প্ৰাণজিৎ গগৈ || অৰূপ শইকীয়া | ভাগৱত বাখ্যা || বালিজান বৰনামঘৰ || Bhagawat kotha || Pranjit Gogoi

Sdílet
Vložit
  • čas přidán 21. 11. 2022
  • #ভাগৱতব্যাখ্যা
    #ভাগৱত পাঠ
    #pranjit gogoi
    Pranjit Gogoi Bhagawat kotha
    ©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike (অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব )

Komentáře • 134

  • @swapnagogoi8702
    @swapnagogoi8702 Před 7 měsíci +4

    কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত সেৱা নিবেদিছো

  • @r.saikia3334
    @r.saikia3334 Před 2 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @abhijitsaikia922
    @abhijitsaikia922 Před rokem +1

    কৃষ্ণ কৃষ্ণ

  • @Kamalanath-nt8zc
    @Kamalanath-nt8zc Před rokem

    Krishna Jay guru Sankar 🙏

  • @monilahan7596
    @monilahan7596 Před 10 měsíci +2

    কৃষ্ণ কৃষ্ণ। বহু নজনা কথা জানিব পাৰি ভাল লাগিল আই ।

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co Před rokem +1

    শঙ্কৰ শঙ্কৰ বুলি প্ৰাৰ্থনা কৰক এওঁলোকৰ ‌পৰ নিন্দা এওঁলোকে লিখা পাঠ শুনিলে শঙ্কৰদেৱে আপোনাক আশীৰ্বাদ নকৰে।

  • @rikugogoi3759
    @rikugogoi3759 Před rokem +1

    Sumitra Gogoi
    Krishna Krishna Krishna Sarba prathame Guru - Sisy duyo jan Bapaloi mor Bhakti bhara Sewa aagbahalo Bap sakal Pinda Mak Bapek jiyai thakoteai diva lage mari yowar pachat pinda di lav nai kintu aami bilake iyar biparitohe Karina lagichho iyar Phulto hoichhe Adhogati Krishna Krishna Krishna pranam janalo Aaponasabak Krishna

  • @jyostnagogoi6967
    @jyostnagogoi6967 Před rokem +1

    Parbhu kishan kishana

  • @probinbo9316
    @probinbo9316 Před rokem +6

    কৃষ্ণ কৃষ্ণ বাপ,আপোনালোক দুয়োজনলৈকে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তি ভৰা সেৱা জনালোঁ। আপোনালোকৰ অমৃত বৰষা বাখ্যা শুনি সন্তোষ পালোঁ।

  • @krishnakakaty2624
    @krishnakakaty2624 Před 11 měsíci +2

    Agor. Niti. Niyom. Nai kintu. Aitu. Kotha. Thik. Xihoi. Ketiyaw. Hahi. Makhai. Beli. Ketiyaw. Posime. Nulai. Dei. Beya. Napabo. Krishna. Krishna

  • @khirodagogoi625
    @khirodagogoi625 Před rokem +6

    কৃষ্ণ কৃষ্ণ।।
    বাপ দুজনাৰ শ্ৰী চৰণত কৌতি
    কৌতি প্ৰণিপাত জনাইছোঁ ।।
    আমি আপোনা সবৰ অমৃত ময়
    ভাগৱত কথা সদায় পাণ কৰি
    আহিছোঁ ।। আজিৰ ভাগৱতৰ
    কথা খিনি খুউব ভাল লাগিল।।
    বাকী খিনি যেন আকৌ শুনিবলৈ পাওঁ তাৰে আশাত
    আপোনা সবৰ শ্ৰী চৰণত পুনৰ
    বাৰ সেৱা ধৰিছোঁ।। কৃষ্ণ কৃষ্ণ ।

  • @priyakheebora5029
    @priyakheebora5029 Před rokem +4

    Krishna 🙏

  • @digambardeka5677
    @digambardeka5677 Před rokem +2

    Krishna krishna

  • @sabitrigogoi9800
    @sabitrigogoi9800 Před rokem +1

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ 🙏🙏

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Před rokem +4

    কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা

  • @jyotimoy6018
    @jyotimoy6018 Před rokem +3

    কৃষ্ণ

    • @bhaktirsagor
      @bhaktirsagor  Před rokem

      কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @dipalinath8592
    @dipalinath8592 Před rokem +3

