প্ৰথমদিনাৰ পৰাই সাঙোৰ খাইছিল নাম SI আভাজ্যোতি ৰাভাৰ

Sdílet
Vložit
  • čas přidán 9. 09. 2024
  • ▶️ SI আভাজ্যোতি ৰাভা
    ▶️ প্ৰথমদিনাৰ পৰাই সাঙোৰ খাইছিল নাম
    ▶️ SI আভাজ্যোতিয়ে মিছা মাতিছিল
    ▶️ মৌন হৈ গৈছিল SI আভাজ্যোতি
    ▶️ ৰহস্যজনক মৌনতা SP লীনা দ’লেৰ

Komentáře • 420

  • @munudidiyoutubevideos8059

    CID কৰিব নেলাগে দিব লাগে CBI তেতিয়া হে ওলাব উচিত তদন্ত।

  • @Utpal8832
    @Utpal8832 Před rokem +47

    কেইটামান কথা ক'ব মন গ'ল এই বিষয়টোৰ ওপৰত ।
    ১/ গাড়ীখন চিনাক্ত কৰা হ'লনে । তাৰ পাছতেই আহিব ড্ৰাইভাৰজন কোন । নিশ্চয় গাড়ীখনৰ ঠিকনা পালে ড্ৰাইভাৰজনৰো ঠিকনা ওলাব ।
    ২/ মৰণোত্তৰ পৰীক্ষাৰ তথ্য সমূহ কিয় ঘৰত যথাসময়ত জমা দিয়া নহ'ল। মৰণোত্তৰ পৰীক্ষাৰ লগত জড়িত ডাক্তৰজনকো সোধপোচ কৰিব লাগে ।
    ৩/ মৃত্যুৰ পাছতেই ৰাভাৰ পৰিয়ালক অতিচিঘ্ৰেই জনাব লাগিছিল। ইয়াতো পলম হৈছে । তাৰ লগতে ৰাভাৰ ম'বাইল যি গৰাকী আৰক্ষীৰ হাতত আছিল। তেখেতৰ সৈতেও সোধপোচ হ'ব লাগে ।
    ৪/ ৰাতিলৈ মৃত্যু হোৱা ৰাভাৰ ঘৰত দিনতে গৈ কিয় এখন নাটকৰ সৃষ্টি কৰিব লগা হ'ল। সেইটোও এটা ৰহস্য।
    ৫/ তাৰোপৰি জোনমণি কিয়, কলৈ, কাৰ লগত গৈছিল তাৰো কোন সদ উত্তৰ নাই কিয়?
    ৬/ ম'বাইলৰ কল ৰেকড সমূহ প্ৰয়োজন সাপেক্ষে কল চেন্টাৰৰ পৰা ল'ব পাৰি লোৱা নাই কিয় । তাত হয়তো কোনো অপৰাধী ধৰা পৰিব পাৰে ?
    ৭/ তাতকৈ ডাঙৰ কথা প্ৰত্যক্ষকাৰীৰ ভাষ্য অনুসৰি -- বহু পৰ ৰখাই থোৱা গাড়ীখন মানুহ জন উলাই যোৱাৰ পাছতহে খুন্দিয়ালেহি কথাটো আৰু অলপ ৰহস্যজনক হৈছে।
    আৰু বহু কেইটা প্ৰশ্ন আছে ।
    জোনমণিৰ আত্মাৰ সদগতিৰ প্ৰাথনা কৰিলোঁ।
    ৩/

  • @sinalekthe4107
    @sinalekthe4107 Před rokem

    Verry brave pronob das tell the truth and the truth is evergreen !

