Video není dostupné.
Omlouváme se.

Student's mentality and SAI VIKASH Sivasagar Case - কিয় এনেকুৱা হৈ গৈছে আজিৰ ছাত্ৰ - Dimpu Baruah

Sdílet
Vložit
  • čas přidán 19. 08. 2024
  • #studentlife #motivationalvideo #assamesenews
    lets talk about sai bikash case

Komentáře • 1,2K

  • @pankajbhaii07
    @pankajbhaii07 Před měsícem +713

    Moi Kedarnath loi Paidal Yatra Kori Asu nalbari tantra Sankara r pora Aji Mur 31 number din To gotike plzz hkolu Axom bakhi raij jen support Kore 🙏🙏🙏 Har Har Mahadev 🙏 Jay aai axom ✊✊my Kedarnath paidal yeatra video 👉 pankaj Bhaiiii

  • @SumonBaruah-bb2pu
    @SumonBaruah-bb2pu Před měsícem +315

    ভাৰতৰ শিক্ষা ব্যৱস্থাই মানুহ তৈয়াৰ নকৰে কেৱল যন্ত্ৰ প্ৰস্তুত কৰে ।

    • @KoushikVlogs07
      @KoushikVlogs07 Před měsícem +6

      Xosakoi😢

    • @bishwa6672
      @bishwa6672 Před měsícem +3

      Reality of our education system 😢😢

    • @Anjalikalita2335
      @Anjalikalita2335 Před měsícem +3

      চৰকাৰী চাকৰী ৰ বাবে

    • @jondeeppatgiri5541
      @jondeeppatgiri5541 Před měsícem

      1​@@KoushikVlogs07

    • @bontisarmah7541
      @bontisarmah7541 Před měsícem +4

      অ বোপাই টো চিঞৰি বাখৰি থকাৰ লগতে খোৱা বোৱাৰো যত্ন লবা মুখখন বৰ জোঙা দেখিছো

  • @pranjitzubeenian1780
    @pranjitzubeenian1780 Před měsícem +141

    আমি পঢ়ি থাকোতে আমি ছাৰ বাইদেউ সকলক আমাৰ দৰে মানুহ হয়নে নহয় তাকে ভালকৈ ভাবি পোৱা নাছিলোঁ।ইমান ভয় খাইছিলোঁ ছাৰ বাইদেউক।
    এতিয়াৰ লৰা ছোৱালী ইমান স্মাৰ্ট হল যে ইমান ভয়ংকৰ কাম কৰিব পাৰে😢।
    আমাৰ দিনবোৰেই ভাল আছিল❤।

  • @gyangunjansaikia2494
    @gyangunjansaikia2494 Před měsícem +161

    এই সকলোবোৰৰ কাৰণ হৈছে আধ্যাত্মিকতাৰ (self knowledge)ৰ অভাৱ ,আজিৰ প্ৰজন্মই religious scripture পঢ়িবলৈ বা নামঘৰ , মন্দিৰলৈ যাবলৈ লাজ পায় | যিবোৰ student এ anytime mobile টিপি modern দেখুৱাই সিহঁত পঢ়াৰ নামত শূণ্য,মবাইলৰ ৰঙীন পৃথিৱীখনে মানুহক illusion ৰ মাজলৈ লৈ যায় আৰু আত্ম মুগ্ধ কৰিব তোলে । 😢😢😢

  • @Animesh-jk7sg
    @Animesh-jk7sg Před měsícem +162

    কৈ থাকে নহয় ,নতুন প্ৰজন্মই কৰিব নোৱাৰা কাম একো নাই। সচাই এই ঘটনাটোৱে এইটো প্ৰমাণ কৰি দেখুৱালে 😢😢

  • @jutikachakrabartyofficial3843
    @jutikachakrabartyofficial3843 Před měsícem +14

    পুৰণি শিক্ষা ব্যৱস্থা আৰু বৰ্তমান শিক্ষা ব্যৱস্থা আকাশ পাতাল পাৰ্থক্য৷মোবাইলে ছাত্ৰছাত্ৰী সকলক যিদৰে অধপতনলৈ ঠেলি দিছে৷আনহাতে পিতৃমাতৃৰ ব্যস্ততাই শিশুৰ মনত এনে এটা প্ৰভাৱ পেলাইছে পিতৃমাতৃৰ অনানুষ্ঠানিকভাৱে বাৱে দিয়া শিক্ষাৰ পৰা তেওঁলোক বঞ্চিত হৈছে৷শিশুটিক নতুন যুগৰ শিক্ষাব্যৱস্থা দিয়াৰ লগতে ভদ্ৰতা,নম্ৰতা,সহনশীলতা,সন্মানকৰিবলৈ শিকাওক৷তেতিয়াহে শিশু এজন All rounder হ’ব ৷

  • @Dhonkulii
    @Dhonkulii Před měsícem +9

    Yes,আমাৰ India ৰ eduction sistem tu বেলেগ দেশতকৈ বহুত তলত আছে । বেলেগ দেশত সেই কাৰণেই শিক্ষিত মানুহ বেছি । Eduction sistem tu holabo lage , Mane Mur mote . Tu holeu proud of our india 🇮🇳

  • @r.sahariah5387
    @r.sahariah5387 Před měsícem +54

    এইবিলাক ভাৱিলে এনেকুৱা লাগে যেন আমি ৯০ ত জন্ম হৈ বহুত লাকী...

