Video není dostupné.
Omlouváme se.

Husband ৰ কি হৈছিল... ভগৱান বৰ নিষ্ঠুৰ.. আমাৰ লগতে কিয় কৰিলে😭😭

Sdílet
Vložit
  • čas přidán 9. 12. 2022

Komentáře • 381

  • @brindamoniduara3667
    @brindamoniduara3667 Před 3 měsíci +3

    ধৈয্য ধৰক ভগবানে আপোনাক শক্তি দিয়ক ।কথাখিনি শুনি বহুত দুখ লাগিল

  • @DabojaniBaruah
    @DabojaniBaruah Před 3 měsíci +2

    ইমান ধৈৰ্য আৰু সাহসেৰে কথ খিনি আগবঢ়ায় নিছা ভাল লাগিছে ভগবানে তোমাক সাহসী শক্তিশালী আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শক্তি দিয়ক।হাৰি হাৰি জিকিবলৈ শিকা। ইমান সৰু ছোৱালী তুমি পাছলৈ উভতি নোচোৱাকৈ আগবাঢ়ি যোৱা ভগবান তোমাৰ সহায় হক

  • @juntichutiagogoi5459
    @juntichutiagogoi5459 Před rokem +14

    তোমাক শান্তনা দিবলৈ মোৰ ভাষা নাই, তুমি ধৈয্য আৰু সাহসেৰে জীৱন পথত আগবাঢ়ি যোৱা 🙏🙏🙏

  • @kaustuvvlog3934
    @kaustuvvlog3934 Před rokem +8

    দুখ নকৰিব মানুহৰ কপালৰ লিখনি চাওকচোন আপোনাৰ মনতোক তেওঁ নাই বুলি বুজাব পাৰি মোৰ কিন্তো তেওঁ জীয়াই থাকিও কাখত নাই তথাপিও লৰাতোকে সাৱতি ধৰি জীৱনতো আগুৱাই লৈ গৈ আছো | তথাপিও আপোনাৰ মনৰ কথাবোৰ শুনি মনতো দুখ লাগিল😭😭

  • @sagarikaborpujari6238
    @sagarikaborpujari6238 Před rokem +31

    কথা খিনি শুনি বৰ দুখ পালোঁ। তোমাক চিনি নাপাওঁ যদিও দুখ বোৰ অনুভৱ কৰিছো। ঈশ্বৰে তোমাক শক্তি দিয়ক ভাল হওক তোমাৰ

  • @manashhazarika8617
    @manashhazarika8617 Před rokem +24

    তোমাৰ কথাখিনিৰে বহুত দুখ দিলে। ভগৱানে তোমাক মঙ্গল কৰক।

  • @bantimalik4209
    @bantimalik4209 Před rokem +11

    বহুত দুখ লাগিল। কবলৈ ভাষা নাই। মাত্র এটাই কঁও ভগৱান আপোনাৰ সহায় হওক। ধৈর্যেৰে আগবাঢ়ি যাওক।

  • @mainabarman4477
    @mainabarman4477 Před rokem +16

    ভগৱান এনেকুৱা শোক কোনো মাতৃক পতনিক নিদিবা চৰনত ধৰিছে প্রভু তোমাৰ, হৰ হৰ মহাদেৱ 🙏

  • @krishnagogoi1657
    @krishnagogoi1657 Před rokem +7

    তোমাক শান্তনা দিবলৈ মই ভাষা বিছাৰি পোৱা নাই ভন্টি | তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ভন্টি |

  • @gitanjalideka8767
    @gitanjalideka8767 Před rokem +21

    ভণ্টি, কপালৰ লিখন-হোৱাটো হৈ গ'ল ; তুমি সাহসেৰে জীৱন যুদ্ধত চলি যোৱা।দুখ কৰি নাথাকিবা। তোমাৰ দুখত মই খুউব দুখ পালোঁ 😭

  • @AxomiaPakghor
    @AxomiaPakghor Před rokem +6

    কবলে ভাষা নাই । মানুহৰ জীৱন টোৱে এনেকোৱা ।এতাই কথা কও নিজকে সাহস গোটাই জীৱন টো আগবঢ়ায় লৈ যোৱা । ভগৱান নে সহায় কৰিব ।❤️❤️❤️❤️