    Krishna krishna baap🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 Před rokem +3

    কৃষ্ণ কৃষ্ণ সেৱাজনালো প্ৰভুদুজনা। লগতে সমস্ত বাপ আই লৈ শ্ৰদ্ধা জনালো।

  • @mintubharali3092
    @mintubharali3092 Před rokem +3

    Bohut xundr alusona... Krishna.. Krishna

  • @kakuphukan7948
    @kakuphukan7948 Před rokem +1

    🙏🏿🙏🏿🙏🏿 krishno 🙏🏿🙏🏿🙏🏿

  • @dejitrabha5135
    @dejitrabha5135 Před rokem +1

    অতি সুন্দৰ উপস্থাপন কৰিছে ধন্যবাদ জনালো মহাশয়

  • @DevojaniChutia-of6vo
    @DevojaniChutia-of6vo Před rokem +2

    কৃষ্ণ কৃষ্ণ বাপ দুইজনালৈ শ্ৰদ্ধাৰে সেৱা ধৰিছোঁ।

  • @manjurajkonwar2807
    @manjurajkonwar2807 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু প্ৰণাম 🙏🙏🙏।

  • @DhrubaSarma-op5co
    @DhrubaSarma-op5co Před rokem +1

    বা

  • @akhilburagohain381
    @akhilburagohain381 Před rokem +2

    Krishna Krishna Krishna bap

  • @ramcharandeka9143
    @ramcharandeka9143 Před rokem +2

    Om namah Bhagawate Vasudevaya.

  • @junumech653
    @junumech653 Před rokem +3

    কৃষ্ণ 🙏🙏বহুত সুন্দৰ প্ৰভূ কৃষ্ণ কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ প্ৰণাম জনাইছো

  • @miritaniaaoassam3324
    @miritaniaaoassam3324 Před rokem +1

    krishna krishna om narayana namah pongkojo komolo narayana namah

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @lalithazarika9394
    @lalithazarika9394 Před rokem +1

    মাধৱ মাধৱ

  • @bhabenborah845
    @bhabenborah845 Před rokem +3

    কৃষ্ণ 🙏🙏🙏

  • @abhigyanborahanuhazarika167

    Krishna🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @mayuribaruah7495
    @mayuribaruah7495 Před rokem +1

    🙏🙏🙏🙏🙏 krishno bap sawa grohon koribo

  • @madhabithakuriya3690
    @madhabithakuriya3690 Před rokem +1

    Krishna 🙏🙏🙏

  • @dipankarmadahi6428
    @dipankarmadahi6428 Před rokem +2

    কৃষ্ণ🙏

  • @dharmeswarborah2898
    @dharmeswarborah2898 Před rokem +1

    Dhuniy lagil

  • @entertainmentvlogs1262
    @entertainmentvlogs1262 Před rokem +2

    কৃষ্ণ 🙏 কৃষ্ণ

  • @rupaksaikia8189
    @rupaksaikia8189 Před rokem +1

    🙏🙏🙏

  • @bhaskarburagohain3382
    @bhaskarburagohain3382 Před rokem +2

    🙏🙏🙏🙏

  • @nripenburagohain
    @nripenburagohain Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @smriti4464
    @smriti4464 Před rokem +3

    কৃষ্ণ🙏 কৃষ্ণ

  • @sonjoybonia5468
    @sonjoybonia5468 Před rokem +1

    Ram Krishna prabhu apunar lukor madhumoi bakhya.... Xodai... Jen.. Enedorei.... Prasar.... Hoi... Thake..... Xei... Aaxare.... Prabhu... Bhagwaanor.... Soronot..... Prathona karisu...... Ram.. Krishna prabhu 🙏🙏🙏🙏🙏🙏🙏🙏

