Pragati Vlogs
Pragati Vlogs
  • 30
  • 669 892

Video

ভালপোৱা মানুহ জনক হেৰুৱাৰ পিছতো কেনেকৈ নিজক ৰাখিছো/ ফটো খনৰ লগতে কথা পাতো 😭
zhlédnutí 5KPřed rokem
ভালপোৱা মানুহ জনক হেৰুৱাৰ পিছতো কেনেকৈ নিজক ৰাখিছো/ ফটো খনৰ লগতে কথা পাতো 😭
Husband নোহোৱা পিছত এতিয়া দিন বোৰ কেনেকৈ পাৰ কৰো/ হথাৎ ভাইতি তাত যাব মন গল....
zhlédnutí 4,5KPřed rokem
Husband নোহোৱা পিছত এতিয়া দিন বোৰ কেনেকৈ পাৰ কৰো/ হথাৎ ভাইতি তাত যাব মন গল....
ৰবি শৰ্মা দা ‌ক কেনেকৈ আদৰিলো / Hotel ত‌‌ থাকিলে আজি 😍😍😍
zhlédnutí 2,3KPřed rokem
ৰবি শৰ্মা দা ‌ক কেনেকৈ আদৰিলো / Hotel ত‌‌ থাকিলে আজি 😍😍😍
অকনমান সময় উলিয়াই ৰঘুপতি চালো,,😍😍
zhlédnutí 643Před rokem
অকনমান সময় উলিয়াই ৰঘুপতি চালো,,😍😍
আমাৰ office তো দেখালো আজি/ দিনতো ইয়াত থাকিলে কেনেকৈ পাৰ কৰো????☺️☺️
zhlédnutí 3,8KPřed rokem
আমাৰ office তো দেখালো আজি/ দিনতো ইয়াত থাকিলে কেনেকৈ পাৰ কৰো????☺️☺️
আকৌ YouTube video/এতিয়া ৰ পৰা প্ৰায় দেখা পাব মোক/ Husband ৰ ঘৰত নাজাও নেকি???
zhlédnutí 4,1KPřed rokem
আকৌ CZcams video/এতিয়া ৰ পৰা প্ৰায় দেখা পাব মোক/ Husband ৰ ঘৰত নাজাও নেকি???
১ মাহ‌ ৰ‌ পিছত YouTube ত Video দিছো# Bridal makeup Shoot 1st Time#কিয় video দিয়া নাছিলো😍
zhlédnutí 3,2KPřed rokem
১ মাহ‌ ৰ‌ পিছত CZcams ত Video দিছো# Bridal makeup Shoot 1st Time#কিয় video দিয়া নাছিলো😍
শাহু মায়ে বহুত মৰম কৰে # কিয় ইমান কান্দিব লগা হল# kot ahilu ma hotk eri 😭
zhlédnutí 10KPřed rokem
শাহু মায়ে বহুত মৰম কৰে # কিয় ইমান কান্দিব লগা হল# kot ahilu ma hotk eri 😭
LOVE STORY # ১০ বছৰ Relation#অকলে থৈ গ'ল 🥲
zhlédnutí 55KPřed rokem
LOVE STORY # ১০ বছৰ Relation#অকলে থৈ গ'ল 🥲
Husband ৰ মৰমৰ‌ দোকান খন/মনতো বহুত বেয়া লাগে দোকান আহিলে🙂
zhlédnutí 13KPřed rokem
Husband ৰ মৰমৰ‌ দোকান খন/মনতো বহুত বেয়া লাগে দোকান আহিলে🙂
দুখৰ মাজতো হাহিছো#জমনি খানা আজি #Volgs 😍😍
zhlédnutí 3,1KPřed rokem
দুখৰ মাজতো হাহিছো#জমনি খানা আজি #Volgs 😍😍
খুৰিৰ জমনি/Doctor ক আকৌ দেখালো/বহুত হাহিলো আজি😍😍
zhlédnutí 4,5KPřed rokem
খুৰিৰ জমনি/Doctor ক আকৌ দেখালো/বহুত হাহিলো আজি😍😍
শান্তি নোহোৱা হৈছে.. মা ঘৰ‌ আহিলো/গা বহু‌ত বেয়া 😭
zhlédnutí 5KPřed rokem
শান্তি নোহোৱা হৈছে.. মা ঘৰ‌ আহিলো/গা বহু‌ত বেয়া 😭
দুখৰ ওপৰত দুখ দিলে 😭😭/ঘৰ কিয় লৰালৰিকৈ আহিলো?
zhlédnutí 8KPřed rokem
দুখৰ ওপৰত দু দিলে 😭😭/ঘৰ কিয় লৰালৰিকৈ আহিলো?
Husband এ কি‌ কৰিছিল/মই কেনেকৈ চলি আছো,কি কৰো‌ 😍😍
zhlédnutí 27KPřed rokem
Husband এ কি‌ কৰিছিল/মই কেনেকৈ চলি আছো,কি কৰো‌ 😍😍
ডাঙৰ problem ত ভুগি আছো/ Baby আছে নে মোৰ/ বিয়া কেনেকৈ হৈছিল 🙂🙂🙂
zhlédnutí 24KPřed rokem
ডাঙৰ problem ত ভুগি আছো/ Baby আছে নে মোৰ/ বিয়া কেনেকৈ হৈছিল 🙂🙂🙂
দিনতো কি‌‌ কৰিলো/জোকে খালে/ভুল‌ চিকিৎসা ৰ পৰা সাবধান 🙂🙂
zhlédnutí 7KPřed rokem
দিনতো কি‌‌ কৰিলো/জোকে খালে/ভুল‌ চিকিৎসা ৰ পৰা সাবধান 🙂🙂
মোৰ ঘৰ কত/কোন কোন আছে/মনতো আপোনালোকৰ কাৰণে ভাল😍😍
zhlédnutí 14KPřed rokem
মোৰ ঘৰ কত/কোন কোন আছে/মনতো আপোনালোকৰ কাৰণে ভাল😍😍
Husband ৰ কি হৈছিল... ভগৱান বৰ নিষ্ঠুৰ.. আমাৰ লগতে কিয় কৰিলে😭😭
zhlédnutí 312KPřed rokem
Husband ৰ কি হৈছিল... ভগৱান বৰ নিষ্ঠুৰ.. আমাৰ লগতে কিয় কৰিলে😭😭
ওলাই গৈ কি কৰিলো় ....... কিছুমান মানুহ ৰ চিন্তা 😇😇😇
zhlédnutí 18KPřed rokem
ওলাই গৈ কি কৰিলো় ....... কিছুমান মানুহ ৰ চিন্তা 😇😇😇
ভাল মানুহ পৃথিবীত বেছি দিন নাথাকে 😭😭মা, দেউতা ই জিয়াই থকা ভৰষা়
zhlédnutí 28KPřed rokem
ভাল মানুহ পৃথিবীত বেছি দিন নাথাকে 😭😭মা, দেউতা ই জিয়াই থকা ভৰষা়
Dukhr majote hahibole sesta korisu😍😍
zhlédnutí 3,7KPřed rokem
Dukhr majote hahibole sesta korisu😍😍
My First Video 😌
zhlédnutí 8KPřed rokem
My First Video 😌