  • @dimpirajbongshi7407
    @dimpirajbongshi7407 Před měsícem +32

    Talented boy❤🎉 always support you ❤️

  • @dadulgogoiblog2459
    @dadulgogoiblog2459 Před měsícem +33

    আজি গম পালো দিম্পুৱে Bulu Filim 😅 চাইছিল😮 Thanks 👍

  • @lavitatalukdar5200
    @lavitatalukdar5200 Před měsícem +5

    সুন্দৰ উপস্থাপন 👍
    মই ভাবিছোঁ
    VIDEO এটা পাম
    So ধন্যবাদ থাকিল দিম্পো তোমালৈ

  • @nikha9142
    @nikha9142 Před měsícem +7

    Dimpu da bht khini ktha sikibo parisu apunar pra bht dhoinobad apunak❤

  • @nibirmerebhai872
    @nibirmerebhai872 Před měsícem +61

    Kone kone mor nisina xarute sir bideuk dekhile cycle r pra nami khujkari goisi 😍😍

  • @SaidurRahman-xk1ww
    @SaidurRahman-xk1ww Před měsícem +41

    আধুনিকতাই এদিন কাল হব। 😢

  • @mousumiassamesegirl3132
    @mousumiassamesegirl3132 Před měsícem +71

    কিছু বছৰ আগতে ক্লাছ 10 মানে পঢ়াৰ প্ৰেছাৰ আছিল। কিন্তু এতিয়া ক্লাছ 1 ত পঢ়ি থাকোতে বহুত বেছি প্ৰেছাৰ পায়। দেখাক দেখি খুব কম বয়সত বহুত বেছি অযথা বোজা যেন তেঁওলোকে কঢ়িয়াই লৈ ফুৰে। বহু মাক দেউতাক সন্তানৰ ভাল চৰিত্ৰ গঠনত নহয় ভাল ৰিজাল্টৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায়। তাৰ ফলতো বহু লৰা ছোৱালী মানসিক চাপৰ সন্মুখীন হয়। দামী স্কুলত পঢ়ালেই নহয়। লৰা ছোৱালীয়ে বাহিৰত কি কৰি আছে নজৰ দিয়া উচিত। কেৱল মাক দেউতাকৰে নহয় সমাজ, চৰকাৰ সকলোৰে ভৱিষ্যত প্ৰজন্মক লৈ কিছুমান দায়িত্ব থকা উচিত। এতিয়াৰ ছাত্র ছাত্ৰীক মাৰা দূৰৰে কথা গালি দিবলৈ ও ভয় লাগে। শিক্ষকতা কৰি থকা সকলেহে এই কথা বুজে। অৱশ্যে বহু মাক দেউতাকে ও নিজৰ লৰা ছোৱালীক শিক্ষকে গালি দিয়া ঘটনাক লৈ শিক্ষকৰ বিৰুদ্ধে কঠোৰ হৈ নিজৰ লৰা ছোৱালীক বেয়া কৰিবলৈ সাহস দিয়ে। শেহতীয়া বাল্যকাল আৰু কৈশোৰ কাল একোটি ধুমুহাৰ কাল। এই সময়খিনিত সিহঁতৰ ভালদৰে যত্ন লব লাগে।

    • @b-series2790
      @b-series2790 Před měsícem +4

      আপোনাৰ মন্তব্যটোত বহুত যুক্তিপূৰ্ণ কথা আছে। কিন্তু কি কৰিব, অতি দ্ৰুত গতিত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ফলত আমাৰ সমাজখনে লেতেৰা হৈ গৈ আছে।

    • @Harsha_9t
      @Harsha_9t Před měsícem +3

      Amak aru school jai amak maaribo karone complaint di ahisil.. 😂

    • @mousumiassamesegirl3132
      @mousumiassamesegirl3132 Před měsícem

      ​@@b-series2790 হয়। কিন্তু লৰা ছোৱালীৰ হাতত কেচুৱাতে মোবাইল তুলি দিয়া সকলো অভিভাবক আৰু ঘৰৰ আন সদস্য সকলেই নহয় জানো। কৰোবাত নহয় কৰোবাত আমিও সমানে দোষী।