  • @jintudutta278
    @jintudutta278 Před rokem +1

    Krishna Krishna bapjana amritmoi bani

  • @runurajkumari2743
    @runurajkumari2743 Před rokem +1

    Krishna Krishna Krishna Bap🙏🙏🙏

  • @dulalgogoi5139
    @dulalgogoi5139 Před rokem +1

    Purnima,, dumahi,, aaukhi,,,, aadityanath, halbua,, kothahe,, hudhisil,,, iyr, uttor, ki, dile,,, ritumoti,,, narir, kotha, kole,, prosnor,,, utttor, holne,,,,,,

  • @pranabnath3362
    @pranabnath3362 Před rokem +8

    কৃষ্ণ বাপ সকলো ধৰ্মীয় অনুষ্ঠান গৃহস্থই শ্ৰদ্ধাৰে কৰে। পুৰুহিতক যদি ঠিকা দিয়ে, আপোনালোকক ভাগে ভাগে দিলেও সেৱকীয়ে ঠিকা দিয়াই হয়। কাৰণ সেৱকীয়েটো নকৰে। নাজানুহো আৱাহন নাজানোহোঁ বিসৰ্জন, পূজা মন্ত্ৰ পাঠ সৰাই বন্তি একো নাজানোঁ। জনাই নিজে কৰে নজনাই সকলোকে শ্ৰদ্ধাৰে কৰিব দিয়ে ভক্তি ভাৱ ৰাখি এনে বক্তব্য দাঙি ধৰি গুৰুজনাৰ অপমান নকৰিব। গুৰুজনাই কিছুমান কৰ্ম্ম কৰিব নালাগে বুলি লিখি গলেও কৰা সকলক নিন্দাও কৰিব দিয়া নাই। সমস্ত প্ৰাণীত বিষ্ণু বুদ্ধি নোহে যাৱে। কায় বাক্যে মনে অভ্যাসিবা এহি ভাৱে। ।এনে পদ নিদিলেহৈ। দুজন তিনিজন ভকতৰ কাৰনে গুতেই শংকৰক গুৰু মনাসকললৈ হিংসাৰ ভাৱ বিয়পাব সেষ্টা নকৰেযেন। যোনে যিভাবে কৰে কৰি থাকক সকলোৰে নিজৰ নিজৰ গুৰু আছে সেই মতেই চলি আছে। ৰাজনীতিৰ দৰে দুখ ঠেলা ঠেলি হব ধৰিছে।সকলোৰে প্ৰতি বিনম্ৰ অনুৰোধ সকলো মানুহৰ মনত ভক্তি উদয় হয় তেনে ধৰনৰ ব্যাখা আগবঢ়াব কৃষ্ণ ।জয় গুৰু শঙ্কৰ মাধৱ।

    • @pranabnath3362
      @pranabnath3362 Před rokem

      🙏🙏🙏

    • @updeshmala2737
      @updeshmala2737 Před rokem +3

      কৰোতা জনক নিন্দা কৰিব দিয়া নাই। নকৰো ।নিন্দা কৰিব শিকাইছে কোনে ?নিন্দা আৰম্ভ কৰিছে কোনে ?অশৰণীয়া ঘৰত নাযাও নাখাও কোনে কয়?শিব পুজিব নাপাই কোনে কয়?দেবতা পুজিব নাপাই কোনে আৰম্ভ কৰিছে? পুজা কলী যুগত নাই কোনে কয়?নিজে পুজা বাধা দি নিজে কিয় পুজা কৰি আছে। যদি পুজা কৰিবই পাৰে আনক নিন্দা কৰাৰ উদ্দেশ্য কি?আন দেব দেবী নকৰিবা সেৱা গৃহতো নাযাবা নাযাবা ,মুৰ্তিক নাচাবা,প্ৰসাদো নাখাবা ধৰ্ম হব ব্যাভিচাৰ। এইটো নিন্দানে, পক্ষপাত নে সাম্প্ৰদায়িকতানে , মনুষ্যৰ ঐক্যতাৰ সুগম পথ নে ,নে মনুষ্যৰ মাজত বিশৃংখলতাৰ আহিলা। কি হব পাৰে বাৰু?

