২৫ বছৰে সেনাৰ চকুত ধূলি দি কেনেকৈ পলাই ফুৰিছিল অৰবিন্দ ৰাজখোৱা?

Sdílet
Vložit
  • čas přidán 8. 01. 2022
  • Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
    Please follow up page to watch live and latest news with latest updates every hour.
    দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
    To subscribe to our channel click here / @danewsplusassam
    Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
    Follow us on Twitter-
    / danewsplus​
    Facebook-
    / da-news-plus-106862991...
    Koo app- www.kooapp.com/profile/danews...

Komentáře • 203

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m Před měsícem +5

    এচাম প্ৰতিক্ৰিয়াশীল ব্যক্তি আৰু কিছুমান মূৰ্খই আলফা সদস্য সকলে পঞ্চ তাৰকা যুক্ত সুবিধা লৈ ৰাইজৰ ধনেৰে জীৱন উপভোগ কৰি আছে বুলি যে নিতৌ অপ প্ৰচাৰত ব্যস্ত থাকে সেই সকলৰ মুখত আজি এই সাক্ষাৎ কাৰে চূণ সানিলে।
    ভাল লাগিল।
    জয় আই অসম !

  • @munmisahariah2412
    @munmisahariah2412 Před 2 lety +62

    আপোনালোকৰ কষ্ট হৈছে বহুত সেইটো মানিছো..কিন্তু এতিয়া আপোনালোক এতিয়া ভি.আই.পি ৰ সুবিধা লৈ থকা দেখা যায়..মৰি যোৱা খিনিৰ কাৰণে একো নকৰিলে .

    • @dhirajdeka9884
      @dhirajdeka9884 Před 2 lety

      সঁ‌চা কৈ কোনেও মনত নেপেলালে

    • @arupbarman9295
      @arupbarman9295 Před rokem

      aitu nijor hidhanta asil...apuni moi kobo nuwaru

  • @prabhatrabha777
    @prabhatrabha777 Před 2 lety +44

    কাহিনী বোৰ শুনি থাকিলে, শুনি থাকিবলৈ মন যায়, সপোন সপোন যেন লাগে,
    " জয়-আই-অসম "

  • @simantadeka1191
    @simantadeka1191 Před 2 lety +13

    আপোনালোকৰ কষ্টক সন্মান জনাইছোঁ....তথাপি জানিব মন যায় আলফাক মন প্ৰাণ দি যোৱা বহু যুৱক ঘুনিয়া হৈ পৰি আছে তেওঁলোকৰ বাবে আপোনালোকে কি কৰিছে
    বৰ্তমান উঠি অহা প্ৰজন্মলৈ কি আহ্বান বা কি কৰিছে

  • @utpalbdas
    @utpalbdas Před 2 lety +17

    বহুদিনীয়া মনৰ interview এটা চাব পালোঁ!! ভাল লাগি কথাবোৰ জানি! ধন্যবাদ।! অনুপ চেতিয়া ৰো ও এটা interview কৰিবছোন!!

  • @taichandangogoi269
    @taichandangogoi269 Před 2 lety +3

    Bohut hunibor Mon Jai hongraami jivonor kotha .. thanks for the video...

  • @axomanabas4064
    @axomanabas4064 Před 2 lety +2

    Val lagel kotha bur xuni..... Apunalok tiyak Axomi Aai a mont rakhibo. Joi Aai Axom 🙏

  • @user-mg4tn4es6n
    @user-mg4tn4es6n Před 7 měsíci +1

    সংবাদ মাধ্যমক বিনম্ৰ অনুৰোধ ,সাধু নুশুনাই অন্তত অসমীয়া মানুহৰ কিবা এটা সুবিধা হোৱা বাতৰি পৰিবেশন কৰে। ইহঁত বাছিলে কিন্তু এচাম মৰিলে নে ইহঁত বোৰে মাৰিলে ,? ইহঁতবোৰৰ নীতি আদৰ্শ দেখি এচাম আলফা লৈ গৈছিল , প্ৰথম ইহঁতবোৰক গৰকি ধৰিব লাগে, ইহঁত বোৰৰ বাবেই এচাম লৰা ছোৱালী মৃত্যু হল চিৰন্তন সত্য কথা

