অতনু ভূঞা আমাৰ ঘৰত ৰাতি আছিল নেকি?অতনু ভূঞা সৰবজান নেকি?কিয় হৰব হল বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱা

Sdílet
Vložit
  • čas přidán 6. 09. 2024
  • অতনু ভূঞা আমাৰ ঘৰত ৰাতি আছিল নেকি ? অতনু ভূঞা হৰৱ জন নেকি? কিয় হৰব হল কণ্ঠশিল্পী দ্বীপেন বৰা!
    #nznews #assamesenews #nznews

Komentáře • 142

  • @RubulBora-t7o
    @RubulBora-t7o Před měsícem +34

    Aatanu nijai ata gela modahi.

  • @pranjalbora1736
    @pranjalbora1736 Před měsícem +7

    সকলোৱে দ্বীপেন বৰুৱাক ভালে থাকিবলৈ দিয়ক ।অযথা একেখিনি কথাকেই সুধি আমনি নিদিয়ে যেন।

  • @devdas8542
    @devdas8542 Před měsícem +11

    অতনু ভূঞাৰ চবতে উস্তাদি... গৌৰৱ গগৈ হাৰিব বুলি নিউজ কৰি আছিল.... গেলা মদাহী দালাল...

  • @hiteswargogoi3888
    @hiteswargogoi3888 Před měsícem +8

    এইজনে লোকৰ কথা খুচৰি ফুৰাটো স্ৱভাৱ ।

  • @jadukoch7576
    @jadukoch7576 Před měsícem +6

    দীপেন বৰুৱা ক অশান্তি পোৱা কথা সুধি থকাৰ পৰা সকলো আঁতৰত থাকিব পাৰিলে ভাল হয়। তেখেত অকলশৰীয়া মানুহ। বহুত চাপত আছে। তেখেতৰ কথাত গম পোৱা যায় মুখ খুলি যেন কথা কবপৰা নাই। কৰবাত কিবা ?

  • @user-fg9qk5dz8d
    @user-fg9qk5dz8d Před měsícem +7

    অতুনু ভূঞা চেন্দলৰ চৰ চৰ যোগ্য

  • @KumarDhirendraNarayanDev
    @KumarDhirendraNarayanDev Před měsícem +7

    লোকৰ পৰিয়ালৰ সমালোচনা কৰিবলৈ অতনু কোন হয় । তাৰ নিজৰ পোকৰত গু আছে সেয়ে সি আনৰ পোকৰত গু দেখে । ৰমেন দা কুশলে থকাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা।

  • @putulkonwar1351
    @putulkonwar1351 Před měsícem +9

    অতনু ভূঞাই কমেণ্ট বক্স কিয় বন্ধ কৰি ৰাখে।কমেণ্ট পঢ়া সাহস নাই চাগে।

    • @samudrahazarika110
      @samudrahazarika110 Před měsícem

      @@putulkonwar1351 সি ৰাইজৰ গালি বোৰ পাই যে। সি সবতে comment box বন্ধ কৰি ৰাখে।

  • @UpenDeka-he8hc
    @UpenDeka-he8hc Před měsícem +6

    ৰমেন বৰুৱা নিৰুদ্দেশ হোৱাত ইহতৰ বেয়ালগা নাই । ঘৰৰ মানুহক কিবা সুধিলে খংকৰে কিয়? আমাৰ কিবা ভুল হৈছে যদি তেখেতে মাৰ্জনা কৰি ঘূৰি আহক বুলি কব লাগে তৰ্ক কৰে কিয়?অনবৰত নিছা লাগি থাকে নেকি সিহতৰ ।ৰমেন বৰুৱাৰ প্ৰতি থকা অসমবাসীৰ শ্ৰৰ্দ্ধা মৰম ভালপোৱাক তেখেতৰ পৰিয়ালে উপলুঙা কৰিছে

    • @india1157
      @india1157 Před měsícem

      সাংঘাতিক কৃত্ৰিম মানুহৰ পৰিয়াল বুলি এতিয়াহে জানিব পাৰিলো !! ঘৰৰ সন্মানৰ বাবে ফাঁকি মৰাটো যেন এটা কলা হয় তেওঁলোকৰ 😡😡

  • @mamatachakraborty-xq5by
    @mamatachakraborty-xq5by Před měsícem +6

    অতনু ভূঞাই নিজৰ মেচিনত তেল দিয়ক। লোকৰ ঘৰুআ কথা খুচৰিব নালাগে। এই বিলাক সাংবাদিকতা নেকি?

