দিহাসম্ৰাট কমলা গগৈৰ আধ্যাত্মিক আলোকপাত//ভাগৱত পাঠ//Bhagowot path//Kamala gogoi dihanam team

Sdílet
Vložit
  • čas přidán 3. 06. 2022
  • কৃষ্ণ 🙏
    তিনিচুকীয়া জিলাৰ লিডু কেন্দ্ৰীয় নামঘৰ প্ৰতিস্থা দিৱস উপলক্ষে আয়োজন কৰা ভাগৱত পাঠৰ আৰম্ভণি অনুষ্ঠান ত দিশাসম্ৰাট কমলা গগৈ দেবে আগবঢ়োৱা আধ্যাত্মিক আলোকপাত আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ ।
    সকলোৱে ভিডিও টি চাব আৰু like, comment &share কৰাৰ লগতে চেনেলটি subscribe কৰি দিবলৈ নাপাহৰিব ।
    ধন্যবাদ
    🙏🙏🙏
    #SASSAMWORLD#
    #SAMEERAN ASSAM#
    #SameeranVlogs#
    #Bhagowotpath#
    #dihanam#
    #horinam#

Komentáře • 156

  • @user-xo6sn8oe1z
    @user-xo6sn8oe1z Před 6 měsíci +2

    কৃষ্ণ 🙏🙏🙏🙏🙏 কৃষ্ণ প্ৰভু

  • @saratgogoi1934
    @saratgogoi1934 Před 7 měsíci +2

    সুন্দৰ ব্যখ্যা প্ৰভূ জন কৃষ্ণ

  • @bhaskarjyotiborah6776
    @bhaskarjyotiborah6776 Před rokem +1

    কৃষ্ণ! কৃষ্ণ! কৃষ্ণ!

  • @nripendeka9800
    @nripendeka9800 Před 7 měsíci +1

    krishnsa 🕉️santi .

  • @rmonitalukdar5635
    @rmonitalukdar5635 Před rokem +2

    কৃষ্ণ

  • @bijoyaveryniceborah8304
    @bijoyaveryniceborah8304 Před 11 měsíci +1

    Krishna Krishna 🙏🌹

  • @mukutaborah8502
    @mukutaborah8502 Před 2 lety +1

    Krishna

  • @kunjalatagogoi8739
    @kunjalatagogoi8739 Před 7 dny +1

    কৃষ্ণ কৃষ্ণ,বৰ সুন্দৰ ব্যাখ্যা। ভাল লাগিল

  • @kalpanalahon4607
    @kalpanalahon4607 Před 2 lety +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @dulaprabhaphukon3201
    @dulaprabhaphukon3201 Před rokem +1

    সুন্দৰ কঠা কৈছে

  • @dimpisaikia3947
    @dimpisaikia3947 Před 2 lety +2

    Bohut val lagil dai

  • @roktimgogoiofficeal1820
    @roktimgogoiofficeal1820 Před 2 lety +3

    ভাল লাগিল দেই দদৌ দাদা

  • @daisyrabha2343
    @daisyrabha2343 Před 2 lety +2

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏

  • @dulaprabhaphukon3201
    @dulaprabhaphukon3201 Před rokem +1

    Hundor

  • @debajitkayshap8691
    @debajitkayshap8691 Před 2 lety +4

    Bor tattapurno khota. Bohut val lagil gogoi da. Somironoku thanks

  • @junumech7558
    @junumech7558 Před rokem +2

    কৃষ্ণ কৃষ্ণ বাপ মধুৰ ভাগৱত আৰু সুন্দৰ ব্যাখ্যা শুনি বৰ কৃতকৃত ক
    🪔👏👏👏👏 কৃষ্ণ কৃষ্ণ

  • @bharatbasumatari6129
    @bharatbasumatari6129 Před 2 lety +2

    Krishno 🙏val lagil

  • @sukhamtamuli5759
    @sukhamtamuli5759 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏🙏

  • @sumgos6541
    @sumgos6541 Před 2 lety +2

    Hundor gogoi da

  • @gangadevi4089
    @gangadevi4089 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ হে বাপ আপোনাৰ অমৃতময় বাণীয়ে আপ্লুত কৰিলে ।

  • @gopalgoswami8207
    @gopalgoswami8207 Před 2 lety +2

    Hundor sir

  • @mitalidutta1382
    @mitalidutta1382 Před rokem +1

    🙏🙏🙏

  • @diplopdutta7274
    @diplopdutta7274 Před 2 lety +2

    Ki hundor gogoi.val lagil

  • @moinakakoti4275
    @moinakakoti4275 Před rokem +2

    সুন্দৰ

  • @pankajsaikia4001
    @pankajsaikia4001 Před 2 lety +2

    Bor Val lagil

  • @dulumonikalita5904
    @dulumonikalita5904 Před 2 lety +1

    Krissna krisna hari hari ram ram

  • @jinukakati1589
    @jinukakati1589 Před 2 lety +1

    Krishan bap panam🌷🌷🌷🌷🙏🙏🙏🙏

  • @bipulkalita6116
    @bipulkalita6116 Před 2 lety +2

    বহুত ভাল লাগিল 🙏🙏🙏🙏

  • @monjulahandique4007
    @monjulahandique4007 Před 2 lety +1

    বহুত ভাল লাগিছে।

  • @utpalkhanikar5812
    @utpalkhanikar5812 Před 2 lety +1

    সুন্দৰ...

