নিতুমনি শইকীয়াই উচিত শিক্ষা দিলে বিজেপি মূখপাত্রক😄কংগ্রেছ শূন্য হব বুলি কৈ বিপদত

Sdílet
Vložit
  • čas přidán 20. 08. 2024
  • নিতুমনি শইকীয়াই উচিত শিক্ষা দিলে বিজেপি মূখপাত্রক😄কংগ্রেছ শূন্য হব বুলি কৈ বিপদত @Prtidintime
    #navajitgogoi
    #himantabiswasarma
    #nitumonisaikia
    #congressvsbjp
    #bjpvscongress
    #pragnews
    #news18assamnortheast
    #election
    #akhilgogoi
    ‪@pragnews-assam‬
    ‪@DY365NEWS‬
    ‪@NewsTrendAssam‬
    ‪@nktvplus‬
    ‪@NewsLiveTVofficial‬
    ‪@TimesGuwahati‬
    ‪@lakhimpurtoday6768‬
    ‪@nitumonisaikiaunofficial‬
    ‪@techtipssupported8958‬
    ‪@shyamalsvlogs405‬
    ‪@HimantaBiswaSarma‬
    ‪@DrHimantaBiswaSarmaUnOfficial‬
    ‪@thejobinassam6399‬
    ‪@AssamLive360‬
    ‪@Kaston_bhai‬
    ‪@DimpusVlogs‬
    ‪@PratidinTVodisha‬
    ‪@KhabarPratidin‬

Komentáře • 362

  • @AnjanAsom
    @AnjanAsom Před 3 měsíci +30

    বিজেপি নামে পৰিচয় দিয়া এই দলটোৰ নেতা পালি নেতা বোৰৰ অহংকাৰ বেছি হৈছে

  • @morisika4730
    @morisika4730 Před 3 měsíci +22

    পুৰণি বি জে পি কেইজনৰ অৱস্থা কি কৰিলে। কিয় তেওঁ লোকে বি জে পি ক বেয়া পোৱা হ'ল।

    • @jugeswarphukan9726
      @jugeswarphukan9726 Před 3 měsíci

      Aije.porani.bjphupai.kia.matnamate.natun.bjphupai.je.dhangkh.karise.poranihupak.bhabisene.bhabile.kibalage.rajniti.emannikista.agate.anenasil.raije.silek.karipathisil.bhalmanuh.kunubai.binapatidanditai.silekhaisil.h.karan.hakaluea.bhalmaunh.janakpathai.janahadharana.unatihak.atia.kintu.haitu.nsihaine.

  • @jogeshboro1662
    @jogeshboro1662 Před 3 měsíci +67

    সহজ সৰল অসমৰ অসমীয়া ৰাইজক ফাকি মাৰিবলৈ ২৪ ঘন্টাই লাগি থকা দলটোৱে হল BJP

  • @Barpeta-js7jb
    @Barpeta-js7jb Před 3 měsíci +15

    Vote ইভিএম ৰ ভিতৰত ৷কেনেকৈ কব পাৰে ১৪ গোল কেনেকৈ দিব ৷৪জুনলৈ অপেক্ষা কৰক। অহংকাৰীৰ সদায়ে পতন হয় ৷

  • @RajumoniRajumonidas
    @RajumoniRajumonidas Před 3 měsíci +54

    বি. জে. পি. য়ে অসমখনক বিক্ৰী কৰি শেষ কৰিলে ।

  • @taradoi7957
    @taradoi7957 Před 3 měsíci +38

    অলপ নহয় বহুত যুজিব লগা হৈছে ।

  • @pratimagogoi7148
    @pratimagogoi7148 Před 3 měsíci +71

    BJP অহংকাৰ বাবে এই বাৰ ভূগিব ।

  • @AnandaKhound-jr3te
    @AnandaKhound-jr3te Před 3 měsíci +108

    বিজেপি দৈত্য বোৰক ভোট যুদ্ধৰে শেষ নকৰিলে পিছত অসমীয়া ই কান্দিব লাগিব ।মূল্য বৃদ্ধি ৰে তেজ শুহি খাই উন্নয়ন কৰিব নালাগে ।উদোগপতিৰ পৰা কৌৰ কৌৰ টকা লৈ সেইবোৰ টকাৰে নাগপুৰীযা ৰজা বোৰ অগাধ সম্পতি মালিক হল ।কা আইন আনি অসমীয়া ক নিঃশেষ কৰা এই দেশদোহী নেতা বোৰে কংগ্ৰেছ শূন্য হব বুলি নকলে সিহঁতৰ কিবা ইছু আছে জানো ।ঔষধৰ মূল্য বৃদ্ধি ৰে তেজ শুহি খাই এতিয়া এইবোৰ নেকি কি বকিব?।