  • @debenkonwar8367
    @debenkonwar8367 Před měsícem +7

    অতনু বোপাৰ নিজৰে পিছফাল পেন পেনিয়া সেয়ে তেৰাই আনৰো পেন পেনিয়া দেখা পায় ।

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef Před měsícem +4

    এনে বক্তব্য নিদিলেও বিপদ হ'ব যে। ভয় কৰিব লগীয়া সকলৰ বক্তব্য কিমান কঠুৰ ৰাইজে জানিছেই 🙏।

  • @taradoi7957
    @taradoi7957 Před měsícem +10

    অতনু ভূঞাই আনুমানিক ভাৱে অতিৰঞ্জিত বাতৰি প্ৰচাৰ কৰিছে । এইবোৰেই নৈতিকতা নথকা সাংবাদিক ।

  • @MalaBaruah-fu1cu
    @MalaBaruah-fu1cu Před měsícem +6

    ভয় হৈছে তেখেত যিহেতু এতিয়া অকলশীয়া। আৰু বেছি সুধি নথকাই ভাল

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 Před měsícem +5

    অতনু ভূঞাৰ এটা কথাও বিশ্বাস নকৰোঁ আৰু শুনিবলৈ ইচ্ছা নাই ।

  • @user-oh2wv1fu4p
    @user-oh2wv1fu4p Před měsícem +5

    Dipen da apuni safe thakok..media bilake apunak kosto dibo

  • @SanjayKumar-td9um
    @SanjayKumar-td9um Před měsícem +6

    News live ৰ পৰা খেদা খাই dy 365 তাৰ পিচত কিবা nb news তাৰ পিচত বা কত?

  • @nayan_konwarrr
    @nayan_konwarrr Před měsícem +3

    অতনুৰ কথা কি শুনিব! তেওঁ বিভিন্ন কথা কয়। যোৱা লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ কথা বহুত কৈছিল। কিন্তু কাম নাই তেওঁৰ কথা। তেওঁ মনতে সাজি সাজি বহুত কথা কৈছিল যোৰহাট সমষ্টিৰ কথা। শিক্ষকে শিক্ষা সেতু এপৰ বাবে ভোট দিয়া নাই বিজেপিক বুলি কৈছিল। এইবোৰ সৰু ল'ৰাৰ দৰে কথা। কোনো শুদ্ধ তথ্য নোপোৱাকৈ কিছুমান অমূলক কথা কৈছিল যোৰহাট লোকসভা সমষ্টিৰ কথা। কিন্তু পিছত ৰাইজে দেখিলে যোৰহাট কোনে পালে! অতনুৱে কৈছিল যোৰহাট বিজেপিৰ হাতত বুলি। প্ৰতিটো বিধান সভা সমষ্টিৰ বিশ্লেষণ কৰিছিল য'ত অতনু বৰভূঁইয়াই জীৱনত গৈ নোপোৱা সমষ্টি কথা, তাৰ মানুহৰ মনৰ কথা দৃঢ়ভাবে কৈছিল। কিন্তু সকলো ওলোটা ছবিহে হ'ল।

  • @MAK_M68
    @MAK_M68 Před měsícem +3

    মান সন্মান এইবোৰৰ কাৰনে বহুত কথা মনৰ ভিতৰতে ৰাখিব লগা হৈছে চাগে।আৰু অসমত বিতৰ্ক কৰা মানুহৰটো অভাবে নাই টোপিক টোৰ ওপৰত কোনো গীয়ান নথকা মানুহ বোৰেও বিতৰ্ক কৰে এইখন অসমত।

  • @poketubegamer2998
    @poketubegamer2998 Před měsícem +6

    Kitanu Bhuya hoise himanta aru BJPr sua seleka type journelist

  • @india1157
    @india1157 Před měsícem +3

    দিপেন বৰুৱাই পূৰ্বতে নিজে উল্লেখ কৰা কথাখিনি এতিয়া কিয় নিজেই সলনি কৰিছে !! কৃত্ৰিমতাৰ মূখা পিন্ধা সকলে সমাজৰ লোক সকলক সংজ্ঞা হীন বুলি ভাৱিলেই নহয়। মদাহী মানুহে মদ খাই কাজিয়া কৰিলে বহুত দূৰলৈকে শুনা পোৱা যায় আৰু অতনু ভূঞাৰ হাতত তথ্য আছে বাবেহে তেখেতে মুকলিকৈ কব পাৰিছে !!

