Boil banana flower recipe@ কলডিল বইল কৰি খোৱাৰ ভাৱিব নোৱাৰা জুতি@boil koldil@বইল কলডিল...
Vložit
- čas přidán 27. 01. 2022
- প্ৰিয় দৰ্শক,
অসমৰ পৰম্পৰাগত ৰেচিপি সমূহৰ ভিতৰত, কলডিলৰো নানানবিধ ৰেচিপি আছে । তাৰে ভিতৰত কলডিলৰ বইল ৰেচিপি এটা আপোনালোকলৈ আজি আগবঢ়ালোঁ। আশা কৰিলোঁ আপোনালোকে ঘৰত বনাই খাব আৰু আপোনালোকৰ অনুভৱ জনাব।
কলডিল নানাবিধ ঔষধি গুণেৰে সমৃদ্ধ এই কথালৈও মন কৰিব।
ভিডিঅ'টো চোৱাৰ বাবে অনেক ধন্যবাদ। 🙏
Looks yummy and healthy recipe 😋😋😋
Thank you so much ❤️
বইল কলডিলৰ সুন্দৰ এটা recipie উপভোগ কৰিলোঁ। Nice sharing👌
Thank you so much for your beautiful comment 🙏🙏
As bengali it's different without any oil but will try and give review. Thank you for such oil free recipe. Much love from Tripura ❤
Welcome Susmita also thanks for your sweet comment . Please try it❤🙏
সুন্দৰ চেষ্টা কৰিম বনাবলৈ
আন্তৰিক ধন্যবাদ জনালোঁ। নিশ্চয় এদিন বনাই খাব। ভাল পাব খাই।🙏🙏
Thanks for upload tasty healthy recipe
Thanks for your beautiful comment 🙏
Looks so delicious yummy healthy recipes 😋😋
Thank you so much 🙏
17 lk ati xundor recipe bohut bhl lagile healthy and tasty 👍❤️
আপোনালৈ আন্তৰিক ধন্যবাদ ❤️🙏
Kailoi bonam
Thank you 🙏
নিশ্চয় বনাই চাব। আশা কৰোঁ খাই ভাল পাব।❤️
@@dipalirrandhonixal vl lagil bonai khlu
@taiburislam6869 খাই ভাল পালে বুলি জানি ভাল লাগিল❤️। জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ 🙏
Very nice
Thanks a lot ❤
Thanks a lot 🙏
Very beautiful recipe 👌👌
Thanks a lot 🙏
Hundor recipe 👍👍😋
Healthy and tasty recipe 👌
Thank you ❤️
Khub hundor ke bonai dekhualy😋😋😋
Healthy recipe... Val lagil
Thank you so much ❤️
Healthy recipe
Thank you 🙏
Yummy
সুন্দৰ হৈছে 👍
ধন্যবাদ জনইছো,🙏🙏
Tasty 😋 aru iron jugtto recipe 👍 important recipe share korila 👍
Many many thanks for your beautiful comment 🙏🙏
Stay connected
Tasty and healthy recipe 👌👌
Thank you so much ❤️
Delicious! Well prepared Thanks!
Thank you so much ❤️
Yummy 😋
Tasty Recipe
Thank you so much ❤️❤️
Mur video bur sabo dei friends
চাম ❤️
Awesome recipe 😋
Thank you so much ❤️🙏
Testy recipe👌👌
Thank you 🙏
Bhal lagil.
❤❤❤❤👌👌
Thank you ❤️❤️
ধন্যবাদ বাইদেউ,বনাই খাব লাগিব ❤️
ধন্যবাদ। খাই ভাল পাবা বুলি আশা কৰিলোঁ।❤️
1st big lk👍👍ভিডিঅ টো চাই আছো
Many many thanks 🙏🙏
Mojaa
ধন্যবাদ 🙏
@@dipalirrandhonixal ketiaba 1 din khabo matibo😊
Healthy and tasty 🥰
Thank you,💖🥰
Bohut val lagil baa🥰🥰🥰
Testy testy recipe 🤤....boil kori pitika kori khaisu..anekoi kua ni..try korim
নিশ্চয় এনেদৰে এদিল বনাই খাব। খাই ভাল পাব বুলি বিশ্বাস ৰাখিলোঁ। Video টো চোৱাৰ বাবে অনেক ধন্যবাদ।🙏
Testy 😊
Thank you 🙏
rang guri?
Video টো চোৱাৰ বাৱে অনেক ধন্যবাদ।
বইল ব্যঞ্জনত ৰংগুৰি নিদিলেহে বেছি ভাল লাগে। যদি আপুনি প্ৰয়োজন বুলি ভাৱে তেনেহলে অকণমান দি লব পাৰে আপুনি। মই কিন্তু নিদিওঁ।🙏
🙏❤️❤️❤️❤️
Thank you so much 🙏
Tasty recipe👌bnai khbo lagibo ru moru video sabo dei❤❤
হয় নিশ্চয় চাম।
আপুনিও এদিন বনাই খাব কলডিল বইল। Video টো চোৱাৰ বাবে আপোনালৈ অনেক ধন্যবাদ।🙏❤️
Mojja
Thank you so much ❤️
Nice 👌
Thank you 🙏
Xundor video ❤️❤️
Thank you 🙏
Bor val lagil sai ❤akha korilu muku morom dibo
মৰমেৰে ধন্যবাদ জনালোঁ 🙏
👌👌😋
Boil recipi ru dbo mem
Moi adin bonay khalu keha lagil, 😊
মই দেখুৱাই দিয়াৰ দৰে বনালে কেহা হ'বতো নালাগিছিল কিন্তু কিছুমান কলডিল কেহা থাকে বাৰু। লগতে যদি কম সময় সজোৱা হয় তেতিয়াও কেহা হয়। আকৌ বনালে মধ্যমীয়া জুইত অলপ বেছি সময় উতলাব । আপোনাৰ মন্তব্য জনোৱাৰ বাবে ধন্যবাদ🙏
Can I add fish in these recipe.