    • @jugeswarphukan9726
      @jugeswarphukan9726 Před 3 měsíci +3

      Aiburak.khedakoraij.bjp.amak.nalageo.atia.kunu.jati.nai.manuhnai.akkal.bjpiea manuh kintu.bjpr.donate.assamat.guptaghatak.hal.tetia.assamat.kunasil.agp.pafulamahanta.aji.pafulamahankihal.haise.take.hikhia lak.akunalagebuli.bhabisu.bjp.halaru.10years.khale.arunidibadei.aibur.saitan.haba.tetia.kihaba.aihakale.manuh.sininapaba dhaihupai.danihaba.atiau.sak.sun.kartapaisa.hase.haihupai.atiadhanimanuh.mati.bagan.arukikiase.bhalke.sak.kaikisiku.naimanta.paesanar.aji.salibale.parisene.darb.kinibale.paisanai.aihakaleki.sarkara.vot.nidieaneki.kia.aihakalak.neglet.kare.bahut.beadinahil.raij.bhabibarhal

    • @user-dz7rx6sz3f
      @user-dz7rx6sz3f Před 3 měsíci +1

      😮goodreprentayion.

    • @nirmalarabha9882
      @nirmalarabha9882 Před 3 měsíci +1

      Apunalukor kothabur kebal aanok ninda korthe besta.nasaw bhal nalage huni.

    • @ekbalkhan-ig9kg
      @ekbalkhan-ig9kg Před 3 měsíci

      P

    • @deepjyotihandique9915
      @deepjyotihandique9915 Před 3 měsíci

      @@jugeswarphukan9726 কি লিখিছে????

  • @tahimabegum5896
    @tahimabegum5896 Před 3 měsíci +6

    রাচেল হুচেইন ডাঙরীয়াই উচিত কথা কৈছে। ধন্যবাদ।

  • @user-lg3ng9ke4n
    @user-lg3ng9ke4n Před 3 měsíci +95

    ১৪ টা গল দিবৰ বাবে প্রতেক নামঘৰ আৰু মজজিদত 5000 টকাকৈ কিয় বিলাই ফূৰিব লগীয়া হৈছে

    • @RajumoniRajumonidas
      @RajumoniRajumonidas Před 3 měsíci +6

      কিনি লৈছে ।

    • @ranjitduttaey3967
      @ranjitduttaey3967 Před 3 měsíci +5

      আমাৰ তিনিচুকীয়া জিলাৰ ডুমডমা বিধান সভা সমষ্টি ত 3000হাজাৰ টকা দিলে কিন্তু এই টকা বিজেপিয়ে কৰপৰা দিছে , এয়া আমাৰ দেশৰ উন্নয়ন নামত সকলো সা-সম্পত্তি অনুষ্ঠান প্ৰতিষ্ঠান বহিৰাগত কোম্পানী ছমজাই দি ৰাইজৰ মুখ বন্ধ কৰিবলৈ হে নামঘৰ মন্দিৰ গিৰ্জা মছজিদ ত টকা দিলেই অন্ধ ভক্ত হৈ ভোট দিব নেকি অসমৰ ৰাইজে জানে যে বিজেপিয়ে ভুৱা প্ৰতিশ্ৰুতি ভুৱা আঁচনি দি জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত ভোট লৈ এতিয়া ওলোটা খৰ মাৰিলে সেইটো মুদি জি ৰ প্ৰতিশ্ৰুতি ভাৰতৰ ৰাইজে বুজি পায়ছে গতিকে এই বাৰ কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ ওলাছে জয় আই অসম জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ বিজেপি হটাও দেশ বচাও নহ'লে দেশৰ উন্নয়ন নামত লুতিপুতি খালে আৰু বাকী থকা কেইপদ ও বাছি নাথাকিব

    • @dhanadaphukan1931
      @dhanadaphukan1931 Před 3 měsíci

      Q1qqqqqqq1qqqqqqqqqqqq1qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq1qqqqqqqqqqq1qqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqqq​@@RajumoniRajumonidas

