খণ্ড ৫ গহপুৰ নগৰ নিজিত বৰা আতিথ্যত || ভাগৱত পাঠ || প্ৰাণজিৎ গগৈ || Pranjit Gogoi || bhagawat path ||

Sdílet
Vložit
  • čas přidán 28. 08. 2024
  • #গহপুৰ_নগৰ
    #নিজিত_বৰা_আতিথ্যত
    #ভাগৱত_পাঠ
    #প্ৰাণজিৎ_গগৈ
    #Pranjit_Gogoi
    #bhagawat_path
    ©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike (অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব )

Komentáře • 423

  • @mintugogoi6588
    @mintugogoi6588 Před 2 dny +1

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna

  • @biswakantanath9888
    @biswakantanath9888 Před 11 měsíci +2

    🙏🙏🙏🙏🙏🙏🙏

  • @rahulgogoi2425
    @rahulgogoi2425 Před rokem +6

    Krishan bap apunak bohut bohut dhonyo bad Giyapon krilu 🥰🥰🥰🙏🙏🙏🙏

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 Před rokem +2

    কৃষ্ণ

  • @rinachutia3723
    @rinachutia3723 Před rokem +9

    কৃষ্ণ কৃষ্ণ প্ৰভূ ।

  • @aryansaikia7848
    @aryansaikia7848 Před rokem +5

    ধুনীয়া লাগিল 🙏🙏 কৃষ্ণ কৃষ্ণ

  • @keshabdeka2001
    @keshabdeka2001 Před rokem +2

    ৰাম ৰাম ৱাণ্ধৈ সুন্দৰ ব্যাখ্যা প্ৰকাশ কৰিলে কৃষ্ণ

  • @RajDeep-g2v
    @RajDeep-g2v Před 8 dny +1

    🙏🙏🇮🇳

  • @priyakheebora25
    @priyakheebora25 Před rokem +2

    Krishna 🙏

  • @prakashborah1560
    @prakashborah1560 Před rokem +9

    Dr raghwasrya bhagawat চাব সকলো বুজি পাব , এখেতৰ ব্যাখ্যাৰ কোনো প্ৰাসংগিকতা নাই ।

  • @jayantatravel9535
    @jayantatravel9535 Před rokem +3

    khub hundor lagile krishno 🙏

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r Před 11 měsíci +1

    জীৱ শ্ৰেষ্ঠ মানৱে মানৱতা ৰক্ষা কৰি মানৱীয় বোধ আৰু উন্নত চিন্তা চৰ্চাৰে‌ জগতৰ চাৰিও মুঠিৰ জীৱৰ প্ৰতি সত্য শৌচ ক্ষমা দয়া থাকিব লাগে। সত্য মানৱ জীৱনৰ অমূল্য সম্পদ। শৌচ হ'ল মানৱ দেহ মন প্ৰাণৰ শুদ্ধতা আৰু পৱিত্ৰতা। ক্ষমা ৰ সমান মহৎ গুণ জগতত নাই।দয়াৰ সমান আকোলতা,মহৎ লোকৰ হে থাকে। প্ৰদীপ গগৈ।

    • @user-sc4kq9dz3r
      @user-sc4kq9dz3r Před 11 měsíci

      পানী পানীয়েই নদ নদী আৰু সাগৰ মহাসাগৰৰ পানী একেই পানী। মাএ পৰিমাণে কম আৰু বেছি। ঠিক সেইদৰে পৰম আত্মা আত্ম আৰু জীৱ আত্মা সকলো একেই মাত্ৰ পৰিসৰ কম বেছি। উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি জীৱ আত্মা বিলাক চাৰি মুঠি দেহৰ ভিতৰত থাকে চেতনা স্বৰূপে। দেহ অপৰা প্ৰকূতিৰ।চেতনা বা জীৱাত্মা পৰা প্ৰকূতিৰ । ব্ৰহ্মাণ্ডৰ মায়া ময় প্ৰকূতিৰ ক্ষুদ্ৰ অংশ মাএ প্ৰতি টো দেহা। দেহী বা চেতনা হ'ল কোটি কোটি ব্ৰহ্মাণ্ডৰ সবব্যাপি সবাৰো উদ্ধত কালৰো অতীত অনাদি অনন্ত সবজ্ঞ নিগূন চৈতন্যপূণ অজনমা অচল কল্পনাতীত অসীম নীলিম সত্য শুদ্ধ নিত্য সনাতন অদূশ্য নিৰাকাৰ নিবিকাৰ সনাতন আত্মাৰ সুক্ষ্ম অঙশ। পিঞ্জৰাবদ্ধ পখী আৰু দেহত বন্দী জীৱ বা চেতনা। চিনা চিনি নাপাই মন বুদ্ধি অহঙকাৰ বাবে। মই শূণ্য হ'ব লাগিব জীৱ মুক্ত হ'ব লাগিব তেতিয়া জীৱ ই আত্মাৰ সান্নিধ্যত একে লগত মিলি যাব পাৰিব। এইদৰে নদীৰ পানী সাগৰত পৰে। সাগৰ ত আনন্দ কৰে। প্ৰদীপ গগৈ।

  • @rajeshbordoloi5708
    @rajeshbordoloi5708 Před rokem +13

    শুনিব পাৰিছো গুৰুজনাই তেখেতৰ চৈধ্য পুৰুষৰ পিন্দ দান কৰিছিল

    • @souravburagohain2857
      @souravburagohain2857 Před rokem

      কুৰুক্ষেত্ৰ ৰণৰ সময়ত ভগৱান কৃষ্ণৰ অজুনৰ লগত হোৱা কথোপকথন অৰ্থাৎ ব্যাসদেৱে (সংস্কৃতত) লিখা গীতাত উল্লেখ আছে,
      "সংকৰো নৰকায়ৈৱ কুলঘ্নানাং কুলস্য চ।
      পতন্তি পিতৰো হ্যেষাং লুপ্তপিণ্ডোদকক্ৰিয়াঃ।।
      অৰ্থাৎ, বংশত অবাঞ্ছিত সন্তানৰ সংখ্যা বাঢ়ি গ'লে বংশৰ সকলো মানুহৰ আৰু বংশৰ পৰম্পৰা নষ্ট কৰাসকলৰ উভয়ৰে জীৱন নিশ্চিতভাৱে নৰকতুল্য হয়। শ্ৰাদ্ধত পিণ্ড আৰু তৰ্পণ দিয়াৰ দৰে ধৰ্মকৰ্মসমূহ সমূলি বন্ধ হৈ যোৱাৰ ফলত এনে বংশৰ মানুহবিলাকৰ পূৰ্বপুৰুষসকলৰো অধোগতি হয়।