  • @user-rf5gt8lz1s
    @user-rf5gt8lz1s Před 4 měsíci +1

    কথা খিনি শুনি বহুত দুখ পালো ।মোৰৰো তোমাৰ দৰে একেই হৈছিল ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ তোমাক যাতে সাহস দিয়ে

  • @nirupoma5935
    @nirupoma5935 Před rokem +4

    বৰ কষ্ট পালো। ভগৱানে তোমাৰ সকলো দুখ যেন পাহৰাই তোমাক এটি সঠিক পথেৰে চলাই নিয়ে।আমেন 🙏

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 Před rokem +2

    ভন্টি... তোমাৰ কথা শুনি মৰ্মাহত হৈছোঁ। সম্প্ৰতি আৰু কি ক'ম। ভগৱানে তোমাক সাহস দিয়ক।

  • @tribeni.s.diary.3690
    @tribeni.s.diary.3690 Před rokem +10

    জীবন এক নাটমঞ্চ, এয়াই সত্য। সাহসী হোৱা, কাৰণ- তোমাৰ ভাওঁ বাকী আছে।

    • @thedifferentworldvlog2445
      @thedifferentworldvlog2445 Před rokem +2

      সকলো বুজি পাইছোঁ , এতিয়া ভগৱানক চিন্তা আগবহি যোৱা 🙏🙏

  • @PhunuNathBora-uz9vj
    @PhunuNathBora-uz9vj Před 4 měsíci +1

    কি কম কপালৰ লিখন নহয় খন্দন ,তোমাৰ কথাখিনি শুনি চাই বৰ দুখ লাগিছে । ইমান কম বয়সতে এনে কাহিনী হ'ল।নিজৰ মানুহজনৰ কথা নিজে কেতিয়াও পাহৰিব নোৱাৰি ,তুমি ধৈয্য ধৰা। আশীৰ্বাদ কৰিছো ভগৱানে তোমাক কুশলে ৰাখক ।

  • @daywithjyotishna525
    @daywithjyotishna525 Před rokem +19

    বহুত বেয়া লাগিল একো নাই দিয়া ❤️ দুখ সকলোৰে জিৱনত থাকে হলেও অমি আমাৰ জিৱনটো আগবাঢাই নিবই লাগিব 🥰🥰

  • @RashmiKonwar
    @RashmiKonwar Před rokem +19

    যি হল সেইয়া নোহোৱা কৰিব নোৱাৰি । তেওঁ জীয়াই থাকিব তোমাৰ মৰমৰ মাজত । ঈশ্বৰে শক্তি দিয়ক তোমাক ।
    বৰ দুখ লাগিল 😭

  • @rupamonigogoi592
    @rupamonigogoi592 Před rokem +5

    কথা খিনি শুনি বহুত দুখ লাগিল 🙏🙏

  • @r.hazarika9231
    @r.hazarika9231 Před 4 měsíci +4

    বহুত দুখ লাগিল,,😭
    ভগৱান বৰ নিষ্ঠুৰ সচাঁকৈয়ে, কুশলে থাকা আৰু সাহসী হোৱা।

  • @priyagogoi6416
    @priyagogoi6416 Před rokem +3

    Please ba তুমি দুখ নকৰিবা😔 আমি আছোঁ তোমাৰ লগত.... সছাকৈয়ে কেতিয়া কাৰ লগত কি হৈ যাই কোনোও নাজানে😔 ভাগি নপৰিবা তুমি

  • @preetisharaiboruah206
    @preetisharaiboruah206 Před rokem +5

    বহুত দুখ লাগিল কথা খিনি শুনি তোমাৰ ভাল হক🙏🙏

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 Před rokem +2

    হৈ যোৱা ঘটনাবোৰ যিমানেই নিষ্ঠুৰ নহওঁক কিয় আমি সেয়া সলনি কৰিব নোৱাৰো। আপোনাক সান্তনা দিব পৰাকৈ একো কব নোৱাৰিম। মাত্ৰ এটা কথা কব খোজোঁ যে ইমান দুখ পোৱাৰ পিছত আপুনি নিজক যেনেদৰে আগবঢ়াই নিছে তাৰ বাবে প্ৰশংসাৰ যোগ্য। নিজক নতুনকৈ গঢ়িব পাৰিব বুলি আশা কৰিলো। ঈশ্বৰ আপোনাৰ সহায় হওঁক।

