৩০ লাখ টকাৰ লট চাইজ | Retail Tradersয়ে Optionsত ব্যৱসায় কৰিব নোৱাৰে | SEBI News on FNO Assamese
Vložit
- čas přidán 9. 07. 2024
- Angel One FREE Demat Account
tinyurl.com/2ldrqhhp
বিনিয়োগৰ পৰামৰ্শৰ বাবে স্লট বুক কৰক (অনলাইন)
• RLBR Meet: মিউচুৱেল ফা...
Trading Courses in Assamese and books by Dr. Rajiv LB Roy
www.rajivlb.co.in/s/store
Telegram link:
t.me/updex_assamese
#sebinews #fnotrading #assamesetrading #updexassamese
মোদী চৰকাৰৰ মোদী বুদ্ধি সকলো মধ্য বৃত্তৰ বেপাৰী শেষ হ'ব, এজন নিবনুৱাই নিজৰ জীৱনত কিমান লাভ লৈছে লোকচান হৈছে কোনে ভাবিছে কোনে খবৰ লৈছে কাৰ জীৱনত কি হৈ কি খাইছে এতিয়া আকৌ ছেবি দয়া লাগিছে option trading 90% লোকচান হোৱা দেখি। নিজৰ টকা নিজেই লাভ লয় লোকচান লয় তাত আনৰ কি দৰকাৰ তাৰ মানে আমি স্বাধীন দেশত নাই কোনেও চৰকাৰৰ মতে চলিব নালাগে ভূটো দিব নালাগে , চেয়া মাৰ্কেট এনেকৈ ধ্বংস হ'ব এদিন 100% খাটাং
Aku bhal desicion luwa nai. FNO kori bahut family's soli ase. So Sorkare aibur bhal kora nai
takei
U r right
Thanks
SEBI। পাগল হ'ল। নিজেই Trader সংখ্যা বহাই দিলেই, expires সংখ্যা বহাই দিলেই । এতিয়া আকৌ নিজেই টোগোলকী কাণ্ড কৰিছে। 😮 SEBI chairmen বদলি কৰিব হ'ল। সমগ্ৰ sestem টোত বেয়া প্ৰভাৱ পেলাব।
Takei
Thanks sir for your explanation
❤❤
Good decisions SEBI
Thank you for your explained
My pleasure
Apunar cmments tu bhal palu.Actually sebi e heyahe karib lagisil buli moiu apunar hoite akmat.
Thanks
Apuni ekdom careckt kiosa ....
আমি ষ্টক মাৰ্কেট এটা উদ্যোগ হিচাবে বিবেচনা কৰিছিলোঁ,ইয়াত যদি লাভ - লোকচান নিৰীক্ষণ কৰা হয় তেন্তে এজন নিবনুৱাই বেংকৰ ঋণ লৈ দোকান বা ব্যৱসায় কৰি লাভৱান নে লোকচানৰ সন্মুখীন হৈছে তাৰ নিৰীক্ষণ কোনে কৰিব?!
Apuni thike koise. Kintu share market khon alop beleg. eyate najnile loss howare chance besi.
আপোনাৰ সতে একমত ৷
A big scam. This is only to benefit the big money trader
They know very well that the small traders who used to sell with small money now they will turn into buyers, this is what big money wants. They know retailer will never quit option trading
never it be possible
Immediately need to ban on F&O trading
People are suicide due to this gambling
ছাৰ মোক এটা Growth mutual funds দিব চোন
sure