  • @dhandas3870
    @dhandas3870 Před 2 lety +3

    Joi ai axom

  • @jyotithakuria2699
    @jyotithakuria2699 Před 2 lety +19

    Feel proud to be an Assamese

  • @jahnabibora9141
    @jahnabibora9141 Před 2 lety +2

    Xundor

  • @commenti5459
    @commenti5459 Před 2 lety +18

    স্বাৱলম্বীটাই স্বাধীনতা‌।

    • @djpallav7387
      @djpallav7387 Před 2 lety

      Poripokko swabhilombhitai swadhinota...

  • @kailashkonwar8067
    @kailashkonwar8067 Před 2 lety +9

    সঁচাকৈ বৰ কষ্টকৰ আছিল। মুক্তি বাহিনীত অংশগহন কৰাৰ ইচ্ছা তো থাকি গল

  • @prahladgogoi9706
    @prahladgogoi9706 Před 2 lety +4

    Baideu ye kapurt dharile ককাইদেউ kihat dharile ba।

  • @papanborah3866
    @papanborah3866 Před 2 lety +65

    আলফাত শ্বহীদ হোৱা পৰিয়াল সকলৰ খবৰ লৈছে নে আজি লৈকে। সেই পৰিয়াল সকলৰ ককাই ভাই,বাই ভনী ৰ তেজেৰে ফাকো খেলি আৰু পিতৃ মাতৃৰ বুকু উদং কৰি এতিয়া ৰাজ ভোগ কৰিছে আপোনালোকে। তেজাল ডেকা গাভৰুৰ তেজৰ বিনিময়ত পোৱা gadit বহি ৰাজ ভোগৰ সুৱাদ লোৱা নেতা আপোনালোক। আলফাক ভাল পাওঁ কিন্তু আলফাৰ নামত স্বাৰ্থ সিদ্ধি কৰা নেতাক নহয়। জয় আই অসম

    • @biplobphukan2162
      @biplobphukan2162 Před 2 lety +5

      যুদ্ধত সৈনিকৰ মৃত্যু হোৱাতো স্বাভাৱিক………সকলো সৈনিকৰ পৰিয়ালত গৈ খবৰ লোৱাতো সম্ভৱ নহয় কিন্ত মৃত্যুৰ সময়ত খবৰ লয় সেই বিষয়ে আপোনি নাজানিব পাৰে মই জানো।সকলো সংগঠণৰ বাবেই এইয়া সম্ভৱ নহয়।সেইবাবে এই কথাবোৰ কৈ বিশৃংলতা নিবিয়পাব।

    • @papanborah3866
      @papanborah3866 Před 2 lety +4

      @@biplobphukan2162 বিশিংখল বিয়পুৱা নাই সঁচা কথা কৈছোঁ। মীত্যুৰ সময়ত খবৰ ললেই দায়ত্ত শেষ হৈ যায় নে কি?শ্বহীদৰ কিমান পৰিয়ালৰ আজি অৱস্থা পানীত হাঁহ নচাৰ দৰে হৈ আছে আৰু কিমান জনে পঙ্গু হৈ জীৱন কটাব লগীয়া হৈছে। তেওঁলোকৰ বিষয়ে আপুনি কি কব। তেওঁলোকক সহায় কৰাটো নেতা সকলৰ দায়ত্ত।