    • @khargeswardeka-cm5gq
      @khargeswardeka-cm5gq Před 3 měsíci

      We ll in
      ​@@ranjitduttaey3967

    • @punamaidevi700
      @punamaidevi700 Před 3 měsíci

      ❤❤Uy

  • @nivasaikia2249
    @nivasaikia2249 Před 3 měsíci +28

    India zindabad❤❤❤❤

  • @anjugogoi6222
    @anjugogoi6222 Před 3 měsíci +15

    জিয়াউৰ ৰহমান চেলুৎট

  • @user-nl3dn5eh9x
    @user-nl3dn5eh9x Před 3 měsíci +18

    Congress Zindabad

  • @user-lp7nv4ri9h
    @user-lp7nv4ri9h Před 3 měsíci +36

    Bjp go back

  • @pachaniaxom1155
    @pachaniaxom1155 Před 3 měsíci +33

    প্ৰকৃতাৰ্থত বিজেপিয়ে যদি 14 টা গল লাভ কৰিছে বুলি ভাবিছে,তেতিয়া হলে আমিও ভাবিবলৈ বাধ্য হম যে বিজেপিয়ে ঘোৰ অন্যায় কৰিহে গল লাভ কৰিব।
    বিশেষকৈ যোৰহাট লোক সভা সমষ্টিত শিক্ষিত আৰু বিবেকৱান সকলে গৌৰৱ গগৈ ডাঙৰীয়াক উত্তম খেলুৱৈ হিচাপে আগবঢ়াই দিছে।বাকী যোৰহাটৰ বিৱেকহীন সকলে কি কয় তাত আমাৰ কোনো কথা নাই।
    মুঠৰ ওপৰত বিজেপিয়ে দূৰ্নীতি নকৰিলে যোৰহাট,নগাঁও,ডিব্ৰুগড়গুৱাহাটীত বিজেপিৰ বিগ জিৰ গল।
    ধুবুৰীত আজমলে জৰাফুকা কৰা নাই যদি আজমল আৰু বিজেপি বিগ জিৰ গল।নৱজিত,মোৰ কথা তুমি মনত ৰাখি থোৱা।

  • @prasantaprasanta4503
    @prasantaprasanta4503 Před 3 měsíci +2

    সাহিত্য যুক্তি নিবিচাৰো , সচা অথত কবলৈ গলে বতমান ৰাইজে কষ্ট পাইছে ।

  • @subhashsut2215
    @subhashsut2215 Před 3 měsíci +24

    বিজেপিয়ে ৪/৫আসন পাব ।লিখি ৰাখক । বিজেপি গ‌ বেগ ।

  • @khagenboruah9019
    @khagenboruah9019 Před 3 měsíci +3

    আমি একো বুজি নেপাওঁ - কিন্তু এটা কথাত আপত্তি সদায়েই কৰি যাম যে যি চৰকাৰে বা যি ৰাজনৈতিক মতাদৰ্শই দেশৰ সম্পত্তিসমূহ বিক্ৰী কৰি শেষ কৰিব পাৰে দেশৰ সংবিধান অমান্য কৰি শাসকজনে/দলে নিজকে ময়েই ৰাষ্ট্ৰ বুলি ভাবিবলৈ লয় ৷ তেনে দল তেনে চৰকাৰ উফৰাই দিয়াৰ কামনা ১০০% ই কৰোঁ ৷

  • @harmohankalita2903
    @harmohankalita2903 Před 3 měsíci +25

    ৰঞ্জীৱ শৰ্মা নামৰ অন্ধভক্ত জনৰ ভুলৰ বিকৃতি ঘটিছে ।

  • @debendrabarman7984
    @debendrabarman7984 Před 3 měsíci +3

    EVM ৰ ওপৰত বিজেপিৰ সম্পূৰ্ণ বিশ্বাস আছে কাৰণেই তেওঁলোকে আগতীয়াকৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব পাৰে ।

  • @janardanbora2803
    @janardanbora2803 Před 3 měsíci +10

    ৰঞ্জিত শৰ্মাক পাৰ্টীৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল ইমান দিনে তেওঁ মহিলাৰ লগত কি কু কৰ্ম কৰিছিল গোটেই জিলিকি পৰিছিল ইয়াৰ পিছতো কিয় সাহস কৰা নাই বিজেপিয়ে

    • @kanaklalsutradhar6998
      @kanaklalsutradhar6998 Před 3 měsíci

      Bhanda 4 korib sun....