  • @BenuDevnath
    @BenuDevnath Před měsícem +4

    মদাহী অতনুৰ কথাৰ মুল্য নাই

  • @munubhuyan2590
    @munubhuyan2590 Před měsícem +4

    হয় দে কাৰ ঘৰত কি হৈছে
    কি হোৱা নাই
    থাকে আৰু কিছুমান মানুহ এইবোৰ খবৰ লৈ থাকে
    মাক পুতেকৰ কাজিয়া
    বাপেক জীয়েকৰ কাজিয়া
    এইবোৰে খবৰ লৈ থাকে কিছুমান মনুহে

  • @raihanraihanagrwal6407
    @raihanraihanagrwal6407 Před měsícem +4

    Atunu bhuya ajikali himantar dhemadhora.....tel mara xangbadik

  • @user-cf7en9lj9e
    @user-cf7en9lj9e Před měsícem +2

    Atanu Bhuyan Ejon hubidha Badi Haanbadik

  • @bhabaniborah2779
    @bhabaniborah2779 Před měsícem +3

    ৰমেন দা ঘূৰি আহক |

  • @healthworld9935
    @healthworld9935 Před měsícem +3

    Val dise atanuk.

  • @user-in1pe8mn5i
    @user-in1pe8mn5i Před měsícem +3

    Dipen Boruah k rokhya korok , Mediai aku nuhudhibo. Teu Okol horia. Konya thoka Deutak herai gol

  • @atanuphukon228
    @atanuphukon228 Před měsícem +11

    নিজৰ ককায়েক জন আজি ৬ দিনে সন্ধানহীন, তেওঁ নিজেইনো ঘৰত থাকি একো নজনা ভাও ধৰি থাকিব সেই সময়ত আনৰ বা ওচৰ চুবুৰীয়াৰ মুখ খোলাতো স্বাভাবিক । ধৰিললো আন মানুহ মূৰ্খ, মাথাত একো নাই, তেওঁ মাথাত মাল থকা জনে নিজৰ ঘৰৰ লগৰ কোঠালিত কি হৈছিল কবলৈ নোৱাৰে কিয়, ইমান নিৰ্বিকাৰ হৈ থাকেনে ।
    প্ৰশ্ন হহুত, কিন্তু উত্তৰ নাই ??

    • @india1157
      @india1157 Před měsícem

      Surprise হৈছো তেখেতৰ দুমুখীয়া কথাবোৰ শুনি । কৃত্ৰিমতাৰ সকলো সীমা তেখেতে পাৰ কৰিছে বুলি সকলোৱে জানিবলৈ বাকী নাই আৰু

  • @hiteshdeka153
    @hiteshdeka153 Před měsícem +7

    ৰাইজে সকলো বুজি পাইছে। ছোৱালী জনীৰ বাবে যে ৰমেন বৰুৱাৰ এই অবস্থা হৈছে সকলোৱে জানে

  • @kanaktalukdar2847
    @kanaktalukdar2847 Před měsícem +1

    ঠিক কৈছে ।

  • @keshabhazarika1815
    @keshabhazarika1815 Před měsícem +4

    অতনু এবাৰ এটা চেনেলৰ পৰা খেদা খাইছিল নেকি ????

  • @user-mp4lc9nn9j
    @user-mp4lc9nn9j Před měsícem +4

    অতনো 😂😂😂

  • @Sidhalora6978
    @Sidhalora6978 Před měsícem +4

    Atanu hoise ata R....