  • @kushalsaikia1214
    @kushalsaikia1214 Před rokem +73

    CID কিয় ? CBI ক দিব লাগে investigation

  • @debojitrabharabha-yz7ey
    @debojitrabharabha-yz7ey Před rokem +6

    SI জোনমণি ৰাভা বাইদেউক, ডাঙৰ ডাঙৰ আৰক্ষী বিষয়া সোকলে সৰ যন্ত্ৰ কৰি হত্যা কৰাটো সচা । কিন্তু হত্যা কাৰী আৰক্ষী সোকল মানুহৰ আদালত হাত সাৰি জাৱ চেষ্টা কৰিব পাৰে , কিন্তু ভোগৱান ঈশ্বৰৰ আদালত কোনো দোষী মানুহ হাত সাৰি যাব নোৱাৰে, যিমানেই টকা পইচাৰ বাহাদুৰি নেদেখাক কিয়? ভোগৱানৰ ওচৰত দোষী মানুহৰ এটাই শেষ পথঠ ।🙏🔱🙏Joy Shiva Shambhu😭😭🙏

  • @mohanbora6608
    @mohanbora6608 Před rokem

    Good News

  • @ansuma7424
    @ansuma7424 Před rokem

    Good pronob dass

  • @ajabpyarkigajabkahani1868

    CBI Lagi CBI Lagi CBI Enquiry Lagi CBI Enquiry CBI CBI CBI

  • @jasmihazarika8249
    @jasmihazarika8249 Před rokem +9

    ভগবান তুমি সহায় হোবা। সোনকালে যাতে দোষীয়ে শাস্তি পাই

  • @thesensetionera6954
    @thesensetionera6954 Před rokem

    Axom police wah wah

  • @MamoniKalita-74
    @MamoniKalita-74 Před rokem

    Vogoban tumi kot asa 😢😢😢usit xasti diya ❤ junmoni baak mara jonok❤❤

  • @rajibsaikia2187
    @rajibsaikia2187 Před rokem

    আভাজ্যোতি ৰাভা ক গ্ৰেফটাৰ কৰক

  • @NiranjanBez
    @NiranjanBez Před rokem

    Ase

  • @allmixone6565
    @allmixone6565 Před rokem

    Need CBI investigation

  • @purabigogoi5673
    @purabigogoi5673 Před rokem +48

    Nijor jati Bhai culprit !!!!!???

  • @bharatgogoi324
    @bharatgogoi324 Před rokem

    জোনমণিয়ে কিয় মিছা মাতিব ,আভাজ্যতিৰ লগত থকা কথা |

  • @Kaustav_rava
    @Kaustav_rava Před rokem +5

    আৰক্ষী আৰু চি আই ডি এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।ইয়াৰ দ্বাৰা সঠিক তদন্ত নহব।গতিকে চিবি আইৰ তদন্ত কৰিব লাগে।

  • @sukleswardas3869
    @sukleswardas3869 Před rokem +24

    ইয়াক মাদাৰ সুদাক ধৰি ফাঁচী দিব লাগে

  • @RinkuGogoi-fw6jb
    @RinkuGogoi-fw6jb Před rokem +11

    সৰু হৈ থাকোতে টি ভি ত অসুৰ বোৰৰ শিং, দীঘল দাত আৰু নখ চুলিৰ সৈতে ভয়ংকৰ দেখি ভয় খাইছিলো কিন্তু এতিয়া এই মানুহ বোৰ সেই অসুৰ বোৰতকৈ বহুত বেছি ভয়ানক।

  • @rajibkhakhlari
    @rajibkhakhlari Před rokem

    Culprit Must be punished,

  • @rafiqulislam-vz5te
    @rafiqulislam-vz5te Před rokem +1

    Huu

  • @Angshuttamborah
    @Angshuttamborah Před rokem +1

    1000000℅ mather case

  • @patkai8909
    @patkai8909 Před rokem

    অামাৰ অসমত পুলিচ পখাখনৰ আইন নঠকাই ভাল । অাগৰ ৰজা হাষনে ভাল অাছিল । তাতো ফাছি দিব লাগে ।