    • @jalildewan3696
      @jalildewan3696 Před 3 měsíci

      Rapist party

    • @TCF573
      @TCF573 Před 3 měsíci

      Bjp sobei sexology t doctorate degreedhari

    • @TCF573
      @TCF573 Před 3 měsíci

      Bjp sobei Sexology t doctorate degreedhari

    • @TCF573
      @TCF573 Před 3 měsíci +1

      Sexology t expert 😅😅😅

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr Před 3 měsíci +47

    BJPনেতা বোৰে নাও ডুবিলেও টিংৰ পৰা নানামে।১৪ টা গোল্ডৰ ঠাইত ৩ টা গোল্ড হে দিব পাৰিছে ৰাইজৰ চকুত।

  • @krishnaborah5951
    @krishnaborah5951 Před 3 měsíci +2

    এইবাৰ বিজেপি হাৰিব।

  • @anjugogoi6536
    @anjugogoi6536 Před 3 měsíci

    জয় কংগ্ৰেছ । কংগ্ৰেছ জিন্দাবাদ 🙏🙏🙏🙏🙏 জয় আই অসম । মাৰিম না মৰিম ।

  • @prafullabezbaruah6440
    @prafullabezbaruah6440 Před 3 měsíci +11

    Very good ❤

  • @DebojitkrboraBora
    @DebojitkrboraBora Před 3 měsíci +1

    ।। বিজেপিৰ মুখপাত্ৰ জন বন্ধ আন্ধাৰ কোঠাত সোমাই থকাৰ দৰে লাগে।।

  • @BabaGohain-wm3db
    @BabaGohain-wm3db Před 3 měsíci +1

    অসমৰ ক্ষেত্ৰত বিজেপি এক বিৰাট প্ৰহসন।

  • @anjugogoi6222
    @anjugogoi6222 Před 3 měsíci +10

    ৰাছেল ডাঙৰীয়া চেলুৎট

  • @SAIFULISLAM-ts8bq
    @SAIFULISLAM-ts8bq Před 3 měsíci +14

    BJP washing machine

  • @minudeka1089
    @minudeka1089 Před 3 měsíci +1

    বিজেপিৰ নেতা মহাশয়ক ভালেই ধুইছে দেই

  • @krishnagogoi1657
    @krishnagogoi1657 Před 3 měsíci +2

    5 খন পাব বিজিপিয়ে | মনত ৰাখক |

  • @monwarbarlaskar1793
    @monwarbarlaskar1793 Před 3 měsíci +2

    কোনো জনে যদি মিছা কথা কব নোৱাৰে,তেতিয়া হলে মোদীৰ পৰা শিকি লবো

  • @MonujKhanikor-vv8gz
    @MonujKhanikor-vv8gz Před 3 měsíci +11

    Amar Jorhat ot Gaurav Gogoi jikibo. Ranjit namr heijnk koisu jorhatot bjp nijike

  • @rinakumariboruah1414
    @rinakumariboruah1414 Před 3 měsíci +23

    B j p logot kotha pati lave nai .

  • @lilimai43
    @lilimai43 Před 3 měsíci +6

    Kongres jindabad

  • @hemantakalita8030
    @hemantakalita8030 Před 3 měsíci

    অসমৰ জনতাই 2026 বিজেপি চৰকাৰক উত্তৰ দিব

  • @prasenjitbarman1783
    @prasenjitbarman1783 Před 3 měsíci +5

    Congress zindabaad

  • @KaranaKalita
    @KaranaKalita Před 3 měsíci +1

    বিজেপী নতূণ কংগ্ৰেছ হৈছে বেলেগ একো নাই

  • @TarunDeka-vk8dp
    @TarunDeka-vk8dp Před 3 měsíci +7

    দাবী কৰিছে চৈধ্যটা বিজেপিএ,কেতিয়াবা আধা ধৰে ,মানুহ আধা হয়নে??ৰাগবী ফুটবল খেল নহয়,ভাৰতীয় লোকে ৰাগবী ফুটবল নেখেলে,এয়া বিজেপিৰ সপোন,ভোটাৰ সচেতন,যি দেশত প্ৰধানজনে নিজৰ পত্নীক ৰাখিব নোৱাৰিলে,সেইদেশত মহিলাৰ কল্যান,মিছা কথাৰে ভোট নিয়াকৌশল,বিগত দিনত দিয়া বচন পুৰন কৰিলেনে??এতিয়া আকৌ গেৰেন্টি দিছে,হেৰ গ'ল কিপাৰ হোৱা বিজেপি,ৰাইজে দিব গল সাজুথাকা দিল্লী কাৰ দখলতহব

  • @gourab_s_vlogs6851
    @gourab_s_vlogs6851 Před 3 měsíci +1

    তহতৰ কংগ্ৰেছ আহিলে double হব মূল্য বৃদ্ধি ফকতীয়া কৰবাৰ

  • @gunaramdas131
    @gunaramdas131 Před 3 měsíci +14

    মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয়,কিন্তু এটা কথাত আচৰিত হৈছো, বিপক্ষ দল নোহোৱাকৈ কেনেকৈ খেলা হব পাৰে?আমি টো
    খেলা দেখিছিলো!