Komentáře

  • @user-th3xs1py9p
    @user-th3xs1py9p Před 25 dny

    Bohut dukh lagil

  • @BulRabha-e9s
    @BulRabha-e9s Před měsícem

    Hii

  • @user-eo9wc9oq9d
    @user-eo9wc9oq9d Před měsícem

    Ghore kot bido

  • @RinkuSaikia-qw9ko
    @RinkuSaikia-qw9ko Před 2 měsíci

    ❤❤❤

  • @priyaboruah1579
    @priyaboruah1579 Před 2 měsíci

    Teu ges hy thakute ki ki problm hysl ..

  • @jaykrishnasarma1333
    @jaykrishnasarma1333 Před 3 měsíci

    Bor.bukh.lagil

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    মাকে হে বুজি পায়। যিয়ে নিজৰ সন্তানক অকালতে হেৰুৱাইছে তেওলোকেহে বুজিব পাৰে হেৰুওৱাৰ বেদনা কিমান। তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    তোমাৰ ঘৰ মাজুলীৰ কোন ঠাইত হয়। বৰ্তমান তোমাৰ মা দেউতা ভালে আছেনে। ভাইতিয়ে কোনখন বাগানত চাকৰি কৰে। তুমি কোন খন কলেজত পঢ়িছিলানো। সদায় মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ভগৱানে তোমাক কুশলে ৰাখক তাকেই কামনা কৰিলো।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    সদায় ভালে কুশলে থাকা। কি‌ কৰিবা, ভাগ্যৰ লিখন নাযায় খন্দন। তুমি কোন খন কলেজত পঢ়িছিলা। তোমাৰ হাছবেন্ডৰ ঘৰ ক'ত আছিলে।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    অতি হৃদয়স্পৰ্শী কাহিনী। কি কৰিবা আৰু। সকলো ভাগ্যৰ লিখন।জম্ম, মৃত্যু, বিবাহৰ কথা কোনেও কব নোৱাৰে। দুখ খিনিক তুমি নিজৰ কৰ্মৰ জড়িয়তে সুখ, সমৃদ্ধিলৈ পৰিবৰ্তন কৰিবা। ভগৱানে তোমাৰ কুশল কৰিব।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    মনেৰে সাহসী হোৱা আৰু অন্তৰেৰে শক্তিশালী হৈ থাকা আজীৱন। মনৰ পবিত্ৰ হোৱা। তোমাৰ কথা খিনি অতি হৃদয়স্পৰ্শী। অন্তৰ চুই গ'ল। দুখ নকৰিবা। মইও বহুত বছৰৰ আগতেই মা দেউতাক হেৰুৱালো। মই সম্পূৰ্ণ অকলশৰীয়া হৈয়েই আজিৰ পৰা ২৩/২৪ বছৰ ধৰি বহুত বাধা বিঘিনিৰ মাজেদি পাৰ হৈ আজিও জীয়াই আছো। যেন দুখ মোৰ আজম্ম সহচৰ। তুমি সুখী হৈ থাকা।❤❤❤