  • @jwngsarmachahary4239
    @jwngsarmachahary4239 Před rokem

    Abha Jyoti Rabha is the main Culprit.Dhandabaji Bohut koijon

  • @parag_gogoi
    @parag_gogoi Před rokem +29

    নিশ্চয় দুৰ্ঘটনা হোৱাৰ আগত তেওঁ দেখা ল'ৰাজন ওলায় গৈছিল, দুৰ্ঘটনাৰ পিছত কেনেকৈ ওলায় যাব পাৰে? মিঃ দাসে কৈছেছোন ৭ মিনিট মানৰ আগত বুলি

  • @Riturajgogoi722
    @Riturajgogoi722 Před rokem

    South Indian movie dore lagise

  • @abulhussain8093
    @abulhussain8093 Před rokem

    Good

    • @abulhussain8093
      @abulhussain8093 Před rokem

      CBI লগালে ভাল হলহেতেন

    • @abulhussain8093
      @abulhussain8093 Před rokem

      সাংবাদিক সকলে লাগি আছে ভাল। অন্তিম সময় লৈকে প্লজ লাগি থাকক । জোনমনি ৰাভাৰ আত্মাই মৃত্যুৰ পিছতো অন্তত ন্যায় পাওক। এয়াই আমাৰ আশা।

  • @pinkytayeng869
    @pinkytayeng869 Před rokem

    CBI case tuk dibo lagibo CID a abur aku uliyai nidibo misakotha bure kobo

  • @channelmrinmoymayuri2531
    @channelmrinmoymayuri2531 Před rokem +10

    প্ৰত্যক্ষদৰ্শীক এনেদৰে গ্ৰেপ্তাৰ কৰিলেও তেওঁ নিৰ্দোশী।

  • @monmodhusmitasaikia4156

    আচলতে তেওঁক হত্যা কৰা হৈছে। উচিত তদন্ত কৰক দুখীক শাস্তি দিয়ক। ফাঁচি দিব লাগে। এগৰাকী সাহসী নাৰী আছিল তেওঁ। বহুত দুখ লাগিছে তেওঁ মৃত্যুত। এগৰাকী মাতৃয়ে অনুভৱ কৰিব পাৰিছে সন্তানৰ মৃত্যুত কি অৱস্থা হৈছে।