  • @ayotriphukonmohan5638
    @ayotriphukonmohan5638 Před 3 měsíci +1

    জিয়াউৰদ ৰহমান চেল্যুট

  • @jkofficialringtone
    @jkofficialringtone Před 2 měsíci

    কাউৰী বৰ চতুৰ গৃহস্তৰ চাবুন চুৰ কৰি নি আগৰ দিনে অৰ্থাৎ ৪০-৫০বছৰ আগে যেতিয়া খেৰৰ ঘৰৰ খেৰৰ তলত চাবুন লোকাই থৈ কা কা অৰ্থাৎ ক'ত ক'ত বুলি মানুহক বুজাবলৈ যত্ন কৰিছিল সি চাবুন চোৰ কৰা নাই। কিন্তু কাউৰী এই কথা নাজানে যে কাউৰী এক সামান্য চৰাইহে, মানুহক স্ৰষ্টাই সৃষ্টিৰ শ্ৰেষ্ঠ ৰূপে সৃষ্টি কৰিছে। এই মানুহৰ ধৰ্ম আছে আৰু সেয়া ধৈৰ্য, আৰু সৎ চৰিত্ৰ প্ৰাপ্ত।চৰাই চিৰিকতি বা জন্তু এই বোৰ নাজানে।

  • @bhattacharjeeramchiary5107
    @bhattacharjeeramchiary5107 Před 3 měsíci +3

    তেখেতৰ নাম মই নেজনো তেখেত বিজেপিৰ এজন নেতা বুলি কলো কিন্তু তেখেত ঘৰ বিজেপি তেখেত কিন্তু সম্পূৰ্ণ জনে জনিলেও অজনিব্যক্তি কিবা সুধিলেও কোনো উত্তৰ নেপাবো

  • @Karma_is_Life.
    @Karma_is_Life. Před 3 měsíci +2

    নিতুমনিদা আপুনি কি এইজন বিজেপিৰ মূৰ্খপাত্ৰ আনিলে?

  • @user-gq5nn5gk9j
    @user-gq5nn5gk9j Před 3 měsíci

    বিজেপি=৭
    কংগ্ৰেছ=৫
    এ আই ইউ ডি এফ=২

  • @bhabenbasumatary9250
    @bhabenbasumatary9250 Před 3 měsíci

    ৰঞ্জীৱ শৰ্মা ডেকা ল'ৰা। সদায় টনটনীয়া হৈ থাকে। থাকিব নোৱাৰে। কলাইগাঁৱৰ সেই---জনীৰ খবৰ কি হ'ল ডাঙৰীয়া?

  • @hemantamahanta5578
    @hemantamahanta5578 Před 3 měsíci +1

    বি জে‌‌‌‌‌‌ পি চৰকাৰে সম্পূৰ্ণ গেৰান্টিৰ ৰাজনীতি কৰিছে ।

  • @user-lm3pt6ik8d
    @user-lm3pt6ik8d Před 3 měsíci +1

    ৰঞ্জিৱ শৰ্মাৰ বয়স আৰু জৌছ একেই আছেনে,

  • @dhritirekhadas2757
    @dhritirekhadas2757 Před 3 měsíci

    জি এচ টিৰ কথাযে কলে , আগতেও দেখোন VAT আছিল ৷

  • @everythingispossible7947
    @everythingispossible7947 Před 3 měsíci

    নাথুৰাম গডছেক সমথৰ্ন কৰা মানুহে শত্ৰুৰ কোন নকলেই ভাল হয়।

  • @dwipenhuzuri2764
    @dwipenhuzuri2764 Před 3 měsíci

    Moi vabu aibar NDA অসমত ৬/৭ টা গল নিজেই খাব যেন পাওঁ

  • @sitaramdoley3222
    @sitaramdoley3222 Před 3 měsíci

    বিজেপিক এজন আলোচকে দুমুখীয়া সাপ বুলি ক'লে । সাপবিধৰ নামটো কি ?