    • @biplobphukan2162
      @biplobphukan2162 Před 2 lety +5

      @@papanborah3866 এইটো কোনো চৰকাৰী পক্ষৰ সংগঠণ নহয় যে মৃত্যু হলে পেঞ্চন দিব।সকলোৱে জানিচিল ইয়াত গলে একো নাপাও ব্যক্তিগতভাবে কিন্তু মনত থকা স্বাধীনতাৰ ভাব আৰু অসমভূমিৰ প্ৰতি থকা মৰমৰ বাবে তেওলোকে মৃত্যুৰ পথলৈ জাবলেও কুন্ঠাবোধ নকৰিলে।তেওলোকৰ পৰিয়ালক কোনে টকা পইচা দিব নিজৰ বিবেকেৰে এবাৰ ভাবি চাওক।নেতাবোৰে সকলো দল সংগঠণৰে নেতৃত্বহে লয় কাকো জোৰ কৰি তহতি আহিব লাগিবই বুলি নকয়।
      বহু নেতাৰ আজি নিজৰে খাব খুতিৱ সমস্যা তেওলোকে বাকীসকলৰ দায়িত্ব কেনেকৈ লব।কথাবোৰ যুক্তি ৰাখি অৰ্থ থকাকৈ কব।যি তি কথা কৈ মানুহৰ সংগ্ৰামৰ প্ৰতি থকা মৰম,জাতিৰ প্ৰতি থকা প্ৰেমবোৰ ম্লান নকৰিব।

    • @papanborah3866
      @papanborah3866 Před 2 lety +4

      @@biplobphukan2162 চাওক সংগঠনৰ প্ৰতি মোৰ বহুত আদৰ,প্ৰেম ,ভাল পোৱা আছে। যি সকলে আজিও সমস্ত ত্যাগ কৰি হাবি জঙ্গলে ঘূৰি ফুৰিছে তেওঁলোকক সদায় মই সম্মান জনাও আৰু জনাই থাকিম। আৰু মই তেওঁলোকৰ কথা কুৱাও নাই মই কৈছোঁ যে যি সকলে আজি দিনত ঘূৰি আহি gadi বাবে বলিয়াই হৈ ফুৰিছে তেওঁলোকৰ কথা হে কৈছোঁ। উদাহৰণ স্বৰূপে হিৰা শৰণীয়াৰ চোৱা। তেওঁৰ আজি কি নাই। আপুনি মোক ভুন নুবুজিব বিল্পব ৰ প্ৰতি আমিও আগ্ৰহী কিন্তু আমি তেওঁলোকৰ দৰে ত্যাগ কৰিব নোৱাৰিচো। জয় আই অসম

    • @biplobphukan2162
      @biplobphukan2162 Před 2 lety +4

      @@papanborah3866 নিশ্চয়কৈ দুই এজন তেনেকোৱা মানুহ আছে তাক নুই কৰিব নোৱাৰি।কিন্তু আমি সংগ্ৰামখনৰ কথাহে ভাবিব লাগে। জাৱৰ সকলোতে থাকে এইবোৰৰ কথা উল্লেখ কৰিব নালাগে এইবোৰ সমালোচনাই প্ৰকৃত সংগ্ৰামী সত্বা থকা বীৰসকলৰ মনত কষ্ট দিব।

  • @soumaradhyapak9986
    @soumaradhyapak9986 Před 2 lety +3

    Bohut kotha nukuwakoi thakil Jen lagil.

  • @anilborah9975
    @anilborah9975 Před 2 lety +6

    Jay air Aasam

  • @shivashakti6921
    @shivashakti6921 Před 2 lety +2

    Assam first.........

  • @asif087
    @asif087 Před 2 lety +1

    Joi aai axom

  • @nkdas7082
    @nkdas7082 Před 2 lety +19

    এতিয়া আলফাৰ অসমৰ বাবে কৰণীয় কি হ’ব স্পষ্ট কৰক ভাল পাম ৷

  • @luhitkhamon4419
    @luhitkhamon4419 Před 2 lety +3

    জয় আই অসম

  • @assamdeep6519
    @assamdeep6519 Před 2 lety +4

    Madam hei kothabur etia hubha napai,kiano, apunaluke surrender korise

  • @rubulgohain4090
    @rubulgohain4090 Před 2 lety +12

    Arabindra da apuner pora ata kotha janibo mon goise amar jibilak tejal khilonjia lora assomor akarone mori gol hihotor bikhy ki kbo aji emn din hol alfa jonma huwa kintu apunar pora assome aku puwa nai mor distit

    • @saikiavlogs6277
      @saikiavlogs6277 Před 2 lety +2

      Right👍

    • @jagadishhaloi1207
      @jagadishhaloi1207 Před 2 lety

      Agote ULFA banan 2lekhibo xikh tar pisot prashna kribi...