  • @abdulbasid1709
    @abdulbasid1709 Před měsícem +3

    বেলেগৰ বাপেক/ককায়েক যি ঘৰৰ পৰা নাযায়, দ্বীপেন বৰুৱাৰ ককায়েক কিয় ঘৰৰ পৰা ওলাই যাবলগীয়া হল তেওঁ ভাবি চাইছে নে? তাকে কয় দূৰৰ পাহাৰ দেখিবলৈ ধুনীয়া, ওচৰ পালেহে .....এয়াই সম্ভ্ৰান্ত ঘৰৰ জীয়া কাহিনী। ভাল মানুহজন ওলাই যাব বাধ্য কৰাৰ পাছত ঘৰ খন কিহৰ ভিত্তিত সংৰক্ষণ কৰিব লাগে।

    • @india1157
      @india1157 Před měsícem +1

      Exactly !! কৃত্ৰিমতাৰ মূখা পিন্ধা পৰিয়াল !!! সচাঁ কবলৈ সৎ সাহস কনো নাই এনে এক মৰ্মান্তিক ঘটনা হোৱাৰ পিছতো 😡😡

  • @rathindranathphukan7237
    @rathindranathphukan7237 Před měsícem +3

    সৰুসুৰা তৰ্ক বিতৰ্ক সকলো ঘৰতেই থাকে। কিন্তু যেতিয়াই এই তৰ্ক বিতৰ্ক বেছি হৈ যায় আৰু ঘৰৰ এজন মানুহ ঘৰৰ পৰা ওলাই গৈ নিখোজ হ'ব লগীয়া পৰ্যায় পায়গৈ, তেতিয়া নিশ্চয় ওচৰ চুবুৰীয়াই গম পায় কথাবোৰ। এখন ঘৰৰ দেৱাল বিলাক যিমানেই মজবুত নহওক, কিছুমান কথা সদায়তো গোপন হৈ নাথাকে।

  • @11534alpha
    @11534alpha Před měsícem +1

    Correct..only fools listens to neighbors

  • @samudrahazarika110
    @samudrahazarika110 Před měsícem +5

    লোকৰ সমস্যা, লোকৰ চিন্তা। অতনো ভূঞাএ লোকৰ কথাত মাত মতাৰ প্ৰয়োজন নাই। অধিকাৰো নাই।

  • @nayanmanisarmariku6722
    @nayanmanisarmariku6722 Před měsícem +4

    Atanu has no any credibility.

  • @saminaakhtar4531
    @saminaakhtar4531 Před měsícem +13

    ইমানেই যদি ঘৰত ভাল পৰিৱেশ আৰু সকলোৰে লগত সম্পৰ্ক ভাল কি কাৰণত ৰমেন বৰুৱাই ঘৰ এৰি যাব লগা হল আৰু আপোনাৰে মূৰত মগজু নাই যেন লাগিছে কাৰণ সাংবাদিকৰ আগত এদিন কৈছে পাৰিবাৰিক অশান্তি অলপ আছে আৰু এদিন কৈছে দুয়োৰে চিঞৰ শুনো মাজে মাজে কিন্তু মই একো নুশুধো.....আজি আৰু এইবোৰ আবুল তাবুল বকি আছে

    • @rekhadeka6633
      @rekhadeka6633 Před měsícem +2

      Thik kotha...

    • @jimaninath2166
      @jimaninath2166 Před měsícem +4

      তেওঁ কি situation ত আছে তুমি জানানে ? তোমাৰ comment ৰ পৰাই গম পোৱা গৈছে তোমাৰ ঘৰৰ পৰিবেশ...Sir ৰ এখন ভৰিৰ পানীৰো যোগ্য নহয় হে তুমি।

    • @saminaakhtar4531
      @saminaakhtar4531 Před měsícem

      @@jimaninath2166 হব দিয়া হে কিমান আৰু মানুহক জ্ঞান দিয়া...বেলেগক জ্ঞান দিয়াৰ আগত নিজৰ খিনি থিক কৰা কামত আহিব আৰু মোৰ ঘৰত তুমি কেইদিন আহি ৰাতি থাকি গৈছাহে আৰু ইয়াত একো কথা মই নিজে সাজি কোৱা নাই তেও সাংবাদিকৰ আগত যিটো কৈছে সিখিনি কৈছো মই....free t জ্ঞান দিয়া যদি চেন্তাৰ এটা খুলি লবা কামত আহিব

    • @jimaninath2166
      @jimaninath2166 Před měsícem +2

      @@saminaakhtar4531 জ্ঞান তুমি আগত দিছা Sir ক...তুমি তেওঁৰ ঘৰত কেইদিন গৈ পাইছা

    • @chatrakumarsaikia9579
      @chatrakumarsaikia9579 Před měsícem +1

      Dipen Baruah nijor eku Mal nai, only fearing.