  • @simantakonwar9055
    @simantakonwar9055 Před rokem

    Mja aru aei 2 borboruah thana t ahi ustadi dekhaisili ravah kene paiso

  • @ratulbordoloi2238
    @ratulbordoloi2238 Před rokem

    Ji dekhisu pranb hatot kestu ase. Police atiya kestu gap dibo

  • @janabali4620
    @janabali4620 Před rokem

    আভাজোতিয়েই

  • @kripalsaikia924
    @kripalsaikia924 Před rokem +9

    সকলো কথা যেন ওলায় তাকে কামনা।সকলো যেন ধৰা পৰে

  • @aliskmanuwar7724
    @aliskmanuwar7724 Před rokem

    Yeah cbi kodiy

  • @bituhazarika2430
    @bituhazarika2430 Před rokem +75

    এনেই ও এইবোৰ চব ফুটোকাৰ ফেন হব কাৰণ ইয়াত কে লা ডাঙৰ ডাঙৰ মানুহ জৰিত হৈ আছে,

  • @stdmstudio7087
    @stdmstudio7087 Před rokem

    Justice Lage pasi diyok

  • @tribinirabha6178
    @tribinirabha6178 Před rokem +15

    হয়টো ইয়াত বহুত মানুহ জড়িত হৈ আছে আভাজ্যোটি য়ে নহয়

  • @evogaming3249
    @evogaming3249 Před rokem

    CID nalage parile CBI diyok todonta

  • @drparagjsarmah5033
    @drparagjsarmah5033 Před rokem

    পুলিচ বিভাগ টো ওপৰৰ পৰা গেলা,,,ইহঁতো তাৰে ফল,,কি দাল উত্তৰ ওলাব

  • @B.C204
    @B.C204 Před rokem +73

    নিউজ চেনেল বোৰ ৰেনদী বোৰৰ মুখ বোৰ লুকুৱাই দিয়. ল'ৰা জনৰ মুখখন লুকুৱাই দিব লোৱাৰী নে😡 কথা বোৰ শেষ নোহোৱা আগত মই এটা কথা কৈ থওঁ🙏 এই মানুহ জনে কথা বোৰ ওলোটা মাৰি দিব কিয়নো তেখেতক বহুত পেছাৰ দিয়া হব।। টকা থাকিলে A TO Z সকলো কিনি লব পাৰি😡✊🏼🚩

  • @a2zbox21
    @a2zbox21 Před rokem +72

    CID not ok we need CBI investigation for this matter.

    • @rupkantapathori9666
      @rupkantapathori9666 Před rokem +3

      গতিকে ইয়াতকৈ কি প্ৰমান লাগে নেকি।চব টকাৰ কাৰনে এইবোৰ হৈছে।😅

    • @rupkantapathori9666
      @rupkantapathori9666 Před rokem +2

      ভগৱানে নিশ্চয় বিচাৰ কৰিব যদি ভগৱান আছে।

  • @diptakakati7800
    @diptakakati7800 Před rokem +4

    কি কাল হল বুলি কয় হে, ফাচী দিব নেকি প্ৰথম দাসক,? তেওক আমি ধন্যবাদ দিছো। দল সংগঠন বোৰ কত গল, কত গল সমুজ্জল, লাচিত সেনা, তেওক সুৰক্ষা দিয়ক মুখ্য মন্ত্ৰী মহোদয়।

  • @cyber9345
    @cyber9345 Před rokem

    Honestly Nijor sakori tu koribo nuwara ehoti... Government sakori paiso tu.. Utpat basi tohotor ..tata police

  • @pranjalbaishya8353
    @pranjalbaishya8353 Před rokem +24

    Vogoban tumi kot asa 🥺🥺🥺

  • @nayanMeloDtunes
    @nayanMeloDtunes Před rokem

    Doley k ketiya dhoribo cid ye

  • @nanubhai9977
    @nanubhai9977 Před rokem

    Bhal koi todonto koribo Lage

  • @ThakursingBorkola-eq4jv
    @ThakursingBorkola-eq4jv Před 9 měsíci

    avajutik.kapur.kule.petan.dok.😮😮oulie.pareba.dukh.

  • @apu3736
    @apu3736 Před rokem

    Si nohoi jate drohe Abha Ali police nam loi kolonko nijor bhone sene nopowa Abha joyti ale

  • @talentvlogs2400
    @talentvlogs2400 Před rokem

    Cid nalage cbi de

  • @ashimphukan6334
    @ashimphukan6334 Před rokem +9

    Aru diok..ST ST kri..20/10 paleu sakori.. aibilak atorabo hol..st OBC..sc kiba kibi..hokolu performance based sai dibo lage..

    • @GK-compititive_exams
      @GK-compititive_exams Před rokem

      Sangita dutta r bikhoi a u tenekoi koba ne

    • @tmgblaster6453
      @tmgblaster6453 Před rokem +2

      ইয়াত ST SC OBC ৰ কথা কেনেকৈ আহিল ফফৰা খোৱা ?

  • @ranadutta3316
    @ranadutta3316 Před rokem

    Cid nalage... CBI

  • @dhrubajyotisaharia2655
    @dhrubajyotisaharia2655 Před rokem +19

    ইয়াক এৰি নিদিলে সকলো কথা পোহৰলৈ আহিব নিশ্চয়।

  • @hareswarybasumatary7218
    @hareswarybasumatary7218 Před rokem +7

    It is murder

  • @spaceship6708
    @spaceship6708 Před rokem

    Aei Rabhajyoti namor police tu Rabha homajor kalonko.

