোকসভা সমষ্টিবাসী সকলো ভোটাৰ ৰাইজৰ
    এইবাৰ দ্বায়িত্ব আহি পৰিছে গৌৰৱ
    গগৈক বিপুল ভোটত জয়লাভ কৰাই সংসদলৈ পঠোৱা।সমষ্টিবাসী ৰাইজে কথাটো
    অতি সচেতনাৰে আৰু গুৰুত্ব সহকাৰে লোৱা একান্ত কৰ্তব্য বুলি
    বিবেচনা কৰিলে অসমবাসীয়ে অতি আনন্দিত তথা চিৰকৃতজ্ঞ হৈ থাকিব
    বুলি অসমৰ চোকেকোণে প্ৰচাৰ চলিছে।

  • @user-ib5co6ic2t
    @user-ib5co6ic2t Před 2 měsíci +44

    জয় আই অসম❤❤❤গৌৰৱ গগৈ জিন্দাবাদ💪💪

  • @rakeshpathak7274
    @rakeshpathak7274 Před 2 měsíci +17

    গৌৰৱ দা মই মনৰ পৰা আশীৰ্বাদ কৰিছো যাতে আপুনি জয় লাভ কৰে।

  • @urmideka2292
    @urmideka2292 Před 2 měsíci +20

    ভগবানৰ ওচৰত শতকৌটি প্ৰাৰ্থনা সমগ্ৰ বিশ্বৰে গৌৰৱ হৈ ৰওঁক।

  • @i5021SURAAJ
    @i5021SURAAJ Před 2 měsíci +33

    আমাৰ গৌৰৱ
    🇮🇳
    গৌৰৱ গগৈ চিৰঞ্জীৱ হওক।

  • @lohitgogoi6547
    @lohitgogoi6547 Před 2 měsíci +26

    অফুৰন্ত শুভকামনা জ্ঞাপন কৰিছোঁ। সূৰ্যৰ নদী হৈ বৈ ৰোৱা অনন্ত কাললৈ প্ৰতিজন অসমীয়াৰ মানসপটত। সাম্প্ৰতিক সময়ৰ আটাইতকৈ শক্তিশালী আৰু দক্ষ তথা গুণগত মান বিশিষ্ট ৰাজনৈতিক কৰ্মী,সমাজসেৱক। সন্মানীয় সাংসদ গৌৰৱ গগৈৰ মহীয়ান কৰ্মৰাজিৰে আমি গৌৰৱান্বিত। এই হিতৈষী যাত্ৰা বিশ্বমুখী হোৱাৰ শুভ কামনাৰে। বিজয়ী ভৱ:🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️

  • @tazashreeglobalentertainment
    @tazashreeglobalentertainment Před 2 měsíci +30

    আন্তৰিক অভিনন্দন গৌৰৱ।
    প্ৰভু ভগৱন্তই সকলো মনোবাঞ্ছা পৰিপূৰ্ণ কৰক। বিজয়ী ভৱ:❤❤❤❤❤❤❤❤❤❤