    • @gayatrisaharia8107
      @gayatrisaharia8107 Před rokem

      Ajikli business he hokolu.

    • @pranabnath3362
      @pranabnath3362 Před rokem

      @@gayatrisaharia8107 ১00% শুদ্ধ ঈশ্বৰৰ লগতো ব্যৱসায় কৰে যেনে হে প্ৰভূ ইয়া তোমাক দিলোঁ সেইয়া মোক দিয়া। কৃষ্ণ।

    • @neelabhkakati4537
      @neelabhkakati4537 Před rokem

      Sundar

  • @sabitriboruah4411
    @sabitriboruah4411 Před rokem +2

    🙏

  • @trithathengal1177
    @trithathengal1177 Před rokem +1

    কৃষ্ণ কৃষ্ণ বাপ‌ বৰ সুন্দৰ ব্যাখ্যা আপোনাৰ এই সুন্দৰ ব্যাখ্যা সুনি বৰ ভাল লাগিল ধন্যবাদ

  • @ashimgogoi5961
    @ashimgogoi5961 Před rokem +1

    কৃষ্ণ কৃষ্ণ ৰাম ৰাম

  • @rewatideka7020
    @rewatideka7020 Před rokem +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏

  • @kabitahazarika5016
    @kabitahazarika5016 Před rokem +1

    Pronam vogabon

  • @CricketOfficialNews
    @CricketOfficialNews Před rokem +2

    Puruhit man

  • @niyarfunnyvlog5518
    @niyarfunnyvlog5518 Před rokem +3

    কৃষ্ণ বাপ, ইয়াৰ পিছৰ খিনি নাপালোঁ

  • @sarbanandasingh269
    @sarbanandasingh269 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @jaganathsonowal6873
    @jaganathsonowal6873 Před rokem +3

    🙏 কৃষ্ণ 👣👈🤲

  • @azmusiczone2881
    @azmusiczone2881 Před rokem +1

    🙏🙏🙏🙏🙏

  • @dipakborah1152
    @dipakborah1152 Před rokem +1

    🙏🌺❤🌺🙏

  • @nath3465
    @nath3465 Před rokem +3

    Krishna

  • @pranutjalborah82
    @pranutjalborah82 Před rokem +1

    ❤️

  • @akhilgogoi1869
    @akhilgogoi1869 Před rokem +1

    Krishna Krishna bhal lagil Krishna Krishna

  • @bindabankumar6592
    @bindabankumar6592 Před rokem +1

    Krishna bap

  • @gunavathibuwari6644
    @gunavathibuwari6644 Před rokem +1

    Ram Ram

  • @NiranjanCreation
    @NiranjanCreation Před rokem +2

    krishna krishna dei

  • @minatimech4993
    @minatimech4993 Před rokem +3

    Krishna baap.

  • @anjumonigogoi1267
    @anjumonigogoi1267 Před rokem +1

    ভাল লাগিছে কৃষ্ণ,,🙏🙏🙏❤️

  • @harakantadeka7715
    @harakantadeka7715 Před rokem +2

    কৃষ্ণৰ। জন্ম।নাই।বুলি।পাঠকে, বৰ্ণনা।কৰিছে। কিন্তু, আমি।যুগ।যুগ।মানি।আহিছো

  • @hirenbaishya3721
    @hirenbaishya3721 Před rokem +1

    কৃপালু বাপ আমালোকক অমৃত পান কৰালে আপোনালৈ সেৱা জনালো ।

  • @jintusarmah4150
    @jintusarmah4150 Před rokem +2

    বাপ জনা আপোনাৰ মন্তব্য শুনিলো কিন্তু শ্ৰাদ্ধ কি সেইতো আপোনাৰ সীমিত জ্ঞানেৰে বুজি নাপাব । ভগৱান শ্ৰী কৃষ্ণই যে শ্ৰাদ্ধ কৰিব উপদেশ দিছিল আপুনি নাজানে চাগে, যুধিষ্ঠিৰ, ভীষ্ম, দ্ৰুপদী সকলোৱে শ্ৰাদ্ধ কৰিছিল, কিয় কৰিছিল বাৰু??? অলপ অধ্যয়ন কৰি বাখ্যা আগবঢ়াব। আপুনিও এজন ভাবি ঠিকাদাৰ হৈ গৈছে ন অসমীয়া সমাজৰ । কি ফালটো কথা কৈ হা

