Rakesh k agotkoi alp vl dekhisu❤️dada apnuni anekoi aguai jauk aru xmaj kalyan r hoke apunk vgbne xdai vle rakhok aru bohut xahox aru xkti diyok tre kamona krilu..❤❤
Apunar dore jodi xhokolu youtube r bure ahi apunar lgt ak log hoi lagi dile hoi aji sge rakeshar dore bohut durvogiya aji khusto hoi uthile hoi but apunr dore kunu hbo nware bht million million CZcams r ase but xheht kbl lebelot morise show of kora bahire beleg aku najane vogobank parthona korisu apunr jate xhokolu kamot xhofol hoi love from ghy jalukbari
ৰাকেশ সুস্থ হৈ উঠিব। সকলোৰে আশীৰ্বাদ আছে ❤❤
তোমাৰ দৰে ল'ৰাক সমাজত বহুত দৰকাৰ ।❤
Bohut different ahise Homoy … Bhogowane 2mar Mongol Korok❤
Vogbane তোমাক আৰু ৰাকেশ ক্ vale ৰাখক ❤❤❤❤❤❤❤
আগতকৈ ছালখনৰ উজ্জ্বলতাটো আহিছে, কিন্তু চকুদুটা বেয়া হোৱা বুলি জনাত খুব দুখ লাগিল😞 চৰকাৰে এইক্ষেত্ৰত কোনো সহায় কৰিব নোৱাৰে নেকি বাৰু😢 যদি কোনোবাই দান দি যোৱা চকু এহাল পোৱা গলহেতেন ৰাকশৰ বাবে😞
আগতকৈ বহুত বহুত ভাল দেখিছো ভগৱানে সোনকালে ভাল কৰাওক আশিৱাদ থাকিল
আগতকৈ ভাল দেখিছোঁ । ভাল হ'ব সকলোৰে আশীৰ্বাদ আছে ❤❤❤❤
তুমি ভাই ভগৱানৰ কিবা এটা শংখ যেন পাও
Somoy beta God bless both of you ❤
সময় দাদা বহুত ভাললৈ আহিল ৰাকেশৰ আপুনি ঈশ্বৰ ৰুপি আপোনাক ধন্যবাদ আৰু ছেলুত জনাইছো
দাদা মই গোলাঘাট জিলাৰ হয় মোৰ স্পেইন ছাৰ্জাৰী হৈছে আৰু মই আজি 5 বছৰ ধৰি বিছোনাত আৰু চকীত জীৱন পাৰ কৰি আছোঁ দাদা যদি আপুনি মোক অলপ আপোনাৰ উটোবৰ দ্বাৰাই যদি চৰকাৰক মোৰ কথা অলপ জনাই দিব পাৰিব নে মই বহুত কষ্টৰ মাজেৰে জীয়াই থাকিব লগা হৈছে দাদা আপোনাৰ ভিডিও সদাই চাওঁ ।বহুত ভাল লাগে সেই বাবে আপোনাক মই মোৰ জীৱনৰ কথা অলপ জনাইছোঁ ।
ৰাকেশ অতি সোনকালেই আৰোগ্য হৈ উঠক ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো । লগতে তুমিও সদায় আনন্দত থাকা তাকেই কামনা কৰিলো 🙏🙏
ৰাকেশ বহুত পৰিবৰ্তন দেখিছোঁ আপোনাক ভগৱানে যাতে next জনমত মানুহ নহয় ভগৱান কৰি পঠাই। 🙏🙏
Hundor
বহুত ভাল কাম দাদা ভগৱানে কুশলে ৰাখক সদায় 🙏
সঁচাই দাদা যনে সদায় আহি নিৰীক্ষণ কৰি আহিছে। খুব ভাল কাম দাদা আগুৱাই যাওক, লগ পাই ভাল লাগিল ❤
ভাল হ'ব ভগৱানে কৃপা কৰিব
সময় তুমি মানুহৰ কলিজাত বাস কৰি আছা, সদায় এনেকৈ কৰি গলে তুমি তেখেতক লগ পাবা..!!!