  • @pradiprabha5067
    @pradiprabha5067 Před měsícem +1

    Mojja dise

  • @polygoswami9554
    @polygoswami9554 Před měsícem +5

    বণিকালৈ ভয়কৰিছে কাৰণ তেওঁ অকলশৰীয়া

  • @AnkitaBorgiri
    @AnkitaBorgiri Před měsícem +5

    নিজেই কৈছিল sun।ৰাতি থাকিব লাগিব নে কথা লুকুৱাই চে

  • @montalukdar40
    @montalukdar40 Před měsícem +3

    Atanu hotor nesina reporter boror karona bahut manhua news nusua hoisa....

  • @pranjitsaikia5294
    @pranjitsaikia5294 Před měsícem +4

    Atanu jadha mukha hoi

  • @chandan_ds
    @chandan_ds Před měsícem +5

    Dipen baruah apuni xosa kotha kbo kio voy kore ? Aponar mukhot aji eta kali eta beleg kotha. Eyai nki dangor manuh ? Sotyor pothot dio dbo voy kore ?

  • @user-lm6ih9lk9p
    @user-lm6ih9lk9p Před měsícem +1

    Mozaaaaaa

  • @sasankamoon7201
    @sasankamoon7201 Před měsícem +3

    100 শুদ্ধ কথা কৈছে

  • @user-st9xu8vn6d
    @user-st9xu8vn6d Před měsícem +1

    Sundar jukti dipen da

  • @Mahadev_Lover91
    @Mahadev_Lover91 Před měsícem +3

    Kebol murkhoi nohoi, khesra aru pagol boreo koi.....

  • @binoddutta4714
    @binoddutta4714 Před měsícem +1

    এই কিতানু ভুঞা বুলা জনে বৰ ফতুৱা কথা কয় হে। নজনাকে লোকৰ ব্যক্তিগত কথাত হস্তক্ষেপ কৰে।

  • @user-st9xu8vn6d
    @user-st9xu8vn6d Před měsícem +2

    Atanur laj nai

  • @bibhadas5650
    @bibhadas5650 Před měsícem +1

    Atonu jonok dekhile hapani uthi jai.

  • @pranjaldas4049
    @pranjaldas4049 Před měsícem +3

    No 1 faltu Atanu

  • @funnyshots461
    @funnyshots461 Před měsícem +2

    কিটানু হয় এই জন।

  • @SyamantaSaikia
    @SyamantaSaikia Před měsícem +2

    Atono ru amar bebebebe koi thoka MLA to a ki bhakha koi Buji a napaw ....😢😢😢

  • @Hhttuionde
    @Hhttuionde Před měsícem +3

    2no number sour hoi atonu.agote bus chain tanisile .moi nije bus tu asile . Dhora porise Goru piton khaise.

  • @utpaldutta3673
    @utpaldutta3673 Před měsícem +2

    Atanu k rajhuwavabe chendelr mala pindhabo lage.

  • @champaborah7757
    @champaborah7757 Před měsícem +3

    নাও বুৰিলেও টিঙৰপৰা ননমা

    • @mrinalsarma6870
      @mrinalsarma6870 Před měsícem

      কি ক'ব বিচাৰিছে? খুউব স্ফূৰ্টি লাগিছে নহয়? নিজৰ ক্ষেত্ৰত হোৱা হ'লে?

  • @user-rf3jh7pu7c
    @user-rf3jh7pu7c Před měsícem +2

    Atonu ajon pokor seleka kukur hoi

  • @mantudeka6951
    @mantudeka6951 Před měsícem +2

    Ak Kalu laxi ak Kalu daxi hadoi azihe faringor maron.

  • @Partha-zx9xy
    @Partha-zx9xy Před měsícem +1

    Hai ei Atanu ne patanu hasai jadhamurkha eta a

  • @user-to1mm5yw7m
    @user-to1mm5yw7m Před měsícem +2

    Stnu vuya misakotha koese

  • @prichnycreations5369
    @prichnycreations5369 Před měsícem +1

    Dipen da aiburor pora aatori thokai vaal. Atiya main jiyek joni haari jaabo aaru Dipen da he reporter or saakonoyaat humai poribo.