  • @polemsumi5507
    @polemsumi5507 Před 2 měsíci +11

    Vote for Congress party vote for gaurav gogoi

  • @MomiSaikia-yl2kx
    @MomiSaikia-yl2kx Před 2 měsíci +19

    গৌৰৱ গগৈ জিন্দাবাদ।আমি গৌৰৱ গগৈক জিকামেই।জয় আই অসম।🖐️🖐️🖐️

  • @violeenalaskar3742
    @violeenalaskar3742 Před 2 měsíci +25

    অসমৰ সিঙহ পুৰুষ গৌৰৱ গগৈ।সততাৰে ৰাজনীতিকৰক ৰাইজ সদাই লগত থাকিব।

  • @swarnabhajani6884
    @swarnabhajani6884 Před 2 měsíci +26

    গণতন্ত্ৰ ৰক্ষাৰ বাবে গৌৰৱ গগৈক ভোট দিম।

  • @unboxingelectronics3947
    @unboxingelectronics3947 Před 2 měsíci +19

    গানটো আৰু videography মজা হৈছে । জুই ।

  • @bontisaikia6003
    @bontisaikia6003 Před 2 měsíci +10

    ঈশ্বৰে সহায় কৰক।গৌৰৱ গগৈ জিন্দা বাদ ।

  • @mamonisaikia39
    @mamonisaikia39 Před 2 měsíci +25

    জোৰহাট ৰাইজৰ বাবে পৰম ভাগ্য গৌৰৱ গগৈ আহি আছে

  • @rumamonigogoi622
    @rumamonigogoi622 Před 2 měsíci +18

    কলি যুগৰ সুন্দৰ মনৰ অৱতাৰি পুৰুষ হোৱা তাকেই কামনাৰে আশীৰ্বাদ যাচিলো।🎉🎉🎉

  • @tdmmasterpubg633
    @tdmmasterpubg633 Před měsícem +2

    মই যদি যোৰহাটৰ হলো হয় তেনেহলে নিজকে বৰ সুখী বুলি অনুভৱ কৰিলোঁ হৈ।যিকিনহওক অসমৰ গৌৰৱ দা জিন্দাবাদ।

  • @dipanjalineogneog2519
    @dipanjalineogneog2519 Před 2 měsíci +38

    জয় আই অসম।

  • @mamonisaikia39
    @mamonisaikia39 Před 2 měsíci +17

    চেলি্বেট হৈ আহিছে ৰাজ নিতিলৈ গৌৰৱ গগৈ সঁচাকৈ বহু ত ভাল লগা ব্যক্তি❤❤❤❤👍💯🌹🌹🌹

  • @user-Sondesh48
    @user-Sondesh48 Před 2 měsíci +8

    আমাৰ ভবিষ্যত গৌৰৱ গগৈ ❤🎉

  • @rupjyotigogoi9744
    @rupjyotigogoi9744 Před měsícem +3

    Maa kamakhya r আশীৰ্বাদ আছে গৌৰৱ গগৈ লগত

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 Před 2 měsíci +35

    Sir apuni jikibo. God bless you ❤❤❤

  • @momiahmedvlogs3164
    @momiahmedvlogs3164 Před 2 měsíci +29

    Gourov gogoi zindabad teor uporot amar bohut axirbad ase

  • @deepjyotihandique9915
    @deepjyotihandique9915 Před 2 měsíci +9

    সংবিধান ৰক্ষাৰ যুঁজ এইবাৰ। গণতন্ত্ৰ ৰক্ষাৰ যুঁজ। গৌৰৱ গগৈক ভোট দিয়ক।

  • @minudey7657
    @minudey7657 Před 2 měsíci +8

    গৌৰৱ গগৈ আৰু গৌৰৱ হওঁক তাৰে কামনা কৰিলোঁ ঈশ্বৰৰ চৰণত বাৰম্বাৰ অনুৰোধ জনোৱা হল 🙏🙏👍

  • @achinta69
    @achinta69 Před 2 měsíci +13

    যোৰহাটত এইবাৰ গৌৰৱ গগৈ।

  • @akashprotimborah4743
    @akashprotimborah4743 Před měsícem +3

    As a Agp and Bjp Supporter I will say to give your valuable votes to Gaurov Gogoi only in Jorhat its not important it is necessary...❤

  • @user-lq1rg1qw4s
    @user-lq1rg1qw4s Před 2 měsíci +8

    বৰ্তমান অসমৰ এজন খুব ভাল নেতা ।❤

  • @prock7604
    @prock7604 Před 2 měsíci +15

    Gaurav Daa CM hobo lgibo Assam r...✌✌✌

  • @2no.hingrijansonari816
    @2no.hingrijansonari816 Před 2 měsíci +9

    গৌৰৱ গগৈ জিন্দাবাদ। আমি সকলোৱে আছো ভগৱান ৰ ওচৰত প্ৰাৰ্থনা কৰি ছো ।

  • @lordstarsec23
    @lordstarsec23 Před 2 měsíci +21

    Assam proud. Indian Proud. Gaurav Gogoi zindabad.

  • @Biswajit.Boruah
    @Biswajit.Boruah Před 2 měsíci +20

    অসমৰ গৌৰব তথা জাতিৰ গৌৰৱ ককাইদেউ পূৰ্বতে আমাৰ সমষ্টিৰ সাংসদ আছিল। প্ৰথমতে বেয়া লাগিছিল। কিন্তু বৰ্তমান যোৰহাটবাসী ৰাইজ তথা অসমবাসী ৰাইজৰ দাদাৰ প্ৰতি থকা মৰম দেখি আমি অত্যন্ত সুখী।
    আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইটো যে শাসক দলৰ এইজন ব্যক্তিৰ প্ৰতি ইমান ভয়, যাৰ বাবে বাৰে বাৰে ষড়যন্ত্র কৰিও বিফল হোৱা দেখা গৈছে।