    • @mousumiassamesegirl3132
      @mousumiassamesegirl3132 Před měsícem +2

      ​@@Harsha_9t সেইবাবেই এইবোৰ হবলৈ পাইছে। শিক্ষকতা কৰা ইমান সহজ হৈ থকা নাই এতিয়া।

    • @mastofaali5084
      @mastofaali5084 Před měsícem +1

      Right

  • @user-bi9ov4qw1f
    @user-bi9ov4qw1f Před měsícem +6

    আপুনি বহুত ভাল কথা কৈছে দাদা আৰু শেষত কোৱা কথাষাৰ একদম সচা । আচলতে আমাৰ system টোৱে সথিক নহয়।

  • @dimpicreation4856
    @dimpicreation4856 Před měsícem +4

    সঁচাকৈ বৰ দুখ লগা ঘটনা হৈছে........ মই ভাবো এই ক্ষেত্ৰত অভিভাৱকে ল'ৰা - ছোৱালীক যথেষ্ট গুৰুত্ব দিয়া উচিত । বৰ্তমান সময়ত সন্তানক অত্যাধিক মৰম কৰা তথা নিজৰ সন্তানৰ দোষবোৰ লুকুৱাই ৰখাৰ ফলত এনেবোৰ ঘটনা হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। উদাৰণস্বৰূপে -: এজন ছাত্ৰই(সৰু) সহপাঠীৰ পৰা এডাল পেঞ্চিল চুৰি কৰি আনিলে, সেইদিনা যদি ছাত্ৰজনক অভিভাৱকে ভালদৰে নুবুজাই যে চুৰ কৰিব নালাগে...... ইত্যাদি বৰঞ্চ ইয়াৰ বিপৰীতে যদি ছাত্ৰজনৰ দোষবোৰ লুকুৱাই ৰাখিব খোজে তেন্তে সেই ছাত্ৰজনে ডাঙৰ হৈ চুৰ কৰিবলৈ হয়তো কুণ্ঠাবোধ নকৰিব ।
    অৱশ্যে এটা কথা সঁচা যে কোনো পিতৃ - মাতৃয়ে নিজৰ সন্তানক বেয়া হ'বলৈ নিশিকাই কিন্তু কেতিয়াবা তেওঁলোকে নজনাকৈয়ে তেওঁলোকৰ কিছু আচৰণে সন্তানৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায় ।

  • @debashishdas6121
    @debashishdas6121 Před měsícem +184

    Dimpu da Love from Tezpur ata like Kori dibo bohut dagor fan

  • @avinashduarah2312
    @avinashduarah2312 Před měsícem +36

    Aji moi Chemistry prectical kori asu 80 page r Kaila submit koribo lage, 14 tarikh a Coaching Institute t exam asa 720 Marks r (neet r coaching) . Moi teacher k bht request korilu ja submit dudin paost korim buli kitu buji napale. Teacher a u jane ja blg r pora copy kori likhisa buli ,tau buli u lagei . Mur vul asila ja moi Agor pora likhi thakibo lagisila but moi class 12th r student. College ai jam na Coaching Institute ai jam na Ghar t ai pohim .
    Ata ktha buji palu aitu education system a mnuh k just robot nisina bonbo bisare and Government college houk ba specially private junior college houk taulukok bas best result lage and nijor clg t naam tu upor t jua tu lage .
    Amr School college t student k just pohai "freedom of speech("বাক স্বাধীনতা) r bekhoi a kitu kunu student k nijor problems bur kobola chance nidiye .
    Junjon teacher r le student a voi kore haijon teacher k katiya u mon r pora respect nokore . Junjon teacher r le voi nokore haijon teacher k mon r pora respect kore.
    Hoitu apunar school t u ankua ajon teacher asila/asa juna lora swli r lgt mrm t ktha pate and tauk apuni mon t pora respect korisila kore .

    • @bhaskarborah508
      @bhaskarborah508 Před měsícem +3

      Bro akdm xosa kotha koisa 👍🏻

    • @manditaakalita
      @manditaakalita Před měsícem

      Kun clgt poha

    • @subhambaruah9337
      @subhambaruah9337 Před měsícem

      College join koriboi nalagisl

    • @avinashduarah2312
      @avinashduarah2312 Před měsícem

      @@subhambaruah9337 college t addmission nulua tu solution nohoi katiya u . Mur education r lgt problem ni education system r lgt problem.

    • @Byby304
      @Byby304 Před měsícem

      ​@@manditaakalitackb

  • @singlelife3603
    @singlelife3603 Před měsícem

    অতি উত্তম বিচাৰ । Very good analysis.