  • @hirensarma600
    @hirensarma600 Před rokem +3

    Gita press r gita best 💯❤❤

  • @nobojyotibharali6735
    @nobojyotibharali6735 Před rokem +2

    ইমান ধুনিয়া লাগিল

  • @baikunthagagai7359
    @baikunthagagai7359 Před rokem +2

    আজি বৰ ধুনীয়া কথা শিকিলোঁ

  • @sewalibora7160
    @sewalibora7160 Před rokem +4

    কৃষ্ণ কৃষ্ণ বাপ

  • @manumadhu8829
    @manumadhu8829 Před rokem +31

    ৰান্ধনীৰ এই প্ৰকাৰ কেইটা আপুনি কোনখন ভাগৱত শাস্ত্ৰত পালে জনাবচোন।ভাগৱতৰ সন্মূখত গ্ৰাম্য কথা আলোচনা কৰি থকা যেন লাগিছে গগৈ দেৱ।

  • @ajitsaikia3773
    @ajitsaikia3773 Před rokem +6

    সকলো বিলাক ভালে লাগিল ....কি...চুলি খুৰুৱাৰ কথাটো অলপ ভাৱিচাওক .....মা দেওঁতাক আমি কেতিয়াওঁ বধ কৰা নাই হয়...এবাৰ ভাবি চাওঁক অজানিতে তেখেত সকলক আমি কিমান বাৰ বধ কৰিছো.....

  • @moonbhagabankakati853
    @moonbhagabankakati853 Před rokem +7

    কৃষ্ণ বাপ জনা 🙏 সুন্দৰ ব্যাখ্যা.. জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏

  • @binitabora8736
    @binitabora8736 Před rokem +4

    Bahut sundar hoise

  • @pabitraatoz5403
    @pabitraatoz5403 Před rokem +5

    Krishna🙏

  • @gubinsaikia2857
    @gubinsaikia2857 Před 8 měsíci +1

    নাম। ভাল। নাম

  • @Palash258
    @Palash258 Před rokem +3

    কৃষ্ণ🙏

  • @tibrajyoti1921
    @tibrajyoti1921 Před rokem +11

    হে প্ৰভু,কত কেতিয়া কোনে লিখিলে এই ভাগ ভাগৱত 😆😆😆😆😆😆😆
    এই জন অসৰাম বাপু যেন হে লাগিছে 😆😆😆😆

  • @sewalimahanta9359
    @sewalimahanta9359 Před rokem +4

    শংকৰ সংঘৰ বনোৱা নিয়ম ।

    • @baikunthagagai7359
      @baikunthagagai7359 Před rokem

      Pape subo tar bade aku nai tumar aia nekhete nije kua kotha nohoi bagobot hastroi kua kotha

  • @deepulthakuriya2168
    @deepulthakuriya2168 Před rokem +1

    ati sundar bakhya aaponar ! krishna bap dhannya aaponi krishna

  • @LakheswariKoch-wb1dz
    @LakheswariKoch-wb1dz Před rokem +5

    কৃষ্ণ কৃষ্ণ

  • @rajdeep263
    @rajdeep263 Před rokem +8

    ডাঙৰীয়া, সমাজত কিছুমান ভুল বিষবাস্প বিয়পাই থকাতকৈ খেতি বাতি কৰি নতুন প্ৰজন্মটোক আদৰ্শ দেখুৱাওক।গুৰুজনাই আপোনালোকৰ দৰে কিছুমান তথাকথিত জ্ঞানী বাপ দেখাহেতেন বৰ লাজ পালেহেঁতেন। এনেও আমাৰ অসমখন বহু সমস্যাৰে জৰ্জৰিত।সমাজক ভুল পথে পৰিচালিত নকৰিব।

    • @manumadhu8829
      @manumadhu8829 Před rokem +1

      এক নতুন ব্যৱসায় ।

    • @mukut7716
      @mukut7716 Před rokem +1

      @@manumadhu8829 আপুনি কৰক । তেখেতে একো‌ ভূল কোৱা নাই। অন্ধবিশ্বাস আপুনি কৰে

  • @jogeswarchoudhoury5707
    @jogeswarchoudhoury5707 Před rokem +1

    Krishna jay guru sankar krishna

  • @sanjibdas9500
    @sanjibdas9500 Před rokem +7

    বৰ সুন্দৰ বাখ্যা আগবঢ়ালে বাপজন ,কৃষ্ণ কৃষ্ণ ।

  • @jitumoniborah270
    @jitumoniborah270 Před rokem +17

    ভাৰতবাসীয়ে বৈদিক যুগৰে পৰা মূৰ্খামী কৰি আহিছে নেকি মুণ্ডন কৰি? গুৰুজনাই ক'ত লিখি থৈ গৈছে মুণ্ডন নকৰিবলৈ কওকচোন! মোৰো জানিবলৈ বৰ ইচ্ছা আছে। আপুনি বিজ্ঞ এজনৰ পৰা জানি লৈ ক'ব দেই!