    • @pragyannath903
      @pragyannath903 Před rokem

      @@jagadishhaloi1207 lol hosa kotha kole tur gaat lage?

    • @jagadishhaloi1207
      @jagadishhaloi1207 Před rokem

      @@pragyannath903 sutmarani,maksudai,puwali hoi toi agot dangor hoi la

    • @pragyannath903
      @pragyannath903 Před rokem

      @@jagadishhaloi1207 😂🤣😹 puwali hoi kintu hoityakari, oporadhi eibr nohou..
      Ontoto bhija mekurir dore polai nufuru

  • @polygogoi2804
    @polygogoi2804 Před 2 lety +9

    Anup chetiya sirk sabo bisaru

  • @anupaxomiya1258
    @anupaxomiya1258 Před 2 lety +1

    এই কষ্টৰ ফল শূন্য / কেৱল আপোনালোক কেইজনৰ বাবে -
    " কিন্তু অসম নমৰে আমিও নমৰো । সকলোৰে নিজস্বতা আছে "
    জয় আই অসম

    • @djpallav7387
      @djpallav7387 Před 2 lety

      "Ami" nijosswata keneke thake lengta !?

  • @naja18
    @naja18 Před 2 lety +10

    Xongothon tot xumai... bhaal korili ki...!!! xikali ki .....! eibur ko

    • @bipulborah1718
      @bipulborah1718 Před 2 lety +3

      Ene opodartha des drohi r saikhat kio koriba lage

    • @naja18
      @naja18 Před 2 lety +3

      Hoi borah eibur r karone axom khon dub goise

  • @ashinikumargogoi
    @ashinikumargogoi Před 2 lety

    👍

  • @prabhatsingha1420
    @prabhatsingha1420 Před 2 lety +1

    Singing is well but when dreams will come true

  • @joybrahma4837
    @joybrahma4837 Před 2 lety +9

    Sir, Is this your glory or Obscurity of the land, what is yor significance to the land, what's yor achievements to the soil, where is yor booty to those youths contributed/ sacrifice their life with you......????

  • @karunadas4904
    @karunadas4904 Před 2 lety +1

    At last what have you done?Plz remember the past of 1983or 79.

  • @pompipatgiri
    @pompipatgiri Před 7 měsíci +1

  • @bimald1
    @bimald1 Před 2 lety +6

    Video চোৱা নাই, কমেন্ট পঢ়িব আহিছো😀

  • @user-ni3mf2ub6f
    @user-ni3mf2ub6f Před 6 měsíci +1

    অসমখনক আধা শেষ কৰি এতিয়া ফটা লেকচাৰ নিদিব কাইদৌ_ এতিয়া পেলাই বহি থাকক

  • @Simanta.B.Chetia
    @Simanta.B.Chetia Před 2 lety +4

    😘♥️

  • @user-pn5rc8do8l
    @user-pn5rc8do8l Před 6 měsíci

    সহজ সৰল বোৰক জংঘলত এৰি আপোনালোকে নিজৰ লৰা ছোৱালীক ম্যানমাৰ, বাংলাদেশৰ দামি হোটেলত পঢ়াই শুনাই টক টকিয়া কৰিলে,আৰু আজি দিল্লীত শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি শান্তি চুক্তি কৰিলে,আকৌ অসম ৰক্তাক্ত হোৱাৰ বাট মুকলি কৰিলে,কাৰণ আলফা,ছালফা আৰু আলফা (স্বাধীন )

  • @ArupDas-fv4jg
    @ArupDas-fv4jg Před 2 lety +1

    আপোনালোকৰ সাধুকথা বোৰ বহুত শুনিলো, কেতিয়াবা বেলেগ বেলেগ নাটক ও কৰিব বুলি আশা থাকিল . . . . . . . . . 🤔🤔🤔🤔🤔

  • @tmgblaster6453
    @tmgblaster6453 Před 2 lety +3

    _মিছাৰাম আলফা_

  • @big0262
    @big0262 Před 2 lety +5

    Ulfale etae pun potia prosno mur falor pora. Apunaluke amar okhomiya manuh mara ru kosto diar bahire ajileke ki korile akhomiya jatitur babe?