  • @ILIKETOTRAVELLIKEABIRD
    @ILIKETOTRAVELLIKEABIRD Před měsícem +37

    90s generationটো ময় ভাবো ছবতকে ভগ্যবান, জ্ঞানী আৰু চিন্তাধাৰাবোৰ বহুত শক্তিশালী যাৰ কাৰণে ডাঙৰক সম্মান কৰা সৰুক মৰম কৰা শিক্ষকক সম্মান জনোৱা এইবোৰ গুণ আছে আৰু এতিয়াৰ generationটো বেলেগ এখন দুনিয়াত ব্যস্ত যিয়ে ডাঙৰ সৰু লগত ব্যৱহাৰ ঠিক নহয় শিক্ষকক সম্মান নকৰে মানে কব গলে এতিয়াৰ generation একোটা মেচিন যিয়ে মোবাইল অবিহনে চলাটো অসম্ভৱ হৈ গৈছে.. বহুত দুখ লগা হৈছে

  • @hariprasadexplore810
    @hariprasadexplore810 Před měsícem +18

    মোৰ মনৰ কথা বোৰ কৈ দিলা তুমি,,,, মই সদায় এই বোৰকে কৈ থাকো ঘৰত।ওচৰৰ লৰা ছোৱালী বোৰৰ চিন্তা ধাৰনাবোৰ দেখি,,,,পাগল হৈ যাম ,,,,,আৰু বেয়া হব কিজানি!!!!!!@

    • @mrindian3972
      @mrindian3972 Před měsícem

      Vaii tumi ytbe chanaall khulaaa support korim💐

  • @user-ei8pj6nz9z
    @user-ei8pj6nz9z Před měsícem +1

    Thank you Dimpu da keep making videos like this....😊😊

  • @SrishtiBora
    @SrishtiBora Před měsícem +1

    আৰু আমি শিক্ষক সকলৰ কাৰণে নিজক উচৰ্গা কৰিবলৈ ও সাজু । আমাৰ বাবে শিক্ষক সকল ভগৱানত কৈ কম নহয়!

  • @debhidrajbongshi2253
    @debhidrajbongshi2253 Před měsícem +10

    Sorbhog r pora ata like 😊

  • @dimorianrahulvlogs236
    @dimorianrahulvlogs236 Před měsícem +25

    আজি কালিৰ দিনত শিক্ষাৰ্থীক কেৱল আৰু কেৱল শিক্ষাৰ নামত Marksheet and Certificate হে দিয়ে। জ্ঞান প্ৰদান কৰাৰ লগতে জ্ঞান অৰ্জন কৰাৰ কথা ভাৱিবৰ বাৱে কাৰো সময় নাই।
    ❤❤❤❤

    • @b-series2790
      @b-series2790 Před měsícem +1

      একেবাৰে সঁচা কথা মাত্ৰ কিমান নম্বৰ পালি ? এইটো হে প্ৰশ্ন কিন্তু বাকী জ্ঞান নুসুধে।

    • @モンキーD-Luffy
      @モンキーD-Luffy Před měsícem +1

      ​Moi tu 87% paisilu hs ot. School ot porha kotha bur xosake impractical feel hoi. Communication skill aru matrix maths akow extra k porhibo loga hoise atiya

    • @midutaye1998
      @midutaye1998 Před měsícem

      Hoi hei karone mak bape kok ari diye anekua education thokat ke noathakai vl kihor hei bur education nu 😢

  • @rkcorner5980
    @rkcorner5980 Před měsícem +5

    Ai video to sai khub valo lagil... Perfect video for this times...

  • @debashreeborah413
    @debashreeborah413 Před měsícem +50

    আজিকালি কেঁচুৱা এটাকো smartphone দেখাই হে ভাত খুৱাই। আৰু মাক দেউতাকে গর্ব কৰে এই কথাটোকে আনৰ আগত কৈ। আমাৰ ই phone চলাব জানে game নিজে download কৰি লয় ইত্যাদি।
    ল'ৰা ছোৱালীক শিকাব লাগে যে smartphone টোৱেই জীৱন নহয় ই মাত্র এটা যন্ত্রহে যাক আমি দৰকাৰ হলে ব্যবহাৰ কৰো । কিন্তু আজি কালি এই যন্ত্ৰটোৱেই আমাক ব্যবহাৰ কৰিবলৈ লৈছে।

    • @RimjhimBasumatary
      @RimjhimBasumatary Před měsícem +1

      Hoi thik kotha koise horu lora suwalie mobile tipibo jane buli obhibhaboke proud feel kre ajikali