    • @user-vi4hs3xf6j
      @user-vi4hs3xf6j Před rokem

      এইজন ভকতৰ কথা শুনি কামত লাগিলে নৰকত পৰিব ৷ভাগৱতৰ নাম লৈ সমাজত বিশৃংখল আনিছে ৷

  • @anjuliza3026
    @anjuliza3026 Před rokem +3

    🙏🙏🙏🙏🙏🙏guru baba

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 Před rokem +4

    Krishna 🙏 প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক জয় গুৰু শংকৰ 🙏

  • @keshabbora7742
    @keshabbora7742 Před rokem +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ

  • @venishdevi5388
    @venishdevi5388 Před rokem +3

    Krishna krishna

  • @sumanabhakat
    @sumanabhakat Před rokem +3

    কৃষ্ণ কৃষ্ণ। বৰ ভাল।

  • @montuboruahboruah1985
    @montuboruahboruah1985 Před 2 měsíci +1

    Krishna Krishna 🙏🙏

  • @purnimamollick3598
    @purnimamollick3598 Před rokem +6

    Jai shree hari 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼 from Nagaon missa bhut vl lgil

  • @user-sx5kh8re9j
    @user-sx5kh8re9j Před 4 měsíci +1

    🎉❤😮🎉🎉🎉🎉🎉❤❤❤❤❤❤

  • @debojitbhai4779
    @debojitbhai4779 Před rokem +12

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @ranapratapgoswami1704
    @ranapratapgoswami1704 Před rokem +6

    ধৰি বান্ধি দ্ৰৌপদীৰ ওচৰলৈ নিলে বুলি আপোনাৰ মুখৰ পৰাহে গম পালো দেই।ৰচি ভাগ আপোনাৰ দ্বাৰাই যোগান ধৰা হৈছিলনে?

  • @brajagopalsharma469
    @brajagopalsharma469 Před rokem +4

    Here Krishna 🙏🙏

  • @dulalsaikia632
    @dulalsaikia632 Před rokem +1

    Krishna Krishna pranjit dangriya bap val lagise suni .....

  • @puspadhardowarah1932
    @puspadhardowarah1932 Před rokem +11

    মই জনাত জীৱিত কালত মাক বা দেউতাকক পুত্ৰই জ্ঞাতে বি অজ্ঞাতে কিবা নহয় কিবা দোষ লগাইছেই সামান্য হলে ও ইয়াক নুই কৰিব নোৱাৰি।সেয়ে পুতেক হতৰ সেই পাপ বোলে চুলিত থাকেগৈ। সেয়ে পুতেক হতে চুলি খুৰাব লাগে।পাহৰিছো মই কোনখন পুৰাণত আছে।কাৰণ এইবোৰতে মাথা মাৰি থকা নাই।কথা হল আটাইতডাঙৰ হল চাউল কঠা তাৰ পিচতহে হৰিৰ কথা।কোনোবাই মানে বা নামানে নিজৰ কথা।মই মানো কাৰণে পালনো কৰো। বাকীবোৰ সকলো পালো এটা কথা এতিয়ালৈকে পোৱা নাই।সেইটো হল বামুণে কেতিয়াৰ পৰা গৰু খাবলৈ এৰিলে।কোনোবাই জানে যদি কৈ দিব লগতে কিতাপ খনৰ নামটোও কৈ দিব।এনেই চালে বেৰে কোবোৱা কথা কলে আমুকাইও সহজে মানি নলয়। বেদ চালো পুৰাণ চালো উপনিষদ চালো সংহিতা চালো।এতিয়ালৈ ধৰা পৰা নাই।সেয়ে বিছাৰি আছো।

    • @ramajitbordoloi167
      @ramajitbordoloi167 Před rokem

      আপুনি আচলটোকে জানিছে ।আপুনি বৈদিক কৰ্মকাণ্ড আৰু ভক্তিমাৰ্গৰ বিষয়ে জানিলৈই সেই ভুল ভাঙিব ।

    • @UmeshBoruah-lz5bp
      @UmeshBoruah-lz5bp Před rokem +1

      ​@@ramajitbordoloi167 ভগবান ক লগপাব মন আছে কৰবাত লগ পালে কব চোন

  • @anantasonowal6711
    @anantasonowal6711 Před rokem +4

    Prabhur aie niti shikhai aamar janahadharank jathestha upaker hobo
    Thanks 🙏

  • @rubultamuli9545
    @rubultamuli9545 Před rokem +19

    আপোনাৰ ব্যাখ্যা শুনিলোঁ , আপুনি পিতৃ মাতৃ বিয়োগত পুত্ৰ মুণ্ডন চেদনৰ ওপৰত যি ব্যাখ্যা আগবঢ়ালে তাক লৈ অলপো সুখী নহলো, আপুনি শাস্ত্ৰ কোন অংশত এই বিষয়ে পালে জনাব । চালে বেৰে কোৱাই সাধাৰণ মানুহৰ আগত ভুৱা ব্যাখ্যাৰে সমাজখনক বিভান্তি নকৰিব । জয়দ্ৰথ কো পাণ্ডৱে মুণ্ড চেদন কৰিছিল, অশ্বত্থামাকো কৰিছিল তেওঁলোকৰ অপৰাধৰ বাবে আজিও আমাৰ সমাজত কোনোবাই গৰু চোৰ বা অন্য কিবা অপৰাধ মূলক কাম কৰিলে যদিহে পুলিচ প্ৰশাসন হাতত ৰাইজে নিদিও বুলি ভাৱে তেতিয়া শাস্তি স্বৰূপে তাৰ মুণ্ড চেদন কৰা দেখিবলৈ পাও । সেই অপৰাধৰ শাস্তি মুণ্ড চেদনক পিতৃ মাতৃ মৃত্যুৰ পাছৰ পুত্ৰই মুণ্ড চেদনকৰা লগত তুলনা কৰাত আপোনাৰ ভাগৱত ব্যাখ্যা ৰ উদ্দেশ্য যে ব্যৱসায়িক আৰু সমাজৰ চৰাচৰিত ধৰ্মীয় নীতি পৰাম্পৰাৰ মাজত বিভান্ত্ৰি আনি সমাজক ভাগ ভাগ কৰা সেইয়াহে বুজি পোৱা যেন লাগিল। ৰান্ধনী ব্যাখ্যাটো ভক্তিমাৰ্গৰ দৰে নালাগিল । অপৰাধ বিনাশন 🙏কৃষ্ণ🙏

    • @nipashreesaikia2058
      @nipashreesaikia2058 Před rokem +1

      Teu sankar sanghar lgt milale. Teu luke nukhurai no. Naam kitonia ru sangkor sanghore..