    • @99hotoi
      @99hotoi Před 10 měsíci

      Sesta korilsile hunor Axom goribule.

  • @bipulchangmai2760
    @bipulchangmai2760 Před 2 lety +1

    এতিয়া অসমৰ বাবে কিবা এটা কৰক

  • @factteller5471
    @factteller5471 Před 2 lety +11

    There is no need to glorify these kind of people after all they r militant who killed innocent people and looted their hard earned money.....To call them freedom fighter is a shame for the word freedom fighter itself.....why the reporter is interviewing such ex militant who had done blood shed in the people's life. Is he want join him? As we all know that ideas r bulletproof, so he may hav surrendered but didn't give up his ideologies which is full of hate for people of other races and this is reflecting in his words as well......shame on the Assamese journalist for glorifying such insane of humanity.

  • @shamiranbaroi1385
    @shamiranbaroi1385 Před 2 lety +7

    Apunaluke assam bohut pisoloi loi goise. Atia bhal kam korok

  • @hirakjyotidutta7515
    @hirakjyotidutta7515 Před 2 lety +1

    kimn hoise hunisu , bhut dekhisu .. dhemaji kando oo mont ase vl koi mnt ase... kionu heibilk more logor asil heidina moioo mor schoolt goisilu , bhut vl loga asil but bhit pist he hunilu je dhemajit enkua kando hol .. ru bhut pist kiba kibi nm bilko hunilu ru heijonr mukhot vogobot hunile vl nlage .. niyai hole niyai hbo lge..
    beya lgi thkil ajio lge .... ki kom upaioo ni.. jihe2 tr piste bor bor neta bur lgi thke .. poisa he mat mate
    vogban ase .. so tr fol2 ooo paboo mat2 sun mota hahhh jen hoise ... ru kiba hbo xikhu kul bodh korise na.. pap2 vale hbo ru folooo valee hbo ... mor mone koi..

  • @daduldeka9271
    @daduldeka9271 Před 2 lety +1

    এইবোৰ নাটক ৰাইজক দেখুৱাবলৈ লাজ নেলাগিলনে ? যদি ইমান নিষ্ঠাৰে সংগঠন কৰিছিলে এতিয়া নেতাবোৰে মাহিলি লাখটকীয়া দৰমহা লৈ বাকী কেদাৰৰ কথা চিন্তা নকৰিলে কিয় ? সাধাৰণ কেদাৰে নিৰাপত্তা দিদিলে নেতাবোৰ জীয়াই থাকিল হেতেন নে ? এইবোৰ নিউজ কৰিবলৈ অকনমানো লাজ নেলাগিলনে ? কাহিনী শুনিবলগীয়া থাকিলে সাধাৰণ কেদাৰৰ ওচৰলৈ যাবলৈ নিউজ চেনেলবোৰক অনুৰোধ জনালো ।

  • @pranjalboruah3670
    @pranjalboruah3670 Před 2 lety +1

    Your arms revolution is still vain, but what are you doing my nation ,

  • @GP-ox5nx
    @GP-ox5nx Před 2 lety +2

    ভাল লাগিল ।

  • @nipulsaikia8671
    @nipulsaikia8671 Před 2 lety +8

    অসমখন শেষ কৰি দিলে

  • @susantasonowal8788
    @susantasonowal8788 Před 2 lety +2

    We love❤

  • @vadalmaji
    @vadalmaji Před 2 lety +2

    Bhal lagil.

  • @Dibakar03-09
    @Dibakar03-09 Před 2 lety

    Aaj Tak Jindabad ...

  • @anantamonafurontamusical3230

    প্ৰণয় বৰদলৈ এবাৰ লগ খৰিম ভূপেন হাজৰিকাৰ ওপৰত আপুনি কিছুমান কাম কৰিব লগা আছে যিবোৰ কাম আনে ভবা নাই

  • @jayantanath4667
    @jayantanath4667 Před 2 lety +2

    Selfish...