  • @lilydas3917
    @lilydas3917 Před 4 měsíci +1

    বৰ দুখ পালো ।ভগৱানে কিবা এটা ৰাসতা দিয়ক ।

  • @ritusaloikalita2230
    @ritusaloikalita2230 Před rokem +1

    Tumar kothakhini xuni nakandi nuarilu,eku nukuakoiei Tumi dukh paba buli teu gusi gol,satyatu mani loi Tumi aguai jua,ভগৱান xohai houk,teur atamai xaragat Thai pauk,Tumi jibon jujot aguai juar kamona korilu🙏🙏🙏

  • @bahanitadas5494
    @bahanitadas5494 Před rokem +4

    Ba vagabane vale raxak tumi durbal nhaba ba জীয়াই থাকিব ই লাগিব কাৰণ তোমাক ভাঙি পৰাটো আত্মীয় স্বজনে নিবিচাৰে,তোমাৰ ভাল হক, anuvab karisu manuh jank khang uthile bhut beyakoi gali buji napai aakou mrmo kare atiya anuvab karisu j xasai nohowa hoi gale jatana kiman

  • @malaborthakur9557
    @malaborthakur9557 Před 4 měsíci

    তোমাৰ কথা খিনি শুনি বৰ বেয়া লাগিল। ভগৱান ৰ ওপৰত কাৰো হাত নাই। তুমি এতিয়া আগুৱাই যোৱা।

  • @user-jx2te3bm6r
    @user-jx2te3bm6r Před 4 měsíci

    এতিয়া তুমি সাহসী হ'ব লাগিব ।ভগৱানো বৰ নিষ্ঠুৰ দুখ লাগিল।

  • @begumnarjee5046
    @begumnarjee5046 Před rokem +1

    কথাবিলাক শুনি বহুত বেয়া লাগিল । ভগৱানে তোমাক ধৈয্য দিয়ক ।😌🥲

  • @naturesnest6553
    @naturesnest6553 Před rokem +2

    তুমি সাহসৰে আগবাঢ়ি যোৱা । ভগৱান নে তুমাক সহায় কৰক ।

  • @ritamoniassamesevlogs689
    @ritamoniassamesevlogs689 Před 4 měsíci

    বহুত বেয়া লাগিল দেই😢😢😢ভণ্টি ভাগ্যৰ লিখন নাযায় খণ্ডন,ভাগ্যত যি আছে হবই, সাহসী হোৱা, আগুৱাই যোৱা

  • @banditakashyap6541
    @banditakashyap6541 Před rokem +2

    Bohut dukh lagil vedio tu saii💔vogobane apunak xahokh diyok🙏🙏🙏vale thakok apuni❤️apunjonk herowa bedona herowa jone he buji paii💔💔

  • @pabitrakalita9755
    @pabitrakalita9755 Před rokem +3

    তেওঁৰ আত্মাই শান্তি লাভ কৰক তুমি ভালদৰে থাকিব লাগিব

  • @mridulsarma9228
    @mridulsarma9228 Před rokem +2

    বহুত দুখ লাগিল, কি কম ভাষা নাই

  • @nimasrandhanihal
    @nimasrandhanihal Před rokem +5

    Kbo loi bhakha nai dear 😭😭😭😭 bor dukh lgil bukhu khon bikhai gol. dukh nkriba agbahi jua hdai lgot asu 🙏🙏🙏🙏🙏

  • @dhunuchangmai3370
    @dhunuchangmai3370 Před rokem +3

    Bohut dukh lagil baa ji hob loga asil hoi gol ki koriba jar jiman din vogobane sage teuk eman dinoloike pothaise

  • @momiphukonboruah3381
    @momiphukonboruah3381 Před rokem +10

    bor dukh lagil 😭😭😭.dukh nokoriba bhonti aaguai jua bhogobane tumak kukhole rakhok🙏🙏🙏