  • @bharatgogoi324
    @bharatgogoi324 Před rokem

    কিবা ৰহস্য নাথাকিলে ৰদ ,বদল কিয় কৰিলে ?

  • @abinashsaikia6196
    @abinashsaikia6196 Před rokem +6

    তৎতকালে নিলম্বন কৰক লক্ষ্মীমপুৰ -নগাওঁ sp লগতে উচ্চ আৰক্ষী বিষয়া বোৰক নহলে তদন্ত প্ৰক্ৰিয়া বিপথে পৰিচালিত কৰিব আৰু তদন্ত দায়িত্ব চিবিআ ই অপণ কৰক

  • @junamonibora9652
    @junamonibora9652 Před rokem

    Axomia j ami

  • @lifejio1158
    @lifejio1158 Před rokem

    3Rd Class gadder Assam Police.

  • @debajitsaikia2724
    @debajitsaikia2724 Před rokem

    Assam police hoy।।।।।hari jabo criminal।।।

  • @manujkumarbora8901
    @manujkumarbora8901 Před rokem +8

    CBI dibo lage case tu

  • @babetoo627
    @babetoo627 Před rokem

    Murder

  • @sanjibgam3932
    @sanjibgam3932 Před rokem

    Eiya amar assam police...department or majotey mil nai kihor public or kam koribo ..mama directly suspension..

  • @KamalakantaDeka-jd1mj

    Abhajyti
    Rabha nijar manuh cini napsi

  • @sitarabharabha1019
    @sitarabharabha1019 Před rokem

    kobai kobai kotha uliyaw ihotk. ayeniki aasam pulish

  • @kusumbaruah2336
    @kusumbaruah2336 Před rokem

    Toka matra মৃত্যুৰ karon ,গতিকে ইয়াৰ পৰা দূৰত থাকি চাকৰি কৰি থকা ভাল

  • @bhumitakalita1474
    @bhumitakalita1474 Před rokem

    লীনা মৰাননহতী নাক মোচাই কাম

  • @lakhinathhondique1123

    আভা জ্যোতি ক কিয় ধৰা নাই

  • @bapasmood1381
    @bapasmood1381 Před rokem

    Hmmm bhal k porha Huna kari bhal manuh hom buli kuwa din gol aru.

  • @shohenboro7546
    @shohenboro7546 Před rokem

    Atiya pronp dase kobo nuwarli pronop dase jellot vat khabo lagibo

  • @Riya10915
    @Riya10915 Před rokem

    Aabhajyoti mein

  • @nivaray3817
    @nivaray3817 Před rokem

    CBl... Todnto.... Hobo lge.......

  • @BobyDas-mj2qk
    @BobyDas-mj2qk Před rokem

    Rabhai Rabhak betrayed korile..Bor dukh lage

  • @munmibora9430
    @munmibora9430 Před rokem

    Police hisape nhoi criminal hisape search korok teuk

  • @abbaskhanassam7398
    @abbaskhanassam7398 Před rokem

    misa kotha kuwa2 ata oporadh hoi. ata oporadh lukuwaboloi 1000ta misa kotha mate police bilake. misa kotha kuwa khokolei aasli criminal hoi.

  • @sanjaymoran8506
    @sanjaymoran8506 Před rokem +94

    এয়াই আমাৰ অসম জাতী।

  • @rajibkhakhlari
    @rajibkhakhlari Před rokem

    We want justice.

  • @nayanikadeka1155
    @nayanikadeka1155 Před rokem

    Adin haleo olabo aparadhi

  • @_biraj_4829
    @_biraj_4829 Před rokem

    Eibur CID k di aku bhaona dekhabo nalage CBI enquiry hbo lage.. j.p Singh r lgt sp doley r val relation bule tekhet anei ulai jabo ru haitu krne baki hokolu ke cbi e matise except sp doley.. CBI enquiry bsaru ami.. ne agtei gutai proof bur lukai dbo bsarise CID k di..