  • @biradattadas9216
    @biradattadas9216 Před 2 lety +9

    Anup chetia Paresh Barua aru Arabinda
    Rajkhowa adi kori aponalokar asomia
    Jatir ek got kora abadan ami pahari
    Najau

  • @hritamkashyap
    @hritamkashyap Před 3 měsíci

    আমাক ইনাৰ লাইন পাৰ্মিট লাগে
    আলফাই ইয়াক দাবী কৰক

  • @JintuGogoi-us9yy
    @JintuGogoi-us9yy Před rokem

    Mezangkori gos jupa kenekuwa next videot simpol tu dekhabo bili akha korisu

  • @arupsonowalsaikelvlog6549

    👍👍

  • @jyotivlog5089
    @jyotivlog5089 Před 2 lety +3

    val lagil

  • @kidslife3180
    @kidslife3180 Před 2 lety +2

    Atia2 aoponalok VIP ...but jibor deka lorar jibon dhangsha kri dile sihot bodnami hl

  • @lohitkonwar65
    @lohitkonwar65 Před 6 měsíci

    amak anakuwa news nalage...swadhenotar news lage..ahom katia suwadhen hobo.

  • @iteachyou4977
    @iteachyou4977 Před 2 lety +1

    Dhunia bihu gai 😊

  • @niponmoran7233
    @niponmoran7233 Před 2 lety

    নিজৰ চাৰ্থৰ বাবে কৰিলি জি কৰিলি ৰাইজৰ বাবে কি কৰিলি মহাশয় বিলদিংঙত আছানে জুপুৰিত থাকা

  • @Theunemployedboy
    @Theunemployedboy Před 7 měsíci

    Bohut kosto korise....moi nuwarim😢

  • @BorahDa-xd1bh
    @BorahDa-xd1bh Před 7 měsíci

    মাৰি পেলাবই লাগিছিল!খেলা খটম হল হেতেন!!!!

  • @biradattadas9216
    @biradattadas9216 Před 2 lety +3

    Rajkhowa dangaria, high tech farm nichay hobo.,

  • @abhijitborgohain8318
    @abhijitborgohain8318 Před 2 lety +2

    BURKHA KYTEYABA PEDHICIL NA.

  • @amarjyotiphukan7567
    @amarjyotiphukan7567 Před 2 lety +1

    Ami haru hoi thakute bohut kasta palu ulfar karone.poha hunat bohut akhubidha hl.rati ulfai vat khai ratipua army a pitan dia hi

    • @amarjyotiphukan7567
      @amarjyotiphukan7567 Před 2 lety +1

      Army nam hunilei polai pattang dia hokale shwadhinata aniba nuare.dui 1ta ambuse kari polai juar bade ki karise .dam thakile judha kariba lage.anai akhomia lora burak maruai hekh karise.

  • @debojitdutta8962
    @debojitdutta8962 Před 2 lety +7

    Hongram kori ki pale, eman bur niroh manuhor pran gol, bhatri ghai honghat hol, kar ki lav hol, Akhom khon pasuwai gol, hoinkhaloghu Bangladeshi Akhom uposi poril.. Atia cororpoti hoi bhug bilakhor jibon kotai ase......Dekh prem-or kotha apunalukar mukhot hubha diyene...
    ki kom aru.... nijore lazz lage...

    • @hrishikeshburagohain9485
      @hrishikeshburagohain9485 Před 2 lety

      Nijor itihah jona Tu bhal kokai.. Ene sel belai thaki laav nai.. Murkhamir porisoi nidiba

    • @debojitdutta8962
      @debojitdutta8962 Před 2 lety +1

      @@hrishikeshburagohain9485 Kisuman ...Jodha Murkho-u thake....je bhabe , taulukor naam itihahokot hunali akhore likha thakibo...mukh supoti Mari homoi nosto kori lav nai.....

