Îপ্ৰেমিক- প্ৰেমিকাক নিৰ্যাতন চলোৱা পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ

Sdílet
Vložit
  • čas přidán 20. 05. 2024
  • প্ৰেমিক- প্ৰেমিকাক নিৰ্যাতন চলোৱা পাঁচ অভিযুক্তক গ্ৰেপ্তাৰ
    • অৱশেষত বঙাইগাঁৱৰ বৰঝৰা ৱাটাৰ ফলচত প্ৰেমিক- প্ৰেমিকাক নিৰ্যাতন চলোৱা পাঁচ অভিযুক্তক পকচো আইনকে ধৰি আন কেবাটাও ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ
    • গ্ৰেপ্তাৰ কৰিছে জিৰেণ সৰকাৰ, সেবোৰাম সৰকাৰ, বিল্টু ৰাভা, সুনিত ৰাভা, ডালিম বৰ্মণক
    • ঘটনা সম্পৰ্কত আজি এক সংবাদমেলত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক মোহনলাল মীনাই সবিশেষ জনায় সংবাদ মাধ্যমক
    #SangbadPrahari #Assam #AssamPolice #Bongaigaon

Komentáře •