No. You can't add fish. Instead of fish you can add chicken. Local chicken is best. Thanks for your comment.🙏🙏
Moja hoisee new frnd hoisu dei
Delicious and healthy banana flower recipe! thanks for sharing this with us...
Thank you so much for your comment 🙏
Tasty val lagil video 🥰 new frnd holu akha koru apuni u hobo ☺️
Thank you so much,,🙏
Very nice video ♥️♥️♥️♥️ from golaghat Assam India ♥️♥️♥️♥️akha rakhilu mur video bur saba buli ♥️♥️♥️♥️♥️♥️
অনেক ধন্যবাদ জনালোঁ। ❤️❤️
নিশ্চয় চাম আপোনাৰ video সমূহ ❤️❤️
Bhal lagise dei khai sabo lagibo akha koru apunio mur recipe bilak sabo
আপোনাৰ ভিডিঅ চালো ভাল লাগিল আশা কৰিছো মোৰো চাব বুলি
Nice video . Khub bhal lagil recipe tu sai. Best wishes for your channel. Muru ata channel aase. Abar saba. Akha rakhisu friend huwar.
আপোনাৰ শুভ কামনাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনাৰ video চাই বন্ধু হ 'ম। 🙏
Ulcerative colities patient karane tasty boil dekhabo without adding oil, tomato and chilli
Thanks for your comment. 🙏
খুব সোনকালেই এই recipe দিবলৈ যত্ন কৰিম।
নতুন বইল ৰেচিপী চাব পাৰিব ।
Kot video to dise
dipalir randhonixal channel
@@dipalirrandhonixal subscribe kora ase but dekha nai plz link to dibo paribo
Love from #tikliniki . Aji 1st video salu sai vl.Lgil so frnd holu ... Tumi o hba..
Nimokh nidile j
Video টো চোৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। নিমখ প্ৰথমতেই পানীত দিলোৱাটো দেখুৱাইছো । Video টো পুনৰ চাই এদিন এনেকৈ ৰান্ধি খাই চাবচোন নিশ্চয় ভাল পাব খাই। ,🙏
Khub dhuniya share korile Val lagil dei 🥰 bondhu hoiasu agore pora.. busy asilu so bht dinr past ahilu dei..🥰🥰 ahibosun muru eyt homoi milaai 🤗📸
মোৰ video চাই মন্তব্য জনোৱাৰ বাবে তোমালৈ আন্তৰিক ধন্যবাদ। তোমাৰ video নিশ্চয় চাম।🙏
ভাল লাগিব নে,?
এনেকৈ খাবলৈ
Video টো চোৱাৰ বাবে আপোনাক অনেক ধন্যবাদ। 🙏
আমাৰ পৰিয়ালৰ লগতে মোৰ বন্ধু বান্ধৱে এনেদৰে বনাই দিলে খাই ভাল পায়। আপুনিও এদিন ৰান্ধি খাওক। তেল মচলা দি জুতি লগাই খাইয়েই থকা হয় , এনেদৰেও এদিন খাব । নিশ্চয় ভাল পাব।😍
Notunkoi hikilu d ba… subscribe kori new frnd holu d … akha thakil tumiw hoba buli 🙏🙏🙏
তোমালৈ আন্তৰিক ধন্যবাদ জনালো। 🙏
তোমাৰ video চাই বন্ধু হ'ম ।🤝
কলডিলৰ recipe tu ভাল লাগিল। আপোনাৰ ভিডিঅ'চাই subscribe কৰিলো । আশা কৰো মোৰ ভিডিঅ'চাই subscribe কৰি বান্ধবী হ'বলৈ অনোৰুধ কৰিলো
মোক চাপৰ্ট কৰাৰ বাবে আপোনালৈ অনেক ধন্যবাদ। নিশ্চয় আপোনাৰ video চাই subscribe কৰিম❤️🤝
হাই, আপোনাৰ ভিডিঅʼবোৰ চাইছো আৰু চাবচক্ৰাইব কৰিছোঁ। লগতে মোৰ চেনেলটো আগুৱাই নিব বুলি আশা কৰিলোঁ 😊
মোৰ video চাই মোক আগুৱাই নিয়াৰ বাবে আপোনালৈ অনেক ধন্যবাদ। নিশ্চয় আপোনাৰ লগৰী হ'ম 🤝🤝
বাইদেউ আপোনাৰ ৰেচিপিতো চালো বৰ সুন্দৰ হৈছে আশা কৰো আপুনি মোৰ ৰেচিপি চাই subscribe কৰি দিব মই আপোনাক কৰি দিলো thank you
মোক চাপৰ্ট কৰাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ জনালোঁ। মইও আপোনাৰ লগত আছোঁ।🤝
Tasty recipe👌bnai khbo lagibo ru moru video sabo dei❤❤
নিশ্চয় চাম। মোৰ video চাই মন্তব্য জনোৱাৰ বাবে অশেষ ধন্যবাদ।❤️
@@dipalirrandhonixalbonai asu
@taiburislam6869 😍😍