সময় তুমি বহুুত গছ ৰুলা, এদিন ফলৰ বাগান হব আৰু তুমি এদিন এই ফল বহি-বহি খাবলৈ পাবা!
এইয়া তোমাৰ ভৱিষ্যত, এইয়াই তোমাৰ প্ৰাপ্তি, এইয়াই তোমাৰ সমস্ত পৃথিৱীৰ ডাঙৰ সুখ হব...!!! 😊
এটি মহান চেলুট। ভগৱানে ৰাকেশৰ কুশল কৰক। তেওঁৰ সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
Apuni bht bhal Kam kri ase apunar bhal houk
বহুত ভাললৈ আহিছে ল'ৰাটো। মহান কৰ্ম জীৱন।
ভগৱানে কৃপা কৰিছে দেই। আশীৰ্বাদ কৰিছোঁ অলপ দেখা পোৱা হ'ব লৈ ভগৱানক খাতিছো।
তোমাৰো কষ্টৰ সাৰ্থক হ ওক।সময় ❤
Colour change hoise agt ekebare heta pori goisil bhal kri diok hunkale bhgwan e... Krishna 🙏🤗
Agotkoi bohut bhal hoise. God bless you
Nice video
Love you Bhai ki kom আৰু 😢 আপোনাৰ....
Vogobr apunk vale rakhokh dada apunk vgbnr manuhor rupot jonmo dise ei sarthopor duniya khonot apuni ejon mohan ❤😊😢 love you do brother ❤❤❤❤❤
Good job brother . May you long live ❤❤
Good job 👍 aru aguwai jua
ৰাকেশক আগতকৈ বহুত ভাল হৈছে তুমি বহুত ভাল কাম কৰিছা
তাৰ চকু দুটা ভাল হক
এই ধুনীয়া পৃথিৱীৰ খনৰ মনোমোহা দৃশ্য সমূহ দেখা পাওক সৰু মানুহ তথাপিও মনৰ পৰা আশীৰ্বাদ কৰিছো
ভাল কাম কৰিছে। ধন্যবাদ।
Agotkoi val dekhisu vogoban hohai houk
❤❤weldone সময়
Bohut val khobor
❤প্ৰম মাজুলী সদায় ❤️
Apuni jui bhogoban
Val hoisa dada
ভগৱানে তোমাক ভালে ৰাখক 🙏🙏🙏
Rakesh k agotkoi alp vl dekhisu❤️dada apnuni anekoi aguai jauk aru xmaj kalyan r hoke apunk vgbne xdai vle rakhok aru bohut xahox aru xkti diyok tre kamona krilu..❤❤
দাদা আপুনি ৱাৰ্ডলৈ যোৱাদিনা মইও তালৈ পৰীক্ষা দিব গৈছিলো । আপোনাক লগ পোৱাৰ বহুত আশা আছিল। পৰীক্ষাৰ কাৰণে নোৱাৰিলোঁ। ৰাকেশ সোনকালে ভাল হৈ উঠক । ভগৱানে সদায় আপোনাক ভালে ৰাখে যেন ।
Hundhar kam🎉🎉🎉🎉
Real hero Tomi 😊🙏❤️🎉🎉 sonkle vl hoi utha 😢
বৰ ভাল কাম কৰিছে ।
বহুত ভাল দেখিছো
Great job 💯 work rakesh aagor pora val lagisa dakhat
Apuneu bohut khenai gol homoi da khua bua bur homoi mota korebo ❤
ঈশ্বৰে লৰাটি সুস্থ কৰি তোলক৷
Apunar dore jodi xhokolu youtube r bure ahi apunar lgt ak log hoi lagi dile hoi aji sge rakeshar dore bohut durvogiya aji khusto hoi uthile hoi but apunr dore kunu hbo nware bht million million CZcams r ase but xheht kbl lebelot morise show of kora bahire beleg aku najane vogobank parthona korisu apunr jate xhokolu kamot xhofol hoi love from ghy jalukbari
Bahut val kam korise dada
Amak apunar Dore manuh r proyojon ❤
Bahut vl hoise dada
Tumi vogoban ...aguwai juwa
Agor tulnat bohut val hol ge, thank you so much homoy, tmr nisina manuh pray simit sangkhyak dekha jai❤❤
বহুত পাৰ্থক্য দেখিচো ধন্যবাদ
ভাল হ'ব ৰাকেশ
Kolijugot kunubai jdi kbar lgt bya kre hai bya2u return pbo ru jdi vlbkre hai vl2u return pabo❤
সময়ৰ লগতে সকলোকে শুভেচ্ছা জনাইছো ।
Bohut val lage dada ❤❤😊😊
God bless you. ..emani kolu
Get well soon.Amar ghoror usorotee eta okolxoriya lora parile tak okoman xohai koribasun.