    • @amirahmed9088
      @amirahmed9088 Před měsícem

      ​@@RimjhimBasumataryAkdm Hsa ktha

  • @polashediting12k
    @polashediting12k Před měsícem +45

    4:16 4:17 4:19 excitement paisilu was epic ❤😂

    • @pranaydas7140
      @pranaydas7140 Před měsícem +12

      Video tu sai ki bujli tur dre solir ktha koisi sudur bhai 😂

    • @polashediting12k
      @polashediting12k Před měsícem

      @@pranaydas7140 Mukhor vaxa apunar main 💯

    • @EPICURUS-f1n
      @EPICURUS-f1n Před měsícem

      Toi ki bujli boinaksuda 😂​@@pranaydas7140

    • @sjs356
      @sjs356 Před měsícem +3

      😅

    • @Moviesclip000p
      @Moviesclip000p Před měsícem +1

      Tur nisina tuei enwa kore boka

  • @alexmukut2820
    @alexmukut2820 Před měsícem +17

    ডিম্পুও বছৰে বছৰে গাড়ী সলাই সলাই ভিডিঅ' বনাই প্ৰচাৰ কৰে৷ এলটো, থাৰ, জিম্নী কাৰ, FZ বাইক, দামী স্কুটীখন, সৌ সিদিনা হিমালয়ন বাইক কিনিছে৷ এজন ২৫/২৬বছৰীয়া লৰাই ৫/৬বছৰত ৬খনকৈ গাড়ী সলাব লগা কি কাৰন আছে? লাখ লাখ টকাৰ উপহাৰ কুপনত দিয়া গাড়ীবোৰৰ বিজ্ঞাপন দি দি সৰু সৰু ছাত্ৰছাত্ৰীৰ মন মগজুবোৰ উত্ৰাৱল কৰি তুলিছে৷

    • @sidharth_05
      @sidharth_05 Před měsícem +5

      Taru solabo akhn ghr ase nhoi....apunar dore sage bekar hoi ghrt pori nathake nhoi he 🫸🫷

    • @rakibulislam5207
      @rakibulislam5207 Před měsícem +1

      Dhruv Rathe er video sabo apuni

  • @bobbyd2411
    @bobbyd2411 Před měsícem +3

    You are saying the truth .Luv from Digboi .

  • @barnalitalukdar6188
    @barnalitalukdar6188 Před měsícem +6

    Jikhon xomajot student k dekhilei mahuhe percentage sudhe, xeikhon xomajot mili soliboloi , dangorok respect koriboloi nobo prajanmoi kene koi sikibo. Manuh dekhilei ghoror vtorot xumaboi no.

    • @Ujh476
      @Ujh476 Před měsícem

      Thik koise,thik koise💯 😵‍💫

  • @Veerjawan-lh9mx
    @Veerjawan-lh9mx Před měsícem +14

    Love from narayanpur❤ psss 2nd year student stream arts (A) Apunar kota huni bhut Val lagil Dimpu da❤❤🎉

  • @indranillplays_
    @indranillplays_ Před měsícem +5

    Ami agote gom palu. Love from Siva Sagar. ❤❤

  • @ayangentertainer9975
    @ayangentertainer9975 Před měsícem +45

    এটা সময় আছিল চাৰ বাইদেউ পাৰ হৈ গলে চাইকেলৰ পৰা নামি দিও..

    • @b-series2790
      @b-series2790 Před měsícem +1

      কিনু কবা ডাঙৰীয়া, সেই ২০১০ চনৰ কথা আজি কাহিনী হৈ ৰল,সেইবোৰ কথা আমাৰ প্ৰজন্মই হে বুজিব ।

    • @user-nd5hs4tt4s
      @user-nd5hs4tt4s Před měsícem +1

      Khei xomoy bur ako j ketiya ghurai pam😢

    • @amirahmed9088
      @amirahmed9088 Před měsícem

      ​@@user-nd5hs4tt4sImpossible

    • @VibeVendetta
      @VibeVendetta Před měsícem +1

      Etia tenekua sir baideu u ny so tenkua students u ny

  • @ajantamahanta9584
    @ajantamahanta9584 Před měsícem +3

    শেষত কোৱা কথা খিনি সকলোতকৈ ভাল লাগিছে। ল'ৰা-ছোৱালীয়ে যদি বহুত ইংৰাজী শব্দ কয় সেয়া লাজৰ বিষয় গৌৰৱৰ নহয়। বেছিভাগ দায় সুমুৱাই আছে মাক-দেউতাক আৰু ঘৰৰ আন অভিভাৱকৰ ওপৰত। বাথৰুম চাফা কৰিব দিব! বাপৰে। মই বিয়া হোৱা ছোৱালী। নতুন সমাজখনত দেখিছোঁ কোনো ধৰণৰ কাম ল'ৰা-ছোৱালীক কৰিব নিদিয়ে। আনকি সিহঁতৰ নিজৰ লগত জড়িত চাফ-চিকুণ খিনিও। বিশেষকৈ নতুন মাক-দেউতাসকলৰ ওপৰত নিৰ্ভৰ ভৱিষ্যতৰ সমাজ।

  • @nayanJ31875
    @nayanJ31875 Před měsícem +6

    very informative video. every parents should understand this.