  • @pranativlogs741
    @pranativlogs741 Před 3 měsíci

    😭😭😭😭😭😭

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    তুমি সদায় সুখী হৈ থাকা। মনৰ হেঁপাহেৰে সুখী হৈ থাকা। তোমাৰ মা দেউতাৰ ঘৰ মাজুলীতে আছিল নেকি। তোমাৰ মানুহ জনৰ ঘৰ মাজুলীৰ কত হয়।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    তুমি কোন অফিচত চাকৰি কৰা।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    তোমাৰ ভাইতি ক'ত থাকে আৰু ভাইতিয়ে কি চাকৰি কৰে। তুমি ক'ত চাকৰি কৰি আছা। সদায় কুশলে থাকা। ভগৱানে তোমাৰ লগতে পৰিয়ালৰ সকলোকে কুশলে ৰাখক তাৰেই আন্তৰিক শুভ কামনাৰে। ধন্যবাদ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    অতি সুন্দৰ পৰিবেশ। মানুহ জনৰ ঘৰ কোন গাঁৱত হয়। তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    তোমাৰ মানুহ জনৰ ঘৰ ক'ত আছিল। মানুহ জনৰ ঘৰত ল'ৰা কেইজন আছিল। মা দেউতাৰ স্বাস্থ্য ভালে আছেনে।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    তোমাৰ মিষ্টাৰৰ ঘৰ মাজুলীৰ কোন গাঁৱত। বহুত বহুত শুভেচ্ছা জনালোঁ।

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    তোমাৰ মাৰ ঘৰ ক'ত হয়। তোমাৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো। মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। ❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    ❤❤❤❤❤ মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন।কি কৰিবা সকলো ভগৱানৰে দান বুলি গ্ৰহণ কৰিবা। কোনে জানে কাৰ ভাগ্যত কি লিখা আছে। সকলোবোৰ ভাগ্যৰে লিখন আছিল বুলি মানি লৈ বৰ্তমান আৰু ভৱিষ্যতক লৈ আগুৱাই যোৱা। সুখ আৰু দুখৰ সমষ্টিয়েই হ'ল জীৱন। জীৱন যাপন নহয় উদযাপন কৰা। ভাল লগা সময়বোৰৰ ভাল লগা মূহুৰ্ত বোৰে কাহানিবা আমনি কৰিবই। সেই ভাল লগা মূহুৰ্ত খিনিয়েই তোমাক জীৱন যুদ্ধত জয়ী হ'বলৈ শক্তি আৰু সাহস দিব। তোমাৰ পতিদেৱতাৰ স্বৰ্গগত আত্মাৰ শান্তি আৰু সদগতি কামনা কৰিলো।❤❤❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 3 měsíci

    So sad news. God bless you and your family.

