কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ ধনৰাশীৰ দাবী নীতিশ-নাইডুৰ।
Vložit
- čas přidán 6. 07. 2024
- কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ ধনৰাশীৰ দাবী নীতিশ-নাইডুৰ। বাজেট দাখিলৰ পূৰ্বে NDA চৰকাৰৰ পৰা ১ লাখ কোটিৰো অধিক দাবী নীতিশ-নাইডুৰ। শ'লঠেকত বিজেপি চৰকাৰ।
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews
সুন্দৰ পদক্ষেপ।
সচা নে মিছা নাজানো কিন্তু যদি কৰিছো ৰাজ্য খনৰ উন্নতিৰ কাৰণে কৰিলে
এইখিন কেবল এখন ৰাজ্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিয়াটো সম্ভৱ নহয় বুলি ভাৰতৰ শ্ৰেষ্ঠ অৰ্থনৈতিকবিদে প্ৰকাশ কৰিছে। মই সেই বিশ্লেষণটো সম্পূৰ্ণ ছাইছো। ২০১৪ ৰ পৰা ২০১৯ লৈ কেন্দ্ৰীয় চৰকাৰৰ ঋণ আছিল ৫৮ লাখ কোটি টকা। ২০১৯ ৰ পৰা ২০২৪ লৈ ঋণ বৃদ্ধি পাই ১৬৮ লাখ কোটি টকালৈ। এখন ৰাজ্যত ইমান টকা দিয়া কেন্দ্ৰীয় চৰকাৰ সম্ভৱ নহয় বুলি অৰ্থনৈতিকবিদে প্ৰকাশ কৰিছে। যদি মই ভুল তেন্তে আপুনি নিজে এবাৰ ছাই লব পাৰে। Link টো পালে মই Share কৰিম দিয়োক। ধন্যবাদ।
Very. Good. Video
নীতিশ - নাইডু জীৰ বৃহৎ দনৰ দাবী পূৰণ মোডী জীযে কৰিলে বাকী ৰাজ্য আৰু আমাৰ অৱস্থা কি হব । ভাবিবলগীয়া প্ৰশ্ন। সেই ঋণৰ বোজা আমাৰ মূৰত পৰিব। 😢😢😢
যদি ৰাজ্যৰ উন্নয়নৰ কাৰনে বিহাৰ আৰু অন্ধ্ৰ প্রদেশে ১লাখ কোটি টকা বিচাৰিব পাৰে অসমে কিয় নোৱাৰে ইতিমধ্যেই বানপানীত ককবকাই আছে অসমৰ জনসাধৰন। নীতিশ আৰু নাইডুৰ নিজৰ ৰাজ্যৰ জনসাধৰনক এইয়া ভাল পোৱাৰ এক নিদর্শন হিচাবে গোটেই দেশক ডাঙি ধৰিলে।
ভাল খবৰ।
❤❤😂😂 from shillong meghalaya
Good decide
Val Khobor...
Happy birthday my biggest all time great leader favorite cricketer Mahi sir happy birthday 🎂🎉
বস্তুুৰ দাম বৰাই দিবো,
Good news
Good.
চরকারে কেটিয়াও বিকারে নপরে পাবলিক মরিব কারণ বস্তু বিলাকর দাম বৃদ্ধি করিব মোবাইল রিচার্জ বৃদ্ধি করিলে
Good job
Good
Dom ase jodi 1 ta bona Airport 9 ta pisat bona...
Bohiya.
Bahut accha
Good 👍 kene dise 😂 king maker
O....tarkarone Jio , Airtel,sag sobjir dam nihoy janu,si....si...
Good Naidu sir
অসম কিয় নোৱাৰে,এতিয়াওঁ
Himur পকৰ dhui thako
Bare bare eta ktha bare bare koi asa😂
Agote val ke ktha kowa hiki lo tar pisut news📰 kri bi😂
Atya ki hobo nu....aamar pora tax uthabo besike🎉 congratulations
Atia India r rajniti tokar khela
অতুল বৰাই ঘোৰা ঘাস কাটিসে।
Big lie this is only to bring bad name in public before taking severe action against them.
First comment 😁
Every one selfish 😂😂😂only want power bsgdakhuhtmksd
Other statet ki hobo
Gakhirok pani hodrih aru panik gakhir hodrih dekhibo mudie
Ab Modi ka sab black money de na hoga 😂😂
এনে কথা বহুত শুনিলো। শেষত বি জে পি ৰে ই জয় হয়। বি জে পি ৰ সুত্ৰ অলপ বেলেগ
😂😂
Tauluka nijor ajyor katha vabisa. Amrjona ank aku banpirit thihamuhor karana
Nitish Kumar come India national Congress party
Rahul Gandhi zindabad
নিতিশ নায়ডু হলেও কংগ্রেছৰ চৰকাৰ নহয়.
232+12+16=260 কিনো হব
@@nawanitapator3572baki horu kisuman dol tetia India enei dhapoli melibo
এটা কথা বাৰে বাৰে কৈ থাকে বালেৰ চেনেলে
যেনেকৈয়ে বাতৰি প্ৰকাশ কৰি থাকে আছলতে তেনেকুৱা হোৱা নাই। বহুত সুন্দৰ ভাবে NDA সম্পৰ্ক চলি আছে আৰু আৰু চলি থাকিব।
ঝঝঝঘডজ।
নাইডু আৰু নিতিছ চাচা মদিক গদিদ বহি থাকিব নিডিয়ে পালটো চাচা jindabad,😂😂😂 ইয়াত কংগ্ৰেছ দলৰ কিবা কিৰ্দাৰ আছে
পিছলৈ গম পাবা ভাইটি ।
😂😂