  • @DipankarBorah740
    @DipankarBorah740 Před měsícem +17

    বৰ্তমান শিক্ষা কামৰ শিক্ষা কামৰ শিক্ষা নহয় বৰ্তমান শিক্ষাৰ উদ্দেশ্য হল চাকৰি লাভ কৰা ।😢😢

  • @jugasvlog
    @jugasvlog Před 17 dny

    খুবেই সুন্দৰ কথা ।।✌️

  • @pahi__179
    @pahi__179 Před měsícem +14

    Akdom hsa ktha dimpu da ...vl lgil video tu sai

  • @Financialtips-ef9fd
    @Financialtips-ef9fd Před měsícem +5

    অসমৰ শিক্ষা ব্যৱস্থা আগৰ নিচিনা হৈ থকা নাই, বহুত কিবা কিবি পাঠ্যক্ৰমত সুমুৱাই থৈছে। যি খিনি ছাত্ৰ ছাত্ৰীৰ বুজিবলৈ কঠিন হৈ পৰিছে। বিশেষকৈ অসমীয়া সাহিত্য কিতাপ খন ধৰি লওক, আমি ছাত্ৰ অৱস্থাত থাকোতে অসমীয়া সাহিত্য খন পঢ়িবলৈ বহুত ৰসাল আছিল , কাহিনী হিচাপত আছিল ছাৰ সকলে পাঠদান কৰোঁতে ছাত্ৰ ছাত্ৰী সকলে মনোযোগদি শুনিছিল।

  • @PranjitKalita-eo9fb
    @PranjitKalita-eo9fb Před měsícem +5

    Dimpu da akdom right bujai bujisu moi magor Tu hoi kintu moi kobo pora nai ❤😢

  • @DhanBorah-tc1jb
    @DhanBorah-tc1jb Před měsícem +4

    Dimpu da moi gohpur or pora koisu apunar vlogs bur bohut next level 🎉🎉

  • @dasarath7385
    @dasarath7385 Před měsícem +2

    আমাৰ শিক্ষা ব্যৱস্থাই উচ্চ শিক্ষা সমাপ্তি হোৱাৰ পিছত মানুহক নিবনুৱা বনাই , ডিপ্ৰেচনত ভোগায় শেষত ধৈৰ্য্য ক্ষমতা শেষ হৈ গ’লে মানুহক আত্মহত্যা কৰিবলৈ বাধ্য কৰায় ! 😢

  • @r.kachari
    @r.kachari Před měsícem +5

    Val lgil Dimpu daa❤

  • @rajondas8239
    @rajondas8239 Před měsícem +4

    Dimpu da KKHSOU or uporot ata video lage bohut education student or help hobo plzz bonai diya @Dimpu

  • @user-xw6cc3bl6o
    @user-xw6cc3bl6o Před měsícem

    Dimpu da apuni bohut bhal kotha kole . Aibilak kotha mur monot bohut dinore pora soli asil ki hobo ahi thoka generation r . Apuni iyar uporot video bonua r babe dhanya bad thakil. জয় হিন্দ
    জয় আই অসম

  • @Udai_Singh
    @Udai_Singh Před měsícem +1

    Dimpuu da ajir loike tur sobse val vedio... Right kotha patsa

  • @nikhilmalah
    @nikhilmalah Před měsícem +4

    Talent boy 🎉🎉🎉 always support you brother god belsed you

  • @PranjitKalita-eo9fb
    @PranjitKalita-eo9fb Před měsícem +3

    True lecture I am understand❤

  • @NiyarSarma
    @NiyarSarma Před měsícem +2

    Dimpu daa xsa kba gole apunar aibilak video sai mr khub bhal lge diyok, xeikrne apuni imn popular ❤🎉🎉🎉🎉

  • @rahulparasar7410
    @rahulparasar7410 Před měsícem +2

    Very good conversation bro.. same feeling with you..🙏

  • @venomff5865
    @venomff5865 Před měsícem +24

    Bro fulfilled our childhood dream🥺😭

  • @Sanatbvlog
    @Sanatbvlog Před měsícem +73

    Ai corona virus 🦠 porai sobor hatot mobile hoi goll hoi ne nohoi 😂

    • @error2317
      @error2317 Před měsícem

      Nhoi bro jodi soboke time para tetia hboi nuwaree 😒

    • @rupjyotidas750
      @rupjyotidas750 Před měsícem +3

      Moi class 8 t mobile palo corona virus 🦠 r babe, atiya 12 pohi aso...

    • @JiyasumanJiyasuman
      @JiyasumanJiyasuman Před měsícem +1

      Ekdom right

    • @theas21rider89
      @theas21rider89 Před měsícem

      ​@@rupjyotidas750 vaity mobile positively use krile aku problem nai

    • @user-cs2nd6ji7m
      @user-cs2nd6ji7m Před měsícem

      😅

  • @user-dl2vf3mz3f
    @user-dl2vf3mz3f Před měsícem +1

    You are right dimpu da apuni mor monor kotha koi dila dimpu da ❤

  • @MohandraDMohanRabha-bf4fk
    @MohandraDMohanRabha-bf4fk Před měsícem +2

    সঁচাকৈ কব গলে আজিৰ বহু পিতৃ মাতৃয়ে নিজৰ লৰা ছোৱালীয়ে ঘৰৰ কাম নজনাটো বেয়া নাপায় লৰা বা ছোৱালীজনীয়ে যে কাম নাজানে সেইটো বহু গৌৰৱেৰে মানুহৰ আগত কৈহে ভাল্ পায়...