  • @MaramiGogoi-om2kk
    @MaramiGogoi-om2kk Před 3 měsíci

    Tumar dare mur akei kahini amar kapalate likha ase

  • @gitasreesarma4547
    @gitasreesarma4547 Před 3 měsíci

    Tumak santona diar bhakha bisari pua nai tumi Jen bhagi nopora majoni

  • @ruhinichetia4190
    @ruhinichetia4190 Před 3 měsíci

    Aada Rosun khundi khusi dibo lagisil jodi ges hoisile

  • @anamikabora8330
    @anamikabora8330 Před 3 měsíci

    Bohut bey laga tumar ktha bor

  • @RinkumaniDeka-ge4sd
    @RinkumaniDeka-ge4sd Před 3 měsíci

    Tomi dhuk nakariba ji hab laga asil hoi gol

  • @anamikabora8330
    @anamikabora8330 Před 3 měsíci

    Bohut bay lagal

  • @DabojaniBaruah
    @DabojaniBaruah Před 4 měsíci

    ইমান ধৈৰ্য আৰু সাহসেৰে কথ খিনি আগবঢ়ায় নিছা ভাল লাগিছে ভগবানে তোমাক সাহসী শক্তিশালী আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শক্তি দিয়ক।হাৰি হাৰি জিকিবলৈ শিকা। ইমান সৰু ছোৱালী তুমি পাছলৈ উভতি নোচোৱাকৈ আগবাঢ়ি যোৱা ভগবান তোমাৰ সহায় হক

  • @monalishasaiki7842
    @monalishasaiki7842 Před 4 měsíci

    Hypotension heart' problem r sandeh thake

  • @nalinimalakar-xb3cr
    @nalinimalakar-xb3cr Před 4 měsíci

    God bless you.

  • @Adnant732
    @Adnant732 Před 4 měsíci

    Ji hol.hol.ru -- 2nd marriage r kotha vaba--jebon buwati nodi

  • @JanmoniGogoi-ds5jh
    @JanmoniGogoi-ds5jh Před 4 měsíci

    Tumk ki hantona dim aku vakha nai tumi aguai jua bohut dukh lagil

  • @user-tw4sg1gp7u
    @user-tw4sg1gp7u Před 4 měsíci

    😢😢😢😢😢

  • @himakhibmunu1258
    @himakhibmunu1258 Před 4 měsíci

    karu logot nhouk anekua...vle thakok apuni

  • @SewaliGogoi-kt5kj
    @SewaliGogoi-kt5kj Před 4 měsíci

    Hsa koisa Moi o bhut beya din par kri goisu😢😢

  • @user-dj1sm5ks6e
    @user-dj1sm5ks6e Před 4 měsíci

    Biya 2mar phone nambar pam neki

  • @brindamoniduara3667
    @brindamoniduara3667 Před 4 měsíci

    ধৈয্য ধৰক ভগবানে আপোনাক শক্তি দিয়ক ।কথাখিনি শুনি বহুত দুখ লাগিল

  • @DitimoniBoruah-cv7jc
    @DitimoniBoruah-cv7jc Před 4 měsíci

    বৰ দুখ লাগিল তোমাৰ কথাবোৰ শুনি ভাষা নাই বুজাবলৈ তোমাক চিনি নাপাওঁ

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Před 4 měsíci

    তোমাৰ কথা কব নাজানা নেকি তোমাক ভগৱানে সাহস দিয়ক মুঠতে তুমি টিভিৰ আগত কথা কব নাজা না

  • @pranitakumar3156
    @pranitakumar3156 Před 4 měsíci

    😭😭😭

  • @mamonidevi617
    @mamonidevi617 Před 4 měsíci

    Xochakoi bor dukhloga kahini photobilak bohut dhunnia lagil ki koriba jar bhagyat ji likha aache kunekhondabo

  • @srk.rj.favorite1061
    @srk.rj.favorite1061 Před 4 měsíci

    Sorry aru nowaru xunibo😢😢

  • @mollikasaikiavlogs867
    @mollikasaikiavlogs867 Před 4 měsíci

    Follow me

  • @BhupenKalita-ee9hn
    @BhupenKalita-ee9hn Před 4 měsíci

    God bless your family. Om namah shivaya

  • @nibransonowal9182
    @nibransonowal9182 Před 4 měsíci

    কিবা ৰহস্য আছিল নেকি এই ঘটনাৰ আপুনি পৰিক্ষা কৰিব দেই বাইদেউ

  • @SaratGogoiPutukon-bb7zq
    @SaratGogoiPutukon-bb7zq Před 4 měsíci

    So beautiful 😊😊

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u Před 4 měsíci

    তোমাৰ জীৱনত ঘটি যোৱা ঘটনাটো শুনি বহুত দুখ পালো 😂 ঈশ্বৰে তোমাক সাহস দিয়ক😂 পৰিয়ালৰ আটায়েক ভালে থাকক🙏🙏

  • @user-xj7di7so9i
    @user-xj7di7so9i Před 4 měsíci

    Bhut Beyl Laahise Ki Kom Monto Bujabo Pora Nei

  • @roushanwaraahmed8433
    @roushanwaraahmed8433 Před 4 měsíci

    😭😭🙏❤️

  • @boruah8390
    @boruah8390 Před 5 měsíci

    কথাটো শুনি বৰ দুখ লাগিল।।। তোমাৰ ঘৰ ক'ত হয়।।