9 Girls hostel ll Dibrugarh University।।আহক জ্যোতি বাটচৰাৰ দীঘল বাটেৰে যাওঁ ধুনীয়া হোষ্টেল চাওঁ।।

Sdílet
Vložit
  • čas přidán 12. 05. 2022
  • #girlshostel #DU #DU_all_girls_hostel #girslshosteltour
    ডিব্ৰুগড় বিশ্ববিদ্যালয় আটাইকেইটা ছাত্ৰী নিবাসৰ আংশিক দৃশ্য। আশা কৰোঁ আপোনালোকে উপদেশ/আৰ্হি দিয়াৰ লগতে কিবা ক'ব লগীয়া থাকিলে কমেণ্ট কৰি জনাব।
    ভিদিঅটো লাইক, চেয়াৰ কৰিব।
    আৰু আপুনি যদি "Shree's_World" ত নতুন কৈ আহিছে অনুৰোধ কৰিছোঁ চেনেল টো ছাবছক্ৰাইব কৰি কাষতে থকা বেইল টো প্ৰেছ কৰি দিব🙏 ধন্যবাদ।।

Komentáře • 96