  • @asomiyabowarikabita3292
    @asomiyabowarikabita3292 Před rokem +7

    খুউৱ দুখ লাগিল উপায় নাই ধয্য ধৰি জীৱনত আগবাঢ়ি যাব লাগিব

  • @gitanjalisvlog771
    @gitanjalisvlog771 Před rokem +2

    বৰ দুখ লাগিল ইমান হথাৎ কেনেকৈ বাৰু হল ।কি হৈছিল গম পালা নে? প্রথম ভিডিঅ চাই দুখৰ কথা শুনিলো ।কিনো কওঁ কপালৰ লিখন কিজানি ।হব লগাবোৰ হৈ গ'ল তুমি আগুৱাই যোৱা শুভেচ্ছা থাকিল ।

  • @beautisivsagar2354
    @beautisivsagar2354 Před rokem +2

    Kothakhini xuni bohut dukh lagil....vogovane tumak kukhale rakhak voni 🙏

  • @user-uz3cq2vx6t
    @user-uz3cq2vx6t Před rokem +4

    aku naii jibon mne hukh dukh duita thka aku naii sinta Kori nathkiba adin xukh ahibo tumii dukh kori thkila taw kosto pabo nhoii Tumi strong hoii thaka

  • @karunalifestyleassamesevlo7575

    Bhut dukh lagisy mur 😭😭manuhor jibon tu kob nuwari please hokolu mili juli thakiba ❤️❤️ tumi durbol nohoba hahokhi huwa vogobany tumk hokti diyok 🙏🙏🙏

  • @alakahaloi7212
    @alakahaloi7212 Před rokem +5

    মুনু ও কি কম তোমাক। তুমি ধৈৰ্য্য ধৰা। বুজি পাইছো আপোনজনক হেৰুৱাৰ দুখ। তুমি ব্যস্ত হৈ থাকা।এইবাৰ গ'লে তোমাক লগ কৰিম❤️❤️

  • @geetaboraha1585
    @geetaboraha1585 Před rokem +8

    Pragati baideo aru jyostina baideo apunar kahani akai apunaluk Bhalai thakok takai kamona korilu parile new biyah houk jodiu nhoi apunak bhale thakok takai kamona korilu

  • @harichetry592
    @harichetry592 Před rokem

    তোমাৰ কাহিনী গম পাই বৰ বেজাৰ লাগিল, কি কৰিবা বিধিৰ লিখন, যি হব লগা আছে সেয়া হব‌ই। সাহস গোটাই ভবিষ্যত জীবন চক্ৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিবা। ভগবানে তোমাৰ মঙ্গল কৰক।

  • @pinikshadas696
    @pinikshadas696 Před rokem +4

    Baa bohut dukh palu huni nije sokupani ulai ahil ...vgbane tmak vle rakhok

  • @gawalialoradiganta969
    @gawalialoradiganta969 Před rokem +4

    আপোনাৰ কথাখিনি শুনি বহুত দুখ লাগিল. Apunar frnd holo akha koru muro vdo sai frnd hobo

  • @gayatreemazumdar5951
    @gayatreemazumdar5951 Před rokem +4

    Ami matro bhagabanor itcha aru ashirvad bisaru,,,tumi bhale thakiba

  • @bhagyajyotiaxomdergaon4383

    Bohut besi beya lagile baa tumar kotha bur huni . Atiya dukh kori nathakiba tumak vogobane mongol koribo baa 🙏❤️❤️❤️

  • @jitunath9729
    @jitunath9729 Před rokem +1

    Tumar kotha khini xuni bht Baya lgisa ... Nisthur vogaban...

  • @Bidbeast
    @Bidbeast Před rokem +1

    কথা বোৰ শুনি বুকু খন ভৰি চকু পানীৰে ।তুমি সৰু বোৱাৰী কিছু অভিগতাৰ পৰা লিখিলোঁ ।গেছ হোৱাটো মাথো এটা বেমাৰ নহয় ।ঘৰুৱা চিকিৎসা অলপ কৰি লে ভাল হল হেঁতেন ।অতি মাত্ৰা মানসিক চাপত ভুগি ছিল । তোমাৰ কথা খিনিৰ পৰা বুজিলো ।টকা পইছাৰ দিশৰ পৰা সমস্যাত পাৰিছিল নিশ্চয়। জীৱনটো ইয়তে শেষ নহয় ।কিবা এটা চাকৰী বা কৰ্ম সংস্থান বিচাৰি জীৱনটো চোৱাচিতা কৰা।ভগবানৰ ওচৰত মিনতি কৰিলোঁ।