    • @avijitgogoi9696
      @avijitgogoi9696 Před rokem +1

      Vl kotha koise apuni hoi kothato

    • @bitulkonwar1099
      @bitulkonwar1099 Před rokem +4

      তেখেত শঙ্কৰ সঙ্ঘৰ নীতিত চলে, আৰু উঠা বহা কৰে, সেই বুলি আনকো সেই নীতিৰে চলিবলৈ চচিয়েল মিডিয়াৰ জৰিয়তে উপদেশ দিয়াটো ভাল নহয় বুলিয়ে মইও ভাবো। কাৰণ না না ঋষি না না মত।
      জয়দৰথ আৰু ভীষ্ম আদি কৰি তেওঁ লোকৰ পুৰাণত সুন্দৰ কৈ উল্লেখ আছে সেই বিলাক চালেই হ'ল নে কি কয়

    • @nxsayajeetsunu5069
      @nxsayajeetsunu5069 Před rokem

      এওঁ লোক আচলতে পাপি নিজৰ মাক দেউতাকৰ নামত চুলি খেনি ও দিব নোৱাৰে ইহঁতক দেখিলে গা ধুই পেলাব লাগে

    • @hirensarma600
      @hirensarma600 Před rokem

      Correct ❤

  • @MonikantaSonowal-ei6op
    @MonikantaSonowal-ei6op Před rokem +5

    কি কৈ আছা এইবোৰ? সৰহভাগ সাজি কোৱা। মহাভাৰতৰ বিষয়ে অলপ হলেও জানে । কৃষ্ণ।

    • @aradhanachannel8468
      @aradhanachannel8468 Před rokem +1

      কি কৈ আছে তেওঁ নিজেও জানেনে নাই তাৰো ঠিক নাই । আচলতে তেওঁ আছে মোটা দক্ষিণাৰ ধান্দাত ।

  • @mamonigogoi5570
    @mamonigogoi5570 Před rokem +3

    Krishna

  • @bolinborah106
    @bolinborah106 Před rokem +4

    কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল

    • @dipsikhabora6751
      @dipsikhabora6751 Před rokem

      ভাগৱতৰ নামত কিয় বেবেৰিবাং খন বকি থাকে বাৰু? ভাগৱতত বামুন আৰু মাইকী মানুহক আজোৰিবলেহে লিখা আছে নেকি?

  • @RajibGohain-fd7lr
    @RajibGohain-fd7lr Před 8 měsíci +1

    Jay shree Krishna 🙏🙏

  • @chandandas6407
    @chandandas6407 Před rokem +3

    Jay Krishna Guru Dhuniya

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 Před rokem +2

    Krishna krishna krishna 🙏🙏🙏

  • @dibyadhargogoi8451
    @dibyadhargogoi8451 Před rokem +1

    ধুনীয়া দেই

  • @popigogoi7072
    @popigogoi7072 Před rokem +3

    মজা

  • @sarbanandadas4111
    @sarbanandadas4111 Před rokem +6

    অতি সুন্দৰ বৰ্ননা বাপ।জয় গুৰু শঙ্কৰ, জয় কৃষ্ণ।

    • @kunjogogoi6570
      @kunjogogoi6570 Před rokem

      Krishna kr8_hna

    • @suchenkumarnath4764
      @suchenkumarnath4764 Před rokem

      আপুনি অসমৰ বাদে ভাৰতৰ কোন খন ৰাজ্যৰ বিষয় লৈ জানে। কবলৈ মন যাই কিন্তু নকওঁ। আপোনাৰ শিচ্য সকলৰ গাত লাগিব।