  • @lazyboyB2
    @lazyboyB2 Před měsícem +10

    Dimpu dada babe ata like❤

  • @srimantadas6008
    @srimantadas6008 Před měsícem +3

    Thank you Dimpu da

  • @AustomDaimariMinistries
    @AustomDaimariMinistries Před měsícem +2

    Outstanding video, 100% correct koisa Brother ❤ Buhut dagor problem hoii pori se ajir dinot, 😢

  • @himashridas6431
    @himashridas6431 Před měsícem +1

    Thank you Dimpu Daa bhut vl kotha koisa

  • @bornilhandique2775
    @bornilhandique2775 Před měsícem +4

    Thank you dimpu da

  • @viveshofficial3818
    @viveshofficial3818 Před měsícem +3

    আকৌ এবাৰ গুৰু কুলৰ শিক্ষা আৰম্ভ হব লাগে
    আমাক ইংৰাজৰ কুলৰ শিক্ষা নালাগে 🌍🌍
    জয় শ্ৰী ৰাম 🚩🚩🚩

  • @dipankargayon1606
    @dipankargayon1606 Před měsícem +1

    HOSAKE দিম্পো দা....bohut val eta video....prthibi khn thikei ase প্ৰজন্মই bya kori goi ase 😢

  • @Ts.18vlog
    @Ts.18vlog Před měsícem +2

    Middle class or family hokole hokolu buji puwa jai stagle ki 😢acdom hosa kotha2 a koise dimpu da👍🙏❤️

  • @SanjitKumarBrahma-wo2bz
    @SanjitKumarBrahma-wo2bz Před měsícem +4

    Golden words ❤

  • @pratapdeka2092
    @pratapdeka2092 Před měsícem +14

    Kone kone dimpu dar video wait kri thake ???....❤❤❤

  • @sismoysarma9600
    @sismoysarma9600 Před měsícem +2

    Dimpu da video sai bohut val lagise 😊😊

  • @nilotpaldeka9680
    @nilotpaldeka9680 Před měsícem +1

    অকল আমি ছাত্ৰ - ছাত্ৰী সকলৰ কথা নহয়। আমাৰ মা - দেউতা বা আমাৰ শিক্ষক সকলে, আমাক কিছুমান কাম বা যিবোৰে আমাক অলপ ব্যৱহাৰিক কামৰ দিশত সহায় কৰে। তেনেবোৰ কাম কৰিবলৈ যাব নিদিয়ে যাৰ ফলত আমিবোৰে চেষ্টা কৰিও কৰিব নোৱাৰো। সমস্যাটো কেবল আমাৰ নহয়, এই চাৰিওফালৰ সমাজ খনৰ হয়। যা নহওঁক, আপোনাৰ শেষৰ কথাখিনি ভাল লাগিল। আমি আজি ইমানে আকৰ্ষিত বহি ৰাষ্ট্ৰৰ সংস্কৃতিক যে নিজৰ খিনি পাহৰি গৈছো। 😢❤

  • @user-dr7fk3ww2p
    @user-dr7fk3ww2p Před měsícem +3

    Dimpu DA love from Nagaon❤❤❤

  • @user-dv4hn8wd5k
    @user-dv4hn8wd5k Před měsícem +11

    True...............🤣🤣🤣🤣👍🏻👍🏻🤍🤍🤍🤍👍🏻👍🏻🤍

  • @abhijityt91
    @abhijityt91 Před měsícem +1

    Ji kaita kotha kole dimpu da tumi gote kaitai right 👍

  • @Hipreaction
    @Hipreaction Před měsícem +1

    One of the best video of dimpu da

  • @Rani-pc8qh
    @Rani-pc8qh Před měsícem +3

    এইটো কলিযুগ dimpu
    পৃথিৱী ভাল কৰিব নোৱাৰা তুমি
    তুমি একেবাৰে ভুল কথা এটা কৈচা যে মানুহ ধনী হল বুলি।😂no মানুহ বিলাক so called ধনী হল। ইমানেই ধনী 😂আমাৰ মানুহ বোৰ যে tension তে বেমাৰ হব ধৰিছে

  • @venomff5865
    @venomff5865 Před měsícem +7

    No uk07 rider🤡 Harmed in this video !!

