Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 2891 || 17.02.2024 ||
Vložit
- čas přidán 25. 07. 2024
- BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo - Zábava
অলপ বেছি ফটোৱা হৈছে ৰাকেশ অৰ অভিনয় টো
Umm❤
একদম
Bahuti basi
চুচমিতাক লাগিছিল বেহাৰবাৰীত সদায় নহলেও দুই তিনি দিনৰ মুৰে মুৰে। কুমকুম আৰু চুচমিতাৰ মাজত লুটুকনক লৈ মিহি মিহি কৈ কাজিয়া এখন হৈ থকা হয় বৰ ভাল লাগিল হেতেন। আৰু ইহঁতৰ মাজত ৰাকেশ খোমাই যদি উল্টা পুল্টা কৰি থাকিলে হেতেন তেতিয়া আৰু ভাল লাগিল হেতেন। বাকী কে কে মোহন নহলেও বেহাৰবাৰী 🔥🔥🔥🔥🔥
চাৰ বিয়া খন পাতক ছাৰ 😢😢😢
ৰৈ আছো 3000 episode 🎉🎉🎉akha কৰোঁ অসমীয়া ধাৰাবাহিক খন আৰু ভাল হয় 🎉🎉🎉
ধাৰাবাহিক খন চাই ভাল পোৱা ব্যক্তি সকলে like kori bo
পুৰণি অভিনেতা সকলক লাগে,মাজে মাজে হ'লেও বেহৰবাৰীত আহিব লাগে,old is gold.....
কুম কুম বাইদেউ, আৰু তৰা মাই বাইদেউ বহুত ভাল লাগে।❤
অলপ বেচি ফটোৱা হৈছে ৰাকেশ অৰ অভিনয় টো
Hosa bor vl lga nai sai😂😂
কাকতি দা ভাল লাগিল ❤
পুৰণি দৃশ্য বোৰ দেখি ভাল লাগিল ❤❤
Moja mojaaa
8:00 MY BEST EPISODES AND MY FAV HOLYDAY HAR MAHADEV ❤
Next episodot lila pitike rakeshr pithi bhl korib lage 😂😂
Hoi kintu
সুস্মিতা বাইদ আৰু লুটো দৰ প্ৰেম কাহিনীৰ কথা মনত পৰি গল,
শিৱৰাত্ৰি হেই episode t মই আজিও চাও ❤️😂
kk da Nohole val nalage agor obhineta bur lage ❤🙏🙏🙏please 🙏🙏
শিৱৰাত্ৰি এয় দৃশ্য দেখি আকৌ এবাৰ miss কৰিছোঁ সকলোকে মোহন কে কে দা বাইলুং miss you ♥️😢
কুমকুম 💓💓💓
I love beharbari Outpost family ❤❤❤
This is how .. BOP miss KK daa😢
mopi
mini
@@minipatar3395❤❤
Beautyk lge ako Shiva Ratit😌❤️
Rakesh V's kk acting maza......lutukon V's Kamal very interesting ❤❤
Yes❤😂
Control Lila pitek control😂
কাহিনী টো এনেকুৱা কৰক লুটো ৰ এটা চৰত rakesh ৰ memory ঘূৰি আহিব
Beauty bailing.....❤
অসমীয়া serial বিলাকত recap দি time খেদাই থকাটো নিয়মত পৰিনত হৈছে
Beharbari Sai Kune Kune Val poya mor tat like ata kora jolde👍👍
Nokoru ki kribo😊
Tok Kai koriba dise laura@@opsoulbhau3423
Tuk jhra buli kou moi 😂
Oi laura@@Saan__editz876
😁😁😁😂😃😄😄😃😂😎😎😋
❤❤❤
মাজে মাজে ইহতক দেখুওৱা বাবে ভাল লাগিছে
ৰাকেশৰ অভিনয় নিজৰ ঠাইতে ভাল আছিল,, ধন্যবাদ
Take 😢
Right
হৰ দা আহিলে ভাল লাগিলে হৈ।।।।
মই এসনেই ছিৰিয়েল চাও খেইষণ হল বেহাৰবাৰি
আগৰ বোৰ দেখাই থাকোতেই সময় গল বন্ধ কৰ আৰু এইখন ফটোৱা এটা সিমা থাকে। ৰাকেশ বোলাটোক তেজপুৰত চিকিৎসা কৰক
Kk n mohan real comedy
*লীলা পুতেক জুই 🔥*
Lutui rakeshok matiba lalge... Memory ghuri ahino...