  • @sahilhoque1645
    @sahilhoque1645 Před 2 měsíci +12

    Gurav gogoi only CM 2026

  • @babatudip5126
    @babatudip5126 Před 2 měsíci +7

    One of the few people from Axom who can actually speak in the Parliament 😊

  • @ajoypanging1997
    @ajoypanging1997 Před 2 měsíci +13

    ❤জয় আই অসম ❤ গৌৰৱ গগৈ জিন্দাবাদ। অসমৰ গৈৰৱ ❤

  • @utpalbdas
    @utpalbdas Před měsícem +3

    হয় , গৌৰৱ গগৈ দেৱ জিকিব! ৰাইজৰ হকে মাত দিবলৈ গৌৰৱ গগৈ দেৱ ক জিকিব লাগিব ❤🎉 for the people,by the people ❤...

  • @junubhuyan7188
    @junubhuyan7188 Před 2 měsíci +23

    গৌৰৱ গগৈ জিন্দাবাদ

  • @shimantakanchanmusical4271
    @shimantakanchanmusical4271 Před 2 měsíci +10

    গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ 🥰

  • @nirmalboro732
    @nirmalboro732 Před 2 měsíci +15

    Asom Gaurav , Gaurav Gogoi, Zindabad, Jorhat Zindabad,

  • @rintudas3592
    @rintudas3592 Před 2 měsíci +24

    ভৱিষ্যতৰ মূখ্যমন্ত্ৰী ❤✨

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k Před 2 měsíci +19

    গৌৰৱ গগৈ জিন্দাবাদ জিন্দাবাদ ❤❤❤❤❤❤❤

  • @masti1112
    @masti1112 Před 2 měsíci +45

    26 OT Assam OR CM Gourav Gogoi ❤

  • @pallabimorang6407
    @pallabimorang6407 Před 2 měsíci +17

    Roja hodai Roja, harileu jilileu apuniye roja❤

  • @mahadevpeguvlogs5815
    @mahadevpeguvlogs5815 Před 2 měsíci +12

    গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ ❤❤❤

  • @BaneswarBasumatary-jp4sl
    @BaneswarBasumatary-jp4sl Před 2 měsíci +10

    We want you next CM of Assam..

    • @Fof2moi
      @Fof2moi Před 2 měsíci

      Moio bisaru kintu alp xomoi lgibo aibr mama a hbo CM Gogoi da i jodhi ankoi vl kam kri thke nissoy vobbisote teo a CM hbo❤

  • @user-rm9nu3jm6x
    @user-rm9nu3jm6x Před 2 měsíci +22

    New jenneration perfect candidate ❤❤❤❤

  • @manabkalita6192
    @manabkalita6192 Před 2 měsíci +11

    দচুক দমন শান্ত পালন ঔম নমস্কাৰ শিবায জয গৌৰব গগৈৰ জয

  • @ayangtani4174
    @ayangtani4174 Před 2 měsíci +10

    Face of Assam & Voice of Northeast. Gaurav Goigoi Zindabad. ..

  • @narah4140
    @narah4140 Před 2 měsíci +8

    Sir we are proud of you as a assamese. Sir you are most well come to Jorhat. I hope you are definitely win our parliamentary constituency and God bless you .

  • @Moumi9027
    @Moumi9027 Před 2 měsíci +8

    Excellent..We want a lion like u in politics. Ppl need an educated and dynamic person. Congratulations 🎉🎉

  • @durlabhkonwar8451
    @durlabhkonwar8451 Před 2 měsíci +23

    Raijor arshibaad ase apunar logot.Apuni jikiboi.

  • @nirutpalborah-vf9dw
    @nirutpalborah-vf9dw Před měsícem +1

    অসমৰ গৌৰৱ গৌৰব গগৈ
    যোৰহাটৰ গৌৰৱ গগৈ
    বলিষ্ঠ কন্ঠ গৌৰৱ গগৈ
    আমাৰ ভবিষ্যত গৌৰৱ গগৈ 👍👍

  • @binudbaruah142
    @binudbaruah142 Před 2 měsíci +7

    Next CM of ASSAM 🤞🏻✊🏻❤️

  • @Selfbelief46
    @Selfbelief46 Před 2 měsíci +10

    My favourite politician ❤

  • @RabinDeka-jq6tc
    @RabinDeka-jq6tc Před měsícem +4

    Now Every educated Assamese wants Gaurav Gogoi to win❤❤🎉 New generation wants a responsible CM..!