  • @babuphukon9249
    @babuphukon9249 Před rokem +1

    hundor

  • @hemantakumargogoi8749
    @hemantakumargogoi8749 Před 2 lety +1

    ভাল লাগিল |

  • @rekhagogoi322
    @rekhagogoi322 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাসৱৰ শ্ৰীমুখে নিগৰিত হোৱা অমৃতময় বাণী শ্ৰৱণ কৰি পৰম আনন্দ লভিলো জয় গুৰু শঙ্কৰ ।

  • @sarbeswardas5793
    @sarbeswardas5793 Před 2 lety +2

    ধন্যবাদ বাপ ইশ্বৰ, আপোনাৰ ভাষণ শুনি সুখী হ'লো। কিন্তু গোৰো জনাক বচটো বুলি কৈ আঘাতহে দিছে। নমস্কাৰ বাপ ইশ্বৰ।

    • @sassamworld2999
      @sassamworld2999  Před 2 lety

      আপুনি বানানটোকে শুদ্ধকৈ লিখিব জনা নাই।আকৌ সমালোচনা কৰে।নামঘোষা পঢ়িব মাধৱ গুৰুজনে ,"হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে ----" বস্ত প্ৰকাশ" বুলিহে উল্লেখ কৰিছে, অকনমান অধ্যয়ন কৰি হে সমালোচনা কৰিব নহলে আপুনি নিজেই সমালোচিত হব।

  • @dharjensaikia9367
    @dharjensaikia9367 Před 2 lety +1

    আমাৰ সকলোৰে সুমতি হওক, ভগৱানে কৃপা কৰক, কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @khirodagogoi625
    @khirodagogoi625 Před 2 lety +4

    কৃষ্ণ কৃষ্ণ ।।
    হে " দিহা সম্ৰাট " " ভাগৱতী "
    সম্ৰাট " গগৈ বাপ আপোনাৰ
    শ্ৰী চৰনত সশ্ৰদ্ধ প্ৰণিপাত
    জনাইছোঁ ।। দুখ লাগিছে
    এই কাৰণে আমাৰ ঘৰলৈ কে
    আহিছিল, অথচ আপোনাক
    আপোনাক দেখা কৰিব নোৱাৰি
    লো । আমি খবৰ নাপালোঁ ।
    খবৰ পোৱা হেঁতেন নিশ্চয় গলো
    হেঁতেন আপোনাৰ চৰণ ধূলি
    শিৰত ল'বলৈ ।। আপোনাৰ
    প্ৰতিটো অনুষ্ঠান আমি পাণ
    কৰি আহিছোঁ । আপোনাৰ কুশল, মঙ্গল কামনা কৰিছোঁ
    ভগৱন্তৰ শ্ৰীচৰণত ।
    কৃষ্ণ কৃষ্ণ কৃষ্ণ ।

  • @bituponboraassam9322
    @bituponboraassam9322 Před 2 lety +2

    কৃষ্ণ কৃষ্ণ । বৰ ভাল লাগিল 🙏🙏

  • @Ridipaxom
    @Ridipaxom Před rokem

    সেৱা ভাগি নিবেদিলো

  • @mamonisaikia4809
    @mamonisaikia4809 Před 2 lety +1

    Hundor gogoi hundor somiran kai

  • @binagogoibaruah7766
    @binagogoibaruah7766 Před rokem +2

    Bor val lage apunar mohat baani🙏🙏🙏

  • @user-fs2wk3ib9c
    @user-fs2wk3ib9c Před 2 lety +3

    বহুত ভাল লাগিল দাদা।

  • @debasishreeyanflute2520
    @debasishreeyanflute2520 Před 2 lety +2

    সুন্দৰ 🙏

  • @jayasaharia5055
    @jayasaharia5055 Před rokem +2

    সময়োপযোগী তাত্বিক আধ্যাত্মিক ৰসাল ব্যখ্যা।নৱ প্ৰজন্মক অনুৰোধ কৰো প্ৰতি গৰাকী মহা গুৰু শুক স্বৰূপ বাপ সমস্তে অসমৰ ইমুৰৰ পৰা সিমুৰলে প্ৰকাশ কৰা কৃষ্ণ কথা শ্ৰৱণ কৰি তেখেত সৱৰ কষ্ট খুনিকে সন্মান জনাও। কৃষ্ণ🙏🙏🙏🙏

  • @utpalkalita7418
    @utpalkalita7418 Před 2 lety +1

    বহুত বহুত শুভেচ্ছা থাকিল উতপল কলিতা মঙলদৈ

    • @sassamworld2999
      @sassamworld2999  Před 2 lety

      কৃষ্ণ 🙏 ধন্যবাদ জনালোঁ

  • @diplopdutta7274
    @diplopdutta7274 Před 2 lety +1

    Hundor Gogoi

  • @sarumaiborah448
    @sarumaiborah448 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ

  • @lakshimaiboruah5808
    @lakshimaiboruah5808 Před 2 lety +1

    Oti tattapurna kotha.gogoi val lagil.