  • @jitengogoi981
    @jitengogoi981 Před rokem +2

    Krishnaye jibor goti data

  • @updeshmala2737
    @updeshmala2737 Před rokem +6

    সীতাই পিন্দদান দিছিল, পঞ্চপানদবে পিন্দদান দিছিল, জনক,ভীষ্ম, বেদ ব্যাস আদিকে ধৰি সকলোৱে পিন্দদান কৰিছিল। তেতিয়া ধৰ্মৰ চাৰিপদ জীবিত আছিল। কিন্তু কলী যুগৰ আৰম্ভণিত এইবোৰ কৰিব নাপাই বুলি প্ৰকাশ কৰাৰ পৰা ধৰ্মৰ এপদো নাইকীয়া হল।কাৰণ মৃত আত্মাই পিন্দ লব নাহে বুলি সীতাকে ধৰি যিমানবোৰ আছিল সেইসকলে জনাই নাছিল কাৰণ তেওঁলোক অগীয়ানী আছিল কিন্ত কলী যুগত জন্ম হোৱাসকল মহাগীয়ানী গতিকে পিন্দদান নকৰে কাৰণ সীতাৰ দৰে মহাসতীকো এইসকলে শৰণ দিব পাৰে।

    • @digantanath9583
      @digantanath9583 Před rokem

      Awlok sankarisabghat vgbn ... Tewlokei sankardevk hikhadisil ... Saribed sitri korisil ai pondit gijnei

  • @Jayanta_Chetia
    @Jayanta_Chetia Před rokem +11

    কৃষ্ণ কৃষ্ণ 🙏🏿🙏🏿

  • @updeshmala2737
    @updeshmala2737 Před rokem +7

    সেই নৰ নাৰায়ণে আজিও কাক পুজি আছে বদৰিকাশ্ৰমত। সীতাই পিন্দদান কিয় দিছিল?প্ৰহ্লাদে পিন্দদান কিয় দিছিল? অৰ্জ্জুনে পিন্দদান কিয় দিছিল? কৃষ্ণই পিন্দদান দিবলৈ কিয় আদেশ দিছিল? জনক ৰজাকে ধৰি যুধিষ্ঠিৰ, ভীষ্ম আদি সমস্তই পুৰ্ব পুৰুষৰ পিন্দদান কিয় দিছিল?

  • @rumagogoi4430
    @rumagogoi4430 Před rokem +1

    এক মত হব নোৱাৰি লো

  • @probhatbora4716
    @probhatbora4716 Před rokem +2

    কৃষ্ণ,পৰম সেৱাভাজন বাপদ্বয়ৰ
    শ্ৰীমুখৰ অমৃত প্ৰাণ কৰি কৃত্তজ্ঞতাৰ সেৱা জনালো।

  • @rubigogoi5227
    @rubigogoi5227 Před rokem +12

    কৃষ্ণ🙏বৰ ভাল লাগিল।পিছৰ খিনি শুনিবলৈ আশা ৰাখিলোঁ প্ৰভু🙏

  • @Gurugyan6360
    @Gurugyan6360 Před rokem +3

    ৰাম ৰাম.....তেলৰ চাকি জ্বলোৱাটো বাপ গুৰু জনে কনোবা শাস্ত্ৰ উল্লেখ আছে নেকি....জনাবচোন....