  • @sonmaniboro6800
    @sonmaniboro6800 Před rokem

    Badali kara arat nisya kiba rahaisya ase,mukhere aku nkola khi aru badli kri dise sur dhara parib buli a badali kri dise

  • @Babu-j8t
    @Babu-j8t Před rokem

    Abhajyoti hbo grapter krok

  • @rajibmoran107
    @rajibmoran107 Před rokem

    জোনমনিৰ ফোনটোত কোনোবা ওপৰৰ মালৰ লীলা Record আছে বাবে সম্ভৱত ফোনটো বিছাৰি পোৱা নাই ।

  • @surojitpaik361
    @surojitpaik361 Před rokem

    Accident huwar pisot kunubai Jinda ulabo pare neki

  • @gagantalukdar3201
    @gagantalukdar3201 Před rokem +1

    সত্য ওলাই বুলি প্ৰণব দাসক ভয় খুওৱা হৈছে নেকি ?

  • @ajitsonowal8326
    @ajitsonowal8326 Před rokem

    Milijuli eibilak Toka khai aase

  • @digantagogoi-go4lw
    @digantagogoi-go4lw Před rokem

    Aei.korkor.tok.peton.delae.sob.olabu

  • @nitishsarma9109
    @nitishsarma9109 Před rokem

    Rou borali sital sob jalot bojib he baki asee

  • @hemantakrdas3609
    @hemantakrdas3609 Před rokem

    Killed by Police

  • @benubalaroyomnamasabai2242

    Junmonir hotyakarik ati laga

  • @park-san-ru1854
    @park-san-ru1854 Před rokem

    Anand misra sir dibo Lage aibur ces

  • @birurabha6210
    @birurabha6210 Před rokem +48

    ৰাভাৰ নামত কলংক এইজন অভাজ্যতি ৰাভা । মাৰিব লাগে ইয়াক

    • @surabhirabha8095
      @surabhirabha8095 Před rokem

      Sala gunda iyak maribo lage. Sala lukar suwa seleka , nijar vanik toi marili, toru beya din ahibo. Tor nisina rabha manuh amak nalage, thoi 😤

    • @MDedits94
      @MDedits94 Před rokem +2

      Dekaparar nam dubale i khokuwa

    • @pranjalbaishya8353
      @pranjalbaishya8353 Před rokem +1

      Rape kori marise sage taik 🥺😥😢

    • @priyadevi7684
      @priyadevi7684 Před rokem +2

      Abha Jyoti Rabha agorei pora bodmash hoi.

    • @bnjn5135
      @bnjn5135 Před rokem +1

      আভাজোতিৰ হাত আছে অতি সোনকালেই তদন্ত কৰি আভা কুকুৰৰ পুতেকক চাকৰি পৰা বাহিৰ কৰিব লাগে।

  • @aditiboruah9706
    @aditiboruah9706 Před rokem

    Figure thka buli koutey police mnuhei hbo

  • @nirumonichutia8169
    @nirumonichutia8169 Před rokem

    C.b.i ye haitu he bisari pale nki dash k grepter korixe,,,,

  • @rashmigayan-bl5yv
    @rashmigayan-bl5yv Před rokem

    Ai kukkor tok public r usort bisar koribo diol

  • @bhargabpratimkashyap6260

    Bl police r sakori anei dilio nakaru set

  • @krishnantai6207
    @krishnantai6207 Před rokem

    Abhajyoti rabhaoi hbo.ukh merchaler deh heijone

  • @SPD5821
    @SPD5821 Před rokem

    Rava ravà mardar mili juli nai cop sur police muradabad public

  • @animashhazarika4495
    @animashhazarika4495 Před rokem

    Duliajanot thakute drugs pedalor lgt mitirali asel

  • @ruprajrajbonshi4499
    @ruprajrajbonshi4499 Před rokem

    Bisnu rava atiya kiman rati ravai ravak marile