  • @priyankaborborah6390
    @priyankaborborah6390 Před rokem +10

    Dukh nkriba ba...hodai happy hoi thkiba♥️♥️♥️

  • @moupriubora741
    @moupriubora741 Před rokem +1

    Apuni aguai jaok vogowan apunar hokti houk 🙏........aji pothom saisu dei baideu apunar vidio parela biyosta hoi thakib pora kiba kam ata korok baideu .....

  • @boruah8390
    @boruah8390 Před 4 měsíci

    কথাটো শুনি বৰ দুখ লাগিল।।। তোমাৰ ঘৰ ক'ত হয়।।

  • @jyotismitagogoimoon
    @jyotismitagogoimoon Před rokem +4

    New frnd holu. Agbahi jauk. Bohut morom আৰু hubhokamona ❤️🙏কথাবোৰ গম পাই দুখ লাগিল. Vogwan hohai হওক hodai🙏😘

  • @dipamonibezbaruah9557
    @dipamonibezbaruah9557 Před rokem +1

    ভগৱান আপোনাৰ সহায় হ‌ওক। ধৈৰ্য ধৰক। উপায় নাই।

  • @nirmaliboruah5669
    @nirmaliboruah5669 Před rokem +1

    Ei abostha moiu par korisu tumar dukhor moi homobhagi ki koriba dhoijya dhori jibon tu aguai niboloi sestha Kora majoni .hantona nohoi hahokh he disu. Kom boyokhote enekua abostha Huard babe bohut bejar paisu tothapiu tumak ejoni matri hisabe koisu eitu eta jibon jura monor kosta kintu jiyai tu thakiboi lagibo gotike hahokh aru dhoijyore agbarhi jabloi sestha Kora mur hubheisha aru ashirwad tumar babe
    hodai thakibo.

  • @drpranamisharma2382
    @drpranamisharma2382 Před rokem +1

    Bhut bhut xahokhi hua Jen tumi vonti ...tumak mur xahokh dibole aku nai ..vogoban ase tumak xodai vale rakhok

  • @DitimoniBoruah-cv7jc
    @DitimoniBoruah-cv7jc Před 3 měsíci

    বৰ দুখ লাগিল তোমাৰ কথাবোৰ শুনি ভাষা নাই বুজাবলৈ তোমাক চিনি নাপাওঁ

  • @Happyisbesthabit
    @Happyisbesthabit Před rokem +1

    Mon dukh nokoribo baa.. Bhogobane apunak mongol koribo.. Vogobanor usorot parthona jonaisu😭🙏

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u Před 3 měsíci

    তোমাৰ জীৱনত ঘটি যোৱা ঘটনাটো শুনি বহুত দুখ পালো 😂 ঈশ্বৰে তোমাক সাহস দিয়ক😂 পৰিয়ালৰ আটায়েক ভালে থাকক🙏🙏

  • @rambhalahan
    @rambhalahan Před rokem +1

    কি বুলি সান্তনা দিম তোমাক। মাথোঁ কম ধৰ্য্য ধৰা মাজনী 😭
    তেওঁ যতে আছে শান্তিয়ে থাকক তাৰে কামনা কৰিলোঁ 🙏

  • @bijuranideka1898
    @bijuranideka1898 Před rokem +3

    Kathabor huni hasakai bohut dukh lagise .. hua2 hy gl apuni hari najab

  • @prodipbora2752
    @prodipbora2752 Před rokem +3

    May God bless you Bhonti.