    • @updeshmala2737
      @updeshmala2737 Před rokem

      কৃষ্ণ কৃষ্ণ
      আউসী একাদশী,পুৰ্ণিমা এইবোৰ দেবী দেবতা উপাসনা হয়। কেতিয়াৰ পৰা আউসী ,একাদশী,পুৰ্ণিমা মানা হল। এক দেৱ এক সেৱ এক বিনে নাহি কেৱ। শুনি বেয়া লাগিছে।অম্বুবাচী নামানে,হাত চোৱা নামানে, এইবোৰ কথা শুনি হাঁহিছিল। আজি আউসী একাদশী মানিব লাগে উপদেশ দিছে।মোৰ এতিয়াহে হাঁহি উঠিছে।

    • @Gurugyan6360
      @Gurugyan6360 Před rokem

      @@updeshmala2737 হয় বাপ, কৃষ্ণ ভক্তি এই বোৰৰ প্ৰয়োজন নাই...

    • @updeshmala2737
      @updeshmala2737 Před rokem +1

      @@Gurugyan6360 যদি কৃষ্ণ ভক্তিত সেইবোৰ প্ৰয়োজন নাই তেন্তে আউসীৰ একাদশীৰ উপদেশ তেওঁ কিয় দি আছে ? আপোনালোকে মানা কৰক ধৰ্ম নষ্ট কৰি লাভ নাই।

    • @Gurugyan6360
      @Gurugyan6360 Před rokem +1

      @@updeshmala2737 বাপ আপোনাৰ এটা সমস্যা আছে...আপুনি যিকোনো Vedio ভাল দৰে নাচায় বা comment ভাল দৰে নপঢ়ে....Vedio টোত কৈছে....আউসী একাদশী পূৰ্ণিমা সংক্ৰান্তি,..কদাপিটো নাযাৱা নাৰী জাতিৰ সীমা.....নাৰী জাতিৰ ওচৰত যাৱলৈ বাধা কৰিছে....কৃষ্ণ ভক্তি কৰিবলৈ মানা কৰা নাই....ভাল দৰে শুনক,বুজক...তাৰ পিচত
      ......কৱক

    • @updeshmala2737
      @updeshmala2737 Před rokem

      @@Gurugyan6360আপোনাৰ আৰু বেছি সমস্যা আছে। আপুনি তত্ত্বক অলপো বুজি নাপাই। আপোনাৰ দৰে বুজি নোপোৱাৰ বাবেইটো সমাজ সমস্যাৰ সন্মুখীন হব লগীয়া হৈছ।আউসীত, অমাবস্যা পূৰ্ণিমাত কিয় নাৰী ওচৰত যাবলৈ মানা কৰিছে? একাদশীত কিয় যাব মানা কৰিছে?একাদশী কোন ?পুৰ্ণিমা কোন? আমি অন্ধবিশ্বাসত আছো বুলি নিন্দা কৰি নিজে অন্ধবিশ্বাসত কিয় পৰিছা? কৃষ্ণ ভকতে জুইত জাঁপ দিলেও নুপুৰে।কাটিলেও নাকাটে ।গতিকে কৃষ্ণ নাম সমস্ততে পবিত্ৰ। আউসীত সহবাস কৰিলেই যে সন্তান বেয়া হব এই অন্ধবিশ্বাসত কিয় পৰিছা বেয়া লাগে নহয়। আনক হাহিঁ নিজেই শুদ্ধ পথলৈ গৈছলা। এতিয়া তাতো যদি এইবোৰ মানিব লগীয়া হৈছে তেন্তে---------‐---------- নোকোৱাই ভাল।