    • @hrishikeshburagohain9485
      @hrishikeshburagohain9485 Před 2 lety

      @@debojitdutta8962 himan kon hongram nokora hole aji tumar bapere bihari hol heten.. Alp sinta kori sai comment dibo lage.. Sob marwari bihari ahi roja hol heten.. Kio hongram koribo loga hol heibur ktha alp pohi sabi.. Ene ji ti boki murkhor porisoi dibo nalage

    • @debojitdutta8962
      @debojitdutta8962 Před 2 lety +1

      @@hrishikeshburagohain9485 Kak kune kiman din bhoi khuwai rakhibo paibo....Tetiwau Marwari Bihirik dhomok di khaisil, ataiau akai dhomok di niz niz dukan solai ase.....Jodi hosai iman dekh premi hol hoi , Akhomia manuhok Marwari aru Bihari logot business Lena Dena bondh koriboli kole hoi..... Marwari aru Bihari Businessman bur ase babaitu ,. ajiu bohutor commission, percentage-or anko solee ase.....Akhomia ata nejai beess khuwa jati...hai babai tu bahira manuhor ajiu dopdoni......

    • @hrishikeshburagohain9485
      @hrishikeshburagohain9485 Před 2 lety

      @@debojitdutta8962 tohotor nisina bodon ase karone axomot bahiror manuh ahi mati kini roja hoi ase.. Beleg kunu North East state t kinibo nuare..

  • @bhubanbahadurchetry4060
    @bhubanbahadurchetry4060 Před 2 lety +1

    Janibo pari bohut val lagil, apunalokar ovighyata ami gom palu khikilo,lagate apunaluk khukharira ahi puwar karone val lagise god r usarat.

  • @Adnant732
    @Adnant732 Před 27 dny

    ইমান ভয়াতুৰ আলফা কত ল'ৰা মৰিলে

  • @satishchand8795
    @satishchand8795 Před 2 lety

    অ মাগো

  • @m.t4181
    @m.t4181 Před 2 lety +2

    Kiman val val Manu pran gol...apunaloge jehera sai..moi monot porilu...aru buhut dukh lage. Amr gaon ex ULFA Lora ..biya nokorile..aru aatiya ogole thaki...jongolot jaru kheti kori thake. Beya lage mur.

  • @pranjalbora9991
    @pranjalbora9991 Před 2 lety +12

    Pranay, seems to show signs of immense impatience...frequent different hand gestures, showed little willingness, on occasions, to listen and carry on the conversation. I understand time restraint is a big factor...your body language portrayed quite a lot of restlessness...3rd world country....it works...I guess

  • @kameswarsonowal4094
    @kameswarsonowal4094 Před 2 lety +4

    Apunalok ase karone khilonjolia akhomiahokol akhomiahisape jiai thakib o parise.

  • @dilipsaikia4922
    @dilipsaikia4922 Před rokem

    Apunaluke Asom khon 20 basar pisole loi gol..seitu bisoye kiba Kobo ne
    ULFA kori Khali enjoy korile apuna like aru bahut lora suali r life ses kori dile..

  • @djpallav7387
    @djpallav7387 Před 2 lety +1

    CAA andulonor Natokot, Jati jetia 2, 3bar ontorastrat nogno hoisil tetia bihu gaan mukhot nufutil dekhun satellite TVr agot !?

  • @bkp9774
    @bkp9774 Před 2 lety +2

    Hudurvai2k maripelabo lagisil. Karbi kochari jonik balfa bulie loigol.

  • @babuborgohain7472
    @babuborgohain7472 Před 7 měsíci

    12:13 অৰবিণদ ‌ ‌আপুনাৰ ‌কথা‌‌‌ ভাৱ ‍নালাগিল,,,আপেনাৰ‌‌‌ ‌‌লাজ ‌লাগিব ‌‌লাগিছিল,

  • @debangshuchowdhury4510
    @debangshuchowdhury4510 Před 2 lety +1

    Please publishing a book in Bengali medium.

