O Senai, Nixa Naahe Toponi ( অ' চেনাই, নিশা নাহে টোপনি) - by Santa Uzir.

Sdílet
Vložit
  • čas přidán 19. 12. 2018
  • Assamese song of Santa Uzir. / Lyrics and Melody by Dhrubajoyti Phukan.
    #people #portrait #outdoors #fashion #style #stylish #photooftheday #instagood #instafashion #party #cheerful #relaxation #fun #creativity #wear #music #bestsong #friendship

Komentáře • 581

  • @Haradev8855
    @Haradev8855 Před 2 lety +106

    সৰুথাকোতে ৰেডিঅত এই গানটো বজোৱাৰ লগে লগে ৰেডিঅৰ ভলিয়াম বাৰি যোৱা গান ,,ইমান ভাল লাগে এইগানটো কি কম Wonderful,,outstanding Song ❤️❤️

  • @chiranjitbarman2728
    @chiranjitbarman2728 Před 2 lety +90

    আগতে ৰেডিঅ যেতিয়া আছিল তেতিয়া কল্পতৰুত শুনিছো এইবোৰ গান কিমান যে মজা লাগিছে তেতিয়া 😍😍😍

  • @jaganathlalung7272
    @jaganathlalung7272 Před 2 lety +55

    এইটো গীত শুনিলে মই সচাকৈ পাগল হৈ যাও কি মোহিনী আছে তাত 👍👍👍👍

  • @kankandas2794
    @kankandas2794 Před 2 lety +24

    ইমান সুন্দৰ গান যিমান শুনিলেও হেপাহ নপলায় । ২০২১ অক্টোবৰ ত শুনা কোন কোন আছা ???

  • @newtonahmed6226
    @newtonahmed6226 Před 2 lety +68

    সন্ধিয়া ৭ বজাত দেউতাৰ ১১০০ মডেল নকিয়া মবাইল টো লৈ FM ত ..এইবোৰ গান শুনিছিলো😊😊❤ old is gold.

  • @queenrani2538

    Ei geet tu kiman je galu...gutei music khini ajio monot ase

  • @bhabakantatayung2891
    @bhabakantatayung2891 Před 2 lety +24

    অন্তৰ চুই যোৱা কিমান যে সুন্দৰ গান

  • @digantadas1883
    @digantadas1883 Před rokem

    2023 june say as eta eta 👍👍

  • @angshumandeka6554
    @angshumandeka6554 Před 2 lety +9

    এই গীত টো শুনিলে এবাৰ হলেও চকুৰ পৰা চকু পানী ওলাই।

  • @pallabirajbongshi8063

    Deutai suni asil song tu atiya moi aitu song nusunile tuponi a nahe

  • @dhurbazubeen981
    @dhurbazubeen981 Před rokem +25

    কি সুন্দৰ এটি গীত। এনেকুৱা গান বোৰ শুনিলে অতীত ঘূৰি অহা যেন লাগে।

  • @abdulfaruquebabu4202

    Heard touching song. Bhot vhl loga gaan. 05/10/2023.❤

  • @binitaborah9125

    ইমান সুন্দৰ গীত লগতে আপোনাৰ কণ্ঠত দেহ-মন জুৰ পৰি যায়।

  • @minasaikia9189

    শান্তা বাইদেউৰ চিৰ সেউজ গীত বোৰ সদায় শুনু। আগতে মঞ্চত গাই ফুৰিছিলো। অতুলনীয় অৱদান বাইদেউৰ।🎉🎉🎉🎉

  • @alomjitahmed1677
    @alomjitahmed1677 Před 4 lety +20

    বহুত ভাল লগা গীত

  • @divyojyotidutta9778
    @divyojyotidutta9778 Před 2 lety +9

    যৌবনলৈ ঘুৰি গলো ৷

  • @kishorbarman4265

    আজি বহুদিনৰ পাছত গানটো শুনিলো, পুৰণি দিনৰ বিহুৰ কথা মনত পৰিল। Those days are never Forgatable...Pls God bring back my old days again.....

  • @ManowarZG

    ধুনীয়া।এইবিলাক গীত শুনিলে শুনি থাকিব মন যায়।❤

  • @alakanandasarmah3291
    @alakanandasarmah3291 Před 4 lety +21

    Ajir dinotu ai geetbure monbur xuriya kori tule... Xunile xuni thakibor Mon jai♥️

  • @____axomsamiran____7494
    @____axomsamiran____7494 Před 2 lety +95

    এইবিলাক গীত কেতিয়াও পুৰণি নহয় ❤ সদায় চিৰসেউজীয়া হৈ থাকিব 💕❤