  • @chandraprabhaadhikari9848

    Bhut vl lge ekhetor mukhot.... Vokti kotha bur huni... 🙏🙏🙏

  • @asomiaasom6008
    @asomiaasom6008 Před rokem +3

    ঈশ্বৰৰ মুখৰ বাণীয়েই বেদ ।সেই বেদৰ বাণী উপদেশ বেদবিহিত ভক্তি ধৰ্ম কৰ্ম তপ জপ যাগ যজ্ঞ পূজা আৰাধনাক আৰু ঈশৰৰ বিভুতি স্বৰূপ দেৱ দেৱীক যি জনে নিন্দা হেয়জ্ঞান উপলুঙা কৰে তেনে লোক অধম মন্দমতি দুৰাচাৰী পাষণ্ড মহাপাপী ,তেনেলোকে নৰকত যায় পশুযোনীত জন্ম লয় শাস্ত্ৰই কৈছে ,তেনে নিন্দুক লোকৰ পাপী মুখেৰে ভগৱত কৃষ্ণ নাম গুণ শুনাও মহাপাপ ,তেনে নিন্দুক ভণ্ড সুবিধাবাদী স্বাৰ্থপৰ লোকৰ পৰা লোক আতৰত থাকিব লাগে ঈশ্বৰৰ উপদেশ । এইজনাই কৃষ্ণ কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুৰ নাম লওতে লওতে মতিভ্ৰম হৈ বেদমন্ত্ৰৰে কৰা বেদবিহিত পূজা অৰ্চনা বন্দনা আৰাধনা যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড শিৱ দেৱ দেৱীক নিন্দা ঘৃনা উপহাস হেয়জ্ঞান উপলুঙা কৰি তেনে পূজা আচৰণ লোকক কৰিবলৈ বাধা দি নিজৰ নিন্দাবাদ পাপাচাৰী ভাগৱত পাঠ ব্যাখ্যা কৰি নিজৰ বেপাৰৰ বাট মোকলাই বেপাৰ কৰি খাই আছে মানুহক বুৰ্বক মুৰ্খ বনাই ।এই জনা নিন্দুক মহাপাপীক মাতি হাজাৰ হাজাৰ টকা দি নিন্দাবাদ ভাগৱত অনুস্থান কৰিলে লোকৰ নিৰ্গুন নিৰাকাৰ ভক্তি হয় মুক্তি পায় বৈকুণ্ঠত যায় আৰু জগত সৃষ্টিৰ পৰা প্ৰচলিত হৈ অহা সত্য ত্ৰেতা দ্বাপৰ যুগৰ লোকে আচাৰ আচৰণ আৰাধনা কৰা বেদবিহিত ভক্তি ধৰ্ম কৰ্মৰে ঈশ্বৰ উপাসনা কৰিলে পিতৃ মাতৃৰ শ্ৰাদ্ধ পিণ্ড মুণ্ডন কৰা নিস্ফল অসাৰ্থক মন্দমতি দুৰাচাৰ অধৰ্মী পাপমতি কৰ্মকাণ্ড হয় মুক্তি বৈকুণ্ঠগতি নাপায় নৰকত যায় বাঃ প্ৰাণজিত গগৈ বৰ ভণ্ডামী কৰি মানুহক বুৰ্বক মুৰ্খ সজাই নিজৰ বেপাৰৰ পথ মোকলাই লৈছে ।মানুহে নুবুজালৈকে ব্যবসায় কৰি যোৱা যেতিয়া বুজিব তেতিয়া তোৰ নিন্দুক স্বাৰ্থপৰ পাপমতী ভাগৱত ব্যাখ্যা কৰা বেপাৰ বন্ধ হব ।ঔঁ🙏
    জগত গুৰু দেৱ দামোদৰদেৱ আৰু জগত গুৰু হৰিদেৱে মায়াবী শাস্ত্ৰ ভাগৱতৰ অতি ৰহস্যময় মায়াময় মায়াৱী উপদেশ সন্দেহজনক সিদ্ধান্ত বাণী চিনি বুজি পাই মায়াৱী উপদেশ বাণী সিদ্ধান্ত আতৰাই জগত সৃষ্টিৰ পৰা পৃচলিত হৈ অহা সত্য ত্ৰেতা দ্বাপৰৰ লোকে আচৰণ কৰি তৰি যোৱা বেদবিহিত ভক্তি ধৰ্ম কৰ্ম বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম অসমৰ ৮০% লোকক দি যায় ।আজিও অসমৰ সনাতন হিন্দু ধৰ্মৰ ৮০% লোকে জগত গুৰু দেৱ দামোদৰদেৱ গুৰু হৰিদেৱৰ ভক্তি মাৰ্গ দৰ্শন উপদেশ মতে চলি আহিছে ।অৱশ্যে বৈদিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্মৰ কিছু লোকক বিকৃত অপব্যাখ্যাৰে মতিভ্ৰম কৰাই আগ্ৰাসী মনৰ সংকীৰ্ণ একপক্ষীয় স্বাৰ্থপৰ নিন্দুক লোকে প্ৰৰোচিত কৰি ন-শংকৰী মহাপুৰুষীয়া শংকৰ সংঘী সংগী কৰি লয় ।নিজ ধৰ্ম বৈগুণ্য হলেও নিজ স্বধৰ্ম নিজ গুৰু এৰি আনৰ ভাল প্ৰভাৱশালী সুসংগঠিত ধৰ্ম আৰু আনগুৰু গ্ৰহণ কৰি ভজাতকৈ নিজ স্বধৰ্মত থাকি ভক্তি ধৰ্ম কৰিও মুক্তি পায় কিন্তু সুসংগঠিত প্ৰভাৱশালী ভাল পৰধৰ্ম পৰগুৰু গ্ৰহণ কৰাটো ভয়াবহ বিপদজনক ।নিজ জন দিয়া পিতৃ মাতৃ অশিক্ষিত কুৰূপা নিধনী দুৰ্বল একোনজনা হব পাৰে তেওঁ সন্তানৰ বাবে উত্তম পিতৃ মাতৃয়েই হয় সন্তানৰ বাবে তেনে পিতৃ মাতৃৰ ঠাইত কোনো শিক্ষিত সুন্দৰ সুৰূপা ধনী জনপ্ৰিয় প্ৰতিষ্ঠিত প্ৰভাশালী লোক অন্য সন্তানৰ বাবে কেতিয়াও পিতৃ মাতৃ হব নোৱাৰে ,কৈনো লোকে পিতৃ মাতৃৰ ঠাই দখল কৰিব নোৱাৰে।তেনেদৰে শুদ্ধ নিজ স্বধৰ্ম স্বগুৰু স্বআচৰণ ত্যাগ কৰি আন ধৰ্ম আন গুৰু আচৰণ কৰাও উচিত নহয় আৰু আন লোকক শুদ্ধ নিজ স্বধৰ্ম স্বগুৰু স্ব আচৰণ ত্যাগ কৰোৱাই এৰুৱাজন অধমতকৈও অধম মহাপাপী অতি ভয়ানক বিপদজ্জনক তেনে লোকে নৰকতহে লৈ যায় ।কৃষ্ণ ।ঔঁ🙏

  • @ritamonigogoi6083
    @ritamonigogoi6083 Před rokem +1

    🙏🙏🙏🙏🙏🙏

  • @jahnabineog
    @jahnabineog Před rokem +1

    Hundor krishna

  • @sarujandas121
    @sarujandas121 Před rokem +5

    Krishna Baap Parnam 🙏🙏🙏🙏

  • @manumadhu8829
    @manumadhu8829 Před rokem +47

    অশ্বত্থামাৰ মুণ্ডন কৰা আৰু পিতৃ-মাতৃ বিয়োগত মূণ্ডন কৰা একে কথা নহয়। পিতৃ-মাতৃ বিয়োগত চুলি কটা কাৰ্যটোক মুণ্ডন সংস্কাৰ বুলি কোৱা হয়। আপুনি 'মুণ্ডন' আৰু 'মুণ্ডন সংস্কাৰ'ৰ সম্পৰ্কে ভালকৈ জানিলৈ কথাখিনি আগবঢ়ালে ভাল হ'ব যেন পাওঁ গগৈ দেৱ।

    • @papuldutta9971
      @papuldutta9971 Před rokem +6

      ঠিকেই কৈছে।কথাখিনি ভালকে জানি লব লাগে তাৰ পাছত কব লাগে।

    • @bijoysarma8673
      @bijoysarma8673 Před rokem

      🙏🙏🌹

    • @digantanath9583
      @digantanath9583 Před rokem +2

      Akhet hol sankar sangha ... Heiya pray bor video say vul baikha diye .. Hindu satra t mundon korile puinra huwar kotha aami hunisu ...