  • @user-gm9fn6bg2f
    @user-gm9fn6bg2f Před 3 měsíci +1

    Thanks Sir

  • @dhritirekhadas2757
    @dhritirekhadas2757 Před 3 měsíci

    এইবাৰ NDA :-- 400 . BJP 👍👍

  • @surendrasarma3471
    @surendrasarma3471 Před 3 měsíci

    এই বাৰ্তালাপটো শুনি সঁচাকৈ বহুত ভাল লাগিল।

  • @promodgoswami2100
    @promodgoswami2100 Před 3 měsíci

    বিজেপি সমালোচনাৰ উৰ্দ্ধত নহয়। কিন্তু বিজেপি চৰকাৰ সমালোচনা কৰা বিষয়বোৰ সামাজিক মাধ্যম আৰু বাতৰিকাকততে সীমাবদ্ধ থাকে। নিৰপেক্ষ্য ভাৱে বিৰোধীৰ কৰ্ম কাণ্ড লক্ষ্য কৰক।ভুপেন বৰাই পাৰিলেনে আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ কৰিব। গৌৰৱ আৰু মীৰাই অকলেই যুঁযিলে ।মই কোনো দলৰ নহয়। কিন্তু বিৰোধীৰ দুৰ্বলতা উলাই পৰিব।

  • @SunilDeori-mv9nb
    @SunilDeori-mv9nb Před 3 měsíci

    Congress zindabad

  • @bunubora8950
    @bunubora8950 Před 3 měsíci

    বি জে পিৰ অহংকাৰ দপচূণ হওঁক

  • @NirmolRay118
    @NirmolRay118 Před 3 měsíci +1

    BJP=9
    CON=3
    UPPL=1
    AGP=1

  • @RupjyotiBora-hn1db
    @RupjyotiBora-hn1db Před 3 měsíci +5

    বিজেপি দিনত গুৱাহাটীত বানপানী হৈছে কিন্তু কঙ্গেছৰ দিনত কি বানপানী হোৱা নাছিল নেকি ? নিতুমনিয়ে কোন দিশে শোৰ মিলাইছে তাত কোনো সন্ধেহ নাই ❤

    • @NirmolRay118
      @NirmolRay118 Před 3 měsíci

      কংগ্ৰেছে একোডাল কৰিব ই নোৱাৰিলে।কেৱল দূৰ্নীতি।

  • @nripenchandramedhi8187
    @nripenchandramedhi8187 Před 2 měsíci

    বিজেপি জিকা মানে উদক ভেটা ৰখিয়া পতাৰ দৰে

  • @ankansaikia9589
    @ankansaikia9589 Před 3 měsíci

    গল দিয়াটো নিৰ্ভৰ কৰে আমাৰ সাধাৰণ নাগৰিকৰ ওপৰত।

  • @hemantakalita8030
    @hemantakalita8030 Před 3 měsíci

    Bjp ye নিজে এখন সংবিধান

  • @gurubayan8370
    @gurubayan8370 Před 3 měsíci

    ই এখন ফুট বল খেল নেকি?
    কাৰ সতে ৰিজাবলৈ গৈছে? বুজি পোৱা নাই!! মই জানো যে --ই এক লেতেৰা নীতি হয়। কিন্তু কথা হ'ল মই কেনেকৈ সুকলমে সুখ-শান্তিৰে থাকিব পাৰোঁ

  • @NXgamer367
    @NXgamer367 Před 3 měsíci

    বিজেপিয়ে ব্যক্তি কেন্দ্ৰিক ৰাজনীতি কৰি আছে ভাৰতক ফেচীবাদী ৰাজনীতিৰ অথবা কৰি আছে

  • @NirmolRay118
    @NirmolRay118 Před 3 měsíci

    যিটো কাম কংগ্ৰেছে 70 বছৰ কৰিব নোৱাৰিলে তাতকৈ বেছি ভাল কাম কৰিছে বিজেপিয়ে 10 টা বছৰত।ম ই 1নং কোকৰাঝাৰ সমষ্টিৰ।ইয়াত বিজেপি+এজিপি+ইউপিপিএল ৰ প্ৰাৰ্থী জয়ন্ত বসুমুটাৰী জয়ী হব।ইয়াতটো কংগ্ৰেছৰ এটা প্ৰাণীৰো নাম নাই।

    • @SaneswarBarman
      @SaneswarBarman Před 3 měsíci

      Asal ktha koise .jibilake dexe bharatk aguwai jowa krne dekhib pra ni xei dex borr pra ai neta bore paisa loi b.j.p k hruwab bisarise.

  • @dwijenroy6125
    @dwijenroy6125 Před 3 měsíci +7

    BJP may get maximum 6 seats out of 14 in Assam.