  • @digantasaikia1075
    @digantasaikia1075 Před měsícem +1

    Journalism from.. Asaam😂😂😢

  • @gogoiready6853
    @gogoiready6853 Před měsícem +2

    Atanu ata pagol

  • @gauravjyotiarts8697
    @gauravjyotiarts8697 Před měsícem +4

    Atanu bhuyan nohoi .virus bhuyan

  • @HaruAhmed-mb8wi
    @HaruAhmed-mb8wi Před měsícem +1

    Aaner kathate goie Atanu daily eaie bebering ba bur balaki eaie handhikhyanat -- Napay, kadachitu Napay.

  • @happyboy4579
    @happyboy4579 Před měsícem

    😮😮😮😮😮😮

  • @user-cs6sj7dx5c
    @user-cs6sj7dx5c Před měsícem +2

    এইজন সাঙবাদিক কাম নাই আনৰ দুখ খুচৰি ফুৰে।অতনুৰ ঘৰত কাজিয়া নহয় নেকি।অতনুৱে দেখাওকচোন কোন আছে কাজিয়া নকৰা।

  • @n.musiccompany9670
    @n.musiccompany9670 Před měsícem +1

    অতুনু দা সকলো জানে দেই

  • @1nomajusiralawc
    @1nomajusiralawc Před měsícem

    অতনু ভূঞাৰ মন্তব্য .. 2:01

  • @kaberideka4220
    @kaberideka4220 Před měsícem +1

    Nijei jadi kotha change krile belege ru ki kribo...Val manuh Ghar akhnar pora ejon manuh nuhuwa hol..aitu kenekuwa Ghar ?jiman lukabo sesta krileu eitu sposto hoise j gharar vitaruwa abastha Val nhy ...ru ata kotha dipen baruar dre jdi manuh ajone voy kori anyayr hoi mat namate aitu bhut lajar kotha..nijr bibekar usrt Hari Hari jiyai thaki edin kokayekr dre gusi jbo lga hb sabo...

  • @DuluBora-pq3to
    @DuluBora-pq3to Před měsícem +1

    ৰমেনদাৰ নোহোৱা হোৱাত আগতে দ্বীপেনক খবৰটো দিবলৈ লাগিছিল

  • @ManojDas-fe9wp
    @ManojDas-fe9wp Před měsícem

    mur dharona Raman Barua manujon ULFA t gol nki, nody t XUCIDe
    korile laas tu ullal hoi dekun, kot atmoGupon kori ase koley hol no😂

  • @bijayalahkar1441
    @bijayalahkar1441 Před měsícem +1

    Adha pagal Atanu bhu

  • @user-wv6jt5is9z
    @user-wv6jt5is9z Před měsícem +1

    Haa ktha koise two 😅

  • @arpanboro3989
    @arpanboro3989 Před měsícem +1

    Dipen da slaps Atanu and the second one deserve for such reply.

  • @joshnaray3117
    @joshnaray3117 Před měsícem +2

    অতনু য়ে থিকে কৈছে জদি কথা বিলাক গমে নেপায় , তেনেহলে প্রচাৰ কিয় কৰিছে, ঘৰৰ মানুহে সত্য কথা লুকুৱাই ৰাখিছে , বিদ্ধা মানুহ জন ঘৰৰ পৰা কিয় গল, ভাবক এবাৰ

  • @manojkumardutta8590
    @manojkumardutta8590 Před měsícem +7

    দ্বিপেন বৰুৱাই কথা কোৱাৰ ভাৰসাম্য হেৰুৱাইছে। অতনুদাই একেবাৰে সত্য তথ্য নেপালে বাতৰি নকয়। অতনুদাই দ্বীপেন বৰুৱা বা ৰমেন বৰুৱাৰ হিঙসাত কোনো কথা কোৱা নাই।

    • @boonsaikia8526
      @boonsaikia8526 Před měsícem +2

      Osor chuburiyai misa kotha ketiwao nokoi, hingkha kori kuwa nai xuna khinihe koise. Rati hulosthul korile sokoluye gom pai nokoi he mathun.