  • @kusumkalita5454
    @kusumkalita5454 Před 2 lety +1

    কৃষ্ণ কৃষ্ণ বাপ।

  • @sumkiborchetia5129
    @sumkiborchetia5129 Před 2 lety +5

    Oi dodow Kai bor Val lagil

  • @debanandadas8110
    @debanandadas8110 Před 2 lety +1

    krishno

  • @Ridipaxom
    @Ridipaxom Před rokem

    কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম

  • @tapangogoi8804
    @tapangogoi8804 Před 2 lety +1

    অতি সুন্দৰ ভাই

  • @pankajdas4359
    @pankajdas4359 Před 2 lety +1

    Ati hondor

  • @binaboruah4963
    @binaboruah4963 Před 2 lety +1

    Hundor dodow

  • @prahladchetia4233
    @prahladchetia4233 Před 2 lety +3

    কৃষ্ণ, ভগৱান ৰ গুণানূকীওন শুনি অতি আনন্দ পালো ।

  • @g.pmoran9127
    @g.pmoran9127 Před 2 lety +5

    বাপজনাৰ দীৰ্ঘায়ো কামনা কৰিলো তেখেতৰ মধুৰ কণ্ঠৰ দ্ধাৰা মই সচাঁকৈ আপ্লুত হলো।

  • @ankumanboruah7663
    @ankumanboruah7663 Před 2 lety +2

    সুন্দৰ 🙏🙏🙏 আপোনাৰ চেনেলৰ যোগেদি এনেকুৱা আৰু ভিডিও পাম বুলি আশাৰে বাট চাই ৰলোঁ ককাইদেউ

  • @sabitriboruah4411
    @sabitriboruah4411 Před 2 lety +1

    🙏

  • @rahuldrummerassam8149
    @rahuldrummerassam8149 Před 2 lety +3

    ,🙏🙏🙏🙏

  • @hemantadasnjan1263
    @hemantadasnjan1263 Před 2 lety +2

    কৃষ্ণ সুন্দৰ লাগিছে ভিডিটো আজি পৰা নতুন বন্ধু হলো আৰু মোৰ চেনেলটো চাবা নতুন বন্ধু হবা বুলি আশা ৰাখিলোঁ।

  • @bulbulisarma8578
    @bulbulisarma8578 Před 2 lety +2

    🙏🙏কৃষ্ণ কৃষ🙏🙏

  • @buluborah4646
    @buluborah4646 Před 7 měsíci +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ পৰমেশ্বৰে কৃপাকৰক আপোনাৰ কণ্ঠ অতি সুন্দৰ।

  • @krinhapremee6360_
    @krinhapremee6360_ Před 2 lety

    Ram ram

  • @nilimachoudhury5019
    @nilimachoudhury5019 Před rokem

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏❤️

  • @binagogoi5498
    @binagogoi5498 Před 2 lety

    Eqd

  • @user-fs2wk3ib9c
    @user-fs2wk3ib9c Před 2 lety +1

    মই বঙাইগাওঁৰ পৰা।

    • @sassamworld2999
      @sassamworld2999  Před 2 lety +1

      ধন্যবাদ জনালোঁ । কৃষ্ণ 🙏

    • @user-fs2wk3ib9c
      @user-fs2wk3ib9c Před 2 lety +1

      কমলা দাৰ সকলো অনুষ্ঠানে মই চাও।বহুত ভাল লাগে ।।মোৰ গাওঁত দিহানামৰ অনুষ্ঠান কৰি গৈছে ।।এতিয়া আপোনাৰ আৰু সুমিত দাৰ চেনেলৰ জৰিয়তে যিমানবোৰ অনুষ্ঠানৰ ভিডিও পাওঁ সকলো বিলাক চাওঁ …আপোনাৰ চেনেল টোৰ লিংক টো কমলা দাৰ পৰাই পালো ।।

  • @animiexyt1339
    @animiexyt1339 Před 2 lety +2

    Hundor

  • @animadutta4133
    @animadutta4133 Před 2 lety +1

    Atti hundor val lagil

  • @binitamoran6814
    @binitamoran6814 Před 2 lety +1

    সুন্দৰ

  • @jayantaboruah5289
    @jayantaboruah5289 Před 2 lety +2

    Hundor

  • @mamonigogoi1679
    @mamonigogoi1679 Před 2 lety +1

    Hundor

  • @kalyangogoi4218
    @kalyangogoi4218 Před 2 lety

    সুন্দৰ