    • @gagandeka4958
      @gagandeka4958 Před rokem

      Manu madhu right

    • @tibrajyoti1921
      @tibrajyoti1921 Před rokem +2

      তাকেই অল্প বিদ্যা ভয়ংকৰ 🙏

  • @kumudgayan1664
    @kumudgayan1664 Před rokem +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ। অন্তৰত কৃষ্ণভক্তিৰ ভাৱ জাগ্ৰত কৰিব পৰা নহ'লে আচাৰ বিচাৰৰ দ্বাৰা ঈশ্বৰক পোৱাটো দুৰহ।"অনাচাৰ-------নোহে"। গতিকে সেই বিষয়েহে বেছি ভালকৈ গুৰুত্ব দিয়াটোহে দৰকাৰী। আপোনাৰ শ্ৰী মুখে ভাগৱত বাখ্যাৰ আনন্দময় বাখ্যাৰ দ্বাৰা যথেষ্ট অনুপ্ৰাণিত হৈ প্ৰভুৰ চৰণত একান্ত ভক্তিৰে নাম-কীতন শ্ৰৱণ কীৰ্তন কৰিবলৈ গুৰু দুজনাই কৃষ্ণৰ কৃপা লাভ কৰে, সেয়ে ‌আপোনালৈ অলেখ ভক্তি ভৰা সেৱা আগবঢ়ালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @user-wb8nf8wm9d
    @user-wb8nf8wm9d Před rokem +1

    Krishna bap

  • @ranjumoniborahsaikia1684

    Krishna 🙏🙏

  • @madhabithakuriya3690
    @madhabithakuriya3690 Před rokem +5

    Krishna Krishna bap. 🙏🙏🙏

  • @bhaskarjyotisarma449
    @bhaskarjyotisarma449 Před rokem +8

    মুখত যি আহে তাকে কৈ থাকক

    • @nitulgogoi8811
      @nitulgogoi8811 Před rokem +1

      Hahah, aw kisuman kotha honkore hoigho fala Tani Tani koi

  • @satyajitborah398
    @satyajitborah398 Před rokem +1

    Jai Shree Krishna

  • @girishbaishya1176
    @girishbaishya1176 Před rokem +6

    জয় মাধব।

  • @ranapratapgoswami1704
    @ranapratapgoswami1704 Před rokem +8

    কোনভাগ শাস্ত্ৰত আছে বাপ মুণ্ডন কৰিব নালাগে বুলি সবিশেষ জনাবচোন।সেই হিচাপত মৃতকৰ কোনো ক্ৰীয়াকৰ্ম কৰাৰো দৰকাৰ আচে জানো?

    • @smritirekhaborah9936
      @smritirekhaborah9936 Před rokem +1

      এই বাপজন শঙ্কৰ সঙ্ঘৰ।গতিকে শাস্ত্ৰৰ কথাবোৰ ভুল ব্যাখ্যা নকৰিলে সঙ্ঘক বৰ্তাই ৰাখিব নোৱাৰিব। এনে ভুল ব্যাখ্যা কৰিলে Utube ত TP বাঢ়িব।
      জীৱন দত্ত।

  • @pranjoldutta7038
    @pranjoldutta7038 Před rokem +2

    জয় গুৰু শঙ্কৰ 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿সেৱা জনালোঁ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿

  • @sibuboruah6240
    @sibuboruah6240 Před rokem +1

    বৰ ভাল লাগিল, আৰু লগতে এমুঠি হাঁহি.....

  • @aradhanachannel8468
    @aradhanachannel8468 Před rokem +2

    অসমত এনেকুৱাও ধৰ্মীয় পন্থা আছে ,যি পন্থাৰ বাবে অসমীয়া জাতি , অসমীয়া ভাষা, অসমীয়া সাহিত্য , অসমীয়া ৰিতি নিতি , অসমীয়া পৰম্পৰা , অসমীয়া পৰম্পৰাগত খাদ্য , অসমীয়া ঐতিহ্য , অসমীয়া কৃষ্টি সংস্কৃতি, আদি বিলাক , হৈছে অসমীয়া জাতিৰ সম্পদ অসমীয়া ভাষা সাহিত্যৰ সম্পদ ,যি বিলাক সম্পদৰ বাবে আজি অসমীয়া জাতি গৌৰৱান্বিত , সেই সমুহ বিষয় , তথা সম্পদ বিলাক অতি দুৰ্ভাগ্যবশতঃ সেই এমুঠিমান মানুহ ৰ সেই নতুন ধৰ্মীয় পন্থা টোৰ বাবে একেবাৰেই অদৰকাৰী যেন দেখা গৈছে ।শঙ্কৰদেৱৰ সংস্কৃতিৰাজি মূলতঃ ধৰ্মৰ ওপৰত আধাৰিত ,বা ধৰ্ম ভিত্তিক।সমুহ অসমীয়া ৰাইজৰ বাবে শঙ্কৰদেৱৰ সংস্কৃতিৰাজি সদায়েই আদৰণীয় আৰু সৰ্বগ্ৰ্হনযোগ্য , হ'লেও অসমীয়া জাতি ভাষা সাহিত্যৰ স্বাৰ্থৰ ক্ষেত্ৰত ধৰ্মীয় উন্মাদনাৰ বাবে আপোচ কৰাটো অসম্ভৱ । কাৰণ ধৰ্ম তেতিয়াহে সম্ভৱ যেতিয়া জাতি জীয়াই থাকিব , ধৰ্ম তেতিয়া হে সম্ভৱ যেতিয়া অসমীয়া ভাষা সাহিত্য জীয়াই থাকিব । কোনোবা অসমীয়া ব্যক্তি আছেনে ,যি অসমীয়া ভাষাৰ অভিধান ভাগক অনাদৰ কৰিব পাৰে ? অভিধান মেলি চাওক তাত অসমীয়া ৰাইজৰ কোনভাগ বস্তু সন্নিৱিষ্ট হোৱা নাই ? কিন্তু কিছুমান নতুন নিতি নিয়ম বা শব্দ অভিধানত হয়তো বিচাৰি নাপায়। অসমৰ বাহিৰত আমি নিজকে কি বুলি পৰিচয় দিওঁ ? অসমীয়া বুলি পৰিচয় নিদি বেলেগ কিবা পৰিচয় দিয়ে নেকি ? কোনোবাই ধৰ্মৰ পৰিচয় দিয়ে নেকি ? তেন্টে জাতিক কিয় অবজ্ঞা ,বা নস্যাত কৰা হৈছে ? নিজৰ অংগ বোৰ নাক কাণ আংগুলী আদি নিজেই কোনোবাই কাটে জানো ,সুস্থ মস্তিষ্কৰ মানুহে ? গতিকে এইবিলাক নকৰিব , শঙ্কৰদেৱে এই বিলাক কৰিবলৈ কোনো শাস্ত্ৰ ত আমাক কোৱা নাই
    আৰু যি মানুহ আশাবাদী ,সংসাৰী যাৰ আকাঙখা আছে অভিলাস আছে যি বৈষয়ীক ক্ষেত্ৰত অগ্ৰসৰ হব বিচাৰে তেওঁলোকে কেতিয়াও বৈদিক নিতি নিয়ম এৰিব নোৱাৰে । চুলি খূৰুৱা,পিণ্ড দিয়া , অম্বুবাচী পালন কৰা তুলসীৰ তলত কাতি মাহত বন্তি প্ৰজলন কৰা ,ৰাস পূৰ্ণিমা মনা ,ফল্গুৎসৱ পালন কৰা ,মানে ফাকু খেলা ,জেঠ মাহত গাঁৱৰ নামঘৰত বৰসবাহ পতা পকা মিথৈ বন্ধা। শিৱ ৰাতি পালন কৰা , ভাদ মাহৰ কৃষ্ণা অষ্টমী তিথিত যেতিয়া ৰুহিণী নক্ষত্ৰৰ সংযোগ হয় তেতিয়া শ্ৰীকৃষ্ণ ৰ জন্ম দিবসটি পালন কৰিব ই লাগিব । অৰ্থাৎ জন্মাষ্টমী তিথি পালন । আহিন মাহত গুৰু জনাৰ জন্মোৎসৱ পালন কৰিব লাগিব । আৰু অসমীয়া সমাজৰ মুল উৎসৱ তিনি টি বিহুৰ যি দৰে নিতি নিয়মেৰে পালন কৰা হয় সেই দৰেই বিহু তিনি টি পালন কৰিব লাগিব ।আদি ধেৰ কিছুমান কাম নিতি নিয়ম আছে সেই বিলাক কেতিয়াও এৰিব নোৱাৰে ,এৰা বা তিয়াগ কৰা উচিত নহয় । আৰু ইয়াৰ লগতে জনগোষ্ঠীয় পৰম্পৰাসমূহ আহোমৰ চকলং , সাজ, মিচিংৰ আলি আই লিগাং , আদি , বড়োসকলৰ বাথৌ পূজা ,বাগানৰ ৰাইজৰ মাদল বাদ্য ,বা মনসা পূজা আদি বিলাক অসমীয়া জাতিৰ সম্পদ ,এই বিলাক অনাদৃত হ'লে অসমীয়া জাতি নিশ্চিহ্ন হব ,। শঙ্কৰি সংস্কৃতি সমুহো অতিকেই আদৰনীয় । সেই সমুহো অসমীয়া জাতিয় সংস্কৃতিৰ ভিতৰত অন্যতম সংস্কিতি হৈ আছে । ৰাম শ্ৰীকৃষ্ণ । ধন্যবাদ ।ৰাজু দত্ত । দেৰগাঁও গুৱাল গাওঁ ।