    • @mandeepkalita4826
      @mandeepkalita4826 Před měsícem

      Tor atnu dar dre misaliya khangbadik moi dekhai nai

    • @daijiranidixit4179
      @daijiranidixit4179 Před měsícem

      Aneu usar suburia bilak cctv ye hoi. 😂😂😂

    • @ujjalasaikia1904
      @ujjalasaikia1904 Před měsícem

      😮

  • @Dhruba7856
    @Dhruba7856 Před měsícem

    Kitanu bhuiyan e sob jane

  • @debabratgoswami7632
    @debabratgoswami7632 Před měsícem

    Asomiyat sothik koi likhok dangoriya , Harab nhoi Sarab

  • @user-xq7iu7zj3b
    @user-xq7iu7zj3b Před měsícem +1

    Teu lukr famely kunu kajiya pesal nathakile Manisu, ki karnt nuhua hob pale take nku kiy

  • @bimaldas1622
    @bimaldas1622 Před měsícem

    Hoi diyak xe jonk kone ba xangbadik sakari disile muxat mantri ji ahe take koy kotha2 xosa misa vabi nesai kole hol aro. Xe2 news kole mi news a nesaw... Olp2 vabi simti kotha kob lage

  • @hodaboys9913
    @hodaboys9913 Před měsícem +1

    ইমান খং কিহৰ ভিত্তিত। মানু্হজন আচলতেই খবৰ নোহোৱা হৈছে ।কোনে কেনেকোৱা ওচৰ চুবুৰীয়া ভালকৈ জানে

  • @w22w2wwwwww
    @w22w2wwwwww Před měsícem +3

    Atanu ata jadhamurkho dipen daa a thik katha koise ..atanu bhuyan CZcams channel ot raijor gaali kham buli a comment off kori thoise .

  • @chandiramkhatowal9632
    @chandiramkhatowal9632 Před měsícem +3

    Atonu bhuya kotha bilak HOSA

  • @chandanbora720
    @chandanbora720 Před měsícem +1

    😂😂😂😂

  • @chatrakumarsaikia9579
    @chatrakumarsaikia9579 Před měsícem +1

    Iman dangar artist hoi Kiya Honcha kotha koba nuwere, So theirs now ei Situation, Truth is always Truth, Eijonor hekhot real Mukhkhanir skeleton tu ulai poril, Atanu Bhuyan, is okay

  • @rahulneog3243
    @rahulneog3243 Před měsícem

    মদাহী

  • @parishmitachoudhury930
    @parishmitachoudhury930 Před měsícem +2

    Besi homvantro dekhabo goi suwalir utpat lukuabo bisarise nohole laj pabo j ....Atonu bhuyai iman dangor kotha ata misa k kobo nuware...atia ghorar honman naikia hobo buli kotha lukuaise

    • @ujjalasaikia1904
      @ujjalasaikia1904 Před měsícem

      😮

    • @india1157
      @india1157 Před měsícem

      অতনু ভূঞাৰ হাতত তথ্য আছে। সেয়াহে তেখেতে মুক্ত মনে কথা বোৰ জনাইছে

  • @niranjanrabha9466
    @niranjanrabha9466 Před měsícem +1

    AI manujonok kihor eman hoise

  • @newpocofone1403
    @newpocofone1403 Před měsícem

    Eman dangor porial, karu dukh sukh kuneu najane

  • @Real12976
    @Real12976 Před měsícem +1

    Pitek u goise eke rastat😂😂😂😂

  • @musicworld676
    @musicworld676 Před měsícem +1

    Chiorile, kajiya korile khokoluye khunib kheitu kotha he Atanu dai koise apunar he bhul hoise

  • @jodu4700
    @jodu4700 Před měsícem

    Rati thakibi lage nki..

  • @paporigogoi9547
    @paporigogoi9547 Před měsícem

    Atanu bulata k ki kom nu

  • @rikisaikia4196
    @rikisaikia4196 Před měsícem

    Dwipen baruah kotha bur ajon dangor manuh hisap kiba val loga nai

  • @parashgogoi2076
    @parashgogoi2076 Před měsícem

    Ai atonu bulatu ki hoi😂😂😂😂

  • @chamlingacademy989
    @chamlingacademy989 Před měsícem +4

    atonu ata mkkel