  • @tmgblaster6453
    @tmgblaster6453 Před 2 lety +9

    বুৰ্বক আলফা

  • @manojkumardutta8590
    @manojkumardutta8590 Před 6 měsíci

    ইহতি বিদেশত থাকি দেশ স্বাধীন কৰে।ইলএক্চনত উঠে বুলি সন্দেহ ইহতি

  • @Deep_sikha6899
    @Deep_sikha6899 Před 7 měsíci +1

    সুবিধা বাদী পলৰীয়া সৈনীক 😊

  • @nipulsaikia8671
    @nipulsaikia8671 Před 2 lety

    কি কৰিলে হয় অসমৰ বাবে

  • @assamgamiingcomunity4524
    @assamgamiingcomunity4524 Před 2 lety +3

    Bar vaal kam kori ghurj ahise je!! Kela kaam nai aru tahator!!

  • @djpallav7387
    @djpallav7387 Před 2 lety

    Kapuror chaal di keneke TVt ulabo paru o i.. Hendur noloi j apunar hongothonor proti morom bur besi asil jen pau nijor swamitkoi..

  • @achyutmecanicel9804
    @achyutmecanicel9804 Před 2 lety +2

    বৰ দুষৰ কথা

  • @vlog-ex3mr
    @vlog-ex3mr Před 2 lety +1

    Enebur jibon kahani jonatu darkar.

  • @pragyannath903
    @pragyannath903 Před rokem

    "Glamorizing militants "
    New way to gain TRP for News Channels.

  • @pipulnath9441
    @pipulnath9441 Před 7 měsíci +1

    Kkhotom hol asom khn

  • @subhrajyotibordoloi
    @subhrajyotibordoloi Před 2 lety +4

    ULFA ase babe he aji Assam ase ..Jai ai AXOM...

  • @uddiptaroy5139
    @uddiptaroy5139 Před 2 lety +1

    Ki bl krli manuh kota marat bade. Sudur bhai kotak matpa laga ki ase interview r karone, bohut vl manuh ase assam t.

  • @pegurabinvlog5770
    @pegurabinvlog5770 Před 2 lety

    অতিকৈ ভাল লাগিল

  • @jyotivlog5089
    @jyotivlog5089 Před 2 lety +1

    Bordumsar pora like korilu

  • @arunasenapati1099
    @arunasenapati1099 Před 7 měsíci +3

    অৰবিন্দ ৰাজখোৱাই নিজৰ সুবিধাৰ কাৰণে আলফাকৰি অসমৰ মানুহ বোৰক মাৰিছিল।

  • @pallabdas9228
    @pallabdas9228 Před 2 lety

    Ź

  • @bhaskarbora5740
    @bhaskarbora5740 Před 2 lety +1

    Oshanto Baghphukon khura r ki hol....... Rajkhowa debe jane ne? Bohut Biswasghatok , Xompoti ahoron kora r poth hisape ULFA k use kora neta r bbei ULFA nosto hol....

  • @djpallav7387
    @djpallav7387 Před 2 lety

    "MUKTI YUDDHA" wah ki hobdor khel !? Kintu Biya Potar pisot, lora suwali huwar pisot "MUKTI YUDDHA" r ortho ???

  • @deepjyotiroy5929
    @deepjyotiroy5929 Před 7 měsíci

    Cohidor khbr loyc ne

  • @babuborgohain7472
    @babuborgohain7472 Před 7 měsíci

    আপুনাক্ ‍কোনু‌ঃ্্দিন্্।।চাপৰত ‌ ‌নকৰ্ু

  • @gaurangaburagohain7451
    @gaurangaburagohain7451 Před 2 lety +11

    Kam nai ehotor

  • @dilipkrbora1132
    @dilipkrbora1132 Před 7 měsíci +4

    এই মানুহবোৰক (শিশু হত্যাকাৰী) লৈ কিয় Talkshow কৰি নিজৰ মৰ্য্যদা হানি কৰিছে আপোনালোকে ?

  • @assamgamiingcomunity4524
    @assamgamiingcomunity4524 Před 2 lety +2

    Ki news channel bah bah!! Bar vaal manuh je news korise. Kam nai aru!!!