    • @sumangogoi6923
      @sumangogoi6923 Před 10 měsíci

      আপুনি সুন্দৰ কথা কৈছে । এইজনে শংকৰী শংকৰী বুলি শংকৰী ধৰ্মটোকেই চিনি পোৱা নাই । অযথা শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতখন ভূলকৈ ব্যাখ্যা কৰি আছে ।

  • @kumudhazarika4409
    @kumudhazarika4409 Před rokem +8

    এতিয়া মানে অত দিনৰ পৰা চলি অহা চুলি কটা নিয়মটো ভুল আছিল। কোনো মানুহে আগতে এই কথাটো উলিয়াব নোৱাৰিলে । এই জনে বিচাৰি পালে। নাপাই ধৰ্ম নামত যি টি কথা কব ।

    • @baikunthagagai7359
      @baikunthagagai7359 Před rokem

      Ki buji pale baru

    • @PrankrishnaBora
      @PrankrishnaBora Před rokem

      Mama namana nijor Kotha buli bapjonai koi thake

    • @chandanjyotibora1540
      @chandanjyotibora1540 Před rokem

      Tetiahole amar deuta ko ka ajukoka aru tar uporipurukh hokol murkho he asile suli kati vul kori asile.. Enei valei lage baikha but kin2 enekua bihombadi baikha but hunilehe khong uthe

    • @animanath9732
      @animanath9732 Před 4 měsíci

      Ami hle suli nkta manuhr ghrt vat khuwato badei chahu nekhaw

  • @nijuborah1221
    @nijuborah1221 Před rokem +1

    Moja moja

  • @birenkalita6244
    @birenkalita6244 Před rokem +1

    bahut val

  • @nirugogoi4576
    @nirugogoi4576 Před rokem +1

    Krishna krishna provu

  • @bitusaikia8133
    @bitusaikia8133 Před rokem +1

    Bhagabanagaatnaym ,

  • @buddhaboruah3008
    @buddhaboruah3008 Před rokem +5

    Krishna krishna krishna❤❤❤ 🙏🙏🙏

  • @jishmikonwar6032
    @jishmikonwar6032 Před rokem +18

    কৃষ্ণ প্ৰভৃ আপোনাৰ ভাঙনিয়ে আমাৰ দৰে আধমক বহুত উপকিত কৰিছে।কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @user-sq1cm6kt6k
    @user-sq1cm6kt6k Před rokem +3

    বাপ আপোনি বৰ ধূনীয়া সাধুৰ কথা এটাৰ সুনালে দিয়ক মা দেউতাক মৰিলে মুন্দন কৰা নামত আপোনি ভাগৱত পঢ.ক সেইটোৰ লগত এই টো নহয় দেই বাপ

  • @sumitarajbongshi9322
    @sumitarajbongshi9322 Před rokem +3

    🙏🙏🙏

  • @junumech7558
    @junumech7558 Před rokem +2

    কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শঙ্কৰ কৃষ্ণ বাপ সেৱা জনাইছে কৃষ্ণ কৃষ্ণ

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 Před rokem +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @deboborah5858
    @deboborah5858 Před rokem +5