  • @misssumivlogging5331
    @misssumivlogging5331 Před rokem +1

    Bht bya lgl ktha khini xuni.. Vgwane apunak sahkh dyk vl a thakk

  • @kuldeephandique8527
    @kuldeephandique8527 Před 4 měsíci +1

    হাৰ্ট অট্টেক হল , কাৰণ গেচ গেচ বুলি ভাবি থাকোঁতে , আচলতে গেচ ফম নহয় গতিকে তুমি ভগবানৰ উপৰত বিশ্বাস ৰখা সময়ত তেখেতে সকলো hamoisya দুৰ কৰিব

    • @deepanjalidevi2667
      @deepanjalidevi2667 Před 4 měsíci

      Bhgabank apuni emn bisakh kore jodi bhgaban thakil hoi manuhr majot emn dukh kri sonkale kari ninile hoi

  • @bijoylakhisaikia9768
    @bijoylakhisaikia9768 Před rokem

    Manas mur major mate asile...bohut val lora asile,kotha2 huni bohut beya lagile....🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻jote thakok hantire thakok.

  • @chandramaneog1160
    @chandramaneog1160 Před rokem

    Suni soku pani ulai gol. Vogobane val Korok tumar jibon. Sahosi hua.

  • @sangitaborah5007
    @sangitaborah5007 Před rokem

    ভগৱানে আপোনাক বহুত শক্তি দিয়ক বা

  • @barnalibaruah3981
    @barnalibaruah3981 Před rokem +2

    Selain emanke dibo lage ney baru . Kothabur huni bohut dukh lagil.

  • @pinkuboruah2245
    @pinkuboruah2245 Před 4 měsíci

    Dukh nkriba nijk loi aguwai jua,tumar nisina moiu aklxoriya ki korim upaito nai,ami nijk loi val kam kori aguwai jab lagib,jote nathaka tumi hahi mati furti kori thakiba,god help you,

  • @user-ks1kf9cl6f
    @user-ks1kf9cl6f Před 4 měsíci

    Bhut dukh lgil ba vogobne apunk khokti diok jiyai thakibo vl manuh burk vogobne khunkle teu kakholoi loi jai 😢

  • @babitadas2630
    @babitadas2630 Před rokem +1

    কি বুলি কম ভাষা নাই । চকুপানী ওলাই গৈছে। ভালে থাকক আপুনি ।

  • @DIPAKDAS-yq4vb
    @DIPAKDAS-yq4vb Před 4 měsíci

    😮চকু পানী ওলাই গৈছে বাইদেউ মোৰো,বিহুত দুখ লাগিল

  • @rahanakitchen4049
    @rahanakitchen4049 Před rokem +4

    Dukh legel,,God bless you 💓💓

  • @harjisrajkhowa5725
    @harjisrajkhowa5725 Před rokem

    Hosakoi ki kom nijr apunjnk heruar bedona kiman heia bujb nuwari.teuk tmr antorot hodai rakhi tmi tmr jibon jatrat agbarhi jua .teu gusi gl tmitu jiai thkb lgb teur smritibr jiai rkhiboli .tmi durbol nhoba tmi strong hoi hahi furti kri nijr krma kri punor jibontu puhor kora

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs Před rokem +3

    Bohut dukh lagil o kandi golu.asolote tewr ki hoisil nu iman ghopke 😭

  • @junalivlogs
    @junalivlogs Před rokem +2

    Bohut dukh lagil montu .dukh nkorib hokolu vgbnr uporot

  • @krishnashobby7877
    @krishnashobby7877 Před rokem +3

    Bohut beya lagil .aguai jaboloi bhagabane xakti diok

  • @naninath233
    @naninath233 Před rokem +3

    Bhutttt beya lgil baa... Tumi bsi sinta kri nthkiba... Vogowan xdai aae tumr lgt.. Amii aso

  • @hemchandrakaman3593
    @hemchandrakaman3593 Před rokem +6

    বা'আপোনাৰ কথাটো শুনি মোৰ চকুৰ পানী ৰখাব নোৱাৰিলোঁ😭😭😭😭

  • @satyabotisaikia1080
    @satyabotisaikia1080 Před rokem +6

    Ba ki bli nu kom manuh r jibon ...... Ponkhi bar video sai tair bixoye bohut kthai janilu tenekoi tumr video u aji 1st salu.... Asolte jar hoi teu he buji pai tumk bujabo pora koi mur tat hobdo r ovab.... Bohut besi njanu jibon t agbahi imn dur paisai jetya ru agbahi juwa takei bisaru manuh r jibon hukh dukh r majere jboi lgibo....... Vogoban r usrt vindew ase ru teu tumk tar porai sai ase tumr jdi ketyaba prblm vogoban e nissyoi help kribo ba.... Ru hoi kisumn doctor jak ami vogoban bli vbu... Teulukr kisumn e manuh r jibon k loi khela kora jn onuvob hoi... Xokolu nhoi baru kisumn he tenekuwa... Aku ktha nai ru agbahi juwa vogoban r uprt bissakh rakha.... Love from lakhimapur❣️ 🥰