  • @A.R.Sarkar
    @A.R.Sarkar Před 3 měsíci

    Assam ot 6/8 ta set pabo Congress

  • @hndekari8011
    @hndekari8011 Před 3 měsíci

    আজিৰ জনময অনুষ্ঠানটো বিশেষ তাত্পৰ্য্যপূৰ্ণ । কংগ্ৰেছৰ নেতা বা মুখপাত্ৰ উপস্থিত থকাহ'লে বক্তাসকলৰ কথাবোৰ সঠিকভাৱে শুনাই নাপালোঁহেঁতেন । ইয়াৰ কাৰণ কংগ্ৰেছ নহয় বৰঞ্চ, বিজেপিহে। বিজেপিয়ে মেকুৰী কংগ্ৰেছ দেখিলে কুকুৰৰদৰে চিঞৰ-বাখৰ কৰে। তাতে, বিজেপিৰ ফোপদাঙ মৰা কথা। এইবাৰৰ নিৰ্বাচনত প্ৰমাণ হ'ব কোন কিমান পানীৰ মাছ।।

  • @Purbajyoti1
    @Purbajyoti1 Před 3 měsíci +1

    বি জে পি ৩+ জনতাৰ ৮+ নিৰদলিয় ১+

  • @user-eb1xg9de8t
    @user-eb1xg9de8t Před 2 měsíci

    Even Narendra Modi himself claims that he will become the next Prime Minister.This garrulous spokesman is above his limitation of knowledge.

  • @samudranathdeka4879
    @samudranathdeka4879 Před 3 měsíci

    একো নকওঁ পিছে জানিব ফলত হে পৰিচয় । 50/60 বছৰে কংগ্ৰেছক দেখিলে নহয় ৰাইজে ! BJP ক ও চাব আৰু 30/40 বছৰ ৰাইজে !

  • @user-sn2sp8xz7p
    @user-sn2sp8xz7p Před 3 měsíci

    কাৰদিনত অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহ বন্ধ কৰা আৰম্ভ হল সেই কথাও ৰাইজে বুজি পাইছে।বিধান সভাৰ নিৰ্বাচনত ৰাইজে সিদ্ধান্ত গ্ৰ্হণ কৰিব। বিজেপিয়ে অপেক্ষা কৰি থাকক গেলা পচা ফল ভোগ কৰাৰ বাবে।

  • @dipalisharma5442
    @dipalisharma5442 Před 3 měsíci +1

    এই দলটো তেন্তে অসমীয়া ৰাইজক প্ৰতাৰণা কৰা দ'ল নেকি?😮

  • @jugalk3954
    @jugalk3954 Před 3 měsíci

    Nitumoni e bhal toka bonale

  • @satyendas4233
    @satyendas4233 Před 3 měsíci

    Only for BJP

  • @swadhinitalukdar1699
    @swadhinitalukdar1699 Před 3 měsíci

    BJP ক ঘিনা লগা হৈছে

  • @mrs.mamtazbegum1470
    @mrs.mamtazbegum1470 Před 3 měsíci +10

    Congress zindaabaad raahul Gaandhee zindaabaad India🇮🇳 Zindaabaad

    • @living345
      @living345 Před 3 měsíci

      😂😂😂😂😂😂😂😂

  • @durgeswardutta3313
    @durgeswardutta3313 Před 3 měsíci

    P m hoboloi aru manuh ase

  • @goutambarman988
    @goutambarman988 Před 3 měsíci

    ৰিছুমানৰ -আমি কোনো চৰকাৰকেই ভাল নাপাও। নিজে হলেহে ভাল লাগিল হৈ ।এইটু হল এটা ভয়ানক ৰাজনীতি ।