  • @priyanujsharma1991
    @priyanujsharma1991 Před měsícem

    Dimpu dar video sai sai Abra hoi gelo

  • @dimpalkings732
    @dimpalkings732 Před měsícem +1

    Dimpu da video tu bhal lagil

  • @d.rgaming__94__
    @d.rgaming__94__ Před měsícem +3

    Hoy Dimpu da jar ghoror xomoisya ase xi he buje xomajor logot keneke solibo lage

  • @theas06vlog90
    @theas06vlog90 Před měsícem +4

    Dimpu da fast comment ❤ kalaigaon pora

  • @mrhimu22
    @mrhimu22 Před měsícem

    Oh my God ❤ eman Val lagil kotha khini ❤❤ moi vakhare bujabo nuwaru Dimpu da 😊

  • @psdaxomiya2774
    @psdaxomiya2774 Před měsícem +1

    Dimpu daar kotha bilak eman je val lage ekdom right moi support kru apunak muk jdi kotha kobo diye moiyo apunar kotha burei kolu hoi moi voba kotha bur apuniye jonai dile val lagil

  • @USER-RAJBONGSHI
    @USER-RAJBONGSHI Před měsícem +9

    Next education minister❤😂dimpu da

  • @MrAdamshortt
    @MrAdamshortt Před měsícem +46

    Dimpu da love from Assam like ata kori dibo

  • @rsobbaad
    @rsobbaad Před měsícem +1

    দিম্পু স্কুল বোৰক স্কুল বুলি নকবা আজিকালি।।।।দোকান বুলি কোৱা।।।। মই নলবাৰীৰ কথা কৈ আছোঁ।।।।টকা থকা কাস্তমাৰ বোৰৰ value আছে।।।

  • @dreamydremazworld
    @dreamydremazworld Před měsícem +2

    Such a nice video and I love your videos as tumi kiba kamor kotha e kuwa hodai.. love and support to you always! Dimpu Bhai! Love from silapathar

  • @ajgamingmko9138
    @ajgamingmko9138 Před měsícem +7

    I'm from Dhemaji ❤❤❤❤❤❤❤❤

  • @E.p.Entertainment-g2y
    @E.p.Entertainment-g2y Před měsícem +4

    First view from Lakhimpur 💞

  • @lakhyajyotigogoi1617
    @lakhyajyotigogoi1617 Před měsícem +1

    Bohut important topic loisa, eai kotha khini ami alusona koribo hol, manuh khini etiar pora jagibor hol, nhole edin dekh khon rokhatole jabo,,,,

  • @user-to6nm8vk1d
    @user-to6nm8vk1d Před měsícem +2

    And apuner video sai bohut bohut vl lagile dada moi lakhimpur ot thaku
    Lakhimpur ahile ata khobor dibo khali dei apunak log koribo mur bohut bohut mon ase dimpu da

  • @indrajitrabha2628
    @indrajitrabha2628 Před měsícem +3

    Video tu ketiya xekh hoi gol ketiya gome napalu o...thanks dimpu da

  • @ashok.from-assam
    @ashok.from-assam Před měsícem +13

    Dimpu dar karone ata like❤

  • @Bedanta444
    @Bedanta444 Před měsícem +1

    Xosa kotha akdom relatable ❤❤

  • @krishnasarma402
    @krishnasarma402 Před měsícem

    Dimpu da apuni kin2 malei hoi, aru apuni ji bujabo dhorise bohute Buji napai kin2 June bujise vl ke bujise👏

  • @MustahidulIslam-il7zy
    @MustahidulIslam-il7zy Před měsícem +10

    Apunar bohot Miss koro

  • @BHASKAR37871
    @BHASKAR37871 Před měsícem +12

    Dimpu Dak kuna kuna val pai 👍

  • @RajiB3498
    @RajiB3498 Před měsícem

    একদম সঁচা কথা ❤দিপু দা আমাৰ education system 2change কৰিৱ লাগে চৰকাৰে ...

  • @upasana.1783
    @upasana.1783 Před měsícem

    Absolutely 👍 mne mor monor kotha koi disa

  • @shohidulislam5728
    @shohidulislam5728 Před měsícem +8

    I miss you you dimpu da😂😂

  • @STATUS__SOURCE
    @STATUS__SOURCE Před měsícem +6

    Hei buli moi kintu brilliant aro burbok or major tu hoi 😂😂

  • @assamgang-1425
    @assamgang-1425 Před měsícem +1

    1:07 akdom right dimpu dahh amr college to aitu kotha koise

  • @Mitali332
    @Mitali332 Před měsícem

    সঁচা কথা টো এই যে -- মানুহক কিতাপ ৰ জ্ঞানত কৈও মানৱতাৰ জ্ঞান বেছি প্ৰয়োজন যিটো কেৱল লুপ্ত হৈছে এই যন্ত্ৰটোৰ দ্বাৰা যিটো এই মূহুৰ্তত আপোনাৰ হাতত আছে !!!
    এবাৰ বাহিৰলৈ ওলাই আহি ধৰণীখন অলপ সুখৰ কৰিবলৈ চাব চোন অজস্ৰ মৰম বিচাৰি পাব মানুহৰ পৰাই নহলেও ধৰণীৰ পৰাই !!❤