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Před 3 měsíci

    তোমাৰ কথা কব নাজানা নেকি তোমাক ভগৱানে সাহস দিয়ক মুঠতে তুমি টিভিৰ আগত কথা কব নাজা না

  • @monujborahassam7697
    @monujborahassam7697 Před rokem

    বহুত বেয়া লাগিল । কি কৰিবা জীৱনটো সচাই একো নাই । ।তেও যতে আছে ভালে থাকক ।

  • @jumientertainment9569

    tumar kotha khini xuni bohut dukh lagil so ki koriba upai nai atiya tumi xahoki hoi baki thoka din keita agbarhi juwa

  • @nibransonowal9182
    @nibransonowal9182 Před 3 měsíci

    কিবা ৰহস্য আছিল নেকি এই ঘটনাৰ আপুনি পৰিক্ষা কৰিব দেই বাইদেউ

  • @prokhenchutia7836
    @prokhenchutia7836 Před rokem +3

    দুখ নকৰিবা জীৱনতো এনেকুৱাই ।

  • @Kalyani_Kalita.
    @Kalyani_Kalita. Před rokem +3

    বৰ বেয়া লাগিল.... কবলৈ ভাষা নাই😢

  • @ritupawanbaruah2390
    @ritupawanbaruah2390 Před rokem

    Hosa koi kotha kheni huni bohut dukh lagil .. soku Pani aullai gol.. tumr Instagram t channel tur link tu pai sabo aahilu .. 🥺🥺 vogobane kio kore baru ene kuwa.. tumak hokti diyok .. jibonot aag barhi jua 🙏🙏😞

  • @pratapkalita8894
    @pratapkalita8894 Před rokem

    Aponar vdo2 sai khub dukh palo, sakupani rokhabo nowarilo. Kintu ki koribo, hakalo bhagabanor itcha. Apuni aponar karma Kori aguwai goi thakok. Bhagabane aponak help koribo nichoi. Hoi jowa ghatanabor eko ekota hapon buli bhabi aguwai jaok. Moi ashirbad koriso aponar bhal hobo

  • @pobitradoley7327
    @pobitradoley7327 Před rokem

    Apunar kothatu huni bohut dukh lagil, vogobane tumak hohai korok take kamona korilu

  • @chanakyagogoi2500
    @chanakyagogoi2500 Před 4 měsíci

    He. Vogoban kaku enekwa nokoriba vogoban bor kosto hoi😢😢😢

  • @Rumi855
    @Rumi855 Před rokem

    Hb deya baa dukh nokoriba tumar kitha bur huni bohut lagil..vgwan asa tumar logt...

  • @songeetaboruah933
    @songeetaboruah933 Před rokem

    Bht dukh lagil.. Aji 1st video calu.. Agbahi jua..God bless you..

  • @tanushreeborah2921
    @tanushreeborah2921 Před rokem

    বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি । ভগৱানে তোমাক শক্তি দিয়ক ।😭😭😭

  • @MituMoni-hz2ly
    @MituMoni-hz2ly Před rokem

    Bhut beya lagise ba.koboloi vakhany.apuni aaguai jauk ba.vgbane mongol korok apunar

  • @akshika__aradhyaa
    @akshika__aradhyaa Před rokem +4

    God bless you

  • @rinagogoi7156
    @rinagogoi7156 Před rokem

    বহুত দুখ লাগিল ।যদিউ তুমি অচিনাকি।

  • @sumitailoring4669
    @sumitailoring4669 Před rokem

    Tumar kotha khini jani mor bhut dukh lagil.tumi vale thaka.teo jote ase kukhole thakok🙏🙏

  • @jayantaboro6309
    @jayantaboro6309 Před rokem +1

    দাদাৰ আত্মাই শান্তি হওক,,কৃষ্ণ