  • @manikeswardeka8996
    @manikeswardeka8996 Před 3 měsíci

    তেনেহলে দিনে নিশাই ইমান মিটিং কৰিব লগা হৈছে কিয়

  • @samirkhanaamsu5783
    @samirkhanaamsu5783 Před 3 měsíci

    BPFৰ নেতাৰ ঘৰত টকাৰ কাৰ মাত নাই কিয়

  • @hemantamahanta5578
    @hemantamahanta5578 Před 3 měsíci

    কংগ্ৰেছৰ মহাপুৰুষ কেইজনক বি জে পিয়ে লৈ গল নেকি ।

  • @ganeshgogoi3027
    @ganeshgogoi3027 Před 3 měsíci

    মালিশ শৰ্মাক কিয় মাতে হয় ৷

  • @MsBimolarabha
    @MsBimolarabha Před 3 měsíci +6

    মূৰ্খ

  • @user-oj8yp5id1l
    @user-oj8yp5id1l Před 3 měsíci

    B j p য়ে কথা ৰ পৰিবৰ্তন হে কিন্তু কামৰ পৰিবৰ্তন নাই

  • @MsBimolarabha
    @MsBimolarabha Před 3 měsíci +4

    আপোনাক, মূৰ্খ

  • @user-dj9fw2ys9v
    @user-dj9fw2ys9v Před 3 měsíci

    Congress t থকালৈকে বেয়া BJP লৈ gole ভাল হৈ যায় ন।

  • @Fffygg56
    @Fffygg56 Před 3 měsíci

    EVM manage নহলে কেনেকৈ গম পালে।

  • @rationale-point3023
    @rationale-point3023 Před 3 měsíci

    আলুৰ দাম কিলো ৩০টকা, পিয়াজ কিলো ৪০টকা এই বোৰ BJP য়ে আমাক দিয়া গ'ল।কি যে হ'বলৈ গৈ আছে!!!!হায় হায় বিজেপি।

  • @gamvlogs1748
    @gamvlogs1748 Před 3 měsíci

    মই কওঁ বিজেপি এ 14 খন অৰ 8 খন এ পাওক। কিন্তু লোৰিন,
    গৌৰৱ, প্ৰদূত,মীৰা, ৰকিবুল জিকিব লগে ।বিৰোধী শক্তিশালী হবৰ কাৰণে ।কিন্তু সৰ্বানন্দ সোণোৱাল হৰা টো মই বিচৰা নাই ।

  • @monujgogoi6709
    @monujgogoi6709 Před 3 měsíci

    Right ❤

  • @GeetarthaMedhi-gk9tp
    @GeetarthaMedhi-gk9tp Před 3 měsíci

    ঘেণ্টা বিজেপি

  • @DinaDas-ez6tj
    @DinaDas-ez6tj Před 3 měsíci +2

    Nitumoni dada aapunar news sai bhut besi val lage

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 Před 3 měsíci

    ১৪ টকা গল দিছে বিজেপি এ‌ ।হাহিহে উঠে । তাৰমানে কিবা ৰিগিউ তিগিঙ কৰি , লেঙ চেঙ মাৰি গল দিছে নেকি , নহলে ইমান confidence কেনেকৈ ? দুই নমবৰি কৰিছে চাগে‌!

  • @pankajgogoi7711
    @pankajgogoi7711 Před 3 měsíci

    গ'ল পুষ্ট নেথাকিলে গলো নহয়।

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Před 3 měsíci

    যি দলৰ নিতী নিৰ্মল সৃষ্টি কাৰৰ নিৰ্দেশানুযায়ী সৎ চৰিত্ৰ প্ৰাপ্ত সেই দলে এই কথা সদৰি নিজে কৰিবলৈ সাহস নাপায়,সৎ চৰিত্ৰ ই ধৰ্ম, আৰু সৎ দলৰ সপক্ষ স্বয়ং জন। গতিকে তেওঁ লোক জয়ী হব ই।আকৌ অসঙ্কাৰেই পতনৰ মূল। মানুহ জগত নামৰ বজাৰলৈ পঠিয়ালে বজাৰ কৰিবলৈ কি বজাৰ,মানুহ মানুহৰ মঙ্গলৰ হকে নি সাৰ্থ ৰূপে প্ৰয়োগকাৰ কৰনেই বজাৰ কৰন। হিঙ্সা তেতিয়াহে কৰিব পাৰে যেতিয়া হিঙ্সানামৰ দুষ্ট প্ৰবৃতিৰ নিৰ্দেশ নত শিৰে মানি লয়,এই হিঙ্সা,লোভ লালসা,খঙ্,কাম,মদ,মাতসৰ্য,ইহতেই মানুহৰ শত্ৰু, ইহঁতে মানুহক লাজত পেলায়, বিপদতো পেলায়, মিছা মাত মতায়, ফাকি দিয়ায়, ইত্যাদি বিভিন্ন উপায়েৰে মানুহৰ ক্ষতি সাধন কৰে। ঞ্জানী জন জানে কাৰণে সিহঁতৰ ক্ষতি সাধন কৰিবলৈ সক্ষম নহয়। ঞ্জানী সকলে এইবোৰ জন্তুক আতৰাই ৰাখে। অবশ্যে ৰাজনিতী কৰিবলৈ হলে কূটনৈতীৰ প্ৰয়োজনাছে।

  • @anjugogoi6536
    @anjugogoi6536 Před 3 měsíci

    হা হা হা এইকেইতাক কি কম ???? মুখত মুতিম মই বি জে পি কেইতাৰ

    • @anjugogoi6536
      @anjugogoi6536 Před 3 měsíci

      মই অঞ্জু গগৈয়ে কৈইছো

  • @SunilDeori-mv9nb
    @SunilDeori-mv9nb Před 3 měsíci

    Rahul