My favourite ❤❤
ৰাকেশৰ অভিনয় টো বেছি ফটোৱা লাগিছে
Pritam sir Biyar karane ata like
🎉🎉🎉❤❤❤
ৰাকেশ দাৰ কে কে ছাৰ অভিনয় টো কৰিলে বহুত ভাল লাগে❤❤❤❤❤
একে একে=দুই Beharbari Outpost জুই
Pal mari aride 😢
Kk n mohan ❤❤❤❤
Moji lagesa 1 like More diba
Miss u kk da
5:58
জবা নিজৰ ঘৰ বা দেউতাক মা নাইনি
KK sir ok Lage Siva ratri dina khon 💀❤️
My love beharbari outpost ❤❤🎉
চাই ভাল নলগা হৈছে দিনে দিনে
Rakesh Da🤣🤣🤣🤣🤣😆😆😆
I love 😍 beharbari outpost ❤❤
Nice👍
Thanks for o like
Old is good
জবা বাইদেউ পৰিয়ালতো যদি এবাৰ দেখোৱালে ভাল আছিল
Ajir pora nesao ru Behorbari out post 🙏🙏🙏🙏
ৰাকেশক কে কে চাৰ অভিনয় ভাল লগা নাই।। অতি শীঘ্ৰে কে কে কে আৰু মোহনক আনিব লাগে
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Mozza 😂😂
Aikhon kune kune swa arib like
Rakesok Kune Kune val Puya ata like 👇kora ...?
আজিকালিৰ এপিচদবোৰত আগৰ সমান ৰস নথকা হৈছেই । আকৌ আধা সময় পুৰণা এপিচদবোৰ দেখাবলৈ লৈছে। কাৰোবাৰ memory flash হ'লে আগৰ এপিচদ বেছিকৈ দেখাই দেখায়েই এপিচদ সম্পূৰ্ণ কৰিবলৈ চালে show বন্ধ হোৱাৰ ভয় আছে দেই 😅
ৰাকেশক পগলা কৰি কেকে মোহনক উলিয়াই থকাতকৈ পুৰণা খিনিকে বজাই থাকক , চাবলৈ মন নাজাই ৰাকেশ ওলালে
Nice ❤❤😂😂🎉🎉
Rakeshr dhunia hoise... 👌
Just kune like koriase vdeo 2
ৰাকেশৰ অভিনয় বেয়া হৈছে
Lutu ru kumkumor prem tu hofol.hole val lagibo❤
Um
Garg dak anib lage
Purona episode bur ani ani gubor nokoribo 🙏
Miss you KK MOHON on Shivaratri episode😢❤বহুত বহুত miss কৰিম😔
Kone Kone aikhan sai val pai like ata kara son ❤
Modahi sir ,bailung,ahibo lage ,val lagibo❤❤❤❤❤❤
Lutur kotha hunile biyapatibo mon naikiya hoijabo dei 😂 kin2 lutu da acting bohut bhal lage 😊
Puroni clip bur xumai iman content khai pelai
Kk da aru muhonk lage😢😢
BSF ye jne kt kt hukh paii😅.. Lila piteke kii gom pabo😂😂
Apuna luke.suwa episode bur r part bur majot kio lgai diye oo aneka hle vl nalage deiii
Next episode t lila r piteke Rakesh k ramsor ata di diba😅
Kakoti da aponer acting tu bohut Val lage kk da mohan da gusi jowar pixot dekhai nai behar bari out post apuni ase Babe dekhu ❤
Thanks for 1million like 🎉🎉
😂😂🎉🎉
12:58
Basumatari da please come back
1 and only great serial in assam❤❤❤
ৰাইজে কি ভাল পায় তাত অলপ গুৰুত্ব দিয়ক
beharbarioutpost
Rakesh juii😂
অনূগ্ৰহ কৰি আপোনালোকে ক'মেডিৰ নামত শিৱ ভগৱান বা শিৱৰাত্ৰিক লৈ ধেমালি নকৰিব। শিৱ বাবাই কিন্তু আপোনালোকক কেতিয়াওঁ ক্ষমা নকৰিব।
Rakesh dai Rakesh hoi thakile a val lage kk hb nalage aru nasaje o kk avonoi korai beya loga hoise sabo scrrep kori sabo loga hb 2din men pasot kk avinoi kori thakile
Rakesh DA op bolte, 🤣😆🥳, kk da pat2,
Kk da aru mohan plz back
Kk aru mohon ok lage
Kar kar, beharbari val lage like kora kk mohan kori thaka borar babe 1 minit mouna parthona😮
Rakesh da😂😂
Moja 🔥 Mis u kk mohan 😢
Rakesor nijor aching ote vl lage
Nice 🎉😢 video 😊😅😮🎉❤🍫💔👩❤️💋👩🌄
লীলা পুতেক 🔥💯
Rakesh ❤❤❤❤
সময় খাই পাল মৰা কাৰবাৰটো বহুত বেছি কৰা যেন লাগিছে কিছু দিনৰ পৰা
অন্যবোৰ ভাল হৈছে সকলো ।তেনেদৰেই আগুৱাই নিয়ক চোন