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před 2 měsíci +12

    অসমৰ গৌৰৱ, গৌৰৱ গগৈ ❤️❤️❤️✌️✌️✌️✌️✌️

  • @RudroBorua-xp2mx
    @RudroBorua-xp2mx Před 2 měsíci +13

    Gourab gogoi joy houk vogobanor usrt parthona jonalu❤❤❤❤❤

  • @bulbulAxom099
    @bulbulAxom099 Před měsícem +3

    গাৰ নোম হিয়ৰি উঠে ও দাদা @gaurav gogoi 😔😔❤️❤️। অসম খন বচাওক আপুনি ❤️❤️

  • @hazarikaananta8181
    @hazarikaananta8181 Před měsícem +1

    Gourav Gogoi ji really icon of Assam and honest politician and educated person

  • @niranjanbarman2941
    @niranjanbarman2941 Před měsícem +1

    আপোনাকৰ বহুমূলীয়া ভোট তো গৌৰৱ গগৈ দি যাতে জয় কৰে 🙏🙏 গৌৰৱ গগৈ ৰ প্ৰয়োজন আছে অসমৰ বাবে

  • @neone4759
    @neone4759 Před 2 měsíci +4

    U should Lead the Legacy of Mr.Tarun Gogoi , Assam will be Hero again from Zero . Its unbearable Inflation, Unemployment, Govt Hypocrisy now. Everything is Tormented by a Blue Fox.

  • @user-rm9nu3jm6x
    @user-rm9nu3jm6x Před 2 měsíci +14

    Gourav da Assam Gourav ❤❤❤

  • @lovelymorning2730
    @lovelymorning2730 Před 2 měsíci +2

    জয় আই অসম। জয় কংগ্ৰেছ ।জয় গৌৰৱ দা ।

  • @lovelymorning2730
    @lovelymorning2730 Před 2 měsíci +3

    জয় আই অসম। জয় কংগ্ৰেছ ।জয় গৌৰৱ দা । ঘৰ মোৰ বাহনা

  • @dipjyotigogoi8964
    @dipjyotigogoi8964 Před 2 měsíci +4

    God bless u sir. N best of luck..❤❤❤ jikiboi apuni sir vogoban ase apunar logot.

  • @Majulian_mrinmoy
    @Majulian_mrinmoy Před 2 měsíci +9

    Love you Gourav Gogoi daa❤️...........we are always with you👍

  • @user-gc3jx9kk8e
    @user-gc3jx9kk8e Před 2 měsíci +6

    গৌৰৱ গগৈ অসমৰ সিংহ।

  • @r.j.status8425
    @r.j.status8425 Před 2 měsíci +3

    Dada Best Of Luck 🎉🎉🎉
    Jeet Fix Axom r Gourav Gaurav Gogoi .

  • @bishwajitphukanr.no2022
    @bishwajitphukanr.no2022 Před 2 měsíci +12

    Future CM Of Assam.

  • @user-tp8jp8py8w
    @user-tp8jp8py8w Před 2 měsíci +14

    Future CM of Assam

  • @mridul0006
    @mridul0006 Před 2 měsíci +6

    আমি আপোনাৰ লগত আছোঁ ককাইদেউ ✊✊

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k Před 2 měsíci +8

    তিনি গগৈ জিন্দাবাদ জিন্দাবাদ

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk Před 2 měsíci +28

    Joi gouruv gogoi

  • @lordstarsec23
    @lordstarsec23 Před 2 měsíci +12

    Vote for Gaurav gogoi. Congress zindabad.

  • @happyfeeling6905
    @happyfeeling6905 Před 2 měsíci +5

    গৌৰৱ গগৈ এক আলোড়ন ❤

  • @rinkubaruah1972
    @rinkubaruah1972 Před 2 měsíci +1

    গৌৰৱ গগৈ জিন্দবাদ

  • @KalpajitGogoi.
    @KalpajitGogoi. Před 2 měsíci +18

    Gourav Gogoi dada/kokai / sir apunar moi bohut dangor fan ..apuni jikibo ru jikiboi lagibo 💪 apunar nisina smart MP asomot ajonu ni ..moi ajon BJYM member kintu moi apunak bohut support koru ..Gourav Gogoi Zindabad ✨💪