  • @updeshmala2737
    @updeshmala2737 Před rokem +7

    এক দেৱ এক সেৱ এক বিনে নাহি কেৱ।
    এই ধৰ্ম্ম মানি আকৌ আউসী একাদশী কিয় মানিব লাগে। অম্বুবাচী নামানে, মহালয়া নামানে
    পুৰ্ণিমাটো সূর্য দেৱৰ লগত সম্বন্ধ ।তেন্তে আপুনিও সমস্ত দেবতাক মানে পুজে।যদি কৃষ্ণ নাম ললেই সকলো সিদ্ধ হয় তেন্তে আপুনি আউসীত,একাদশীত ,পূৰ্ণিমাত পত্নীৰ ওচৰত যাবলৈ কিয় বাধা দিছে ?কৃষ্ণ নাম লৈ কৰ্ম সিদ্ধ কৰিলেই হল। মানে আপুনিও দেবতা ভজে। যদিহে নভজে তেন্তে আউসী, একাদশী,পুৰ্ণিমা এইবোৰ সূর্য আৰু দেবীৰ উপাসনাৰ জ্ঞান নিদিব। স্হিৰতা নাই ।ঘুৰি ঘুৰি শংকৰ পথ।অৰ্থাত শংকৰেই শিব। শিব শংকৰেই জগত গুৰু। শিবৰ আদৰ্শ বিনা শ্ৰীকৃষ্ণ আৰু ৰামে বৈকুণ্ঠ নাপালে। বাকী সামান্য মনুষ্যই যদি ভাবে পাম বুলি মিছা কথা। যদুবংশক কৃষ্ণই নিজেই মাৰিলে। কলিযুগত কৃষ্ণই কাক মাৰিব ভালকৈ পুৰাণ সমুহ চৰ্চা কৰক। কিছুৱে খুব আনন্দ পাইছে কিন্তু তত্ত্বটোত কি প্ৰকাশ কৰি আছে একো বুজা নাই। যেনেকৈ কৃষ্ণ জন্ম হওতে প্ৰথম মহামায়া জন্ম হৈ সকলোকে অন্ধকাৰত লৈ গৈছিল ঠিক সেই দৰেই আজি কলিযুগতও অন্ধকাৰত লোক ডুবিল।গতিকেই পৃথিৱীত নিন্দ ৰ বাহিৰে একোৱেই নথকা হল।

  • @manasbora9864
    @manasbora9864 Před rokem +1

    মিছা কথা কিছুমান কিয় কয় হে

  • @chimugoswami4016
    @chimugoswami4016 Před rokem +2

    আপোনালোকৰ ব্যাখ্যা বৰ সুন্দৰ,আপোনালোকৰ দৰে পাবত গজা ব্যাখ্যাকাৰে আকৌ উপবাসৰ কি সুন্দৰ ভাঙনি দিছে ঐ আমাৰ সমাজত ,উপবাস মানে হেনো ওপৰত বাস 😄

  • @bhupensarmah7888
    @bhupensarmah7888 Před rokem +1

    Val lga ni,alosona hoa ni.xmaloslona hoa Jen lagise...

  • @CricketOfficialNews
    @CricketOfficialNews Před rokem +1

    Ehote eko najane

  • @iboroboro2755
    @iboroboro2755 Před rokem +5

    Krishna Krishna sewa grohon korib krishna

  • @kongkonsaikia9626
    @kongkonsaikia9626 Před rokem +1

    ভূল বাখ্যা

  • @gojenphukan634
    @gojenphukan634 Před rokem +2

    এই দুজনা গুৰুৱে সমাজ বিভ্ৰান্ত কৰা নিদিষ্ট কৰি লোৱা পদৰহে ব্যাখ্যা কৰি ফুৰা পাইছো । লাহে লাহে ভাৱ হৈছে এওলোক অসমীয়া সমাজৰ ভাবি ঠিকাদাৰ ।

  • @duttaa2z287
    @duttaa2z287 Před rokem +1

    🙏🙏🙏

  • @abhijitdeka7457
    @abhijitdeka7457 Před rokem +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @acassamculture2219
    @acassamculture2219 Před rokem +2

    কৃষ্ণ কৃষ্ণ

  • @surajneog2230
    @surajneog2230 Před rokem +1

    Krishna 🙏🙏🙏

  • @lizadoley5785
    @lizadoley5785 Před rokem +2

    কৃষ্ণ 🙏🙏🙏

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 Před rokem +1

    কৃষ্ণ

  • @suneswarkonwar2157
    @suneswarkonwar2157 Před rokem +1

    Krishna

  • @pronotineog6108
    @pronotineog6108 Před rokem +2

    🙏🙏🙏

  • @bhupenhazarika9733
    @bhupenhazarika9733 Před rokem +1

    🙏🙏🙏

  • @jituhazarika763
    @jituhazarika763 Před rokem +1

    কৃষ্ণ

  • @abmonty7274
    @abmonty7274 Před rokem +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