    কোনো ৰান্ধনীয়ে ৰান্ধী থাকোতে লোভ নকৰে ।কাৰণ ঘ্ৰানেনং অৰ্ধ ভোজনং।

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 Před rokem +5

    কৃষ্ণ কৃষ্ণ।

  • @binabora5025
    @binabora5025 Před rokem +4

    Krishna krishna krishna ram xewa 🙏🙏🙏🙏🙏

  • @beautyswonderland2648
    @beautyswonderland2648 Před rokem +4

    বলিনিগদতি যদুপতি ৰাম ৰাম ৰাম ৰাম ৰাম
    কিনো কৃপা মোক কৰিলাহা নাৰায়ণ
    দেৱৰ দূৰ্লভ আতিশয় ৰাম ৰাম ৰাম ৰাম ৰাম
    গৃহতে থাকিয়া দেখিলো তযু চৰণ ।
    কৃষ্ণ সেৱাহে ।

  • @SaminchKalita-tl3yq
    @SaminchKalita-tl3yq Před rokem +8

    সুন্দৰ ভাগবত পাঠ ।

  • @gamingwith730
    @gamingwith730 Před rokem +1

    Val lagel

  • @PrashantaRay-iw8hw
    @PrashantaRay-iw8hw Před rokem +1

    Krishno mor Gao 3no jamdoha,,,, Amar gaot vor koli Kal pora nisina lagise,,,, a or proto Bea vab besi Hoi ase

  • @monujphukon353
    @monujphukon353 Před rokem +1

    Emn dhunia k bjai diye apuni ❤️❤️❤️

  • @aradhanachannel8468
    @aradhanachannel8468 Před rokem +3

    প্ৰানজিৎ বাবা , তুমি এইবোৰ অদ্ভূত বিভ্ৰান্তিকৰ কথাৰ ফুলজাৰী জ্বলাই কষ্ট নকৰাকৈ ফাওতে টকা ঘটা মানে এই মোটা দক্ষিণাৰ ধান্দা এৰি অণ্য কাম কাজত ধৰা , তোমাৰ ভাল চিন্তিহে কথাষাৰ কৈছো অ । এমুঠিমান ,তাকৰিয়া , শিক্ষাৰ ফালেও বা অণ্য দিশ বিলাকৰ ফালেও ধোবাং বাং এমুঠিমান , তাকো অসমৰ মানুহহে তোমাৰ এই বোৰ বাং ফঙিয়া ফুলজাৰী কথা শুনি থাকে । আৰু সেই অদ্ভূত নিতি নিয়ম বোৰ মানে । আৰু সেই অজলা হেবাং দুখীয়া মানুহ বোৰৰ পৰা তূমি এই বোৰ বকি বকি মোটা দক্ষীণা মানে মোটা টকাৰ টোপোলা সৰকাই ধনৰ পাহাৰ গঢ়িছা হয়নে বাৰু ? তৎক্ষণাৎ এই বোৰ এৰি খেতি বাতি কাম কাজত ধৰা দেই ।অ । 26:21

    • @asomiaasom6008
      @asomiaasom6008 Před rokem +2

      জগত গুৰু দেৱ দামোদৰদেৱ গুৰু হৰিদেৱৰ ধৰ্মীয় মাৰ্গ দৰ্শন ভক্তি ধৰ্ম আচৰণীয় ধৰ্ম কৰ্ম উপাসনাক ,উপাসক শিষ্য ভকত বৈষ্ণৱক দুঃখ দি,বেদবিহিত ভক্তি ধৰ্ম কৰ্মক আচাৰ আচৰণক ,ঈশ্বৰৰ বিভুতি স্বৰূপ জগতৰ কাৰ্যবাহী দেৱ দেৱীক নিন্দা ঘৃণা উপলুঙা হেয়জ্ঞান কৰা অধম পাপী প্ৰাণজিত গগেক ভাল উপদেশ দিলে আপুনি ।আপোনাৰ লগতে ময়ো সুৰ মিলাই অধম নিন্দুক পাপী প্ৰাণজিত গগৈক কও শাস্ত্ৰৰ পদ সিদ্ধান্ত বাণী অপভ্ৰংশ অপব্যাখ্যা বিকৃতব্যাখ্যা কৰি সমাজত লোকক বিভ্ৰান্ত মতিভ্ৰম কৰাই থকাতকৈ খেতি কৰি নিস্পাপ হে ভক্তি ধৰ্ম কৰি থকাই ভাল প্ৰাণজিত গগৈয়ে অসমৰ ৮০%তকৈ বেছি গুৰু দামোদৰদেৱ গুঐু হৰিদেৱৰ শিষ্যৰে ভৰা সমাজৰ মংগলৰ বাবে ।এই স্বয়ম্ভু ব্যাখ্যাকাৰ জনৰ অপব্যাখ্যা বিকৃত ভ্ৰান্ত ব্যাখ্যা শুনি মানুহ মতিভ্ৰম হৈ হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান বুদ্ধ আদি ধৰ্মলৈ দিক্ষীত হব আৰু হৈও আছে মাজুলিত ৬৪টা গীৰ্জা হল সেই অনুপাতে কিমান হিন্দু লোক ধৰ্মান্তৰিত হব পাৰে ?ঔঁ🙏

    • @rajibsharma6751
      @rajibsharma6751 Před 11 měsíci

      Horidev aru damodordebor kuno contribution nai aru jagot guru ki je koi.

    • @ArunaBhuyan-ob1ey
      @ArunaBhuyan-ob1ey Před 10 dny

      ​@@asomiaasom6008Damudor deb je jagat guru apunar mukhere he hunibo paisu ,Ami kunudine kotu pua nai . Ki j koi .eman huddha kotha apunihe koi dei.

  • @jahnuborah3953
    @jahnuborah3953 Před rokem +1

    Guru jonai kin2 aneke raijok bujabo bisora nasil sage...

  • @promilabora3998
    @promilabora3998 Před rokem +2

    🙏🙏🙏🙏

  • @kritarthamudoi5123
    @kritarthamudoi5123 Před rokem +5

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @bgrd6554
    @bgrd6554 Před rokem +13

    প্রভু মুণ্ডন দুটি একে নহয় হে ।কিয় ভুল বাখ্য দি মানুহক বুজই আপুনি।

  • @dipankarbora723
    @dipankarbora723 Před rokem +2

    Joy Sri Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna

  • @hirensaikia3810
    @hirensaikia3810 Před rokem +1

    🙏🙏

  • @jadumoniborah
    @jadumoniborah Před rokem +14

    সুন্দৰ 👌❣️