Va houk hunkale rakesh.aru tumi anekoi aguwai goi thaka.
Good luck broo
God bless you and rakesh
Very good work God bless you ❤
Bohut Val hoi ahise...brother
Aguai jua bro bhut val kam krisa❤
🙏🙏🙏 সোনকালে সুস্থ হৈ উঠক
God bless you Bhai
Bhai bor bhal kam korise dei. Bhogowane aponar mongol koribo
Agotkoi bohut bhal dekhisu. Tumar ei prosesthak honman jonaisu.
GOD BLESS YOU
আগতকৈ বেছি ভাল হৈছে । God bless you bhai.
তূমি মহান সময় ।ৰাকেশভাল হৈৈ উঠক ।❤❤❤🙏🙏
Good work..
আগতকৈ বহুত ভাল লাগিছে
God bless you brother
❤bohut improve hoise...pasot aponar dorei dekhibo❤
Real life hero best CZcamsr of assam god bless you brother ❤❤❤❤
আগত কৈ বহুত ভাল পাইছে ।
আন্তৰিক ধন্যবাদ জনালো দাদা ❤❤
Bohut bhal lagise, bhogowane sob thik kori dibo
ৰাকেশ অলপ ভাল দেখিছোঁ লগতে তোমাক বহুত বহুত ধন্যবাদ দিছোঁ
Da bhut vl km krse
Grand salute to you. God bless to him.
😊❤❤manuhe manuhar babe
Salute to u brother❤
ভগৱানে মংগল কৰক🙏❤
Fast like bht vl km kori aso dada❤❤
সোনকালে সুস্থ হৈ উঠে যাতে.... ভগৱানৰ ওচৰত সেয়ে প্ৰাৰ্থনা কৰোঁ...🙏🙏🕉️
Homoy Brother Rakeshor update or baabe tumak dhonyobad jonaisu, ❤❤❤ you. joi Homoy Brother & "Joi Hunor Asom"
Agot koi Val dekhisu
Rakesh health is much better now God bless
Good bless you 🙏
Dada apunaak bohut vaal laagisey ❤❤❤ anekuwa koraar baabey apunak support korim nitsoi
আমাৰ গাঁৱত এজনী ছোৱালী আছে তাইও অসূখ... কথাবোৰে স্পষ্ট ভাৱে কব পাৰে কিন্তু তাই খোজ কাঢ়িব নোৱাৰে... বহুত বেছি দৰিদ্ৰ ঘৰৰ ছোৱালী, দেউতাক ঢুকাল, মাঁক আছে কিন্তু চিকিৎসা কৰিব পৰা নাই!! আজি প্ৰায় ১০বছৰ মান ভুগি আছে পাৰে যদি তাইকো অলপ সহায় আগবঢ়াব পাৰিলে হয়! 🙏
ভগৱানে তোমাক ভালে ৰাখক
ৰাকেছ বহুত ভাল হল দাদা
Good project dada
You are great bro
Dada apuni at vhgabanor rup buli vabiso
🙏🙏🙏 Agotkoi Bohut Bhal Hoise 🙏🙏🙏